হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা অনুৰাগে ক'লে সফলতাৰ কাহিনী#hslc

  Рет қаралды 57,780

Srimanta motivator (anushilan)

5 ай бұрын

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা অনুৰাগে ক'ল সফলতাৰ কাহিনী#hslc

Пікірлер: 74
@kamalsaikia7179
@kamalsaikia7179 3 ай бұрын
ভাল আদৰ্শ ডাঙি ধৰিলে চাৰ। ছাত্র ছাত্রীসকল নিশ্চয় উপকৃত হ'ব। অনুৰাগলৈ অভিনন্দন জনালোঁ। তোমাৰ ভৱিষ্যত মনৰ সপোন বাস্তবত ৰূপায়িত হওঁক।
@monjitsaikia2772
@monjitsaikia2772 2 ай бұрын
❤❤
@minudutta3992
@minudutta3992 5 ай бұрын
ছাত্ৰ ছাত্ৰী সকলক উৎসাহ দিয়াৰ কাৰণে ভাল লাগিল ৷🎉🎉
@RaktaGogoi
@RaktaGogoi 5 ай бұрын
👏
@artbyarunimachutia2421
@artbyarunimachutia2421 5 ай бұрын
ভাল লাগিল দাদা।অনুৰাগলৈ অভিনন্দন থাকিল। ইউ টিউব চেনেল কোন কেইটা চাইছিল জনাবচোন।
@PrbinChutia
@PrbinChutia 5 ай бұрын
মই প্ৰথমে এই বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। লগতে শ্ৰীমন্ত মটিভেটৰে ইমান এটি সুন্দৰ সময়োপযোগী অনুষ্ঠান কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে তেখেতেৰ এই মহান কৰ্মৰ আন্তৰিক শলাগ লৈছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুই চৰি জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাটো এপাচি শাকত এটা জালোকো নহয়।ইয়াৰ কাৰণ কি।অনুৰাগ হতৰ দৰে প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী সকল এদিন নিশ্চয় ভাল ইঞ্জিনিয়াৰ, ডাক্তৰ বা দক্ষ প্ৰশাসনিক বিষয়া হ'ব পাৰিব কিন্তু আমাৰ পয়া লগা শিক্ষা ব্যৱস্থাটো ভাল হ'বলৈ তোমালোকৰ দৰে প্ৰতিভাবান ছাত্ৰ ছাত্ৰী সকল শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত হোৱাটো অতিকৈ প্ৰয়োজন। গতিকে তোমালোকৰ দৰে প্ৰতিভাবান ছাত্ৰ ছাত্ৰী সকলে কিছু ত্যাগ কৰি হ'লেও শিক্ষা বিভাগলৈ আহা তেতিয়া দেখিবা মে প্ৰত্যেক বছৰে তোমালোকৰ দৰে বহুতো প্ৰতিভাবান ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হৈছে। ধন্যবাদ।
@Rupkumar124
@Rupkumar124 5 ай бұрын
Congratulations
@kripalibhuyan5326
@kripalibhuyan5326 5 ай бұрын
বৰ ভাল লাগিল সাক্ষাৎকাৰটো । অনুৰাগলৈ অভিনন্দন জনাইছোঁ
@kailashchsarma619
@kailashchsarma619 5 ай бұрын
ছাৰগৰাকীয়ে বিদ্যাৰ্থী কেইগৰাকীক লগত লৈ আহি কীৰ্তিমান ছাত্ৰজনৰ সৈতে প্ৰত্যক্ষভাবে ভাববিনিময় কৰোৱাটো প্ৰশংসনীয় আৰু ফলপ্ৰসু পদক্ষেপ বুলিব পাৰি । ইয়াৰ ফলত তেওঁলোকে ভবিষ্যতে অৱতীৰ্ণ হবলগীয়া যিকোনো পৰীক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত হব পাৰিব বুলি আশা কৰিব পাৰি ॥
@ArotiHazarika-oc8gw
@ArotiHazarika-oc8gw 5 ай бұрын
Very nice Anurag .Go ahead.
@anjumonikakoti7250
@anjumonikakoti7250 5 ай бұрын
এটি অতি গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ সাক্ষাৎকাৰ 👏👏
@pritrishnadas85
@pritrishnadas85 5 ай бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰটো,,অনুৰাগ তোমালৈ আন্তৰিক অভিনন্দন জনালোঁ।
@neelimaborgohain3324
@neelimaborgohain3324 5 ай бұрын
অনুৰাগৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@guwalijaneastgolaghaticds4740
@guwalijaneastgolaghaticds4740 5 ай бұрын
I am waiting for next part sir.
@nagandas1617
@nagandas1617 5 ай бұрын
Dinot 8 / 12 hours study time maintain kaneke kore pls jonaowk sun sir
@mitaligogoi7605
@mitaligogoi7605 5 ай бұрын
আপোনাৰ প্ৰশ্ন আৰু অনুৰাগৰ উত্তৰ খুৱেই ভাল লাগিল ৷
@trishnaborpatragohain1399
@trishnaborpatragohain1399 5 ай бұрын
Wishing them a bright future
@harshanishitmusicallyoffic8938
@harshanishitmusicallyoffic8938 5 ай бұрын
অভিনন্দন জনাইছোঁ অনুৰাগ দাদা🎉 বহুত মূল্যবান কথা জানিব পাৰিলো সেইহে অনুৰাগ দাদাৰ লগতে চাৰ আপোনালৈও বহুত ধন্যবাদ 🙏
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 5 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ। অভিনন্দন অনুৰাগলৈ 💐💐💐
@Creatorpritom8810
@Creatorpritom8810 5 ай бұрын
Anurag bahut aguai juwa tumi tumar ujal bhabiswat kamana karilu
@amlanjeetadutta16
@amlanjeetadutta16 5 ай бұрын
শ্ৰীমন্ত তেওঁ যে কৈছে দিনটোত ১০-১২ ঘণ্টাকৈ পঢ়াৰ কথা, সেয়া স্কুল চলি থকা সময়ত নে study leave ত জনাবা চোন
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 5 ай бұрын
study leave
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 5 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো চাই।আশা কৰোঁ মোৰ দৰে অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী সকলো উপকৃত হ'ব বুলি।🙏
@BipulBorboruah
@BipulBorboruah 5 ай бұрын
Ajon. Val. Satta. Howa. Lagote. Val. Manuh. Hoboloi.. Janta. Koriba. Karan. Val. Manuhor. Pata. Un. Jibor. Kalyan. Hoi
@dipikagogoi-n1v
@dipikagogoi-n1v 5 ай бұрын
বৰ ভাল লাগিল সাক্ষাৎকাৰটো ।অনুৰাগলৈ অভিনন্দন ।
@ratulbhuyanstutorial9582
@ratulbhuyanstutorial9582 5 ай бұрын
God bless you Anurag.❤
@dipamonichutia5791
@dipamonichutia5791 5 ай бұрын
অনুৰাগ তোমাৰ ভৱিষ্যত জীৱনলৈ শুভকামনা ।
@Kaushik632
@Kaushik632 5 ай бұрын
অনুৰাগলৈ অলেখ শুভ কামনা জনালোঁ। জীৱনৰ বাটত আগুৱাই যোৱা তুমি।🥰
@debikaborpujari6748
@debikaborpujari6748 5 ай бұрын
প্ৰথমেই অনুৰাগ লৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভবিষ্যতৰ বাবে শুভেচ্ছা জনালো। অনুৰাগৰ খোলা কথা খিনিয়ে আন ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিলো। তোমাৰ বাবেও ধন্যবাদ শ্ৰীমন্ত ।
@guwalijaneastgolaghaticds4740
@guwalijaneastgolaghaticds4740 5 ай бұрын
Thank you so much sir sundor podokhep
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 5 ай бұрын
Very great and do up for India 🇮🇳. God bless you.
@RekhaKalita-o3x
@RekhaKalita-o3x 5 ай бұрын
বহুত ধন্যবাদ জনাইছোঁ , সুন্দৰ প্ৰশ্ন আৰু উত্তৰ সমূহৰ জৰিয়তে বহুত উপকৃত হ'ব পাৰিছোঁ ।
@PolyBora-p2k
@PolyBora-p2k 5 ай бұрын
বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই , অনুৰাগলৈ বহুত বহুত শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ , জীৱনৰ লক্ষ্যত উপনীত হওঁক ।
@lipikaborah5298
@lipikaborah5298 5 ай бұрын
মন চুই গ'ল ছাত্ৰজনৰ চিন্তাধাৰা দেখি ৷
@mitumalabaruah344
@mitumalabaruah344 5 ай бұрын
Abhinondon anurag.logote apunalaku dhoynobad jonaisu eman dhunia bartalap r babe
@barnalidutta5866
@barnalidutta5866 5 ай бұрын
অভিনন্দন জনাইছোঁ । তোমাৰ ভবিষ্যত উজ্বল হওঁক। মৰম দিলো।
@bitupandas2114
@bitupandas2114 5 ай бұрын
শুভ কামনা জনালোঁ
@dimpibora6570
@dimpibora6570 5 ай бұрын
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 5 ай бұрын
বৰ ভাল লাগিল গোটেই কথাখিনি। অনুৰাগলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐👏👏👏👏
@LakhiPegu-cl2bq
@LakhiPegu-cl2bq 5 ай бұрын
❤অনুৰাগ❤
@rumisarmah7360
@rumisarmah7360 5 ай бұрын
Khubei vl lagil Apunar f bookt dia queation xodai saw
@rajashreesenclave1846
@rajashreesenclave1846 5 ай бұрын
এনেধৰণৰ ভিডিঅসমূহ প্ৰেৰণাৰ উৎস । ❤
@EduTechIndia-kg6db
@EduTechIndia-kg6db 5 ай бұрын
Congratulations👏 God bless you❤
@rimboruah198
@rimboruah198 5 ай бұрын
Bohut bhal lagil..Agbahii juwa xodai
@dilipsaikia2179
@dilipsaikia2179 5 ай бұрын
Fruitful interview .thanks
@montubora922
@montubora922 5 ай бұрын
Aru agbahi juwa tumi congresss❤🎉
@bitupandas4364
@bitupandas4364 5 ай бұрын
অনুৰাগৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🥰🥰
@user7903
@user7903 5 ай бұрын
A gem from our Jonaki Sangha Vidyalay❤
@phulenmedhi6801
@phulenmedhi6801 5 ай бұрын
Dada R.D sharma kitap khon seba Student or karone useful hoine
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 5 ай бұрын
হয় হয়
@Drawing_favorite
@Drawing_favorite 5 ай бұрын
Bor sundar sir
@MoromDeuri
@MoromDeuri 5 ай бұрын
Bor hundor lagil.upokrito holu .
@AnisorRahman-h8b
@AnisorRahman-h8b 5 ай бұрын
Your...are. Prograce in yourfuturlife
@ankurrajkhanikar4821
@ankurrajkhanikar4821 5 ай бұрын
উজ্বল ভৱিষ্যতৰ কামনা কৰিলো
@mamonisaikia304
@mamonisaikia304 5 ай бұрын
আছলতে অনুৰাগ বহুত জ্ঞানী আছলতে ছাত্ৰ জন জ্ঞানী হলে একুৱে হেঙাৰ হব নুৱাৰে
@ParamaGogoi-bx5ey
@ParamaGogoi-bx5ey 5 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@BhabenSaikia-lq1dj
@BhabenSaikia-lq1dj 5 ай бұрын
Sir apuna pora ata help lagi sel.
@kpoper169
@kpoper169 5 ай бұрын
দাদা বহুত ভাল লাগিল অনুষ্ঠান টো। আমাৰ ছোৱালীয়েও অহাবছৰ লৈ দশম শ্রেণীৰ পৰীক্ষা দিব জোনাকী সংঘ বিদ্যালয়ৰ পৰা।
@binahazarika6206
@binahazarika6206 5 ай бұрын
Bohut val lagil...
@tapanbaruah1006
@tapanbaruah1006 5 ай бұрын
Apunar interview bilak khubei val lage.
@manalishagogoi8510
@manalishagogoi8510 5 ай бұрын
ভাল লাগিল ছাৰ
@jupitaratxchutia5890
@jupitaratxchutia5890 5 ай бұрын
Bor val lagil
@upakul7976
@upakul7976 5 ай бұрын
Dhunia ❤
@prangonnathsumon3681
@prangonnathsumon3681 5 ай бұрын
ছাৰ বহুত ভাল লাগিল
@dilipsaikia2179
@dilipsaikia2179 5 ай бұрын
বহুত ভাল হৈছে
@hemaneog6838
@hemaneog6838 5 ай бұрын
Bhut val lagil .Anurag tumi bhut ugbahi gowa
@nishitabhattacharyya797
@nishitabhattacharyya797 5 ай бұрын
খুব ভাল লাগিল সাক্ষাৎকাৰটো চাই।অনুৰাগে প্ৰতিটো প্ৰশ্নৰ উত্তৰ বৰ সুন্দৰ কৈ দিছে। তেওঁক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে পুথিগত জ্ঞানৰ লগতে সাৱলীল ভাৱে কথা কোৱাৰ কৌশল আয়ত্ব কৰিবলৈ যত্ন কৰা উচিত। অশেষ ধন্যবাদ অনুৰাগ আৰু ইমান সুন্দৰ সাক্ষাৎকাৰ এটা লৈ সকলোকে তেওঁৰ বিষয়ে জানিবলৈ দিয়া বাবে শ্ৰীমন্ত দেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@AnubhaBoruah
@AnubhaBoruah 5 ай бұрын
Bor hundor tumar sintadhara. Tumar bhobisyot ujjol houk.
@lakhiporva6033
@lakhiporva6033 5 ай бұрын
L
@Thegreatestman542
@Thegreatestman542 5 ай бұрын
​@@lakhiporva6033 your life is L
@ManujSoukadhara-bg7zl
@ManujSoukadhara-bg7zl 5 ай бұрын
Vsl lagi)
@babitatamuliborah7986
@babitatamuliborah7986 5 ай бұрын
অতি প্ৰয়োজনীয় সাক্ষাৎকাৰ ‌।অনুৰাগলৈ অলেখ, অযুত শুভকামনা জনালোঁ 💖
@Cløse_To_Infø
@Cløse_To_Infø 5 ай бұрын
Reel motivation 😂
@runumiphukon9231
@runumiphukon9231 5 ай бұрын
ভাল লাগিল ছাৰ
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 46 МЛН
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 85 МЛН
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 21 МЛН
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 46 МЛН