যোৰহাটত উxxগ বাবাৰ কাণ্ড দেখিলেনে?

  Рет қаралды 224,368

NB News

NB News

Күн бұрын

Пікірлер: 1 300
@prakashtalukdar5565
@prakashtalukdar5565 6 күн бұрын
ধন্যবাদ যোৰহাট সচেতন ব্যক্তি সকল। আৰু ভবিষ্যতে অসমৰ কতো এনেকুৱা কৰিব নিদিব ।কাৰন অসমৰ ৰাইজক বুৰবক বজাইছে। ভগৱানে উলঙগ ধৰ্ম কৰিব দিয়া নাই
@manojinspiresindia9784
@manojinspiresindia9784 6 күн бұрын
Tai Jana basi
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 6 күн бұрын
আপোনালোকে ইহতক শিল গুটি ,গুলটিছ মাৰক।আপোনালোকক ধন্যবাদ।
@himandas6042
@himandas6042 6 күн бұрын
অৰ্ধউলংগ হৈ ৰীলচ বনোৱা সকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে ?
@Dikshita_hazarika.
@Dikshita_hazarika. 6 күн бұрын
Faltu news channel . জৈন ধৰ্মৰ fundamental নজনা মাছ মানস খোৱা শংকৰ দেৱক নজনা অসমীয়া । অঘৰী কি নাজানে নেকি । মহকুম্ভ্ত নুলাই নেকি উলং বাবা। সনাতন ক বজ । Bjp কংগ্ৰেছ
@nibirjunak4738
@nibirjunak4738 6 күн бұрын
Kela​@@himandas6042
@njyotithangta999
@njyotithangta999 5 күн бұрын
ধন্যবাদ যোৰহাটীয়া ৰাইজ , শিলগুটি মাৰিব লাগিছিল এইদুটাক ।।।
@swargojyotigogoi4135
@swargojyotigogoi4135 6 күн бұрын
লেংটা কেইটাক আদৰিছে আৰু প্ৰতিবাদ কৰা সকলক আটক কৰিছে।অসম দেশৰ বিষম কথা।
@himandas6042
@himandas6042 6 күн бұрын
অৰ্ধউলংগ হৈ ৰীলচ বনোৱা সকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে ?
@nibirjunak4738
@nibirjunak4738 6 күн бұрын
Haibur bur kin2 tumar mur dore jona kaijone protibad kori ki lav ase ai bur saboloi 95%manuh roi ase vai ..
@Srimantaiv
@Srimantaiv 6 күн бұрын
বিহাৰী মাইকী গিদা চেলেকা অসম চৰকাৰৰ খন
@tukheborgohain540
@tukheborgohain540 5 күн бұрын
​@@himandas6042bhai indian constitution tu right to religion t nudity allowd nai. Sai lobi ebar
@debangamoran7459
@debangamoran7459 5 күн бұрын
Oi mokkel ​@@himandas6042
@klinchdutta3970
@klinchdutta3970 6 күн бұрын
মা দেউতা ভাই ভনী লগত লৈ যাবলৈ লাজ লগা হৈছে, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে, অসমত উলঙগ বাবাৰ দৰকাৰ নাই, কাৰণ আমাৰ লাজ মান সন্মান শেষ হোৱা নাই এতিয়ালৈকে,
@himandas6042
@himandas6042 6 күн бұрын
অৰ্ধউলংগ হৈ ৰীলচ বনোৱা সকলৰ vdo বোৰ চাই বহুত ভাল লাগে হয়নে😂
@rajiv1223
@rajiv1223 5 күн бұрын
​@@himandas6042 toi lengta baba r product kijani no.. tor kotit bohut jui lagise 😂
@mintukalita213
@mintukalita213 6 күн бұрын
নাঙঠ হৈহে ৰ্ধম প্ৰচাৰ কৰিব পাৰে নেকি ? যোৰহটীয়া ৰাইজে ভাল কথা ধৰিছে ।
@himandas6042
@himandas6042 6 күн бұрын
অৰ্ধউলংগ হৈ ৰীলচ বনোৱা সকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে ?
@Kafirxtreme
@Kafirxtreme 5 күн бұрын
Bhai sbure nijor nijor dhrmo ...toi hindu .....tahat jain hoi
@মৃনময়ফুকন
@মৃনময়ফুকন 5 күн бұрын
​@@himandas6042আপুনি ও উলঙ্গ হৈ বাবা ৰ সংগ দিয়ক
@souravpaul2179
@souravpaul2179 4 күн бұрын
Jain Dharma purona aasil eta
@MehmudAli-p8v
@MehmudAli-p8v 5 күн бұрын
যোৰহাটৰ ৰাইজক ধন্যবাদ জনাইছোঁ ৷ উচিত শাস্তি দিব লাগে এইগিতাক ৷
@nabanath100
@nabanath100 6 күн бұрын
আদিম যুগৰ মানুহে যেতিয়া নিজক মানুহ হিচাপে নাজানিছিল, তেনে সময়তো নিজৰ দেহৰ কিছুমান অংশ গছৰ পাত-ছাল আদিৰে ঢাকি লব লাগে বুলি জানিছিল। কিন্তু আজিকালি কি হ'ব ধৰিছে এইবোৰ।
@fanofzg
@fanofzg 5 күн бұрын
যিয়ে আনিছে তাক ধৰিব লাগে।
@girishchandrasharma5023
@girishchandrasharma5023 6 күн бұрын
সাধাৰন জনসাধাৰণৰ এজন পুৰুষ বা এগৰাকী মহিলাই উলঙগ হৈ ৰাজপথত ঘুৰিলে আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰাৰ উদাহৰন বহুত আছে // এতিয়া আৰক্ষী প্ৰশাসন ক'ত ? নে অসমৰ থলুৱা জনসাধাৰনে এনে কাম কৰাৰ বাবে অনুমতি নাই আৰু বহি ৰাজ্যৰ পৰা আহি অসমত স্থায়ী বসবাস কৰি থলুৱা স্বীকৃতি পোৱা সকলে নিজৰ ইচ্ছা মতে সকলো কাম কৰিব পাৰে
@nibirjunak4738
@nibirjunak4738 6 күн бұрын
Axomot police bula Kiba ase buli vaba ni tumi okol challen katiboloi ase
@mukulbaruah1833
@mukulbaruah1833 5 күн бұрын
গীরিচ শর্মা তহত 2% মনুবাদী,বামুণবাদী,জাতিবাদী জেহাদী ধর্মর থিকাদার স্বয়ম্ভু ঈশ্বরে দেশর লগতে অসম ও রসাতলে নিলি। তহত বামুণর বংশধর বিলাকে লিখা রামায়ন,মহাভারত,ভাগবত গীতা,পূরাণ,উপনিষদ,মনুস্মৃতি,বেদ পহি চাবি তেতিয়া তই নিজেই ঘৃনা করিবি।মানে ইমানেই অচল্লিল,হিংসাত্মক,অ-বিজ্ঞানী।
@dhirajfddfbarua1276
@dhirajfddfbarua1276 6 күн бұрын
উলঙ্গৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক গ্ৰেপ্তাৰ কৰাৰ অৰ্থ এয়াই যে বিজেপি চৰকাৰ নিজেই এই বোৰৰ সমৰ্থক আৰু পথত উলঙ্গ হৈ ভ্ৰমণ কৰি, উলঙ্গ নৃত্য উপভোগ কৰি আনন্দ লোৱা লোক।
@LakshmanKrRay
@LakshmanKrRay 6 күн бұрын
ৰাইজে ধৰি গৰু পিটন দিব লাগে এইবোৰক ? ভগবানেও লেংটা হৈ ঘুৰা নাছিল ? পুলিচে আকৌ কিহৰ চিকৰিটি দিব লাগে ! বদমাজ হয় এইবোৰ
@DilipChakraborty-j6b
@DilipChakraborty-j6b 6 күн бұрын
@@LakshmanKrRay মামাৰ আদেশ পালন কৰিব লাগিব ই , নহয় জানো
@ajitexplorer1382
@ajitexplorer1382 6 күн бұрын
​@@DilipChakraborty-j6bsivsagoroth kotha patar karonay srinkhol ohk govt a notice dilay bjp asay tenson nai bihari marwari Bengali ji Isha koribho paray
@manojinspiresindia9784
@manojinspiresindia9784 6 күн бұрын
2 tur bapakak pitan dibe
@njyotithangta999
@njyotithangta999 5 күн бұрын
Public Dhulai Debo Lage Sudurbhai Baba
@Kafirxtreme
@Kafirxtreme 5 күн бұрын
Bhai jain hoi dhrmo guru ....
@RajibBorthakur-d2h
@RajibBorthakur-d2h 6 күн бұрын
ই অসমীয়া তথা যোৰহাট বাসী ৰাইজৰ সন্মানত আাঘাত।ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে আটক কৰাটো নিন্দনীয় বুলি ভাবোঁ।এনে অপসংস্কৃতিয়ে কিয় গা কৰি উঠিছে অসমত!কাৰ বাবে এনে হ'বলৈ পাইছে?ইয়াক নিৰ্মূল কৰিবই লাগিব।
@BipulPhukan-q3d
@BipulPhukan-q3d 6 күн бұрын
ধৰ্ম নে ভণ্ড তপস্বী??? চকু মুদা চৰকাৰ। ধৰ্মই মূৰত ধৰিছে।
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 6 күн бұрын
অ'ভদ্ৰ বিলাকৰ লগত থাকি নিজকে পাহৰি গৈছোঁ আমি মানু্হ নে বনৰীয়া জীৱ-জন্তু ? ইমান ধুনীয়া যোৰহাট খন শেষ কৰি পেলাইছে এই ধুৰন্ধ ৰ অন্ধ ভক্ট কেইটা ই । যোৰহাট বহুত মৰমৰ এইখন লেতেৰা কৰিব নিদিব কেতিয়াও ! জয় আই অসম ।
@KulenGogoi
@KulenGogoi 5 күн бұрын
নহয় ককাইদেউ আপোনি বুজি পোৱা নাই। লেংটা বাবাক পূজিলে আপোনাৰ সকলো অপায় অমঙ্গল দুৰ হ'ব। জয় লেংটা বাবা 🙏🙏
@shivshankar-os3wd
@shivshankar-os3wd 5 күн бұрын
​@@KulenGogoija ghart loi ja lengta kori tur ma vontir agor ulongo kori pua korok pariibi??😂😂😂....tur nisina mukrho buror karone sob ses hoise Kulen😂😂
@XoubhagyaRanjan-c2s
@XoubhagyaRanjan-c2s 5 күн бұрын
​@@KulenGogoi যোৰহাট খনো লেতেৰা কৰিবলৈ আহিছে ইহঁতে !! দুটামান কুতকুৰা জলকীয়া ভূহাৰি লগাই দিলেই পলাই - পটং দিব ।
@XoubhagyaRanjan-c2s
@XoubhagyaRanjan-c2s 5 күн бұрын
​@@shivshankar-os3wd সি ঠিক কথাই কৈছে !!! কোনো ভুল কোৱা নাই
@manashhazarika076
@manashhazarika076 5 күн бұрын
​@@KulenGogoi আপোনাৰ মগজুত বহিৰাগত দুষ্কৃতি আৰু অন্ধ বিশ্বাস সোমাই আছে।
@binudpahar1745
@binudpahar1745 6 күн бұрын
স্বৰ্গীয় ৰাজীৱ ককাই ভৱিষ্যত কথা আগতেই চিঞৰি চিঞৰি কৈছিল,,, পশ্চিমৰ বতাহ'জাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। আজি এইয়া😢😢
@tileswarbora2643
@tileswarbora2643 6 күн бұрын
ছি: ছি: ! এনে উলংগ বাতৰি সম্প্ৰচাৰ নকৰিব । ৰাইজ সজাগ হোৱতো শুভ লক্ষণ ।
@AbuAhmed-u5s
@AbuAhmed-u5s 4 күн бұрын
Ai dujon Dhorkhon kari johora
@happysoul7659
@happysoul7659 6 күн бұрын
অসম ত অসমীয়াৰ অস্তিত্ব শেষ হবলৈ বেছি দিন নাই এই চৰকাৰ ৰ দিনত,অসমীয়া ৰাইজ সজাগ হওঁক , জয় আই অসম
@rushanburagohain6803
@rushanburagohain6803 6 күн бұрын
বামুণ ৰজা হলে এনেকুৱা হবই।আৰু কি হব চাই থাকক ৰাইজ।বহিৰাগতক ৰঙা দলিচা।
@AgelessPoint
@AgelessPoint 6 күн бұрын
Kio Bamun Roja hbo nuare ni ?? Sonowal CM hole problem tohtr, Sarma CM holei problem Mane Ahom e CM bonibo lage baaki picnic kribo dol paati
@jitendrarabha4660
@jitendrarabha4660 5 күн бұрын
হাঃহাঃহাঃ --- ব্ৰহ্মাস্ত্ৰপাত মোৰ গালৈ মাৰিলা৷
@ridhima27-g2u
@ridhima27-g2u 5 күн бұрын
​@@AgelessPoint poha manuhe kuwa xunisu xastrote likha ase henu bamun roja hole dex borbad buli..... Kt dekhisa bamun roja huwa 😂😂.... Sob ses dibo sharma dai 😂😂
@Arupgogoi-dx6ce
@Arupgogoi-dx6ce 5 күн бұрын
@@AgelessPoint ahom kosari adi jati ajiloka hottor guru guhai hoboloi juwa nai
@deepkalita1398
@deepkalita1398 5 күн бұрын
Heitu brahminor power. Bht aahom manuhe bjpk vote d brahmink king bonaise. He nije howa ni.
