No video

শীঘ্ৰেই কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰিব ভূপেন বৰা।

  Рет қаралды 113,908

Ishan News

Ishan News

Күн бұрын

♦ শীঘ্ৰেই কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰিব ভূপেন বৰা।
♦ টুলুঙা কথাৰে দলৰ গৰিমা হ্ৰাস কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে।
♦ কোন হ'ব কংগ্ৰেছ দলৰ সভাপতি?
♦ হাই কমাণ্ডৰ পচন্দৰ নেতা কোন ?
♦ কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰিব খোজা নেতা-নেত্ৰী সন্দৰ্ভত নতুন সিদ্ধান্ত।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com...

Пікірлер: 192
@achurjyagohain69
@achurjyagohain69 Ай бұрын
খুব ভাল খবৰ । এইজনৰ অহংকাৰ বেছি । কংগ্ৰেছ ডুবাব
@anilgoswami2238
@anilgoswami2238 Ай бұрын
শ্রী ভূপেন কুমাৰ বৰা এগৰাকী অদক্ষ, অনভিজ্ঞ আৰু অগভীৰ ৰাজনৈতিক নেতা।
@user-wf2ti5df4t
@user-wf2ti5df4t Ай бұрын
বহুত ভাল খবৰ ৷ সোনকালেই আতৰাব লাগে৷
@sanjibbora1789
@sanjibbora1789 Ай бұрын
সুন্দৰ পদক্ষেপ ,অতি সোনকালে অন্য এজনক দায়িত্ব অৰ্পণ কৰক নহলে এইটোৱে দল গেলাব
@eldrinkoch3656
@eldrinkoch3656 Ай бұрын
প্ৰদ্যুৎ বৰদলৈ এজন ভাল মানুহ... সভাপতি পদ নিচিন্ত মনে দিব পাৰে।
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
সুন্দৰ বেলেগ উপযুক্ত এজনক সভাপতি পাতক |প্রদ্যুত বৰদলৈ উপযুক্ত |
@pabitraneog5195
@pabitraneog5195 Ай бұрын
প্ৰদ্যুত বৰদলৈ সভাপতি হব লাগে । CONGRATULATIONS
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
ভূপেন"বৰা ৰাজনীতিত একেবাৰেই কেচা।ইমান দিন ৰাজনীতি কৰি এইজনে একো"নিশিকিলে আৰু মৰা দিনলৈকে শিকিব নোৱাৰে।এইজনক আতৰাই দিলেহে যদি দলটো শক্তিশালী"হয়!জনতা বা তৃণমূলৰ কৰ্মীক যদি আকৃষ্ট কৰিব"নোৱাৰে সেইজন"কি সভাপতি।যুক্তিৰে বিপক্ষক সদায় থকা সৰকা কৰিব"পাৰিব লাগিব। খঙত টিঙিৰি তুলা হলেও অখিলৰ"পৰা বহুখিনি শিকিব পাৰে"ভূপেন বৰাই।শিকিব জানো?
@user-zc1bb6jl6d
@user-zc1bb6jl6d Ай бұрын
জাবৰৰ কাম নাই ভালেই হব ।
@nilutpolsaikiaofficial7604
@nilutpolsaikiaofficial7604 Ай бұрын
প্ৰদ্যুত বৰদলৈ যোগ্য ব্যক্তি, বৰ‌ সুন্দৰ ভাৱে কথা কয়
@samsulali4266
@samsulali4266 Ай бұрын
ভূপেন বৰাক আতৰাব লাগে, প্ৰদ্যুৎ বৰাক দিব লাগে
@abdurrezzak53
@abdurrezzak53 Ай бұрын
কেতিয়াবাই ভুপেন বৰাক সভাপতি পদৰ অপহৰণ কৰিব লাগিছিল। লোকসভা নিৰ্বাচনৰ আগত সভাপতি পদৰ পৰা অপসাৰিত কৰা হলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমছে কম ৬/৭ খন আসন নিশ্চিত ভাৱে পালে হেতেন।
@shawnmichael2754
@shawnmichael2754 Ай бұрын
😂😂😂...beta toi khopun dekhiso niki😂😂😂😂.
@shawnmichael2754
@shawnmichael2754 Ай бұрын
Congressi chamsa mokhai vabei je bohut jikil hoi...😂😂
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
@@shawnmichael2754 um hoy tur maror herikhon hopunot dekhisil
@montudutta7017
@montudutta7017 Ай бұрын
৬/৭ খন নহয় ১৪ খন য়েই পালে হেতেন 👍 কেৱল তহঁতৰ লুঙ্গি টুপি ডাৰি আৰু বিড়ি সকলেই ভোট দিলে নহব নহয় বেটা 👍
@binoddutta4714
@binoddutta4714 Ай бұрын
নতুন সভাপতি হ'ব লাগে।
@rubitamuli3279
@rubitamuli3279 Ай бұрын
Good decision Congress party
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
সুন্দৰ পদক্ষেপ |
@gagankumarnath9425
@gagankumarnath9425 Ай бұрын
ভাল কথা। ভূপেন বৰাক তৎকালে আঁতৰাব লাগে।
@jahirulislam4311
@jahirulislam4311 Ай бұрын
ভূপেন বৰাক অতি সোনকালে পদবীৰ পৰা সলাব লাগে কাৰণ বৰা হৈছে নিজ মতলবিৰে নিজৰ স্বাৰ্থ পূৰণ কৰা নেতা ।
@dipjyotibora9405
@dipjyotibora9405 Ай бұрын
এইজনৰ কথাৰ ভেল্যু নাই,ভাল হব ৷
@ElectricaMall
@ElectricaMall Ай бұрын
💯 agreed
@gopalnarah8064
@gopalnarah8064 Ай бұрын
Bhupen hoise Himantar pion
@rajibgogoi190
@rajibgogoi190 Ай бұрын
তেওঁ বিজেপী লৈ যাব । মানে ভূপেন বৰা ।
@krishnankumarbora5288
@krishnankumarbora5288 Ай бұрын
কব নোৱাৰি। কিন্ত এতিয়া নাযাব কাৰন বিজেপিৰ অস্তাচল গমন যোগ পৰিছে।
@arceusgamer1720
@arceusgamer1720 Ай бұрын
এইজনা মামাৰ এজেন্ট
@Santannu
@Santannu Ай бұрын
দল বাগৰা 420 কেইটাক কেতিয়াও আদৰিব নালাগে
@asomiaasom6008
@asomiaasom6008 Ай бұрын
ভাল খবৰ ।
@sajidhussain5801
@sajidhussain5801 Ай бұрын
Very good disicion
@dinkuchutia9695
@dinkuchutia9695 Ай бұрын
সোনকালে অতৰাব হল এইটোক
@jahirulislam4311
@jahirulislam4311 Ай бұрын
অসম প্ৰদেশ কংগ্রেছৰ সভাপতি পদটো সাংসদ তথা যুৱ নেতা গৌৰৱ গগৈ বা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ক দিব লাগে তেতিয়া হে ২০২৬ ৰ ফলাফল কংগ্রেছৰ বাবে ভাল হব।
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq Ай бұрын
Toi vote Pakistan asei... Assam loi imn sinta kio
@GCNath-ed7im
@GCNath-ed7im Ай бұрын
দিল্লীৰ নেতা আহি সিদ্ধান্ত ললে বৰবাদ
@user-tf8zz3cp4m
@user-tf8zz3cp4m Ай бұрын
ভূপেন বৰাক আতৰাই দিব লাগে।
@mofidrohman6393
@mofidrohman6393 Ай бұрын
বৰ ভাল খবৰ, বাতৰিটো শুনি বৰ ভাল পালোঁ।👍👍👍 প্ৰদ্যুৎ বৰদলৈক দিলে ভাল হ'ব।
@akahamed5173
@akahamed5173 Ай бұрын
প্রদ্যুৎ বরদলই ❤❤❤
@GCNath-ed7im
@GCNath-ed7im Ай бұрын
অতি উত্তম হব
@user-yq7gm1tg4z
@user-yq7gm1tg4z Ай бұрын
গৌৰব
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
कांग्रेस🎉
@santaramdeka3015
@santaramdeka3015 Ай бұрын
Bhupen Bora k president r para out karak.
@Animexedits2064
@Animexedits2064 Ай бұрын
গৌৰৱ গগৈ হব
@bitupandas8667
@bitupandas8667 Ай бұрын
প্ৰদ্যুৎ বৰদলৈয নেতৃত্বত কংগ্ৰেছ দলৰ উন্নতি হব
@sahidulsvlogs7862
@sahidulsvlogs7862 Ай бұрын
কথা কব নাজানে ভূপেন বৰা ডাঙৰীয়া। অতি সোনকালে চেন্স কৰিব লাগে।
@pgoswami5378
@pgoswami5378 Ай бұрын
অসম কংগ্ৰেছত লৱীকেন্দ্ৰীক ৰাজনীতি থকা বুলি বদনাম বহু পুৰণি। ২০২৬ ৰ বিধান সভাত ভাল ফল দেখুৱাব পাৰিব বুলি যি কথাবাৰ্তাৰ উজান উঠিছে,সেয়া হবলৈ বা পাবলৈ কিন্তু এই লৱী ৰাজনীতি পৰিহাৰ কৰিব পাৰিব লাগিব,নহলে ভবা আৰু কোৱা কথাবোৰে সহায় নকৰিব।
@anantadas4466
@anantadas4466 27 күн бұрын
গৌৰৱ গগৈৰ হব
@NikilSur
@NikilSur Ай бұрын
Pradyut Bordoloi is the best for APCC ❤❤❤❤
@bipulkeot8908
@bipulkeot8908 Ай бұрын
ঠিকেই কৈছে...
@assamecomedy2275
@assamecomedy2275 Ай бұрын
ভুপেন বৰা এটা পাগল হয়,ভুপেন বৰা কাৰণে আজি কংগ্ৰেছৰ এই গতি।
@pachaniaxom1155
@pachaniaxom1155 Ай бұрын
100% Right.Bhupen Borah Sovapoty hoi thakile 2026 Nirbachonot Congress Big Zero Sure. Namoni Axomot Bigota Lok Sova Nirbachonot Birudhi Oikya Moncha Gothon huar babei Congress Parthi keijon Bipul Voteot Joy hol. Atia Uponirbachon Okolei khelim buli Soyang Sovapoti jone Ghopirai kobo nalage.Olop holeu Bibek aru Hamyak Gyanor Dorkar.
@hiteshdeka153
@hiteshdeka153 Ай бұрын
ভূপেন বৰা সভাপতি হৈ থাকিলে বিজেপিৰ বাবে লাভ হব। কিয়নো বহু সময়ত ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰা যেন লাগে
@abulhussaintapadar6739
@abulhussaintapadar6739 Ай бұрын
Yes
@kamiluddinlaskar9887
@kamiluddinlaskar9887 Ай бұрын
Good decision
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Good news🎉👍
@hafizurrahmank7799
@hafizurrahmank7799 Ай бұрын
Right
@bakulboruah2026
@bakulboruah2026 Ай бұрын
মীৰা বৰঠাকুৰ বাইদেউক সন্মূখৰ পৰা লিড কৰিবলৈ দিব লাগে।
@equityresearch1995.
@equityresearch1995. Ай бұрын
Bidai diyok, mira baideok hobo lage
@punyadharhandique1102
@punyadharhandique1102 Ай бұрын
Bhupen হতাও কংগ্ৰেছ বছাও!
@aminurrahman-4030
@aminurrahman-4030 Ай бұрын
Pradyut বৰদলৈ
@Surajjamanprodhani
@Surajjamanprodhani Ай бұрын
Gourav gogoi
@manojkumardutta8590
@manojkumardutta8590 Ай бұрын
Gourav Gogoi ba Rokibul k sovapoti dibo lage.Bhupen Bora upojugi nohoi
@childgroup8752
@childgroup8752 Ай бұрын
I support pardut bardoli
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp Ай бұрын
Very good
@AtiqulIslam-hy3do
@AtiqulIslam-hy3do Ай бұрын
Good Decision ❤❤❤❤
@sitadeviray5007
@sitadeviray5007 Ай бұрын
B B out and P B in bhal hobO ❤ati sundar MojjjjjjjjjjjjjjjjjjjjjjA Congress jeendabad 👌🇹🇯👌
@MujakkirBarbhuiya-uv2xr
@MujakkirBarbhuiya-uv2xr Ай бұрын
Gourob Gogoi hobo lagy
@ridipdeka116
@ridipdeka116 Ай бұрын
Vl a habo
@Randeep-kb1xh
@Randeep-kb1xh Ай бұрын
প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া উপযুক্ত সভাপতি পদৰ বাবে আৰু আগন্তুক নিৰ্বাচন আমাৰ ৫১নং জালুকবাৰী বিধানসভা সমষ্টি জয় লাভৰ বাবে গুৰুত্ব আৰোপ কৰক ।
@ShazzadurRahmanBarbhuyan
@ShazzadurRahmanBarbhuyan Ай бұрын
Among all Gourav is the best
@ShazzadurRahmanBarbhuyan
@ShazzadurRahmanBarbhuyan Ай бұрын
Buphen Bora Sir is the best PCC president
@ibadurmiah3111
@ibadurmiah3111 Ай бұрын
Bhupen Bora Go back. We want new
@sahiduzzamanbarbhuiya4013
@sahiduzzamanbarbhuiya4013 Ай бұрын
Very good praddyut bordoli lage
@ShazzadurRahmanBarbhuyan
@ShazzadurRahmanBarbhuyan Ай бұрын
Gourav Gogoi will be the best pcc president
@utpalkrgogoi7430
@utpalkrgogoi7430 Ай бұрын
Very good ❤❤❤
@nurulamin8284
@nurulamin8284 Ай бұрын
Gaurav Gogoi is the best leader
@bkdthsolution9550
@bkdthsolution9550 Ай бұрын
ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ অধিক শক্তিশালী হৈছে।
@kamal__22
@kamal__22 Ай бұрын
Gaurav gogoi ziñdabad
@SimantaBorah-xd9gt
@SimantaBorah-xd9gt Ай бұрын
Val ai hol. Cronges hui thakok. Cronges r lahe lahe Cronges pump jabo goi aru....
@user-np8wr1mo8s
@user-np8wr1mo8s Ай бұрын
Val hobo
@dipanjoli6560
@dipanjoli6560 Ай бұрын
Manuh.... Jon kintu beya nhoi kotha kb najane...kintu bipodor dinot gat pati loi bhupen borai
@bijukhatowal9575
@bijukhatowal9575 Ай бұрын
বিহাৰ বৰাক দললৈ আনিব নালাগে ।
@rabikagohain3742
@rabikagohain3742 Ай бұрын
ভাল খৱৰ
@uddipanpatowary
@uddipanpatowary Ай бұрын
ৰিপুন বৰা নামৰ অপদাৰ্থ টো নালাগে
@bipinchandraphukan1452
@bipinchandraphukan1452 Ай бұрын
ভূপেন বৰাৰ কিছুমান মন্তব্যই বিব্ৰত কৰি তোলে।
@user-yq7gm1tg4z
@user-yq7gm1tg4z Ай бұрын
বৰদলৈক সভাপতি দিলেও একেই হব
@ShazzadurRahmanBarbhuyan
@ShazzadurRahmanBarbhuyan Ай бұрын
It is better if Ripun Bora will come back
@Santannu
@Santannu Ай бұрын
ই বেটাই কবিতা লিখিবলৈ লওঁতেই গম পাইছিলোঁ ...
@siraqram8388
@siraqram8388 Ай бұрын
Gaurav Gogoi best hobo
@Pilistine
@Pilistine Ай бұрын
Really jaha taha kotha koi
@AnupamBara-be9pu
@AnupamBara-be9pu Ай бұрын
ভূপেন বৰাক আতৰাই দিলে কংগ্ৰেছৰ কিছু ভাল হোৱাৰ আশা আছে। জিতেন্দ সিং কো অসমৰপৰা আতৰাব লাগে। জিতেন্দ সিঙে অসমত সাংগঠনিক ভেটি সুদৃঢ় কৰিব নোৱাৰে।
@JOGESHASSAMVLOG147
@JOGESHASSAMVLOG147 Ай бұрын
Ripun borah welcome
@JOGESHASSAMVLOG147
@JOGESHASSAMVLOG147 Ай бұрын
ৰিপুন বোৰাহ স্বাগতম
@NoorAlam-fu5ql
@NoorAlam-fu5ql Ай бұрын
Ripun Bora kam nai
@girishchtalukdar2574
@girishchtalukdar2574 Ай бұрын
Need to change
@narenhazarika7663
@narenhazarika7663 Ай бұрын
Debabrata Saikia.
@sunitgogoi4425
@sunitgogoi4425 Ай бұрын
Moi bhabu bordoloi & Mira barthakur
@sanjibbora1789
@sanjibbora1789 Ай бұрын
সঁচা কথা কৈছে ,মীৰা বৰঠাকুৰ সৱল নেত্ৰী।
@user-et5tq1em6o
@user-et5tq1em6o Ай бұрын
প্ৰদ্যুত বৰদলৈ এজন শিক্ষিত আৰু ভদ্ৰ ব্যক্তি
@mithuntaye3443
@mithuntaye3443 Ай бұрын
🎉
@ShahidulIslam-w6p
@ShahidulIslam-w6p Ай бұрын
বৰা যাব লাগে
@jatinsaikia3868
@jatinsaikia3868 Ай бұрын
বেলেগ দলৰ পৰা নতুনকৈ অহা মানুহক পাঁচ বছৰলৈ কোনো বিষয়বাব দিব নালাগে বুলি ভাবোঁ
@mukundahazarika9455
@mukundahazarika9455 Ай бұрын
বিবেক দুৰ্বল ভুপেনৰ ৷
@siraqram8388
@siraqram8388 Ай бұрын
Mojja
@krishnankumarbora5288
@krishnankumarbora5288 Ай бұрын
Yes, Bordoloi should be the APCC President. It will be the most welcoming decision. Jitendra Shingh must be replaced. He should go somewhere else.
@DollyHukai
@DollyHukai Ай бұрын
Bordoloi k dibo lage
@nnbghy001
@nnbghy001 Ай бұрын
আঁতৰাব লাগে৷ বিজেপিৰ এজেণ্ট৷
@puwalichaoching125
@puwalichaoching125 Ай бұрын
Debobrata nhle poidyut
@ahsjnwouwj12
@ahsjnwouwj12 Ай бұрын
Moza ai jonok nalga bor ahonkar
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 76 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 949 М.
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 33 МЛН
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 76 МЛН