ৰঞ্জু হাজৰিকাৰ ভৌতিক কাহিনীৰ আঁৰত আছিল আচল ভূত

  Рет қаралды 83,554

DA News Plus

DA News Plus

2 жыл бұрын

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ da-news-plus-106862991...
Koo app- www.kooapp.com/profile/danews...

Пікірлер: 220
@user-jf5iu4nf2w
@user-jf5iu4nf2w 2 жыл бұрын
Anchor বিলাকে নিজকে কি বুলি ভাবে, কি ৰঞ্জু হাজৰিকা, ৰঞ্জু হাজৰিকা কৰি আছে, দেৱ, ডাঙৰীয়া বা চাৰ বুলি ক'লে so called anchor বিলাকৰ সন্মান লাঘৱ হয় নেকি !! যিয়েই নহওঁ‌ক, চাৰক বিষয়ে জানিবলৈ পাই ভাল লাগিল। ধন্যবাদ।
@basantagogoi9122
@basantagogoi9122 2 жыл бұрын
Hoxa kotha.. respect diboloi hikok
@birsmom6033
@birsmom6033 2 жыл бұрын
Thikei koise. Sir kobo paril hoi.
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Жыл бұрын
ৰঞ্জুদা মোৰ প্ৰিয় সাহিত্যিক । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻🙏🏻🌹
@khargeswarnath2624
@khargeswarnath2624 2 жыл бұрын
প্ৰণাম হাজৰিকাদেৱ 🙏 , আজি আপোনাৰ দৰ্শন পাই নিজকে বহুত ধন্য মানিছো । পুনৰ প্ৰণাম জনাইছোঁ 🙏 ।
@robinchandrakalita6271
@robinchandrakalita6271 2 жыл бұрын
ৰঞ্জু হাজৰিকা দেৱৰ এখন অতি উৎকৃষ্ট মানৰ ধাৰাবাহিক উপন্যাস "এটা দ্বীপ সাতটা কবৰ "বিস্ময় আলোচনীৰ পাতত ধাৰাবাহিকভাৱে পঢ়ি ইমানেই ভাল লাগিছিল যে এটা খণ্ড পঢ়াৰ পাছত আনটো খণ্ড পঢ়িবৰ বাবে আলোচনী খন প্ৰকাশলৈ অপেক্ষা কৰাই টান হৈ পৰিছিল। একেদৰেই অস্ত প্ৰহৰৰ খেলা, শেষ প্ৰহৰৰ খেলা,আদিও একো একো খন অতি উত্তম ৰহস্য উপন্যাস।লেখকলৈ অশেষ ধন্যবাদ।
@parthapratimdas8426
@parthapratimdas8426 2 жыл бұрын
বৰ ভাল লাগিল সাক্ষাৎকাৰটো ! দুয়োজনকে অশেষ ধন্যবাদ জনাইছোঁ ! হাজৰিকাদেৱৰ "বিছা" নামৰ কিতাপখন পঢ়ি বৰ ভাল পাইছিলো ! বেছি পঢ়াশুনা কৰিবৰ সাধ্য, সময় আৰু সাধনাওঁ নাই আমাৰ ! তথাপি তেখেতৰ কিতাপে মোক যিমান আকর্ষন কৰে, বেলেগ লিখকৰ কিতাপে সিমান আকর্ষন কৰিব নোৱাৰে আৰু নোৱাৰিবওঁ !
@monimalakolita3267
@monimalakolita3267 2 жыл бұрын
হয়, মই ও পঢ়িব নাপায় যদিও তৃতীয় শ্ৰেণীৰ পৰাই তেখেতৰ ৰহস্য, কল্প বিজ্ঞান,ভৌতিক , সামাজিক সকলো গ্ৰন্থ পঢ়িছিলোঁ।"মোৰ মনৰ মানুহ",এটা দ্বীপ সাতটা কৱৰ, জ্বলা চাকি,জুলু ইত্যাদি বহুত ভাল কিতাপ।একো কিতাপ বাকী নাই পঢ়িবলৈ। আৰু আগতে নেলফা চিৰিজ, দস্যু ৰাণী বিজুলী,জেচন চিৰিজৰ কিতাপ সমূহ ও বহুত ভাল লাগে।
@riturajborah2053
@riturajborah2053 2 жыл бұрын
প্ৰিয় সাহিত্যিক ।। বৰ সহজ সৰল ব্যক্তি ।।দীৰ্ঘায়ু কামনা কৰিলো ।।
@protimadutta2890
@protimadutta2890 2 жыл бұрын
আপোনাৰ কিতাপ--গল্প-কাহিনী বোৰ পঢ়ি বৰ ভাল লাগে--আপোনাৰ--ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিছো--
@luit-px2kn
@luit-px2kn 2 жыл бұрын
Waooo....Ranju Hazarika ~ the legend of Assamese Mystery literature..!!! I guess all 90s kid having so much memory with his books ..Prahari,Julu,Bhal puar hekhat,rahasyamoyee ,Asin deep Akhanta hagar and list goes on...!! His books make our childhood adventurous ...specially hiding his books from family then reading and sharing with friends so much fun and thrilling moments ...lots of respect to you Ranju Sir..
@nipadeka7847
@nipadeka7847 2 жыл бұрын
Bhut besi val lagil 💕💐💐💐
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
ৰঞ্জুদাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
@devajeetdas4320
@devajeetdas4320 2 жыл бұрын
ৰঞ্জু দাই বহু বছৰ আগতে এই সন্মান পাব লাগিছিল। তেখেত হৈছে এগৰাকী নীৰৱ লিখক। প্ৰচাৰ মাধ্যমত কাম কৰা, চেনেল বিলাকেও জানে আৰু তেখেতৰ গ্ৰন্থও তেওঁ লোকে কম বেছি পৰিমানে হলেও পঢ়িছে। কিন্তু কিয় ইমান বছৰে কোনো এটা চেনেলে ভালকৈ প্ৰচাৰৰ পৰা বিমুখ কৰি ৰাখিছিল সেইটো কথা ভাৱিলেহে আচৰিত লাগে,,,!! তেখেতক মই পানবজাৰত "Friend's Book Stall"ত বহু বাৰ লগ পাইছোঁ, কথা বতৰা ধীৰ স্থিৰ, গহীন গম্ভীৰ । তেখেতৰ ভৌতিক কিতাপ বোৰ পঢ়ি ৰাতি বাহিৰত ওলাব ভয় কৰিছিলোঁ । ইমান সুন্দৰকৈ লিখে যে চকুৰ আগত দৃশ্য টো ভাঁহি থাকে । তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ভগৱানৰ চৰণত,,💐💐 (১৫/০১/২০২২) ১ মাঘ
@gagankumarnath9425
@gagankumarnath9425 2 жыл бұрын
সাহিত্যিক পেঞ্চন পোৱাৰ পাছতহে আপোনালোকৰ চেনেলে চিনি পালে। ইয়াৰ পূৰ্বে আপুনি তেওঁৰ সাক্ষাৎকাৰ এটা গ্ৰহণ নকৰিলে কিয়?
@aparajitatamuli7273
@aparajitatamuli7273 2 жыл бұрын
স চা কথা
@barnalichakraborty6785
@barnalichakraborty6785 2 жыл бұрын
মোৰ অতিকৈ প্ৰিয় লেখক, হাজৰিকা দেৱ,তেখেতৰ দৰ্শন পাই অতিকৈ সুখী হলো। তেখেতক মই নিজৰ দাদা হিচাবে আৰু মোৰ প্ৰিয় লিখক হিচাবে গ্ৰহণ কৰিছিল ,আৰু তেখেতে ও নিজে মোক ভ্নী হিচাবে তেখেতৰ সনিত নখ নামৰ এখন ৰহস্য উপন্যাস মোক দিছিল,আৰু লিখিছিল, যোৰহাটৰ মৰমৰ ভনী বৰ্ণালী বৰুৱাৰ হাতত, বহুত ধন্যবাদ হাজৰিকা দেৱ, আৰু বহুত ধন্যবাদ প্ৰাগ নিউজ।
@jayantabordoloi9787
@jayantabordoloi9787 2 жыл бұрын
Nai ...agote abar interview loisil pranay bordoloi a.
@sumandutta2219
@sumandutta2219 2 жыл бұрын
Right
@papumonihazarika9715
@papumonihazarika9715 2 жыл бұрын
ঠিকেই।
@hiteshteron3887
@hiteshteron3887 2 жыл бұрын
অচিন দ্বীপ অশান্ত সাগৰ আৰু অৱৰোদ্ধ প্ৰেম ,বিস্ময় আলোচনীত প্ৰকাশ পাইছিল। তেখেতক সাক্ষাৎ পায় ধন্য মানিছো
@sarmilaekka1181
@sarmilaekka1181 2 жыл бұрын
বহুদিনৰ মনৰ আশা এটি আশা পূৰ্ণ হোৱা যেন অনুভৱ হৈছে ।আপোনাৰ লেখাসমূহ পঢ়াৰ আমোদ মাদকতাই বেলেগ ।আপোনাৰ বহুকেইখন কিতাপ,গল্প উপন্যাস পঢ়িছো আৰু নজনা বহু কথা শিকিব জানিব পাইছোঁ ।আপোনাৰ 'ক'ৰাল কুণ্ডলী 'মই প্ৰথম পঢ়া কিতাপ আৰু তেতিয়াৰে পৰা আপোনাৰ লেখাবোৰ পঢ়াৰ হেঁপাহ আকৰ্ষণ বাঢ়ি গৈছিল ।বিস্ময় আলোচনীখন যিহেতু নিয়মিত পঢ়িছিলোঁ সেয়ে সূচিপত্ৰত আপোনাৰ লেখা আছেনেকি প্ৰথমে চকু ফুৰাইছিলো।আজি আপোনাৰ বিষয়ে জানিব পাই খুবেই ভাল লাগিল ।আপোনাৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।ধন্যবাদ ।
@dhirajchdeka1986
@dhirajchdeka1986 2 жыл бұрын
ৰঞ্জু হাজৰিকাৰ বহুত উপন্যাস পঢ়িছিলোঁ বহুত ভাল লাগিছিল । ভূতৰ আৰু ডিটেকটিভ বহুত উপন্যাস পঢ়িছোঁ ।
@bitupanphukan9139
@bitupanphukan9139 2 жыл бұрын
পঢ়িব জনা হোৱাৰ পৰাই ৰঞ্জু হাজৰিকা নামটো চিনাকি...সম্পৰ্কীয় দাদাহতৰ ঘৰত প্ৰায়ে আপোনাৰ কিতাপ আছিলে.. কিন্তু আজিহে 15 20 বছৰৰ পাছত মুখখন দেখিছো..
@monojdehingia3394
@monojdehingia3394 2 жыл бұрын
ভাল লাগিল, অসমীয়াৰ গৌৰৱ!
@lipikamedhi6114
@lipikamedhi6114 Жыл бұрын
My all time favourite... school r donor pora e teo Mur Priyo...enekwa likhoni Karu a npalu ajile.. school life t mainbook r vitrt apunar kitap lukai prhisilu...I m addicted to your writings...enekwa suspensive story ajile moi Karu likhonit nai pwa....Apunar interview 2 Sai khub val lagil🙏
@bbvlogsassam3764
@bbvlogsassam3764 2 жыл бұрын
Minister MLA Burak sir bolatkoi.... Aeok sir bulile moi vabo ...teok aami snman diya jen lagiba..... Bhut vaal lagil.....sir ok dekha paai... Apuni sadai vale thakak....
@binoygogoi9353
@binoygogoi9353 2 жыл бұрын
Salute Ranju sir.. Na apunar haman asil na ase na ulabo , moi kuwa kotha nohoi sir ... Apunar kritab poha manuhe kobo... Long live sir.. My best wish always with you sir...
@duludihingia5561
@duludihingia5561 2 жыл бұрын
তেখেতৰ কিমান যে কিতাপ পঢ়ি লো হিচাপ নাই আজি তেওঁ ক দেখিবলৈ পাই সচাকৈ সুখী হলো তেওঁ লৈ শত সহস্ৰ সেৱা জনাইছো
@kkkassam8352
@kkkassam8352 2 жыл бұрын
ৰঞ্জু হাজৰিকা চাৰৰ হৰৰ কিতাপ ১০০ ৰ ওপৰত পঢ়িলো আজিলৈকে । মই পঢ়া প্ৰথম কিতাপখন হ'ল তেখেতৰ"এটা দ্বীপ সাতটা কবৰ" । কিন্তু তেখেতক মহিলা বুলিহে ভাবিছিলো ।আজিহে ভুল ভাগিল । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@jogeshkachari880
@jogeshkachari880 2 жыл бұрын
আশীৰ দশকত বিষ্ময়ত ধাৰাবাহিক ভাবে পঢ়া মনত পৰিছে।
@smoranmoran3262
@smoranmoran3262 2 жыл бұрын
Hoi moiu
@dipankarsarma7368
@dipankarsarma7368 2 жыл бұрын
দাদাক আজি সাক্ষাৎকাৰৰ জৰিয়তে দেখা পাই বহু ভাল লাগিল ৷ বিছ বছৰৰ আগতে দাদাৰ বহু কিতাপ পঢ়িছিলো ৷ ৰেডিঅ’ যোগেও বহুত পচাৰ হৈছিল আৰু শুনিছিলো ৷ দাদাৰ দীঘায়ু কামনা কৰিলো ৷৷
@more.phukaan
@more.phukaan Жыл бұрын
আজি‌‌ প্ৰথম আপোনাক‌ দেখা‌ পালো ।আপোনাৰ বহুত কিতাপ পঢ়িছোঁ। দাদা দীঘায়ু কামনা কৰিলোঁ।
@karabigogoi629
@karabigogoi629 2 жыл бұрын
বিস্ময় খন হাতত লৈয়েই ৰঞ্জু হাজৰিকা দেৱৰ ভৌতিক গল্প বিচাৰি হাবাথুৰি খাইছিলোঁ
@mixtuber3262
@mixtuber3262 2 жыл бұрын
সেই দিনবোৰ মনত পৰে বহুত 😌
@karabigogoi629
@karabigogoi629 2 жыл бұрын
ওমম
@duludihingia5561
@duludihingia5561 2 жыл бұрын
সচাকৈ
@pradipthapa7722
@pradipthapa7722 Жыл бұрын
Bismoy khon kinar mul udesysai aasil tekhetor likhoni suwar🙏🙏🙏🙏
@karabigogoi629
@karabigogoi629 Жыл бұрын
আৰু লগতে পত্ৰবন্ধু পতাৰ কিমান যে হেপাহ আছিল। দুপৰীয়া হলেই পোস্টমেন জন আহিব বুলি বাট চাই থাকিছিলোঁ 🤗😀
@jitendrarabha4660
@jitendrarabha4660 Жыл бұрын
হাঃহাঃহাঃ-----,অনুষ্ঠানটো ভাল লাগিল৷হাজৰিকাদেৱৰ কথাবোৰ জানিব পাৰি বহুত ভাল লাগিল৷
@villageboymuhammadvbm8928
@villageboymuhammadvbm8928 2 жыл бұрын
"Gupone oti gupone" yei khon moy 10 bar man porhisu. Aji ekhetok dekhi bohut bhal lagil.❤️
@debajitdas9278
@debajitdas9278 2 жыл бұрын
সকলোতকৈ প্ৰিয় মোৰ ।বেছি ভাগ কিতাপ তেখেতৰ মই পঢ়িছো , বহুত ভাল লাগিল ।
@paran36
@paran36 2 жыл бұрын
অকল চৰকাৰৰ নহয় , আপোনালোকৰো আজিহে মনত পৰিল নেকি
@RinkuKumar-kv9wv
@RinkuKumar-kv9wv 2 жыл бұрын
Respected Ranju Hazorika Sir,I really amazed by your story.
@ranisaikiavlogs
@ranisaikiavlogs 2 жыл бұрын
Ranju Hazarika sir ❤❤❤❤
@nimishadeury3399
@nimishadeury3399 2 жыл бұрын
My fvrt Ranju Hazarika Sir, from my childhood days to now, i am literally so so much addicted to Sir' s literature n novels.i have been to book fairs every year only because of buying Ranju Sir's books .. Lots of love and respect
@devajitkalita1003
@devajitkalita1003 2 жыл бұрын
ৰঞ্জু হাজৰিকা ছাৰৰ কিতাপে পৃথিৱীখন চাবলৈ শিকালে। সাগৰৰ মাজৰ অচিন দ‌্বীপ , অৰণ্য আদিৰ কি অনুপম বৰ্ণনা
@dimpysaikia5254
@dimpysaikia5254 2 жыл бұрын
Ranju Hazarika sir you are an equally good orator, the way you explain everything like a tale has it's own melody
@mrinalphukan4920
@mrinalphukan4920 2 жыл бұрын
এতিয়া চৰকাৰে সন্মান দিলে .. চেনেলৰ টি আৰ পি বাহিব বুলি ভাবি আপুনিও মাতি আনিলে .. মানুহজনে বহু আগতেই এই সন্মান পাব লাগিছিল , তেতিয়া কিন্তুু তেখেত আপোনাৰ নজৰত নাহিলে
@rashmirekhadevi8977
@rashmirekhadevi8977 2 жыл бұрын
Favorite writer❤🙏
@konvlogs2886
@konvlogs2886 2 жыл бұрын
দাদাৰ সাক্ষাৎকাৰ শুনি সূখী হলো।দাদাৰ দীঘায়ু কামনা কৰিলোঁ।
@happy_feeling100
@happy_feeling100 2 жыл бұрын
আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ...
@rashmibaruah761
@rashmibaruah761 2 жыл бұрын
হাজৰিকা চাৰৰ কিতাপ বহুত পঢ়িছো । বহুত ভাল লাগে ।
@kanaksaikia3210
@kanaksaikia3210 2 жыл бұрын
My nbr 1 best favorite Novelist. I ike him nd already I read 📖 350 above. He is first novelist (writer) in my life....adventure thriller Kuhak , Directive novel Kalnag series nd Horror thriller Mritur Bix Pil very fantastic.. Thnx Sir...
@leezasaikia8927
@leezasaikia8927 2 жыл бұрын
Same here...I also like him 😍
@mayuraksheesaikia8693
@mayuraksheesaikia8693 2 жыл бұрын
My nmbr 1 best Favorite Novelist..He is 1st Novelist in my life..
@himashreedas4356
@himashreedas4356 2 жыл бұрын
ময়ো বহুত পঢ়িছো ।মাৰ গালিও খাইছিলো।লুকাই লুকাই পঢ়িছিলো
@user-kk5yy6sm6m
@user-kk5yy6sm6m 2 жыл бұрын
ৰঞ্জু হাজৰিকাৰ মনৰ কথা বুজি পাই ভাল লাগিছে ‌নামৰ এটা অৰ্থ আছে
@protimadutta2890
@protimadutta2890 2 жыл бұрын
আপুনি অসমীয়া সাহিত্য জগতৰ এটা উজ্বল নক্ষত্য
@gunarazhindustani2132
@gunarazhindustani2132 2 жыл бұрын
My all time favourite ....❤️❤️❤️❤️
@mainabarman4477
@mainabarman4477 2 жыл бұрын
ধন্যবাদ ছাৰৰ interviewr babe 🙏
@bijaybhuyan6077
@bijaybhuyan6077 2 жыл бұрын
I felt in love with books after reading ur "sadmobeshi"...... after that i read more than 100 of his books collected from friends.... because i cant afford buying it. Love u sir
@bubulboruah1123
@bubulboruah1123 2 жыл бұрын
ভাল চাৰ 💐 🌹
@jitulchangmai811
@jitulchangmai811 Жыл бұрын
My all time respected novelist Ranju Hazorika sir. We ❤ you always. May almighty God bless you always.
@rupadevi9978
@rupadevi9978 2 жыл бұрын
ৰঞ্জু হাজৰিকাদেৱ মোৰ অতি প্ৰিয় লেখক।
@Moromkashyap
@Moromkashyap 2 жыл бұрын
Mur priyo lekhok jon. Pronam sir🙏🙏🙏 Dhonyo holu aji apunak dekhi
@hiyashreehandique7095
@hiyashreehandique7095 2 жыл бұрын
My favorite writer
@ankushita1176
@ankushita1176 2 жыл бұрын
My favorite author..horu pora jetiyai ranju hazarika kitab bulie kolie kiba eta porhibo bohot mon jai.najanu keo😍🙏🙏
@ganeshmedhi1127
@ganeshmedhi1127 Жыл бұрын
Thanks
@dipjyotidas4843
@dipjyotidas4843 2 жыл бұрын
Chentu Da and apu ❤❤❤❤❤
@paharisvlogs1421
@paharisvlogs1421 2 жыл бұрын
Ranju sir k aji fst dkhilu..apunar kitp bur bhut byotikrom unt koi..phi vl lge bhut.💚
@badalraja4570
@badalraja4570 2 жыл бұрын
চাৰ..কথা..শুনি..বৰ..ভাল.লাগিল...বহু..হা....হিলো😀😀😀😀😀...
@sphukan4234
@sphukan4234 2 жыл бұрын
Ranju da r likha kahini bur bohut vall lage..... Vhoi loga bur basi vall pau❤️❤️❤️❤️❤️❤️❤️
@ppppp4404
@ppppp4404 2 жыл бұрын
My fav..♥️🙏🙏
@debjitpatar1326
@debjitpatar1326 2 жыл бұрын
Novel bur porhar karon Ranju Sire 🥰
@samimsultana4699
@samimsultana4699 2 жыл бұрын
তেও লিখা বোৰ পঢ়িব বাবে এসময়ত বাতৰি কাকত বোৰ কিতাপৰ মাজত সোমোৱাৰ থৈছিলো ।
@satyalakshmeesarma3934
@satyalakshmeesarma3934 Жыл бұрын
My most favourite childhood series was the ' Jeshon Series '...
@mumtazali2453
@mumtazali2453 2 жыл бұрын
Welcome your Episode Projected. Most interesting writer covering the literary world and l have been going through maximum Novels and feeling pleasure yet been.Long live Respected Ronju Hazarika. Admitted that the Name is a turning factor for sweetable acceptance.
@jyoticreation8639
@jyoticreation8639 2 жыл бұрын
He is the real hero
@BeingEarthling
@BeingEarthling 2 жыл бұрын
Wow....
@subungsaramchiary8729
@subungsaramchiary8729 Жыл бұрын
Ronju Hajorka siror uponyas pori bohut val lage. Thak you Ronju sir.Aponar long life kamona korilu.
@user-mh3ql6wz7l
@user-mh3ql6wz7l 11 ай бұрын
প্ৰিয় লেখক ৰণজু হাজৰিকা।
@lawanipatgiri6124
@lawanipatgiri6124 2 жыл бұрын
Thanks
@dipachutia1907
@dipachutia1907 11 ай бұрын
ধন্যবাদ news plus চাৰ জনৰ সাক্ষাৎ দিয়াৰ বাবে
@basuboro9032
@basuboro9032 2 жыл бұрын
His My favorite writer.. Favorite book is julu
@nitulmixer2584
@nitulmixer2584 2 жыл бұрын
My favourite
@bhaskardeka5732
@bhaskardeka5732 Жыл бұрын
Sir ..... Vagoban buli vabo.....aponak..... My dream hero
@sitadeviray5007
@sitadeviray5007 Жыл бұрын
Moi bhutar story porhi Rati bhoyot pepuwa lagisilu. .....Ranju Hazarika loi 🙏🙏🙏🙏🙏🙏
@poemandsongassam8959
@poemandsongassam8959 2 жыл бұрын
বহুত ভাল লাগিল
@user-nt7nq8cq7f
@user-nt7nq8cq7f 9 ай бұрын
Ranju hajarika r kitap bohut porhisuAjihe dekhilu teok bohut val lagil
@khanindrahazarika2505
@khanindrahazarika2505 2 жыл бұрын
আপোনাৰ লিখনি আগতে বহুতো পঢ়িছিলোঁ আজি কালি পঢ়া-শুনা এৰা হলো
@indrajithazarika3411
@indrajithazarika3411 Жыл бұрын
Ranju Hazarika mur priyo hahityik
@minabaro7831
@minabaro7831 2 жыл бұрын
He is the genius who never buys fame and awards I salute this simple authentic man.. love you too much..
@munurashmiborah3360
@munurashmiborah3360 2 жыл бұрын
Wow Ranju Hazarika sir...bohut val lagil..dangor huar pora apunar kitap pohi asu....bohut val lage story bur....ru aji dekhi khub val lagil...
@najiraparbin3175
@najiraparbin3175 2 жыл бұрын
My favourite ❤️👌
@deepjyotihrishikeshofficial
@deepjyotihrishikeshofficial Жыл бұрын
He is one of legendary writers in Assam..
@apurbakalita1968
@apurbakalita1968 2 жыл бұрын
great , teketor xaikatkar dekhi bohut xukhi holu .
@rahuldeka393
@rahuldeka393 2 жыл бұрын
❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏 sir apunak dekhi mntu bhut vl lgil
@user-sl5nw9tr8f
@user-sl5nw9tr8f Жыл бұрын
Ranju hajarikar kiman kitap parilu hisap nai, moi kintu sowli bulihe vabisilo, aji bahut vl lagil sir, aponak dekhi apunar dirghaio kamana korilu, 🙏🙏🙏
@nkdas7082
@nkdas7082 2 жыл бұрын
ৰঞ্জু হাজৰিকাৰ কিতাপ ৰাতি ৰাতি মনে মনে পঢ়িছিলো, ঘৰত গালি পাৰে ভূতে ধৰিব বুলি, তেওৰ কিতাপ পঢ়ি ১২বছৰ বয়সৰ পৰাই মইও কিতাপ লিখিছিলো, ২২বছৰ বয়সত মুঠ ৩৫খন হাতেলিখা কিতাপ প্ৰকাশ কৰিব হাবাথূৰি খাই সকলো লিখামেলা এৰি দিলো My unsuccess story.
@rubulpatar875
@rubulpatar875 2 жыл бұрын
Sir love from me💕💕💕
@sikhavlogs2455
@sikhavlogs2455 9 ай бұрын
@happylife772
@happylife772 2 жыл бұрын
❤❤
@Bijoy_Boruah
@Bijoy_Boruah 2 жыл бұрын
মানুহবোৰ কিয় এনেকুৱা?? ২৫ হাজাৰ মানুহে চাইছে কিন্তু লাইক কৰিছে মাত্ৰ ৭০০+ ৷ লাইক এটা কৰিলে কি যায় হয়নে৷
@sunishakalita53
@sunishakalita53 Жыл бұрын
Hoi o. Amar aru video soa agote like tuhe tipa jai.
@DIPTIHAZARIKA_
@DIPTIHAZARIKA_ 16 күн бұрын
Kob nuaru kio like ata krib nuare
@lilakanta1
@lilakanta1 2 жыл бұрын
অদ্য শেষ ৰজনীৰ প্লট
@bibekphukan2636
@bibekphukan2636 2 жыл бұрын
Ranju dada is the best writer
@baharul77
@baharul77 2 жыл бұрын
প্ৰিয় লেখক, আজিহে দেখিলো
@bimaladas7604
@bimaladas7604 Жыл бұрын
নমস্কাৰ গ্ৰহণ কৰিব আপোনাৰ কিতাপ কেবাখনো পঢ়িছো ভাল লাগে পঢ়ি আজি হঠাৎ আপোনাক দেখা পাই নিজকে ধন্য মানিছো সচাকৈ এক বুজাব নোৱাৰা অনুভূতি আপোনাৰ আদৰ্শ ৰে অনুপ্ৰাণিত হওক নৱ প্ৰজন্ম তাৰে ই কামনাৰে আপোনাৰ ওচৰত চিৰকৃতগ্য ধন্যবাদ দাদা good night
@moumitasannidhyamadhusmita3576
@moumitasannidhyamadhusmita3576 3 ай бұрын
moiu 1st mohila bulie vabisilu pisothe gompalu..mur favorite writer hoi❤❤❤
@raagdada639
@raagdada639 2 жыл бұрын
Bht val lagil loralir hepahor manuhjonor kahini huni
@rijuborah7044
@rijuborah7044 Жыл бұрын
তেখেতৰ কিছুমান কাহিনী পঢ়িলে বৰ ভয় লাগি যায়। তেখেতৰ দীঘায়ু কামনা কৰিলো।
@uddiponboruah4680
@uddiponboruah4680 2 жыл бұрын
Anchor জনে অনুগ্ৰহ কৰি অলপ মাৰ্জিতভাৱে সাক্ষাতকাৰ গ্ৰহন কৰিবলৈ শিকিব লাগে । ৰঞ্জু হাজৰিকা ডাঙৰীয়া সকলোৰে পৰিচিত এজন প্ৰখ্যাত সাহিত্যিক লগতে সাহিত্য অনুৰাগীসকলৰ মাজত এখন চিনাকী মুখ। যি কি নহওক তেখেতৰ সহজ সৰল কথাবোৰে মন মুহি নিলে। দীৰ্ঘায়ু হওক আপুনি🙏
@rajibkalita2879
@rajibkalita2879 2 жыл бұрын
Moja
@irabc7581
@irabc7581 2 жыл бұрын
জুলু, তেখেতৰ এখন ভাল কিতাপ |
@duludihingia5561
@duludihingia5561 2 жыл бұрын
সচাকৈ সুবিধা পালেই পঢ়িছিলোঁ বাৰে বাৰে
@theassamesewardrobe1767
@theassamesewardrobe1767 Жыл бұрын
My favourite writer
@nanditagogoi7968
@nanditagogoi7968 2 жыл бұрын
Val lagil prio hahitik jonok dakhi, bahut pohilo awr kitap, val lage bahut
@rinkushivam8759
@rinkushivam8759 2 жыл бұрын
Kothatu moiO bhabisilo.Bohut Bohut Val lagil- Azihe purukh buli janilo.
@villagelifeassam1717
@villagelifeassam1717 2 жыл бұрын
Vl lagil Ranju daak Eneke pai
@BikashDas-ex8xr
@BikashDas-ex8xr Жыл бұрын
My favourite writer.
@monikangkanabailung2376
@monikangkanabailung2376 2 жыл бұрын
Bohut val lagil sir k dekhi.....class 9 t thakutei sirr bohut kitap pohisilu....moi u ma'am bulihe vabhisilu.... Class 11t janisilu.sir buli... 😊😊
@anjalisarmah3949
@anjalisarmah3949 Жыл бұрын
Buhut vall lagel rangu da
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 132 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 53 МЛН
ТАМАЕВ УНИЧТОЖИЛ CLS ВЕНГАЛБИ! Конфликт с Ахмедом?!
25:37
Каха и суп
00:39
К-Media
Рет қаралды 5 МЛН
DD News Mizoram - Chanchinthar | 17 July 2024 | 6:30 PM
16:34
DD News Mizoram
Рет қаралды 2,5 М.
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 132 МЛН