Рет қаралды 2,020
▶️ হাতৰ পাঁচোটা আঙুলি যেনেকৈ সমান নহয়, তেনেকৈ সমান নহয় পৃথিৱীৰ প্ৰতিজন মানুহৰ আশা, সপোন, কিম্বা সমৃদ্ধি। জীৱন যুঁজত বহু মানুহে বহুধৰণে কচৰৎ কৰে। ভগৱানে সকলোকে নগঢ়ে একেধৰণে। দেখাত পৃথক যেন লগা ৩০ বছৰীয়া এজন যুৱকৰ কথা ক’ব বিচাৰিছোঁ আপোনাক। দেখুৱাব বিচাৰিছো শতেক বাধাকো নেওচি তেওঁৰ জীয়াই থকাৰ আখৰা।