LIVE | Jorhat News | যোৰহাটৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা ! | N18L

  Рет қаралды 243,164

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 290
@urmilaborgohain7992
@urmilaborgohain7992 Ай бұрын
যেতিয়াৰ ছাত্ৰ - ছাত্ৰীসকলক শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে পিটিব বা অধিক শাসনত বাধা প্ৰদানৰ আইন প্ৰণয়ন হ'ল, তেতিয়াৰ পৰাই ছাত্ৰ - ছাত্ৰীসকলে শিক্ষকসকলক সন্মান - শ্ৰদ্ধা নকৰা হ'ল। শিক্ষা গুৰুক শ্ৰদ্ধা নকৰিলে বিদ্যালয়ত অৰাজকতা হ'বই। ইয়াৰ বাবে দায়ী কোন?' চেকনিৰ আগত শিক্ষা"বুলি প্ৰবাদ আছিল। তেতিয়া ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গুৰুক ভয় কৰিছিল।। ভয় মানে সন্মান, শ্ৰদ্ধা কৰিছিল।সেয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কোনো কাজিয়া নাছিল।
@nurulhassan5789
@nurulhassan5789 Ай бұрын
Kazia asil , schoolor bahirot . Amio alop- cholp korisilo .
@im_buah
@im_buah Ай бұрын
Hosa ktha hoi
@im_buah
@im_buah Ай бұрын
Pitile Lra sowali bhal hoi
@DSqrtda
@DSqrtda Ай бұрын
আপোনাৰ কথাত একমত।
@guptasarmah8949
@guptasarmah8949 Ай бұрын
সঁচা কথা। ময়ো তিনিচুকীয়া জিলাৰ অতি পিচ পৰা অঞ্চলৰ হাই স্কুলৰ শিক্ষক। আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলক মৰম স্নেহেৰে বন্ধুত্বপূর্ণ ভাৱে শিক্ষাদান কৰাৰ লগতে প্ৰয়োজনত কঠোৰ শাসন কৰা হয়। সেয়েহে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত মাৰপিটৰ দৰে কাজিয়া কৰাৰ নজিৰ নাই। মোৰ অৱসৰৰ বাবে আৰু ৫ টা মাহ বাকী আছে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে তেনে দিন দেখিব লগা নহয়।
@thunusaikia2540
@thunusaikia2540 Ай бұрын
যিসকল বেয়া সেই সকল লৰাক উলিয়াই দিব লাগে ।পুলিচক গতাই দিবলাগে সিহতক এৰিদিলে আৰু ঘটনা কৰিব ।
@sjhazarika5437
@sjhazarika5437 Ай бұрын
এইবোৰ সমাজৰ জাবৰ, ছাত্ৰ নে মাফিয়া। এইবোৰক কোনো স্কুলতে admission দিব নালাগে।
@AmulyaKakati-pf9si
@AmulyaKakati-pf9si Ай бұрын
অভিভাকৰ অনুশাসনহীনতাৰ ফল, আচল দোষী অভিভাবক সকল
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
মাক বাপেকৰ কাৰনে হৈছে ভাল সংস্কাৰ অভাৱৰ। কাৰনে
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
একদম ঠিক কথা
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
​@@raidiongiaphulogurikhagari5187একদম ঠিক কথা
@nivagogoi4190
@nivagogoi4190 Ай бұрын
ঘৰুৱা অনুশাসনৰ অভাৱ।
@robeendas3623
@robeendas3623 Ай бұрын
100% Right kotha Tat kunu Xondeh Nai.Anekuwa Lora buror Maak,Deutakbur 101% DayittoGyanhin.
@arotibora1138
@arotibora1138 Ай бұрын
তেনেকুৱা ছাএক শিক্ষকসকলে❤ পুলিচক গটাই দিব লাগে।
@kalpanahazarika7631
@kalpanahazarika7631 Ай бұрын
বৰ বেয়া কথা।এই ল'ৰা বোৰক উচিত শিক্ষা দিয়ক।
@buliborah5758
@buliborah5758 Ай бұрын
সকলো স্কুলত পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে।
@instashorts8298
@instashorts8298 Ай бұрын
Correct
@Bipul_bastob_deka
@Bipul_bastob_deka Ай бұрын
Eman voi jodi school nogole holl.😂😂fotuwa sob😂😂🎉🎉
@pranatidutta-sb3oj
@pranatidutta-sb3oj Ай бұрын
এনে ছাত্ৰক অতি সোনকালে পুলিচক গতাই দিয়ক আৰম্ভ হ'ল যেতিয়া হৈয়ে থাকিব ছাত্ৰ ছাত্ৰীক আৰু মৰিবলৈ নিদিব
@MERABHARATMAHAAN-wo5vg
@MERABHARATMAHAAN-wo5vg Ай бұрын
সেয়েই আগৰ সকলে কয়, চেকণীৰ আগত বিদ্যা। এইষাৰ কথাক বিৰোধিতা কৰা সকলৰ বাবেই এনে ঘটনা ঘটিছে সেইসকল অভিভাৱকো সমানেই জগৰীয়া ।
@LabannyaDas-u7q
@LabannyaDas-u7q Ай бұрын
চেকণী আগৰ বিদ্যা থাকোঁতে এইবোৰ হোৱা নাছিল 😢। বৰ ভয়ংকৰ হৈছে স্কুল বোৰ
@prvawatipegu8359
@prvawatipegu8359 Ай бұрын
যি চৰকাৰ নহওঁক শিক্ষা পদ্ধতি টো সলনি কৰিব লাগিব আৰু অভিভাৱক সকলো কিছুমান চিন্তা ধাৰাবোৰ সলনি কৰিব লাগিব ।
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx Ай бұрын
এইবোৰক পুলিচে গ্ৰেপ্তাৰ কৰক।
@Mainamou
@Mainamou Ай бұрын
পাৰিলে সকলো স্কুলত কেমেৰাৰ ব্যৱস্থা কৰিব লাগে। লগতে স্কুলৰ গেটৰ ওচৰত সকলোকে বেগ আৰু কাপোৰত ( পকেট) ভালদৰেই পৰীক্ষা কৰি সোমাব দিয়া উচিত । তেতিয়া তেনে কৰা ছাত্ৰ সহজে ধৰা পৰিব ।
@Mainamou
@Mainamou Ай бұрын
তেনে ছাত্ৰৰ অভিভাৱক সকলক প্ৰশাসন তথা শিক্ষক সকলে ব্যৱস্থা লোৱা উচিত ।
@baharulislamsardar3166
@baharulislamsardar3166 Ай бұрын
​@@Mainamouএখন সুস্থ সমাজ পাবলৈ হলে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আৰু চৰকাৰৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ প্ৰয়োজন। অকল অভিভাৱকৰ ওপৰত দোষ জাপি দিয়াটো উচিত নহ'ব ।
@bipulborah2193
@bipulborah2193 Ай бұрын
স্কুলৰ পৰা বিদায় দিব লাগে,জাতে কোনো স্কুলত পঢ়িব নোৱাৰে। অভিভাৱক সকলৰ গুৰুত্ব নাইকিয়া চাগে। শিক্ষক সকলক টো নেমানেই,
@highlighteditin
@highlighteditin Ай бұрын
শিক্ষকৰ দায়িত্ব বহুত বাৰিল
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
কিশোৰৰ অপৰাধৰ ওপৰত কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।
@birendrakrboro9678
@birendrakrboro9678 Ай бұрын
হয়, আপোনাৰ সতে সহমত পোষন কৰিছো
@barbaligirlshighschool1942
@barbaligirlshighschool1942 Ай бұрын
এইবোৰৰ বাবে দায়ী কোন? শিক্ষক, অভিভাৱকৰ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সঘনাই সভা অনুষ্ঠিত কৰিব লাগে ।
@HemangaJyoti
@HemangaJyoti Ай бұрын
দেউতাক -মাক তথা অভিভাৱক সকলে নিজৰ সন্তাক সময় নিদিয়া এইয়া তাৰে পৰিণতি।এইয়া মোৰ অনুভব।
@BijuPhukan-kl1xf
@BijuPhukan-kl1xf Ай бұрын
কল্কী যুগ সোমাইছে যেন পাও , মানুহে মানুহক মৰা-মাৰি কৰিব । বিভিন্ন অপকৰ্মত লিপ্ত হ'ব যেন পাও 🤑
@jitulkalita4455
@jitulkalita4455 Ай бұрын
ইস্কুলত যদি ছুৰি লৈ আহে পঢ়াৰ নামত, পঢ়িব আহি কাজিয়া কৰি মাৰপিট কৰে ছুৰিৰে আক্ৰমণ কৰে সেই বিলাক ছাত্ৰ বুলি কয় নোৱাৰি ইহত দকাইত আৰু উগ্ৰপন্থীহে , আজি কালিৰ লৰা ছোৱালি পঢ়াৰ নামত কলংক হে , ইস্কুলৰ বিলাকৰ বদনাম কৰিব যায় , গাওঁৰ মানুহে সুবিধা লৈ মাষ্টৰ আৰু বাইদেউ দোষ জাপি দিয়ে , এইয়া হৈছে আমাৰ সমাজৰ নমুনা ,দোষ কৰিব কোনোৱায় বদনাম হৈ মাষ্টৰৰ আৰু বিদ্যালয়ৰ , (Live from Rangia).
@IndianGirl0712
@IndianGirl0712 Ай бұрын
কি হৈছে দেশত। পৰীক্ষাত চেকিঙ কৰাৰ দৰে স্কুলত আহোতে চেকিঙ কৰাৰ ব্যৱস্থা কৰিব লাগে।যাতে কোনো অস্ত আনিব নোৱাৰে
@bijoyagogoi6248
@bijoyagogoi6248 Ай бұрын
এই বোৰ ঘটনাৰ বাবে প্ৰকৃত দায়িঅভিভাৱকসকল ।
@PabitraChowPabitraDihingiaBoru
@PabitraChowPabitraDihingiaBoru Ай бұрын
চৰিত্ৰ পাঠে সংশোধন কৰিব নোৱাৰে..!চৰিত্ৰহীন..!
@PallavPhukan-gi3be
@PallavPhukan-gi3be Ай бұрын
এইবোৰৰ বাবে অভিভাবক সকলেই জগৰীয়া
@Comedymixer7842
@Comedymixer7842 Ай бұрын
ল'ৰা মাক বাপেকৰ শাসন নাই
@jabarai6085
@jabarai6085 Ай бұрын
ল'ৰা ছোৱালীবোৰক বান্ধোনত নাৰাখি সমাজৰ লগত মিলিব দিব লাগিব।ডাঙৰ মানুহক,শিক্ষকক শ্রদ্ধা আৰু সৰুবোৰক মৰম কৰিব শিকাব লাগিব।বিদ্যালয়ত শিক্ষা লোৱাৰ লগতে ঘৰতো ভাল পৰিবেশ এটা দিব লাগিব।
@sports_guru_149
@sports_guru_149 Ай бұрын
কলিৰ শেষত হৈ'ব কল্কি অৱতাৰ🙏
@lipikadevi12554
@lipikadevi12554 Ай бұрын
তেনেকুৱা ছাত্ৰক শিক্ষকে স্কুলৰ পৰা হয় উলিয়ায় দিব লাগে যাতে কোনো স্কুলত নাম ভৰ্তি কৰিব নোৱাৰে নহলে পুলিচক গতাই দিব লাগে🤨
@pabinsarma2989
@pabinsarma2989 Ай бұрын
বহুত ‌বহুত‌‌ দুৰ্ভাগ্য জনক ঘটনা,, ছাত্ৰ ছাত্ৰী ৰ কিয় সুৰক্ষা নাই,,,
@joshnaray3117
@joshnaray3117 Ай бұрын
শিক্ষালব জায় নে কাজিয়াৰ বাহু বলী দেখুৱাব জায়
@BirajBaruah-ny3qc
@BirajBaruah-ny3qc Ай бұрын
কেৱল শাস্তি য়েই এইবোৰ ঘটনা নোহোৱা কৰিব নোৱাৰে। এইবোৰ সমাজ ব্যবস্থাৰ পৰিৱৰ্তনৰ ফল। যেতিয়া ৰ পৰা মোৰ লৰাক মাৰিবলৈ বা শাসন কৰিবলৈ আপুনি কোন বুলি অভিভাৱক এ শিক্ষক বা ওচৰ চুবুৰীয়া ক প্ৰশ্ন কৰিবলৈ ললে তেতিয়াৰ পৰাই এনেবোৰ ঘটনা বৃদ্ধি পাব ধৰিলে। অভিভাৱক আৰু সমাজ যদি সচেতন নহয়, তেন্তে এনেবোৰ ঘটনা দিনে দিনে ঘটিব ।
@RinjuChutia-s5d
@RinjuChutia-s5d Ай бұрын
এনেকুৱা ঘটনা লক্ষীমপুৰৰ govt high secondary tu hobo
@masterbaruahtips1853
@masterbaruahtips1853 Ай бұрын
যিবিলাক লৰাই বিদ্যালয় দৰে মহৎ অনুষ্ঠানত কাজিয়া কৰি আনৰ প্ৰাণ লব বিচাৰে তেনে লৰাক আইনে ফাঁচি দিয়াৰ আদেশ দিব লাগে , তেতিয়াহে অভিভাৱকসকল সচেতন হৱ।
@pabinsarma2989
@pabinsarma2989 Ай бұрын
চৰকাৰে তদন্ত কৰক আৰু দোষী ক কঠোৰ শাস্তি দিয়ক আৰু উদন্ত ছাত্ৰ ক বিদ্যালয় ৰ পৰা উলিয়াই দিব লাগে চৰকাৰে অনুৰোধ জনালোঁ
@nijarabora1836
@nijarabora1836 Ай бұрын
এই ছাত্ৰবোৰক কোনো বিদ্যালয়ত পঢ়িব নোৱাৰাকৈ বঞ্চিত কৰিব লাগে
@assam6916
@assam6916 Ай бұрын
ঘটিয়ে থাকিব যেতিয়ালৈ সাংবিধান খন সলনি নহয় ধৰ্ষণ কাৰী ক মাৰি পেলাব লাগে আৰু মানুহ মাৰিলে ফাঁচী নাইবা জীৱনতো কাৰাদণ্ড ।।। নকৰে কিয় এনেকুৱা বেলেগ দেশ এনেকুৱা নহয়
@simpydas567
@simpydas567 Ай бұрын
কাজিৰা কৰা মাৰ পিট কৰা ছাত্ৰ ছাত্ৰীক কোনো বিদ্যালয় কলেজত যাতে নামভৰ্তিৰ কৰিব নোৱাৰে একেবাৰে বহিষ্কাৰ কৰি দিব লাগে যাতে আন এজনে এনেকৈ কৰিব ভয় কৰে 🙏
@GaneshTamuli-qy2no
@GaneshTamuli-qy2no Ай бұрын
আজি কিছু দিনৰ পৰা প্ৰায় এনেবোৰ ঘটনা হোৱাৰ শুনিবলৈ পাইছো ।বৰ চিন্তা হৈছে ।কাৰন আগতে এনেবোৰ ঘটনা খুনা নাচিলো। সেই কাৰনে চৰকাৰক মই এটা আহ্বান জনাব বিচাৰো যে আমি সব্ব শিক্ষা আচনিখন আনি লৰাছোৱালি বোৰক সৰুৰ পৰাই লাই দিয়াহে হৈছে যেন অনুমান হৈছে ।কাৰন আগৰ দিনত আমাৰ মা দেউতায়ে আমাক কৈচিল বোলে চিৰিকনিতহে বিদ্যা আছে ।গতিকে আগৰ নিয়মেই ভাল আছিল ।
@surenboruah3241
@surenboruah3241 Ай бұрын
সকলো স্কুলৰ শিক্ষক সজাগ হব হল
@thunugogoi4801
@thunugogoi4801 Ай бұрын
কবলৈ ভাষা নাই,এক কথাত এনেকুৱা উদন্দ ছাত্ৰ নীতি শিক্ষাৰ জ্ঞান নথকা লৰা বোৰ জহন্নামে যাওঁক,কাৰণ ইহঁত শাসনৰ বাহিৰত ।
@dipenchetia-ij4mz
@dipenchetia-ij4mz Ай бұрын
অপৰাধী কেইজনক চিনাক্ত কৰি ৰাজহুৱা স্থানত ফাঁচি দিলেহে ভবিষ্যতে সজাক হ'ব।
@aparajitarajkhowa3578
@aparajitarajkhowa3578 Ай бұрын
শিক্ষক বা শিক্ষানুষ্ঠানখনৰ ওপৰত যিসকলে দোষ জাপি দিবলৈ যায় সেইসকলে ভালদৰে বিচাৰ কৰি চোৱা উচিত যে তেওঁলোকৰ সন্তানক প্ৰাথমিক শিক্ষাৰ স্থল ঘৰখনত কেনে আচৰণ শিকাই পঠোৱা হৈছে।
@pareshdas4685
@pareshdas4685 Ай бұрын
সৰ্ব শিক্ষাৰ গৱেষণাৰ ফল।
@priyabathazarika689
@priyabathazarika689 Ай бұрын
ছাত্ৰ ছাত্ৰীক বেঢিকৈ মূৰত তুলি ললে এনেকুৱা হৱয়।
@bikashbonia7698
@bikashbonia7698 Ай бұрын
হৈয়ে থাকে
@RatulGayon
@RatulGayon Ай бұрын
এনে ছাত্ৰ থাকিলে বিদ্যালয় পৰিচালনা সমিটিয়ে বা বিদ্যালয়ৰ মূৰবীয়ে আইনৰ সহায়েৰে অবিভাৱকৰ হাতত গটাই একেবাৰে বিদ্যালয়ৰ পৰা বিদায় দিয়াটোয়েই বাকী ছাত্ৰৰ বাবে নিৰাপদ হব বুলি ভাবো।
@pabinsarma2989
@pabinsarma2989 Ай бұрын
চৰকাৰে সুৰক্ষা দিয়ক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ ক, নহ'লে বেয়া ৰ ফালে গৈ আছে
@golapdeka4446
@golapdeka4446 Ай бұрын
