Got best YouTuber Award - কোন মই কোন তই

  Рет қаралды 391,835

Dimpu Baruah

Dimpu Baruah

2 жыл бұрын

awarded by News18

Пікірлер: 2 600
@subhashnathentertainment4595
@subhashnathentertainment4595 2 жыл бұрын
ইয়াত কৈ সুখৰ খৱৰ একোৱেই নাই এই মূহুৰ্তত। অভিনন্দন জনালোঁ 👍
@animabarman3704
@animabarman3704 2 жыл бұрын
@Axomiya Lora Mjd 😃😃😃😃
@priyambarman9865
@priyambarman9865 2 жыл бұрын
Xosai
@psproduction4016
@psproduction4016 2 жыл бұрын
Hoi Dada Dimpu da amar gourab
@animabarman3704
@animabarman3704 2 жыл бұрын
🙏🙏🙏🙏🙏🙏
@priturajvlogs9896
@priturajvlogs9896 2 жыл бұрын
@@psproduction4016 Mor Video sabo
@rupambhagabati
@rupambhagabati 2 жыл бұрын
দিম্পু, তোমালৈ বহুত অভিনন্দন যাঁচিলো । এজন নলবৰীয়া হিচাপেও তোমাৰ এই সাফল্যত যথেষ্ট গৌৰৱ অনূভৱ কৰিছো । ভৱিষ্যতত তুমি আৰু অধিক সফলতা লাভ কৰা তাকেই কামনা কৰিলো ।
@snehatmikavlog.253
@snehatmikavlog.253 2 жыл бұрын
আন্তৰিক অভিনন্দন দিম্পু।এনেদৰে সদায় আগুৱাই যোৱা আৰু আমালৈ ধুনীয়া ধুনীয়া ভিডিও দি থাকিবা।
@purobeegogoi1343
@purobeegogoi1343 2 жыл бұрын
অভিনন্দন দিম্পু , এনেকৈ ভাল ভাল video উপহাৰ দি যাবা
@purbanchalassam
@purbanchalassam 2 жыл бұрын
Congrts
@manazmusic6036
@manazmusic6036 2 жыл бұрын
Mojaa daaa
@flamekaiser3016
@flamekaiser3016 2 жыл бұрын
Welcome
@nituborah9411
@nituborah9411 2 жыл бұрын
Bhaskar da ❤️❤️
@djbsajtbm9337
@djbsajtbm9337 2 жыл бұрын
Please support dada
@Congressfansclub12
@Congressfansclub12 2 жыл бұрын
Dada more chanel to promote kori diok
@mrinmoydas098
@mrinmoydas098 2 жыл бұрын
3 minutes 2.6k views,the power of Dimpu daa 🙏🙏🙏 Congratulations Dimpu daa 💝💝💝
@dergaonujjalvlogs7474
@dergaonujjalvlogs7474 2 жыл бұрын
plz subscribe
@Jyotika119
@Jyotika119 2 жыл бұрын
অভিনন্দন জনালোঁ তোমাক দিম্পু ভাইটি জীৱনত আৰু বহুত আগুৱাই যোৱা♥️♥️♥️
@RUNJUNMURNAAMVlogs2014
@RUNJUNMURNAAMVlogs2014 2 жыл бұрын
অভিনন্দন দিম্পু দা, আপোনাৰ ভিডিও মই সদায় চাও। বহুত ভাল লাগে।
@user-ds2gd9rf1r
@user-ds2gd9rf1r 2 жыл бұрын
(কবিতাৰ শিৰোনামা) "মোৰ কবিতা" ✍️কবি: সমুজ্জ্বল ডেকা কবিতাৰ জগতত মই সোমাই পৰি, কদাপিও নপৰো মই লিখনিত ভাগৰি। ছন্দৰে সজাম মই কবিতাৰ ঘৰ, কলিযুগত কবিতাৰে মই বিলাম খবৰ। মোৰ মনৰ গভীৰ ভাষাৰ গভীৰ পোহৰ, বিয়পি পৰিব কবিতাৰে জীৱনৰ লহৰ। জীৱনৰ সুখ-দুখৰ কাহিনী মই দিম উপচাই, কবিতাৰে বিয়পি যাব ভিন্ন ঘটনা সদায়।
@Rahulsvlogsnextlevel
@Rahulsvlogsnextlevel 2 жыл бұрын
বহুত ভাল লাগিল দিম্পু দা । এয়া অসমৰ গৌৰৱ ।
@nibeditabarman5100
@nibeditabarman5100 2 жыл бұрын
বহুত বহুত শুভেচ্ছা জনালোঁ দিম্পু দাদা❤️🙏
@anjushreedas7406
@anjushreedas7406 2 жыл бұрын
দিম্পু তোমালৈ অশেষ অভিনন্দন | তোমাৰ আজিৰ এই সফলতাৰ বাবে তুমি বহুত কষ্ট কৰিছা | তুমি আৰু বহুত আগুৱাই যোৱা..তাৰেই কামনা কৰিলোঁ | গৌৰৱ বোধ হৈছে আজি তোমাৰ বাবে | আজি কালিৰ ইউ টিউব জগত খনত কিছুমানৰ দৰে বিখ্যাত হ'বলৈ কৰা সস্তীয়া ধাৰাৰ বিপৰীতে তোমাৰ ভিডিঅ' বোৰৰ সঁচাকে এটা মানদণ্ড আছে..তাৰ বাবেই তোমাৰ আজিৰ এই সুনাম |
@angsumansarma7935
@angsumansarma7935 2 жыл бұрын
Dimpu dal kune kune bohut besi val pai ata like kori dibo ❤️👍 love you dimpu da ❤️
@sajifabegum4647
@sajifabegum4647 2 жыл бұрын
Congratulations🎉🥳🥳🎉 Dimpu da..... ❤❤❤❤❤
@gitimadas8615
@gitimadas8615 2 жыл бұрын
বহুত ভাল খবৰ দাদা। বহুত ভাল লাগিল। অভিনন্দন জ্ঞাপন কৰিলো তোমাক। । congratulations brother.. lots of love ❤ from hajo....
@nabanitabaishya6564
@nabanitabaishya6564 2 жыл бұрын
Congratulation dimpu. আগলৈ আৰু আগবাঢ়ি যোৱা। তুমি আমাৰ গৌৰৱ। ভগবান তোমাৰ সহায় হওক ।
@ganeshhajong2187
@ganeshhajong2187 2 жыл бұрын
বহুত বহুত অভিনন্দন থাকিল। আমাৰ মৰম, উৎসাহ আৰু সহযোগ সদায় সংযুক্ত হৈ থাকিব। 😊❤️
@mridusmita7498
@mridusmita7498 2 жыл бұрын
God bless you dimpu da and congratulations 🥳🎊🥳🎊🥳🎊🥳🎊🥳🎊🥳🎊🥳
@Channdrimaa
@Channdrimaa 2 жыл бұрын
বহুত বহুত বহুত অভিনন্দন ডীম্পু দা ❤ আৰু এনেকৈয়ে আগুৱাই গৈ থাকক
@chitramandal3185
@chitramandal3185 2 жыл бұрын
Award diya jone dimpu dar iman flowers huni asorit hoi gol 😀😀 congratulations dimpu da ❤❤ enedorei aguwai juwa☺
@Eduliteassam
@Eduliteassam 2 жыл бұрын
এ ভাই অভিনন্দন দিলো দে বহুত মৰম ❤️
@ankurdas012
@ankurdas012 2 жыл бұрын
দিম্ফু দা ,,,তুমি পাইছা Award ,আমাৰ গাৰ নোম শিয়ৰি উঠিছে❤️
@pakhidhun2340
@pakhidhun2340 2 жыл бұрын
Congrats 🤩⚡ Dimpu Da......For the Best KZbinr Award...🌼Moja lgil.. 🔥
@debasishbharati1265
@debasishbharati1265 2 жыл бұрын
Wah Dimpu দা, কিমান বেছি ভাল লাগিছে মোৰ মই বুজাব নোৱাৰিম, আপোনাক আজিলৈ লগ পোৱা নাই কথা পাতি পোৱা নাই কিন্তু একদম আপোনাক নিজৰ যেন লগা হৈ গৈছে, কোনো controversy নাই, আপোনাৰ সব কামেই চাব্বাছ ৰ যোগ্য, একদম আৰম্ভণিৰ পৰা চাইছো আপোনাৰ videos, অভিনন্দন অন্তৰৰ পৰা♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 жыл бұрын
অভিনন্দন জনালোঁ দিম্পু দা । তুমি আমাৰ বাবে গৌৰৱ সদায় ❤️😘🤗
@sewaligohain7694
@sewaligohain7694 2 жыл бұрын
আন্তৰিক অভিনন্দন ,,বহুত ভাল লাগিল ,আপুনি সফল হৈছে আগলৈও আগুৱাই যাওক 😘😘😘🙏🙏🙏👌👌👌
@manibordoloi8307
@manibordoloi8307 2 жыл бұрын
Congrats Dimpu. Love watching your videos. Your presentation is marvelous. Keep continuing your great good work. Wishing you all the best in life. May you always remain blessed. You will surely achieve heights.
@nabajyotiproduction6876
@nabajyotiproduction6876 2 жыл бұрын
অভিনন্দন থাকিল দিম্পু ককাইদেউ❤
@kangkanatalukdar850
@kangkanatalukdar850 2 жыл бұрын
শুভ কামনা জনালো‌ঁ, দিম্পু দা ❤️👍
@pranjaldutta6163
@pranjaldutta6163 2 жыл бұрын
You are an ideal Icon in simplicity.....🔥♥️
@mrmanashpratimdutta5681
@mrmanashpratimdutta5681 2 жыл бұрын
অভিনন্দন জনালোঁ। এইদৰেই আপুনি আৰু আগবাঢ়ি যাওক dimpu দা ❤
@nikitanikita2271
@nikitanikita2271 2 жыл бұрын
Dimpu da apunr xafalta Dekhi xosakoi bohut val lagil.... apuni mor favourite youtubar..... আগবাঢ়ি যাওক আপুনি এনেদৰে 🙂
@twoassamesesisters6124
@twoassamesesisters6124 2 жыл бұрын
দিম্পু দা আপুনি অসমৰ গৌৰৱ 💛💛💛আৰু আগুৱাই যাওঁক🔥🔥🔥👍
@rejiyasultana5994
@rejiyasultana5994 2 жыл бұрын
Nimbooda Apne video gana bhoot ka Laga cycle
@rasidulhoque5278
@rasidulhoque5278 2 жыл бұрын
ডিম্পু দা, আপোনাৰ বিয়াৰ সময়ত আপুনি নিজে বনোৱা video এটা পাম নে? মই কিন্তু সম্পূৰ্ণ আশাবাদী🤘🤣🤣
@dibrugarhlora5880
@dibrugarhlora5880 2 жыл бұрын
😂
@kotakiaxom9915
@kotakiaxom9915 2 жыл бұрын
🤣
@rupjyotibania9277
@rupjyotibania9277 2 жыл бұрын
Congratulations dimphu tumi aru ajuyai juya tare kamona korisu.
@replaygaming6340
@replaygaming6340 2 жыл бұрын
কোনে কোনে দিম্পু দাৰ মাক দেউতাকক চাব বিচাৰে ☺☺
@ridip182
@ridip182 2 жыл бұрын
Congratulations Dimpu da ✨㊗️💐💐
@ujjaldas2247
@ujjaldas2247 2 жыл бұрын
Congratulations... Dimpu da🥰😍😍😍
@dhanmanidas8088
@dhanmanidas8088 2 жыл бұрын
Congratulation Dimpu da... god bless u...sadai anekoi aguai joa
@kritishreesarma
@kritishreesarma 2 жыл бұрын
মহলীয়াপাৰা (দৰং)ৰ পৰা অভিনন্দন জনালোঁ দিম্পু দা💐💐
@simashreetalukdar3095
@simashreetalukdar3095 2 жыл бұрын
Congratulations 🎉 dimpu da..
@rahulkalita7567
@rahulkalita7567 2 жыл бұрын
Congratulations dimpu da award poar babe 😘❤
@lxsaidulahmed3367
@lxsaidulahmed3367 2 жыл бұрын
Congratulation to dimpu daa. Next level dimpu daaa. All the best.
@exploringindiawithsaurav2376
@exploringindiawithsaurav2376 2 жыл бұрын
Congratulations Dimpu, All the best for your future Endeavor!
@deltagaming9106
@deltagaming9106 2 жыл бұрын
"If my mind can conceive it, if my heart can believe it then I can achieve it." ... Congratulations 🎈🎈Well deserved. Best wishes for your continued success. Keep it up. 🙏🙏
@itirajsaikia1534
@itirajsaikia1534 2 жыл бұрын
Dimpu's vlog is in the 10 position of the vloging segment of India .
@bhangacyclevlogs9821
@bhangacyclevlogs9821 2 жыл бұрын
da
@pmrk402
@pmrk402 2 жыл бұрын
আনে যি নকওঁক তুমি তোমাৰ কাম কৰি যোৱা বহুত ভাল লাগিছে 🥰
@mainujulfa9148
@mainujulfa9148 2 жыл бұрын
Congratulations dimpu da🤗🥳😍🎉🎊..aru aguai jauk,Aponar axa bor puron hauk😊
@Lakhya_Prajil
@Lakhya_Prajil 2 жыл бұрын
Congratulations brother...💜
@technologywithme6027
@technologywithme6027 2 жыл бұрын
Tumi 🔥এনেকই তুমি আগোয়াই যোয়া
@gitanjalikalita357
@gitanjalikalita357 2 жыл бұрын
তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগুৱাই যোৱা।💐💐
@bhangacyclevlogs9821
@bhangacyclevlogs9821 2 жыл бұрын
বৰ ধুনীয়া comment দিছে আপুনি
@adeka9778
@adeka9778 2 жыл бұрын
Bhut val lagil dimpu da apuni aru aguai Jai 🥰🥰🥰
@kritidas6103
@kritidas6103 2 жыл бұрын
So proud moment for all of us😍
@nuclearkim4678
@nuclearkim4678 2 жыл бұрын
Proud moment for you. We are also happy that News18 selected you for this award. You deserve it. Keep up the good work. God bless you!! 👍👍
@maramibordoloi7283
@maramibordoloi7283 2 жыл бұрын
Best of luck 🙂...Anekoi Aguwai goi thaka jate..🙂
@oiyaomili2310
@oiyaomili2310 2 жыл бұрын
ডিমপু তোমাৰ youtube চাই বহুত ভাল লাগে । এই বাৰ ক'ত যোৱা কথা ভাবিছা....?
@ffdeepjyoti6076
@ffdeepjyoti6076 2 жыл бұрын
Congratulations dimpu daa ❤️❤️❤️
@daimarivlogs8096
@daimarivlogs8096 2 жыл бұрын
Many many congratulations Dimpu da
@kalyanirajbong5727
@kalyanirajbong5727 2 жыл бұрын
Aru aguwai jaok aneke dimpu da.. 😊 aponar vedio sai bohut vl lge..
@manojdeka6690
@manojdeka6690 2 жыл бұрын
বহুত ভাল লাগিল দিম্পু দা অভিনন্দন জনালোঁ
@jugalkonwar04
@jugalkonwar04 2 жыл бұрын
Love you Dimpu da ❤️. From Lakhimpur ❤️❤️❤️
@bedantatalukdar7158
@bedantatalukdar7158 2 жыл бұрын
Congratulations 👍🏼
@dipikanvlog1937
@dipikanvlog1937 2 жыл бұрын
congratulations dimpu daa, nalbariya hisape praud feel koru tumak loi, aru aguai juwa tumi,
@bandanasallhobbies9930
@bandanasallhobbies9930 2 жыл бұрын
Hei dosto👌 Finally Dimpu da award paale👍 congratulations ♥️ We are proud of you Natun KZbinr hokol r karone eta tips r video bonabosun please jaate aami aaguai jaabo paaru🙏🙏🙏🙏 Preme pratidan nibisare😭 Prem maane tyag😭
@indrajitmahanta9510
@indrajitmahanta9510 2 жыл бұрын
Mojjja dada❤❤❤❤
@jotinchutia1727
@jotinchutia1727 2 жыл бұрын
বহুত ভাল লাগিছে দিম্পু দা💝
@chandanasarma152
@chandanasarma152 2 жыл бұрын
Congratulations dimpu da.aag barhi jaok eneke amak lage axomot ejon apunar dore manuh
@sinmoi
@sinmoi 2 жыл бұрын
দিম্পু দা বহুত বহুত ধন্যবাদ জনাইছোঁ নন্দিতা ওপৰত এটা সুন্দৰ video বোনাই মোৰ comments টো উল্লেখ কৰা কাৰণে❤️❤️❤️
@nayanavagogoi.8922
@nayanavagogoi.8922 2 жыл бұрын
Congratulations Dimpu da🤩
@nagaranam2106
@nagaranam2106 2 жыл бұрын
Congratulations Dimpu Baruah for most promising award
@surjitbasumatary6143
@surjitbasumatary6143 2 жыл бұрын
বহুত বহুত অভিনন্দন😍😍😍
@TechnicalInfoHd
@TechnicalInfoHd 2 жыл бұрын
Congratulations ❤️❤️❤️ dimpu da আপোনাৰ লগ কৰা বহুতো ইচ্ছা আছে ।
@moyurcreation7897
@moyurcreation7897 2 жыл бұрын
Congratulations 👏 Love from majuli ❤
@assamdynamoff4894
@assamdynamoff4894 2 жыл бұрын
Congrats 💐💐💐
@isfakmehdivlog9116
@isfakmehdivlog9116 2 жыл бұрын
দিম্পু দাদা অভিনন্দন জনালোঁ ।। আপোনাৰ এজন মই ভাল fan । মোক আশীৰ্বাদ কৰিব চোন মই ও যাতে এই জগত খনত অলপ আগুৱাব পাৰো । । মোৰ ভিডিও ও মাজে মাজে চাব চোন please ।। আপোনাক লগ কৰা ইচ্ছা আছে বহুত । এদিন আপুনি আহিছিল আমাৰ স্কুলত কিন্তু অসুবিধা বশত লগ কৰিব নাপালোঁ । বহুত দুখ লাগে মনত পৰিলে ।।
@arkitg.kstudy2537
@arkitg.kstudy2537 2 жыл бұрын
বহুত বহুত শুভেচ্ছা থাকিল...💐💐
@chinmoy1811
@chinmoy1811 2 жыл бұрын
Congratulations🎉🥳👏 when we receive a appreciation it boost our confidence...... 💕✌😁🎀
@user-gz7bc1ub5y
@user-gz7bc1ub5y 2 жыл бұрын
Congratulations dimpu da🎉🎉🎉💖
@shimantagogoi3916
@shimantagogoi3916 2 жыл бұрын
দিম্পু দা আপোনাৰ ভিডিঅ বিলাক চাই বহুত ভাল লাগে আৰু আনোনাকো বহুত ভাল পাওঁ।আপোনী Award পোৱাৰ কাৰনে মোৰ বহুত ভাল লাগিছে। আগলৈ আৰু কিবা কিবি পাবলৈ ভগবানৰ ওছৰত প্ৰাৰ্থনা জনালো। আৰু কেইতামান কঠাৰ কাৰনে আপোনী আমাৰ ডিব্ৰুগড়ৰ লৈ আহিব পাৰিবনেকি ? কাৰন আমাৰ ইয়াত গদাধৰ সিংহৰ কিছুমান ঈষ্মৃতৃ জকৰিত হৈ আছে। যিটো অসম বাসীয়ে শুনিছে হে যদিও দেখা নাই ।
@lakhinandanburagohain2047
@lakhinandanburagohain2047 2 жыл бұрын
Congratulations Dimpu..tumar Ladakh r video pam buli akha rakhilu..
@surobhiborah9627
@surobhiborah9627 2 жыл бұрын
Congratulations dimpu daa❣️❣️♥️♥️
@Toxic9k
@Toxic9k 2 жыл бұрын
Congrats dimpu da❤
@dimpalkhatoniar7806
@dimpalkhatoniar7806 2 жыл бұрын
বহুত বহুত ভাল লাগিল দাদা। আপোনাৰ আৰু ভাল ভাল ভিদিঅ' পাম বুলি আশা ৰাখিলোঁ। লগতে নন্দিতা বাৰ দোষীৰ উপযুক্ত শাস্তি কামনা কৰিলো।
@dalisadas8868
@dalisadas8868 2 жыл бұрын
Congratulation dimpu da...anekoi agbahri goi thaka👍
@mbvlogs9978
@mbvlogs9978 2 жыл бұрын
Val val video the jabo Dimpu daa ❤️ Love from Nagaon ❤️
@ankitadutta8864
@ankitadutta8864 2 жыл бұрын
Congratulations Dimpu Da❤️🥳
@rajlakhivlog593
@rajlakhivlog593 2 жыл бұрын
Congratulation...dimpu da .Love watching your videos 💐
@dristimahanta3315
@dristimahanta3315 2 жыл бұрын
Bohut Val lagil cai 💕💕💕💕
@pabitradeka5905
@pabitradeka5905 2 жыл бұрын
Dimpu da congratulations 😍
@r.d.x.mehebub.4011
@r.d.x.mehebub.4011 2 жыл бұрын
Congratulations ❤❤❤❤
@bibidha7414
@bibidha7414 2 жыл бұрын
অভিনন্দন জনালোঁ ভাইটি। 😊
@mehrujabegum874
@mehrujabegum874 2 жыл бұрын
congratulations for your outstanding achievement 🎉🥳🤯😍Dimpu da
@akash_xyz6420
@akash_xyz6420 2 жыл бұрын
Congratulations dimpu daa..🎉🎉
@DixeetB
@DixeetB 2 жыл бұрын
Congratulation Dimpu daa❣️😍
@abhilashaassam8030
@abhilashaassam8030 2 жыл бұрын
Proud of you Dimpu daa aru aguwai juwa all time favorite Dimpu da Dimpu da Dimpu da from LAKHIMPUR
@dharanitalukdar6920
@dharanitalukdar6920 2 жыл бұрын
দিমপু দা বহুত বহুত শুভেচ্ছা থাকিল
@abduljallil4013
@abduljallil4013 2 жыл бұрын
Best performance brother.💕💞❤💖
@kashmirisonowal1574
@kashmirisonowal1574 2 жыл бұрын
Congratulations Dimpu da 😻❤️
@parthainspiration
@parthainspiration 2 жыл бұрын
We are proud of you bro. Love from Nalbari 🙏💙💙😊
@user-nv8uv9yw4g
@user-nv8uv9yw4g 2 жыл бұрын
Congratulations🎉🎊 Dimpu daa❤️❤️❤️
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 49 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН
UNO!
00:18
БРУНО
Рет қаралды 2,8 МЛН
Ta Ta bye bye …..RAJASTHAN
13:54
Dimpu's Vlogs
Рет қаралды 558 М.
How INDIA's NATIONAL SECURITY is Severely COMPROMISED
16:25
Gaurav Thakur
Рет қаралды 1,9 МЛН
Why I'm Leaving India?: My Struggle with Taxes and Business Challenges
18:58
Pramod Raj Shukla
Рет қаралды 1,3 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 49 МЛН