কেনে আছে নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা ?ক'ভিডসৃষ্ট পৰিৱেশত কি কৰিছে শিল্পীগৰাকীয়ে ?

  Рет қаралды 348,238

TIME8 News

TIME8 News

3 жыл бұрын

কেনে আছে নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা ?ক'ভিডসৃষ্ট পৰিৱেশত কি কৰিছে শিল্পীগৰাকীয়ে ?

Пікірлер: 387
@trithathengal1177
@trithathengal1177 3 жыл бұрын
আপুনাক আজি দেখা পাই ভহুত ভাল লাগিল আৰু আপোনাৰ গাহৰি ফাম দেখি ভগৱানে আপুনাক ভালে কুশলে ৰাখক
@buliborah5758
@buliborah5758 3 жыл бұрын
অহ আপোনাক বহুত দিনৰ পিছত দেখিলোঁ বহুত ভাল লাগিল। ভগৱানে ভালে ৰাখক🙏🙏🙏
@atjunrongphar9087
@atjunrongphar9087 3 жыл бұрын
Xundor
@pranjoldeka9246
@pranjoldeka9246 3 жыл бұрын
আপোনাৰ পথত আমিও আছো
@jayantagogoi2466
@jayantagogoi2466 3 жыл бұрын
Um
@narayansaikia1692
@narayansaikia1692 3 жыл бұрын
অলপো অহংকাৰ নথকা মোৰ প্ৰিয় অভিনেতা গৰাকীক দেখি বৰ ভাল লাগিল।
@prachuryyabaruah7
@prachuryyabaruah7 3 жыл бұрын
Akdom hosa dei ...ohonkar akdom nai
@kangkankalita895
@kangkankalita895 3 жыл бұрын
সচা দেই, বহুত ভালপাওঁ এখেতৰ অভিনয়
@dimpalnath7753
@dimpalnath7753 3 жыл бұрын
বহুত দিনৰ মূৰত দেখা পালোঁ এই দৰে জীৱন আগুৱাই যাব লাগিব❣️❣️
@kaniskarabha96
@kaniskarabha96 3 жыл бұрын
মাজে সময়ে এনেবোব বাতৰি পৰিবেশন কৰিলে ভাল লাগে , আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো
@azjzulhoque5947
@azjzulhoque5947 3 жыл бұрын
Ki Kabhi ko
@girindrasharma3561
@girindrasharma3561 3 жыл бұрын
Sosa.. val lagil news tu sai
@pobitrogogoi3077
@pobitrogogoi3077 3 жыл бұрын
অপূৰ্ব অৱদান আছে অসমৰ সাংস্কৃতিক জগতত আপোনাৰ ভগৱানে ভাল কৈ ৰাখক আপোনাক ।
@bikiboruah5339
@bikiboruah5339 3 жыл бұрын
সৰুৰে পৰা প্রিয় অভিনেতাজন দেখি ভাল লাগিল।।।
@dimpalnath7753
@dimpalnath7753 3 жыл бұрын
সৰুতে জেনেকুৱা দিখিছিলো বৰ্তমান ঠিক তেনেকুৱা আছে
@jinturajofficial
@jinturajofficial 3 жыл бұрын
Hooi dei
@axom..tezpur3975
@axom..tezpur3975 3 жыл бұрын
Ohhh
@lachitgotra1956
@lachitgotra1956 3 жыл бұрын
2mar sakut bal gajise
@dimpalnath7753
@dimpalnath7753 3 жыл бұрын
@@lachitgotra1956 mukhedi humai ding ah
@lachitgotra1956
@lachitgotra1956 3 жыл бұрын
@@dimpalnath7753 moi 2mar mukhat sumai dm,,,,
@dhrubajyotidasnaturalworld3028
@dhrubajyotidasnaturalworld3028 3 жыл бұрын
মোৰ ভাল লগা শিল্পী গৰাকীক বহুত দিনৰ মুৰত দেখা পালোঁ
@atulhazarika4227
@atulhazarika4227 3 жыл бұрын
এখেত এগৰাকী সদায় ভাল লগা শিল্পী। প্ৰত্যেকটো অভিনয়ে নিপুণতাৰ সুন্দৰ চানেকী।
@xplorwithbhargav..travelpeople
@xplorwithbhargav..travelpeople 3 жыл бұрын
Apuni bhaale thaakok Dada🙏🙏🙏
@pinkysaikia3207
@pinkysaikia3207 3 жыл бұрын
সদায় ভালে থাকক আকৌ অভিনয় জগতত দেখা পাম।
@migangcpasung5114
@migangcpasung5114 3 жыл бұрын
সুন্দৰ। নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক ককা। ভবিষ্যতলৈ আৰু নাম ৰাখক তাৰে কামনা কৰিছো।
@dipalibora9247
@dipalibora9247 3 жыл бұрын
আপোনাৰ অভিনয়ে বিষাদৰ সময়তো মানুহৰ মুখত হাঁহি বিৰিঙাই ❤️ভগৱানে সদায় আপোনাক কোশলে ৰাখে 🙏🙏
@lokeswargogoi2063
@lokeswargogoi2063 3 жыл бұрын
ছাৰ প্ৰণাম জনাইছোঁ 🙏। নক্ষত্ৰ শিল্পী হৈও অতি সাধাৰণ মানুহৰ প্ৰতি সন্মান জনোৱাৰ বাবে । সঁচাকৈয়ে আপুনি এনে কৰ্ম তথাকথিত শিক্ষিত বহুত ব্যক্তিৰ প্ৰেৰণাৰ উৎস । নিজৰ হাতেৰে কৰ্ম ।ধন্য ধন্য ধন্য ।
@bidyutdekavlogs7695
@bidyutdekavlogs7695 3 жыл бұрын
ভাল লাগিল এইদৰে সুস্থ অৱস্থাত দেখা পাই।🙏🙏🙏
@indianpanorama303
@indianpanorama303 3 жыл бұрын
নেত্ৰ কাকা,,, ধন্যবাদ you are great spirit of youngsters 👍🏽👍🏽👍🏽👍🏽
@rocktimphukon8086
@rocktimphukon8086 3 жыл бұрын
ভাল‌ লাগিল মানুহজন দেখি
@nature6576
@nature6576 3 жыл бұрын
মানুহজন ভাল লাগে।🙏🙏🙏
@scalper4159
@scalper4159 3 жыл бұрын
জুনবাইৰ যুগৰ পৰা এতিয়ালৈকে নেত্ৰকাই নেত্ৰকায়ে হৈ আছে ❤️ বহুত ভাল পাওঁ আপোনাক ❤️ সু সাস্থ্য কামনা কৰিলো ❤️
@Radha3487
@Radha3487 3 жыл бұрын
Bhal lagil ❤️👍👍👍👍👍
@prayasiaxom6574
@prayasiaxom6574 3 жыл бұрын
বহুত মৰম আৰু শুভকামনা থাকিল আপোনালৈ
@gaaoliyamon2256
@gaaoliyamon2256 3 жыл бұрын
আপোনাৰ অভিনয় আমাৰ অতি প্ৰিয় দাদা। আপোনাৰ দৰে খুব কম সংখ্যক শিল্পী হে খেতি বাতিত মনোনিবেশ কৰা দেখা যায়। ভাল লাগিল আপোনাক বহুদিনৰ মূৰত দেখা পায়।
@dhrubajyotikoch2440
@dhrubajyotikoch2440 3 жыл бұрын
অতুলনীয় আদৰ্শ । অৰ্থনৈতিক স্বচ্ছলতা, শাৰিৰীক সুস্থতা, সময়ৰ আহ্বান আদি সকলোতে এনেবোৰ কাৰ্যৰ যোগাত্মক অৱদান আছে ।
@dildarhussain9067
@dildarhussain9067 3 жыл бұрын
Prio manuh jon dehi bohot val lagil... 🙏🙏🙏
@ranjansaikia9256
@ranjansaikia9256 3 жыл бұрын
আপোনাক বহুত দিনৰ পিছত দেখা পাই বৰ ভাল লাগিল। আশাঁ কৰো ভগৱানে আপোনাক কুশলে ৰাখক। 😍🤗☺️
@jongogoi6663
@jongogoi6663 3 жыл бұрын
Hoi bahut bhal katha kale,huni bhalpaisu.kisumane aku sidhai belegak beya,kam nakare buliye koi.Thanks.
@__manoj__vlog8049
@__manoj__vlog8049 3 жыл бұрын
বহুত ভাল লাগিছে আপোনাক এই মুহুৰ্তত দেখি মই বহুত সুখী, আপুনি আমাৰ মাজত সদায় এনেকৈ থাকক।আশা থাকিল কেতিয়াৱা হথাৎ আপোনাক ওচৰৰ পৰা লগ পোৱাৰ হেপাঁহ।
@jitukumardeka2918
@jitukumardeka2918 3 жыл бұрын
Sir... Love You Always and God bless yiu Sir 🙏🏻🙏🏻🙏🏻
@ankurrajkhanikar4821
@ankurrajkhanikar4821 3 жыл бұрын
খুব সুন্দৰ পদক্ষেপ
@manalishadas2421
@manalishadas2421 3 жыл бұрын
সৰুৰে পৰাই প্ৰিয় তেখেত ❤ভগৱানে কুশলে ৰাখক তেখেতক 🙏❤
@kaustovsaikia1390
@kaustovsaikia1390 3 жыл бұрын
Bhal lagile apunar kotha Keita.....
@globalvillage6416
@globalvillage6416 3 жыл бұрын
Ejon adorkho baan byakti 👏👏
@kishorkalita3052
@kishorkalita3052 3 жыл бұрын
Bahut val lagil dekha Pai vale rakhok apunak
@kapilkumar1113
@kapilkumar1113 3 жыл бұрын
উপায় নাই ভাই। বৰকৈ ভাল লাগিল । এনেকুৱাকৈ কাম কৰি খোৱা মোৰো ইচ্ছা। বঢ়িয়া ককাইদেউ।
@lightsoundcenter8105
@lightsoundcenter8105 3 жыл бұрын
ঈশ্বৰে আপোনাক ভালে ৰাখক,, আপোনাৰ অভিনয় ভাল লাগে ,,আশা ৰাখিছোঁ অভিনয় জগতত আকৌ আপোনাক দেখা পাম ।
@arupborah2212
@arupborah2212 3 жыл бұрын
ভাল লাগিল। সুন্দৰ পদক্ষেপ।
@palashdas684
@palashdas684 3 жыл бұрын
Moza da
@abhijitgogoi3305
@abhijitgogoi3305 3 жыл бұрын
বহুত ভাল লাগিল বহু দিনৰ মূৰত দেখা পাই
@shusildeka9244
@shusildeka9244 3 жыл бұрын
সচাকৈ মানুহ জন বৰ সহজ সৰল মৰমীয়াল হয় ।এওঁৰ অভিনয় বহুত ধুনীয়া হয় ।এনেকৈ যাতে তেওঁ জীৱনটো অতিবাহিত কৰি থাকিব পাৰে ।সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰাআজি আমাৰ লাইভ ত অহা কাৰণে বহুত ভাল লাগিল ।
@manjitborah191
@manjitborah191 3 жыл бұрын
Bohut val lagil...bohut dinor murot dekha pai
@hemantabora3693
@hemantabora3693 3 жыл бұрын
Val lagil cai videotu bohut dinor picot arun dak dekha palu👍👍👍👍👍👍👍👍👍👍👍👍👍
@achikboymomin484
@achikboymomin484 3 жыл бұрын
God bless you sir ❤️....moyu gaon loi goi kheti korim.. bortoman mumbai t sakori Kori asu❤️👍
@ashtabalirrong7374
@ashtabalirrong7374 3 жыл бұрын
Bhut hundar dada vgobana mongal krk
@keshobbora9489
@keshobbora9489 3 жыл бұрын
বহুত ভাল লাগিল দাদা,,, পোৱালি পাম নি
@anupgogoi8433
@anupgogoi8433 3 жыл бұрын
ভাল লাগিল ফাৰ্ম খনৰ দেখি আপোনালোক দেখি আমিয়ু মনত সাহস পাইছো। মোৰ এখন সৰু ফাম আছে
@djd9278
@djd9278 3 жыл бұрын
প্ৰিয় অভিনেতা জন
@jintumonikalita9502
@jintumonikalita9502 3 жыл бұрын
Good job sir 🙏...aponi manuhok hohowabo khikaise aponak vogobane vle kukhole rakhok❤️
@binuddeka7799
@binuddeka7799 3 жыл бұрын
নিজেই নিজৰ কামত ব্যস্ত 🤗🤗🤗 ভাল লাগিল
@brotherhoodd5107
@brotherhoodd5107 3 жыл бұрын
Inspired vedio for new generation great sir
@dilipgogoi3009
@dilipgogoi3009 3 жыл бұрын
ঈশৰে আশিবাদ কৰক কাইটি ৷
@chow8934
@chow8934 3 жыл бұрын
Bhal lagil dada🙏
@purabideka2459
@purabideka2459 3 жыл бұрын
বহুত দিনৰ মূৰত আপোনাক দেখিলো ভাল লাগিল,, সুখী থাকক ভালে থাকক 🙏
@alokbhowal4139
@alokbhowal4139 3 жыл бұрын
You are a talented actor of Assamese television film industry... Like you ❤️
@jitjyotimalakar9853
@jitjyotimalakar9853 3 жыл бұрын
Apunalokok loi ASSAM a gourab anuvob kore.. God bls u dada 😍
@krishnaray1905
@krishnaray1905 3 жыл бұрын
Jibon zindabad
@manuranjandutta249
@manuranjandutta249 3 жыл бұрын
Apuni vale thakok, hustho thakok ❣️
@misskarabiassam7969
@misskarabiassam7969 3 жыл бұрын
Vdotu sai vl lgil
@Brai20001
@Brai20001 3 жыл бұрын
Hundor 🙏😇❤ Bohut val lagile Aapunak Eman pusto heldi dikhe 🙏👏
@ajoyboruah993
@ajoyboruah993 3 жыл бұрын
Apunak dekha paai mon2 bohut Vaal lagil,,, hodai kukhole thakok
@dpdhun5491
@dpdhun5491 3 жыл бұрын
Bht dinr pist dekhi bht vl lagil dada apunak
@iranidipak444
@iranidipak444 3 жыл бұрын
Bohut val lagel apunak Dekha pai
@krishnagogoi8960
@krishnagogoi8960 3 жыл бұрын
Bohutt Val lagise .. Ami hokolua akeloge agg barhibo lagibo ... Joi AI AXOM
@hunorasom129
@hunorasom129 3 жыл бұрын
Bohut Val lagil aapunak dekha Pai.🙏🙏🙏🙏🙏
@Khirud_dunia
@Khirud_dunia 3 жыл бұрын
আপোনাৰ কামখিনি দেখি বহু অনুপ্রাণিত হৈছোঁ।
@narayandeka5088
@narayandeka5088 3 жыл бұрын
আপোনাক বহুত দিনৰ মূৰত দেখিলোঁ। ভগৱানে কূশলে ৰাখক ❤️❤️
@rinaarandhara5164
@rinaarandhara5164 3 жыл бұрын
Bohut val lagil🙏🙏
@bitumoniburagohain732
@bitumoniburagohain732 3 жыл бұрын
All time favourite actor❤️ God keeps him hpy nd healthy always
@pradipkumarhazarika4307
@pradipkumarhazarika4307 3 жыл бұрын
অতি সুন্দৰ।
@mulukbasumatari1583
@mulukbasumatari1583 3 жыл бұрын
Apunar adorkhoi uthi aha prajanmok atma-nirvorkhil haba khikabo. Good job.
@nvlogs353
@nvlogs353 3 жыл бұрын
আপোনাৰ অভিনয় চাই মই খুবেই ভাল পাওঁ। বহু দিনৰ মূৰত দেখিলো আৰু আপোনাৰ কৃষি কৰ্মৰ প্ৰতি থকা উৎসাহ দেখি ভাল লাগিল।
@rupanengti1884
@rupanengti1884 3 жыл бұрын
Dada bohut ,,, encourage palu aru bohut bhal lagil amiu apunak follow korisu,,bhogobanor usorot parthona korisu ,,,apuni bhale thakok,,,
@Sankarjitcreation
@Sankarjitcreation 3 жыл бұрын
Wah Moja
@behappy33389
@behappy33389 3 жыл бұрын
খুৱ ভাল লাগিল ❤️❤️❤️❤️
@chimpineog2620
@chimpineog2620 3 жыл бұрын
Hundor
@binitaborah4696
@binitaborah4696 3 жыл бұрын
Dada apunar video sai bht vl lge
@syampawe5024
@syampawe5024 3 жыл бұрын
আপোনাৰ আৰ্দশ,অসমৰ উঠি অহা যুৱ চামে আকোৱালি লব বুলি আশা ৰাখিছো👍
@jeena8463
@jeena8463 3 жыл бұрын
Mur ake bare fvt actor...😊Allahe apunak hodai vale rakhok
@binandadas9565
@binandadas9565 3 жыл бұрын
Bor khundor... Bhal lagil enekua news he bhal lage.. kisumn odorkari news dekhuatke...
@dimpalkalita7059
@dimpalkalita7059 3 жыл бұрын
Bohut val lagise.ammr silpi sokole hate kame notun projonmok poth dekhuwai ase
@bindabangthai7735
@bindabangthai7735 3 жыл бұрын
বহুত ভাল কাম কৰিছে
@aruneltonswargiary4632
@aruneltonswargiary4632 3 жыл бұрын
Great !!!
@anjalipathak4964
@anjalipathak4964 3 жыл бұрын
ধন্যবাদ,এই বয়সতো যে তেখেতে বহি সময় অতিবাহিত কৰা নাই। ঈশ্বৰ সহায় হওঁক।
@hemantaborah3953
@hemantaborah3953 Жыл бұрын
নেত্ৰ কাই ; সুন্দৰ ।
@binodlalchoudhury6521
@binodlalchoudhury6521 3 жыл бұрын
Apponak Dhanyabad arunda
@dimpolgogoi8702
@dimpolgogoi8702 3 жыл бұрын
Bht vl laga apunk❤️
@pallabiactionlab5259
@pallabiactionlab5259 3 жыл бұрын
Verrrrry niccccce Sir..... #PallabiActionLab
@mrkpsingh836
@mrkpsingh836 3 жыл бұрын
What a gentleman....luv u
@gamingwithtenbadge
@gamingwithtenbadge 3 жыл бұрын
Bhal lagil ❤️❤️❤️❤️❤️
@gboys7573
@gboys7573 3 жыл бұрын
Good job
@arupdas9568
@arupdas9568 3 жыл бұрын
আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
@jaysaikia3343
@jaysaikia3343 3 жыл бұрын
আমি অসমীয়া মানুহবোৰৰ বাবে এইটোয়ে সুযোগ এতিয়া উন্নয়নৰ বাবে আগবঢ়িব হৈ গৈছে ✊🏼
@himantadas9471
@himantadas9471 3 жыл бұрын
Val lagil tejhetok dekhi 😍😍😍😍
@prabhatkrgogoi8153
@prabhatkrgogoi8153 3 жыл бұрын
ব্যস্তহৈ থকা দেখি ভাল লাগিল ৷ বোকাখাটলৈ গাড়ী চাৰ্ভিছিঙত গলে Y2Kত দুপৰীয়াৰ সাঁজ খাওঁৱেই , এই কৰ’ণাই শেষ কৰি পেলালে ৷
@ashimnath711
@ashimnath711 3 жыл бұрын
Apuni kuxole thakk. Bhut Val lage apunek
@antherdays9048
@antherdays9048 3 жыл бұрын
bhut vll kam
@pranjalchangmai9035
@pranjalchangmai9035 3 жыл бұрын
val lgil arun dak dekhi
@farmingliveassam9472
@farmingliveassam9472 3 жыл бұрын
Love you ,mur sbkoi val lga manuh jon bhut val lagil apunar aibur kam apunar lgt amui akhuj dib khuju
@MMMm-vt8cx
@MMMm-vt8cx 3 жыл бұрын
Val lagil
@palashbhuyan1503
@palashbhuyan1503 3 жыл бұрын
প্রিয় অভিনেতাজনক বাবা মাতায়ে কুশলে ৰাখক তাৰেই কামনাৰে,, বোকাখাতত দেখিছো কেইবাদিনো,, লগ কৰিম অতি সোনকালে আপোনাক🙏
@rdentertainment6878
@rdentertainment6878 3 жыл бұрын
মই ও এখন গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছোঁ,🙏 বহুত ভাল লাগিছে মনটো।।
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 25 МЛН
Must-have gadget for every toilet! 🤩 #gadget
00:27
GiGaZoom
Рет қаралды 12 МЛН
small vs big hoop #tiktok
00:12
Анастасия Тарасова
Рет қаралды 28 МЛН