Gaurav Gogoi | দলত্যাগ কৰাসকললৈ গৌৰৱৰ আহ্বান- 'তেঁওলোক আৰু দললৈ উভতি আহিব নালাগে'

  Рет қаралды 466,691

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

Gaurav Gogoi | দলত্যাগ কৰাসকললৈ গৌৰৱ গগৈৰ আহ্বান- 'তেঁওলোক আৰু দললৈ উভতি আহিব নালাগে'
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #loksabhaelctionresults #kaliabor
#newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 653
@user-rm3fz9xm7c
@user-rm3fz9xm7c Ай бұрын
পিতা যেনে পুত্ৰও তেনেই ৷ ভবিষ্যৰ অসমত গৌৰৱ গগৈৰ দৰেই মুখ্যমন্ত্ৰী বিছাৰোঁ আমি , সাংসদ হিচাবে তিনিবাৰ নিৰ্বাচনহোৱা গৌৰৱ গগৈ দেব এদিন মুখ্যমন্ত্ৰী হবই , ইমান ধুনীয়া ভাষন দিছে শুনিয়ে ভাল লাগিছে ❤❤❤❤
@naturevillage.life.
@naturevillage.life. Ай бұрын
Deutar dore nibisaru karon deutai bohut beya fale theli nisil Oxomok heiye putroi deutar dore nokore jen
@Nanu-ow5mc
@Nanu-ow5mc Ай бұрын
Ghoroloi loi jaok. 😂😂😂😂😂😂😂😂😂😂😂
@kunwalidutta7719
@kunwalidutta7719 Ай бұрын
আজিৰ দিনটোত তৰুণ গগৈ ডাঙৰীয়াক সুৱৰিলোঁ
@SanviPatowari
@SanviPatowari Ай бұрын
বাদ দিয়ে হে।
@MohsinAli-wg1td
@MohsinAli-wg1td Ай бұрын
K
@DonJai-ep5ik
@DonJai-ep5ik Ай бұрын
Are samsoo Khata khat khata khat.....
@kunwalidutta7719
@kunwalidutta7719 Ай бұрын
@@DonJai-ep5ik kisko samsa bola hai aapne sahab ????
@dbhargab
@dbhargab Ай бұрын
বয়স কম কিন্তু চিন্তাধাৰা বহুত ওপৰত ।
@user-st2tt1wv8w
@user-st2tt1wv8w Ай бұрын
পিয়াজ হাজৰিকাৰ নিচিনা ওপৰৰ মাল নহয়।
@hrishikeshneog
@hrishikeshneog Ай бұрын
43 years.
@pratimasarma1737
@pratimasarma1737 Ай бұрын
বেয়া দিনত আঁতৰি গৈ ভাল দিন আহিলে ঘূৰি আহিবলৈ লাজ পাব লাগে।
@pratimasarma1737
@pratimasarma1737 Ай бұрын
এই গতিত থাকিলে ভাল হ'ব অসমৰ এগৰাকী সাহসী আৰু সৎ নেতা হ'ব যেন বোধ হৈছে।
@binandaphukon731
@binandaphukon731 Ай бұрын
এনে অতিউচ্চ চিন্তাৰ ব্যক্তিত্য পুৰুষহে এখন সুস্থ সমাজৰ বাবে প্ৰয়োজন । আশা তেখেতৰ সৱল নেত্ৰিত্যত অসমখন আৰু এখোজ আগবাঢ়ি যোৱাৰ কামনাৰে তেখেতলৈ থাকিল আন্তৰিক শুভেচ্ছা ।
@deltawarriors940
@deltawarriors940 Ай бұрын
মই এজন বিজেপি কাৰ্য্য কৰ্তা আপুনি কোৱা গোটেই কথা সত্য। আপোনাৰ মহানুভাৱক আদৰণি জনাইছোঁ লগতে আপোনাৰ বিজয়ৰ বাবে আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🚩
@gautamdas1457
@gautamdas1457 Ай бұрын
ভাল মানুহৰ reply বৰ তেনেকুৱা এই। B j p এই হক বা কংগ্ৰেছ এই হক
@test-ix9im
@test-ix9im Ай бұрын
BJP r worker hoi Jaa agree hoisa.. gaurav r kothat👍.. BJP congress aku nkru but right tu hoidai right..Ajikali public educated hoisat.buji pai hokolu.
@khageswardoley5175
@khageswardoley5175 Ай бұрын
আচলতে আমি voter সকলে দল চাব নালাগে প্ৰাথী জন কিমান শিক্ষিত কিমান সংস্কাৰ লগতে নম্ৰ ভদ্ৰ মানৱতাক count কৰিব লাগে। আৰু তেখেতৰ কথাৰ পৰা এই সকলোবোৰ প্ৰকাশ পালে । তেখেতলৈ শত কোটি প্ৰণাম জনালো🙏। তেখেতৰ সোঁনালী ভবিষ্যত কামনা কৰিলো।
@user-pr1jq4hf7f
@user-pr1jq4hf7f Ай бұрын
বয়স অনুপাতে তেওঁৰ যি মহানুভৱতা চিন্তাধাৰা সেইয়া কিন্ত আনসকলতকৈ বিৰল তেওঁৰ কণ্ঠই মন চুই গৈছে তেওঁলৈ ধন্যবাদসহ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে সুউজ্জল ভৱিষ্যতৰ শুভ কামনা জনালো ৷
@jayadass2681
@jayadass2681 Ай бұрын
নতুন নতুন প্রজন্মক দলত যোগ দান কৰি এটা শক্তি শালী দল গঠন কৰাৰ বাবে গৌৰৱ মহোদয়ক আহবান জনোৱা হ'ল।
@DeepDeepboru
@DeepDeepboru Ай бұрын
Agot ki dhila asil neki Congress moi party nibisaru prthi bisaru jano hat ful motlab nai manuh Jon Amar karone Kam koribo Lage jana
@naturevillage.life.
@naturevillage.life. Ай бұрын
Hoi.. Kintu congressot thakile adin tekheteo deutakor dore hoi jabo. Axomor karone bhal chinta kora leaderor proyujon ase kebol vote'r karone nohoi raijor karone Axomor karone koribo lagibo. Sarkar oha juwa kori thakibo leader bilakor karone khuti nohoi a kobo gole public he harahasti pai. BJP o akei. kintu BJP olop kisu holeo kam korise nokora nohoi.
@hemantabaruah3693
@hemantabaruah3693 Ай бұрын
মহান ব্যক্তিৰ মহানুভৱতা,সচাঁকৈ যোগ্য সাংসদ।আমাৰ যোগ্য প্রতিনিধি।🙏
@surenboruah3241
@surenboruah3241 Ай бұрын
সুন্দৰ বক্তব্য, জ্ঞানী গুণী সাংসদ🙏🙏🙏
@pankipragyaofficial5020
@pankipragyaofficial5020 Ай бұрын
কথাখিনি শুনিলেই শুনি থাকিব মন যায় কিমান ধুনীয়াকৈ কৈছে। সঁচাকৈ সুন্দৰ মনৰ মানু্হ।
@abhijitsarma2556
@abhijitsarma2556 Ай бұрын
Bor val lage manuh jonok
@SurjyaBorah-ww3uj
@SurjyaBorah-ww3uj Ай бұрын
মই বিজেপি দল ভাল পাওঁ যদিওঁ এই মানুহ জন মোৰ প্ৰীয় আৰু এজন অখিল গগৈ ডাঙৰীয়া 🎉🎉🎉
@anuragg8299
@anuragg8299 Ай бұрын
ইমান সুন্দৰ কৈ এটাও হিংসাত্মক মন্তব্য নিদিয়াকৈ কথাবোৰ যে কয় সেয়াই প্ৰমাণ কৰে যে তেওঁ leader হোৱা এজন বহুত যোগ্য মানুহ। সকলোৱে সমৰ্থন কৰাৰ উচ্চিত। বিজেপিৰ কোনোবা নেতা হ'ব লাগিছিল,,,, দুষাৰ মান কথা কৈয়ে নিজৰ একো অৰ্থ নাই বুলি প্ৰমাণ কৰি দিলেহেতেন।
@narayanthakuria3864
@narayanthakuria3864 Ай бұрын
A charismatic politician, Mr Gaurav Gogoi is assumed to be the most proficient and retrospective for the sake of future generations. His positive attitude and deliberative perception helps us. May God cherish his journey.
@runumonibora7269
@runumonibora7269 Ай бұрын
কথাখিনি শুনিলেই শুনি থাকিব মন যায়। সঁচাকৈ সুন্দৰ কথা।
@hemantapegu1053
@hemantapegu1053 Ай бұрын
এতিয়া গাওঁৱে গাওঁৱে কংগ্ৰেছ দলক মজবুত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰক।
@Dchetia77
@Dchetia77 Ай бұрын
অতি সুন্দৰ বক্তব্য
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
এটা কথা কংগ্ৰেছ বুলি যিমান ভোট পাইছে গৌৰৱ গগৈ বুলি বেছি পাইছে ।
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
গৌৰৱ গগৈ ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছৰ মূখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হব লাগে।
@bhaskarborah4254
@bhaskarborah4254 Ай бұрын
মহান ব্যক্তি, মহা ভাৰত কথা। Jai aai Assam
@RebaGogoi-zr3ts
@RebaGogoi-zr3ts Ай бұрын
বি জে পিৰ নেতাই ক'লেহেঁতেন এতিয়া পদত্যাগ কৰি দেখুৱাওক, কিন্তু গগৈ ডাঙৰীয়াই তেনে মানসিকতাৰ পৰিচয় নিদিলে। ❤❤
@srimantadutta1018
@srimantadutta1018 Ай бұрын
সুন্দৰ বক্তব্য 👌
@rajumonibaruah8389
@rajumonibaruah8389 Ай бұрын
যোগ্য জন আমাৰ সন্মানীয় সদায়ে
@RajumoniRajumonidas
@RajumoniRajumonidas Ай бұрын
এজন যোগ্য সংসদ যোৰহাট বাসীয়ে তথা অসমবাসীয়ে পাইছে । 🙏
@doyamoysingha2015
@doyamoysingha2015 Ай бұрын
❤❤❤
@user-qh9qi4tf3r
@user-qh9qi4tf3r Ай бұрын
Akdam khasa kotha koise
@jitusaikia331
@jitusaikia331 Ай бұрын
কলিয়াবৰত কি কি দি গৈছে মনত থাকি গ'ল কামত নহয় কথাত
@rizwanrahman5089
@rizwanrahman5089 Ай бұрын
Jorhat Axom or gourav Gogoi amar kopal a beya from Nalbari
@nirmalibora1205
@nirmalibora1205 Ай бұрын
Apuni bajane nki upot kar sorkar asil teu kenekoi ki dibo​@@jitusaikia331
@rlaskarkam3616
@rlaskarkam3616 Ай бұрын
ব্যক্তিত্ব থকা লোক , অসমৰ ভৱিষ্যত ।
@trishnakalita4154
@trishnakalita4154 Ай бұрын
আপুনি থাকিলে সকলো সম্ভৱ হব দাদা ❤ জাৱৰ জোথৰ বোৰ চপাই নললেও আপুনি মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিব পাৰিব।আমি নিশ্চিত ❤
@user-gm3ng5nz8k
@user-gm3ng5nz8k Ай бұрын
আশা কৰো আপুনি অসমৰ ভৱিষ্যত মুখ্যমন্ত্ৰী ।গৌৰব গগৈ অসমৰ গৌৰব ।
@nayanjyoti0zah230
@nayanjyoti0zah230 Ай бұрын
কি সুন্দৰ মন্তব্য কাকো ব্যক্তিগত ভাৱে বেয়াকৈ কোৱা নাই সুন্দৰভাৱে মনৰভাৱ প্ৰকাশ কৰি যুক্তিগত মন্তব্য দিলে ! এইয়াহে ৰাজনিতী এইয়াহে এজন প্ৰকৃত সাংসদ ❤🙏
@prabinsutradhar5692
@prabinsutradhar5692 Ай бұрын
মহান বক্তিয়ে মহত বক্তব্য দাঙি ধৰিব পাৰে
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by Ай бұрын
গৌরব গগৈ ডাঙরীয়া সচাকৈয়ে এজন অতি ভদ্র ,নম্র ব্যক্তি। জিন্দাবাদ গগৈ ডাঙরীয়া
@NILAV329
@NILAV329 Ай бұрын
গগৈ দেউৰ কথাবোৰ শুনিলে গম পোৱা যায়,, তেওঁৰ‌ ব্যক্তিত্বৰ গভীৰতা। আজিলেকে তেওঁ আন কাৰোবাক এটা বেয়া বা কটু মন্তব্য দিয়া পৰিলক্ষিত হোৱা নাই,, সমালোচক সকলক কথাৰে নহয় নিজৰ কৰ্মৰে প্ৰত্যুত্তৰ দিয়ে।
@user-mg2im4rq4j
@user-mg2im4rq4j Ай бұрын
গৌৰৱ গগৈৰ ডাঙৰিয়াললৈ অশেষ ধন্যবাদ থাকিল তেওঁ মধু বচন মধু এজন ব্যক্তি। তেখেত সদায় চিৰৰীনি হৈ থাকক অসমৰ বুকুত ..... 🙏🙏🙏
@bububorah
@bububorah Ай бұрын
কি সুন্দৰ আৰু positive কথা, northeast য়ে এটুকুৰা হীৰা পাইছে, নামেই যাৰ গৌৰৱ,
@Nanu-ow5mc
@Nanu-ow5mc Ай бұрын
Teliya. 😂😂😂😂😂😂😂😂😂
@aminulislam2286
@aminulislam2286 Ай бұрын
মোৰ প্ৰিয় ৰাজনীবিদ, গগৈ ডাঙৰীয়াৰ চিন্তা সদায় প্ৰসংশনীয়
@homemade_food.
@homemade_food. Ай бұрын
সঁচাকৈ তেওঁলোকক চৰিত্ৰ বহিস্কাৰ কৰক মূৰ্খ বিলাকৰ,👍❤
@user-ei5wy4tr8r
@user-ei5wy4tr8r Ай бұрын
ভাল মানুহৰ ভাল কথা। আকৌ আহিলেও নলব।আমি আছোঁ আপুনালোকৰ লগত❤❤
@nirmaldeka5091
@nirmaldeka5091 Ай бұрын
বহুত বহুত ধন্যবাদ দাদা Congress এৰি য়োৱা বৰক আকোঁৱালি লব নালাগে কোনো পধোয়
@AdMBandLeader
@AdMBandLeader Ай бұрын
What mature philosophy and correct attitude! This man not only deserves to be the future Chief minister of Oxom, but also to be a future Prime minister of the nation.
@carshorts7621
@carshorts7621 Ай бұрын
এওঁক ভোট দি নিজক নিজে গৌৰৱবোধ কৰিছোঁ।দল চাই নহয় এজন প্ৰাৰ্থী হিচাপে এখেতক ভোট দিলোঁ।নিজৰ লগতে আৰু ১০০জনক দিয়ালো।কথা বতৰাবোৰ ভাল লাগে।মানুহক মানুহৰ ব্যৱহাৰ কৰিব জানে।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
যি সকলে কংগ্ৰেছ এৰিলে সেই সকলৰ কথা নোকোৱাই ভাল।সেই সকল আছিল আবৰ্জনা।সিহতে আহিলে আকৌ শেষ কৰিব।
@Progresh123
@Progresh123 Ай бұрын
আৰু বি জে পিৰ পৰা কংগ্ৰেছলৈ যোৱাবোৰ নিশ্চয় সোণৰ টোপোলা ছাগে।
@user-gw2qv5zu2d
@user-gw2qv5zu2d Ай бұрын
Verry good sir, apunar dicition
@upamanyukakoti9171
@upamanyukakoti9171 Ай бұрын
Speech of an educated youth leader ❤
@user-dc6dd5he2x
@user-dc6dd5he2x Ай бұрын
ইমান সৰু কিন্তু জ্ঞান বহুত, কিছুমান মন্ত্ৰীয়ে এওঁৰ পৰা শিকক ৰাজনৈতিক কেনেকৈ কৰিব লাগে। আচলতে কথাত কয় ন সিংহৰ পোৱালি সিংহ হে হয় ঘুং নহয়।
@asifhussain6811
@asifhussain6811 Ай бұрын
ভালক ভাল এনেই ৰাইজে নকয় এনে ধৰণৰ উচ্চ চিন্তাৰ কথা বতৰা বোৰেই কয়। জিকি দপ দপাই থকা নাই। গৌৰব .....গৌৰবেই সেইবাবে।
@RupaBori-dm4xf
@RupaBori-dm4xf Ай бұрын
He is same like his father so,we all respect him.he is really a good and well mannered man.we all support you.
@anjugogoi6222
@anjugogoi6222 Ай бұрын
সুন্দৰ কন্ঠ বক্তব্য সচাকৈ ভাল লাগে আশীৰ্বাদ থাকিল
@dipjyotigogoi8964
@dipjyotigogoi8964 Ай бұрын
Gaurav gogoi is a true leader❤❤❤
@InnocentBilliards-kv1jl
@InnocentBilliards-kv1jl Ай бұрын
GOURAV GOGOI BEST IN INDIA
@janardanbora2803
@janardanbora2803 Ай бұрын
হিমন্তক মলোৱা আৰু পিয়াঁজে সকলো শেষ কৰি দিব বুলি আশা থাকিল 2026 চনত
@hemantarajkonwar146
@hemantarajkonwar146 Ай бұрын
😊 GELA PIYAJ , 😊 BEKA BONORIYA NOL GAHORI
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
❤❤❤ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগুৱাই যাওক। অসম আৰু অসমীয়াৰ জলন্ত সমস্যা সমাধানৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলো। আমাৰ শুভ কামনা সদায় থাকিব।
@pratapkalita8894
@pratapkalita8894 Ай бұрын
বাকীবোৰৰ কথা নাজানো, মূখ্যমন্ত্ৰী হয় আকৌ কংগ্ৰেছলৈ ঘুৰি আহিব, নহ'লে অন্য দল গঠন কৰিৱ
@pobontamuli4168
@pobontamuli4168 Ай бұрын
আপুনি সদায় মহান , আপোনাৰ চিন্তা চৰ্চা ক সন্মান জনাইছো
@kunalkakati7974
@kunalkakati7974 Ай бұрын
Gaurav gogoi r cool mind aru kotha botorar babe 2026 t Bidhan sabha election t Congress bohut uprt jabo...
@user-ef5rz9zt9c
@user-ef5rz9zt9c Ай бұрын
অভিনন্দন জনালোঁ।
@bplvdoley8243
@bplvdoley8243 Ай бұрын
So matured statement❤
@binoyrobidas8925
@binoyrobidas8925 Ай бұрын
Aru ata kothta gogoi sir jikita congres ari goise tahotk prile nolbo hihot main sur hy😢
@DrMDoley-mg7oe
@DrMDoley-mg7oe Ай бұрын
Gentlemen 👏
@bg-tq9be
@bg-tq9be Ай бұрын
Future CM..BEST WISHES
@abhijitphukon7322
@abhijitphukon7322 Ай бұрын
শান্ত সমাহিত এজন যোগ্য ব্যক্তি
@sanjibbora1789
@sanjibbora1789 Ай бұрын
ইমান সহজ সৰল ভাবে বুজাই দিছে ভাল লাগিছে
@sbdhunentertainment291
@sbdhunentertainment291 Ай бұрын
সুন্দৰ বক্তব্য ডাঙৰীয়া
@jokhongsingpho5806
@jokhongsingpho5806 Ай бұрын
Next cm apuni 100% sir
@jitendratiwari5215
@jitendratiwari5215 Ай бұрын
Very good statement
@digantaborah2844
@digantaborah2844 Ай бұрын
ভাল কথা ।
@RSB1649
@RSB1649 Ай бұрын
I am BJP supporter but alwayas with gourav gogoi. Hi is realy a good person and bravly told in Parliament. So i wish him very politely
@tridipgogoichannel7268
@tridipgogoichannel7268 Ай бұрын
কিছুদিন পাছতে যোৰহাটত ৰূপজ্যোতি কুৰ্মী আৰু ৰানা গোস্বামীৰ ৰাজনৈতিক carrear শেষ হৈ যাব
@ajoyhandique9872
@ajoyhandique9872 Ай бұрын
মৰিয়নিত মুঠ ভোট ২০২১ ৰ বিধানসভাত বিজেপিয়ে ৫৫০০০ পাইছিল আৰু ৪০০০০ ত লীড লৈছিল।( INC ১৫০০০ আৰু ৰাইজৰ দল ১৫০০০ পাইছিল।) এইবাৰ লীড লোৱাতো দূৰৰে কথা, গৌৰৱৰ হাতত ১৭০০০ ভোটত বিজেপি পিছ পৰিল। ৰাইজৰ দল আৰু কংগ্ৰেছ মিলি ৩০০০০ হে ভোট হয়গৈ। গতিকে, গম পোৱা যায় বিজেপিৰ পৰা পুনৰ কংগ্ৰেছলৈ ৰাইজ উভতি আহিল।।ইয়াৰ পৰাই ৰূপজ্যোতিৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব গম পোৱা গৈছে।
@AnamikaRamchiary-en7gp
@AnamikaRamchiary-en7gp Ай бұрын
​@@ajoyhandique9872dariolai bule bjp tyag kora kotha asil 😂😂
@dipankarkalita6515
@dipankarkalita6515 Ай бұрын
Piyaj aru malla ghuri ahibo nidibo
@RanjitDas-cq9bu
@RanjitDas-cq9bu Ай бұрын
Tarun Gogoi dangoriyar dore kotha bor
@user-tr7ry3hh7w
@user-tr7ry3hh7w Ай бұрын
Moi jetiya vote diboloi paisilu tetiya poyet Torun Gogoi devek vote disilu ajio congresak disu di jam
@jbactivity
@jbactivity Ай бұрын
বহুত সুন্দৰ কথা কৈছে । বহুত ধৈর্য আছে ভাল লাগিল শুনি ❤❤
@saborpather
@saborpather Ай бұрын
humble and honest and highly eligible leader we have ever find in the form of gourav gogoi❤
@hemantarajkonwar146
@hemantarajkonwar146 Ай бұрын
Surely u r right ..
@Amiyasarmah
@Amiyasarmah Ай бұрын
God bless you.
@deepdineshgogoi5601
@deepdineshgogoi5601 Ай бұрын
আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায় চাৰ।❣️❣️আমি যোৰহাট বাসী হিচাপে বিশেষ একো নিবিচাৰোঁ মাথোঁ আপুনি ৰাইজৰ লগত থাকিলেই হব আৰু লগতে যোৰহাটৰ সমস্যা সমূহ যিমান পাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব।👍
@eyebeesvlogs4544
@eyebeesvlogs4544 Ай бұрын
🙏🙏🙏 pronaam aapunaloi..Gogoi da❤❤
@rgplayyt
@rgplayyt Ай бұрын
যিসকল লোকে কংগ্ৰেছৰ নীতি আদৰ্শ মানি চলিব নোৱাৰে তেওঁলোকক পোনাৰ আমাৰ দখলত চৰকাৰ গঠন হলে কোনো কাৰণতে উভতি আহিবলৈ দিব নালাগে ।
@debashishkaushik8010
@debashishkaushik8010 Ай бұрын
What a gentle man he is, let's see.
@dr.tapantalukdar5327
@dr.tapantalukdar5327 Ай бұрын
সছাকৈ ভাল লাগিছে কথাখিনি।
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
আমাৰ হিয়া আমঠু,,🙏🙏🙏🙏🙏🙏👍👍
@ckdas4912
@ckdas4912 Ай бұрын
Same ex CM sir
@anjanborah-5069
@anjanborah-5069 Ай бұрын
এজন সাংবাদিক বৰ টকটকাই আছে । বাকী সকলক কথা ক'বলৈ দিয়াই নাই । বস্তু হয় চাগৈ 😂😂
@karabibaruah2135
@karabibaruah2135 Ай бұрын
So well said gaurav gogoi👏❤
@bhupensonowal-en9lo
@bhupensonowal-en9lo Ай бұрын
গৌৰৱ গগৈয়ে জি কঠা ক'লে মই বহোট বহোট ধন্যবাদ জ্ঞাপন কৰিছোঁ
@aslamhussain891
@aslamhussain891 Ай бұрын
Congratulations 🎉
@AspirantBikram-d3c
@AspirantBikram-d3c Ай бұрын
Kotha hudhi thoka Reporter2 dhojya bula bostu2 ni neki..
@BijoyPatiri-uh6yn
@BijoyPatiri-uh6yn Ай бұрын
Right
@user-wk2lr7fl3d
@user-wk2lr7fl3d Ай бұрын
Right ❤
@sirajuddin3721
@sirajuddin3721 Ай бұрын
দয়া কৰি আপুনি যি সকলে বিপদত পেলাই গৈছে, সেই বোৰক আৰু নলব। নহ'লে কংগ্ৰেছ একেবাৰে ধ্বংস হৈ যাব।
@rgplayyt
@rgplayyt Ай бұрын
যিসকল লোকে BJP ত যোগদান কৰিছিল তেওঁলোকক পোনাৰ আমাৰ দলত উভতি আহিবলৈ দিব নালাগে ।
@Hitsstatus143
@Hitsstatus143 Ай бұрын
Last r Kota har bhal lagil ❤❤🎉🎉😊
@moonmusic6784
@moonmusic6784 Ай бұрын
2026t আপোনাক মুখ্য মন্ত্ৰীৰ ৰ্প্ৰাথী হিচাপত বিচাৰো।
@zihanChoudhury
@zihanChoudhury Ай бұрын
I always support to gourav gogoi and gourav gogoi zindabad 👊💪🤙
@RajuDas-ei9du
@RajuDas-ei9du Ай бұрын
কথা শুণি বহুত ভাল লাগিল আৰু শুণি থাকিবলৈ মন গৈছিলে।।
@dhruvajyoti6954
@dhruvajyoti6954 Ай бұрын
Matured politician
@user-pu4dc4qg4w
@user-pu4dc4qg4w Ай бұрын
অতি সুন্দৰ ❤,
@youtubetv9392
@youtubetv9392 Ай бұрын
অনাগত দিনত অসম মূখ্যমন্ত্ৰী
@BGogoi-ps7cj
@BGogoi-ps7cj Ай бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@letseat4617
@letseat4617 Ай бұрын
আপুনাৰ স্পষ্ট কথা বোৰ শুনি ভাল লাগে
@tunumonibaruah4461
@tunumonibaruah4461 Ай бұрын
সুন্দৰ মন্তব্য অভিনন্দন জনালোঁ।🙏
@rangjitu950
@rangjitu950 Ай бұрын
Nice
@kamakhyatraders8914
@kamakhyatraders8914 Ай бұрын
Good to see his maturity....he can be a suitable CM material in future for Assam
@ankushff9867
@ankushff9867 Ай бұрын
বহুত ভাল লাগিছে শুনি
@lakhikrchintey5693
@lakhikrchintey5693 11 күн бұрын
গৌৰৱ গগৈৰ ওপৰত যে মানুহৰ বেয়া চকু নপৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইচু
@pranabpatgiri1180
@pranabpatgiri1180 Ай бұрын
এইয়া প্ৰকৃত নেতাৰ কথা ,অহংকাৰ নাই ঘৃণা নাই ,নাই তুচ্ছ তাচ্ছিল্য, যোগ্য ব্যক্তিক সন্মান বা শুভেচ্ছা জনোৱাটো অপৰাধ হব নোৱাৰে, নেতা হ'লে নহ'ব সংস্কাৰ থাকিব লাগিব, গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাম বুলি আশা কৰিলো ,এনে নেতাৰ বৰ প্ৰয়োজন আছে সমাজৰ বাবে
@AngnwPinnaiNangou
@AngnwPinnaiNangou Ай бұрын
Congress zindabad
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 3,5 МЛН
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 363 М.
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 3,5 МЛН