@paltalukdar1423
@paltalukdar1423 6 күн бұрын
অসম আৰক্ষী বিভাগ হাই হাই ।
@JibonBaskey-e6x
@JibonBaskey-e6x 6 күн бұрын
আকৌ এবাৰ আদিম যুগলৈ ।এইয়াই জীৱশ্ৰেষষ্ঠ মানব ।আজিও মানবৰ এই অবস্থা।
@devagogoi7219
@devagogoi7219 5 күн бұрын
আমি আকৌ পুৰণা দিনলৈ ঘুৰি গৈছো । ইংৰাজ চৰকাৰৰ শাসন কালত বহুত আইন কৰি কুসংস্কাৰ অন্ধবিশ্বাস নিৰ্মূল নকৰা হলে আমি আজিও আদিম যুগৰ মানুহ হৈ থাকিলোঁ হয় । আধুনিক ভাৰতৰ শিক্ষাৰ পোহৰ এনে নেকি? আকৌ জৰাফুকালৈ আহিছোঁ ?
@SushilaDuarah
@SushilaDuarah 6 күн бұрын
লৰ্জিত কান্ড। সেই বাবাৰ গুপ্তাংগ কেইটা কাটি পেলাওক।
@dhruvaborah5439
@dhruvaborah5439 6 күн бұрын
😂😂😂
@Kafirxtreme
@Kafirxtreme 5 күн бұрын
Jain dhrmo guru hoi ......aitu khihot r dhrmo blg r dhrmo r opart kotha kuatu vl nhy
@SukulalMili
@SukulalMili 6 күн бұрын
উলংগই মানুহৰ ধৰ্ম নহওক । ই এটা বিকৃত ব্যক্তিৰ লক্ষণ
@NorenKardong
@NorenKardong 6 күн бұрын
উলংগ বাবাই কি ধৰ্মৰ কথা কবলৈ পদ-পথত অন্ধভক্ত সকলে শুভাযাত্ৰা অথবা প্ৰচাৰ কৰোৱাইছে? ধৰ্মৰ নামত কলঙ্কৰ বাদে আন একো নহয়!😅😅😅
@Kafirxtreme
@Kafirxtreme 5 күн бұрын
Jain dhrmo guru hoi ..... digambar Jain...tahate kapur nipindhe
@rajiv1223
@rajiv1223 5 күн бұрын
Lengta hoi public place t kio jabo lage ..xihotr ghor t loi jai ji kore kori thakok..​@@Kafirxtreme
@Johnmiliboys
@Johnmiliboys Күн бұрын
হিমালয় পৰ্বতত উলংগ হৈ তপস্যা কৰি থাকিব পাৰিলেহে মই বিশ্বাস কৰিম ।
@digantasaikia1658
@digantasaikia1658 6 күн бұрын
যোৰহাটত মাৰৌৱাৰী দপদপনি নচলিব দৰকাৰ হলে নিজৰ তেজ দি হলেও জন্ম ভূমি ৰক্ষা কৰিম এসময়ত যেতিয়া বিহাৰী খেদিছিলো
@RantuDas-o1d
@RantuDas-o1d 6 күн бұрын
মানুহ বোৰে এনেই পঢ়া শুনা কৰিলে
@SahidurRahman885
@SahidurRahman885 6 күн бұрын
যোৰহাটটে নহয় গটেই অসমতে এই লেঙটা বাবা গিতা ঘুৰি ফুৰিছে ময় খিদিনা মঙলদৈতট আৰু তেজপুৰত দেখিছো এনেকৈ লেঙটা হৈ ধৰমৰ পছাৰ কৰে নেকি জয় আই অসম🙏🙏🙏🙏🙏🙏🙏
@Kafirxtreme
@Kafirxtreme 5 күн бұрын
Jain manuh😂😂😂
@shivshankar-os3wd
@shivshankar-os3wd 5 күн бұрын
Moi dekha nai Jun Dina sokur agot dekhim dourai dourai pitim pasot dekha jabo ki hoi
@464gt
@464gt 5 күн бұрын
​@@shivshankar-os3wd Naga sadhu k kori sabi pokorot emn dom tur ,sosaan t jabi bisari😂 tur maaro heta hili jbo😂
@jayantabhattacharyya4469
@jayantabhattacharyya4469 5 күн бұрын
শোভাযাত্ৰা কৰিব নেলাগে।কিন্তু জৈন ধৰ্মত দিগম্বৰ আৰু সেতাম্বৰ দুটা শাখা থকাৰ কথা সমাজ অধ্যয়নত পঢ়িছিলোঁ।
@premsagenhoro617
@premsagenhoro617 6 күн бұрын
এনে আচৰণৰ হে প্ৰতিবাদ হোৱা উচিত।
@dipankarbaishya5667
@dipankarbaishya5667 6 күн бұрын
মোমাইদেউক ২০২৬ চনৰ নিৰ্বাচনত ভোট দিলে হ'ল এইবিলাক সকলো লুইতত বিলীন হৈ যাব।
@Choudhury1474
@Choudhury1474 6 күн бұрын
এয়া অসমীয়াৰ ভুলৰ পৰিণাম
@Ramjanali-i6n
@Ramjanali-i6n 5 күн бұрын
জানুৱাৰেহে কাপোৰ নিপিন্ধে। মানুহ হ'লে পিন্ধিলেহেঁতেন।
@kamalboruah5431
