Рет қаралды 19,577
এগৰাকী অসমীয়া বোৱাৰীয়ে কৰি আহিছে কোটি টকাৰ ফাৰ্নিচাৰ ব্যৱসায় || UPARJAN ||
ফাৰ্নিচাৰ ব্যৱসায়েৰে উজনি অসমত উজলি উঠিছে এগৰাকী বোৱাৰী
ডিব্ৰুগড়ৰ মিলননগৰত স্মৃতা সিংহা নামৰ এই বোৱাৰী গৰাকীয়ে
স্থাপন কৰা devdecor এতিয়া বিখ্যাত ফাৰ্নিচাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ পৰিনত হৈছে
যোগাযোগ নম্বৰ 6901261048, 8638020599, 9101074234
uparjan.in