কোনো স্কুলত যাতে নামভৰ্তি কৰিব নোৱাৰে সেই ব্যৱস্থা কৰিব লাগে ।
@dhanadadevidoley8594
@dhanadadevidoley8594 Ай бұрын
এইবোৰ হৈয়ে থাকিব কাৰণ‌ সা ্ বাদিক সকলে প্ৰতি দিনাই এইবোৰ ঘটনা দেখুৱাই থাকে । সেই কাৰণে‌ কিছুমান লৰাছোৱালীয়ে সাহস পাই আছে । অভিভাৱক সকলৰ বহুত দোষৰ কাৰণেই এইবাৰ ছাত্ৰ অধপতনে গৈআছে । এই বোৰ ছাত্ৰক কতো পঢ়িব নোৱাৰা কৰি দিব লাগে । তেতিয়াহে এনে অভিভাৱকৰ লাজ হব
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
যোৰহাট জিলাৰ মৰিয়নীৰ শিক্ষা প্রতিষ্ঠানত অস্ত্ৰ প্রশিক্ষণ, নামনিতো একে প্রশিক্ষণ অস্ত্ৰ পূজাৰ বাতৰি প্ৰচাৰ হৈছিল প্রধান শিক্ষকে অনুমতি দিছিল । গতিকে এই দৰে বিদ্যালয়ত অস্ত্ৰ চালনা হিঠিল হল
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Ай бұрын
এনে উদণ্ড ছাত্ৰক নাকিলগাবলৈ হলে বেছিসংখ্যক শিক্ষকৰ সমৰ্থন থাকিলে TC দিব , কিন্তু কেৰেক্টাৰ লাইনত bad character বুলি উল্লেখ কৰিলেই লেঠা খতম্ ৷ ক’তো এডমিচন নেপাই ৷
@RajashreeBorah-z8t
@RajashreeBorah-z8t Ай бұрын
বিষেকৈ ক্লাছ ৰুম সমোষত চিচি কেমেৰাৰ বেবষ্টা কৰিব লাগে।
@debasish6x
@debasish6x Ай бұрын
Cctv ase baideu . Takileu upai nai don kora bure koriboi
@bulusaikia2659
@bulusaikia2659 Ай бұрын
এইটো চৰকাৰৰ দুখ।বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শাসন কৰিব নোৱাৰে।শাসন কৰিলে দুখ দিয়ে শিক্ষকক।বিদ্যালয়ত দাদাগিৰি কৰা লৰাক ওলিয়াই দিব নোৱাৰে।এনে যদি শিক্ষকে বিদ্যালয়ত শাসন কৰে প্ৰতিটো কথাতে শিক্ষকক জগৰীয়া কৰাৰ দেখা যায়।এই ক্ষেত্ৰত অভিভাৱক সকল সচেতন নহলে বহুতো সন্তানক হেৰুৱাব লাগিব।নিজৰ লৰাটোক বা ছোৱালী গৰাকীক সদায় চকু ৰখাটো দৰকাৰ।মোৰ লৰাটো ভাল মোৰ ছোৱালী জনী ভাল বুলি আপোনালোকে ভাবি থাকে তলে তলে আপোনাৰ লৰা ছোৱালী কাললৈ গৈ থাকে।নিজৰ ল'ৰা ছোৱালী ভাল বুলি প্ৰমাণ পত্ৰ আপুনি দিব নোৱাৰে, ভাল বুলি অন্য লোকেহে দিব।সেয়ে শিক্ষকে শাসন কৰিলে অভিভাৱক সকলে জানি বুজিহে ব্যৱস্থা গ্ৰহন কৰিব।আগৰ দৰে চৰকাৰে শাসন কৰিবলৈ দিয়া হ'লে এনে পয্যায় নাপায়গৈ।
@RupaliBorahRupaliBorah-tn5gy
@RupaliBorahRupaliBorah-tn5gy Ай бұрын
এইবোৰ ক্ষেত্ৰত অভিভাৱক সকলে সচেতন হ’ব নাগে ৷ সৰুৰে পৰা ভয়লাজ নকৰে অভিভাৱক সকলৰপৰা ৷আজিকালি শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰথমে ভয় খায় অভিভাৱক অভিভাবিকা সকললৈ দ্বিতীয়ত ভয় খাব লগা হ’য় ছাত্ৰছাত্ৰীৰ সকললৈ ৷ সেইযে শিক্ষক শিক্ষয়িত্ৰী সকলে উপায়বিহীন হ’ব লগা হয় ৷ চেকনিৰে কোবোৱা বাদেই একেটাো ভুলকে যদি বাৰে বাৰে কৰে তেতিয়াও যদি এটা টান শব্দ বুজাই দিয়া হ’য় তেতিয়াও শিক্ষকশিক্ষয়িত্ৰীসকলে কথা শুনিব লগা হ’য়
@chandanbora720
@chandanbora720 Ай бұрын
Ghotona hoi a thake kintu action noloi . Good job 👍
@gunaramdas131
@gunaramdas131 Ай бұрын
বিদ্যা লয় সমূহত মাজে সময়ে অবি ভাৱ ক সন্মিলন পাতি নিজৰ লৰা ছোৱালী সকলৰ উপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ সজাগ আৰু সচেতন আহ্বান জনাব লাগে! বিদ্যালয়ৰ যি সকল দুষ্ট ছাত্ৰ ছাত্ৰী শিক্ষকৰ চকুত ধৰা পৰে তেওঁ লোকৰ পিতৃ মাতৃ সকলক লগ কৰি বা বিদ্যা লয়লৈ মাতি আনি জনোৱাৰ ব্যৱস্থা কৰিব লাগে! দৰকাৰ হলে সেই ছাত্ৰ জনৰ উপৰত বিহিত ব্যাৱস্থা গ্ৰহণ কৰিব লাগে!
@bipulkalita5824
@bipulkalita5824 Ай бұрын
সজাগ হব হৈ
@khargaprasadsarma9063
@khargaprasadsarma9063 Ай бұрын
ইয়াৰ বাবে ছাত্ৰ জনৰ অভিভাৱক দাই
@tusharnath3031
@tusharnath3031 Ай бұрын
Bohut dangor lacture di laav nai koli jug porise ru bht beya conditions hbo goi ase manuh jati tur .....
@krishnaduwara1778
@krishnaduwara1778 Ай бұрын
Bor baya kotha hoise dai aibilak 😢😢😢 . Ajikali students a teacher kotha a nuhuna hol . Mar pit nokorileu bhoi khuwabo lage
@Pran-ali
@Pran-ali Ай бұрын
Right 👍
@bijusaikia5372
@bijusaikia5372 Ай бұрын
স্কুলৰ নিজা আইন প্ৰণয়ন হওক।
@satramchaliha7809
@satramchaliha7809 Ай бұрын
কি ব্যৱস্থা গ্ৰহণ কৰিলে এইবোৰ ঘটনা নিৰ্মূল হ'ব।
@pramodBora-i8r
@pramodBora-i8r Ай бұрын
এই উদণ্ড চাত্ৰ সকলৰ অধপতনৰ মূল কাৰণ এওঁলোলোকৰ পিতৃ- মাতৃ । সৰুৰ পৰাই এইসকলে পিতৃ-মাতৃ পৰা ভাল জ্ঞান ভাল শিক্ষা নোপোৱাৰ বাবেই এই অৱস্থা ।
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
বৰ্তমান অসমৰ পৰিবেশ একে বাৰে বেয়া ইয়াৰ দায়ি কোন
@mouchumibaruah9486
@mouchumibaruah9486 Ай бұрын
কঠোৰ শাস্তি দিব লাগে তেতিয়াহে পিছৰ ছাত্ৰ বিলাক ভাল হব ।
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx Ай бұрын
বহুত বেয়া কথা হৈছে ।
@jayantaborah7701
@jayantaborah7701 Ай бұрын
আগৰ পৰা বেয়া
@digantadeka9735
@digantadeka9735 Ай бұрын
Class r bhitorot ki soli thake teacher khokole gomgoti rakhibo lge. Teacher khokolor kisu durbolota ase.
@RanuRanu-gg6jg
@RanuRanu-gg6jg Ай бұрын
😢😢😢😢😢😢
@khargeswarnath2624
@khargeswarnath2624 Ай бұрын
বন্ধ্যাকৰণ কৰিব লগা হৈছে😂😂
@pravachutia931
@pravachutia931 Ай бұрын
শিক্ষকসকলক যেতিয়াই পৰা সন্মান হানিকাৰক কথাবোৰ কিছুমানে মানুহে কবলৈ ধৰিলে 'তেতিয়াই পৰা শিক্ষকক নমনা হ'ল । আগতে শিক্ষকে পঢ়োৱা ল'ৰা ছোৱালী পৃথিৱীৰ বিখ্যাত হোৱা নাছিল নেকি ? এতিয়াহে নজনা হল ।
@babulsaikia462
@babulsaikia462 Ай бұрын
আগৰ পৰা যদি এনেকুৱা হৈ থাকে আৰু স্কুল কৰ্তৃপক্ষই গম পাই ও যদি কোনো অনুশাসন মুলক ব্যৱস্থা কৰা নাই এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষই সম্পূৰ্ণ দায়ি।
@digantadeka9735
@digantadeka9735 Ай бұрын
moiu taakei koisu..teacher r bhool ase . Loge loge bhal action nuluar babei ane hoise.
@pranjal1393
@pranjal1393 Ай бұрын
কি ব্যৱস্থা লব পাৰিব?
@Sangkalpakumarsarma
@Sangkalpakumarsarma Ай бұрын
ইয়াৰ মূলতে হ'ল""""পৰীক্ষাত নকল কৰি পাছ কৰা।পঢ়া ল'ৰা ছোৱালীয়ে এইবোৰ কৰিব নোৱাৰে।
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
শিক্ষাৰ অধিকাৰ আইনখনেই এইবোৰ অপৰাধৰ বাবে দায়ী।এই আইনে ছাত্ৰৰ ওপৰত শিক্ষকৰ শাসন নাইকীয়া কৰিলে।
@lulugogoi2558
@lulugogoi2558 Ай бұрын
শিক্ষক সকলে আকৌ এচাৰি ল'ব লাগে
@muned6442
@muned6442 Ай бұрын
হে প্ৰভু নতুন প্ৰজন্ম ল'ৰা বিলাক কোন দিশে গৈছে হাতত চোকা চুৰি লৈ স্কুল,কলেজ আহে
@AS.HP22
@AS.HP22 Ай бұрын
আজিকালি লৰা ছোৱালী এ মোবাইল লৈ যায়।bike লৈ যায়,আৰু হব।আবিভাক আৰু শিক্ষক সকলে গুৰুত্ব দিব লাগে
@sandhyadas7651
@sandhyadas7651 Ай бұрын
যি টো লৰাই এনে কাম কৰিছে তাক জীবন ভৰ জেলত ভৰাই দিয়ক, নাবালক বুলি ৰেহাই দিব নালাগে
@sanjibkonwar7691
@sanjibkonwar7691 Ай бұрын
যুৱ উশৃঙ্খল কিয় বাঢ়িছে ইমানকৈ? চৰকাৰে এখন উপযুক্ত আইন আনিব লাগে।
@ৰঙীনজীৱন-খ৬গ
@ৰঙীনজীৱন-খ৬গ Ай бұрын
এইবোৰ আবৰজনা। সেইবোৰৰ মাক বাপেকবোৰো একেই।হাত ভৰি ভাঙি পুলিছক গতাই দিব লাগে
@pranitadutta3204
@pranitadutta3204 Ай бұрын
এইবোৰ অভিভাৱকৰ দুষ।
@manjubarman1855
@manjubarman1855 Ай бұрын
কি যে হৈছে !
@subhasishchutian8801
@subhasishchutian8801 Ай бұрын
সস্তা হিৰʼগিৰি আৰু আৰু চবৰে ফলাফল এইবিলাক
@RatulGogoi-n8k
@RatulGogoi-n8k Ай бұрын
Until and unless strict action is taken against the indiscipline students there will be no solution to this problem.
@nogengogoi6835
@nogengogoi6835 Ай бұрын
এই ক্ষেত্ৰ ত ছাত্ৰ সন্থা দায়িত্ব নাই নেকি
@mridulkumarrabha892
@mridulkumarrabha892 Ай бұрын
সময় বৰ বেয়া হৈ আহিছে।
@NibhaChangmai-jz7xo
@NibhaChangmai-jz7xo Ай бұрын
চেকনি আগত বিদ্যা, এই নীতি বলবৎ কৰক চৰকাৰে।
@Spiderm_an123
@Spiderm_an123 Ай бұрын
ছাত্ৰৰ নামত কলংক ইহঁত !!! ছাত্ৰ নে গুন্দা !!!
@ranjankalita905
@ranjankalita905 Ай бұрын
মাক দেউতাকৰ ভুলৰ বাবেই এনে কাম হৈছে। আৰু স্কুলৰ শিক্ষক সকলৰো সমানেই দোষ আছে। আগৰ দৰে শাসন কৰিব হল চেকণীৰ আগত বিদ্যা। সাংবাদিক বোৰ মাক দেউাকৰ ওচৰলৈ নাযায় কিয়। তেওঁলোকৰ লৰাই কীয় এনেকুৱা কাম কৰিলে বুলি সুধিবলৈ
@homedecor9950
@homedecor9950 Ай бұрын
Dui eta lora tenekua thake khosa kotha....kintu kio ...... Kheikhini lorar ovivabok a kio nojor nidiye....aibur ajir buli nohoi...bohut agor porai ase....kisuman ovivabok a aibur gurutto nidiye....kisuman ovivabok a tu proud feel kore....j amar lora tu khahokhi....are eman khahokhi jodi armyt joina korai diyok..... Aitu khompurno vabe ovivabok ar berthota... Aibur sovab ghoror pora devloped hoi....karon ji kunu lora suali a manobota aru prothom khikha ghoror manuhok dekhi khike ... Aibur students ak nohoi parents ak dhoribo laage ...
@konwarchitra1067
@konwarchitra1067 Ай бұрын
অভিভাবকৰ অনুশাসন নথকাৰ ফল।
@PrakashSingh-ls8sm
@PrakashSingh-ls8sm Ай бұрын
Aru hobo, mastore kubale abhibhaboke police case koribo tar babe ajikali studente sal paise.
@im_buah
@im_buah Ай бұрын
100% hosa ktha
@nilakanatapatir969
@nilakanatapatir969 Ай бұрын
Betab nalage buli ji নিয়মৰ ফলাফল, সদায় teachers beya,
@minasaikia7968
@minasaikia7968 Ай бұрын
তেনেকুৱা পিতৃ মাতৃ ৰ বাবে এনে অৱস্থা পাইছে গৈ
@biplukumardas6891
@biplukumardas6891 Ай бұрын
Temporary Expel both first Second find out curlpit Third permanent expelled curlpit
@bipinchungimout7347
@bipinchungimout7347 Ай бұрын
,,দুখিচাতৰ,গৰ্জেন্তক,অৰেষ্টকৰক,আইনপষ্টোৎকৰকমামা,জেল্ডিয়াক
@kunjalatabhuyan9074
@kunjalatabhuyan9074 Ай бұрын
মাক বাপেক বিলাক অজ্ঞানী সেয়ে সন্তান বিলাকো অজ্ঞানী ইহঁতক পুলিচক চমজাই দিয়ক
@nogengogoi6835
@nogengogoi6835 Ай бұрын
এনে ধৰণৰ ছাত্ৰ বেকত কোন আছে সকলোৱে জনেই দেখোন।
@momiborah3222
@momiborah3222 Ай бұрын
Deboji ake Dom point ot koisa 👍
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 103 МЛН
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 48 МЛН
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 1,4 МЛН
India-Pakistan Partition Explained
55:19
Nitish Rajput
Рет қаралды 3,5 МЛН