আগষ্ট মাহৰ ভিতৰত পতন হ'ব মোদীৰ NDA চৰকাৰ। যিকোনো মূহূৰ্ততে অনুষ্ঠিত হ'ব নিৰ্বাচন

  Рет қаралды 75,290

Asom Live 24

Asom Live 24

5 күн бұрын

আগষ্ট মাহৰ ভিতৰত পতন হ'ব মোদীৰ NDA চৰকাৰ। যিকোনো মূহূৰ্ততে অনুষ্ঠিত হ'ব নিৰ্বাচন। নীতিশ কুমাৰৰ JDU চৰকাৰ খহাই দিয়াৰ ইংগিত লালু প্ৰসাদ যাদৱৰ।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 301
@prodipdulia2966
@prodipdulia2966 4 күн бұрын
We want young leader
@jugeswarphukan9726
@jugeswarphukan9726 4 күн бұрын
Atihunkale.sarkar.badali.huk nshale.dekh.rakhatale.jaba.dhani.dhani.haigithakiba.dokhia.hupa.dokhiahai.goithakiba.kintu.midulkhspar.manuh.khini.efaleo.nahai.hifaleo.nahaba.kihaba.
@kamalkalita338
@kamalkalita338 4 күн бұрын
এই চৰকাৰ ভংগ হোৱাতো বিচৰা
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 күн бұрын
মোদী হতাও,দেশ বচাও। মোদী মেজিকে আমাক আমুৱালে। দেশৰ ভিতৰতে আটাইতকৈ বেছি মিছলীয়া প্ৰধানমন্ত্ৰী মোদী। কত হেৰাল ছুইচ বেঙ্কত জমা থোৱা কলা টকা। আৰু কিমান বাৰ প্ৰধানমন্ত্ৰী হ'লে ঘুৰাই আনিব পাৰিব হাজাৰ হাজাৰ কোটি আয়কৰ ফাকি দি জমা ৰখা কলা টকা। দেশৰ শাসন ভাৰ ল'লে ২৪ ঘন্টাৰ ভিতৰত এজনো বিদেশী/ বাঙলাদেশীক থাকিবলৈ দিয়া নহব বুলি কোৱা কথাষাৰৰ আজি ১০ বছৰ পাৰ হল কিন্তু এজনো বিদেশীক খেদিব নোৱাৰিলে।
@PoretushSarkar
@PoretushSarkar 4 күн бұрын
Very. Good. Video
@ndtech8170
@ndtech8170 4 күн бұрын
Very Good news.
@nabajyutibaishya5800
@nabajyutibaishya5800 4 күн бұрын
Good news
@rajeshdoley2509
@rajeshdoley2509 4 күн бұрын
Well
@mohendradohutia-dj5km
@mohendradohutia-dj5km 4 күн бұрын
Right,,, 100 % tight. Very good news.
@harrisnarahcreation3355
@harrisnarahcreation3355 4 күн бұрын
Good ❤❤❤
@sonalisenguota176
@sonalisenguota176 4 күн бұрын
Mozaaaaaa
@zreducationallive8000
@zreducationallive8000 4 күн бұрын
Good
@user-ft9qg8bk8b
@user-ft9qg8bk8b 4 күн бұрын
Wellcome. Rahul gandhi
@djmanabassam158
@djmanabassam158 4 күн бұрын
Tumi Miya I know
@dipakbaruah8987
@dipakbaruah8987 4 күн бұрын
​@@djmanabassam158ই কুকুৰৰ ঠিকনাটো লাগে ।
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
Ghoti Tu. 😂😂😂😂😂😂😂😂
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
Ghoti Tu. 😂😂😂😂😂😂
@dipakbaruah8987
@dipakbaruah8987 4 күн бұрын
@@user-ft9qg8bk8b এই কুকুৰ বোৰৰ ঠিকনাটো ঘটি এই !
@ranjitdas6507
@ranjitdas6507 4 күн бұрын
Good news....
@gobindastidar2082
@gobindastidar2082 4 күн бұрын
নিতান্তই এখন অপ্ৰয়োজনীয় চৰকাৰ এইখন । দেশৰ জনগণে এখন বিৰোধী সন্মিলিত চৰকাৰৰ অপেক্ষাত ।
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp 3 күн бұрын
নিতিশ কুমাৰ আৰু চন্দ্ৰ বাবু ৰ কথা একো ধৰি হ নোৱাৰি
@devidk7991
@devidk7991 4 күн бұрын
Ulta noholei hol😊 Bhugibotu publikei.
@dipmoniborah9074
@dipmoniborah9074 4 күн бұрын
মজা লাগিছে কিন্তু , বয়-বস্তু দাম বেছি হব , ভালেই হ’ব ।
@ChakraKonwar-tj1bm
@ChakraKonwar-tj1bm 3 күн бұрын
আগন্তুক নিৰ্বাচনত নিৰ্বাচন কমিচনাৰে পক্ষপাতমুলক আচৰণ কৰিব নোৱাৰিব। লাভৰ ঘৰত ৰাইজ ।।।
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 4 күн бұрын
ৰাহুল গান্ধী জিন্দাবাদ❤❤❤INDIA Zindabaad❤❤❤
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
Khaa lo. 💩💩💩💩💩
@deeppritamkashyap1706
@deeppritamkashyap1706 4 күн бұрын
Pakistan wali government sahie tu Rahul ko support karo or Hindu ho tu Modi ko... 👍
@Progresh123
@Progresh123 3 күн бұрын
অলীক কল্পনা নকৰাই ভাল
@Progresh123
@Progresh123 3 күн бұрын
​@@deeppritamkashyap1706right
@MODI_JI_STATUS_VIDEO
@MODI_JI_STATUS_VIDEO 4 күн бұрын
It is good news india zindabad ❤❤❤ i love india
@UshaChoudhury-zg5cy
@UshaChoudhury-zg5cy 4 күн бұрын
Whatever I wish all will be well for the state n our India.
@gutungdipakpegu2134
@gutungdipakpegu2134 3 күн бұрын
Very very good , i,n,d,i,a welcome and longlive forever in india .
@prince_babu_72
@prince_babu_72 4 күн бұрын
Very nice. So cute 🥰🥰 Rahul Gandhi jindabad ❤❤
@TaniyaM-gq5jd
@TaniyaM-gq5jd 4 күн бұрын
Modi, আদানী, আম্বানি, আতর করি দুকিয়া মানুহবুরক খাবলৈ জিইযায় তাকিবলই দেওক
@akhtarhussain7614
@akhtarhussain7614 4 күн бұрын
বিৰোধীয়ে যিমানে ভ্ৰম বকি থাকিব সিমানেই মোডী চৰকাৰ মজবুত হোৱাৰ সমান্তৰালকৈ আয়ুস বাঢ়ি গৈ থাকিব॥
@madanchandrakarjee2283
@madanchandrakarjee2283 4 күн бұрын
জেলৰ শাস্তি পোবা জনৰ কথা
@JIRI138
@JIRI138 3 күн бұрын
এনেকুৱা হ'লেতো ভাল খবৰে...
@Danirojasfc6
@Danirojasfc6 4 күн бұрын
It's time to raise your voice otherwise they will even take away your right to speech 🇮🇳
@gobindarabha1018
@gobindarabha1018 4 күн бұрын
Mojja
@bishalsarma5306
@bishalsarma5306 4 күн бұрын
কি যে হব নিউজ চেনেল বোৰ ৰ যেনেকৈ নহওঁক মোদী হাৰিব লাগে সেয়া লাগিলে 99 মেট্ৰিক ফেল নহওঁক কিয়😂😂 বাকী দেশ কপাইছে কোনে ৰাইযে দেখি চে তাকো কৈছে লালো 😂😂
@otorhvi8597
@otorhvi8597 4 күн бұрын
Ki baal likhisa bangal
@SantiSangma-ig8uj
@SantiSangma-ig8uj 4 күн бұрын
Wite & watch xomoye kobo 99 j sorkar gothon koribo 💯 hosa
@bishalsarma5306
@bishalsarma5306 4 күн бұрын
@@SantiSangma-ig8uj বুঢ়া শগুন ৰ কথাত দেশ গঠন নহয়,, দেশ গঠন হব ৰ বাবে চিত লাগে ৰাইজে ভোট দিব লাগে,, তেতিয়া হে চৰকাৰ গঠন কৰিব পাৰে,, তোৰ দৰে 2/ ৩ তা ই যদি অভিশাপ দিলে ই চৰকাৰ গঠন কৰিব পাৰিলে হৈ ইমান টকা খৰচ চৰকাৰে কিয় কৰিলে,,, তহতৰ দৰে মানুহক শিক্ষা দিবৰ বাবে চৰকাৰে ফ্ৰিতে পঢ়াব লৈছে নহলে গৰু সদায় গৰু হৈয়ে thakibi লগতে 10/20 পোৱালি জন্ম দি সিহঁতক কো গৰু বনাবি 😂😂 কি যে হব নহয়,, ধূৰ 🤣
@bishalsarma5306
@bishalsarma5306 4 күн бұрын
@@otorhvi8597 কটিত barnol লগা,, geda
@kumudbaruah2001
@kumudbaruah2001 4 күн бұрын
আচাম লাইফ ২৪ তহতে জৰ্জ ছৰোছৰ এজেন্টৰ দৰে অপপ্রচাৰ কৰা যেন লাগে। জৰ্জ ছৰোছে যেনেদৰে পৃথিবীত একোখন নিৰ্বাচিত চৰকাৰ ভাঙিব পাৰে। আন এখন পাতিব পাৰে। এইধৰণৰ অপপ্রচাৰত লিপ্ত হোৱাতো অনুচিত।
@tosaveerbasumatary2600
@tosaveerbasumatary2600 4 күн бұрын
Welcome INDIA Allience. Rahul Gandhi Zindabad.
@GoneshPatowary
@GoneshPatowary 4 күн бұрын
Moja
@NabajitDeka-c1c
@NabajitDeka-c1c 3 күн бұрын
Mjaa lgise
@hemonta9300
@hemonta9300 4 күн бұрын
Very nice 🎉
@alijamsarpo5234
@alijamsarpo5234 3 күн бұрын
Good idea
@AsifHussain-is4qd
@AsifHussain-is4qd 4 күн бұрын
Mazza
@bipulmali7080
@bipulmali7080 4 күн бұрын
Election patok aru dam boraok
@user-oq6et3bu6b
@user-oq6et3bu6b 3 күн бұрын
Good well come rahul gandhi
@Narzy88
@Narzy88 3 күн бұрын
Good news 👍
@user-cl7hx2hs5v
@user-cl7hx2hs5v 3 күн бұрын
কৰ্মচাৰীক OPS দিব নোৱাৰা
@majonibegum7287
@majonibegum7287 3 күн бұрын
Wellcome congres zindabad❤
@amarjoytidas8141
@amarjoytidas8141 3 күн бұрын
Very good news
@movieclips9771
@movieclips9771 4 күн бұрын
Axom live24 r malik next Prime Minister
@ajitexplorer1382
@ajitexplorer1382 4 күн бұрын
Moja aru dham barawk
@sangitaDas-dp9fl
@sangitaDas-dp9fl 3 күн бұрын
Aku nohoi toka pale sob thik hoi jabo
@user-se5yz7zc6o
@user-se5yz7zc6o 4 күн бұрын
Good news 🎉🎉🎉
@birendoley7136
@birendoley7136 3 күн бұрын
সকলো বিৰোধী ঐক্য বদ্ধ হৈয়ো একো কৰিব নোৱাৰিলে, আৰু কি কৰিব পাৰিম বুলি ভাবিছাহে? সপোন দেখি থকাটোও বেয়া নহয় বাৰো।
@northeastboy4546
@northeastboy4546 4 күн бұрын
☝️👍
@nayanjyotipatowary5588
@nayanjyotipatowary5588 3 күн бұрын
Comedy with Assam Live 24 show 😂😂😂
@dbtalks365
@dbtalks365 4 күн бұрын
It's RJD, not BJD
@DhritishmitaRabha
@DhritishmitaRabha 4 күн бұрын
Welcome to rahul gandhi sir❤
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
Leura rahul. 😂😂😂😂😂😂😂😂😂
@DhritishmitaRabha
@DhritishmitaRabha 4 күн бұрын
@@Nanu-ow5mc leura নৰেন্দ্ৰ মোদী o
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
@@DhritishmitaRabha gaddar sala.
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
@@DhritishmitaRabha pappu bhakt. 😂😂😂😂😂😂😂😂😂😂
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
@@DhritishmitaRabha pappu bhakt. 😂😂😂😂😂😂😂😂😂
@alokeshkachari6111
@alokeshkachari6111 4 күн бұрын
The country will respect the new government with full hope
@anibro4162
@anibro4162 4 күн бұрын
Lalo bhai ob yeah sob sour kor Kailash Bodorikasrom jaiye .
@riturajkalita3349
@riturajkalita3349 3 күн бұрын
Why how it is possible
@TaniyaM-gq5jd
@TaniyaM-gq5jd 4 күн бұрын
Wlcm Rahul ji ❤🎉
@rameshbaglari8876
@rameshbaglari8876 4 күн бұрын
যি বাতৰি কৈ আছে , হব পাৰে আৰু আগলৈ হয়তো আৰু আন খবৰ কবলৈ নাইয়েই যেন লাগিছে , মানে একেটাই কথাকে ১০০বাৰ মানতকৈ বেছিকৈ কৈ আছে।
@mahimuddinlaskar4939
@mahimuddinlaskar4939 4 күн бұрын
একজন রাজনৈতিকে্র কথায় এতবড় নিউজ সাজানো আর বারবার খবর পড়া অসহ্যবোধ হচ্ছে। কোনো ধরনের প্রমান ছাড়া এতবড় খবর তৈরি করে কেন নাটক করছেন। আপনার খবর শুধু শুধু নাটক আর নাটক।
@gaganborah8907
@gaganborah8907 4 күн бұрын
Lalu means Aalu,,,, Mamta is always ready to jump 😜😜😜
@jeherulislam3231
@jeherulislam3231 4 күн бұрын
🎉🎉🎉🎉 good news
@Danirojasfc6
@Danirojasfc6 4 күн бұрын
Modi HATAU DESH BACHAU 🇮🇳 😀 👌
@Practiceassam3863
@Practiceassam3863 4 күн бұрын
Modi zindabad
@user-ie8zl5ch8k
@user-ie8zl5ch8k 4 күн бұрын
We want new leader in india
@bipulborah2193
@bipulborah2193 4 күн бұрын
বুঢ়া শগুনে ছাল ফালিব নোৱাৰে।
@phanindradevagoswami4635
@phanindradevagoswami4635 4 күн бұрын
বুঢ়াক অতিক্ৰম কৰাৰ সাহস আৰু ক্ষমতা আামি বিচাৰিয়েই আছো।
@kumudbaruah2001
@kumudbaruah2001 4 күн бұрын
শগুণৰ শাৱত কেইটা বুঢ়া গৰু মৰিছে? শগুণবোৰহে খাবলৈ নাপাই শুকাই খিনাই মৰিছে। 😂😂😂😂😂
@AnowarHussain-eb9nd
@AnowarHussain-eb9nd 10 сағат бұрын
Rahul Gandhi best pm of india
@MANORANJANDAS-zk4qr
@MANORANJANDAS-zk4qr 3 күн бұрын
মিছা কথা ।
@chinmoyvlogs1061
@chinmoyvlogs1061 4 күн бұрын
Very good news😅😅
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 3 күн бұрын
দেখিলেহে লেখিম
@kumuddas9578
@kumuddas9578 4 күн бұрын
Hobo. Lage
@altafbarbhuiya4572
@altafbarbhuiya4572 3 күн бұрын
Ok
@user-of4yf2pu7w
@user-of4yf2pu7w 4 күн бұрын
India🇮🇳🎉
@pranjalsensua5001
@pranjalsensua5001 4 күн бұрын
Waiting
@tarunchandranath
@tarunchandranath 4 күн бұрын
ভাবিব্্নোৱাৰা,,ভাল,খবৰ
@kandarpa2622
@kandarpa2622 3 күн бұрын
People do not like NDA govt. Because it is the govt. Of Adani and Ambani.
@chinmoydas4475
@chinmoydas4475 4 күн бұрын
কাকনো বুলিব ককা সকলোৰে দাড়ি -চুলি পকা ।
@user-mj8ck8xj4z
@user-mj8ck8xj4z 3 күн бұрын
চৰকাৰ ভাঙিলে বাৰু, ইয়াৰ পিচত যি চৰকাৰ নাহক ,সেয়াও যে ভাঙিব সেয়া খাটাং ।কাৰণ সমালোচনা বৰ বেছি হয় , ইয়াৰ লগত স্বাৰ্থ জঢ়িত হৈ থাকে ।মিলাপৃতি অভাৱ হলে দেশৰ উন্নতি আশা কৰিব নোৱাৰি ।😂
@alokeshkachari6111
@alokeshkachari6111 4 күн бұрын
🎉🎉🎉
@probinkumarkakati6151
@probinkumarkakati6151 4 күн бұрын
কত পায় এইবোৰ খৱৰ ?
@jahirulislam4311
@jahirulislam4311 4 күн бұрын
ডিঙি ফালি এনেকুৱা বাতৰি পৰিবেশন কৰাৰ আগতে নিজকে বুজিবলৈ চেষ্টা কৰক চৰকাৰ কেনেকৈ চলে।
@mahigaming9827
@mahigaming9827 3 күн бұрын
Rahul Gandhi zindabad ❤️💕💕💕💕💖
@pdas9037
@pdas9037 4 күн бұрын
RjD ne BJD Ki Baal news Misa Misa koi thaka...
@imranhussain3278
@imranhussain3278 4 күн бұрын
Good news😅😅😅
@parthapratim694
@parthapratim694 4 күн бұрын
এইটো ডাঙৰ খবৰ নে ডাঙৰ ঝুমলা
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc 3 күн бұрын
Borhia ami Koch Rajbongshi janogosthi ba 6th Community r Raij o BJP Sarkar k lesson dibo loga tym ahise amr issue problem loi kuno Kam kra nai
@user-le6xn9cy9e
@user-le6xn9cy9e 4 күн бұрын
বাদ দিয়াহে তুমি একো নজনা
@tapandas5309
@tapandas5309 4 күн бұрын
toka palei sob fitting hoi jabo.
@opvideo7029
@opvideo7029 4 күн бұрын
অসমত কিন্তু ১১ জন এম পি আছে , এই কেইজনেই সকলো উলোটাই টিব ।
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 3 күн бұрын
নোহোৱা কথা
@wazedali4706
@wazedali4706 3 күн бұрын
Rahul Gandhi jindabad
@sheikhshohidulislam1398
@sheikhshohidulislam1398 3 күн бұрын
Modi ক হাটাও দুখীয়াক বচাও
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz 4 күн бұрын
সাংবাদিক ডাঙৰীয়া ইমান চিঞৰি চিঞৰি এটা কথা বাৰে বাৰে কিয় কৈ থাকে।কিয় শ্ৰোতাক আমনি দিয়ে।
@mridulchetia5373
@mridulchetia5373 4 күн бұрын
Rahul Gandhi zindabad
@Nanu-ow5mc
@Nanu-ow5mc 4 күн бұрын
Ghanta. 😂😂😂😂😂😂😂😂
@sanudey2835
@sanudey2835 4 күн бұрын
Modi ❤❤❤❤❤❤❤❤❤❤
@jnanendrasingha8398
@jnanendrasingha8398 4 күн бұрын
বুঢ়া শগুণৰ শাওত বুঢ়া গৰু নমৰে।
@dipankusaika5754
@dipankusaika5754 4 күн бұрын
ৰাজ্যৰ মানুহ পানীত কক বকাই আছে পাৰিলে আপোনালোকে অলপ সহায় কৰক ?ফালটো নিউজ কৰিব নালাগে ইমান ফালটো
@tulonmohan9583
@tulonmohan9583 4 күн бұрын
ফাল্টু নিউজ। লালুয়ে কেনেকৈ জানিলে? নতুনকৈ নিৰ্বাচন হ'লে বিজেপি এইবাৰ সংখ্যা গৰিষ্ঠ হৈ ওলাব।
@user-yu7qm4wo8s
@user-yu7qm4wo8s 3 күн бұрын
Have you not any other news?
@movieclips9771
@movieclips9771 4 күн бұрын
Leoura news
@dumahusoroniya6691
@dumahusoroniya6691 4 күн бұрын
Congress go pakistan firoz khan 😅
@lokheswarronghang607
@lokheswarronghang607 3 күн бұрын
News bur 100 % najani posar Kora dekha paisu, karon kunabai kole news Kori diye,Jodi sorkar beleg hole u raj hanti nohobo,aru birudhi Jodi bhoga potta karone birudhi hoi neta hobo nalage
ОДИН ДЕНЬ ИЗ ДЕТСТВА❤️ #shorts
00:59
BATEK_OFFICIAL
Рет қаралды 9 МЛН
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 14 МЛН
Самое Романтичное Видео ❤️
00:16
Глеб Рандалайнен
Рет қаралды 4,6 МЛН
ОДИН ДЕНЬ ИЗ ДЕТСТВА❤️ #shorts
00:59
BATEK_OFFICIAL
Рет қаралды 9 МЛН