@kamalboruah5431 6 күн бұрын
বামুণ ৰজা হ'লে এনেকোৱাই হব
@sanamborah1077
@sanamborah1077 5 күн бұрын
আমি সৰুতেও‌ দেখিছিলো লাজ‌লাগে।
@dharamabarbarua
@dharamabarbarua 6 күн бұрын
মামাৰেই ছাল উলংগ বাবা , হে হৰি । মামা কত গল
@RahulGogoi-b8x
@RahulGogoi-b8x 5 күн бұрын
বামুণ 2 থাকিলে এনেকুৱা হৈ থাকিব 😡
@navajyotigogoi5082
@navajyotigogoi5082 6 күн бұрын
আমাৰ গোলাঘাট জিলাত 20বছৰ আগতেই এনেকুৱা উলংগ বাবা ৰাজপথত ঘূৰিছিল.. বৰ্তমান নাই.. উলংগ বাবাক বাধা প্ৰদান কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল
@pranabjyotihazarika1479
@pranabjyotihazarika1479 6 күн бұрын
যোৱা ২৮ তাৰিখে এই কেইজন লেঙটা বাবা গোলাঘাট ৰ পৰা দেৰগাঁও হৈ গৈছে।
@Ybu05
@Ybu05 5 күн бұрын
প্ৰতিবাদ কিয় কৰা ? লেংটা কৰি পিটন দি পঠাই দিয়া... হিজৰাৰ নিচিনা প্ৰতিবাদ কৰি লাভ নাই
@karunamahanta8674
@karunamahanta8674 6 күн бұрын
অসভ্য সংস্কৃতি সমগ্র অসমত বন্ধ কৰিব লাগে।
@XoubhagyaRanjan-c2s
@XoubhagyaRanjan-c2s 5 күн бұрын
একদম সঁচা ।।
@yuggogoi0421
@yuggogoi0421 5 күн бұрын
Ses kori dise aibure
@assam2006
@assam2006 6 күн бұрын
অন্ধভক্ত
@axomjintugamer7568
@axomjintugamer7568 5 күн бұрын
যোষ হাতে নহয় গোতেই অসমত সোমালে কাৰ্পোৰ পিন্ধি হে ধম প্ৰচাৰ কৰিব লাগিব প্ৰতিজন মানুহে কবলাগে কাৰণ আমাৰ শংক গুৰুৱে তিনি বস্ত্র পিন্ধি ব কৈছে নাঙঠ হৈ ধম কৰে নেকী | শুনিছো দেখা নাই এইবোৰ মহিলা সকলে নাঙঠ টো লিংগত ধৰি সেৱা কৰে বুলে মনৰ কামনা পুৰ হয় বুলি কয় কিমান এচা নাজানো| মিছাও হব পাৰে সেইটো নাজানো| মন শুদ্ধ হলে গছ এজোপা ৰুলে হব
@sanjoygogoi8375
@sanjoygogoi8375 6 күн бұрын
Joi Aai Akhom.
@darpandeka5141
@darpandeka5141 5 күн бұрын
হৈ যোৱাৰ পিছত হাল্লা কৰি লাভ নাই । পদযাত্ৰা কৰি থাকোতে নধৰিলে কিয় সেই ভণ্ড বিলাকক ।
@nabajyotichetia51
@nabajyotichetia51 6 күн бұрын
আমাৰ সত্ৰাধিকাৰ সকলেও লগত গৈ সহযোগ কৰিছে নেকি?
@niranjanray8249
@niranjanray8249 5 күн бұрын
যোৰহাট বাসীক ম ই ধন্যবাদ জনাইছো। এনেকুৱা কিবা ধৰ্ম আছে! আচৰিত আমাৰ ইয়াতো আহে ।
@ndhrama
@ndhrama 6 күн бұрын
Thank you Jurhatoia Raiz❤
@MagneticShock-me5kk
@MagneticShock-me5kk 4 күн бұрын
আগতে এবাৰ এনে বাবা আহোতে দেখা পোৱা গৈছিল।বাবাৰ মুৰত পানী আৰু গাখীৰ ঢালি দিছিল আৰু বাবাৰ লেওৰাটোৱেদি তললৈ বৈ যোৱা পানী আৰু গাখীৰ মাৰোৱাৰী মাইকী বোৰে হাতত লৈ খাইছিল।আচৰিত দৃশ্য। মাৰোৱাৰীয়ে মাছ মাংস নেখায় কিন্তু লেওৰা পানী খাই।😂😂😂😂😂😂😂😂😂
@aruprabha1750
@aruprabha1750 5 күн бұрын
এইবোৰ মিছা মই বিশ্বাস নকৰোঁ এনেকৈ ভগৱানক নেপায় ।শ💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯
@anamikaphukan2211
@anamikaphukan2211 5 күн бұрын
আজি অসমত আলফা থকা হেঁতেন সেই পগলা বাবাটো কি তাৰ চৌধ্য গোষ্ঠীয়ো‌ অসমত আঁঠু কাঢ়িব লগিয়া হ'লহেঁতেন😡😡
@assam2515
@assam2515 6 күн бұрын
এয়া চাগৈ জ‌ইন ধৰ্মৰ লোক। যোৰহাটৰ সচেতন ৰাইজে প্ৰতিবাদ কৰাৰ বাবে ভাল লাগিলে।
@AfjalAli-r8t
@AfjalAli-r8t 2 күн бұрын
Hosai bor lajor khta....
@JATINGOGOI-on4iz
@JATINGOGOI-on4iz 6 күн бұрын
পশু ভক্ত।
@nabakantakalita2853
@nabakantakalita2853 5 күн бұрын
নিৰলজ
@SahjahanAhmed-t9o
@SahjahanAhmed-t9o 6 күн бұрын
এইটো হল ভাই অৰ বেহেনো পাৰ্টি
@pabitrasaikia5831
@pabitrasaikia5831 5 күн бұрын
লগত ফুৰাবোৰক হে মই গৰিহণা দিছো কাৰন তেওলোকে সংগ নি দিলেই হল বিশেষ কৈ ছোৱালী বোৰ
@subhkonwar2963
@subhkonwar2963 4 күн бұрын
Right joi jurhat
@biswajitgogoi393
@biswajitgogoi393 5 күн бұрын
Goru pition dibo lagisile
@Soshi_pegu
@Soshi_pegu 5 күн бұрын
উ্ল্্গ বাবাক কোব পিঠিবলাগে
@KiranPhukon-f4z
@KiranPhukon-f4z 5 күн бұрын
গোলাঘাট বাসী ৰাইজ কিন্তু নিমাত। গোলাঘাট নগৰৰ মাজেৰে যোৰহাটলৈ গমন।
@kabitabhuyan545
@kabitabhuyan545 6 күн бұрын
খেদ খেদ
@PujaDas-l9s7c
@PujaDas-l9s7c 5 күн бұрын
সাৱধান,প্ৰশাসন আপোনালোকৰ অতপালি হৈছে
@IblStudio459
@IblStudio459 6 күн бұрын
কুম্ভমেলাত হাজাৰ হাজাৰ লেংটা মানুহ দেখিবলৈ পোৱা যায়, এয়াই ধৰ্ম নেকি ?
@TCF573
@TCF573 6 күн бұрын
Good thank u . I also thik so .
@SrimoniramgorhGorh
@SrimoniramgorhGorh 5 күн бұрын
আজিৰ দিনত পুৰুষেই হওঁক বা মহিলাই হওঁক ওলংঘ হোৱাতো হে বিচাৰে
@digantajyotibordoloi5528
@digantajyotibordoloi5528 6 күн бұрын
হিমন্তৰ মহিমা তেওঁৰ ৰাজত্ব একো নকর জেলত ভৰাই থব
@medhilogichouse7859
@medhilogichouse7859 5 күн бұрын
Aasu লাচিত সেনা আদি সংগঠন বোৰ কত লুকাই থাকে।
@navabora9489
@navabora9489 5 күн бұрын
জৈন ধৰ্মৰ দিগম্বৰ সন্ত সকলে বস্ত্ৰ পৰিধান নকৰে। আধ্যাত্মিক দিশত তেওঁলোক বহুত আগবঢা। মোৰ গুৰু দুজনাৰ প্ৰতি যেনে ভক্তি আছে একেদৰে জৈন সন্ত সকলৰ প্ৰতিও সন্মান আছে।
@ArchanaBaruah-u8f
@ArchanaBaruah-u8f 5 күн бұрын
Ki kobo bisaare aapuni. Dharmar naamot aidore public place ot ulongo hoi furibo....hangjom teu aayotto korise ulongo hoi, kintu viror maajot haazar haazar maanuhe naai kora nohoi. Teu haabit, aashromot ulongo hoi ji hoi teur kotha. Aiidore bikrito aasoron public place ot dekhuatu akhobhyaali aaru vondaami.
@manashhazarika076
@manashhazarika076 5 күн бұрын
আচলতে আপুনি আমাৰ গুৰু দুজনাক কেৱল সন্মান হে কৰে, তেওঁ লোকৰ মাৰ্গ আৰু আদৰ্শ ক বিশ্বাস নকৰে। আপুনি সেইটোৱেই প্ৰমাণ কৰিলে।
@DalE-pb7yc
@DalE-pb7yc 4 күн бұрын
Don't compare Gurujona to this Rats
@Junmoniboruah-w4g
@Junmoniboruah-w4g 5 күн бұрын
যোৰহাট চহৰৰ মাজমজিয়াতে গছত বান্ধি গৰুপিতন দিয়ক ৰৈ থকাৰ সকাম নাই
@prabinmallabaruah8845
@prabinmallabaruah8845 6 күн бұрын
ডিগমবৰ পন্থী জৈন ধৰ্মাৱলম্বী লোক সকলৰ মাজত " জৈন মুনি সকল" বিবস্ত্ৰ হৈ থকাতো এটা পৰম্পৰা বুলি জানোঁ । দেশৰ আন ঠাইতো এনেদৰে শোভাযাত্ৰা কৰা আগতে দেখিছোঁ । গতিকে ইয়াত প্ৰশাসনে আপত্তি নকৰি যাবতীয় অনুমতি দিছে, নতুনত্ব একো নাই। আচলতে দৃষ্টি ভঙ্গীহে আচল কথা । হিন্দু ধৰ্মৰ নাগা সাধু-সন্যাসী আৰু নাগা সাধবী সকলো বিবস্ত্ৰ হৈ থাকে । তেওঁলোকেও মহাকুম্ভ লৈ জাকে জাকে গৈ পুণ্যস্নান কৰা ভিডিও বোৰ দেখোন প্ৰতি দিনে প্ৰকাশ হৈ আছে ।
@manashhazarika076
@manashhazarika076 5 күн бұрын
আগতে যি হ'ল হৈ গ'ল। বেলেগ ঠাইত যি হয় হৈ থাকক । বৰ্তমান অসমত এইবোৰ নচলিব। আমি কেৱল আমাৰ গুৰু জনাৰ আদৰ্শৰে হে চলিম।
@budhiramgogoi9319
@budhiramgogoi9319 5 күн бұрын
জুই লগাই দিব লাগিছিলে
@myastrologyindia
@myastrologyindia 6 күн бұрын
Jain religion eta part asey Digambar Jain Sadhu teo loke bastra tayag kore moi gom palu kintu social public place ghura thik nohoi...Naga Sadhu oh bastra tayag kore Kumbha Mela dekha jai Naga Sadhu...
@manashhazarika076
@manashhazarika076 5 күн бұрын
আমাৰ অসমত মুঠতে লেংটা বাবা নচলিব।
@myastrologyindia
@myastrologyindia 5 күн бұрын
@manashhazarika076 Yeah That's Right Holy Jesus Christ Show all of us the right path..
@j.ngogoi4540
@j.ngogoi4540 2 күн бұрын
But no one is talking about this.. we are just like naked baba... It's their own philosophy so let them follow. There's nothing wrong in this. We should learn to respect and adore each religion.
@sureshchandraray50
@sureshchandraray50 5 күн бұрын
এইজন গোটেই অসম ঘুৰি ফুৰে।অসমীয়া সকল সজাগ হ'ব লাগে।
@Saveঅসমীয়া
@Saveঅসমীয়া 6 күн бұрын
আমি স্কুলত পঢ়ি থাকোতে ৰাইজে ইহঁতক পিটিছিল
@anantanath-h1g
@anantanath-h1g 5 күн бұрын
DGP sir arest karibo lagibo
@technicalguruji3961
@technicalguruji3961 6 күн бұрын
Ulanga babak dhari pitiba laage
@adityakalita5560
@adityakalita5560 2 күн бұрын
এই লেতেৰা সংস্কৃতি কাৰ।
@monuwarabegam5708
@monuwarabegam5708 6 күн бұрын
হে হৰি তুমি হে জানা নোহোৱা নোপোজা কান্দ 😅😅😅😅😅😅
@BashisthaDas-f9k
@BashisthaDas-f9k 6 күн бұрын
অকল বাবা জনে কিয়, ভক্ত সকলে আৰু আৰক্ষী সকলে কিয় উলঙ্গ নহ'লে কিয় ???
@hunk4008
@hunk4008 5 күн бұрын
Akhom goi up hol
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip 6 күн бұрын
চুৱাত পাতে কুবাব লাগো গৰিহনা দিব নাই ।গাড়িত বহাই লৈ ফাছি দিব লাগো ৰাইজে মিলি ভূত জলকী লগাই দিব লাগো মামাৰ ঘৰত পথাই দে
@firozali5653
@firozali5653 5 күн бұрын
ইহঁতৰ অলপো লাজ বোলা বস্তু নাই
@momtazkhanam2448
@momtazkhanam2448 6 күн бұрын
যিজনৰ নিজৰেই লজ্জা নাই তেওঁলোকে আকৌ মানুহক কি ধৰ্মীয় শিক্ষা দিব।
@venomacer4907
@venomacer4907 5 күн бұрын
Moi hindu mur muslim maiki bht val lage langta kri sudiba mon jai tmk paleu rati beya kam korim❤u
@manashhazarika076
@manashhazarika076 5 күн бұрын
​@@venomacer4907ধেৎ তেনেকৈ ক'বলৈ নাপায়
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik 4 күн бұрын
কাপোৰ পিন্ধিবলৈ সময় নোপোৱা সন্তই।দহ জনক কি জ্ঞানৰ মাৰ্গ প্ৰদৰ্শন কৰিব। হে সভ্য মানৱ জাতি সু মতি দিয়া। কাপোৰ ধোবলৈ সময়ৰ অভাৱ হ'লে গছৰ বাকলি পৰিধান কৰক।
@ZIBBULLLL
@ZIBBULLLL 6 күн бұрын
Gita-bhagavat't likha ase lengta hoi thakilehe bhagawan'k vokti kora bujai buli, apunaluke naipua nki 🤔
@Vision-l2c
@Vision-l2c 5 күн бұрын
Joi Lengta Baba 😂😂😂😂 Aru Ona akhomiya k murot bohabo.. Mati bikri koribo.... Eyaa e hobo... Tika Apple 🍎 bonai pothaok
@anuj9429
@anuj9429 6 күн бұрын
Baba jindabad 👍👍
@manashhazarika076
@manashhazarika076 5 күн бұрын
টোৰ মাথাটো
@BaburamMunda-b1k
@BaburamMunda-b1k 5 күн бұрын
লগত থকা সকলোকে lengtaa কৰিৱ লাগিছিল...!
@gulapsondaimari9005
@gulapsondaimari9005 6 күн бұрын
Hindhu hokolor Bohut Dangor Dangor Bhogoban Ulaise 😂😂😂😂😂😂
@ubermensech3368
@ubermensech3368 5 күн бұрын
It's Jainism
@_mumon_6095
@_mumon_6095 4 күн бұрын
Jain baba hoi
@pankajsaikia5608
@pankajsaikia5608 5 күн бұрын
অতি সোনকালে বিহিত ব্যৱস্থা লব লাগে
@Abdulrazak-so2jq
@Abdulrazak-so2jq 6 күн бұрын
বাঁহ ৰে অসমীয়া হিন্দু বাহ ! 😂😂😂 সনাতন ধৰ্মত এনে আচৰণ আছে জানো। ?? BJP ৰ অসমীয়া ভক্ত সকলে বা কি কব। ?
@rajiv1223
@rajiv1223 5 күн бұрын
Sudurvai iyat axomiar ki dokh mia .. aitu kam non assamese a korise val ke sai lo news tu geda
@_mumon_6095
@_mumon_6095 4 күн бұрын
Jain baba hoi. Aru logot ghuri fura buru sob Jain hoi. Kotha kua agot atleast ki hoi ase jani lobo.
@Deep.vlogs_05
@Deep.vlogs_05 5 күн бұрын
কি যে হব ধৰিছে
@mitalideori3570
@mitalideori3570 5 күн бұрын
যোৰহাটবাসী ৰাইজলৈ অকুণ্ঠ সমৰ্থন আগবঢ়াইছোঁ
@muned6442
@muned6442 5 күн бұрын
লেংটা হৈ একো পুজা কৰা নহয় এই কেইটাক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে
@sahidharrabha20
@sahidharrabha20 5 күн бұрын
মহা কুম্ভ মেলাত দেখুন বহুত আছে😂😂😂
@hunk4008
@hunk4008 5 күн бұрын
Ujoni raij xang ❤❤❤❤❤
@jugendersaikia4176
@jugendersaikia4176 5 күн бұрын
সেই দুটা এলিয়েন হয।
@BabuDoley-z4s
@BabuDoley-z4s 5 күн бұрын
বাবা জয় ho Har Har Mahadev 🙏
@TunesAsom
@TunesAsom 5 күн бұрын
উলংগ হৈ নহয় কাপোৰ কানি পিন্ধিলেও এনেকুৱা সমদল উলিয়ালবলৈ দিয়া নহ'ব বহিৰাগত কিছুমান অপ সংস্কৃতিক
@GourangiGogoi
@GourangiGogoi 5 күн бұрын
এই কেইটা পেঠা খাচী কৰি নিজৰ দেশলৈ পঠিওৱা ব্যৱস্থা কৰিব লাগে।
@tapandas5309
@tapandas5309 5 күн бұрын
eitu govt r prochar...get out koribo lage.
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН
Suraj Bhai in Kapil Sharma show 😱😱 || funny video @Comediannitai-1989
14:40
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН