গুণমালাৰ বিপৰীতে অনিৰুদ্ধদেৱৰ ভক্তি মঙ্গল ঘোষা শাস্ত্ৰ

  Рет қаралды 68,361

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 113
@ranudas4561
@ranudas4561 20 күн бұрын
কৃষ্ণ প্ৰভু আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব শ্ৰৱণ কৰিবলৈ কৃপা কৰাত কৌটি প্ৰণাম 🙏🙏🙏
@dewajitHazarika-d9q
@dewajitHazarika-d9q 23 күн бұрын
Krishna Krishna Krishna Krishna 🙏🙏🙏🙏
@Labanya-s2l
@Labanya-s2l 22 күн бұрын
সুন্দৰ বৰ্ণনা।কৃষ্ণ 🙏
@ankitbordoloi9041
@ankitbordoloi9041 25 күн бұрын
Krishna prabhu
@ManikDas-qi9it
@ManikDas-qi9it 16 күн бұрын
Krishna Krishna ram ram
@pallabikagohain5720
@pallabikagohain5720 2 ай бұрын
জানি এক কৃষ্ণ নামে লৈলো শৰণ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
@juntisonowal9390
@juntisonowal9390 Ай бұрын
বাপ জনক সেবা জানানো 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@pallabikagohain5720
@pallabikagohain5720 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
@liladas1146
@liladas1146 Ай бұрын
ভক্তি হৈছে আন্ধাৰ ৷জ্ঞান হৈছে পোহৰ৷
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
@@liladas1146 কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা জনালোঁ কৃষ্ণ
@keshabbora7742
@keshabbora7742 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rajudutta6401
@rajudutta6401 Ай бұрын
মায়ামৰা সমাজে অনিৰুদ্ধ দেৱৰ যোগেদিহে শঙ্কৰ গুৰুজনাৰ পৰিচয় লাভ কৰিছিল ।আদ্যেশ্বৰ অনিৰুদ্ধদেৱৰ শাস্ত্ৰ কেইভাগি অধ্যয়ন কৰক আৰু মানিবলৈ চেচ্টা‌কৰক , চাৰি বেদ গীতা‌ ভাগৱতৰ সাৰতত্ব ইয়াতেই পাব ।
@hemaprabhasaikia5321
@hemaprabhasaikia5321 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@jonaramkakoti
@jonaramkakoti Ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤
@MKhatwal
@MKhatwal Ай бұрын
ঔ হৰি ঔ ৰাম
@junumech7558
@junumech7558 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছে কৃষ্ণ কৃষ্ণ
@abhinavaxombaruah1066
@abhinavaxombaruah1066 Ай бұрын
কৃষ্ণ কৃষ্ণ❤
@uttambormudoi1520
@uttambormudoi1520 Ай бұрын
কৃষ্ণ বাপ
@UtpalGogoi-h1z
@UtpalGogoi-h1z Ай бұрын
কৃষ্ণ বাপ, ভক্তি ৰে হেৱা ভাগি নিবেদন জনালো. কৃষ্ণ @ জয় গুৰু শংকৰ @
@sasadharrajbangshi35454
@sasadharrajbangshi35454 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
@labokantaburagohain9245
@labokantaburagohain9245 Ай бұрын
পরম তত্ব কথা কলে। কৃষ্ণ কৃষ্ণ। অ হৰি, অ রাম। 🕉🕉🕉
@daisyrabha2343
@daisyrabha2343 Ай бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥❤🙏🙏🙏🙏
@sanskritaboro239
@sanskritaboro239 Ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম আপোনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদিছো।
@pallabikagohain5720
@pallabikagohain5720 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা আমি জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
@minotigogoi9934
@minotigogoi9934 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@SayamborGohain
@SayamborGohain Ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা আগবহালো অশেষ ধন্যবাদ।
@mamonibegum1234
@mamonibegum1234 Ай бұрын
Moi agoraki muslim buwari moor khub bhal lage ai anusthantu aji jodihokolore sintadhara hosakoi Ane hol heten
@r.ctalukdar1659
@r.ctalukdar1659 16 күн бұрын
বেগম আই গৰাকীৰ মন্তব্য পঢ়িলো, ভাল লাগিল।আই গৰাকীক নিৰন্তৰ ভাগৱত পৰ্যালোচনা শুনিবলৈ সেৱা ধৰিলো, কৃষ্ণ।
@khogeswarigogoi1902
@khogeswarigogoi1902 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@ranjitborah1106
@ranjitborah1106 Ай бұрын
কৃষ্ণ
@PrahladMedhi-d2e
@PrahladMedhi-d2e 25 күн бұрын
Aapunar bako khuni val lge❤❤❤
@durgeswardas7861
@durgeswardas7861 Ай бұрын
Oti uttam, Abhinandan.
@debokantosaikia1369
@debokantosaikia1369 2 ай бұрын
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
@yt-user-2025
@yt-user-2025 Ай бұрын
Joy guru Shankar Krishna Krishna Krishna outstanding answer ❤❤❤❤
@ChandanMedhi-e1i
@ChandanMedhi-e1i Ай бұрын
মণিকুততেই সোমাই থাকিব লগীয়া হৈছে, বাকী ধৰ্মৰ গুৰু সকলৰ গোটেই বিশ্বত ঠাই আছে আৰু আমাৰজন সেই অকমানি মণিকুততেই সোমাই থাকে(লুকাই আছা দেখা নেদা মণিকুতৰ ভিতৰতে)গুৰুজনাক মণিকুতৰ পৰা উলিয়াই আনি বিশ্ব দৰবাৰত প্ৰচাৰ কৰক নহলে তেও কেতিয়াও জগত গুৰু হব নোৱাৰে, তেও কেবল মোৰ আৰু আপোনাৰহে গুৰু হব ।
@ronjitborah1997
@ronjitborah1997 19 күн бұрын
❤❤
@ritagohain2552
@ritagohain2552 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@Jmahanta644
@Jmahanta644 2 ай бұрын
শংকৰ দেৱ মাধৱ দেৱৰ পিছতে বৈষ্ণৱ ধৰ্ম ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰৰ গোপাল দেৱ আৰু অনিৰুদ্ধ দেৱৰ ভূমিকা অপৰিহাৰ্য। শ্ৰদ্ধাৰ গগৈবাপ জনাই পিচৰ গুৰুদুজ নাৰ বিষয়ে অধ্যয়ন কৰিছে নিশ্চয়। কৃষ্ণ কৃষ্ণ।
@mahendradas1610
@mahendradas1610 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ্্্ ।
@rishi8274
@rishi8274 2 ай бұрын
কৃষ্ণ। জয় গুৰু শঙকৰ।
@paramananda5403
@paramananda5403 Ай бұрын
কৃষ্ণ🙏🙏🙏
@RanjitBorah-c2i
@RanjitBorah-c2i Ай бұрын
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@prakashborah1560
@prakashborah1560 Ай бұрын
আদি কৃত দেৱে নানা শাস্ত্র কৰি হৰি হৰি হৰি হৰি এ নিজ শাস্ত্র মত গুপুত কৰিয়া থৈলা | শঙ্কৰ ৰূপক ধৰিয়া ঈশ্বৰে হৰি হৰি হৰি হৰি এ ভকতৰ হিত চিন্তিয়া বেকত কৈলা | | সেহি ৰূপে সেহি ধর্ম মাধৱত হৰি হৰি হৰি হৰি এ বেকত ভৈলেক দেখিলেক সর্বলোক | এতেকে অভেদ শঙ্কৰ মাধৱ হৰি হৰি হৰি হৰি এ বিচাৰ প্ৰমাণে আক সৱে জানিয়োক | | সেহি শাস্ত্র মত গোপালৰ মুখে হৰি হৰি হৰি হৰি এ অনুমাত্ৰ ভেদ নাহি শুদ্ধ ৰূপ দেখি | লোকৰ অভাগ্য নিমিত্তে ইদানি হৰি হৰি হৰি হৰি এ তাকে নিন্দা কৰি খাইলে যেন দুই আখি | | শঙ্কৰ মাধৱ দুই গোপাল স্বৰূপে হুই জীৱক তাৰিল পৃথিৱীত | ইহাক নমানে যিটো বিচাৰ নুবুজি সিটো তাৰ ঘত শাস্ত্ৰৰ দোষিত | | ( ভক্তি মঙ্গল ঘোষা শাস্ত্র -- শ্রী শ্রী অনিৰুদ্ধ দেৱ কৃত ) 🙏🙏🙏
@MINE_Craze_81
@MINE_Craze_81 2 ай бұрын
বাপ জনক সেৱা জলালো কৃষ্ণ কৃষ্ণ
@padmakalita6061
@padmakalita6061 Ай бұрын
Krishna Krishna pranam jonalu bap
@priyadoleypegu597
@priyadoleypegu597 Ай бұрын
krishna krishna krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@nonichutia3034
@nonichutia3034 Ай бұрын
কৃষ্ণ🙏🙏 ১০০/শুদ্ধ আৰু সত্য
@digantabora325
@digantabora325 Ай бұрын
জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
@mintugogoi6588
@mintugogoi6588 Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@TilokGogoi-t9u
@TilokGogoi-t9u Ай бұрын
ৰাম কৃষ্ণ বাপ সুন্দৰ হৈছে।
@BiswajitBorah-m2w
@BiswajitBorah-m2w Ай бұрын
ৰাম কৃষ্ণ
@DhunBorah-xk2yk
@DhunBorah-xk2yk Ай бұрын
Krishna bap🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
@prahladchetia4233
@prahladchetia4233 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@GopalDas-vj7mf
@GopalDas-vj7mf Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@madhurjyadeka5248
@madhurjyadeka5248 Ай бұрын
সুন্দৰ বাপ সুন্দৰ ।ঈশ্বৰে কৃপা কৰক ।কৃষ্ণ কৃষ্ণ।।
@saratgogoi5339
@saratgogoi5339 Ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏
@ChampakBarman-kr6es
@ChampakBarman-kr6es Ай бұрын
Ha guru Jon ami apunar Sri soron pranam jonaiso . ami ata khota apunak xudiba khujiso ja amr guru jonai koisa ja .nam gharot kuno vad vab nai kinto .Amar nam gharot Ann dharmar manahu xumaba para naouara
@Sadhana-fr5ih
@Sadhana-fr5ih 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏 ।
@SayamborGohain
@SayamborGohain Ай бұрын
কৃষ্ণ প্ৰভু আপোনাৰ বক্তৃতা শুনি নথৈ আনন্দিত হলো । নমস্কাৰ ।
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
শঙ্কৰে সঙশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি ..... আমি সকলো পণ্ডিত লোককেই সন্মান আৰু শ্ৰদ্ধা ভক্তি জনাও । গুৰু হিচাপে মাধৱদেৱে শংকৰদেৱক চিনাকী দি থৈ গৈছে। গোপালদেৱ অনিৰুদ্ধদেৱৰো বহু অৰিহণা আছে। কৃষ্ণ।
@KajolmoniBoruah
@KajolmoniBoruah Ай бұрын
জয় গুৰু শ্ংকৰ
@dilipchutia184
@dilipchutia184 Ай бұрын
জয় গুৰু শংকৰ, কৃষ্ণ
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@jagatsaikia7451
@jagatsaikia7451 Ай бұрын
অতি সুন্দৰ ব্যাখ্যা বাপ জন🙏🙏
@runjungogoi8777
@runjungogoi8777 Ай бұрын
Bap krishnna krishnna apunnar sorant sewa janalu.
@BabliGogoi-j6l
@BabliGogoi-j6l Ай бұрын
Hare Krishna 🙏🙏 Guruji 🌺🌺🌺🌺🌺🌺🌺
@padmakalita6061
@padmakalita6061 Ай бұрын
Krishna Krishna pranam jonalu
@khirodbhuyan5967
@khirodbhuyan5967 2 ай бұрын
Krishna 🙏
@dipengogoi2598
@dipengogoi2598 Ай бұрын
কৃষ্ণ❤
@ভক্তিদৰ্শন
@ভক্তিদৰ্শন Ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ🙏
@JituHazarika-o3i
@JituHazarika-o3i 2 ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@ANITARAMCHIARY-hj4en
@ANITARAMCHIARY-hj4en Ай бұрын
❤❤krishna hari ram🙏🙏🙏🙏
@SwarnapravaBaishya
@SwarnapravaBaishya Ай бұрын
Krishna Krishna joy. Guru sangkar
@Mahananda.Hazarika.
@Mahananda.Hazarika. Ай бұрын
Sumitra Gogoi Krishna Bap Prasnar Uttarsamuh thikeai dichhe iyatkoi aru kino bujai diba val lagil Bhagawatar katha suni Krishna 🙏
@rinachutia3723
@rinachutia3723 Ай бұрын
কৃষ্ণ 🙏 ।
@ashokkumardutta7850
@ashokkumardutta7850 Ай бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@Narendrasaikia556
@Narendrasaikia556 Ай бұрын
Ram krisna Ramkrisna govind
@AsAni-uo5tn
@AsAni-uo5tn 2 ай бұрын
🙏🙏🙏🙏🙏🚩🚩🚩 Krishna Krishna
@swapnagogoi8702
@swapnagogoi8702 Ай бұрын
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@ronjitborah1997
@ronjitborah1997 19 күн бұрын
❤❤❤porial somuhe sunibo ❤❤❤❤❤
@nabajyoti8858
@nabajyoti8858 Ай бұрын
আমাৰ ইয়াত ভজন লোৱা কেইজনমান আছে, তেখেতলোকক সাক্ষাত ভগৱান নিচিনাই লাগে, কাৰো হাতে বা কোনোবাই চুলেও নাখাই 😂 গাঠি লগা ভকত
@sarbanandasaikia702
@sarbanandasaikia702 2 ай бұрын
কৃষ্ণ বাপ দুখ নধৰিব সোনাকথা ময়তয়(ভকত) সত্য জুগত আছিল ভুলহলে ক্ষমা কৰিব।
@akhilburagohain381
@akhilburagohain381 Ай бұрын
Krishna Krishna Krishna bap
@KushalGogoi-xp6fr
@KushalGogoi-xp6fr Ай бұрын
বাপজনা, গছত আত্মাতত্ব থাকে নেকি।
@manashjyotiborah6895
@manashjyotiborah6895 2 ай бұрын
কৃষ্ণ
@suhaniborah2809
@suhaniborah2809 Ай бұрын
Krishna Krishna 🙏🙏
@subhasishhazarika8573
@subhasishhazarika8573 Ай бұрын
Krishna pranam.
@Brindaban-q2m
@Brindaban-q2m Ай бұрын
Krishna
@bikashdutta4968
@bikashdutta4968 Ай бұрын
🙏🙏🙏
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du Ай бұрын
Krishna krishna krishna bap krishna
@deboborah5858
@deboborah5858 Ай бұрын
কৃষ্ণ এক বিষ্ণুৰ অৱতাৰ ঠিক সেইদৰে মৎস্য,কুৰ্ম, আদিও এই দশ অৱতাৰ ও বিষ্ণুৰে বুলি আমি জানো কিন্তু আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ কিন্তুমৎস্য মৎস্য বুলি কও জানো? গতিকে বিষ্ণু বিষ্ণু বুলিহে কব লাগে।
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
প্ৰাণজীত বাপেক ভজন ল'লে নেকি !
@dipankargogoi6539
@dipankargogoi6539 Ай бұрын
Krishna Krishna
@Request_motivation
@Request_motivation Ай бұрын
কৃষ্ণ বাপ প্ৰণাম আপোনাৰ চৰণত 🙏🙏🙏🙏
@KumarGogoi-p2w
@KumarGogoi-p2w Ай бұрын
Rinku gogoi Krishna krishna
@DancingDas
@DancingDas Ай бұрын
Krishna.baap
@niruboruah4232
@niruboruah4232 Ай бұрын
KRishmkirshnaptanamjonalubap
@PranjumoniGogoi
@PranjumoniGogoi Ай бұрын
Monikutot kun bhag puthi thbo lge vldre buji plu
@asomiaasom6008
@asomiaasom6008 Ай бұрын
