গড়গাঁও পাঠ 15

  Рет қаралды 579

Gyantarini let's learn together

Gyantarini let's learn together

Күн бұрын

গড়গাওঁ পাঠ 15 class 7
৪) উত্তৰ লিখা ।
ক) গড়গাওঁ কবিতাটি কোনে ৰচনা কৰিছে ?
উত্তৰঃ- গড়গাওঁ কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছিল ।
খ) গড়গাওঁ কবিতাটিৰ ৰচকজনক কি বুলি জনা যায় ?
উত্তৰঃ- ধ্বনি কবি বুলি জনা যায় ।
গ) মাৰ - নাও বুলিলে কি বুজা ?
উত্তৰঃ- মাৰ নাও বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাও বুজা যায় ।
ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা ?
উত্তৰঃ- ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল - ধোদে বন্ধা ৰাজ আলি, কাৰেঙৰ দেৱাঁল সজা, গড় বন্ধা আদি ।
ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?
উত্তৰঃ- গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কোৱাৰ কাৰণ হ’ল গড়গাঁৱ দেশৰ ওলট পালট কথা, যত ৰজাৰ আদেশত অসম্ভৱ ও সম্ভৱ হয় ।
৫) চমু উত্তৰ লিখা ।
ক) দিখৌৰ সোঁতত যোৱা, ভটিয়নী বল পোৱা , উভতিব খোজে মাৰ - নাও,।
------ মাৰ -নাও উভতিব খোজাৰ কাৰণ কি ?
উত্তৰঃ গড়গাঁৱৰ অতুুলনীনী সৌন্দৰ্য চাবলৈ ভটিয়নী বল পোৱা মাৰ-নাও বোৰ উভতি আহিব খোজে।
খ) 'ওলট্-পালট্ দেশ , কথাৰে নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে' বুলি কবিয়ে কি বুজাব খুজিছে।
উত্তৰঃ আহোম স্বৰ্গদেউ ৰ কঠোৰ শাসন ব্যৱস্থাৰ বাবে মানুহে কৰ্মহীন হৈ বহি থাকিব নোৱাৰিছিল। ৰজাৰ আদেশত প্ৰজাই অসম্ভৱ ও সম্ভৱ কৰি দেখুৱাইছিল।
গ) নাইদিন ,নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ মাথোন হয় সাজ
------ কবিতাফাকিত থকা সাজ শব্দই কি বুজাইছে ?
উত্তৰঃ কবিতাফাকিত 'সাজ' শব্দই স্বৰ্গদেউ ৰ আদেশত আলি-পদুলি, কাৰেংঘৰ, গড় আদি নিৰ্মাণ কৰা বুজাইছে ।
ঘ) অহা- যোৱা নাই তাত শেষ ;
জনে-জনে ভিন ভিন বেশ ।
------ এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ?
উত্তৰঃ এই কবিতাফাকিৰ মাজেৰে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত থকা আহোমৰ বিভিন্ন কীৰ্তিচিহ্ন চাবলৈ নানা দেশী- বিদেশী পৰ্যটক আহে আৰু ইয়াত অহা-যোৱা চলিয়েই থাকে ।
৬৷ কবিতাটিৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা ।
@tthakuria

Пікірлер: 5
जैसे को तैसा jaise ko taisa #class 8 #hindi Lesson 9 #Questions and Answers
6:54
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 43 МЛН
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 3,2 МЛН
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,1 МЛН
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 43 МЛН