আগম শাস্ত্ৰ আৰু নিগম শাস্ত্ৰৰ পাৰ্থক্য।

  Рет қаралды 4,451

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 30
@hindusanatan0474
@hindusanatan0474 6 күн бұрын
He provu apunac bhogobane dhormo rokhar karonehe pothaise rokha koroc rokha koroc apunac kotti kotti pronam 🙏🙏🙏🙏🙏🙏🙏🙏
@upengogoi5095
@upengogoi5095 9 ай бұрын
হে মহোদয়,আপোনাক নমস্কাৰ জনালো। আপোনাৰ মহিমা অপাৰ। এটা কথা বুজি নাপালো, আপোনাৰ শাস্ত্ৰ সমূহৰ -ৰ-আখৰটো অলপ বেলেগ।কাৰনটো বুজাই ক'লে নিশ্চয় সুখী হ'ম। আচলতে,ৰ-টোৰ তলত ফুট। আৰু অসমীয়া ৰ টোৰ তেনে ধৰণৰ নহয় কিয়।
@updeshmala2737
@updeshmala2737 9 ай бұрын
আমাৰ ওচৰত অসমীয়া, বঙালী, হিন্দি ,সংস্কৃত সকলো পোৱা যায়।আখৰ চাব নালাগে তত্ত্ব চাওঁক।
@karbiadeka8594
@karbiadeka8594 9 ай бұрын
হে মহাপুৰুষ, হে হে মহাপুৰুষ, হে হে হে মহাপুৰুষ 😅😅😅😅😅😅😅😅😅😅
@horenbora3464
@horenbora3464 9 ай бұрын
ঔঁম নমো ভগৱতে বাসুদেৱায় ।।
@updeshmala2737
@updeshmala2737 9 ай бұрын
ঔঁ শ্ৰীকৃষ্ণায় নমঃ
@kalpanarabha4424
@kalpanarabha4424 9 ай бұрын
Om namah shivay,🙏🙏🙏
@KarabiDevi-r3b
@KarabiDevi-r3b 7 ай бұрын
সুন্দৰ , আঢল সত্য কথা । ঔঁম্‌ নমঃ শিৱায় ।
@LakhiboraLakhibora-b3i
@LakhiboraLakhibora-b3i 2 ай бұрын
🚩🕉🙏🚩🕉🙏🚩🕉🙏🎉🎉🎉
@nilimaborthakur5952
@nilimaborthakur5952 8 ай бұрын
বৰ সুন্দৰ শিৱ কথা।
@kalpanarabha4424
@kalpanarabha4424 9 ай бұрын
Prabhu ami shri hari bishnu aru mohadevoku bhoji asu .. joigyo o koru kimba vool hoise janu
@updeshmala2737
@updeshmala2737 9 ай бұрын
🙏🕉পৱিত্ৰ ধৰ্ম। ইষ্ট দেৱ যি জনাই নহওঁক সকলোৱে পূজ্য।
@bhumidharnath
@bhumidharnath 8 ай бұрын
😮​@@updeshmala2737
@sashitalukdar7015
@sashitalukdar7015 8 ай бұрын
P
@updeshmala2737
@updeshmala2737 8 ай бұрын
@@sashitalukdar7015vmp
@jibonborah619
@jibonborah619 Ай бұрын
তুমি তোমাৰ ভাগে কৰি।থাকা
@sunalideka1524
@sunalideka1524 3 ай бұрын
আদিম কালত মানুহে উলংগ হৈ আছিল। এতিয়া মানুহ উলংগ হৈ আছেনেকলিৰ ৰ ধৰ্ম গৰহন কৰক।
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@sunalideka1524 জন্ম হওঁতেও উলংগ হৈ য়ে জন্ম লৈছিলা আৰু যি দিনাখন মৰিবা উলংগ হৈয়ে মৰিবা। গতিকে আদিয়ে সত্য বাকীবোৰ মায়া। পুনৰ আত্মা মুক্তিৰ বাবে আদি চিন্তনলৈ ঘূৰি যাওঁক। ভাল হব
@updeshmala2737
@updeshmala2737 2 ай бұрын
আদিম যুগৰ মানুহে বেদ পঢ়া নাছিল। মূৰ্খ নেকি ? আদিম যুগৰ মানুহে ধৰ্মৰ বিষয়ে একো জনা নাছিল।
@BimanMahanta-i5h
@BimanMahanta-i5h Ай бұрын
শিৱক মূল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আপুনি সনাতন বিৰুদ্ধি কামত আগবাঢ়িছে।
@updeshmala2737
@updeshmala2737 Ай бұрын
@@BimanMahanta-i5h শিৱ মূলত হয় আৰু আছে আৰু থাকিব। আপোনাসবে যিমানেই শাস্ত্ৰক বিকৃত নকৰক কিয় শিৱ অনাদি অনন্ত পৰমাত্মা সদাশিব । বিষ্ণু কৃষ্ণ নাৰায়ণ সকলো সেই সদাশিবৰহে ৰচনা। আপোনাৰ ভাগৱত বাৰশ শতিকাত লিখা। আৰু বাৰশ শতিকাৰ লৈকে বেদ ব্যাস পৃথিৱীত দৃশ্যমান নাই। গতিকে কোন ব্যাসে লিখিলে তাক প্ৰমাণ কৰক যদি আপুনি তত্ত্ব দৰ্শী হয়।
@Niraladeka-fn5if
@Niraladeka-fn5if 9 ай бұрын
আপোনাৰ.কথাবোৰে.নজনা.কথাজানিব.দিল
@JitumoniKakati-p3n
@JitumoniKakati-p3n Ай бұрын
আপুনি হৰি হৰৰ যুদ্ধৰ বিষয়ে কৈ এই যুদ্ধত কোনে জয় লাভ কৰিছিল তাক স্পষ্ট কৰিৱ বুলি আশা কৰিলো ।
@pulakdas2171
@pulakdas2171 9 ай бұрын
Sundarbap
@PutuliSadar
@PutuliSadar Ай бұрын
Mak. Deutak marile Mundra set nakare apuni. Kadsun
@parthanavloge6754
@parthanavloge6754 2 ай бұрын
তেতিয়াহলে আপোনাৰ মতে শঙ্কৰদেৱ ,মাধৱদেৱ, অনিৰুদ্ধ কোন হয়?
@jitendranathsaikia9341
@jitendranathsaikia9341 Ай бұрын
,আপুনি মহা ভাগৱত ভাগক অৱমাননা নকৰিব,! কিয় ভাগৱত ভাগ ৰচনা হল আপুনি জানেনে বাৰু
@monujda238
@monujda238 Ай бұрын
এইজন মহাক্ষয়ে গুৰু দুজন নকে চিনি নাপাই আৰু নিজৰ ৰো গুৰু নাই ,গুৰু নাইকীয়া ধৰ্ম কোনোবাই লব জানো,আপুনি সৰুতে স্কুলত শংকৰ দেৱৰ বিষয়ে পঢ়ি নেপালে চাগে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক কে যদি চিনি পোৱা নাই তাত আৰু বুজিবলৈ একো বাকী নাই, আপুনি তপস্যা কৰক 12 বছৰ কি বৰ লাগে ভগৱন্তই দি থৈ যাব হি
"Идеальное" преступление
0:39
Кик Брейнс
Рет қаралды 1,4 МЛН
진짜✅ 아님 가짜❌???
0:21
승비니 Seungbini
Рет қаралды 10 МЛН
তন্ত্র বা আগম বিষ্ণু বিষয়ে কি বলে
15:34
PARASHAKTI পরাশক্তি
Рет қаралды 2,3 М.
Сборник Эксклюзивов 2024 - Уральские Пельмени
1:33:24
Уральские Пельмени
Рет қаралды 354 М.