No video

গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা

  Рет қаралды 201,678

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি। ছুটীত ঘৰলৈ অহা চি আৰ পি এফ জোৱানে পৰকীয়া প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা পেলালে পত্নীক।

Пікірлер: 313
@Sima.1234
@Sima.1234 Ай бұрын
ছিঃ কবলৈ ভাষা নাই,,,আছে বহুত এনেকুৱা মহিলা আমাৰ সমাজত
@suvonbey8672
@suvonbey8672 Ай бұрын
Moi mohila bilakor comment sai asu 😁
@jibantahazarika9235
@jibantahazarika9235 Ай бұрын
Xomajor majot loi jai 2 tukura kori dibo lge anekua mohilak nholae xomajkhon beya hoi
@milanray448
@milanray448 Ай бұрын
Ok
@rinkushivam8759
@rinkushivam8759 Ай бұрын
এইজনী মহিলা নহয় ,ৰাক্ষখীনী
@deephazarika887
@deephazarika887 Ай бұрын
আইনলে ৰাইজে ছাব নালাগে এইবোৰক ৰাইজেই আইন হাতত তুলি চেটেপ কৰি দিব লাগে সমাজৰ পৰা জাবৰবোৰাইজেই চফা কৰিব লাগিব
@hemantadas4812
@hemantadas4812 Ай бұрын
সচা কথা
@KrishnasriborahBoraKrishna
@KrishnasriborahBoraKrishna Ай бұрын
এনেকুৱা বনৰীয়া মাইকি বোৰৰ বোৰৰ বাবে আইন এখন প্ৰস্তুত কৰিব লাগে 😡😡 নহ'লে অশান্তি হৈ থাকিব জহৰা মাইকী বোৰৰ বাবে
@Jorhat_Jiyori
@Jorhat_Jiyori Ай бұрын
সচাকে
@chinmoykoushikborah8240
@chinmoykoushikborah8240 Ай бұрын
Sai Baba nodi aru Mari namor eti songothon aromvo kora hoise.
@chinmoykoushikborah8240
@chinmoykoushikborah8240 Ай бұрын
Mari nohoy nari.
@chinmoykoushikborah8240
@chinmoykoushikborah8240 Ай бұрын
Jugajug Mur logot koribo paribo.
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
ঠিকেই কৈছে... এইবোৰ আইনৰ সুৰুঙাৰে কিয় সাৰি যায় 😡😡😡
@rajumonibaruah8389
@rajumonibaruah8389 Ай бұрын
কি হ'ব কি নহ'ব ভবাৰ থল নাই নেকি।কিয় মাৰি পেলালি। ইমান বেছি ভাল পাইছ যদি সেই টোলৈ গুছি নগলি কিয়
@hirak776
@hirak776 Ай бұрын
পৰকীয়া প্ৰেম বহুত বাঢ়িছে । এতিয়া বিয়া হোৱাতকৈ অকলে জীৱনটো সুখেৰে পাৰ কৰিব পাৰিলে হ'ল আৰু। কাৰণ এতিয়া প্ৰেম প্ৰেম হৈ থকা নাই
@kishor6572
@kishor6572 Ай бұрын
Ekdom......
@SriCCDas
@SriCCDas Ай бұрын
এতিয়া নাৰী সমাজেই ক'কচোন নাৰীৰ চৰিত্ৰ মহানতা কিমান বেইচা নাৰী
@user-bo6ne7zg7l
@user-bo6ne7zg7l Ай бұрын
কোন অৰূপ দাস ? কত আছে ঠিকনাটো ভালকৈ দিয়ক, NDFB বিলাকক লগাই মাৰিব পাৰে নেকি অলপ চিন্তা কৰি চাম বাৰু😆😆😆😆
@bontisarmah7541
@bontisarmah7541 Ай бұрын
বৰ বনৰী মা ইকী এই বোৰ ছিঃ ছিঃ ভুতুনী জনীৰ কাৰনে নিজৰ বাপেকটো হেৰুৱালে লৰাটোৱে।এইজনীক কোনেও সমাজত স্থান দিব নেলাগে
@A2Zby-cd5qc
@A2Zby-cd5qc Ай бұрын
BJP র নেতা 😂😂😂😂😂
@devikagogoi2898
@devikagogoi2898 Ай бұрын
দুজনী মানক ফাঁচী দিয়া হ'লে অলপ কমিল হেঁতেন এনেকুৱা ঘটনাবোৰ।
@welcometomyaccount2785
@welcometomyaccount2785 Ай бұрын
Hosakoi biya huwar pisot kio ebur koribo Lage suwali hole u val khune ejoni nuwari baby u ase tate
@manindrabarman7493
@manindrabarman7493 Ай бұрын
ৰাক্ষসণীক ফাঁচি কাঠত দিব লাগে ।
@user-gd2im4id2l
@user-gd2im4id2l Ай бұрын
আজি কালি..ছোৱালী বোৱাৰী কাকোকে বিশ্বাস কৰিব নোৱাৰি....লাগে নিজৰ পত্নীয়ে নহওক....এটা কথা ভাৱি নাপাও...কি ভাবি কি বিচাৰি পায়..এই বুঢ়া বয়সত এমানেই প্ৰেমৰ মায়াজালত পৰে য়ে...নিজৰ স্বামীকো মাৰিব কন্ঠবোধ নকৰে..ইমানেই প্ৰেম য়ে নিজৰ লৰা ছোৱালী কি হব ভাবি নাচায়...কি যে কলি যোগ আহিল...বোৱাৰী বোৰ যদি এনে হয়...গাভৰো বোৰৰ কি হব..ঘৰতে বুঢ়ি...😂😂...এনে বোৰ বেৱাৰী সমাজত জীয়াই ৰখা দৰকাৰ নাই...এই বোৰে সমাজৰ উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে...😢😢😢
@achintadolakashoria8598
@achintadolakashoria8598 Ай бұрын
মুখ খন কিয় ঢাকি দিছে
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
পৰকীয়া প্ৰেমিকৰো এই গতি হব।
@rekibulhussain2876
@rekibulhussain2876 Ай бұрын
তাইৰ জাগাত ভোট জলকীয়া ভাঙি দিব লাগিছিল
@rafikulali4396
@rafikulali4396 Ай бұрын
কিহৰ জালান পেটৰ নে তলৰ,,, বাহ সোমাই বহুত সময় লৈকে থব লাগে তেতিয়া কমিব তলৰ জালা
@sonamtapan1361
@sonamtapan1361 Ай бұрын
😂
@user-bs3rj5zi8g
@user-bs3rj5zi8g Ай бұрын
নচচা ভলুকা বাঁহ ভাল হব ভৰাবলৈ
@lovetraveling.....
@lovetraveling..... Ай бұрын
পংকজ পাঠকেও বিধান দিব নোৱাৰে । এটাই উপাই আছে গোটেই জীৱনত পাহৰি যাব ভোট জলকীয়া আচাৰৰ তেল লব আৰু দৈনিক ৰাতি 4 pm 8 pm 12 am মানে 4 ঘণ্টা মূৰে মূৰে যেতিয়া উঠিব বহল গিদাত লগাই দিব আৰমত ভাল হৈ যাব। আৰু যি বিলাকে একেই কাৰণ হব গৈছে তেওঁ লোকেও দৈনিক এটাকৈ ভাঙি ভৰাই থব পাৰে। ......
@user-oz7ec3ps1f
@user-oz7ec3ps1f Ай бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@surenboruah3241
@surenboruah3241 Ай бұрын
😂😂😂
@user-js1cm8dh6f
@user-js1cm8dh6f Ай бұрын
😂
@binitadeka7251
@binitadeka7251 Ай бұрын
এইৰ চকু কিয় ঢাকি ৰাখিছে তাইৰো কিবা সন্মান আছে নেকি।
@NurjahanBegum-ks8ho
@NurjahanBegum-ks8ho Ай бұрын
ফাঁচী দিয়ক
@riturajbaruah5329
@riturajbaruah5329 Ай бұрын
Fasi diyak
@dipankarchamuah7727
@dipankarchamuah7727 Ай бұрын
ৰাষ্টাৰ মাজত থিয় কৰাই গুলি কৰি মাৰিব লাগে এই জনীক
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
হিন্দী চিনেমাৰ হিৰো হিৰোইন হব নোৱাৰি এচাম যুৱক-যুৱতীয়ে নিজৰ ঠাইতে হিন্দী চিনেমা কৰিছে । গিৰিয়েকক মাৰিলে, নিজে জেলত জীৱন কটাব আৰু সৰু ল'ৰা দুটিৰ কি অবস্থা কৰিলে?
@bipulkalita9799
@bipulkalita9799 Ай бұрын
বালৰ আইন কেলা কালি জামিন দিব৷ এতিযা আৰু police court এইবোৰ এৰি ৰাইজ আগবাঢ়ি আাহিবৰ হল
@borlongkiteron7163
@borlongkiteron7163 Ай бұрын
Its better to be single i wont get married
@khargasaharia7468
@khargasaharia7468 Ай бұрын
চুপা চুপি ৰ প্ৰভাৱ
@pabitrabarman6373
@pabitrabarman6373 Ай бұрын
স্বামীয়ে বাহিৰত থাকি কষ্ট কৰি টকা ঘটে আৰু পত্নী বেলেগৰ লগত। তাৰ কাৰণে তাই গাঁৱত নাথাকি গুৱাহাটীত থাকিবলৈ লৈছে।
@daspiglets1866
@daspiglets1866 Ай бұрын
3rd person relationships is very dangerous
@medinitalukdar4873
@medinitalukdar4873 Ай бұрын
পৰকীয়া প্ৰেমৰ ❤ এই জঘন্য অপৰাধ বোৰৰ বিছাৰ মামাই কৰিৱ লাগে.....
@joshnaray3117
@joshnaray3117 Ай бұрын
মাইকী জনীক সুখ দিবলৈ গৈ গুৱাহাটীত নিজৰেহে প্রান গ'ল , চাকৰি কৰা পুষবোৰ নিজৰ পত্নিক বেছি লাই নিদিব জি মনজায় তাকে কৰিব দিব নেলাগে , বেছি মৰমত চৰিত্র নস্ত
@PutoliPhukan-ss5vo
@PutoliPhukan-ss5vo Ай бұрын
বিজেপি নেতা বুলি কওতেহে আচৰিত
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
ভাজপাৰ সদস্য,দ্কলিতাকলগপালেসুধিবদেই
@upolmarak8057
@upolmarak8057 Ай бұрын
Jai hind sir 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@nabajitdeka9357
@nabajitdeka9357 Ай бұрын
অসমীয়াত কথা এষাৰ আছে ''সুখৰ ভাতত ভূতে কিলাই''
@MBora-ry6ud
@MBora-ry6ud Ай бұрын
Yeia hoise ek matro shiksha bebostha r babe. Shiksha Bharatiya hole ene boe ghato na kami boloi dharib karbat eta dota shoni loi poa jabo. Manish
@barashamazumdar2117
@barashamazumdar2117 Ай бұрын
মৰা টোৰ যাৰ একো দোষ নাছিল তাৰো মুখ ঢাকি নিদিলি,কিহৰ কাৰনে তাইক ঢাকি দিলি নিজেই বিয়া কৰাই ল
@janardanbora2803
@janardanbora2803 Ай бұрын
বিজেপি নেতা নহয় বা আকৌ😅😅😅
@user-yi2dy6wj6i
@user-yi2dy6wj6i Ай бұрын
ফাছি দিয়া হ'ব নে এৰি দিব চৰকাৰে বিছাৰ কৰিব নুৱাৰিলে আমিক দিযক কাতি কাতি গৰম পানী ধালি জলকিয়া দি মাৰিম
@ujjaldas4702
@ujjaldas4702 Ай бұрын
Good very good
@shirazahamed8149
@shirazahamed8149 Ай бұрын
অসমীয়া বোৱাৰী নে মিয়া বোৱাৰী😂
@gitikagogoi5233
@gitikagogoi5233 Ай бұрын
Haloi title miyar hoy neki? Baiman manuhor jat pat , dharmo nai.
@NP-gf7fo
@NP-gf7fo Ай бұрын
Enekuwa homaj sewa bjp kormik aru nalagey.
@pkinfo3795
@pkinfo3795 Ай бұрын
আমাৰ টিহুৰ বদনাম আনিলে
@ushadas1841
@ushadas1841 Ай бұрын
তাইৰ প্ৰেমিকে তাইক অতি সোনকালে মিঠাই খুৱাব ৰ
@user-pv8py5rd5b
@user-pv8py5rd5b Ай бұрын
Sopa sopi ultra pro max 😂
@Aban-zm9re
@Aban-zm9re Ай бұрын
বাৰেঘৰি তিৰোতা
@rumonk8356
@rumonk8356 Ай бұрын
Are dada eridiya tat BJP r neta dangoriya ase 😂😂😂😂😂
@jyotirmoytalukdar6025
@jyotirmoytalukdar6025 Ай бұрын
Saku keita kia dhaki dse
@faridulislam686
@faridulislam686 Ай бұрын
Aibor sb muslim neki ha? Muslim mahnu atai dokh krile muslim jatituke sangri loi atia hindu jatituk kio sangri noloi bokasuda hot😡😡😡
@arupboraharupborah147
@arupboraharupborah147 Ай бұрын
সেই বনৰী জনীক তিল তিলকৈ শাস্তি দি মাৰিব লাগে
@pronobkachari4490
@pronobkachari4490 Ай бұрын
কি যে হব ----
@jhonekram6165
@jhonekram6165 Ай бұрын
Sowali jati tu nohali bor santit thakiba parilu hoi.... E...
@ranjumabegum1390
@ranjumabegum1390 Ай бұрын
তেনেকৈ নকবি কোনোবা আছো যিয়ে কেৱল নিজৰ মানুহ টোকে বিচাৰোঁ
@jhonekram6165
@jhonekram6165 Ай бұрын
@@ranjumabegum1390 hoi baidew 0.5% ase... Tenekua val... Baki...sob.... Lora bilak r life borbad kore...
@bravogamerz4836
@bravogamerz4836 Ай бұрын
Maa k jnik dekhi beya lagil
@user-ns6zq4cs2j
@user-ns6zq4cs2j Ай бұрын
চৰকাৰে আইন এখন আনক
@osirisblue2087
@osirisblue2087 Ай бұрын
Urmila bou dekhun 😢
@AnjuSaikia-e2h
@AnjuSaikia-e2h Ай бұрын
এই ৰেনদি বোৰেই সমিজৰ কাল লৰা দুটাই দেউতা কাক মাটিব নৰকী জনিয়ে নাটক বৰধুনিয়া বনাইছে
@user-bs3rj5zi8g
@user-bs3rj5zi8g Ай бұрын
বনৰী় জনীৰ চকু কিয় ঢাকি থৈছে , পাৰিলে আৰু কিবা খনো দেখাই হে দিব লাগিছিল
@rubulsharma7253
@rubulsharma7253 Ай бұрын
BJP নেতা আৰু dalal zindabad
@ManomatiDas-u9z
@ManomatiDas-u9z Ай бұрын
❤ bhi
@BikikalitaBikikalita-pb9pt
@BikikalitaBikikalita-pb9pt Ай бұрын
Ai notini jonik hat dukhon kiti dbo lage
@birajsarma4542
@birajsarma4542 Ай бұрын
Anekuwa kahini bahut hoi ase
@boruahakash8237
@boruahakash8237 Ай бұрын
Urmila Bow
@user-cw3xr3pb1w
@user-cw3xr3pb1w Ай бұрын
এইজনীক জীয়াই থাকিবলৈ দি লাভ নাই Direct encuonter কৰিব লাগে দুয়োজনকে
@user-lt9nm2cc7z
@user-lt9nm2cc7z Ай бұрын
এই মহান কাণ্ডটো কোনটো সম্প্ৰদায়ৰ মানুহে কৰিলে জনাবনে? 😂
@AnjuSaikia-e2h
@AnjuSaikia-e2h Ай бұрын
এই নিৰ্দুষি মানুহতুক কিয় মাৰিব এইক থৈলাভ নাই ফিঁচি দিব লাগে
@hariprosadchoudhurychoudhu5096
@hariprosadchoudhurychoudhu5096 Ай бұрын
Back to home and my family is strong bay bay 🐊
@madsfilms3204
@madsfilms3204 Ай бұрын
#supasupi#
@mixx4u33
@mixx4u33 Ай бұрын
Aji kali kiba notun trend ulaise nki
@AbiCricketNews
@AbiCricketNews Ай бұрын
BJP নেতাৰ এই হে ৰূপ নি
@litonsvlogs.2530
@litonsvlogs.2530 Ай бұрын
Sowali manoh burok over power di dile government e. Heikarone aji lora vuror obostha beya hoi goi ase. Govt job ata palew maiki vure fati more hayre ahonkar
@powandoley4790
@powandoley4790 Ай бұрын
চুপা চুপি ৱেবছিৰিজ তাৰ প্ৰধান নিদৰ্শন
@joshnaray3117
@joshnaray3117 Ай бұрын
লকেল গুন্দা লগাব লাগে বনৰীৰ হাত এখন কাতি দি আকু মুখত এচিত ধালি মুখন পুৰি নস্ত কৰি দিব লাগে
@manojpegu4065
@manojpegu4065 Ай бұрын
কেনে চলনাময়ী চৰিত্ৰহীন নাৰী এইজনি..??? আৰক্ষীয়ে কঠোৰ শাস্তি প্ৰদান কৰক এই বেশ্যা জনিক 😡😡😡😡😡
@user-vt3xx3ru2i
@user-vt3xx3ru2i Ай бұрын
Urmila bow
@jituborgohaibaba9151
@jituborgohaibaba9151 Ай бұрын
Surprise ❤
@Tapanbaruah-dq3to
@Tapanbaruah-dq3to Ай бұрын
এইবিলাক মাইকিক গাত গৰমতেল ধাকিব লাগে । পাষণ্ড প্ৰেমিকবোৰ ফাচি দিব লাগে।
@user-sp5dc2ri6z
@user-sp5dc2ri6z Ай бұрын
Jai hind sir🇮🇳
@Dimpihaloi-zt5li
@Dimpihaloi-zt5li Ай бұрын
Bjp ৰ নেতা 😂
@bipulkalita9799
@bipulkalita9799 Ай бұрын
Johori besidin nai lora dutako mari pelab..ditumonir gharar konoba ase jadi lora dutak niyok..please
@bapanrajbongshi6637
@bapanrajbongshi6637 Ай бұрын
বিজেপি নেতাৰ অৱস্থা ।
@surenboruah3241
@surenboruah3241 Ай бұрын
বনৰী তিৰি
@atowarhussain3788
@atowarhussain3788 Ай бұрын
Begena, tioh,gajor ei bilakor daam besi hol j???
@world_MahidulIslam
@world_MahidulIslam Ай бұрын
Love Is blind.................
@dipjyotigogoi2781
@dipjyotigogoi2781 Ай бұрын
Bonori Ajnik kati pelab lage .
@joiramboro9850
@joiramboro9850 Ай бұрын
Sahis
@sarananirabha6596
@sarananirabha6596 Ай бұрын
এইবোৰ প্ৰেমিক ফাচি দিব লাগে
@medhi2580
@medhi2580 Ай бұрын
Urmila Bou
@dineshsarania4834
@dineshsarania4834 Ай бұрын
এওলোককো পঠিয়াই দিব লাগে।
@pradipkalita3161
@pradipkalita3161 Ай бұрын
বেতী বচাও তিৰি বচাও
@user-ol3sr5iw1c
@user-ol3sr5iw1c Ай бұрын
Aijoni manuh nohoi ,aik valke aheka diyok,,,,,
@seemamazumdersaikia8251
@seemamazumdersaikia8251 Ай бұрын
Neighbour lukk hokoly keo sound. Pai jowa nai,goly kijaniba manuhor t bacily hoi,ajkali manhuu lukkor bipod dekily o help nokory keo?...voi padora thky potibesi burr...kebol nijok chiny ro polic voi khi...voi padora sob ,help ever hurt never...God will help u...🙏
@user-dw8iq7hx4o
@user-dw8iq7hx4o Ай бұрын
পাপিনীক মাৰি পেলাব লাগে।
@inamulinamul1042
@inamulinamul1042 Ай бұрын
###পিঠাত ভোট জলকীয়া সানি দিব লাগে
@chandandutta3186
@chandandutta3186 Ай бұрын
Enekua wife k bahar sikani di kubai kubai kahiliparar pora sarthebariloi dourab laage
@rv7787
@rv7787 Ай бұрын
Om santi
@prasantadeuri2359
@prasantadeuri2359 Ай бұрын
মাৰিলে ভালে হ'ল
@jituborgohaibaba9151
@jituborgohaibaba9151 Ай бұрын
Sorkari sakori thoka babe, Aru dhunia dhunia Suwali ona bilak habodhan huwa 😂 Border ot dekh rokhiya kori thakiba ,Gharot belage roikhiya koribi 😂😂😂
@digantagogoi6501
@digantagogoi6501 Ай бұрын
Jai hind crpf sir
@user-ve6gh2oj6g
@user-ve6gh2oj6g Ай бұрын
কবলৈ ভাষাই নাই
@DreamInstaModel
@DreamInstaModel Ай бұрын
Miya bilak enekuwai😂😂😂
@ranjumabegum1390
@ranjumabegum1390 Ай бұрын
এই মিয়া নহয়
@DreamInstaModel
@DreamInstaModel Ай бұрын
@@ranjumabegum1390 moi janu
@abdulmatin8057
@abdulmatin8057 Ай бұрын
Bjpr andvokt🤣 Andvokt🤣🤣
@rozifaahmed3119
@rozifaahmed3119 Ай бұрын
😢
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 11 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 14 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 42 МЛН