গৌৰৱ গগৈক ভোট দি ভুল কৰিলে নেকি যোৰহাটবাসীয়ে? মুখ্যমন্ত্ৰীৰ ‘গুড বুক’ৰ পৰা নাম কাট খালে যোৰহাটৰ

  Рет қаралды 77,702

NB News

NB News

Күн бұрын

Пікірлер
@LakhiPrasadSaikia-uq9df
@LakhiPrasadSaikia-uq9df 8 күн бұрын
এই বোৰ হল নীকিস্ত ৰাজনীতি আৰু এই ৰাজনীতিৰ মাষ্টাৰ মাইণ্ড কোন সকলো বিবেকবান অসমীয়াই বুজি পায়।
@deboborah5858
@deboborah5858 7 күн бұрын
নিকৃষ্ট এনেকৈ লিখিবা।
@topgamer07tg
@topgamer07tg 2 күн бұрын
😂😂​@@deboborah5858
@niroddeka8957
@niroddeka8957 9 күн бұрын
গৌৰৱ গগৈক লৈ সুখী হৈ থাকক যোৰহাট বাসী
@Nilajkhan
@Nilajkhan 8 күн бұрын
Correct.. Gourobh Gogoi hoise Bangladeshi Miya neta..
@RitopanRajbongshi4
@RitopanRajbongshi4 8 күн бұрын
@@Nilajkhan 100% right দাদা।
@risha3703
@risha3703 8 күн бұрын
@@niroddeka8957 exactly 🥲..kinu val pai kisuman jorhatians e
@DragonAssam-y9e
@DragonAssam-y9e 8 күн бұрын
Jorhat bjp mla jone ki korese eman dine 😂😂😂😂😂 2026.ki.hobo...jorhat.. Andha bhakt bure dekh ehh nai
@Nilajkhan
@Nilajkhan 8 күн бұрын
@@DragonAssam-y9e Oi Nich toy.. Toy Bangladeshi Miya hoi..
@dhrubajyotimohan9648
@dhrubajyotimohan9648 8 күн бұрын
২০২১ চনত সবাইকে পুনৰ মুখ্য মন্ত্রী হিচাপে লৈ ৰাইজে ভোট দিছিল। কিন্তু চতুৰ চাণক্য মামাই মুখ্যমন্ত্রী ৰ চকীত বহিল। উজনিৰ ৭০% বিধায়কে একো ধৰিব নোৱাৰি থন থন মদন গোপাল হৈ চাই থাকিল। তেতিয়া ই ধাৰনা কৰা হৈছিল নিজ গৃহ জিলা ডিব্ৰুগড় খন সবা কাই ভালকৈ গঢ ল'ব। আৰু মাথো ১ বছৰ বাকী থাকোতেই সকলো সমাধা কৰি লৈছে। ইয়াত গৌৰৱ গগৈৰ কোনো পাসংগিকতা নাই। ১০ লাখ ভোটাৰে গঠিত যোৰহাট লোকসভা সমষ্টি। এইয়া জনতাৰ ৰায়ত হে গৌৰৱ গগৈ জয়ী হৈছে। 6:07
@ajitnarah6687
@ajitnarah6687 9 күн бұрын
মুখ্যমন্ত্ৰীয়ে নকৰা কাম গৌৰৱ গগৈ নিজে কৰিব। যোৰহাট বাসী ৰাইজ চিন্তাৰ কাৰণ নাই।
@Hgdfgvdddvv
@Hgdfgvdddvv 9 күн бұрын
Bal karibo
@Nabajyoti-c4c
@Nabajyoti-c4c 9 күн бұрын
টুৰ মোৰ ত মুতি দিব 😂
@Bgwyzhw
@Bgwyzhw 8 күн бұрын
তোৰ বাপাৰে নি গৌৰৱ
@অসমীয়াসংস্কৃতিৰভৰাল
@অসমীয়াসংস্কৃতিৰভৰাল 8 күн бұрын
ইমান‌ দিন শুই হে আছে দেখোন।
@gautomk1
@gautomk1 8 күн бұрын
Xai tu nokoray baru 😊.........kintu Tapan gogoi t kay efficient aru active ......aru jorhotiya
@pikubora9865
@pikubora9865 9 күн бұрын
সকলোৰে সংজ্ঞা সলনি কৰিব বিচৰাতো বেয়া মধ্যমনি সদায় মধ্যমনিয়ে যোৰহাটৰ গুৰুত্ব কেতিয়াও নকমে
@hridaychoudhury8527
@hridaychoudhury8527 8 күн бұрын
উন্নয়ন লাগিলে মূখ্যমন্ত্ৰী লৈ মনত পৰে ভোট দিবৰ সময়ত গৌৰব গগৈ মনত পৰে ।
@satyajitkalita5384
@satyajitkalita5384 8 күн бұрын
Right 👍
@kriyangshu6400
@kriyangshu6400 5 күн бұрын
Ontoto jorhat khon axomiya r dokholot ase . Gu hati khonor nisina obostha huagoi nai .
@LakshyajyotiKeot
@LakshyajyotiKeot 2 күн бұрын
১০০% সত্য।
@RanaSaikia-p1e
@RanaSaikia-p1e 9 күн бұрын
আমাক লাগে টোল গেট প্ৰিপেইড মিটাৰৰ সমস্যা মূল্য বৃদ্ধি টেটু চেপি সংগ্রহ কৰা কৰ, ছয় জনগোষ্ঠীৰ জনজাতি কৰণ, গাহৰিৰ বজাৰ থলুৱাৰ হাতত থকা, কয়লাৰ চিন্ডিকেট গাহৰিৰ চিন্ডিকেট, গৰুৰ চিন্ডিকেট চুপাৰিৰ চিন্ডিকেট বন্ধ কৰা হে, এই সমূহ জুমলা দেখুৱাই লাভ নাই
@dilipgoswami7547
@dilipgoswami7547 9 күн бұрын
ভাল কামৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে এই পুৰস্কাৰ
@rajibgogoi3739
@rajibgogoi3739 9 күн бұрын
Ghenta
@অসমীয়াসংস্কৃতিৰভৰাল
@অসমীয়াসংস্কৃতিৰভৰাল 8 күн бұрын
সত্য কথা।
@user75677
@user75677 8 күн бұрын
সুন্দৰ উপহাৰ দিছে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ যি পুৰস্কাৰ পোৱাৰ যোগ্য পাবই
@kriyangshu6400
@kriyangshu6400 5 күн бұрын
Tilinga jate tilinga ke support koribi buli Janu .
@junbora3558
@junbora3558 9 күн бұрын
যিকোনো এজন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হ'লে, তেওঁ সকলোবোৰ জিলাকে, সকলোবোৰ অঞ্চলকে সমান চকুৰে চোৱা উচিত। স্বাৰ্থপৰ হ'লে কোনো এজন মুখ্যমন্ত্ৰীয়ে নিজৰ দেশখনক বা অঞ্চলবোৰক উন্নতিৰ পথত আগুৱাই নিব নোৱাৰে। হিমন্তয় অসমৰ যিমান উন্নতি কৰিব লাগে, সিমান উন্নতি কৰিব পাৰিছে জানো । তেওঁ কেৱল ভোট পোৱাৰ আশাত জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিয়ে। জনসাধাৰণক EVM ত ভোটদান কৰোৱাইহে নিৰ্বাচনত জয়ী হৈ আছে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰি জনসাধাৰণৰ আগত জয়ী হৈ দেখুৱাওক, তেতিয়াহে মুখ্যমন্ত্ৰী হিমন্তয় নিকাভাৱে চৰকাৰ চলাইছে বুলি ক'ব পাৰিম।
@Nabajyoti-c4c
@Nabajyoti-c4c 9 күн бұрын
😂 ছেট ৰ জ্ঞান নিদিবি
@apurbadas4151
@apurbadas4151 8 күн бұрын
Tarun CM hoi tezpurk ki st disil?? Sb jorhat
@DibyajyotiNath-g7r
@DibyajyotiNath-g7r 8 күн бұрын
Congress jikile set kela evm hack nohoy aru BJP jikile hack hoy tur baperor maror fup tu..kandi thak atia jorhatia😂
@debangamoran7459
@debangamoran7459 8 күн бұрын
Kukur jaat​@@Nabajyoti-c4c
@risha3703
@risha3703 8 күн бұрын
Congress jikil karone EVM hack nohoi ..but bjp jikile evm hack.. what a hypocrisy..
@dipakgogoi5084
@dipakgogoi5084 8 күн бұрын
ফটোৱা কথা গুদি মেডিয়াই হিমন্ত বিশ্বৰ শ্ৰুতলিপিৰ মতেই প্ৰচাৰ চলাইছে। হিমন্ত বিশ্ব সুবিধাবাদী । তেঁওৰ কেবাখনো বাগান , ৰিচৰ্ত, হস্পিটেল ডিব্ৰগড় আৰু তিনিচুীয়াত আছে। সেইবোৰ চোৱাৰ বাবেহে হিমন্ত বিশ্ব ডিব্ৰগড়লৈ আহে। ৰাজধানী ডিব্ৰগড়ত হলে। নিজৰ ৰিচৰ্ত ব্যবহাৰ কৰি চৰকাৰী ধন লুটিব হিমন্ত বিশ্বৰ পৰিয়ালে।
@rupjyotisaikia1789
@rupjyotisaikia1789 7 күн бұрын
😂😂😂
@rushanburagohain6803
@rushanburagohain6803 9 күн бұрын
তই বাতৰি কোৱাটোও বামুণ নহয় জানো।তেজপুৰ আগৰে পৰা সাংস্কৃতিক ঠাই।
@PuskarSharma-j4j
@PuskarSharma-j4j 9 күн бұрын
Bamun ak eman beya pai neh aapuni??
@wondeerbe25
@wondeerbe25 9 күн бұрын
ahom bamun kio koro....bamun uport vabo sage...tuk2 kunau aku kua nai...
@debangamoran7459
@debangamoran7459 8 күн бұрын
​@PuskarSharma-j4jmama karone beya pai
@risha3703
@risha3703 8 күн бұрын
Ki bamun bamun logoi ase..
@Mridupratik
@Mridupratik 8 күн бұрын
বামুণ টো কি হয় ? আমিটো ব্ৰাহ্মণ বুলিহে জানো ।
@7gc970
@7gc970 8 күн бұрын
গৌৰব গগৈৰ মুখ খন যোৰহাট বাসীৰে চাই থাকিলে পেট ভৰিব । গৌৰব গগৈৰে উন্নতিৰ কি কৰিব জনা আছে ।
@RitopanRajbongshi4
@RitopanRajbongshi4 9 күн бұрын
যোৰহাটত তিনিখনকৈ উৰণসেতু আৰু বহুতো কিবা-কিবি দিয়াৰ পিছত যদি যোৰহাটৰ ৰাইজে বিজেপিক ভোট নিদিয়ে। তেন্তে এনেকুৱা কামে কৰিব লাগে।
@ParthaGoswami-c6v
@ParthaGoswami-c6v 8 күн бұрын
সচাকৈয়ে যোৰহাট বাসী ৰাইজে ডাঙৰ ভূল কৰিলে।
@NakulGogoi-f5s
@NakulGogoi-f5s 8 күн бұрын
Karubar nijor tokare bonua nai tex r tkai bonaise gotike moimotali amak nagale asmor lav howk gaurav gogoi jindabad
@RitopanRajbongshi4
@RitopanRajbongshi4 8 күн бұрын
@@ParthaGoswami-c6v 100%....
@DragonAssam-y9e
@DragonAssam-y9e 8 күн бұрын
Educated manuhok... kinibo nuware.kunu political party ehh...jetoo andhaa bhakta hokole najane ... Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@debangamoran7459
@debangamoran7459 8 күн бұрын
Mokkel murot gubor thkaa kitai he dibo bjp vote
@DilipChakraborty-j6b
@DilipChakraborty-j6b 9 күн бұрын
এজন ভাল আৰু বলিষ্ঠ নেতা পাইছোঁ গতিকে গৌৰৱ গগৈ আমাৰ অসমৰ গৌৰৱ
@muned6442
@muned6442 2 күн бұрын
আমি গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দি গৌৰৱ হে কৰিছো ভুল কৰা নাই 🙏🙏🙏🙏🙏
@ParthaFF45
@ParthaFF45 8 күн бұрын
যোৰহাট বাসী খাই পাত ফলা সমষ্টি | মিছলীয়া | টেঙা আম এদিন হে বজাৰত বেছিব পাৰি !
@Nirmalkumarray2000
@Nirmalkumarray2000 8 күн бұрын
ৰাজনীতিত যেতিয়ালৈকে শাসক দলক সন্তষ্ট কৰিব নোৱাৰে,সেই সমষ্টি কেতিয়াও উন্নতি নহয়।।।এয়া যি দলেই হওক।।।হয়টো যোৰহাটবাসীয়ে গৌৰৱ গগৈৰ পৰা উন্নয়ণ বিচাৰিছে।।গতিকে সেয়াই হৈ উঠিছে।।।উপাই নাই।।যি ৰাইজে চৰকাৰক সহায় কৰিছে,সেই ৰাইজক চৰকাৰে কিবা কিবি দিয়াটো চৰকাৰৰ দায়িত্ব আছে।।যদি চৰকাৰে যোৰহাটবাসীৰ পৰা সহায় কৰা বুলি অনুভৱ কৰে নিশ্চয় চৰকাৰে যোৰহাট উন্নয়ণ কৰিব।।গতিকে যোৰহাটবাসীয়ে গৌৰৱ গগৈকহে উন্নয়ণৰ দাবী কৰা উচিত।।।ৰাজনীতিত এয়াই চলে।।।
@probinkumarkakati6151
@probinkumarkakati6151 9 күн бұрын
ভাল হল ?যোৰহাট বাসীয়ে আৰু ভুগিব লাগিব এয়াই নহয় ?গৌৰৱ গগৈয়ে কৰক ?যোৰহাটৰ জনসাধাৰনে যাৰ চাউল খায় তাৰ গুনগান গাব লাগে ?
@sahidurrahman1576
@sahidurrahman1576 9 күн бұрын
Gourav Gogoi zindabaad ❤❤❤
@kaushikborah321
@kaushikborah321 9 күн бұрын
Gaurav gogoi murdabad
@Nabajyoti-c4c
@Nabajyoti-c4c 9 күн бұрын
​@@sahidurrahman1576মিয়া 😂
@janardanbora2803
@janardanbora2803 8 күн бұрын
টোৰ বাপেৰক পঠাই দিব লাগিছিল অই মিয়া গৌৰৱ গগৈক হৰুৱাবলৈ দেশৰ সকলো বিজেপিৰ চুৰ বোৰ আহি হৰোৱাৱ নোৱাৰিলে😅😅😅
@risha3703
@risha3703 8 күн бұрын
​@@sahidurrahman1576tumar Gaurav gogoi e jikar pora aji loike korile nu ki..
@lobobhatta1915
@lobobhatta1915 7 күн бұрын
ডিব্ৰুগড় জিলাৰ উন্নতি হ'লে যোৰহাটৰ কি ক্ষতি হ'ব । একেখন অসমৰে চহৰ উন্নতি হ'লে ভালহে ।
@jayantadas3028
@jayantadas3028 8 күн бұрын
Jorhatr MLA BJPr nai janu. Akol MP Kam nki.
@pratimasarma1737
@pratimasarma1737 7 күн бұрын
আমি অসমীয়া মানুহে এতিয়া কেৱল হিতাধিকাৰী হোৱাৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নিদিয়ে। ৰাজধানীৰ খেল খেলি মানুহৰ মাজত ভোট যুদ্ধৰ বাবে বিভাজন ঘটাই পুনৰ ৰাজপাটত উঠাৰ পৰিকল্পনা।
@RahulDas-rz2bu
@RahulDas-rz2bu 7 күн бұрын
এচাম মহাজ্ঞানী মহাপণ্ডিতৰ মতেতো অসমৰ শিক্ষিত আৰু জনা বুজা মানুহখিনি অকল যোৰহাট শিৱসাগৰতহে আছে কাৰণ তেওঁলোকে গৌৰৱ গগৈৰ দৰে এজন শিক্ষিত ব্যক্তিক জয়যুক্ত কৰাইছে। তেওঁলোকৰ মতে গৌৰৱ গগৈহে শিক্ষিত, আন কোনো শিক্ষিত ৰাজনীতিবিদ অসমত নায়েই।
@papusaikia9615
@papusaikia9615 9 күн бұрын
Jorhat hodai zindabad. Only wait.
@mintusaikia8875
@mintusaikia8875 8 күн бұрын
ঠিকে কৰিছে CM এ, আপোনালোকক গৌৰব গগৈয়ে দিব। যি কৰিছে ভালে কৰিছে।
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp 8 күн бұрын
Gaurav Gogoi next CM of Assam 💯
@rupjyotisaikia1789
@rupjyotisaikia1789 7 күн бұрын
😂😂😂😂
@samudrahazarika110
@samudrahazarika110 9 күн бұрын
গৌৰৱ গগৈ থকা লৈকে একো নহয় 😂😂😂😂😂😂
@Dihingia953
@Dihingia953 9 күн бұрын
গৌৰৱ গগৈয়ে সদাই অসমৰ ৰাইজৰ কাৰনে আছে আৰু থাকিব ৷
@rupjyotisaikia1789
@rupjyotisaikia1789 7 күн бұрын
Manipur Manipur he siori thake gourobe,,, Assam r kotha nkoi e😅😅😅
@JituTora
@JituTora 6 күн бұрын
​@@rupjyotisaikia1789কাৰণ মামায়ে‌ নকয় ন😅
@dinanathrajkhowa9042
@dinanathrajkhowa9042 8 күн бұрын
গৌৰৱে যোৰহাট ক দিল্লীৰ দৰে বনাব।😊
@rupamviwers07
@rupamviwers07 8 күн бұрын
😂😂
@Nilajkhan
@Nilajkhan 8 күн бұрын
@@dinanathrajkhowa9042 Gourav Gogoi a Jorhat k o Miya state bonabo..
@DragonAssam-y9e
@DragonAssam-y9e 8 күн бұрын
Jorhat manuhe .. party nahoi parthee sai jeto andha bhakt bure buje napabo ...
@Nilajkhan
@Nilajkhan 8 күн бұрын
@DragonAssam-y9e Toi ki vokt harami. Toy o sage hindu rupi Miya. Toy o sage hindu rup lou Gourav Gogoi, Akhil Gogoi nisinakoi namaj porho
@dreamShddch
@dreamShddch 7 күн бұрын
​@@Nilajkhanজহৰা তইহে মিয়া 😂😂😂।যোৰহাট হয় যোৰহাট।তহঁতৰ নিচিনা বিবেক বিক্ৰী কৰা যোৰহাট নহয়।আমি সুখী যে যোৰহাট জিলাৰ কাষতে ব্ৰহ্মপুত্ৰৰে সংলগ্ন মাজুলী জিলাৰ মই এজন বিবেকবান ব্যক্তি হয়।গৌৰৱক আমি জিকাইছো বিবেক ভোট দি।তহঁতৰ ফটুৱা বিবেকে দেশখনৰ ভাৰষাম্য নাইকিয়া কৰি পেলাবলৈ হিমন্তক সুবিধা প্ৰদান কৰিছে।
@Jibanhazarika-s5p
@Jibanhazarika-s5p 8 күн бұрын
কাম লাগে হিমন্ত বিশ্ব শৰ্মাৰ পৰা ।কিন্ত ভোট গৌৰৱ গগৈক ।এই যা ই যোৰহাট ৰাণী ৰাইজৰ নিয়ম ।
@pkplusaxom3164
@pkplusaxom3164 6 күн бұрын
যোৰহাটৰ বাবেই আজি যোৰহাট মাজুলীৰ কাম বন্ধ হৈ আছে বুলি অনুমান হৈছে,,,,,,🎉🎉🎉
@mukulgogoi4910
@mukulgogoi4910 9 күн бұрын
Jorhat, always remains jorhat
@jayantasonowalsonowal98
@jayantasonowalsonowal98 9 күн бұрын
যেনে কুকুৰ তেনে টাঙোন
@BinodPathak-dv9zj
@BinodPathak-dv9zj 8 күн бұрын
গৌৰৱ গগৈ মুখ্য মন্ত্ৰীৰ প্ৰতিদন্দী হোৱাৰ ফল ভুগিছে যোৰহাট বাসীয়ে।
@KalpanaNeog-fv3wo
@KalpanaNeog-fv3wo 8 күн бұрын
Jorhat has it's own identity, no need to tag " 2nd captial" ..... Already a Wealthiest city
@pd9288
@pd9288 7 күн бұрын
@@KalpanaNeog-fv3wo than Stop crying on online platform.
@samardas3337
@samardas3337 7 күн бұрын
আমি উন্নয়নৰ সমৰ্থন কৰোঁ। যি পর্টিয়ে যোৰহাটৰ লগতে দেশ খনৰ উন্নতি কৰিব আমাৰ সমৰ্থন থাকিব।
@raja5491
@raja5491 6 күн бұрын
কেনে মজা এতিয়া 😂😂 গৌৰব গগৈক লৈ আকাশত চাং পাতি থাকিলে হল😂😂😂
@binod.sri.vastav7631
@binod.sri.vastav7631 9 күн бұрын
Mama jindabad mojaaaaa dise
@cubedragon1683
@cubedragon1683 8 күн бұрын
Bihari toi mat namatibi
@BILLO_RANI_
@BILLO_RANI_ 4 күн бұрын
Dibrugarh baxiye vote nidile aakow rajdhani change hoi Tinsukia hbo 😂😂
@debasishbaruah2342
@debasishbaruah2342 8 күн бұрын
কংগ্ৰেছ জিকক বিজেপি জিকক যোৰহটীয়া ৰাইজে প্ৰাৰ্থীয়ে সদায় চাব ।।
@pikubora9865
@pikubora9865 9 күн бұрын
পাহৰিলে নেকি যোৰহাটৰ অবিহনে অসম অচল হৈ পৰে
@KundanSonowal
@KundanSonowal 8 күн бұрын
Lol😂
@user75677
@user75677 8 күн бұрын
যোৰহাট নহলে যোৰহাটখন নচলিব পাৰে কিন্তু বাকি জিলাত যোৰহাটৰ একোডাল প্ৰভাৱ নপৰে ৷ আমি যোৰহাট নহলেও চলি আছোঁ ৷
@pd9288
@pd9288 8 күн бұрын
Dhur fata lecture mari lav nai,jorhatot aku nai,...
@pikubora9865
@pikubora9865 7 күн бұрын
@@user75677 যোৰহাটাৰ কথা জকায়চুকৰ মানুহে কি গম পাবি
@hariprasadphukan7013
@hariprasadphukan7013 Күн бұрын
Right
@jayantaborah8968
@jayantaborah8968 6 күн бұрын
যোৰহাট কি হেইটো মেডিয়াই বুজাব নালাগে ,, সকলো অসমীয়াই জানে,, যোৰহাট ট নাই কি হেতু এবাৰ ভাবক আৰু আপোনালোকে আপোনালোকৰ চেনেলত বজাওক,, শিক্ষা গত অৰ্হতা কত বেছি যোৰহাট ট , হে বাবে যোৰহাটৰ মানুহে ভাল দৰে জানে চৰকাৰ এবাৰ আহিব আকৌও যাব বুলি
@rajusaikia2328
@rajusaikia2328 8 күн бұрын
আকৌ ভোট দিম
@dborah2370
@dborah2370 8 күн бұрын
Majuli dolong lage buli sun gogoi bulajone onubhob koribo pora nai
@ranjitkumardas4470
@ranjitkumardas4470 3 күн бұрын
কিয় দিব কংগ্ৰেছক ভোট দিছে এতিয়া গৌৰৱ গগৈয়ে যোৰহাট নগৰৰ কাম কৰিব B J P ক কিয় লাগে লজ্জা নাই
@sanjibsarmah2111
@sanjibsarmah2111 9 күн бұрын
Valei hoise...
@pgoswami5378
@pgoswami5378 Сағат бұрын
যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত দূৰত্ব ইমান বেছিও নহয়।গতিকে ডিব্ৰুগড়ত ২য় ৰাজধানী হলেও যোৰহাটৰ একো ক্ষতি নহব যেন লাগে। ইতিমধ্যে যোৰহাটৰ যথেষ্ট উন্নয়ন হৈছে আৰু ভবিষ্যতেও হব। এই ক্ষেত্ৰত মনত দুখ কৰিব নেলাগে।উজনীৰ এই পুৰণি চহৰখনতেই দেখোন ২য় ৰাজধানীৰ প্ৰস্তুতি চলিছে।ভালেই পদক্ষেপ লৈছে।
@tunborah4690
@tunborah4690 9 күн бұрын
মামা জিন্দবাদ
@jituborah5788
@jituborah5788 8 күн бұрын
মজা এতিয়া অনুভৱ কৰিছে 😅
@pankajnath4106
@pankajnath4106 8 күн бұрын
গৌৰৱ কোনো কামৰ মানুহ নহয় সি কথা চহকী হে কলিয়াবৰ সাংসদ থাকোতেও একো উন্নয়ন নকৰিলে আৰু যোৰহাটৰ একো উন্নয়ন নহয়।
@riturajmissong7016
@riturajmissong7016 8 күн бұрын
💯 right bro
@cyber9345
@cyber9345 8 күн бұрын
Jorhat bakhi raija manuh sai vote disa..kunu party sai nohoi...
@bababorah9085
@bababorah9085 8 күн бұрын
এতিয়া মানুহতো চাই থাকিলে হ'ল
@gakuldeka4608
@gakuldeka4608 9 күн бұрын
Mjja😂😂😂
@jumibora-rl4wc
@jumibora-rl4wc 7 күн бұрын
Mama ji kora valla kora🙏🙏🙏🙏👍👍👍
@dreamShddch
@dreamShddch 7 күн бұрын
আমি গৌৰৱেৰে কম যে আমি গৌৰৱক ভোট দি গৌৰৱ অনুভৱ কৰিছোঁ।কিয়নো আমাৰ ভোট বিবেকৰ ভোট।তহঁতৰ নিচিনা প্ৰকৃতিক ভাৰসাম্য নাইকিয়া কৰা হিমন্তৰ গোলাম নহয়।
@A_native
@A_native 5 күн бұрын
হা হা 😂
@dreamShddch
@dreamShddch 2 күн бұрын
@@A_native তুমিও মহিলা আঁচনিত সোমোৱা নাইটো আকৌ?😂😂😂😂
@RubiBorah-j5r
@RubiBorah-j5r 9 күн бұрын
Gourob gogoie fit marisile ki korise atia
@gobinbhuyan2158
@gobinbhuyan2158 8 күн бұрын
Jorhatar janata Aandha bhakta hoba nuware hei babei nijar swabhiman karu usarat bikri kara nai.. kintu kisuman Andha bhaktar dap dapni Mora comments Sai dhikar disu heihakalak ji nijar swabhiman k bikri karise asani loi 5kg Saul loi.. Dhanyabad jorhat bakhi raij ajon hudakhya netaka vote di jaijukta kara babe...kam Kari kham karubar taluwa seleki nakhau ami..
@rupjyotisaikia1789
@rupjyotisaikia1789 7 күн бұрын
Gaurb Gogoi ase nhoi,, jorhat development kribo
@deepchangmaji7096
@deepchangmaji7096 9 күн бұрын
Dibrugrah t huwa karone...tohotor ki problem....
@Swapnashreee
@Swapnashreee 9 күн бұрын
সুন্দৰ
@KNOWLEDGE-iu6if
@KNOWLEDGE-iu6if 9 күн бұрын
Bjp agent
@bhabendoley6151
@bhabendoley6151 8 күн бұрын
ব্ৰহ্ম হৈছে যোৰহাট ৰাইজ।গম পাব লাগে যোৰহাট ৰাইজে,মুখ্য মন্ত্ৰী মহোদয়, বিজ্ঞাপনত পাকৈত।২০২৬ চনৰ নিৰ্বাচনৰ বাবে তৈয়াৰ কৰিছে ঠাই ।
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn 2 күн бұрын
গৌৰৱ গগৈয়ে নকৰিব নেকি?আপোনাৰ বিশ্বাস আছে যেতিয়া কৰিব,আমি আকৌ উন্নতি বিচৰা নাই, গৌৰৱক হে বিছাৰিলো।,,,,,,আৰ্ট পৱিত্ৰ ।
@AnandaKhound-jr3te
@AnandaKhound-jr3te 8 күн бұрын
গৌৰব গগৈ অসমৰ সম্পদ হয় ।গৌৰব গগৈ বিৰুদ্ধে বাতৰি কোৱাবোৰ বিজেপি চামচা ।হিমন্তৰ লুইবাজা আৰু সাৰদা কেলেংকাৰীৰ পৰা বচোৱাৰ কাৰনে এইবোৰ টোপ দিছে ।2026 ত গৌৰব গগৈ মূখ্যমন্ত্ৰী হৈ আছে ।ডিব্ৰুগড় ৰাইজে একো নাপায় ।অভাৰ বীজ বনাই কমিচনৰ অংকৰে উন্নয়ন কৰা এইখন চৰকাৰক ধবংশ কৰিব লাগে ।
@munnako
@munnako 8 күн бұрын
😂😂 কেতিয়াৰ পৰা হ’ল অসমৰ সম্পদ গৌৰৱ গগৈ৷
@NaimGazi-o7w
@NaimGazi-o7w 9 күн бұрын
Gourab gogoi jindabad
@digennath497
@digennath497 8 күн бұрын
আপোনালোকে কিয় ভোট নিদিলে
@lakshmilahon5887
@lakshmilahon5887 8 күн бұрын
Good CM ❤😊
@Nabajyoti-c4c
@Nabajyoti-c4c 9 күн бұрын
😂 বহুত ভাল কৰিছে
@anupamPayeng-w4o
@anupamPayeng-w4o 2 күн бұрын
তাৰ কাৰ্যকাল ওচৰ চাপিল 2026 চনত হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী পদ উকলিব পুনৰ গৌৰৱ গগৈ মূখ্যমন্ত্ৰী হ'ব তাককৈ আৰু কি লাগে
@OngjanTonglum-no5wi
@OngjanTonglum-no5wi 8 күн бұрын
Dekhor sorkar bjpr rajyor sorkaru bjpr ... Taat akow gaurav gogoi a nijor hompoti bikri kori uroniya hetu nirman kori dbo naki?? Kuntu grohot jiyai ase ??😂😂😂...
@Mridupratik
@Mridupratik 8 күн бұрын
Hsake pai
@risha3703
@risha3703 8 күн бұрын
@@OngjanTonglum-no5wi exactly
@bababorah9085
@bababorah9085 8 күн бұрын
উন্নয়ন লাগে বিজেপিৰ পৰা ভোট দিব গৌৰৱ গগৈক 😂😂😂
@girinbora7820
@girinbora7820 8 күн бұрын
এতিয়া যোৰহাটৰ ৰাইজে ভৱিষ্যতে আকৌ বিজেপি দলক ভোট দি জিকাই অনাৰ পন লব লাগে তেতিয়া আকৌ আপোনালোকৰ সপোন পূৰণ হব
@DragonAssam-y9e
@DragonAssam-y9e 8 күн бұрын
Jorhat bjp mla ke kore ase 😂😂😂😂😂
@tilakphukan7728
@tilakphukan7728 5 күн бұрын
যোৰহাট সদায়ে যোৰহাট।।। সকলো কাম চলি আছে।। যোৰহাট বৰ্তমানৰ দ্বিতীয় ৰাজধানী নহ'লে ও আহোম সাম্ৰাজ্যৰ শেষৰ খন ৰাজধানী আছিল।।। যোৰহাট ক অবজ্ঞা কৰিলে ও যোৰহাট জোৰণীৰ ঠাই আছিল আৰু থাকিব।। সৰ্বানন্দ ককাইদেউ ৰ বদলি ডিব্ৰুগড় বাসীক আৰুনো কি দিব।।।। 😂😂 ন।।
@bituhandique7584
@bituhandique7584 9 күн бұрын
সূন্দৰ হৈছে । শিক্ষা পাওক 😂
@KundanSonowal
@KundanSonowal 8 күн бұрын
2nd city aiooo😂😂😂😂😂
@LakshyajyotiKeot
@LakshyajyotiKeot 2 күн бұрын
😂😂😂😂😂😂আমাৰ কলিয়াবৰত গৌৰৱে কাম কৰি কচুপাত ফুলাই থৈছেই --- এইবাৰ যোৰহাটতো ফুলাব !!😂😂😂😂😂😂😂
@kalpanadutta2269
@kalpanadutta2269 8 күн бұрын
Jorhatbakhi bhoi nokoribo gouravye nijor babe kam nokore dekhor babe koribo
@SouravKar-gr4us
@SouravKar-gr4us 8 күн бұрын
Aru de gourav Gogoik 😂😂😂
@nayankaibarta3206
@nayankaibarta3206 8 күн бұрын
Vote nidi second rajdhani lage neki...
@bdborah42
@bdborah42 9 күн бұрын
পানিত চউ পাতি বামত জুই জলালে ভাত সিজিব জানু যুহাত বাখি ৰাইজ এই গতি কংগেচক ভুত দি বিজেপিক বিচাৰিলে কত পাব
@SankarPegu-z7t
@SankarPegu-z7t 9 күн бұрын
Bjp go back k❤
@ipsitanath8285
@ipsitanath8285 8 күн бұрын
, gaurav gogoi dhunia danser sai khub bhal laga
@mamusambitisgoodborah9898
@mamusambitisgoodborah9898 8 күн бұрын
Gouravok jika tatia jorhat hobo jorhat bharator rajdhani hobo
@amulyadas7103
@amulyadas7103 7 сағат бұрын
কংগ্ৰেছক ভোট দিয়াৰ ফল পাব এতিয়া যোৰহাট লোক সভা সমষ্টিৰ ৰাইজে |
@rajendersinghdhillon5413
@rajendersinghdhillon5413 6 күн бұрын
Wait till five years. What happened in jorhat loksabha seats.?
@pranabdeka952
@pranabdeka952 7 күн бұрын
মুখ্যমন্ত্ৰী নাম লৈ থকা দুই তিনিজনৰ বাহিৰে আন যোগ্য ব্যক্তিও হব পাৰে ।
@bhobenhazarika9694
@bhobenhazarika9694 8 күн бұрын
Aru alop din roba tar Pisat Dibrugarht lutar kathao gom pabo.Dibrugarht ki ki kinise Kun Kun bagan bikri hoise alop khabor labo.
@kartikaxom
@kartikaxom 8 күн бұрын
Thike korise
@jayantasonowal1753
@jayantasonowal1753 9 күн бұрын
Mojja
@DharmeshwarPayeng-dr6is
@DharmeshwarPayeng-dr6is 8 күн бұрын
যোৰহাটত গৌৰৱ গগৈ এতিয়া ডিব্ৰুগড় মিনি গুৱাহাটী ।
@udayanbaruah1512
@udayanbaruah1512 7 күн бұрын
Joi Aai akhom... Dibrugarh.... 🕉️🕉️🇮🇳🇮🇳🙏🙏
@gautomk1
@gautomk1 8 күн бұрын
Ata Kotha thik jay .....ologhoddo..nikkama atak jorhator para out korilay ......Gaurav hol jorhotiya....aru jorhtor ata history asay ...Congress thakutay u ....AGP jikisil .....
@MilanBaro-t3i
@MilanBaro-t3i 8 күн бұрын
BJP jindabad HIMANTA sar jindabad.
@JdjdjDjejej-in4ne
@JdjdjDjejej-in4ne 8 күн бұрын
B j p jindabad
@pranabdeka952
@pranabdeka952 7 күн бұрын
এতিয়া নিজৰ মাজত কাজিয়া লাগি থাকিলে কেনেকৈ অসমৰ ভাল হব ?
@Hgdfgvdddvv
@Hgdfgvdddvv 9 күн бұрын
Aru diyok gourav gogoi k vote
@pd9288
@pd9288 8 күн бұрын
Dibrugarhot development hole jorhator manuh buror ga puroni kio hoi,jatiya tarun gogoi ye gute educational institutes bur jorhatot pati lole tatiya tu dibrugarhor manuhe halla lagua nasil.
@udeeptaa
@udeeptaa 6 күн бұрын
I know, right? Agreed je Jorhat khon ekhon progressive town hoi bohut dixhot, especially in the number of educational and research institutions it has. Kintu Jorhat'or kiba bor beleg dhoronor bhem eta ase. Jen Oxom'or epicentre he. Educated manuhor thai buli je iman dombhali mare, tente tat casteism kio iman strong etiyau? Jorhat khon mur dristit ekhon conservative thai. Educated, culturally oriented, yet conservative. Mur fiancée Jorhat'or, kintu Jorhat khon'ok jiman bhal paboloi sesta korileu eibur dekhile mon tu beya lage. "Amar Jorhat", "Jorhat hoi bhai" eibur Jorhotiya ufaidang'or nomuna. Nijor matri'k bhal pua maane ki aanor matri'k ghrina koribo lage neki? Dibrugarh was stagnant for so many years. Jorhat has nothing to be insecure about. It already has its own identity and heritage. But please also allow Dibrugarh to cheer this moment.
@TridipSaikia-od3ko
@TridipSaikia-od3ko 8 күн бұрын
দিলে কি হব অসম ধংস কৰিলে
@sahidurrahman1576
@sahidurrahman1576 9 күн бұрын
Gourav Gogoi zindabaad
@girinbora7820
@girinbora7820 8 күн бұрын
গৌৰৱ গগৈয়ে সপোন পূৰণ কৰি দিয়ক ৰাইজে ভোট দি গৌৰৱ খানক জিকাইছিল আৰু বহুত কাম BJP চৰকাৰে কৰি আহিছে তথাপি বিজেপি হাৰিল কথা চহকী কথাৰ ফুলহাৰি মাৰা গৌৰৱ খানক জিকালে এতিয়া আপোনালোকে কি কথা বিলাক কৈ আছে কাম কৰা মানুহক দলক আপোনালোকে ভোট নিদিয়ে
@user75677
@user75677 8 күн бұрын
সঁচা কথা ৷ যিমান বিলাক উন্নয়ন আছিল সকলো বিজেপিৰ দিনতে আছিল তথাপিও চকু চৰহা কিছুমানে কাম কৰা নেদেখে ৷
@RajibPhukon-z2i
@RajibPhukon-z2i 6 күн бұрын
Thikei koise RIGHT
@NakulGogoi-f5s
@NakulGogoi-f5s 8 күн бұрын
Dibrugarot bongali. Maruwari. Bihari. Aru ana assomia manuhe vote di jikaise . Enekua unnoti jorhat bakhie kamona nokore jorhat gaurav gogoi jindabad
@pd9288
@pd9288 8 күн бұрын
Tante siori ase kio jorhatot dibo lagisil buli...
@moondoley5795
@moondoley5795 9 күн бұрын
Jorhat hodai zindabad jorhator hobihone assam kon adura hoboi jorhat lacit borfukanor jega hoi
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН