গুৱাহাটীলৈ হাতত মাত্ৰ এখন বেডচিট লৈ ওলাই অহা মানুহজন | Dulal Talukdar

  Рет қаралды 173,727

UPARJAN

UPARJAN

2 жыл бұрын

গুৱাহাটীলৈ হাতত মাত্ৰ এখন বেডচিট লৈ ওলাই অহা মানুহজন Dulal Talukdar
এসাঁজ খাই এসাঁজ অনাহাৰে কটাব লগীয়া হোৱা এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল তেওঁ ৷পঢ়াত মেধাৱী হোৱাৰ পাছতো দৰিদ্ৰতাৰ বাবে হাতত কিতাপৰ পৰিবৰ্তে তুলি ল’ব লগা হৈছিল হালধি গুড়িৰ টোপোলা ৷
বজাৰে বজাৰে হালধি গুড়ি বিক্ৰী কৰি এদিন ফুটপাঠত শুবলৈ হাতত বেদচিট এখন লৈ তেওঁ উপস্থিত হ’লহি গুৱাহাটীত ৷ দিনটো হালধি গুড়ি পেকেট বিক্ৰী কৰি ৰাতি তেওঁ কটায় পদপথত ৷
এনে কঠোৰ পৰিশ্ৰমৰ মাজেৰেই তেওঁ এদিন সলনি কৰিলে নিজৰ জীৱন ৷ আৰু এতিয়া তেওঁ ২৫০ কোটি টকা সম্পত্তিৰ মালিক ৷
বৰপেটাৰ দুলাল তালুকদাৰ নামৰ এজন ব্যক্তিৰ সংগ্ৰামৰ কাহিনী এয়া ৷ কষ্টৰ মাজেতো অধ্যয়নৰ জীবন এৰি নিদিয়া এই মানুহজনে স্নাতকোত্তৰ /Llb ডিগ্ৰী উপৰি লাভ কৰে phd সন্মান ৷ এতিয়া তেওঁ গুৱাহাটীৰ চাই আৰ এন এচ একাদিমী / পাঠশালাৰ শ্ৰীৰাম একাদেমীকে ধৰি বহু ব্যক্তিগতখণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ গৰাকী ৷
আহকচোন দুলাল তালুকদাৰৰ মুখেৰেই জানো তেওঁৰ সংগ্ৰামৰ কাহিনী :
uparjan.in

Пікірлер: 201
@binoyhazarika6054
@binoyhazarika6054 2 жыл бұрын
সঁচাকৈ কষ্টৰ ফল মিঠা হয় ৷ লগতে বিশ্বাস আৰু মনোবল বহুত প্ৰয়োজন হয় ৷ মহাশয় আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷
@jagadishdawar
@jagadishdawar 2 жыл бұрын
পাঠশালাৰ বৰবাং গাঁওত মোৰ জন্ম,আপুনি পাঠশালাৰ এজন সুযোগ্য সন্তান আৰু তাকে লৈ আমি গৌৰৱান্বিত ,আপোনাক বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে আৰু উন্নতিৰ পথত যাতে আগুৱাই যাব পাৰে তাৰবাবে ভগবানক প্ৰাৰ্থনা জনালোঁ ।
@kajimuddin9247
@kajimuddin9247 2 жыл бұрын
Ajon val manuhe val ktha kbo pare 👍👍👍
@arunimadaslahkar5134
@arunimadaslahkar5134 2 жыл бұрын
Lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
@pobitraboruah9266
@pobitraboruah9266 2 жыл бұрын
আজি কালি মানুহে নিজৰ কষ্টৰ কথা কবলৈ লাজ কৰে । কিন্তু আপোনাৰ এই মতামত পায় ভাল লাগিল । ভগৱানে আপোনাক কূশলে ৰাখক ।
@kusumprovaburagohain2950
@kusumprovaburagohain2950 2 жыл бұрын
আপুনি মহান আদৰ্শ । ধন্য আপোনাৰ জীৱন ।
@rupkantapathori2852
@rupkantapathori2852 2 жыл бұрын
অসমত লাজ নকৰি কিবা এটা কৰিলে মৰণ নাই
@gaganchutia6361
@gaganchutia6361 2 жыл бұрын
আপোনাক নমস্কাৰ।
@labheswarmoran7494
@labheswarmoran7494 Жыл бұрын
সাক্ষাৎকাৰ তোক একান্ত মনেৰে শুনিলো চালো বহুত বহুত ভাল লাগিল আপোনি যেনেকৈ একাগ্ৰতাৰে হাতে কামে লাগি আজিৰ এই প্ৰয্যায়ত উপনিত হলহি আপোনি যেনেকৈ কষ্ট কৰিলে তেনেকৈ আপোনাক সৌভাগ্যই লগ দিলে লক্ষীয়ে লগ দিলে আজিৰ দিনৰ উঠি অহা প্ৰজন্মই আপোনাৰ এই আদৰ্শ খিনিৰ পৰা আগ বাঢ়িবলৈ প্ৰেৰণা পাব আগুৱাই যাওক শুভেচ্ছা থাকিল আপোনালৈ
@minudas7981
@minudas7981 2 жыл бұрын
চাৰৰ কথা শুনি চকুপানী ৰাখিব নোৱাৰিলো। সচাঁই মহান লক্ষ্য উদ্দেশ্যক সৰোগত কৰি আজি ইমান ডাঙৰ মানুহ হোৱাৰ পিছতো কোনো অহংকাৰ নাৰাখি অতীতৰ দুখ ৰ দিনৰ কথাবোৰ সোঁৱৰণ কৰি প্ৰকাশ কৰাৰ বাবে বহুত ধন্যবাদ। আজিৰ দিনত এনে ধৰণৰ মানুহ অতি বিৰল।
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ। লগতে আপোনাৰ পদ যোগলত কৌটি কৌটি বাৰ সেৱা জনালো।
@khargeswardeka3827
@khargeswardeka3827 2 жыл бұрын
* "Very Inspired " " May God shower such Inspiration to All "
@rupdhannath6894
@rupdhannath6894 2 жыл бұрын
Bahut Val lagil,valuable video for today's generation
@divishakayshap1842
@divishakayshap1842 2 жыл бұрын
Bahut Bahut onuprenar udaharan. Koti koti naman Apunar dhogya ,xakti, budhik.🙏🙏🙏 KARMA oi je Dharma praman hisape apuni. Ketiya ba apunak log pao tar kamana thakil Bhagawan r usorat.
@MrParash78
@MrParash78 2 жыл бұрын
Very inspiring ... Thank you the whole team of Uparjon for bringing such inspiring true story in this plateform... You have done an excellent job... Keep up your good work and help the society with such good content videos.. 🙏
@aisengk
@aisengk 2 жыл бұрын
Great inspirational true story ❤
@nitunzaborah5902
@nitunzaborah5902 2 жыл бұрын
শিৱসাগৰবাসীৰ পৰা আপোনালৈ salute চাৰ....🙏🙏🙏
@pradiprabha9636
@pradiprabha9636 2 жыл бұрын
Tnq Sir Apunar interview suni aplot halu. Bahut bahut dhanya bad
@prabhakardutta2347
@prabhakardutta2347 2 жыл бұрын
ভাল লাগিল 🙏🙏🏻 চাৰ । চকুপানী ওলাবলৈ বাকী
@pinkinath3416
@pinkinath3416 2 жыл бұрын
Salute sir🙏
@saikiapranjitvloger9864
@saikiapranjitvloger9864 2 жыл бұрын
Bhut Val lagile 🙏sir
@moushumideka3778
@moushumideka3778 2 жыл бұрын
A really really heart touching story 😘 such an inspirational story for youths 👍
@manikbarman9228
@manikbarman9228 2 жыл бұрын
আজিৰ অসমত এনে ধৰণৰ সংগ্ৰামী সত্বাৰ আশা কৰিব পাৰোনে? বা: কি চমৎকাৰ! কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। দৃঢ়তা, সততা, ধৈৰ্য, সাহস, বুদ্ধি, আত্মবিশ্বাস থাকিলে ভগবানেও সহায় কৰে। তালুকদাৰ ডাঙৰীয়াৰ পৰিশ্ৰমী জীৱন পঞ্জী জানিবলৈ পাই তবধ মানিলো। উপলব্ধি কৰিলো আমি জীৱনত একোৱেই নকৰিলো। নতুন চামে প্ৰেৰণাৰ উৎস হিচাপে অনুসৰণ কৰক তালুকদাৰ দেৱক।
@SumanDas-sd3kh
@SumanDas-sd3kh 2 жыл бұрын
জীৱন নহয়, এখন যেন কিতাপ হে
@ranadityadoley6528
@ranadityadoley6528 2 жыл бұрын
This is a channel worth watching....!! Keep it up
@user-ld3ti8kt5m
@user-ld3ti8kt5m 8 күн бұрын
সুন্দৰ ।
@pratimadevi3710
@pratimadevi3710 2 жыл бұрын
Uparjonk bohut bohut dhoinabad disu .aagoloiu anekuwa val val kotha khunibo pam buli aakha korilu .
@safiurrahman2905
@safiurrahman2905 2 жыл бұрын
Salute u
@bidyutsharmayoutubechannel4505
@bidyutsharmayoutubechannel4505 2 жыл бұрын
bhut vall lagil thanks for upload
@uparjan1873
@uparjan1873 2 жыл бұрын
thank you
@satyajittalukdar9000
@satyajittalukdar9000 2 жыл бұрын
Bohut val lagil Dada....
@gogoida3857
@gogoida3857 2 жыл бұрын
2:10 Hatot kitap pua htn heitu hmyt sge aji 30,000 tokar sakori he krile htn 250kuti tokar mailk nhl htn (Hoi ne nhoi?)
@nayanjyotinath2786
@nayanjyotinath2786 2 жыл бұрын
অসমীয়া মানুহ দুখীয়া নহয় । তাৰ উদাহৰণ দুলাল তালুকদাৰ । ইমান টকাৰ সম্পত্তিৰ গৰাকী । এনেকুৱা আৰু বহু অসমীয়া লোক আছে যাক আমি চিনি নাপাওঁ বা গম নাপাওঁ । এই "উপাৰ্জন" নামৰ চেনেলটোৰ জৰিয়তে আগলৈ দেখা পাম বুলি আশা কৰিলোঁ ।
@K81fx
@K81fx 2 жыл бұрын
Bohut val lagil 🙏🙏🙏
@henahajong4973
@henahajong4973 2 жыл бұрын
Very very encouraging. Every youth should inspired. Nobody becomes great easily without difficult n trouble.
@jibonjyotidutta622
@jibonjyotidutta622 2 жыл бұрын
ভাল লাগিল
@karunakantasarmah2067
@karunakantasarmah2067 2 жыл бұрын
Khotha bor suni. . Val ĺagil 0sesh dhaynabad God bless to you .
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
🎉 Grand salute to him. 🎉 All the best wishes to you. Always be positive and happiness.❤❤❤. God bless you
@porigogoi1227
@porigogoi1227 2 жыл бұрын
ছাৰ বহুত বহুত শুভকামনা আৰু অভিনন্দন জনালো🙏🙏
@nilimasaikia1685
@nilimasaikia1685 2 жыл бұрын
Inspiring.
@sanjibtravelingvlogs6482
@sanjibtravelingvlogs6482 2 жыл бұрын
Good luck for your future
@jugalgarg3281
@jugalgarg3281 2 жыл бұрын
You are the great,,,,,
@kapilbordoloi9067
@kapilbordoloi9067 Жыл бұрын
Xundor lagil video tu Sai
@lifechangingrenatusnovajul2923
@lifechangingrenatusnovajul2923 2 жыл бұрын
God bless you.
@Assamesetrend1234
@Assamesetrend1234 2 жыл бұрын
Bahut val lagil khuni
@parthacreation8636
@parthacreation8636 2 жыл бұрын
Val lagil
@amaragarwala7474
@amaragarwala7474 2 жыл бұрын
আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল
@jollygoswami9410
@jollygoswami9410 2 жыл бұрын
Great ....
@girindrasarma2407
@girindrasarma2407 2 жыл бұрын
Inspiration
@mallikabarpujari9295
@mallikabarpujari9295 2 жыл бұрын
বৰ ভাল লাগিল ...
@nabachoudhury297
@nabachoudhury297 2 жыл бұрын
Sir আপোনাক Salute জনাইছোঁ। উপাৰ্জনৰ দাদা আপুনি এটা Fb একাউণ্ট খুলিব.. ভাল লাগিব।
@decorationdaycare1543
@decorationdaycare1543 2 жыл бұрын
Wow what a human being . great sacrifice
@slayyok
@slayyok 2 жыл бұрын
👌👌
@neheruislam4032
@neheruislam4032 2 жыл бұрын
Lovly sir
@jyotiranisarmah7612
@jyotiranisarmah7612 2 жыл бұрын
Bahut val lagil. Sasak atuloniya.
@dadulkalita9915
@dadulkalita9915 2 жыл бұрын
Very interesting subject sir..... I sellout your duty.....
@powerofeducation1779
@powerofeducation1779 2 жыл бұрын
Great Sir 🙏🙏🙏...
@amushdaimari1720
@amushdaimari1720 2 жыл бұрын
God Bless you
@user-yt1uj1fu7w
@user-yt1uj1fu7w 6 ай бұрын
Kostor fol hdai mitha.... vogoban r uporot bishx rakhi kam korile nishoi heikarone aji teu ajon xofol Biokti hisape porisit Aji....God bless you.
@shekharrajbongshi6929
@shekharrajbongshi6929 2 жыл бұрын
Apune ajon bhgowan bolke no comments Direct Love 💕 Lovely
@tridipdoley5902
@tridipdoley5902 2 жыл бұрын
Salute Sir 🙏🏻🙏🏻🙏🏻❤❤❤✌✌✌ !
@utpalkalita3384
@utpalkalita3384 2 жыл бұрын
Bahot vl lagil
@uparjan1873
@uparjan1873 2 жыл бұрын
thank you
@c.delectronic3345
@c.delectronic3345 2 жыл бұрын
👍😍👍
@d_o_p_a
@d_o_p_a 2 жыл бұрын
Very inspire story
@aajenotunhomoi5664
@aajenotunhomoi5664 2 жыл бұрын
ভাল লাগিল আপোনাৰ কথা বোৰ জানিব পাৰি মোৰো জীৱন টো এনেকৈ আৰম্ভ কৰিছো
@dosmantachutia4402
@dosmantachutia4402 2 жыл бұрын
❤️
@pareshkalita3672
@pareshkalita3672 2 жыл бұрын
God bless you🌹🌹
@karbipo6326
@karbipo6326 2 жыл бұрын
👍👍👍
@lilagurung5120
@lilagurung5120 2 жыл бұрын
Good job uparjan Chanel.👌🏻👌🏻🙏👍👍
@uparjan1873
@uparjan1873 2 жыл бұрын
thank you
@anuragduttabaruah8101
@anuragduttabaruah8101 3 ай бұрын
❤❤
@kamalakantanath9931
@kamalakantanath9931 2 жыл бұрын
Bhahut kasta tiyag r parinam ae shundar jiban.dhanyabad.
@binadevi4121
@binadevi4121 2 жыл бұрын
Gd bless you,,
@jaijawanagrifarm2416
@jaijawanagrifarm2416 2 жыл бұрын
Great great....really it inspired me
@rmboroofficial9042
@rmboroofficial9042 2 жыл бұрын
God bless you 🙏🏼🙏🙏🏼
@zresthagaming8181
@zresthagaming8181 2 жыл бұрын
Uparjon KZbin channel tu kxm 🔥🔥🔥🔥 hoi....lagi thakokkk
@VloggerArchad
@VloggerArchad 2 жыл бұрын
Moja
@hiramani1298
@hiramani1298 2 жыл бұрын
❤❤❤❤❤❤❤❤
@ratneswartamuli4215
@ratneswartamuli4215 2 жыл бұрын
বাণিজ্য বসতি লক্ষ্মী !! টবে ডাল মে কুছ কালা লকতা হাই !! অবেচ্য নহব পাৰে !! নহলে ভাল !! ভালৰ উদাহৰণ কম, বেৱাৰ উদাহৰণ বেছি !! গুৱাহাটী খন এখন full of gold mines !! Those who know well to extract, they made their life full of wealth n prosperity !!
@jituborah6355
@jituborah6355 2 жыл бұрын
Sir salute apunak .... Hadai vale thakok
@bijoydas5841
@bijoydas5841 Жыл бұрын
Really Talukder life A matter of great sorrow
@jaansaikia9308
@jaansaikia9308 Жыл бұрын
Xosa kotha kobo je laj kora Ajir dinot...xei karone Bohut val lagise kiman kosto kori Dada Aji Ai khini paise Ajir lora suwalie Koribo ne aibur kam... xosake Aru Aguwai jaouk...
@anukalpakalita6037
@anukalpakalita6037 2 жыл бұрын
অতি প্ৰেৰণাদায়ক কাহিনী, ভাল লাগিল
@sanjibkumarbaruah9239
@sanjibkumarbaruah9239 2 жыл бұрын
God bless you.🙏🙏🙏
@junudevi4948
@junudevi4948 2 жыл бұрын
Bahut val lagil sir
@joymatidevi315
@joymatidevi315 2 жыл бұрын
বহুত ভাল লাগিল।মনৰ দৃঢ়তাৰ ওচৰত কামৰ কঠিনতায়ো হাৰ মানে।সচা কথা খিনি নি: স্ংকোচে প্ৰকাশ কৰা বাবে চাৰ আপোনাক বহুত ধন্যবাদ।,
@dipanjoli6560
@dipanjoli6560 2 жыл бұрын
👍👍👍👍
@debabrata9864
@debabrata9864 2 жыл бұрын
He is a role model for every indigenous youth.
@SHAHIDULISLAM-sm7lg
@SHAHIDULISLAM-sm7lg 2 жыл бұрын
Salute to you boss,
@mamitulislam653
@mamitulislam653 2 жыл бұрын
My idol person
@arupsaikiasaikia8153
@arupsaikiasaikia8153 2 жыл бұрын
Good
@axegamingassam5741
@axegamingassam5741 2 жыл бұрын
সমূহ উপাৰ্জনৰ ছাৰ সকল পাৰিলে আপোনালোকে আমাৰ ডিব্ৰুগড়ৰ লাহোৱাল কলেজৰ principal sir তথা owner ,তেখেতৰ পাৰিলে এটি হাখ্যাতকাৰ লবচোন। যিহেতু তেওঁ এই ব্যক্তিগত কলেজখন বহুত কষ্টৰে নিৰ্মাণ কৰা ।
@user-mp3qz3fz8q
@user-mp3qz3fz8q 3 ай бұрын
Apunar jidani khunilu.live long brother.god be with you.
@kumkumbora7578
@kumkumbora7578 2 жыл бұрын
Good luck
@dj-rocksfamily9165
@dj-rocksfamily9165 2 жыл бұрын
Bohut bhal lagil sir.This is the result of focusing on himself.
@kaushiksarmaofficials2870
@kaushiksarmaofficials2870 2 жыл бұрын
আপোনালোকে বহুত ভাল কাম কৰি আছে 💙
@apurbadeka393
@apurbadeka393 Жыл бұрын
Very nice
@kaliyug7805
@kaliyug7805 2 жыл бұрын
Nice
@jintutalukdar2990
@jintutalukdar2990 2 жыл бұрын
ভাল লাগিল ব্যবসায়ৰ জ্ঞান দিয়াৰ বাবে দাদা ।
@simpleenglishwithmohesh8196
@simpleenglishwithmohesh8196 2 жыл бұрын
❤️❤️❤️💐💐💐💐
@bhargabacharja1778
@bhargabacharja1778 2 жыл бұрын
Uparjan a very motivating channel. Want to know artist struggle overcome.
@uparjan1873
@uparjan1873 2 жыл бұрын
sure we will try our best
@s.1169
@s.1169 2 жыл бұрын
Relationship with business, family, work ethics, money,assets making,education, sevice and so.......are great PRANAM! We have got a lot from you MAN
@thakuriacreations1952
@thakuriacreations1952 2 жыл бұрын
ছাৰ আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকক। চেল্যুট আপোনাক।
@eshankashyap6409
@eshankashyap6409 9 ай бұрын
Great sir. 🙏🏻
@harakantatamuli1053
@harakantatamuli1053 2 жыл бұрын
Lots of salute to you .god bless you.
@bichitrasaikia4941
@bichitrasaikia4941 2 жыл бұрын
I like u r channel.love u
@parikhitbarman1719
@parikhitbarman1719 2 жыл бұрын
চেলুট আপোনাক খুৰা।
@farmingaxom9431
@farmingaxom9431 2 жыл бұрын
nice video
@jitendrasaharia5602
@jitendrasaharia5602 2 жыл бұрын
কেচা ৰাষ্ট্ৰাৰ পৰা ৰাষ্ট্ৰা,ৰাষ্ট্ৰাৰ পৰা পিটচ ৰাষ্ট্ৰা,পিটচ ৰাষ্ট্ৰাৰ পৰা NH, NH পৰা গৈ Airport পোৱাযেন লাগিছে আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনাৰ পিচত চাৰ। আপোনাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। চহৰীয়া Ex CBSE worker as a ESM Clk.
@punadeka4091
@punadeka4091 2 жыл бұрын
👍👌🙏
@kanikathakuria4613
@kanikathakuria4613 2 жыл бұрын
Sir আপোনালৈ শত কৌটি প্ৰণাম ।আপোনাৰ সু স্বাস্ত আৰু দীৰ্ঘ সু কামনা কৰিলো
@jitunath863
@jitunath863 2 жыл бұрын
🙏
No empty
00:35
Mamasoboliha
Рет қаралды 10 МЛН
Gym belt !! 😂😂  @kauermotta
00:10
Tibo InShape
Рет қаралды 18 МЛН
Amazing weight loss transformation !! 😱😱
00:24
Tibo InShape
Рет қаралды 65 МЛН
Vreegu Kashyap in Conversation with HABIB MOHAMMED CHAUDHURY || Ambani of LAOS || S
42:36
Vreeguu Kaxyap VK Entertainment
Рет қаралды 287 М.
Robert Greene: A Process for Finding & Achieving Your Unique Purpose
3:11:18
Andrew Huberman
Рет қаралды 10 МЛН