Fish Farming . এসময়ত পিন্ধিবলৈ নাছিল চেণ্ডেল। মৎস্য পালনেৰে এতিয়া কৰে লাখ লাখ টকা উপাৰ্জন .

  Рет қаралды 86,936

Binondiya Axom

Binondiya Axom

Күн бұрын

Fish Farming . এসময়ত পিন্ধিবলৈ নাছিল চেণ্ডেল। মৎস্য পালনেৰে এতিয়া কৰে লাখ লাখ টকা উপাৰ্জন।
#ramenkumarnath. #motivationalstory. #fishfarming
এদিন তেওঁৰ ভৰিত পিন্ধিবলৈ নাছিল এযোৰ ভাল হাৱাই চেণ্ডেল । ছাত্ৰ-ছাত্ৰীৰ সমুখতে পিন্ধি থকা পুৰণি চেণ্ডেল জোৰ ছিঙি যোৱাত তেওঁৰ প্ৰচণ্ড আত্মসন্মানত লাগিছিল । সেইদিনাই তেওঁ ভেঞ্চাৰ স্কুলৰ চাকৰি ত্যাগ কৰি আত্মনিয়োগ কৰিছিল কৃষিকাৰ্যৰ লগতে মৎস্য পালনত । আৰু কঠোৰ শ্ৰম আৰু সাধনাৰ বলত বৰ্তমান তেওঁ ৰাজ্যৰ এজন আদৰ্শ মৎস্য পালক । বছৰি উপাৰ্জন তেওঁৰ পাঁচৰ পৰা দহ লাখ টকা । দৰং জিলাৰ লখিমপুৰ গাঁওৰ আদৰ্শ মৎস্য পালক মোহন শৰ্মাৰ সফলতাৰ আঁৰৰ কাহিনী ।
Follow me on:l
FACEBOOK- / ramenkumar.nath.9
INSTAGRAM- ...
THANKS FOR WATCHING THIS VIDEO.
RAMEN KUMAR NATH
From -Kalaigaon , Assam .

Пікірлер: 83
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
How I Turned a Lolipop Into A New One 🤯🍭
00:19
Wian
Рет қаралды 10 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН