KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
ভাগৱত পাঠ ও ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | অন্তিম খণ্ড | Bhagwat Bakhya | Pranjit Gogoi | বালিগাওঁ
27:49
স্থান-হেমলাইত///কণ্ঠ-ইলা মিলি//@Ep_Production844@ikklive5333 @জ্যোতিময়Jyotimoy||যোগাযোগ-6002463829
10:27
一碗水真的能端平吗?不能也得能!#四小只吖 #日常 #搞笑 #搞笑家庭 #姐弟 #家庭生活
00:19
The IMPOSSIBLE Puzzle..
00:55
كم بصير عمركم عام ٢٠٢٥😍 #shorts #hasanandnour
00:27
Long Nails 💅🏻 #shorts
00:50
প্ৰাণজিৎ গগৈ বাপ||বহু কথা ক'লে তেওঁ||আচৰিত হব তেওঁৰ কথা শুনি||(Pranjit Gogoi Bap)
Рет қаралды 196,580
Facebook
Twitter
Жүктеу
1
Жазылу 28 М.
Biplab Neog
Күн бұрын
Пікірлер: 292
@phoenixassam6049
18 күн бұрын
সাক্ষাৎকাৰ অনুষ্ঠানটি অতি মনোগ্ৰাহী হৈছে। ভাল লাগিল। ধন্যবাদেৰে
@satyenborgohain5683
Жыл бұрын
কথাখিনি বৰ ভাল লাগিল । ব্যক্তিগত পৰ্য্যায়ৰ কথাখিনি অকপটচিত্তে প্ৰকাশ কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ বাপজনা । কৃষ্ণ !
@LokeswarGogoi-xh9ef
Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏, প্ৰাণজিৎ বাপজনা প্ৰকৃততে শুদ্ধ সত্য নীতি আদৰ্শ পথেৰে ভাগৱতৰ দৰ্শন স্বয়ং নিজে আশ্ৰয় কৰিছে আৰু চাৰিমুঠি জীৱৰ কল্যাণৰ বাবেই মহৎ অৰ্পণ।। ইতিমধ্যে এখেতকো বহুলোকে গুৰু মানিছেই। ব্যাখ্যা বোৰ অতি উত্তম, মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে। ভগৱানক অগাধ বিশ্বাস ৰাখি কৰা সৎ কৰ্মই পৰিৱেশ- পৰিস্থিতিত পৰি কৰা অপ্ৰচলিত কৰ্ময়েও নতুন নতুন পথৰ সন্ধান দিয়ে। প্ৰাণজিৎ বাপজনা দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ মহান চিন্তা বোৰে মানুহৰ মাজত আছুতীয়া স্থান লাভ কৰিবই। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 প্ৰাণজিৎ বাপজনাক সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏 🙏🙏
@mrinaltalukdar4517
Жыл бұрын
কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ সদায় শুনো বহুত ভাল লাগে। বহুত নজনা কথা ও আপোনাৰ কৃপাত জানিব পাৰি ছো। আপোনাক ভগবানে আৰু কৃপাত কৰক কৃষ্ণ
@eloraborah4643
Жыл бұрын
দুয়োজনাৰে সাক্ষাৎকাৰ বৰ সুন্দৰ।ভাগৱতৰ বিষয়ে ইমান ধুনীয়াকৈ বুজাই দিয়ে।বহু কথা জানিছো।কৃষ্ণ প্ৰভু🙏🙏🙏
@pankulphukan3138
Жыл бұрын
সৌভাগ্য! প্ৰানজিৎ গগৈ বাপক লগ পাই ধন্য জীৱন কৃষ্ণ জয় গুৰু শংকৰ
@debadhargogoi5613
Жыл бұрын
ভাল লাগিল ।প্ৰাণজিৎ বাপৰ কথা বিলাক শুনিলো।লগতে বিপলব নেওগ ইউটিব চেনেলটিলৈ বহুত ধন্যবাদ থাকিল ।
@rubiborah3436
Жыл бұрын
প্ৰাণজিত গগৈ বাপ জনাৰ ব্যক্তিগত কথা জানিব পাৰি বহুত ভাল লাগিল।❤️🙏🙏🙏❤️
@kumudinisaikia1979
Жыл бұрын
সুন্দৰ কৃষ্ণ🙏🙏🙏 ভাল লাগিল ধন্যবাদ🎉🎉
@priyankaphukan6560
Жыл бұрын
খুব সুন্দৰ সাক্ষাৎকাৰ ।প্ৰভু জনাৰ চৰণ কমলত হতকুতি প্ৰণিপাত জনালোঁ।🙏🙏🙏🙏
@jyotiprasad-lw9gy
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভক্তি ভাৱ বোৰ প্ৰকাশ কৰাত নতৈ আনন্দতিত হলো। সমাজৰ কোঁ প্ৰবৃতিবোৰ আপোনাৰ এই নীতিৰ আদৰ্শ ই মহিমূৰ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ,
@MadhujyaChangmai-cs6gl
Жыл бұрын
Val lagil .. Krishna
@manujdeka
Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏 বৰ ভাল লাগে এনেকুৱা কথা শুনিলে। ভাল লাগিল কৃষ্ণ🙏
@rekhagogoi322
Жыл бұрын
কৃষ্ণ নেওগ বাপজনা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু আপুনি আমাক এনে এটা সুন্দৰ অনুষ্ঠান উপহাৰ দিলে বহুত ভাল লাগিল ,আগলৈও এনে সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলো ।
@urmilabordoloi5725
Жыл бұрын
কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদিলো 🙏🙏🙏🙏
@JuganandaChutia
23 күн бұрын
Krishna jay Guru shankar.pranjit Bap janak Bhagawantai aru adhik kripa diyak
@ShilaDevi-zg3kq
Жыл бұрын
কৃষ্ণ কৃষ্ণ ইমান ভাল লাগিছে কবলৈ আৰু একোবিছাৰিয়ে নেপাওঁ কৃষ্ণ 🙏🙏🙏
@souravjyotichangmai9051
Жыл бұрын
বৰ সুন্দৰকৈ উপস্থাপন কৰিছ..ভাল লাগিল
@AnjaliBorah-z1d
Жыл бұрын
কৃষ্ণ, কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ ব্যক্তিগত কথা বোৰ জানি সুখী হলো ।❤❤
@Blue_bird348
Жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ চৰণত সেৱা🙏 জনাইছো।
@PoriMoni-v1h
Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ইমান সুন্দৰ
@bhanudoley1410
28 күн бұрын
Pranjit bapr kothabilak xuni bor bhal lagil👍👍
@rhiturajpathak8351
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ । বহুত বহুত ভাল লাগিছে
@monalishabora8798
Жыл бұрын
কৃষ্ণ 🙏 সুন্দৰ বাপ জনাৰ বিষয়ে জানি বহুত ভাল লাগিল।🙏🙏
@greenASSOM8086
2 ай бұрын
কৃষ্ণ কৃষ্ণ সুভ সুন্দৰ বাৰ্তালাভ । প্ৰচাৰক জনালৈ চৰন কমলত কৰযুৰে প্ৰণাম জনালোঁ 🙏🙏🙏
@anjuchiringphukan5368
Жыл бұрын
সুনদৰ অনুষ্ঠান বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ বিপ্ৰাজনা সেৱা জনাইছোঁ 🙏🙏🙏🙏
@MantuChutia-vl2df
Жыл бұрын
মাতটো ইমান মিঠা প্ৰভুজনৰ কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏
@junumech7558
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ কথা শুনি বৰ ভাল পালে ধন্যবাদ জনাইলে কৃষ্ণ কৃষ্ণ
@JogadaGogoi
3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ বিষয়ে জানিবলৈ পায় অতিকৈ সুখী হলো্্্ কৃষ্ণ 🙏🙏🙏
@Pnath-k5g
2 ай бұрын
Krishna krishna pranjit bap r bhagabat r slow byakhya shining mor khubei bhal lage.
@lakhi1269
Жыл бұрын
হয় কৃষ্ণ,বহুতেই ভাল লাগিল।দুয়োৰে কুশল মংগলৰ বাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালো,, কৃষ্ণ শংকৰ গুৰু,,🙏
@nripenburagohain
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, বহুত ভাল লাগিল!
@BirenBora-iv4wj
Жыл бұрын
কৃষ্ণ কৃষ্ণ গগৈ বাপ যনাৰ চৰনত সেৱা জনালো কৃষ্ণ
@mintutalukdar9619
Жыл бұрын
Bohut. Val. Lagil. Dada. Vidio. Tu. Sai.
@prafullpayeng-ud4zp
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনালো ।নেওক ব্লক ধনীয়বাদ
@ripaligogoi4937
Жыл бұрын
Krishna vl lagil
@monjuhbaruah1078
Жыл бұрын
মোৰে বান্ধৱী এজনী ভায়েক মোৰু ভাইটী ভাবিবই নোৱাৰী য়ে ইমান খিনি জনা বুজা হল ,বিয়াও কৰালে বহুত ডাঙৰ হল,....ভাল লাগিল.বহুত খিনি জানিলো,,.
