ময়ো যোৱাবছৰ এশ জোপা মান লগাইছিলোঁ Red Lady বিধ । কেইজোপা মান মৰিলে । কিন্তু ফল পাইছোঁ । ১টা অমিতা প্ৰায় ২ কেজিলৈ পাইছোঁ কিছু কিছু গছত । ভালকৈ কৰিলে বহুত লাভজনক খেতি । আৰু কৰিও ভাল লাগে খেতি ।
@BiswanathAgrifarm2 жыл бұрын
হয় নেকি..? ময়ো প্ৰথম কৰিছোঁ কেনে হয় পিছলৈ জনাম।ধন্যবাদ
@jatinboro46102 жыл бұрын
Hundor...
@BiswanathAgrifarm2 жыл бұрын
ধন্যবাদ।
@romaporja87094 ай бұрын
@@BiswanathAgrifarmAugust September mahot rupon korile val fol puwa jabo ne please jonabo
অশেষ ধন্যবাদ আপোনালৈ। কেতিয়াবা অলপ অসুবিধা হলে reply দিবলৈ সময় নাপাওঁ। আৰু যিবোৰ কথা মই video যোগে দেখুৱাই সমাধান কৰোঁ তাৰে উপৰত প্ৰশ্ন কৰা দেখা যায় কিছুমানে।তথাপিও মই পুনৰ video যোগে সমাধান দিবলৈ চেষ্টা কৰোঁ