হাজিৰা কৰিবলৈ কাম বিচাৰি যাওঁতে তেওঁ বাটতত লগ পালে এজন বেংকৰ মেনেজাৰক || UPARJAN ||

  Рет қаралды 274,128

UPARJAN

UPARJAN

Күн бұрын

হাজিৰা কৰিবলৈ কাম বিচাৰি যাওঁতে তেওঁ বাটতত লগ পালে এজন বেংকৰ মেনেজাৰক || UPARJAN ||
মেনেজাৰ জনে তেওঁক দিলে ১২ হেজাক টকাৰ এটা ঋণ
সেই টকা কেইটা লৈয়ে তেওঁ আঠ বিঘা মাটিত আৰম্ভ কৰিলে কৃষিকৰ্ম
কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁ এতিয়া ৫০ বিঘা কৃষি ভূমিৰ মালিক
Contact Us - 9101735732
uparjan.in
------------------------------
Chill Guitar / Flamingo by Lesion X / lesionxbeats
Creative Commons - Attribution 3.0 Unported - CC BY 3.0
Free Download / Stream: bit.ly/flaming...
Music promoted by Audio Library
• Chill Guitar / Fl...
------------------------------
🎵 Track Info:
Title: Chill Guitar / Flamingo by Lesion X
Genre and Mood: Pop + Calm
---
🎧 Available on:
SoundCloud: / f. .
Spotify: Soon...
iTunes: Soon...
KZbin:
• Lesion X - Flamingo
Google Play: Soon...
---
😊 Contact the Artist:
lesionxrecords@gmail.com
/ lesionxbeats
/ lesionxbeats
/ lesionxbeats
/ lesionxbeats

Пікірлер: 150
@harikantaphukan2784
@harikantaphukan2784 7 ай бұрын
আপোনাৰ দৰে মানুহবোৰ জাতিৰ সম্পদ হয়। ধন্যবাদ।
@WrituponWritupon
@WrituponWritupon 5 ай бұрын
Sundor anubhav.
@Samudrasarania
@Samudrasarania Жыл бұрын
Thanks val lagil
@achajya
@achajya 11 ай бұрын
Truely Inspiring
@Sumibora-ho6qm
@Sumibora-ho6qm Жыл бұрын
Val lagil 🙏
@itsmehyt5506
@itsmehyt5506 7 ай бұрын
bahut bahut dhanyabad
@Sumivlogs74
@Sumivlogs74 2 ай бұрын
Bhal lagil 🙏
@atulregon6841
@atulregon6841 Жыл бұрын
দাদাৰ কথাত আপ্লুত হলো।ধন্যবাদ।
@KarabiDevi-r3b
@KarabiDevi-r3b 7 ай бұрын
সুন্দৰ আপোনাৰ কৰ্ম ।
@gunakantabaruah1988
@gunakantabaruah1988 Жыл бұрын
আপুনি এজন ভাল আদৰ্শ। বহুত ভাল লাগিল দাদা।
@BasantaBhuyan-qo7mx
@BasantaBhuyan-qo7mx 7 ай бұрын
Apunak log pabole mon goise
@bijoyhandique578
@bijoyhandique578 7 ай бұрын
🙏
@SadanandaRoy-rt2fo
@SadanandaRoy-rt2fo Жыл бұрын
❤❤❤mor pora sewa jonalo
@abharanisonowal3099
@abharanisonowal3099 Жыл бұрын
Dhonyo bad
@deepgogoi7643
@deepgogoi7643 7 ай бұрын
Love you daideo
@nabachoudhury297
@nabachoudhury297 Жыл бұрын
God bless You Khura Bhagabane Teuk Kripa Xodaye karak
@ghanashyamborah1063
@ghanashyamborah1063 7 ай бұрын
Great and valuable dialogue was given by former respected PM of India Late Lal Bahadur Shastri Ji "JOY JAWAN JOY KISHAN" so Kishan is not small. We should respect all Kishans of our Country.
@jyotirmoychamuah8344
@jyotirmoychamuah8344 Жыл бұрын
Salute that bank manager...
@digantadutta6221
@digantadutta6221 2 ай бұрын
❤❤❤❤🙏🙏🙏🙏
@bhartibharma6077
@bhartibharma6077 Жыл бұрын
Very good
@7gc970
@7gc970 Жыл бұрын
এতিয়া আপোনাৰ দৰে মানুহ আমাৰ সমাজত অতি দৰকা আপোনাৰ লোকৰ দৰে কৃষকে আমাৰ মানুহ বোৰ জিয়াই ৰাখিছে জিমান চৰকাৰীৰ চাকৰিৰ কৰিলেউ কৃষক নহলে কোনো জিয়াই থাকিব নোৱাৰে । কৃষক সকলৰ আখন বহুত উপৰত ।
@gopalkrishnadas3754
@gopalkrishnadas3754 Жыл бұрын
Great person.I salute you uncle.
@DibakarJAB
@DibakarJAB 7 ай бұрын
আপুনি প্ৰেৰণৰ উৎস হৈ জিলিকি থাকক,, যুৱক সকল আগুৱাই আহিব লাগে
@nilutpalrajkumar2731
@nilutpalrajkumar2731 Жыл бұрын
সুন্দৰ, আদৰ্শ ব্যক্তি, আপোনাৰ কৰ্মক চেলুৎ জনাইছোঁ।মোক ইনছুলিন গছৰ পুলি এটা লাগিছিল , কেনেকৈ, ক'ত পাম?
@mridulkumarborah4181
@mridulkumarborah4181 Жыл бұрын
Jibonor safalatar Adarsha bykti aponee,dhanyabad.
@ankurgoswami5327
@ankurgoswami5327 Жыл бұрын
You are a very good KZbin per❤
@debojitahomrk6645
@debojitahomrk6645 Жыл бұрын
তেখেত মোৰ বৰদেউতা । খেতি বাতি কৰি ভালপোৱা এজনলোক 😍😍
@b.jgogoi9698
@b.jgogoi9698 Жыл бұрын
তেখেতক মই দেখিছোঁ। মই নামৰূপৰ । তেখেতৰ কথা বিলাক বহুত ভাল লাগিল
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 Жыл бұрын
Khube bhal lagil. Matir manuh. Thank you kakaideu.
@bipulkakati9440
@bipulkakati9440 Жыл бұрын
জয়দৎ কোঁৱৰলৈ শুভেচ্চা জনালো লগতে তেখেতৰ উন্নতিৰ জখলাত বগাই যোৱাৰ নেপথ্যৰ সেই বেঙ্ক পৰিচালক গৰাকীৰ ভূমিকা অৰ্থাৎ কোঁৱৰৰ স্বনিয়োজনৰ বাবে স্বইচ্ছাই যি সেৱা আগবঢ়ালে সেয়া আজিৰ দিনত বিৰল ,মুঠতে তেনে নিস্বাৰ্থ ব্যক্তি নাই //মই সেইজন মহান পুৰুষলৈ অশেষ ধন্যবাদ জনালো,যাতে পুৰুষজনৰ আদৰ্শ-কৰ্ত্তব্য আজিৰ প্ৰজন্মই গ্ৰহন কৰক//এয়ে কামনা //
@mdoley5126
@mdoley5126 Жыл бұрын
, বহুত ভাল এইয়াই প্রকৃত খেতিয়ক। এই আমিয়ো কৰো চাকৰি কেলৈ।
@Nijara
@Nijara Жыл бұрын
Right
@Devarthagohain779
@Devarthagohain779 Жыл бұрын
❤❤
@ajoybora1301
@ajoybora1301 Жыл бұрын
Katha bor bhalla lagil moja
@mallavkonwar2556
@mallavkonwar2556 Жыл бұрын
Excellent
@sandhyalikhanikar6884
@sandhyalikhanikar6884 Жыл бұрын
কোঁৱৰ ককাইদেউৰ কথাখিনি শুনি ভাল লাগিল।
@gogoi12359
@gogoi12359 Жыл бұрын
মানুহ জন বৰ ভাল লাগিল।কেদম সঁচা মানুহ। একদম নিভাজ।
@mriduldwarah94
@mriduldwarah94 Жыл бұрын
বৰ সুন্দৰ মনৰ মানুহ। ভাল লাগিল কথা বোৰ।
@ilimasaikia1908
@ilimasaikia1908 Жыл бұрын
Insulin plant jupa bhal koi dekhai dibone. Sini nepau hei babe.
@himadriboruah4849
@himadriboruah4849 Жыл бұрын
জুইয়ে পোৰা সোণ 👍👍👍
@Nijara
@Nijara Жыл бұрын
Right 👍
@monowarhussain9345
@monowarhussain9345 Жыл бұрын
♥️♥️♥️♥️
@poligogoi1997
@poligogoi1997 Жыл бұрын
God bless you❤❤❤❤❤
@geeatwalideka796
@geeatwalideka796 Жыл бұрын
আপোনাৰ সততা কৰ্মস্পৃহা আৰুপৰিশ্ৰমৰ বাবেই এয়া সম্ভৱ হৈছে৷সকলোৰে বাবে আদৰ্শ৷
@diliphazarika929
@diliphazarika929 Жыл бұрын
Thanks to Joidot Konwar .Wel Done....
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Bahut bahut thanks kakai.
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
আপুনি নতুন প্ৰজন্মক ভাল আৰ্হি দেখুৱাইছে।
@sajidzamal3206
@sajidzamal3206 Жыл бұрын
Best video দদাই দেও আজিৰ প্ৰজন্মৰ বাবে এক আদৰ্শ।
@pankajgogoi5395
@pankajgogoi5395 Жыл бұрын
Very good very very nice thank you so much beautiful 💕💕💕 sapuni aru aguai jaouk God bless you
@anupamsarmavlog7785
@anupamsarmavlog7785 Жыл бұрын
Bor val lagil kothakhini Jani, pronam.
@trailukyachangmai7789
@trailukyachangmai7789 Жыл бұрын
Thanks
@mrinalhandique5217
@mrinalhandique5217 Жыл бұрын
🙏🙏
@hemantaphukon7578
@hemantaphukon7578 Жыл бұрын
ধন্যবাদ দদাই
@hemantadutta7443
@hemantadutta7443 Жыл бұрын
জয়দং দায়ে এতিয়া সেই বেঙ্কৰ বিষয়া জনক লগ কৰেনে বা কথা বতৰা হয়নে ৷
@rekhaphukan5617
@rekhaphukan5617 Жыл бұрын
আছলতে সেইজন বেংক মেনেজাৰ নাছিল আছিল এজন ভগবান যিজনে কৃষকজনক আলাউদিনৰ চাকিটো দিলে।
@hindustanzindabad4646
@hindustanzindabad4646 Жыл бұрын
Kun nu alauddin ?
@mohanchandrakalita362
@mohanchandrakalita362 7 ай бұрын
Ajon drakhya adarsaban khetiyak. Tekhetor Susaitha aru dighaiu kamana karilu.
@AmalBasumatari-bm7fo
@AmalBasumatari-bm7fo Жыл бұрын
Thank you .
@jyotishmoyborah1160
@jyotishmoyborah1160 Жыл бұрын
Dada teur mati ase kiman
@SanuAmphi-hh2ri
@SanuAmphi-hh2ri Жыл бұрын
Dada apuni bank r loan kenekoi lobo pari video bonabosun
@guneswargogoi1246
@guneswargogoi1246 Жыл бұрын
ভাল লাগিল video টো চাই।
@rijumonikonwar9069
@rijumonikonwar9069 Жыл бұрын
অভিনন্দন জনালোঁ
@dinabandhu9827
@dinabandhu9827 Жыл бұрын
জইদং কোৱৰ ডাঙৰীয়া, আপুনি বেংক মেনেজাৰ জনক ধন্যবাদ দিছে নে নাই??? সেইটো হে অচল কথা 😞😞😞
@sashankagogoi2023
@sashankagogoi2023 Жыл бұрын
Hundor💖💖
@KishorkumarBhuyan-di3lt
@KishorkumarBhuyan-di3lt Жыл бұрын
👍👍
@basisthaacharya6590
@basisthaacharya6590 Жыл бұрын
ধন্যবাদ দদাইদেউ, আপোনাৰ এই আদৰ্শ‌ই কৃষিৰ প্ৰতি আগ্ৰহী বহুতকে আকৰ্ষিত কৰিব। এজন আত্মনিৰ্ভৰশীল কৃষক হিচাবে আপোনালৈ অভিনন্দন জনালো।🙏🙏🙏।
@satyajitbaruah4735
@satyajitbaruah4735 Жыл бұрын
God bless you
@nitukhan5883
@nitukhan5883 Жыл бұрын
Very very good👍
@nirubora-xq7rh
@nirubora-xq7rh Жыл бұрын
Val lagil , sorai puwali kenekoi pam
@krishnagogoi1657
@krishnagogoi1657 Жыл бұрын
বহুত ভাল লাগিল | যিদিনা আপুনি দত্ত দাৰ ঘৰলৈ আহিছিল মোক আপুনি গাড়ী ৰখাই সুধিছিল | তেখেতৰ ঘৰ ৰাঙলীলৈ কোন ফালে যায় বুলি সুধিছিল | মই আপোনাক কৈছিলো নেওগ দা নহয় জানো বুলি | আপুনি সিদিনা নামৰূপৰ পৰা আহিছিল |
@uparjan1873
@uparjan1873 Жыл бұрын
thank you
@jitumohan-lr8hn
@jitumohan-lr8hn Жыл бұрын
Bohut bhal lagil
@jebinsultana5213
@jebinsultana5213 Жыл бұрын
Khatiyokok xonam koribo lage karon khatiyok r karone ami jiyai asu khetiyok amar porom bondhu❤
@mathewslakra4039
@mathewslakra4039 Жыл бұрын
Apuni amar karone adorho
@manashjyotihazarika6968
@manashjyotihazarika6968 Жыл бұрын
Val moi oti agroxhi apunar kotha aru kostok loi.
@anantasonowal6711
@anantasonowal6711 Жыл бұрын
Thanks 🙏
@babulgogoi9309
@babulgogoi9309 Жыл бұрын
Bahut vall lagil
@purbajyotidoley5768
@purbajyotidoley5768 Жыл бұрын
God job 👍
@preetirekhaborah7834
@preetirekhaborah7834 Жыл бұрын
Xosai bht bhal lagil..
@hemantadutta7443
@hemantadutta7443 Жыл бұрын
জয়দং কোৱৰ দেবলৈ শুভেচ্ছা জনালো লগতে সেই বেঙ্কৰ বিষয়া জনলৈকো ধন্যবাদ জনালো কাৰণ তেওঁ সহায় নকৰা হেতেন আজি জয়দং দা দেখা নাপালো হতেন ৷
@hindustanzindabad4646
@hindustanzindabad4646 Жыл бұрын
Eman mati kot nu pam hoi .
@bhaskarjyotisonowal1535
@bhaskarjyotisonowal1535 Жыл бұрын
I salute that bank maneger
@ArabindaBorah-i5b
@ArabindaBorah-i5b Жыл бұрын
ময়ো এজন খেতিয়ক ১০/১২ হাজাৰ টকাৰে কোনো খেতিয়কে ইমানখিনি আগুৱাই যাৱ নোৱাৰে ৷ পুখুৰী বাগান তাত বনাব নোৱাৰে ৷ কিয় যানেনে ? কেই বছৰ হাজিৰা কৰিলে তেখেতে ৷১০/১২ হাজাৰ টকা পাই তেখেতে কিমানবিঘা খেতি কৰিছিল? মাতি ক’ত পাইছিল? হাল কিহেৰে বাইছিল ? কঠীয়া ক’ত পাইছিল ?সাৰ _পানী _ভেটা বা জেওৰা ক’ত পাইছিল? তাৰ উপৰিও কেতিয়াবা খৰাং কেতিয়াবা বানপানীৰ উভইনদি ৷ ইফালে খেতিদৰা ভৰপক দিবৰ সময়ত বনৰিয়া হাতিয়ে আহি তহিলং কৰা আছেই? গতিকে এই অসুবিধাবোৰ আমাৰ সচাই আৰু সদাই হয়তো থাকিব খেতিয়কৰ কাৰণে ৷ আবেগত লিখিলো ৷খেতিয়ক হিছাপে ৷ মোৰ ভূল হ’লে আপুনি শুধৰাই ল’ৱ ৷
@nabingogoi8689
@nabingogoi8689 Жыл бұрын
সমাজত এজন আদৰ্শৱান লোক হিচাৱে জীয়াই থকাৰ আকাংক্ষাই মানুহক সৎ পথেৰে আগুৱাই নিৱ । প্ৰখ্যাৎ সাহিত্যিক হোমেন বৰগোহাঁইদেৱৰ মতে প্ৰায়বোৰ মানুহৰ জীৱনত বিভিন্ন কাৰণত হতাশাগ্ৰস্ত হৈ নিজকে শেষ কৰি দিয়াৰ দৰে ভয়ঙ্কৰ নেতিবাচক চিন্তা আহে ।যিটো তেখেতৰো আহিছিল বুলি কৰবাত লিখি থৈ গৈছিল ।কিন্তু তাক অতিক্ৰম কৰি এক সফল জীৱন গঢ়ি তোলাটোয়েই এক মহৎ আদৰ্শ ।যিটো হোমেন বৰ গোহাঁইদেৱেও দেখুৱাই থৈ গৈছে আৰু আপুনি শ্ৰীযুত জয়দৎ কোৱঁৰ ডাঙৰীয়াইও দেখুৱাইছে ।আপোনালৈ অভিনন্দন জনালোঁ ।সদৃচ্ছা থকাজনক ভগৱানেও সহায় কৰে ।ভগৱানে তেওঁৰ ভকতক সদায় সংকটৰ পৰা উদ্ধাৰ কৰি আহিছে ।
@niranjannath9669
@niranjannath9669 Жыл бұрын
U R great❤❤❤❤❤
@rajibkumarsingha6003
@rajibkumarsingha6003 Жыл бұрын
Dhainobad
@bikramsaikia7906
@bikramsaikia7906 Жыл бұрын
This channel is my favourite. Love from karbi anglong diphu.
@uparjan1873
@uparjan1873 Жыл бұрын
thank you
@Nijara
@Nijara Жыл бұрын
Val lagil ❤️
@krishnabharalikrishna7932
@krishnabharalikrishna7932 Жыл бұрын
Mur brta hoi .bohut val brta Jon hokoluke bohut morom kore. Mur mar ghr tar hoi . Tingkhong college or pora 9 k m man jabo Lage pwali pothar koi Gau khon.
@ankitakoch8707
@ankitakoch8707 Жыл бұрын
Bhal manuhor bhal sinta aru bhal bhobishot..
@athleticsaction4544
@athleticsaction4544 Жыл бұрын
Sir address tu jonabo sunn
@prasannakumaradhikari2625
@prasannakumaradhikari2625 Жыл бұрын
Really a great job you have done. Thanks.
@debasishborah883
@debasishborah883 Жыл бұрын
Hundor axomia karone apuni ajon adorkhoban biyokti
@fun4538
@fun4538 11 ай бұрын
Ako buly mati ai ny 50bigha bgn kotlogaly daiti
@RintuBora-lx4ri
@RintuBora-lx4ri Жыл бұрын
Anekuya vidio edit nokoribo dairekt dibo
@progamer9666
@progamer9666 Жыл бұрын
Truly inspired story❤❤❤thumbs up to u👍👍
@ranjuhazarika3695
@ranjuhazarika3695 Жыл бұрын
Dekhie imn vl lagise
@bhrigukalita6479
@bhrigukalita6479 Жыл бұрын
👍👍
@hopeheaven2925
@hopeheaven2925 Жыл бұрын
Really too beautiful ❤️
@nipanborah3150
@nipanborah3150 Жыл бұрын
মই আপোনাৰ ভিদিঅ বোৰ নিয়মিত কৈ চাও ছাই ভাল লাগে এটা কথা কও নেটৱক মাৰকেটিং দায়ৰেক্ট ছেলিং ব্যৱসায় কৰি অসমত বহুত লোকে সংস্থাপনৰ পথ দেখিছে, এই ব্যৱসায়ত বিশেষ টকা নোহোৱাকৈ ব্যৱসায় কৰি মানুহে সফলতা পাব পাৰে , বৰ্তমান সময়ত সংস্থাপন হিনতা নিবনুৱা সমস্যাই জোৰোলা কৰা এই সময়ত দাৰৰেক্ট চেলিং ব্যৱসায়ে এটা ইয়াৰ সমাধান হব পাৰে ,অসমত এই ব্যৱসায় লগত জৰিত হৈ বহুত ব্যক্তি নিজেও সংস্থাপিত হৈছে আনকো সংস্থাপিত কৰিছে এই ব্যৱসায় লগত জৰিত লোক সকলৰ সাক্ষাৎকাৰ লব বহুত যুৱকে প্ৰৰনা পাই এই দিশত আগুৱাই যাব ,মোৰ অনুৰাধ ।
@woman178
@woman178 Жыл бұрын
Your smartness is overloaded in the world with the community here in india
@RanuBuragohain-h2z
@RanuBuragohain-h2z Жыл бұрын
Goog
@gautamdasgautamdas5225
@gautamdasgautamdas5225 Жыл бұрын
Dada jibant sangham korible sesta korib haday. Jiban ses korib nibisarib . Karan jiban abar he pay
@dipenloyingassam
@dipenloyingassam Жыл бұрын
❤❤❤❤❤
@DulumaniDaimary
@DulumaniDaimary Жыл бұрын
E mur sobte los nai muio hekh
@pulakbro3152
@pulakbro3152 Жыл бұрын
12000 tokare 7bigha pukhuri khandile/ 50 bigha tea Bagan mati kinile ne sah puli logale...... ????😇🙄
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 17 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 36 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 185 М.
APARADHI AN ASSAMESE MOVIE FROM MAJULI Subscribe to my channel
1:06:42
Lakhyajit Hazarika
Рет қаралды 281 М.