@NumalNath-k8j
2 ай бұрын
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 ভাল লাগিল কথোপকথন আপোনাৰ 🙏
@pranabjyotihazarika7145
3 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏ভাল লাগিল গগৈ বাপ ডাঙৰীয়াৰ কথোপকথন
@mohendrabora6804
Жыл бұрын
নেওগ বাপ আৰু গগৈ প্ৰভু জনালৈ সেৱা জনালো কৃষ্ণ।
@ilimasaikia1908
Жыл бұрын
Krishna, apunar kotha bilak huni bohut kotha janilu. Bhal lagil . Hodai bhale thakok.
@niruhazarika6265
Жыл бұрын
ভালৰ কৰনেই আপোনা লোকক ভগবানে মিলন কৰিলে কৃষ্ণ কৃষ্ণ। ❤❤❤❤❤
@BabliGogoi-j6l
Ай бұрын
Hare Krishna 🙏🙏 Guruji 🌺🌺🌺🌺
@SaralaDevi-f3q
9 ай бұрын
Biplop da apuni jekita prosno apuni gogoibapok xudise tekheteu xundor bhabe utar dise. Ami xuni xukhi hoisu aru bohut bhal paisu. Krishna krishna krishna
@momideka2767
Жыл бұрын
Krishna🙏🙏..bohut val lagil video tu sai
@anjanabordoloi2176
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ নজনা কথা খিনি সুন্দৰকৈ কলে ভাল লাগিল 🙏🙏🙏।
@Bhuenmadhab
Жыл бұрын
ভাল লাগিল । ঔম ।
@MohamPathori-rc5fb
Жыл бұрын
অতি সুন্দৰ 👌 অনুষ্ঠান । কৃষ্ণ 🙏।
@SirjitBora
Ай бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🏻
@mahendranathbora7267
9 ай бұрын
কৃষ্ণ কৃষ্ণ। ভাল লাগিল বাপ আপোনাৰ কথা ভাগ ।ৱ
@HemontaKumar-k9n
9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কথা বোৰ শুনি ভাল লাগিছে।
@namitakalita7224
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@deepakhazarika4167
Жыл бұрын
বাপ জনাৰ কথা খিনি শুনি ভাল লাগিলে কৃষ্ণ 🙏🙏🙏
@rikugogoi3759
Жыл бұрын
Sumitra Gogoi Krishna bar val lagil Bap duijanar kathabor suni derikoi haleo Kathopathan bhagi sunilo mane Israr Bhakta holemaeai beleg matir Manuho Biya patiba pari Kathakhinir sat maram aitoweai Krishna pranam janalo Aaponalokak Krishna ❤
@dipalithakuria9521
Жыл бұрын
অতি সুন্দৰ, কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@ranukonwarchetia1054
Жыл бұрын
কৃষ্ণ কৃষ্ণ বহুত আনন্দ লভিলো।
@dibyagogoi1473
Жыл бұрын
Krishna Krishna eman monorom byakhya agborhale bap huni ahladit holo.pronam grohon koribo.
@rinadutta7598
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ দীঘায়ু কামনা কৰিলো 🙏🙏
@Divyaborah5347
Жыл бұрын
বৰ ভাল লাগিল বাপ জনৰ নজনা কথা জানিবলৈ পায়।
@rekhasaikiaporag1648
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত বহুত ভাল লাগিলে।
@kamalpatir9255
Жыл бұрын
ভাল পৰামৰ্শ দিছে!ভাল লাগিল!
@dalimikonwar3968
Жыл бұрын
Most welcome Biplab da n your video from ganeshguri❤❤❤❤
@shyamborkotoky5696
Жыл бұрын
বহুত ভাল লাগিল ধন্যবাদ
@ashokkumardutta7850
Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো বাপ
@rajmohanrabha8627
Жыл бұрын
Krishna Bap pranjit gogoi bapor krishna kotha khubei bhal lage
@BinitaSaikia-uq3zv
11 ай бұрын
ভাল লাগিল শুনি.. কৃষ্ণ কৃষ্ণ
@saratmedhi3923
11 ай бұрын
ধন্যবাদ বাপ । কৃষ্ণ 🙏
@hemaprabhasaikia5321
Жыл бұрын
কৃষ্ণ বাপ সুন্দৰ কথা কলে ।
@daredevilgaming3602
Жыл бұрын
কৃষ্ণ, বহুত ভাল লাগিল বাপ ।
@damayantisaikia2177
Жыл бұрын
Krishna krishna bapjanak voktibhara Sewa janaisu Iman xundarkoi bujai dise Dhanybad bhagawane kushale Rakhak
@nalinibaishya3271
5 ай бұрын
বহুত ভাল লাগিল।
@domnparaptiidudhnoi5459
9 ай бұрын
Bhal lagil apanar anusthan shai dhainobad
@sarumaiborah448
Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏🙏
@mitalidas2852
2 ай бұрын
Joy shree Krishna 👏👏👏💯❤
@himadriboruah4849
Жыл бұрын
দুয়োজনলৈ সেৱা নিবেদন কৰিছোঁ 🙏🙏🙏
@poragboruah4156
Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@utpaldas1065
Жыл бұрын
PRAANJIT GOGOI BAPJANAR AITATAGADHUR KAHINITU JANIBAPARI BAHUT VAL LAGIL NAJANA KATHAKHINI AJI AI V.D.O.TORPARA JANIBA PARILO.JAY SHREE KRISHNA❤❤🙏🙏💅💅🙏🙏❤❤
@sasadharrajbangshi4147
11 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 প্রভূ ইশ্বর
@GB_Creeper_142
Жыл бұрын
Pranjit da apuni val riti kotha koise .karon aibor thik thek monor manuhor disser
@tamannamuskan3552
Жыл бұрын
খুব ভাল লাগিল ।
@minaboruah1145
Жыл бұрын
কৃষ্ণ ।
@BasuPayeng-o1n
Жыл бұрын
Manussyor jibonor porisoy heya he. Krishno krishno krishno.
@pradipkonch370
Жыл бұрын
Val lagi kotha khini huni🙏Bap jonar Husayathyar kamona korisu 🙏
@songitaboraa6658
Жыл бұрын
কৃষ্ণ, ভাল লাগিল বাপ জনৰ কথা খিনি
@dipanjalimohanta4800
4 ай бұрын
কথাখিনি শ্ৰৱণৰ দ্বাৰা কৃতাৰ্থ হ'লো।
@pradipGogoi-p1m
Жыл бұрын
অসভ্য সমাজৰ বৰ্ণনা ব্যাখ্যা কৰে সেই ব্যক্তিজনে । সাম্প্ৰতিক কালত 😢 মানুহৰ মানৱীয় বোধ আৰু চিন্তা চৰ্চা উন্নত মানদণ্ডৰ হৈছে এনে অৱস্থাত ভৌতিক সম্পৰ্কীয় ধাৰণাৰ প্ৰশ্ন উত্থাপিত হয় নালাগে। পৰা আৰু অপৰা প্ৰকূতি দুটা মিলি প্ৰাণীৰ সূষ্টি হয়।24তত্ব প্ৰকূতি নৰম অথাৎ মায়াৰ ভ্ৰম মাটি পানী বায়ু আকাশ আৰু জুই পঞ্চ মহাভূতৰ ভৌতিক দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ ৰ দেহৰ ভিতৰত থকা চেতনা শক্তি বিলাক সকলো একেই। পুৰুষ আৰু মহিলা নাই। কিন্তু আচলতে চকুৰে দেখা পোৱা নাযায় নিৰাকাৰ সনাতন। আনহাতে অপৰা প্ৰকূতিৰ24তত্ত্বৰ ভৌতিক পঞ্চ মহাভূতৰ দেহ বিলাক চকুৰে দেখা পোৱা যায় আৰু ইহঁত মাৰাত্মক মায়া ময় প্ৰকূতিক বিনাশী। ইহঁত দেহৰ মৰন মিলিব কিন্তু দেহী বা জীৱৰ মৰন নাই অবিনাশী। জীৱৰ মৰন নাই অবিনাশী আৰু সকলো একেই পুৰুষ আৰু মহিলা নাই। তেতিয়া হ'লে অজ্ঞানী। জনেহে জাতি ধৰ্ম সমাজ সংস্কৃতি খাদ্য বৰ্ণ লিঙ্গৰ পাৰ্থক্য দেখা পায়।এই বিষয়ে আলোচনা কৰা টো মানুহৰ ভ্ৰম। প্ৰদীপ গগৈ।
@gitanjaligogoi9480
9 ай бұрын
Krishna Krishna bohut bhal lagil.
@BijumoniGogoi-dz3pb
Жыл бұрын
বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
@96noborpatragaurisagar82
2 ай бұрын
Krishna Val lgise
@all_in_one4315
10 ай бұрын
গগৈ বপ জনাক জয় জয়তে সেৱা আগবঢ়ালো। জাতি বাদি ভাৱক লৈ লুতুৰি পুতুৰি খাই থকা আমাৰ মনবোৰক এগছি চাকি জলাই দেখুৱালে। ধন্য বাপ কৃষ্ণ কৃষ্ণ।। লগতে চেনেলটিৰ বাপ জনাইও সুন্দৰ ভাবে আলোচনা টি আত ধৰাৰ বাবে ধন্যবাদ জনাইছো। কৃষ্ণ কৃষ্ণ।।
@raktimascreation221
Жыл бұрын
Khub val lagil ❤ Krishna 🙏
@mikudutta1735
Жыл бұрын
Val lagil Amar ghorot ahise bap jon
@aratideka1768
6 ай бұрын
কৃষ্ণ ।ভাল লাগিল ।
@PranabDeka-kt5gi
10 ай бұрын
Krishna bap apnaloiu hrttakuti pronam
@dulumoniborah-hu9zk
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ পুভুজনা
@SaralaDevi-f3q
9 ай бұрын
Pranjit prabhu xundor hoise
@prahladhazarika9956
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। চৰৈৱতী চৰৈৱতী।
@Hirokkkkkkkkkkk
Жыл бұрын
ভাল লাগিল।
@subhapravahazarika5420
3 ай бұрын
Very. Nice 👍
@horenboruah1109
Жыл бұрын
Krisna krisna
27:49
ভাগৱত পাঠ ও ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | অন্তিম খণ্ড | Bhagwat Bakhya | Pranjit Gogoi | বালিগাওঁ
Kalindee Bhomora
Рет қаралды 98 М.
10:27
স্থান-হেমলাইত///কণ্ঠ-ইলা মিলি//@Ep_Production844@ikklive5333 @জ্যোতিময়Jyotimoy||যোগাযোগ-6002463829
IKK Live
Рет қаралды 161 М.
00:19
一碗水真的能端平吗?不能也得能!#四小只吖 #日常 #搞笑 #搞笑家庭 #姐弟 #家庭生活
四小只吖
Рет қаралды 7 МЛН
00:55
The IMPOSSIBLE Puzzle..
Stokes Twins
Рет қаралды 174 МЛН
00:27
كم بصير عمركم عام ٢٠٢٥😍 #shorts #hasanandnour
hasan and nour shorts
Рет қаралды 10 МЛН
00:50
Long Nails 💅🏻 #shorts
Mr DegrEE
Рет қаралды 15 МЛН
25:52
Amrita Gogoi News | নগাঁৱৰ হোটেলত কি ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী অমৃতা গগৈ ? N18V
News18 Assam/Northeast
Рет қаралды 83 М.
9:19
ককাৰ উঠিল খং।ফোন কৰি কৰি আমনি কৰে বহুতে।
Biplab Neog
Рет қаралды 11 М.
33:17
ভাগৱত পাঠ ও ব্যাখ্যা// পাঠঃ গোবিন নাথ// ব্যাখ্যাকাৰঃ প্ৰাণজিৎ গগৈ//স্থানঃ জোঙাল বলহু গড়
Deepjyoti Bayan
Рет қаралды 1,2 М.
38:41
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ আজি ৫৭৬ জন্মোৎসৱ উপলক্ষে এঞ্জেলা চাংমাইৰ সুন্দৰ এটা ভাষণ
Biplab Neog
Рет қаралды 64 М.
44:49
নগাঁও, খণ্ড--১||উত্তৰ হয়বৰ গাঁও@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 81 М.
19:06
ৰিজু পাঠক দেৱৰ অন্য এটি ভাগৱত পাঠৰ দৃশ্যাংশ শুনিবচোন
Akha THE HOPE
Рет қаралды 48 М.
14:16
ভাগ্যশ্ৰী দেৱীৰ ভাইৰেল দিহানাম/ তেওঁৰ দিহানাম শুনি কি ক'লে এঞ্জেলা চাংমাই।।
Pallabi Gogoi
Рет қаралды 121 М.
35:24
Zero পৰা Hero হোৱা এজন সফল অসমীয়া।সফলতাৰ কাহিনীটো শুনিবচোন
Biplab Neog
Рет қаралды 47 М.
1:24:07
ভাগৱত পাঠ গৰৈমাৰি তেজপুৰ@priyadarshandekaofficial9095
Priyadarshan Deka Bhagwat
Рет қаралды 110 М.
14:20
ভাগৱত পাঠ - প্ৰাণজিৎ গগৈ I Pranjit gogoi, Bhagowat path #jyotimoi @জ্যোতিময়Jyotimoy
NIYOR JIBON AADHYATMIK
Рет қаралды 71 М.
00:19
一碗水真的能端平吗?不能也得能!#四小只吖 #日常 #搞笑 #搞笑家庭 #姐弟 #家庭生活
四小只吖
Рет қаралды 7 МЛН