Gaurav Gogoi's Exclusive Interview | পিতৃৰ কৰ্মভূমিৰ পৰাই আৰম্ভ কৰিম মই নিৰ্বাচনী প্ৰচাৰ N18V

  Рет қаралды 264,573

News18 Assam/Northeast

News18 Assam/Northeast

4 ай бұрын

Gaurav Gogoi's Exclusive Interview | পিতৃৰ কৰ্মভূমিৰ পৰাই আৰম্ভ কৰিম মই নিৰ্বাচনী প্ৰচাৰ N18V
#news18assamoriginals #gauravgogoi #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 468
@pranjalmili355
@pranjalmili355 4 ай бұрын
মই কোনো দলৰ মানুহ নহয় । হ'লেও এজন সৎ সাহসী ৰাজনীতিবিদ হিচাপে গৌৰৱ গগৈ ডাঙৰিয়াক কোনে কোনে ভাল পাই লাইক কৰক ।
@thepoliticalawareness1021
@thepoliticalawareness1021 4 ай бұрын
When Assam got Independence, Assam had two Established Industry. Tea and Oil. Assam had contributed heavily towards India's Revenue. But Indian Government or Central Government probably fooled or looted Assam and spend more money on South India, Delhi and other States. When People of Assam gets offended against Central Government. Probably with help of Intelligence and With the help of local Congress leaders started to make differences with People of Assam and Mizo, Khashi, Garo, Naga, Manipuri etc. Then Central Government divide Assam and makes other North Eastern States. Till now Some North Eastern States think Assamese people looted them when everyone was united. After that still Assamese people had fight for its rights. Then Central Government and Congress Party probably started to divide people of Assam. Like Karbi Agitation, Bodo Agitation etc. Only when Atal Bihari Vajpayee and Lal Krishna Advani Ji came to power they had started to solve some of the problems. Like: Bodo Problem etc. Present Central Government had increased Investment in North Eastern States. Arunachal Pradesh got 4 Mountain highways. Mountain highways are too much costly. Mizoram, Manipur etc gets Railway. Meghalaya, Nagaland gets Highway. Assam got AIIMS, multiple Bridge on Brahmaputra. 27000 crore TATA project in Jagiroad. Multi Model logistic park in Bongaigaon. Presently in Assam under State Government about 10+ New Medical Colleges are coming. New Cancer Institution, New Engineering Colleges are coming. Multiple University has started or under construction. When people of Assam was fighting for it's financial rights, Congress repeatedly came to power with the help of Alleged Bangladeshi origin people. Look at Bilashipara from where Sarat Singha was elected and became CM. But now Assamese people can't even get Election Ticket. Look at the Voter List data and Revenue data (Land Records) of Barpeta, Dhing, Rupahi, Jamunamukh, Naobaisa etc etc. Just think Where and why Assamese people disappear from those constituency.
@Welfarlonga7072
@Welfarlonga7072 3 ай бұрын
​@@thepoliticalawareness1021o9999 oo 9999999999999o9999o oo 999999o999999o9999o999o9999999999999o99o999999 oo 999oo9999o9999999999o9999o9999999k99k99999o oo 99999999999999o9 oo o999oo99999999oo999 oo 999999oo9o9o99999999 oo 999o99 oo ooo9o9o9o99999 oo o oo p999oo9o oo 9 oo 9999999o9999oo9 oo 99o999o9999
@user-bw6jf4kp9v
@user-bw6jf4kp9v 3 ай бұрын
😊😊😊😊
@rejaulpathan6221
@rejaulpathan6221 3 ай бұрын
Yes very good person.
@Chitralekhagogoi1965
@Chitralekhagogoi1965 3 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ।
@surenboruah3241
@surenboruah3241 4 ай бұрын
গৌৰৱ গগৈ এজন সৎ সাহসী লোক, গতিকে তেখেত জিকিব, গৌৰৱ গগৈ জিন্দাবাদ 🙏🙏🙏
@ratipuya2.0.0
@ratipuya2.0.0 4 ай бұрын
Murdabad
@saytanathtamuli9975
@saytanathtamuli9975 4 ай бұрын
অসমৰ কাৰণে গৌৰৱেহে মাত মাতিব স্,,‌‌
@Shahin598
@Shahin598 4 ай бұрын
Right
@dadugogoi5548
@dadugogoi5548 4 ай бұрын
গৌৰৱ গগৈ এজন প্ৰকৃত ব্যক্তি। তেওঁ জিকিব ১০০ শতাংশ খাটাং । 🙏👍👍👍
@ratipuya2.0.0
@ratipuya2.0.0 4 ай бұрын
Bl jikibo
@RahulPatar-lf5ps
@RahulPatar-lf5ps 4 ай бұрын
​@@ratipuya2.0.0 bl nohoy o murxo val kobi jodha murkho salah....
@dadugogoi5548
@dadugogoi5548 Ай бұрын
তোমালোকৰ অৰ্থ নাই । 🤪
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
গৌৰৱ গগৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ।যোৰহাট সমষ্টিবাসীয়ে গৌৰৱ গগৈক সাংসদ হিচাপে পোৱাটো অত্যন্ত গৌৰৱৰ বিষয়।গৌৰৱলৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।জয় আই অসম।।
@pgoswami5378
@pgoswami5378 4 ай бұрын
মাত নোহোৱা,মনেমনে সংসদত বহি থকা লোকক সাংসদত পঠোৱাতকৈ সঁজোৰে অসম আৰু অসমবাসী তথা অসমীয়াৰ হৈ মাত মাতি অহা গৌৰৱ গগৈকহে এইবাৰ ৰাইজে যোৰহাটৰ পৰা নিৰ্বাচিত কৰি পঠাব বুলি গাৱেঁগাৱেঁ, চহৰে চহৰে,বাগানে বাগানে প্ৰকাশ্যে আৰু স্বতঃস্ফূৰ্তভাবে প্ৰচাৰ চলিব ধৰিছে। এইবাৰ হেনো ৰাইজে দলক নেচায়,প্ৰাৰ্থীহে চাব। গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বই যোৰহাটৰ জনতাৰ মাজত উৎসাহ বৃদ্ধি কৰিছে। এই কথাবোৰ এতিয়া জনতাৰ মুখে মুখে চলি আছে।
@SumitSaikia101
@SumitSaikia101 4 ай бұрын
Right
@debojitdas6347
@debojitdas6347 4 ай бұрын
Right
@dipjyotitalukdar8278
@dipjyotitalukdar8278 4 ай бұрын
Right
@pbnewsentertainment960
@pbnewsentertainment960 4 ай бұрын
মই বিজেপি ভক্ত কিন্তু এজন উঠি অহা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা হিচাপে গৌৰবে নিজক প্ৰতিষ্ঠা কৰিব সফল হৈছে।কংগ্ৰেছক চাই নহয় আমি আমাৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰা এজন লীডাৰ বিচাৰোঁ।সকলোৱে গৌৰৱক জিকুৱাত অৰিহণা যোগায় যেন।ধন্যবাদ।।তপন কুমাৰ গগৈৰ মুখৰপা আজিলৈকে এটা শব্দ শুনা নাপালোঁ parliamentot.নিবুকা হৈ বহি থকা এজন পঠিওৱাত কৈ জাতিৰ নাম ৰাজ্যৰ নাম উজলোৱা এজনক জিকুৱাটো আমাৰ কৰ্তব্য।Himanta বিশ্ব ডাঙৰীয়াক লৈ যিদৰে আমি গৌৰৱান্বিত আজি ঠিক তেনেদৰে গৌৰবক লৈও সমানেই গৌৰৱান্বিত।
