Рет қаралды 23,588
গুৱাহাটীৰ কৃত্ৰিম বানক লৈ আজব যুক্তি দি থকা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে এইবাৰ এক ভয়ংকৰ অভিযোগ আনিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থাকি নিজৰ উন্নয়নহে হেনো কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ বাবে সকলো আইন-কানুন ভৰিৰে মোহাৰি গুৱাহাটীৰ মাজমজিয়াত অশোক সিংহলে নির্মাণ কৰিছে ২২ মহলীয়া অট্টালিকা।
#pratidintime #guwahati #potech #ashoksinghal