Рет қаралды 2,062
গৰ্ভাৱতী মহিলাৰ বাৱে আৰু নবজাতকৰ গেচ- এচিদিটিৰ ভয়ৰ পৰা Safety !!
এই চেনেলটোত ভাগলোৱা সকলোৱে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি ৰাইজৰ উপকাৰত অহা কিবা কথাত কাৰোবাৰ জীৱনত আনন্দৰ যোগান ধৰাৰ প্ৰয়াস কৰে। আমাৰ কথাবোৰ অভিজ্ঞতা ভিত্তিক । বজাৰৰ বিভিন্ন বস্তুৰ বিজ্ঞাপন নাইবা ডাক্তৰ বা চিকিৎসালয়ৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। কৰবাত প্ৰসংগক্ৰমে কিবা উল্লেখ হৈছে যদি সেইয়া অনিচ্ছাকৃত । আমি ডাক্তৰ আৰু চিকিৎসালয়ৰ প্ৰতিযোগি নহওঁ। মহিলা সকলৰ মৌ-মেলত আমি অভিজ্ঞতাৰ আদান-প্ৰদান হে কৰো।
#গেষ্ট্ৰিক বাএচিডিটি at home চিকিৎসা :-
কেতিয়াবা বুকুত জ্বলা পোৰা, টোঙা উগাৰ, বমি বমি ভাৱ, পেটত ভূট ভূট শব্দ কৰা, বমি হোৱা আদি লক্ষণে প্ৰায় সকলো গৰ্ভাৱতী মহিলাক আমনি কৰা পৰিলক্ষিত হয়। পেট, বুকু আৰু ডিঙিত জ্বলা পোৰা, তেঙা, তিতা পানিৰে বমি হোৱা, পেটত তীব্ৰ বিষ অনুভৱ কৰা, ভোক নলগা আদি লক্ষণ সমুহে দেখা দিলেই আমি গেষ্ট্ৰিক হোৱা বুলি কয়।
আজি আপোনালোক কম এই গেষ্ট্ৰিকৰ সমস্যা কিয় হয় গৰ্ভাৱতী মহিলাৰ? ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে কেনেকুৱা ধৰলৰ সাবধানতা অৱলম্বন কৰিব লাগিব। আপোনি এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে চাওঁক।
FEEDING PRODUCTS WE USE♥♥♥
**1. Feeding Bottle Philips - amzn.to/2JdJh8T
**2. Feeding Bottle Dr. Brown - amzn.to/2IP7PWN
**3. Storage Bottle - amzn.to/2ZO9u4L
**4. Medela Breast Pump Manual - amzn.to/2RECQiZ
**5. Medela Breast Pump Electric - amzn.to/2FAgf2C
**6. Dr. Brown Bottle Warmer - amzn.to/2FBu00P
**7. Philips Bottle Sterilizer - amzn.to/2rxhgUn
**8. Milton Flask - amzn.to/2XcCRRe
**9. Formula Nan-Pro - amzn.to/2REKBWd
**10. Formula Similac - amzn.to/2RAvrl0
**11. Formula Enfamil - amzn.to/2ZTXyhX
**12. Cerelac - amzn.to/2ZTG1Gr
**13. Containers to Store Formula - amzn.to/2ISFOOq
MASSAGE PRODUCTS WE USE♥♥♥
**1. Forrest Essential Baby Massage Oil - amzn.to/2ZRtCTI
**2. Kama Ayurveda Baby Massage Oil - amzn.to/2ZTFXGV
**3. Extra Virgin Coconut Oil - amzn.to/2IQxSNi
**4. Almond Oil - amzn.to/2IS817X