ঘৰত আগফালে চোতাল ডাঙৰ হব লাগে নে পিছফালৰ? পিছফালে আৰু আগফালে কি কি গছ থাকিব নালাগে

  Рет қаралды 12,191

PUHOR Live 8

PUHOR Live 8

Күн бұрын

Пікірлер: 23
@dipamanidutta1392
@dipamanidutta1392 3 ай бұрын
Amar ghr khn rastar dakshin phale. Aru sotal khnr sario phale ghr ase. Dakshin phale gohali, pub phale voral.pakghr Tu kun phale thakibo lage??
@nabanitagogoi8330
@nabanitagogoi8330 3 ай бұрын
সু প্ৰভাত দাদা বাইদেউ
@jibonjyotidutta622
@jibonjyotidutta622 3 ай бұрын
Nice
@UshaGogoi-b7z
@UshaGogoi-b7z 3 ай бұрын
Nomoskar sir .apunar vidio Sai thakur.moi janibo bisarisy jebirt ruoomr aaina kun dikhot rakhibo lage jonai dibosun
@bhriguphukan8313
@bhriguphukan8313 3 ай бұрын
দাদা আমাৰ ঘৰটো দক্ষিণ মুখী ।মাটি কম হোৱাৰ বাবে তুলসীজোপা দক্ষিণে পূৱফালে মুখ কৰি ৰুব লগা হল ।ভাল হবনে বেয়া হ'ব জনাবচোন ।উত্তৰ পাম বুলি বাট চাই ৰলো ।
@PurnimaMech-g9s
@PurnimaMech-g9s 2 ай бұрын
Gharr vitart tulshi puli thob pari ne janab
@pulingogoi1986
@pulingogoi1986 3 ай бұрын
দক্ষিণ মুখী ঘৰৰ মূখ্য দোৱাৰখন কোন ফালে দিলে ভাল হ'ব
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 3 ай бұрын
Pronam jonalo
@kakumonikakumoni1730
@kakumonikakumoni1730 3 ай бұрын
দাদা নমস্কাৰ জনালোঁ। আমাৰ ঘৰটো উত্তৰ মুখি। যিহেতু মেইন ৰস্তাটো উত্তৰ ফালে গৈছে।পূৱ ফালে u এটা ৰাস্তা গৈছে গাওঁ ভিতৰলৈ।আৰু দক্ষিণ ফা লেও এটা ৰাস্তা গৈছে পৰিয়ালৰে মানুহ কেইঘৰ থাকে। Bastu মতে কিবা অসুবিধা হব নীকি জনাব🙏🏻
@PUHORLive8
@PUHORLive8 3 ай бұрын
উত্তৰ দিবলৈ এই প্ৰশ্ন টো তেখেতলৈ পঠাম
@namitadsr9255
@namitadsr9255 3 ай бұрын
Sir dakshin dikhat pukhuri ase mor mar ghrt...tar potikar kiba ase nki...ghrkhan kiba kheli meli hoi goise ...bemar ajar hoia thake...plz ki korile val hb jonabsun
@JyotiDutta-f4w
@JyotiDutta-f4w 3 ай бұрын
আমাৰ ঘৰ তো দখিন ফালে মুৰ কৰা আমাৰ তুলশি জোপা দ।খুন পচিম মত আচে ভাল বেয়া জনাব চোন
@Pranoblagachu
@Pranoblagachu 3 ай бұрын
Sir bramastan to kiman fit hobo Lage? Please please please sir
@latumonisaikia6852
@latumonisaikia6852 3 ай бұрын
আমাৰ ঘৰত স্থায়ী তুলসী ভেটি আছে ।উত্তৰ --পূব দিশত । এটা কথা জানিব খুজিছোঁ ? প্ৰতি বছৰে নতুন পুলি লগাব লাগিবনেকি ?
@indumoni6947
@indumoni6947 3 ай бұрын
দাদা পিছফালে তুলসী থাকিব পায়নে ।
@SewaliMahanta-kg5sv
@SewaliMahanta-kg5sv 3 ай бұрын
দাদা আমাৰ ঘৰটো North মুখী আৰু আমাৰ লেটিনৰ টেংকিটো West ত আছে আৰু লেটিনটো South of South west ত আছে কিবা অসুবিধা হ'ব নেকি জনাবছোন .মোৰ সকলো লিপি নাই সেইকাৰনে এনেকৈয়ে লিখিছো .🙏
@pdas6651
@pdas6651 2 ай бұрын
ছাৰ আপোনাৰ ভিডিও প্ৰায়ে চাও। আমাৰ ঘৰৰ মুঠ ৮ জন মানুহ কিন্তু কাৰোৰে মতামত ৰ মিল নাই..মা দেউতাৰ সদায় অসুখ, গেছ ৰ প্ৰব্লেম, নাৰ্ভৰ প্রব্লেম, প্ৰেছাৰ আদি। কিবা বাস্তু দোষৰ কাৰণে হব পাৰে নেকি?
@rijumoninath9985
@rijumoninath9985 3 ай бұрын
আমাৰ ঘৰটো পূব ফালে মুখ কৰা। বৰ্তমান আমাৰ ঘৰৰ সন্মুখত ৰাস্তাৰ ইপাৰে এটা ফ্লেট বনাই আছে।ইয়াৰ পৰা আমাৰ কিবা অসুবিধা হ'ব নেকি জনাবচোন।
@rinkuduttasaikia107
@rinkuduttasaikia107 3 ай бұрын
খিৰিকিত আইনা থাকিলে কি হব
@UshaGogoi-b7z
@UshaGogoi-b7z 3 ай бұрын
Birth roomr aaina
@ubon5879
@ubon5879 3 ай бұрын
যোগাযোগ নম্বৰ নিদিলে ভাল হৱ reply নকৰে ৷বেয়🎉 পাইছো মই
@bapanchakravorty5639
@bapanchakravorty5639 3 ай бұрын
Andhabiswas
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН