Пікірлер
@SumiBaishya-g6q
@SumiBaishya-g6q Сағат бұрын
Bohut dhuniya lagise❤❤❤❤
@rajitcreation6123
@rajitcreation6123 8 сағат бұрын
Dihanam r bajana dibo sun.
@birendranathgogoi6830
@birendranathgogoi6830 9 сағат бұрын
ভাল লাগিল প্ৰভু। কৃষ্ণ কৃষ্ণ।
@birendranathgogoi6830
@birendranathgogoi6830 9 сағат бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু । পৰম্পৰাগত সুৰভাগ শুনি ভাল লাগিল । ধন্যবাদ।
@SDevi-i4t
@SDevi-i4t 23 сағат бұрын
Sir dhanayabad
@prasannabora7644
@prasannabora7644 Күн бұрын
Apuni bohut dinor mure mure diye....olp hunkale dibo....nohole mamuhe pahori jabo..views kom hobo apunar
@TeamLohorGolaghat
@TeamLohorGolaghat Күн бұрын
কথাটো হয় বাৰু 😊 কিন্তু কৰ্ম ব্যস্ততাৰ মাজত ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হয় যে সেই কাৰণে অলপ দেৰি হয়।
@prasannabora7644
@prasannabora7644 23 сағат бұрын
@@TeamLohorGolaghat umm......heitu hoi baru....kintu......Hoptahot dutaman dibole sesta koribo.......Kothatu kuwar babe beya napabo....
@TeamLohorGolaghat
@TeamLohorGolaghat 7 сағат бұрын
অলপো বেয়া নাপাও, আপোনালোকে বিচৰা মতে ভিডিঅ' দিব পৰিলেই আমি সুখী।
@BubuBordoloi-g4q
@BubuBordoloi-g4q Күн бұрын
সুন্দৰ
@kholilurrahman1828
@kholilurrahman1828 Күн бұрын
কৃষ্ণ
@norenrajbongshi4978
@norenrajbongshi4978 Күн бұрын
❤❤hoi hoi
@BitupanSaikia-h1u
@BitupanSaikia-h1u 3 күн бұрын
Rupganjal khn dbo sun
@BiplabkrDas-w7s
@BiplabkrDas-w7s 3 күн бұрын
❤❤❤
@BiplabkrDas-w7s
@BiplabkrDas-w7s 3 күн бұрын
❤❤❤
@mybrother4944
@mybrother4944 3 күн бұрын
Sir kripanga upanga sluk tu sew nyy niki ase jodi dibo sun sir❤
@TeamLohorGolaghat
@TeamLohorGolaghat 3 күн бұрын
দিম বাৰু 😊
@mybrother4944
@mybrother4944 18 сағат бұрын
@@TeamLohorGolaghat please sir moi bohut dinor pora rokhi asu please contact number tu ka dibo sun 🥺
@hemantabharti9184
@hemantabharti9184 3 күн бұрын
কৃষ্ণ।
@hemchandrahazarika5509
@hemchandrahazarika5509 4 күн бұрын
🙏🙏🙏
@user-dj2cv6gk8p
@user-dj2cv6gk8p 5 күн бұрын
Aru hunkale dibo sun pls
@user-dj2cv6gk8p
@user-dj2cv6gk8p 5 күн бұрын
Tal kharmon pls
@bolinphukan6994
@bolinphukan6994 5 күн бұрын
আপোনাৰ নাম টো কি ❤
@bipulsaikia9220
@bipulsaikia9220 6 күн бұрын
কৃষ্ণ কৃষ্ণ
@anilchatia5868
@anilchatia5868 6 күн бұрын
ইতিহাস প্ৰমাণ ভগৱান কৃষ্ণ দেৱৰ জীৱন কালৰ বিষয়ে আমি সকলোৱে জানো পঞ্চপাণ্ডৱ গোটেই জীৱন কৃষ্ণ দেৱৰ লগতে নিৰ্বাহ হয় অলপ গভীৰতাৰ দৃষ্টিৰে চালে পাণ্ডৱৰ সম্পূৰ্ণ জীৱন দুখ কষ্টেৰে ভৰা l আজি সমাজৰ ধৰ্ম পথ পদৰ্শ হৈ থকা পণ্ডিত বিদুৱান সকলে কৃষ্ণ ভক্তি কৃষ্ণ নামৰ বাদে আৰু নাজানে l পাণ্ডৱক কৃষ্ণ দেৱে দেহ ত্যাগ কৰা আগ মুহূৰ্তত কি আদেশ কৰিলে lধৰ্ম প্ৰাণ সকলৰ কলিজা কপিব জানিলে কৃষ্ণ ভগৱানে কলে পাণ্ডৱ তোমালোক মোৰ অতি প্ৰিয় গতীকেলৈ মোৰ অন্তিম অাজ্ঞা পালন কৰা তোমালোকৰ মহাভাৰত যুদ্ধত বহুত পাপ কৰিলা এই পাপখণ্ড কৰিবলৈ ৰাজ্য এৰি হিমালয়ত তপস্যা কৰি দেহ ত্যাগ কৰা l ভগৱান এই আদেশ পাই অৰ্জুন হিয়াদুকি কাণ্ডিলে নিজৰ হাতযোৰ কৰিভাগৱনক সুধিলে প্ৰভু গীতা জ্ঞান কোৱা সময়ত গীতা অধ্যায় 2 শ্লোক 37*38 অৰ্জুন তোমাৰ দুই হাতত লাড়ু আছে যুদ্ধ জিকিলে ৰাজ্য ভোগ কৰিবা আৰু মৃত্যু হলে স্বৰ্গ প্ৰাপ্ত হব আমিটো নাই ৰাজ্য ভোগ কৰিলোঁ নাই স্বৰ্গ পাপ্তি হলো ভগৱান আপুনি আমাৰ লগত কিয় এনে কৰিলে l কৃষ্ণ দেৱ চকুলো টুকি কলে অৰ্জুন আমাক আগুচৰ শক্তিয়ে পৰিচালনা কৰি আছে মই নাজানো তোমালোকৰ গুৰু অন্তিম আদেশ পালন কৰা কথা হল কৃষ্ণ ভাৱানে সাক্ষাৎ থাকি পাণ্ডৱ সাধাৰণ স্বৰ্গ।প্ৰাপ্ত কৰাব নোৱাৰিলে আজি ভকত সমাজে হেই কৃষ্ণ দেৱৰ নাম গুণ গান কৰি আজিলৈকে কোনো ধৰ্ম প্ৰাণৰ কল্যাণ সাধিছে যিহেতু আমাৰ প্রবিত্ৰ শাস্ত্ৰ তত্ত্ব জ্ঞানক বুজাব পৰা তত্ত্ব দৰ্শি সন্ত ৰ শৰণনত যাব লাগিব মাধৱ দেৱে নিজৰ বানিত কয় অজ্ঞান অন্ধাৰে পৰীয়া জীৱৰ জ্ঞান পথ ভৈল নাশ নাম অঞ্জনিয়া বিনে নাপায় হৰি পাশ ঘোষাত মাধৱ দেৱে বাৰ বাৰ শাস্ত্ৰ গুৰু কথা উল্লেখ কৰিছে গুৰু দুজনাৰ অন্তিম সিধান্ত প্রাবিত্ৰ ঘোষা ধাৰ্মিক মাৰ্গৰ সমাজৰ বাবে আত্মা কল্যাণ কৰাৰ পথ সুলভ কৰিছে মহাপুৰুষৰ বাণী অৰ্থক নজনা বাবে আজি এই অৱস্থা l ধাৰ্মিক সজন সকললৈ আমাৰ অনুৰোধ আৰু হাত যোৰ কৰি প্ৰাথনা নিজৰ আত্মা কলায়ানৰ বাবে গুৰুত্ব দিব নিস্বাৰ্থ ভাৱে
@TeamLohorGolaghat
@TeamLohorGolaghat 6 күн бұрын
বাপ আপোনাৰ জ্ঞানৰ গভিৰতাক প্ৰণাম🙏🏻
@hridoyborah4566
@hridoyborah4566 6 күн бұрын
অতি সুন্দৰ। খৰমান তাল খন দিবলৈ চেষ্টা কৰিব।
@rajibbora1813
@rajibbora1813 6 күн бұрын
ৰাম কৃষ সেৱা কৰিলো🎉
@PadmapaniMahanta
@PadmapaniMahanta 7 күн бұрын
বৰতা বৰগীত ভাগ গায় বজায় দিব।
@jitusaikia8532
@jitusaikia8532 9 күн бұрын
Sluk vul hoise
@Assamesesong-r5t
@Assamesesong-r5t 9 күн бұрын
কৃষ্ণ
@jonalitalukdar8383
@jonalitalukdar8383 9 күн бұрын
Krishna krishna
@MakhoniHazarika
@MakhoniHazarika 10 күн бұрын
Krishna
@MonimaBhagawati-lt8ze
@MonimaBhagawati-lt8ze 10 күн бұрын
Krishna
@bogadhargogoi720
@bogadhargogoi720 10 күн бұрын
কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏
@AliBorah-ne5ok
@AliBorah-ne5ok 10 күн бұрын
🙏🙏🙏
@PahariChamuah
@PahariChamuah 10 күн бұрын
একবিংশ অধ্যায় টি আগবঢ়াৱ কৃষ্ণ
@hridoyborah4566
@hridoyborah4566 11 күн бұрын
আমাৰ অনুৰোধ ৰক্ষা কৰা বাবে বহুত বহুত ধন্যবাদ।
@TeamLohorGolaghat
@TeamLohorGolaghat 11 күн бұрын
🙏🏻 আপোনালোক উপকৃত হোৱাত আমি সুখী 🥰 পদ্ধতিগত ধৰমযতি তালখনো সোনকালেই আগবঢ়াম।
@hridoyborah4566
@hridoyborah4566 10 күн бұрын
আউনীআটী সত্ৰৰ ধৰমযতি তাল খন দিব।যি খন ভাওনা প্ৰৱেশত ব্যৱহাৰ কৰা হয়।
@nandiramdeka6218
@nandiramdeka6218 11 күн бұрын
ৰাম কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 11 күн бұрын
বাপ জনা স্তুতি সুৰ, সাৰেং সুৰ সমুহ দিব
@swarnapachani4653
@swarnapachani4653 11 күн бұрын
Krishna Krishna.
@prodiprajkhowa2396
@prodiprajkhowa2396 12 күн бұрын
Jaya Hari bula Jaya ram bula Bihu husorit hudha hoise ne ? Bihu husorit sankordevor agote asshibad kenekuwa asile jobabo
@sunitatamuli8042
@sunitatamuli8042 12 күн бұрын
Krishna Krishna
@gobinsharma7346
@gobinsharma7346 13 күн бұрын
অতি উত্তম ব্যবস্থা. ধন্যবাদ. (শুধৰণি )
@gobinsharma7346
@gobinsharma7346 13 күн бұрын
?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।
@mkvlogsdhemaji1297
@mkvlogsdhemaji1297 13 күн бұрын
Tal kharman dibo paribo ni
@TeamLohorGolaghat
@TeamLohorGolaghat 13 күн бұрын
চেষ্টা কৰিম বাৰু
@bhupenkalita8703
@bhupenkalita8703 13 күн бұрын
ভাগবত আৰু গীতা ৰ সুৰ কেনেকুৱা হব?এবাৰ কলে সুখী হম।
@ArponaBora-o2p
@ArponaBora-o2p 14 күн бұрын
Krishna
@dipalibhuyan9419
@dipalibhuyan9419 14 күн бұрын
Krishna krishna dewta apunar sur bilake suni bor bhal lagil maje somoya apuni vi. Di thakiba
@Anurag_boruah
@Anurag_boruah 14 күн бұрын
Thank you sir moi bohut bisari asilu❤❤❤❤❤
@nirupomaborah1920
@nirupomaborah1920 15 күн бұрын
কৃষ্ণ কৃষ্ণ
@sanjibChutia-j9z
@sanjibChutia-j9z 15 күн бұрын
সুন্দৰ হৈছে। ঠাই বিশেষে সুৰ অলপ বেলেগ হয়।
@TeamLohorGolaghat
@TeamLohorGolaghat 15 күн бұрын
নিশ্চয় 🙏🏻
@ashimraj2536
@ashimraj2536 15 күн бұрын
সুন্দৰ৷ বহু কথাই জানিলো৷
@swabanbaruah8144
@swabanbaruah8144 16 күн бұрын
Krishna Krishna
@surjyalatadutta1626
@surjyalatadutta1626 16 күн бұрын
কৃষ্ণ কৃষ্ণ
@ringkugogoi7008
@ringkugogoi7008 17 күн бұрын
আপোনাৰ কীৰ্তন পাঠ ভাগ ভাল লাগিল।