No video

আগষ্ট-ছেপ্তম্বৰত কৰিব কৰিব পৰা খেতি। কঠিয়ানীতলী, খৰাঙৰ বাবে ৰুৱ নোৱৰা পথাৰত কৰক এই পাচলিসমূহৰ খেতি।

  Рет қаралды 24,939

Krishi Jagran অসমীয়া

Krishi Jagran অসমীয়া

Күн бұрын

আগষ্ট-ছেপ্তম্বৰত কৰিব কৰিব পৰা খেতি। কঠিয়ানীতলী, খৰাঙৰ বাবে ৰুৱ পথাৰত কৰক এই পাচলিসমূহৰ খেতি।
#robicrop #agriculturenews #krishinews #turnipfarming #bittergourd #trendingnews #assamagriculture
কৃষক-বন্ধুসকল আজি আমি এই আলোচনাত বাৰিষা সময়ছোৱাতে অৰ্থাত আগষ্ট-চেপ্তেম্বৰৰ সময়ছোৱাত অসমৰ কৃষকসকলে কৰিব পৰা কেইবিধমান খেতিৰ বিষয়ে আলোচনা কৰিম। বৰষুণৰ বতৰ কৃষকসকলৰ বাবে অতি উপকাৰী৷ কিন্তু এনে বহুতো শস্য আছে যাৰবাবে অধিক পানী ক্ষতিকাৰক। আগন্তুক আগষ্ট- ছেপ্তম্বৰ মাহৰ পৰাই ৰাজ্যত বৰষুণৰ পৰিমান কমি আহিব। গতিকে বৰষুণৰ পৰিমাণ কমি অহাৰ লগে লগে আমাৰ কৃষকসকলে কৰিব পৰা কিছুমান খেতিৰ বিষয়ে জানো আহক।
--------------------------------------------------
𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑖𝑠 𝑎𝑛 𝑎𝑐𝑐𝑙𝑎𝑖𝑚𝑒𝑑 𝑉𝑖𝑑𝑒𝑜 𝑐ℎ𝑎𝑛𝑛𝑒𝑙 𝑓𝑟𝑜𝑚 𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑀𝑒𝑑𝑖𝑎 𝐺𝑟𝑜𝑢𝑝, 𝑡𝑜 𝑠𝑢𝑝𝑝𝑜𝑟𝑡 𝑡ℎ𝑒 𝑓𝑎𝑟𝑚𝑖𝑛𝑔 𝑠𝑒𝑐𝑡𝑜𝑟. 𝑊𝑒 𝑝𝑟𝑜𝑣𝑖𝑑𝑒 𝑜𝑛𝑙𝑖𝑛𝑒 𝑑𝑒𝑡𝑎𝑖𝑙𝑒𝑑 𝑖𝑛𝑓𝑜𝑟𝑚𝑎𝑡𝑖𝑜𝑛 𝑜𝑛 𝐴𝑔𝑟𝑖𝑐𝑢𝑙𝑡𝑢𝑟𝑒, 𝑝𝑜𝑠𝑡-ℎ𝑎𝑟𝑣𝑒𝑠𝑡 𝑚𝑎𝑛𝑎𝑔𝑒𝑚𝑒𝑛𝑡, 𝑙𝑖𝑣𝑒𝑠𝑡𝑜𝑐𝑘, 𝑓𝑎𝑟𝑚 𝑚𝑒𝑐ℎ𝑎𝑛𝑖𝑧𝑎𝑡𝑖𝑜𝑛, 𝑐𝑟𝑜𝑝 𝑎𝑑𝑣𝑖𝑠𝑜𝑟𝑦, 𝑒𝑡𝑐. 𝐴𝑝𝑎𝑟𝑡 𝑓𝑟𝑜𝑚 𝑡ℎ𝑖𝑠 𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑎𝑙𝑠𝑜 𝑝𝑟𝑜𝑣𝑖𝑑𝑒𝑠 𝑎𝑙𝑙 𝑟𝑒𝑐𝑒𝑛𝑡 𝑢𝑝𝑑𝑎𝑡𝑒𝑠 𝑜𝑓 𝑡ℎ𝑒 𝑎𝑔𝑟𝑖𝑐𝑢𝑙𝑡𝑢𝑟𝑒 𝑠𝑒𝑐𝑡𝑜𝑟, 𝑒𝑣𝑒𝑛𝑡𝑠, 𝑎𝑛𝑑 𝑚𝑎𝑟𝑘𝑒𝑡 𝑝𝑟𝑖𝑐𝑒𝑠.
------------------------------------------------
Send us Agri News at news@krishijagran.com
------------------------------------------------
𝐅𝐨𝐥𝐥𝐨𝐰 𝐮𝐬
Krishi Jagran Portal Asomiya : asomiya.krishi...
Krishi Jagran Portal English: krishijagran.com/
Twitter: / krishiassam
Koo: www.kooapp.com...
Linkedin: / krishijagranassam
Instagram: / krishijagranassam
Facebook: / assam.krishijagran
Kutumb: https: kutumb.app/kri...
Telegram: t.me/krishijag...

Пікірлер: 6
@pinkuboruah2245
@pinkuboruah2245 Жыл бұрын
Good very nice
@krishijagranassamese
@krishijagranassamese Жыл бұрын
ধন্যবাদ
@sanjibsonowal2950
@sanjibsonowal2950 19 күн бұрын
Gajor Salgom Fulkobi Paleng- old green, Pusan jyoti Dhaniya Kerala Til Benzene French bean
@user-ts3ux3sc7q
@user-ts3ux3sc7q 9 ай бұрын
গুজি তিল সিচাৰ সময় কেতিয়া
@user-hy9sp7ui8y
@user-hy9sp7ui8y Жыл бұрын
বান্দৰে একফালৰ পৰা চফা কৰি যাব 😂😂😂
@krishijagranassamese
@krishijagranassamese 11 ай бұрын
বান্দৰে নোখোৱা ফলৰ খেতি কৰিবলৈ চাবচোন। নাইবা কৰিব নোৱাৰিলে গাহৰি, কুকুৰা, ছাগলি আদিয়ো পালন কৰিব পাৰিব। মন কৰিলে।
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 20 МЛН
Magic? 😨
00:14
Andrey Grechka
Рет қаралды 20 МЛН
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 44 МЛН
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 40 МЛН
আমাৰ আকৌ এইবাৰ লাইশাকৰ খেতি।
12:04
Diganta & Surbhi vlog(DS mix vlog)
Рет қаралды 4,1 М.
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 20 МЛН