এই অধম বিধৰ্মী ভ্ৰষ্টাচাৰী দুৰাচাৰী একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ অধৰ্মীটোক কিয় ইমান গুৰুত্ব দিয়ে ? যেন সিহে সকলো জানে । অসমত তিনিজন মুখ্য গুৰুৰ আৰ্বিভাৱ হৈছিল ব্ৰহ্মা অংশে গুৰু হৰিদেৱ ,শিৱ ত্ৰিপুৰাৰী অংশে গুৰু শংকৰদেৱ ,বিষ্ণু অংশে গুৰু দেৱ দামোদৰদেৱ । অসমত গুৰু হৰিদেৱৰ পন্থক হৰিদেৱী ,গুৰঙ শংকৰদেৱৰ পন্থক শংকৰী বা মহাপুৰুষীয়া বা ভাগৱতী ,গুৰু দেৱ দামোদৰদেৱৰ পন্থক দামোদৰীয় বুলি তিনি গুৰুৰ তিনি পন্থা অসমত ১৫শ শতিকাৰ পৰা চলি আছে আৰু থাকিব ।মাধৱদেৱ শংকৰদেৱৰ প্ৰধান শিষ্য ,দ্বাপৰৰ কৃষ্ণ নিন্দুক দ্ৰোহী বৈৰী পৌণ্ড্ৰক নকল কৃষ্ণই মাধৱদেৱ ।দ্বাপৰত যেনেকৈ পৌণ্ড্ৰোকে কৃষ্ণক নিন্দা বিৰোধ বৈৰী দ্ৰোহ কৰিছিল কলিত মাধৱ ৰূপে উপজি বিষ্ণু নাৰায়ণৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱক নিন্দা হেয়জ্ঞান কৰি বৈৰী হৈ দ্ৰোহ কৰি নামঘোষাত লিখি থৈ গৈছে সেয়ে নামঘোষা নিন্দাবাদ পৰচৰ্চা পৰনিন্দাৰ পৰা মুক্ত নহয় ।ত্ৰেতাত শিৱই হনুমান হৈ যেনেকৈ ৰামায়ণৰ মুল প্ৰধান যতিল কাৰ্যবোৰ কৰি বিষ্ণু অৱতাৰ ৰামক সহায় কৰিছিল ৰামেও ভক্ত হনুমানৰ পুৰ্ণ সহায়ত কাৰ্য কৰি খ্যাতী ৰিখি গৈছে তেনেকৈ ভগৱান শিৱ ত্ৰিপুৰআৰীয়ে বিষ্ণুৰ পৰামৰ্শত শংকৰদেৱ হৈ উপজি নাট ভাওনা শাস্ত্ৰ গীত পদ ঘোষা লেখি মানুহক আকৃষ্ট কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰত পথ সুগম কৰি বিষ্ণু অৱতাৰ দেৱ দামোদৰদেৱে বৈদিক সনাতন ভাগৱতী বেষ্ণৱ ধৰ্ম সত্ৰান্থান সৃষ্টি কৰি সত্ৰৰ দ্বাৰা ৬২ লোকক বৈষ্ণৱত দীক্ষিত কৰি ধৰ্ম প্ৰচাৰ কৰিছিল ।কেবাখনো পুৰাণ শাস্ত্ৰ ,তিনিওজন গুৰুৰ চৰিতপুথি পঢ়িলে ওপৰত উল্লেখিত তথ্য সমুহ পোৱা যায় । অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোটা তিনি মুখ্য গুৰুৰ ভিতৰত গুৰু দেৱ দামোদৰদেৱ বেছি সফল কাৰণ দামোদৰদেৱে ৬২% লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল গত্ৰ পাতি পাঁচজন আচাৰ্য পুবত বংশীগোপালদেৱ ,উত্তৰত ভগৱানদেৱ ,পশ্চিমত বলদেৱ দঙিণত সন্তদেৱ মধ্যত ভট্টদেৱক লৈ ।অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰু শংকৰ মাধৱৰ তুলনাত দামোদৰদেৱ হৰিদেৱৰ অবদান কৈনৈগুণে কম নহয় বৰং দেৱ দামোদৰদেৱ কোনোগুণে কম নহয় বৰং গুৰু দেৱ দামোদৰদেৱ আটাইতকে সফল গুৰু যিয়ে ৬২% লোকক শৰণ ভজন দীক্ষা নাম মন্ত্ৰ তত জ্ঞান দি বৈষ্ণৱ কৰিছিল ।জয় গুৰু হৰিদেৱ,জয় গুৰু শংকৰদেৱ,জয় গুৰু দেৱ দামোদৰদেৱ ।
@DevajitMahantaDeva
@DevajitMahantaDeva Ай бұрын
মাধৱদেৱৰ বিষয়ে এনেকুৱা মনে সজা কথা আপুনি কিহৰ ওপৰত ভিত্তিত কৰি কৈছে আপুনিহে জানে ! এনেকুৱা ভিত্তিহীন কথা পঢ়িও নাপায় । কৃষ্ণ কৃষ্ণ
@PRADIPKUMARBORAH-ku1ts
@PRADIPKUMARBORAH-ku1ts Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@dipmoniborah9074
@dipmoniborah9074 Ай бұрын
কৃষ্ণ
@PD-gj7ot
@PD-gj7ot 2 ай бұрын
Krishna 🙏🙏🙏
@Life_style-1990
@Life_style-1990 Ай бұрын
🙏🙏🙏🙏
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 2,9 МЛН
The Singing Challenge #joker #Harriet Quinn
00:35
佐助与鸣人
Рет қаралды 38 МЛН
বল বম শব্দৰ অৰ্থ কি @জ্যোতিময়Jyotimoy
19:45
জ্যোতিময় Jyotimoy
Рет қаралды 11 М.
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 2,9 МЛН