@user-ob6ej7bv2q
@user-ob6ej7bv2q 4 ай бұрын
অন্তৰৰ পৰা কামনা কৰিম গৌৰৱ গগৈ ৰ উদাত্ত কন্ঠ যোৰহাটৰ ৰাইজে যেন ঘূৰাই দিয়ে জিন্দাবাদ গৌৰৱ গগৈ
@ajaydeori1788
@ajaydeori1788 4 ай бұрын
Congratulations welcome to Majuli gourab Gogoi
@moonmusic6784
@moonmusic6784 4 ай бұрын
আপোনাৰ কন্ঠত অসমৰ গৌৰৱ সদায়েই থাকিব।
@sharmahdoley6121
@sharmahdoley6121 4 ай бұрын
গৌৰৱ গগৈ জিকিব । তেওঁ এজন সৎ সাহসী ৰাজনীতিবিদ । তেওঁক সকলোৱে মৰম কৰে । তেওঁ জাতিৰ হকে সাহসেৰে মাত মাৰিব পাৰে ।
@ratipuya2.0.0
@ratipuya2.0.0 4 ай бұрын
Ghonta jikibo
@satyendraprasadbhuyan5946
@satyendraprasadbhuyan5946 4 ай бұрын
​@@ratipuya2.0.0sanskar bihin asavya
@samujjwalsaikia9206
@samujjwalsaikia9206 4 ай бұрын
Dadar last media k loi kua kotha keita bhal lagil👍🤚
@mridusmitasaikia83
@mridusmitasaikia83 4 ай бұрын
ভাল লাগিল,,,😊আমি যোৰহাট বাসি,,,,,,কথা খিনি ভাল লাগিল
@Praneswarbasumatary-uz5xl
@Praneswarbasumatary-uz5xl 4 ай бұрын
Gaurav Gogoi Sir is shining star of Assam ...help him all of Jorhat...
@himangshusaikia18
@himangshusaikia18 4 ай бұрын
All the best 🎉
@user-tu2sw4ob5h
@user-tu2sw4ob5h 4 ай бұрын
বহুত সুন্দৰ মন্তব্য❤️❤️❤️
@user-nq3es4wf7b
@user-nq3es4wf7b 4 ай бұрын
All the best
@dwipenhuzuri2764
@dwipenhuzuri2764 4 ай бұрын
Most welcome Gaurav Gogoi sir,all the people of Jorhat and entire Assam with you
@A2Z-v2e
@A2Z-v2e 4 ай бұрын
Best educated most talented man...vote for gaurav gogoi😊vote for educated person 😊❤ moi mr family gutei apunar ❤
@manikahazarika93
@manikahazarika93 4 ай бұрын
All The Best ❤ ❤ ❤ ❤ ❤
@sanjibgogoi3740
@sanjibgogoi3740 4 ай бұрын
Axomor gaurav Gaurav Gogoi
@ayangtani4174
@ayangtani4174 4 ай бұрын
" Manuhor moromok angkole convert koru tetya manuhr Moromok apoman kora Hobo "....on of the best line..Gourav Gogoi Zindabad. ..❤
@janardanbora2803
@janardanbora2803 4 ай бұрын
গৌৰৱ গগৈ নিশ্চয় জিকী আহিব
@mamonisaikia39
@mamonisaikia39 4 ай бұрын
গৌৰৱ গগৈ সঁচাকৈ বহু ত উচ্চ মনৰ মানুহ তেও জিকিবৰ কাৰনে আশাবাদ থাকিল বহু চ ভাল পাও গৌৰৱ গগৈ সঁচাকৈ বহু ত মৰম। লগা❤❤❤❤❤
@gouravburagohain597
@gouravburagohain597 4 ай бұрын
All the Best .
@abhijeetgogoi1704
@abhijeetgogoi1704 4 ай бұрын
all tha best sir
@user-bx8gv2ct2i
@user-bx8gv2ct2i 4 ай бұрын
Ajon educated MP gaurav gogoi zindabad
@runukonwar8328
@runukonwar8328 4 ай бұрын
All the best❤
@polashcommando1988
@polashcommando1988 4 ай бұрын
Bhut vl hbo ❤❤❤❤
@kabitaborah5208
@kabitaborah5208 4 ай бұрын
Al the best
@NilutpalSarma
@NilutpalSarma 4 ай бұрын
Gaurav Gogoi Zindabad ❤
@jituphukan6217
@jituphukan6217 4 ай бұрын
All the best ❤❤❤❤
@user-pt3vb3ul8n
@user-pt3vb3ul8n 4 ай бұрын
গৌৰৱ জিন্দবাদ ❤❤❤❤❤❤❤❤❤
@shimantakanchanmusical4271
@shimantakanchanmusical4271 4 ай бұрын
সেই সময়ত কংগ্ৰেছ চৰকাৰ দিনত তৰুণ গগৈ ডাঙৰীয়া দেৱে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ জনসাধাৰণৰ বাবে যি খিনি কাম একো কেলেংকাৰি নোহোৱাকৈ কৰি থৈ গৈছে,বহুততকৈ বহুতেই সলাগীব লগীয়া,লগতে স্মৃতি হিচাবে চিৰ যুগমীয়া।আনহাতে গৌৰৱ গগৈ ডাঙৰীয়াই তাতোকৈ দুগুন কাম কৰি অসমৰ জনসাধাৰণৰক দেখুৱাই যাব বুলি আমাৰ সকলোৰে দৃঢ় বিশ্বাস আছ। কংগ্ৰেছ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ। কংগ্ৰেছৰ জয় ৰাইজৰ জয়।কোন সাৰিব,কোন জিকিব কমেন্টে ক'ব।❤u gourab gogoi
@dipjyotigogoi8964
@dipjyotigogoi8964 3 ай бұрын
Gourov gogoi jikiboi jikibo.
@ushahazarika137
@ushahazarika137 4 ай бұрын
All the best 👍.
@user-hv5mn8nm5u
@user-hv5mn8nm5u 4 ай бұрын
Congratulations sir
@debenhandique9958
@debenhandique9958 4 ай бұрын
জয় কংগ্ৰেছ জয় গৌৰৱ গগৈ।
@mainaborman5755
@mainaborman5755 4 ай бұрын
Dol jeai nohouk but gorouv gogoik joi huatu besareb lage
@SumitSaikia101
@SumitSaikia101 4 ай бұрын
Hosa
@khogenborah8276
@khogenborah8276 4 ай бұрын
Best wishes to Gaurav Gogoi.🙏
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
Many BJP supporters of Jorhat,Titabar,Sivasagar,Mariani,Najira,Charaideo,Majuli,Mahmora will vote for Gaurav Gogoi.Mark my word.
@elizabethgeorge7414
@elizabethgeorge7414 4 ай бұрын
God bless you
@nitulbora374
@nitulbora374 4 ай бұрын
গৌৰৱ গগৈ ❤
@nilakantaphukan5412
@nilakantaphukan5412 4 ай бұрын
Blessing for you.
@ac54022
@ac54022 4 ай бұрын
The most vocal MP from Assam. Hope he wins
@rupjyotiaxom2525
@rupjyotiaxom2525 4 ай бұрын
Baki ako najano politics but ata kotha janu Gourav Gogoi is the voice of Assam # Northeast in Parliament.. Gourav dai ji khini speech dia parliament t i always felt very proud that he is our representative in Parliament from my constituency which is Koliabor.. Jai Hind , Jai Aai Assam.. ❤
@prock7604
@prock7604 4 ай бұрын
Gaurav Gogoi Zindabaad...✊😎
@narayandey7793
@narayandey7793 4 ай бұрын
Well come sir
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
এই ইলেকচন মিছলীয়া প্ৰতাৰক মানুহক খেদোৱাৰ ইলেকচন।যিজন মোদীয়ে 2014 চনৰ 16 মেৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব বুলি কৈছিল সেইজনেই এতিয়া বাংলাদেশীক অসমত সোমাবলৈ বৰপীৰা পাৰি দিছে,সকলোৰে একাউন্টত 15 লাখ টকা সোমাব বুলি কৈছিল, আমাৰ আজিলৈকে সোমোৱা নাই, আপোনাৰ সোমাল ছাগে।অসম চুক্তিৰ 6 নং দফা ৰূপায়ন কৰিম বুলি কৈ আজি পৰ্যন্ত নকৰিলে।ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম কৰিম বুলি প্ৰতাৰণা কৰিলে।মূল‍্যবৃদ্ধিৰ কথা কি কম আৰু..... এই চৰকাৰৰ দিনত দুখীয়া বোৰ দুখীয়া হৈ গৈ আছে,ধনীবোৰ ধনী হৈ গৈছে,মাজত মধ‍্যবিত্ত খিনিয়ে হাহাকাৰ কৰিছে।আম্বানী আৰু আদানীক দেশৰ আধা সম্পত্তি মোদী আৰু শ্বাহে গতাই দিলে।অসমৰ জনে ইখনৰ পাছত সিখন চাহ বাগান,প্ৰাইভেট হস্পিতেল,প্ৰাইভেট স্কুল কলেজ,ৰেষ্টুৰেণ্ট,হেজাৰ হেজাৰ বিঘা মাটি কিনি গৈছে।দুখীয়া ৰাইজে পাইছে কি? 1250 টকা,50খন মিটিং মাৰি 10000 টকা।ক্ৰিকেটৰ "ক" টো নজনা অমিত শ্বাহৰ পুতেক BCCI ৰ Chairaman.কোনফালৰ পৰা যোগ‍্য তেওঁ?? এইবাৰ সংসদত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ বাঘৰ দৰে গুজৰি থকা গৌৰৱ গগৈ আৰু নিমাতী কইনাৰ দৰে বহি থকা তপন গগৈৰ মাজত যুজঁ হব আৰু যোৰহাট, শিৱসাগৰ, চৰাইদেউ,মাহমৰা,মাজুলীৰ জনতা জনাৰ্দনে গৌৰৱ গগৈক বিপুল ভোটত বিজয়ী কৰাই পঠাব।
@user-cn5vb9iv6r
@user-cn5vb9iv6r 4 ай бұрын
All the best sir
@anantaborgohain3971
@anantaborgohain3971 4 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@ratipuya2.0.0
@ratipuya2.0.0 4 ай бұрын
Murdabad
@neone4759
@neone4759 4 ай бұрын
GG is without any question, The Best MP from North East. He should lead Assam Congress from front 👍🇮🇳
@mborah8728
@mborah8728 4 ай бұрын
অসমৰ গৌৰৱ যোৰহাট লোকসভাৰ সমষ্টিৰ গৌৰৱ ❤
@muhikantaborah6945
@muhikantaborah6945 4 ай бұрын
Gourab Gogoi is the man of principle ,a man of well wisher of the country future , as a man of real thoughts , emotion and feelings thinkers of the public wants . You are warmly welcome come to the jorhat p.con. May God bless you !
@thepoliticalawareness1021
@thepoliticalawareness1021 4 ай бұрын
When Assam got Independence, Assam had two Established Industry. Tea and Oil. Assam had contributed heavily towards India's Revenue. But Indian Government or Central Government probably fooled or looted Assam and spend more money on South India, Delhi and other States. When People of Assam gets offended against Central Government. Probably with help of Intelligence and With the help of local Congress leaders started to make differences with People of Assam and Mizo, Khashi, Garo, Naga, Manipuri etc. Then Central Government divide Assam and makes other North Eastern States. Till now Some North Eastern States think Assamese people looted them when everyone was united. After that still Assamese people had fight for its rights. Then Central Government and Congress Party probably started to divide people of Assam. Like Karbi Agitation, Bodo Agitation etc. Only when Atal Bihari Vajpayee and Lal Krishna Advani Ji came to power they had started to solve some of the problems. Like: Bodo Problem etc. Present Central Government had increased Investment in North Eastern States. Arunachal Pradesh got 4 Mountain highways. Mountain highways are too much costly. Mizoram, Manipur etc gets Railway. Meghalaya, Nagaland gets Highway. Assam got AIIMS, multiple Bridge on Brahmaputra. 27000 crore TATA project in Jagiroad. Multi Model logistic park in Bongaigaon. Presently in Assam under State Government about 10+ New Medical Colleges are coming. New Cancer Institution, New Engineering Colleges are coming. Multiple University has started or under construction. When people of Assam was fighting for it's financial rights, Congress repeatedly came to power with the help of Alleged Bangladeshi origin people. Look at Bilashipara from where Sarat Singha was elected and became CM. But now Assamese people can't even get Election Ticket. Look at the Voter List data and Revenue data (Land Records) of Barpeta, Dhing, Rupahi, Jamunamukh, Naobaisa etc etc. Just think Where and why Assamese people disappear from those constituency.
@rakeshsaikia5843
@rakeshsaikia5843 4 ай бұрын
Jorhat bakhi raij gaurav gogoik jikauk..
@RiiyanAxom
@RiiyanAxom 4 ай бұрын
aru jikamei gorv gogoi k ❤
@bhupenkumar8191
@bhupenkumar8191 4 ай бұрын
Jorhat is the best for our G.Gogoi. we are with G.G. .We are not with CAA .
@xyz-og3ce
@xyz-og3ce 4 ай бұрын
💓💓😊 তিতাবৰ লৈ আহক❤
@user-dn7ot6yb5m
@user-dn7ot6yb5m 4 ай бұрын
❤❤❤.moja
@kimlupangrum5486
@kimlupangrum5486 4 ай бұрын
Good sir, We love u and your simplicity.
@poreshkumar5446
@poreshkumar5446 4 ай бұрын
Congratulations. My vote to you
@jatinmahanta7135
@jatinmahanta7135 4 ай бұрын
I love you gogoi sir
@pg_life_04
@pg_life_04 4 ай бұрын
Love from sibsagar ❤ gaurav gogoi
@nirugogoi4576
@nirugogoi4576 4 ай бұрын
গৌৰৱ নীচিনত থাকক ভগৱানে সহায় কৰিব
@mridulmintudoley8480
@mridulmintudoley8480 4 ай бұрын
Best wishes Gaurav dada।apuni jikibo lagibo, North East India r babe।
@Dffggkj
@Dffggkj 4 ай бұрын
Gourav gogoi zindabad
@gronoxyt6906
@gronoxyt6906 4 ай бұрын
Gogoi da congarsulation ,i like thingking and voice,
@Gymaholic428
@Gymaholic428 4 ай бұрын
Humble Politician of assm ❤
@swarnalatahandique675
@swarnalatahandique675 4 ай бұрын
🙏🙏🙏
@shivkahar5813
@shivkahar5813 4 ай бұрын
Gourav Gogoi zindabad 🙏
@akhimborguhain2261
@akhimborguhain2261 4 ай бұрын
Gourov Gogoi
@AfjalKhan-ee6uj
@AfjalKhan-ee6uj 4 ай бұрын
Gourob Gogoi zindabad
@Pankajdas-sj6jr
@Pankajdas-sj6jr 4 ай бұрын
I love gogoi.jindabad
@rambilashdoley2379
@rambilashdoley2379 4 ай бұрын
All the best🌹🌹🌹
@jeetbaro4882
@jeetbaro4882 3 ай бұрын
So much to learn from this man. All the very best to him..
@Jahnobiborgohain
@Jahnobiborgohain 4 ай бұрын
❤❤❤❤
@dibyajyotiborah1597
@dibyajyotiborah1597 4 ай бұрын
১০০%
@rinadhar7912
@rinadhar7912 4 ай бұрын
❤🎉
@sabitagogoi8684
@sabitagogoi8684 4 ай бұрын
Congratulations 💐💐
@omprakashgogoi1225
@omprakashgogoi1225 4 ай бұрын
Gourab da bhut ajon telented manuh. Hoi. .aru bhut nolege ase 🙏
@ajaydeori1788
@ajaydeori1788 4 ай бұрын
congestion welcome to Majuli gourav Gogoi
@user-gy2rv6wu3j
@user-gy2rv6wu3j 4 ай бұрын
🙏 Good
@technicalbadar4208
@technicalbadar4208 4 ай бұрын
Best wishes
@chetry4037
@chetry4037 4 ай бұрын
Gaurav Gogoi deserve.. I support Gaurav Gogoi sir. Vaal leader pathiuwa aamar dayitwo, vaal manuh jotei g party t thhakok moi taake vote dim.
@rekhadas2322
@rekhadas2322 4 ай бұрын
All the Best🎉
@manashsvlogs8194
@manashsvlogs8194 4 ай бұрын
Gourob Gogoi Joy Amar Akhomoyar joy
@thepoliticalawareness1021
@thepoliticalawareness1021 4 ай бұрын
When Assam got Independence, Assam had two Established Industry. Tea and Oil. Assam had contributed heavily towards India's Revenue. But Indian Government or Central Government probably fooled or looted Assam and spend more money on South India, Delhi and other States. When People of Assam gets offended against Central Government. Probably with help of Intelligence and With the help of local Congress leaders started to make differences with People of Assam and Mizo, Khashi, Garo, Naga, Manipuri etc. Then Central Government divide Assam and makes other North Eastern States. Till now Some North Eastern States think Assamese people looted them when everyone was united. After that still Assamese people had fight for its rights. Then Central Government and Congress Party probably started to divide people of Assam. Like Karbi Agitation, Bodo Agitation etc. Only when Atal Bihari Vajpayee and Lal Krishna Advani Ji came to power they had started to solve some of the problems. Like: Bodo Problem etc. Present Central Government had increased Investment in North Eastern States. Arunachal Pradesh got 4 Mountain highways. Mountain highways are too much costly. Mizoram, Manipur etc gets Railway. Meghalaya, Nagaland gets Highway. Assam got AIIMS, multiple Bridge on Brahmaputra. 27000 crore TATA project in Jagiroad. Multi Model logistic park in Bongaigaon. Presently in Assam under State Government about 10+ New Medical Colleges are coming. New Cancer Institution, New Engineering Colleges are coming. Multiple University has started or under construction. When people of Assam was fighting for it's financial rights, Congress repeatedly came to power with the help of Alleged Bangladeshi origin people. Look at Bilashipara from where Sarat Singha was elected and became CM. But now Assamese people can't even get Election Ticket. Look at the Voter List data and Revenue data (Land Records) of Barpeta, Dhing, Rupahi, Jamunamukh, Naobaisa etc etc. Just think Where and why Assamese people disappear from those constituency.
@Ari-tf2vd
@Ari-tf2vd 4 ай бұрын
I will pray for you sir 🙏
@NovakantaDoley-hk6nd
@NovakantaDoley-hk6nd 3 ай бұрын
Vote for Gaurov zindabat
@novomipatir6463
@novomipatir6463 4 ай бұрын
Congress kisuman party beya holew Gaurav my best kormi ❤❤❤❤❤apuni jikhib sinta nokorib
@duttaaj3205
@duttaaj3205 4 ай бұрын
অভিনন্দন
@user-ej5uw4oe8m
@user-ej5uw4oe8m 4 ай бұрын
🎉🎉
@monuwarabegam5708
@monuwarabegam5708 4 ай бұрын
গৌৰব গগৈ জিন্দা বাদ❤❤❤❤❤❤❤❤❤❤
@manashchuangbunboruah1681
@manashchuangbunboruah1681 4 ай бұрын
গৌৰৱ গগৈ জিন্দৱাদ❤🎉
@RakibulIslam-eo9fd
@RakibulIslam-eo9fd 4 ай бұрын
Gaurav sir top inteligent politichian
@pankajgogoi9090
@pankajgogoi9090 4 ай бұрын
Topon Gogoi sesh
@subhamroy1235
@subhamroy1235 4 ай бұрын
Gourav gogoi jindabad 🎉❤️😍❤️
@nomalkr.daimari8064
@nomalkr.daimari8064 4 ай бұрын
গৌৰৱ আমাৰ গৌৰৱ ❤❤❤❤❤❤❤
@mobilephone6298
@mobilephone6298 4 ай бұрын
গৌৰৱ গগৈ জিকিব . তেখেত হে যোগ্য 100%
@Umeshkhorai
@Umeshkhorai 3 ай бұрын
Gourav gogoi jindabad
@mithuchetia453
@mithuchetia453 4 ай бұрын
@traveler590
@traveler590 4 ай бұрын
Support you we want in jorhat for development
@mikudutta1735
@mikudutta1735 4 ай бұрын
Bohut val lage manuahjon
@deboramngatey9708
@deboramngatey9708 4 ай бұрын
Well come to majuli....gourav gogoi.
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 24 МЛН
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Oasis Motion Films
Рет қаралды 272 М.
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 24 МЛН