এগৰাকী শাহুৱে দেখুৱালে আদৰ্শ ! স্বামীহীনা বোৱাৰীয়েকক বিয়া পাতি দিলে নিজৰ সৰু পুত্ৰৰ লগত।

  Рет қаралды 396,731

TIME8 News

TIME8 News

Күн бұрын

এগৰাকী শাহুৱে দেখুৱালে আদৰ্শ ! স্বামীহীনা বোৱাৰীয়েকক বিয়া পাতি দিলে নিজৰ সৰু পুত্ৰৰ লগত।

Пікірлер: 444
@siddiqueahmed8755
@siddiqueahmed8755 2 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল মা, দেউতাৰ মহান আদ'শৰ বাবে। মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো আপোনালোকৰ যুগ্ম জীৱন হৈ পৰক সুখ,, শান্তি,, আৰু আনন্দময়। আমিন,,
@pankajsarma9272
@pankajsarma9272 2 жыл бұрын
সচা অৰ্থত ভাল কাম কৰিছে। সন্মান যাচিলো শাহু আৰু শশুৰ দম্পতীক আৰু দৰা -কইনা লৈ থাকিল শুভেচ্ছা।
@gautamanirabha3593
@gautamanirabha3593 2 жыл бұрын
আমাৰ বাবে আদৰ্শ হৈ ৰক,,,,,, সুন্দৰ জীৱন গঢ়ক তাৰেই কামনা। ।।।
@bubulboruah2881
@bubulboruah2881 2 жыл бұрын
এনেকুৱা শাহু মা কাহিনিও পোৱা নাই। এনে মা দেউতাকৰ পৰা আদৰ্শ সমাজৰ বাবে অতি প্ৰয়োজন। 🙏🙏💐💐💐
@sadanandadas4934
@sadanandadas4934 2 жыл бұрын
W
@runudevi588
@runudevi588 2 жыл бұрын
সচা আদৰ্শ । আশীৰ্বাদ কৰিছো যুগ্ম জীৱন সফল হওক । হৰ গৌৰী বসতি হওক ।
@himajyotimazumdar1408
@himajyotimazumdar1408 2 жыл бұрын
মহান তথা ব্যতিক্ৰমী শাহু। এক আদৰ্শৱতী মহিলা। খুব ভাল লাগিল। পুত্ৰ-বোৱাৰী, শাহু- শহুৰ আটাইৰে ইশ্বৰে মঙ্গল কৰক ।
@jwngdaoboro1677
@jwngdaoboro1677 Жыл бұрын
Bandana nam udjjalkorela
@bimanchetia1266
@bimanchetia1266 2 жыл бұрын
এক সুন্দৰ পদক্ষেপ,অনাগত দিনবোৰ যাতে পৰিয়ালটিৰ সুখময় হৈ পৰে,তাকে কামনা কৰিলোঁঁ ।।
@manabbvlogs4024
@manabbvlogs4024 2 жыл бұрын
বহুত ভাল কাম কৰিলে মা জনীয়ে।।।।মা তোমাক প্ৰণাম যাচিছোঁ।।।।আপোনালোকৰ দুয়োৰে সংসাৰ খন ভাল দৰে চলি যায় যেন তাৰে কামনা কৰিছোঁ।।।ভাল হওক আপোনালোক দুয়োকে ভগৱানে মূৰ দাঙি চালে।।।।।।।।এনেকুৱা শাহুমাক এনেকুৱা পুত্ৰ আৰু এনেকুৱা বোৱাৰী হব লাগে ।।।।।।।।,🥰🥰🥰🥰🥰
@pilygoswami9414
@pilygoswami9414 2 жыл бұрын
ইমান সুন্দৰ পদক্ষেপ সঁচাকৈ মন ভৰি গৈছে ।এয়াহে আচল মানুহ ।ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ দৰে মহান পদক্ষেপ লৈ বৰ্তমান সমাজৰ অন্ধ সকলৰ চকু মুকলি কৰি দিলে । মঙ্গলদৈ এই ঘৰখনৰ আদৰ্শক কি বুলি শলাগ লম মুখৰ শব্দ হেৰাই গৈছে ।আগন্তুক দিনবোৰ বৰ কন্যা দুয়োৰে জীৱন সুন্দৰ হওক সুখৰ হওক তাৰ বাবে নেদেখা জনৰ ওচৰত কাতৰ ভাবে প্ৰাৰ্থনা জনাইছো ।লগতে আহুমা আৰু শহুৰ দেউতালৈ কৌটি কৌটি প্ৰণাম জনালোঁ ।পুণৰ ঘৰখন সুখ আৰু আনন্দৰে ভৰি পৰক তাৰেই কামনাৰে ( মই কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ পৰা কলো ) ।
@jahanarabegum173
@jahanarabegum173 10 ай бұрын
হৃদয়ৰ পৰা ধন্যবাদ।এনেকুৱা শাশুৰী লাখত এজনীহে পোৱা যায়। এনেকুৱা শাশুৰী ঘৰে ঘৰে হ'লে পৃথিৱীখন সৰগ হ'লহেতেন।
@villageartanddrawing96
@villageartanddrawing96 2 жыл бұрын
যিজন বোৱাৰীয়ে এনে শাহুমা পাইছে, ইয়াতকৈ আপোন কোন হ'ব পাৰে, শাহুমা হৈয়ো নিজৰ বোৱাৰীক জি সন্মান, যি ত্যাগ দিছে কবলৈ ভাষা নাই, ছব শাহুমা এনেকোৱাই হ'ব লাগে| জয় আই শাহুমা, জীয়াই থাকা হেজাৰ বছৰ||...
@amararunav5198
@amararunav5198 2 жыл бұрын
প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী শাহু আই সকলৰ আপুনি আদৰ্শ হৈ ৰওঁক,ভাষা নাই আপোনাক কি বুলিনো‌ প্ৰশংসা কৰিম,মাথো ভগৱানে আপোনাক সূস্থ-সৱল কৰি ৰাখক💚
@naja18
@naja18 2 жыл бұрын
Goru, sagoli, kukur, r nisina hoi gl kahini to maa bula xobdo to uliyai wife buli koi hai bhal pai ,tur maa/bou nai neki laaj naikiya nillaj
@rimalakhimpur5549
@rimalakhimpur5549 2 жыл бұрын
এইগৰাকী শাহুক জনালো সহশ্ৰ প্ৰনাম , এনেকুৱা হ‌ওক সকলো শাহু, সকলোৱে মনটো এনেকুৱা মহান হ‌ওক , নৱজীৱনলৈ আপোনালোকক শুভেচ্ছা জনালো 🙏
@Mr_SSR
@Mr_SSR 2 жыл бұрын
আমি প্ৰতিদিনে শুনি আহিছে যে শাহু বোৱাৰীৰ কাজিয়া কিন্ত আজিৰ এই video টো চাই মনটোত বহুত ভাল লাগিলে।.............আৰু আপোনাৰ লৰা বোৱাৰীৰ বিবাহিত জীৱন সুখি হওক তাৰে কামোনা কৰিলো। 👍
@krishnagogoi1657
@krishnagogoi1657 2 жыл бұрын
বহুত ভাল পদক্ষেপ | দৰা আৰু কইনা লৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলো |
@jayantachetia4488
@jayantachetia4488 2 жыл бұрын
ডগৱানে কৃপা কৰক এয়া ভাল পদক্ষেপ ধণ্যবাদ।
@sharadeedutta446
@sharadeedutta446 2 жыл бұрын
আপোনালোকৰ পৰিয়ালটি সকলোৰে বাবে চিৰদিন আদৰ্শ হৈ জিলিকি থাকক | ভগৱন্তৰ শ্ৰীচৰণত তাকে কামনা কৰিলোঁ |দৰা কইনালৈ আশিষ তথা শুভকামনা যাঁচিলো |
@khalilurrahman847
@khalilurrahman847 2 жыл бұрын
বহুতে ভাল চিন্তা তেওঁ লোকৰ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ শাহ শহৰেৰ দিৰঘায়ু আৰু নৱ দম্পত্তীৰ উজ্বল ভৱিষ্যতৰ।
@assam2006
@assam2006 2 жыл бұрын
ইশ্বৰে মঙ্গল কৰক।
@Rikhamoni-m1x
@Rikhamoni-m1x 6 ай бұрын
বহুত বহুত ভাল লাগিল সদাই আগোৱাই যাব এনেকৈয়ে ❤❤
@puronpayeng7151
@puronpayeng7151 2 жыл бұрын
👌👌👌👍👍👍 আশীৰ্বাদ থাকিল । বহুত বহুত ভাল পদক্ষেপ ললে । 🙏🙏🙏
@kimarupohi5210
@kimarupohi5210 2 жыл бұрын
আপোনাৰ দৰে এগৰাকী শাহু পালে কোনো ছোৱালীয়ে নিজ মাতৃক মনত পেলাই দুখৰ সময়ত মা বুলি উচুপী কান্দিব নালাগে । আপোনালোকৰ এই মহান পদক্ষেপক মোৰ শতকোতি প্ৰনাম
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
বহুত ভালখবৰ।
@jiaurrahman4614
@jiaurrahman4614 2 жыл бұрын
সচাঁকৈয়ে তাল খবৰ ।
@jyotigogoi3852
@jyotigogoi3852 2 ай бұрын
C অতিশয় মানবীয় গুন আপোনাৰ ওচৰত দেখিলো।ঈশ্বৰে মঙ্গল কৰক আপোনাৰ পৰিয়ালটিক। ধন্যবাদ।
@prianchigogoi9168
@prianchigogoi9168 Жыл бұрын
সচাকৈয়ে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ আচল প্ৰকৃত মা আপুনি হে পৃথিবীত এনেকুৱা মা বিছাৰি পোৱা টো টান । ধন্যবাদ জনালোঁ আপোনালৈ মা । 🙏🙏🙏🙏
@bkp9774
@bkp9774 Жыл бұрын
মাক গৰাকী বহুত হৃদইবান মা। বোৱাৰী মা দেউতাক সদাই মৰম দিবা।
@birennath8618
@birennath8618 2 жыл бұрын
এটা আদৰ্শ। সমাজখনো এখন আদৰ্শবান সমাজ। বোৱাৰীৰ কথাখিনি শুনি ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা জনালো।
@dipukalita8746
@dipukalita8746 2 жыл бұрын
Congratulations god bless you all.
@bilahkonwar5865
@bilahkonwar5865 2 жыл бұрын
আমাৰ সমাজত মানবতাৰ অভাৱ হৈছে আদৰ্শ হিছাপে গণ্য কৰা বাবে ভাল পালোঁ
@arabindabaro2350
@arabindabaro2350 4 ай бұрын
সুন্দৰ নিদৰ্শন। পৰিয়ালটোৰ সুখ সমৃদ্ধি আৰু উন্নতি কামনা কৰিলো।
@dipokkumargogoi8190
@dipokkumargogoi8190 2 жыл бұрын
প্ৰথমতে বৰ আৰু কইনালৈ অভিনন্দন জনালো।এই আদৰ্শ সমাজৰ প্ৰতিখন ঘৰৰ বাবে পথ প্ৰদৰ্শক হৈ জিলিকি উঠক।
@golapkalita8004
@golapkalita8004 2 жыл бұрын
বহুত বহুত শুভেচছা মাক দেঊতাক আৰু দৰা কণয়ালৈ
@mainawbora39
@mainawbora39 2 жыл бұрын
বহুত ভাল লাগিল সদায় সুখী হৈ থাকক
@rajkumarpegu1942
@rajkumarpegu1942 2 жыл бұрын
এই পৃথিৱীত জীয়াই থকালৈকে সকলোকে দোষ -সুখৰ বাবে লগৰীয়াৰ প্ৰয়োজন এই কথাকে ভাবি তেখেতৰ মা- দেউতাই এই মহান তথা ভাল সিদ্ধান্তই ললে শেষত তেখেতৰ সকলো স-পৰিয়াললৈকে বহুত বহুত ধন্যবাদ জনাইছো
@leenagoswami1281
@leenagoswami1281 2 жыл бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
@babuldas4341
@babuldas4341 2 жыл бұрын
Bhut vhal lagil ❤️❤️ . Jugo jibon sukhor kamona korilu
@Danirojasfc6
@Danirojasfc6 2 жыл бұрын
*এনেকুৱা শাহু শহুৰ পাবলৈ বোৱাৰীৰ ভাগ্য লাগিব।*
@akankumarsarma9350
@akankumarsarma9350 2 жыл бұрын
Very good decision. Thankyou.
@uk_ff2265
@uk_ff2265 2 жыл бұрын
বহুত বহুত ধন্যবাদ মাআপোনাৰ দৰে শাহমা সকলোৱে মা হব পৰা হলে বহুত ভাল লাগিল হয়
@lalitgogoi229
@lalitgogoi229 2 жыл бұрын
Very good, I hope the couple will be happy in their life.
@anupomborgohainanupomborgo8582
@anupomborgohainanupomborgo8582 2 жыл бұрын
খুব ভালহৈছে।
@surjitkrthakur5538
@surjitkrthakur5538 2 жыл бұрын
Great mother in-law. May God 🙏 bless the couple. Be happy.
@rajenbora562
@rajenbora562 2 жыл бұрын
ভাল হৈছে,পিতৃ মাতৃৰ কথা ৰাখিবই লাগিব ,লাগিলে দ্ৰৌপদীৰ দৰে পাঁছজনকেই স্বামী বৰিব নালাগক কিয় । যদিও কিছুমান কথাত সমালোচনাৰ অবকাশ থাকি গ'ল ।বিধবা বোৱাৰী গৰাকীয়ে কেতিয়াও স্বামীগৃহ এৰি যোৱাৰ প্ৰয়োজন নাই ।শহুৰ শাহুৱেকে তাইক নিজৰ জীয়েকৰ দৰে ভাবি আনৰ ঘৰলৈ বিয়া দিব লাগে ।এতিয়া সম্পৰ্কটো ভাই ভনীৰ দৰে । সীতা আৰু লক্ষ্মণৰ সম্পৰ্কৰ মৰ্য্যদাও ৰাখিব লাগে ।
@Dibya-jo6pu
@Dibya-jo6pu 2 ай бұрын
যুগ্ম জীৱন শুষৰ হওঁক ❤❤❤🌹🌹🌹
@jyotigogoi3852
@jyotigogoi3852 3 ай бұрын
এনে পদখেপ লোৱাৰ বাবে ধন্যবাদ।
@bharatisaikia1388
@bharatisaikia1388 6 ай бұрын
মা আপুনি ধন্যবাদৰ পাত্ৰ।। ভগৱানে আপোনাক ক্বপা কৰক
@rishibabu2680
@rishibabu2680 2 жыл бұрын
সচাঁই বহুত মহান কাম কৰিলে তেওঁ আজিলৈকে দুখন বিয়া দেখিলো কাহিনী একেই
@promitsonowal1220
@promitsonowal1220 2 жыл бұрын
সুখৰ হওক আপুনালোকৰ জিৱন ৷
@purnimakalita1805
@purnimakalita1805 2 жыл бұрын
বহত বহুত ধন্যবাদ আপোনাক
@shekharborahborah2674
@shekharborahborah2674 2 жыл бұрын
Val hoisa আইতা 🙏
@devidk7991
@devidk7991 2 жыл бұрын
খুবেই ভাল সিদ্ধান্ত। সকলোলৈকে অভিনন্দন জনালোঁ।
@niruborah9424
@niruborah9424 5 ай бұрын
❤এনেকুৱা শা হু সমাজৰ আদৰ্শ হওঁক
@manjitborah191
@manjitborah191 2 жыл бұрын
Bohut Val lagil video tu...very very nice thanks
@harikantagogoi2607
@harikantagogoi2607 4 ай бұрын
Always be happy.....02 u re jowan hodai hukhar haok....❤
@nanditanarzary7294
@nanditanarzary7294 5 ай бұрын
Khub vaal lagil, Maak deutak loi srrodhya thakil . Bhogobane kushole rakohok🙏
@jharnasaikiajunu9092
@jharnasaikiajunu9092 2 жыл бұрын
Very good decision, god bless u
@pranjal3406
@pranjal3406 2 жыл бұрын
বহুত ভাল লাগিল Happy couple
@Nijara
@Nijara 5 ай бұрын
সকলোৱে যদি বুজিলে হয় এই গৰাগী মাতৃৰ দৰে ।❤❤❤
@uttamswargiary7977
@uttamswargiary7977 2 жыл бұрын
She is an ideal women in the society. Thousands of Selute such a mother- in - law.
@nilomonigogoi2121
@nilomonigogoi2121 2 жыл бұрын
সুন্দৰ,
@tahimabegum5896
@tahimabegum5896 Жыл бұрын
শাহু জনী সচাকৈয়ে অতি মহান।
@manirsmnath9964
@manirsmnath9964 2 жыл бұрын
তেওলোকৰ বৈবাহিক জিবন সুখৰ হওক তাৰে কামনা কৰিলো
@namitabordoloi4522
@namitabordoloi4522 2 жыл бұрын
ধন্যবাদ জনাইছো
@arupbora9869
@arupbora9869 2 жыл бұрын
Both of you happy married life.. 💐💐,,May God bless you 🙏
@monjit85
@monjit85 2 жыл бұрын
Salute dsu apunalukok ..hundor nidorkhon dle apunaluke..hukhi houk anagoto din bur...
@amiyokumardas9048
@amiyokumardas9048 2 жыл бұрын
Congratulations God will help them Salute to MA
@pankajkumartalukdar890
@pankajkumartalukdar890 2 жыл бұрын
Salute to the couple.Be happy.
@nitulmudoi5483
@nitulmudoi5483 6 ай бұрын
সুন্দৰ
@FarhanAhmed-lz2eh
@FarhanAhmed-lz2eh 2 жыл бұрын
Bohut bhal kam korise... Congratulations 🎈
@apurbadutta4261
@apurbadutta4261 2 жыл бұрын
Congratulations 🌹🌹🌹bohut vl lagil....tumaluk happy thaka
@bhanitabarmanray544
@bhanitabarmanray544 2 жыл бұрын
Xosai bohut vl lagil bohut bohut xubhasay thakil
@adityaksik1422
@adityaksik1422 2 жыл бұрын
Buhut buhut Val lagil.....anekoi korai val hol...
@S.M.8439
@S.M.8439 2 жыл бұрын
শাহুৰুপী ভগৱান।
@korobidas5121
@korobidas5121 2 жыл бұрын
বহুত ভাল কাম কৰিলে 🙏🙏🙏
@kanchandas7076
@kanchandas7076 2 жыл бұрын
God bless him.
@PodumHazarika-y4l
@PodumHazarika-y4l 10 ай бұрын
Great Job Nomaskar
@nirmalikakatisharmah8417
@nirmalikakatisharmah8417 2 жыл бұрын
Xundor podokhap.May God bless them.
@madhumitasinha2431
@madhumitasinha2431 5 ай бұрын
Really great Mother
@sagarikadas821
@sagarikadas821 2 жыл бұрын
বহুত ভাল কাম কৰিছে । তেনেকুৱা শাহু বহুত কম থাকে
@luckyboy8515
@luckyboy8515 2 жыл бұрын
God job salute
@vlogjnm5948
@vlogjnm5948 2 жыл бұрын
Maa, tumi mohan, God blees you maa.
@d.gogoivlogs7081
@d.gogoivlogs7081 2 жыл бұрын
sundor bhal lagil aapunalukor sidhanta .
@bhaskarborah4254
@bhaskarborah4254 2 жыл бұрын
অসম আমাৰ ৰূপহী গুনোৰোনাই শেষ। আশীৰ্বাদ থাকিল।
@mamtagogoi7961
@mamtagogoi7961 2 жыл бұрын
ইয়াকে বোলে আদৰ্শ
@juntibori3199
@juntibori3199 6 ай бұрын
সুসংবাদ।
@julhaz3336
@julhaz3336 5 ай бұрын
Great done.
@আআআনাজাংকা
@আআআনাজাংকা 2 жыл бұрын
শাহু মা কে হওক বা জন্ম দাত্ৰী আয় মাতৃয়ে হওক এয়াই হৈছে প্ৰকৃত আয় মাতৃ।। ।
@junkulijunkuli3643
@junkulijunkuli3643 2 жыл бұрын
।ভাল লাগিল
@nirugogoi4576
@nirugogoi4576 2 жыл бұрын
, ধন্যবাদ নতুন দম্পত্তীক
@pranjaldas9622
@pranjaldas9622 2 жыл бұрын
ভগৱানে কুশলে ৰাখক আপোনালোকক।
@joligoswami3870
@joligoswami3870 2 жыл бұрын
God bless himmm❤️❤️❤️
@anuraganup3320
@anuraganup3320 6 ай бұрын
Very god dicision
@dipalibora9247
@dipalibora9247 2 жыл бұрын
যৌতুকৰ লোভত যি সকলে বোৱাৰীক জলাই দিয়ে বিশেষকৈ এই নিউজটো সেইসকল শাহুয়ে চকু কেইটা ডাঙৰকৈ মেলি ভাল দৰে চাওক । আপোনালোকৰ যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাইছো আপোনালোকৰ মা এগৰাকী সুকীয়া বৈশিষ্ট্য থকা এগৰাকী মহান নাৰী ঈশ্বৰে সদায় তেওঁ লগতে তেওঁ পৰিয়ালৰ মঙ্গল কৰে যেন 🙏🙏
@rimalakhimpur5549
@rimalakhimpur5549 2 жыл бұрын
আপুনি সচা কথা কৈছে যৌতুক লুভিয়া কেইজনীক দেখাব পৰা হলে ভাল লাগিল হয় বিশেষকৈ মোৰ শাহু জনীক এজনী বাঘৰ আগতেল খোৱা শাহু পাইছো মই সখী ।
@dipalibora9247
@dipalibora9247 2 жыл бұрын
@@rimalakhimpur5549 ওমম তেনেকুৱা শাহু বোৰক বোৱাৰী নালাগে টকা বনোৱা মেচিন লাগে
@pabitrarabha7052
@pabitrarabha7052 3 ай бұрын
Well done by the family ❤ please take care of her😊😊
@moliboro8777
@moliboro8777 Жыл бұрын
Bahut val lagise anekuwa hbo lage manur mon bilak
@mamonipator7640
@mamonipator7640 2 жыл бұрын
khuub bhal sidhanta lale ma.iman morom laga tai.bhagabane nishay mangal kariba.krishna.
@deepphukan4960
@deepphukan4960 2 жыл бұрын
God bless him
@jayantamahanta242
@jayantamahanta242 2 жыл бұрын
They are really to be worshipped as they are the great priest of humanity.
@lizaboruah4550
@lizaboruah4550 2 жыл бұрын
Congratulations.... May God bless you all😊✨
@dipenbarman2603
@dipenbarman2603 3 ай бұрын
Oti sundor
@SANKAR-JYOTI45
@SANKAR-JYOTI45 Ай бұрын
Great mom ever
India Bids Farewell to Ratan Tata | Vantage with Palki Sharma
10:12
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 83 МЛН
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 13 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 2 МЛН
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 83 МЛН