ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |

  Рет қаралды 1,826

Lohor-লহৰ

Lohor-লহৰ

Күн бұрын

Пікірлер: 23
@pranjalbania9210
@pranjalbania9210 8 ай бұрын
Kom taali neki ...... Size2.... Val lagil kokaideu
@pranjalbania9210
@pranjalbania9210 8 ай бұрын
Lohori luhura2. K GirGira bli koi neki,,, jonabosun
@Parthopratimebarman2010
@Parthopratimebarman2010 8 ай бұрын
খুৰা আপোনাৰ পিছ ফালে প্ৰায় তবলা দেখে আপোনি যদি পাৰে তবলা ও A to Z শিকাৱ চুন🙏🙏
@TeamLohorGolaghat
@TeamLohorGolaghat 8 ай бұрын
😊😊 মই তবলা বজাওঁ কিন্তু তবলাৰ শিক্ষা সম্পূৰ্ণ নহ'ল। এতিয়া শিকিহে আছো।
@Parthopratimebarman2010
@Parthopratimebarman2010 8 ай бұрын
@@TeamLohorGolaghat যিখিনি। শিকিলে শিখিনি শিকাব চুন 🙏
@ratulrishi
@ratulrishi 8 ай бұрын
Luhiriluhuratu xikai dibo nki?
@TeamLohorGolaghat
@TeamLohorGolaghat 8 ай бұрын
লুহুৰি-লুহুৰা, কুহাখিতি, দঘিৰিখি আদি বোল বজাওঁতে দুয়োখন হাত সমানে সঞ্চালন হয়, পৰবৰ্তী ভিডিঅ'ত এই বিষয়ে জনাবলৈ চেষ্টা কৰিম 🙏🏻
@ratulrishi
@ratulrishi 8 ай бұрын
@@TeamLohorGolaghat dhonyobad. Porborti videot nissoi xikai dibo buli axaa rakhilu.
@DalimegogoiDg
@DalimegogoiDg 8 ай бұрын
🥰🥰🥰💖💕💞💞💖🥰💞💖💞❤
@theaesthetic5484
@theaesthetic5484 8 ай бұрын
@boraaaaah
@boraaaaah 8 ай бұрын
Please susoni tutorial bonabo
@TeamLohorGolaghat
@TeamLohorGolaghat 8 ай бұрын
পৰবৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম
@boraaaaah
@boraaaaah 8 ай бұрын
@@TeamLohorGolaghat Ok
@kmtechinfo6265
@kmtechinfo6265 8 ай бұрын
দাদা নমস্কাৰ,কথা এটা খোকোজা লাগিছে প্লাক প্লাক কয় নে থাক থাক কয় ।বেলেগ video এটাত পাইছিলো।আৰু ঢোল পিছি মিৰিদাও এই বোৰ ও তেওঁ অলপ বেলেগকৈ কৈছিল ভালকৈ জনাবচোন।
@TeamLohorGolaghat
@TeamLohorGolaghat 8 ай бұрын
মন্তব্যৰ বাবে ধন্যবাদ জনাইছো 🙏🏻 আচলতে ঢোলৰ বোলা সমুহৰ উচ্চাৰণ বাদনৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ প্ৰয়োজন আছে বুলি ভাবো। বাদন শৈলী একে হ'লেও ঠাই বিশেষে ইয়াৰ উচ্চাৰণত পাৰ্থক্য দেখা যায়। আগলৈ বহলাই জনাবলৈ চেষ্টা কৰিম 🙏🏻
@kmtechinfo6265
@kmtechinfo6265 8 ай бұрын
@@TeamLohorGolaghatপাৰিলে video আকাৰে বহলভাৱে জনাবচোন।
@Jaiaiiaxom123
@Jaiaiiaxom123 7 ай бұрын
Seu bilak likhi dibosun
@arunbora8965
@arunbora8965 8 ай бұрын
Dada Apunr nombor2 pam neki plz
@TeamLohorGolaghat
@TeamLohorGolaghat 8 ай бұрын
contactteamlohor@gmail.com
@assamboyzpk8087
@assamboyzpk8087 8 ай бұрын
খুৰা মই আপোনাৰ বেছিভাগ ভিডিও চাওঁ,,,আপোনাৰ cont nmbr tu pam neki
@PodinaDeka
@PodinaDeka 8 ай бұрын
Dada luhuriluhura tu val ke definition di diok sn plz plz plz
@xSamiran
@xSamiran 8 ай бұрын
এইটো মইও বেলেগকে পাইছো গিৰগিৰা বোলি ধিন+ঘেন+খিত+টিলৌ+ঘেন+খিত+দাওঁ দি বজাই বোলে।
@pranjalbania9210
@pranjalbania9210 Ай бұрын
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
আমি বহুদিন ধরিয়া || AMI BOHU DIN DORIYEA || শফিক সিরাজ
25:39
কাদরিয়া ভান্ডার বাবা সিরাজ শাহ্'র আস্তানা
Рет қаралды 219 М.
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН