KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
গুণমালা কীৰ্তন, ৰিজু পাঠক মহন্ত দেৱ!
44:00
মহা ভাগৱত পাঠ # জুবিন গাৰ্গ
40:14
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shorts
00:40
😯 Подарила сыну БМВ, но не ожидала такой реакции на машину! | Новостничок
00:20
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Beat Ronaldo, Win $1,000,000
22:45
GUNAMALA # গুণমালা
Рет қаралды 94,904
Facebook
Twitter
Жүктеу
1
Жазылу 68 М.
Dynasty concert
Күн бұрын
Пікірлер
@dibyadas8645
3 жыл бұрын
কৃষ্ণ শংকৰ গুৰু🙏 গুণমালা ভাগ youtube ত শুনি আপ্লুত হৈ পৰিছো। কিয়নো এই গুণমালা ভাগ আমাৰ নিজা D.J.D production ৰ প্ৰথম নিবেদন আছিল। একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা পূজ্যপাদ বাপঈশ্বৰৰ দ্বিতীয় পুত্ৰ ৰ্বতমান ভাগৱতী সমাজৰ প্ৰধান সচিব শ্ৰীযুত জ্যোতিপ্ৰসাদ দাস দেৱে কণ্ঠদান কৰিছিল। পৰিচালনা আৰু প্ৰযোজনা আছিল,শ্ৰীযুত জিতেন দাস দেৱৰ,২০০১ চনত। সেৱাৰে দিব্যজ্যোতি দাস🙏
@Dynastyconcert
3 жыл бұрын
গুণমালা ভাগৰ সবিশেষ জানি ভাল পালো। আপোনাৰ সৈতে দুৱাষাৰ পাতিব পৰা হলে আনন্দিত হলো হয় ।8876640521
@utpaldas8756
3 жыл бұрын
পিছৰ খিনি পোৱা যাব নেকি
@majhicreation413
2 жыл бұрын
Mur lgt cassate khn asile sur korile moi moi hodai khub puaai padhar agote aber hunisilu etya aku hunibo pai bht hukh palu
@debodharnath8952
2 жыл бұрын
N uhbby b Bbu
@utpaldas8756
2 жыл бұрын
পিছৰখিনি ক'ত পাম বাৰু
@DipakDas-sw2qi
3 ай бұрын
দেহ প্ৰাণ মন ভৰি পৰিল, কিযে অনুপম সৃষ্টি শুনিলে শুনি থাকিবলৈ মন যাই
@lakhi1269
9 ай бұрын
কৃষ্ণ কৃষ্ণ,, কত ভাগ্যে এই হেৰাই যোৱা কেছেট ৰূপী সম্পদ গুণমালা কীৰ্ত্তন ভাগ শ্ৰৱন কৰাৰ সুবিধাকন পালো। পুনৰ উদ্ধাৰ কৰি এই মাধ্যমত দিয়াৰ বাবে দিওঁতা জনলৈ হৃদয়ৰ পৰা সেৱা ধৰিলো। আৰু প্ৰভু,, কৃষ্ণ,, 🙏
@Dipikadas-m9f
9 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ জয়।একশৰণ ভাগৱতী সমাজ অসম। কৃষ্ণ কৃষ্ণ
@sumvlogs7557
5 ай бұрын
গৌৰৱ কৰো আমি একশৰণ ভাগৱতীয় হিচাপে ❤️ জয় ইলাৰাম দাস বাপ ঈশ্বৰ জয় দেহেশ্বৰ বৰা বাপ ঈশ্বৰ
@SantaRamDas-zt2zb
16 күн бұрын
কৃষ্ণ এই ভাগ গুণমালা শুনিবলৈ পায় নিজকে ধন্য বুলি ভাবিছোঁ।
@RubulGogoi-yv7gl
6 ай бұрын
🕉🙏🏻🙏✨️ Krishno Ram Narayon
@dibyajyotideka974
6 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏
@sumondasvlog4478
10 ай бұрын
Krishna Krishna.... Joi guru Sankar...🙏❤️
@sarbanandasaikia702
8 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনালৈ সেৱা থাকিল কৃষ্ণ
@latoomonidas620
Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jyatiblogs8589
6 ай бұрын
Krishna 🙏🙏🙏🙏🙏
@Skchinmoy
3 ай бұрын
Jay jagat Guru srimanta sankar dev 🙏🙏🙏🙏
@rajmohanrabha8627
4 ай бұрын
Jai Garu Shankar
@nabanitabora175
Жыл бұрын
জয় গুৰু শ্ৰীমন্ত শংকৰ 🙏🏻🙏🏻
@lakhi1269
3 ай бұрын
কৃষ্ণ কৃষ্ণ,, 🙏🙏
@theblackcat7514
9 ай бұрын
Bohut bhai lagil Hey Krishna
@barishayush2628
2 ай бұрын
❤❤krishna
@dulaldeka6815
Жыл бұрын
Krishna krishna
@mridulasaikia7431
3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ namaste 🙏
@sarbanandasaikia702
4 ай бұрын
কৃষ্ণ বাপ আপোনালৈ অশেষ ধন্যবাদ থাকিল পুৰনি
@jyotimonibhuyan132
Жыл бұрын
Krishna Krishna 🙏🙏
@phuleningtikathar.ingtikat6236
2 жыл бұрын
সুমধুৰ কণ্ঠত আৰু সুৰেৰে বাপ ঈশ্বৰে যি বিশ্বাসেৰে আৰু ইচ্ছা ৰে এই গুণমালা ভাগৱতী সমাজ বৃন্দ লৈ যি অৱদান দি গ'ল*# চিৰযুগমীয়া হৈ থাকিল ।🙏🙏🙏🌹💞 কৃষ্ণ কৃষ্ণ বৰি ৰাম । জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ জয়
@phuleningtikathar.ingtikat6236
2 жыл бұрын
গুণমালা আমাৰ জীৱনৰ হিয়া ৰ আমঠু এই গুণমালা পুথিখন নিতান্তই আমাৰ গুৰু জনাই কুসুমালাৰ ছন্দত সৃষ্টি কৰি জীৱাত্মা আৰু পৰমাত্মা ৰ মধুৰ সম্পৰ্ক গঢ়ি তোলে।🙏🙏🌹
@NipuDas-nj4hi
5 ай бұрын
❤❤❤Ram ram ram🙏🙏🙏
@ashimhazarika2798
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সমস্ত আপোনাৰ বৈকুণ্ঠ নাম ভাগ শুনি আমাৰ জীৱনটো কিছু হলেও সাৰ্থক হৈছে।🙏🙏🙏🙏🙏মাজুলী গড়মূৰ।
@rishabjyotidas9339
Жыл бұрын
জয় গুৰু শংকৰ🙏🙏🙏
@abantihazarika6508
Жыл бұрын
🙏🙏❤
@krishnak9947
2 жыл бұрын
KRISHNA GURU HONGKORO🌷🌷🌷🙏🙏🙏
@nilimarabha7373
Жыл бұрын
Krishna
@narendra.saikia.narendrasaikia
Жыл бұрын
❤❤❤❤.. .
@lakhi1269
Жыл бұрын
এই শ্ৰুতিমধুৰ গুণমালা ভাগ ক'ত যে হেৰাই গৈছিল! পুনৰ উদ্ধাৰ কৰা জনলৈ প্ৰণাম জনালো। সকলোতকৈ ডাঙৰ আৰু ভাল লগা কথাষাৰ হ' ল যে এই ভাগ গুণমালা কীৰ্ত্তনত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধান সচিব জ্যোতি প্ৰসাদ দাস বাপৰ শ্ৰুতিমধুৰ কণ্ঠ নিগৰিছে,, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম,, 🙏🙏
@basantidas1486
2 жыл бұрын
গুণমালা ভাগ শুনিলে মনপান জুৰ পৰি যায়। ইমান সুন্দৰকৈ পৰিবেশন কৰিছে হে বাপ আপোনাৰ মংগল হ ওক।
@narendra.saikia.narendrasaikia
Жыл бұрын
R... R.. ❤
@ramendas4292
2 жыл бұрын
কৃষ্ণ 🙏🏿এইভাগ গুণমালা শুনিবলৈ পায় পৰম সূভাগ্যৱান বুলি ভাবিছো নিজকে।জয় একশৰণ ভাগৱতী সমাজৰ,জয় আচাৰ্য ইলাৰাম দাস বাপৰ
@theblackcat7514
9 ай бұрын
Jay aksoran bhagwati samaj
@archanadas5899
2 жыл бұрын
Very nice 🙏🙏🙏
@anjanadas5377
8 ай бұрын
Krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna বহু ত দিনৰ মোৰতশুনি বৰ ভাল লাগিছে ❤❤🎉🎉🎉🎉
@puspabora3002
Жыл бұрын
গুনমালা ভাগ একশৰণ ভাগৱতী সমাজৰ সম্পদ বুলি এতিয়া নতুনকৈ গমপালো৷
@Jk70000
9 ай бұрын
গুণমালা সুৰ ভাগ আচাৰ্য গৰাকীক সূক্ষ্ম ৰূপে নাৰদে গুৰু গৃহত দি গৈছিল। আৰু আন কতো গুণমালা নাগাই।।।।সেইবাবে এক শৰণ ভাগৱতী সমাজৰ সম্পদ বুলি কোৱা হৈছে আই।।।🙏
@চিনাকীঅসম
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@BhagyajyotiDas-pk1nl
Жыл бұрын
Xosa vl lage xuni ane lage xokolu muh pahori jaw
@MediniDas-h1x
Жыл бұрын
কৃষ্ণ কৃষ্ণ শুনি বহুত ভাল লাগিল 🙏🙏🙏
@parashantabordoloi-fw7ls
Жыл бұрын
জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ।
@anupdas9138
2 жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু এই গুণমালা ভাগ শুনি বাপ ঈশ্বৰ ইলাৰাম দাস বাপৰ দৰ্শন পালো,সহশ্ৰ সেৱা আগবঢ়ালোঁ।পূনৰ দেখা পোৱাৰ আশাৰে বাট চাই ৰলো..… কৃষ্ণ শঙ্কৰ গুৰু
@parashantabordoloi-fw7ls
Жыл бұрын
জয় শ্রী কৃষ্ণ।
@jadabdasdas796
2 жыл бұрын
কৃষ্ণ হৰি হৰি ৰাম
@ramdas6954
2 жыл бұрын
কৃষ্ণ ভাল পদক্ষেপ বাহনয় বাণিবদ্ধ আছে যদি পতাৰ কযৰিব কৃষ্ণ ।
@ramdas6954
2 жыл бұрын
কৃষ্ণ ভাল পদক্ষেপ ভাসনৰ বাণিবদধ আছে যদি পতাৰ কৰিব কৃষ্ণ
@munindradas6586
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ একশৰণ ভাগৱতী সমাজৰ সম্পদ ,জয় একশৰণ ভাগৱতী সমাজ জয়🙏🙏🙏🙏🙏
@MonjitYom
7 ай бұрын
Kishan Kishan ❤❤❤❤
@jagadishrajbongshi4880
2 жыл бұрын
কৃষ্ণ কৃষ্ণ গুণমালা শুনি বহুত আনন্দ পালো আগলৈ কেও শুনিব পাম বুলি আশা কৰিছোঁ
@pujadutto5890
Жыл бұрын
🙏🙏🙏🙏🙏
@junubora9075
2 жыл бұрын
🤚🤚🤚👌👌👌
@ranuhazarikanayak9601
2 жыл бұрын
কৃষ্ণ কৃষ্ণ 👏👏
@utpaldas8756
3 жыл бұрын
পিছৰখিনি পালে বেছি সুখী হ'ম.. জয় একশৰণ ভাগৱতী সমাজ অসম...কৃষ্ণ
@ranjumoniborahsaikia1684
3 жыл бұрын
Krishna🙏🙏🙏
@deepshikhabonia7025
3 жыл бұрын
🙏🙏🙏🙏🙏🙏
@munindradas6586
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
@padmadutta3158
2 жыл бұрын
কৃষ্ণ কৃষ্ণ,
@babuldas3464
2 жыл бұрын
আপোনালোকৰ ও সম্পদ হয় গুণমালা ভাগ শৰ্মা আই গৰাকী কিন্তু এই সুমধুৰ সুৰ আপোনালোকৰ নহয়।
@nitulmedhi5206
3 жыл бұрын
হৰি হৰি হৰি ৰাম হৰি হৰি হৰি ৰাম |কৃষ্ণ
@ramanandachamua5803
2 жыл бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Hori Ram Krishna
@jakepoul7797
3 жыл бұрын
এই আপুৰুগীয়া সম্পদ গুনমালাৰ কীৰ্ত্তন শুনি নিজকে ধৈন মানিলো । অন্তৰ শাত পৰি গ'ল । কৃষ্ণ কৃষ্ণ......
@dwipendas9781
2 жыл бұрын
So good, কৃষ্ণ
@rekhasaikia7336
3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@hemantadasdas7790
3 жыл бұрын
Krishna krishna hori hori ram
@muninbhuyan269
2 жыл бұрын
সকলো পাপৰ পৰা মুক্ত হলো |ৰাম কৃষ্ণ 🙏
@nitulbora374
3 жыл бұрын
কৃষ্ণ ।
@babulmurah2044
3 жыл бұрын
ওঁ নমঃ ভাগৱতে বাসুদেৱায়
@munindraborgohain6054
9 ай бұрын
Akhara.vagobti.hamajar.babe.nahay.gunmala.vag.hokluy.babe.àeneke.likhile.mAnat.dUkh.lage.jne..amiutu.parhu..ami.bahmaniy.panth.🙏🏼🙏🏼💥💥💥
@nituhazarika8979
3 жыл бұрын
Good
@dibyadas8645
3 жыл бұрын
২০ বছৰৰ পিছত গুণমালা ভাগ পুনৰ সম্প্ৰচাৰ কৰাৰ বাবে Dynesty concert ৰ ক ৰ্মকৰ্তাসকললৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালো। দিব্যজ্যোতি দাস🙏🙏
@sarbananda7407
2 жыл бұрын
এই কেছেটতুত music ত মই দবা বজাছিলো
@kulendas8586
2 жыл бұрын
আপোনাৰ লগত সম্পূৰ্ণ audio2 পাম নেকি
@abmonty7274
3 жыл бұрын
মন প্ৰান ভৰি গৈছে পিচৰখিনিও দিবচোন ।👋👋👋কৃষ্ণ কৃষ্ণ ।
@putulborah8624
3 жыл бұрын
Bahut bhal lagil
@akhilburagohain381
3 жыл бұрын
Krishna Krishna bapjan 🙏🙏🙏
@gitalikakoti3316
3 жыл бұрын
Jai shree Krishna
@bharatrabha1899
3 жыл бұрын
krishna
@chumidas5200
3 жыл бұрын
Krishna krishna.bohut val lagil mntu.
@bichitradas7695
3 жыл бұрын
কাতৰে অনোৰোধ কৰিছো পাছখিনি দিয়কছো, কিয়নো কিবুলি লিখিম কম মোৰ ভাষা হেৰাই গৈছে
@putulkumarpathshala8604
3 жыл бұрын
জয় কৃষ্ণ শঙ্কৰ গুৰু
@gitalikakoti3316
3 жыл бұрын
Jai shree Krishna 🙏🙏🙏
@arjundas7468
3 жыл бұрын
Krisna krisna
@harenchandradas9329
3 жыл бұрын
Krishna BAB ISWAROK apunaloke Amor kori rakhise. Dhonya bad.
@hiranyaborah4083
2 жыл бұрын
কৃষ্ণ ভাবনামৃত অতি সুমধুৰ।
@bhaktimalahazarika421
3 жыл бұрын
কৃষ্ণ কৃষ্ণ শুনি বৰ ভাল লাগিছে
@arjundas7468
3 жыл бұрын
Thank you for publishing gunamala God bless you
@dipalidutta7540
3 жыл бұрын
Iman Hundar.,
@DIPAKKRBORA
3 жыл бұрын
কৃষ্ণ কৃষ্ণ ,হৰি হৰি ৰাম ...
@pallabinath4684
3 жыл бұрын
Krishna Krishna val lagil Bohut dinor pora bisari asilu aivag.. Dhanyabad
@pranitasharma8516
3 жыл бұрын
কেৱল একশৰণ ভাগৱতী সমাজৰ বাবে গুণমালা নহয়, আমাৰ বাবেও সম্পদ হয় | এই লাইনটো উঠাই দিয়ক অনুগ্ৰহ কৰি | 😭😭😭
@conmaisaikia8468
3 жыл бұрын
T55
@nivaborah5274
3 жыл бұрын
, 🙏🙏
@manmirabha7185
Жыл бұрын
Ai gunumalar xor tu amar bapeshwar a de thoi goise krishna
@jugalkalita619
Жыл бұрын
Thik koise ....
@champawatidekadeka336
3 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@saratmedhi994
3 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম ।
@pranitasharma8516
3 жыл бұрын
জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী 🙏🙏🙏🙏🙏🙏👌👌👌
@dipanjalibailung1180
3 жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনাইছো
@sikatiramdas3027
3 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kirtikamaldas7049
3 жыл бұрын
সচাকৈ এটি বৃহৎ আপুৰুগীয়া সম্পদ গুণমালা কীৰ্ত্তন, ভাবিছিলোঁ ৰিল থকা কেছেটতেই হেৰাই যাব, ধন্যবাদ থাকিল আপোনালৈ,কৃষ্ণ
@sukhamtamuli5759
3 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@jitenhazarika1076
3 жыл бұрын
Gunmala Amar Pran
@rajubalakalita9310
Жыл бұрын
We are Hindu💗💗🌄🌄🌄🌄🌄🕉️🕉️🕉️🕉️🕉️🕉️🌎🌎🌎🌎🌎🌎🙏🙏🙏🙏🧠🧠🧠🧠🧠🧠 use your brain no comments me
@hemantadasdas7790
3 жыл бұрын
Hasai bahut val lagil montu
@ushamonikolita4543
3 жыл бұрын
কৃষ্ণ কৃষ্ণ, শুনি বৰ ভাল পালোঁ।🙏🙏🙏🙏🙏🙏
@putuldas3984
3 жыл бұрын
Kresna. Caranat sir thalu kreshnaram
@priyadoleypegu597
3 жыл бұрын
Jai sri Manta sankar guru❤🙏🙏🙏🙏, jai Sri krishna ❤🙏🙏🙏🙏🙏🙏
@sarbajanisaikia6573
3 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম বহু বছৰৰ মুৰত পুনৰ শুনাৰ সু ভাগ্য হʼল
44:00
গুণমালা কীৰ্তন, ৰিজু পাঠক মহন্ত দেৱ!
media Enter10
Рет қаралды 73 М.
40:14
মহা ভাগৱত পাঠ # জুবিন গাৰ্গ
Dynasty concert
Рет қаралды 244 М.
00:40
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shorts
Cool Items Official
Рет қаралды 75 МЛН
00:20
😯 Подарила сыну БМВ, но не ожидала такой реакции на машину! | Новостничок
НОВОСТНИЧОК
Рет қаралды 6 МЛН
00:32
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
Family Games Media
Рет қаралды 55 МЛН
22:45
Beat Ronaldo, Win $1,000,000
MrBeast
Рет қаралды 158 МЛН
26:56
কৃষ্ণই অৰ্জুনৰ পৰা কি খুজি লৈছিল || চন্দন কোঁৱৰ|| bhagawat path|| chandan konwar|| @BhaktiModhu
Bhakti Modhu ভক্তি মধু
Рет қаралды 18 М.
17:50
PUWA GODHULIR PARTHANA # প্ৰাৰ্থনা
Dynasty concert
Рет қаралды 2,2 МЛН
14:54
গুণমালা ll প্ৰথম ভাগ ll গুণমালা সুৰ ll Gunamala ll Ohm Nath ll কৃপাময়
কৃপাময়
Рет қаралды 67 М.
46:33
Hari Namar Nijora | Assamese Devotional Song | Vidyasagar l Krishnamoni l Anupam l Shanta l Prasanta
Prasanta Rajkhowa
Рет қаралды 1,5 МЛН
13:53
নাৰায়ণ কৱচ # মৃগাঙ্ক মৌচম
Dynasty concert
Рет қаралды 927 М.
1:32:13
নামঘোষা: কৃষ্ণমণি নাথ| মাধৱদেৱ বিৰচিত নামঘোষা| Namghosha| Krishnamoni Nath| #naam #naamkirtan #nam
Axomia Kristi
Рет қаралды 24 М.
1:27:12
शुक्रवार भक्ति :लक्ष्मी अमृतवाणी, ॐ महालक्ष्मयै नमो नमः, ॐ जय लक्ष्मी माता,Nonstop Laxmi Mata Bhajan
Manmohak Bhakti Bhajan
Рет қаралды 806
53:39
ভাগৱত ব্যাখ্যা | জগত বণিয়া বাপ | Bhagawat Bakhya | Jagat Bania Bhagawat Bakhya | Vagawat Bakhya
Culture of Assam
Рет қаралды 245 М.
37:41
ভাগৱত ব্যাখ্যা | শ্ৰীযুত জগত বণিয়া বাপ | Bhagawat Bakhya | Jagat Bania | Joyrapar bhagawat,Sivasagar
Culture of Assam
Рет қаралды 266 М.
20:25
গীতাপাঠ!Assames gita path!অষ্টাদশ অধ্যায়#শ্ৰৱনকীৰ্তন
শ্ৰৱণ কীৰ্তন DEBOJIT NEOG
Рет қаралды 135 М.
00:40
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shorts
Cool Items Official
Рет қаралды 75 МЛН