Рет қаралды 35,395
এগৰাকী সাহসী মহিলা৷ এক দুঃসাহসিক কাম কৰি অভিলেখ গঢ়িলে অসমৰ এগৰাকী মহিলাই ৷ ৬ মাহৰ অন্তঃসত্বা হৈয়ো ৪০ কিলোমিটাৰ খোজকাঢ়ি পালেগৈ কেদাৰনাথ ধাম। যাৰ বাবে মহিলাগৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। মহিলাগৰাকী গুৱাহাটীৰ পূজা শৰ্মা দাস।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews