হঠাৎ কিয় গৌৰৱ গগৈক লৈ ব্যস্ত হৈ পৰিছে বিজেপি?

  Рет қаралды 209,331

Pratidin Time

Pratidin Time

4 ай бұрын

যোৰহাটত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা প্ৰার্থিত্ব লাভ কৰাৰ পাছতেই এতিয়া নেতাজনৰ বিৰুদ্ধে সৰৱ শাসক পক্ষ। মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ-বিধায়কৰ মুখত গৌৰৱ গগৈৰ কথা। কিমান ভোটত গৌৰৱ গগৈ পৰাজিত হ’ব সেয়াও ভৱিষ্যদ্বাণী কৰিলে বিজেপিৰ নেতাই। হঠাৎ কিয় গৌৰৱ গগৈক লৈ ব্যস্ত হৈ পৰিছে বিজেপি?
#PratidinTime #Assam #AssamNews #Congress #GauravGogoi

Пікірлер: 536
@BARNALISARMA-oj3rk
@BARNALISARMA-oj3rk 4 ай бұрын
গৌৰব গগৈক কোনেও হৰুৱাব নোৱাৰে, গৌৰব গগৈ জয়ী হবই
@RupkantaPathori
@RupkantaPathori 4 ай бұрын
গৌৰৱ গগৈৰ সমান সাংসদ অসম বাদেই ভাৰততো নাই ।we want Gaurabh Gogoi.Gaurabh Gogoi jindabad.
@user-vi1ck2yv1n
@user-vi1ck2yv1n 4 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@Savagehighlander
@Savagehighlander 4 ай бұрын
গৌৰৱ দাক জিকাই বামুন আৰু বামূনৰ টিকনি দাল সিলাই দিও আহক ৰাইজ । বহুত হৈছে সিহতৰ
@shimantakanchanmusical4271
@shimantakanchanmusical4271 4 ай бұрын
Really
@success2089
@success2089 4 ай бұрын
বামুনে দেশ ৰসাতলে নিলে
@deepjyotiborah4708
@deepjyotiborah4708 4 ай бұрын
Bamun go back Lura
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
😂😂
@raunakabbas6183
@raunakabbas6183 4 ай бұрын
Oi goru 😂 cm u bamun e gadha
@Itzmajoni
@Itzmajoni 4 ай бұрын
টোপনি নোহোৱা হৈছে বিজেপিৰ 😂😂😂😂
@tanche9085
@tanche9085 4 ай бұрын
Tomar no di na
@mientertainment5187
@mientertainment5187 4 ай бұрын
😂😂 gf nai neki bhai
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
পালি-পহৰীয়াৰ কথা নকওঁ।খোদ মূখ‍্যমন্ত্ৰীৰে কালিৰ পৰা টোপনি নাইকিয়া হল বোলে।গৌৰৱ গগৈ জিন্দাবাদ।
@RahulPatar-lf5ps
@RahulPatar-lf5ps 4 ай бұрын
​@@tanche9085 Kuchh Bhi yaar 😂😂😂😂 Majak chal raha hai kya😂😂😂😂
@guninmili6714
@guninmili6714 4 ай бұрын
এই তকলাটো কি বকিছে।
@khadyotdutta9870
@khadyotdutta9870 4 ай бұрын
গৌৰৱ গগৈৰ বিকল্প নাই, তেওঁক অভিনন্দন জনালো।
@saytanathtamuli9975
@saytanathtamuli9975 4 ай бұрын
হচা কঠা গৌৰৱ জিকিব
@shimantakanchanmusical4271
@shimantakanchanmusical4271 4 ай бұрын
খাই পাত ফলা সকল, গৌৰৱ গগৈ ডাঙৰীয়া এজন সহজ সৰল মনৰ গৰাকী। এইবাৰ খেল জমিব
@Anowarhussain-gz5ry
@Anowarhussain-gz5ry 4 ай бұрын
Gaurav gogoi is coming CM of Assam
@satishchandraneog3562
@satishchandraneog3562 4 ай бұрын
250000 ভোটৰ ব্যৱধানত জিকিব গৌৰৱ গগৈ।হিন্দীও ভাল কয় গৌৰৱ গগৈয়ে।সীমা ৰাইজে দেখাব।
@NK-activ
@NK-activ 4 ай бұрын
5lakh t jikibo
@pankajkumarbaishya6775
@pankajkumarbaishya6775 4 ай бұрын
দলৰ কথা নকওঁ সকলোৱে বেলেগ বেলেগ দলত লাগি থাকে ৷ কিন্তু প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈৰ বিকল্প নাই ৷ গৌৰৱ গগৈক জয়ী কৰি অনাৰ দায়িত্ব যোৰহাট সমষ্টিৰ সকলো ভোটাৰৰ ৷ ৰাইজসকল এয়া সময়ৰ আহ্বান ধন্যবাদ ৷ জয় আই অসম ৷
@arunimakalita968
@arunimakalita968 4 ай бұрын
Gourav gagoi is the best..
@pgoswami5378
@pgoswami5378 4 ай бұрын
এইবাৰ যদিও সমষ্টি পূনৰ্নিধাৰণ হৈছে তথাপি গৌৰৱ গগৈ জিকিব বুলি ৰাইজে কয়। দুই লাখ ভোটত জিকিব বুলি খাটাংকৈ কব পৰা হোৱা মানে ইভিএমৰ কিবা কাৰ্চাজি নকৰেতো? গৌৰৱৰ পিচত হেজাৰ লাগিলেও মাত নোহোৱা মনেমনে চুকত বহি থকা সাংসদক হেনো ৰাইজে এইবাৰ নপঠায়।এইকথা জনতাৰ মাজত চৰ্চাচলি আছে।
@prabinmallabaruah8845
@prabinmallabaruah8845 4 ай бұрын
এতিয়াও supreme court ৰ নিৰ্দেশ ওলোৱা নাই ই ভি এম বন্ধ হব নে VVPAT slip সমান্তৰাল ভাবে গণতি কৰি ফলাফল নিৰ্ণয় কৰিব । মুঠতে ই ভি এমৰ বিকল্প হলে 200 ৰ তলত ৰৈ যাব NDA.
@pratimasarma1737
@pratimasarma1737 4 ай бұрын
এই পাত চুৱাখোৱা ই মুৰ্খৰ সাগৰ ত ডুবি আছে। এটা
@pratimasarma1737
@pratimasarma1737 4 ай бұрын
গৌৰৱ গগৈৰ ভৰিৰ ধূলিৰ সমানো হ'ব পাৰে বুলি কোনো কোনোৱে ভাবিব পাৰেনে?
@janardanbora2803
@janardanbora2803 4 ай бұрын
সুশান্ত টকলাৰ চুলি ওলাব লাগিব গৌৰৱ গগৈৰ লগত ফেৰ মাৰিবলৈ 😅😅😅
@souravbaishya3437
@souravbaishya3437 4 ай бұрын
Akdom 😂😂😂😂😂 GAURAV more than 2l vote t joi hobo
@izharulhoquebora8251
@izharulhoquebora8251 4 ай бұрын
100%gorob gogoi jindabad
@janardonbora2795
@janardonbora2795 4 ай бұрын
Gaurav gogoi জিকিব ১০০% 🙏🙏🙏
@ranjitdutta3411
@ranjitdutta3411 4 ай бұрын
গৌৰবৰ ভয়ত প্ৰলাপ বকিছে।
@madhabmiliofficial6251
@madhabmiliofficial6251 4 ай бұрын
কিন্তু গৌৰৱ গগৈক চবেই চিনি পায়
@user-pj7wn4ve7v
@user-pj7wn4ve7v 4 ай бұрын
Gaurav Gogoi is right choice for Jorhat.
@prabinmallabaruah8845
@prabinmallabaruah8845 4 ай бұрын
গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব দিয়াৰ পিচত বহুতৰ টোপনি নোহোৱা হৈছে । বান্দৰ বোৰে নাছিলেই গৌৰৱ গগৈ অযোগ্য হৈ যাব নেকি? যোৰহাট আৰু ডিব্ৰুগড় সীমামূৰীয়া সমষ্টি । গতিকে গৌৰৱ গগৈৰ প্ৰচাৰ অভিযানে দুয়োটা সমষ্টিত সমানে প্ৰভাব পেলাব। আনকি পশ্চিমৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থিও উপকৃত হব।
@monjulahon7712
@monjulahon7712 4 ай бұрын
ভাৰতৰ মানুহে জানে গৌৰৱ গগৈৰ স্থিতি , তোমালোকৰ আবোল তাবোল কথাই নিজকে নিম্ন মানদণ্ড কৰি তুলিছা
@sharmahdoley6121
@sharmahdoley6121 4 ай бұрын
গৌৰৱ গগৈৰ ভয়ত বি যে পি ৰ টোপনি নোহোৱা হৈছে । সাধাৰণ জনতাই গৌৰৱ গগৈক বহুত ভাল পাই । আগত বি যে পিয়ে গৌৰৱ গগৈ ক মিয়াঁ ভোটৰ কথা কৈছিল কিন্তু এতিয়া কবলৈ ৰাস্তা নাপাই আবুল তাবুল ভুকিছে । গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা জিকিব তাক সকলোৱে জনে । গৌৰৱ গগৈ Zindabad ,
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
এই ইলেকচন মিছলীয়া প্ৰতাৰক মানুহক খেদোৱাৰ ইলেকচন।যিজন মোদীয়ে 2014 চনৰ 16 মেৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব বুলি কৈছিল সেইজনেই এতিয়া বাংলাদেশীক অসমত সোমাবলৈ বৰপীৰা পাৰি দিছে,সকলোৰে একাউন্টত 15 লাখ টকা সোমাব বুলি কৈছিল, আমাৰ আজিলৈকে সোমোৱা নাই, আপোনাৰ সোমাল ছাগে।অসম চুক্তিৰ 6 নং দফা ৰূপায়ন কৰিম বুলি কৈ আজি পৰ্যন্ত নকৰিলে।ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম কৰিম বুলি প্ৰতাৰণা কৰিলে।মূল‍্যবৃদ্ধিৰ কথা কি কম আৰু..... এই চৰকাৰৰ দিনত দুখীয়া বোৰ দুখীয়া হৈ গৈ আছে,ধনীবোৰ ধনী হৈ গৈছে,মাজত মধ‍্যবিত্ত খিনিয়ে হাহাকাৰ কৰিছে।আম্বানী আৰু আদানীক দেশৰ আধা সম্পত্তি মোদী আৰু শ্বাহে গতাই দিলে।অসমৰ জনে ইখনৰ পাছত সিখন চাহ বাগান,প্ৰাইভেট হস্পিতেল,প্ৰাইভেট স্কুল কলেজ,ৰেষ্টুৰেণ্ট,হেজাৰ হেজাৰ বিঘা মাটি কিনি গৈছে।দুখীয়া ৰাইজে পাইছে কি? 1250 টকা,50খন মিটিং মাৰি 10000 টকা।ক্ৰিকেটৰ "ক" টো নজনা অমিত শ্বাহৰ পুতেক BCCI ৰ Chairaman.কোনফালৰ পৰা যোগ‍্য তেওঁ?? এইবাৰ সংসদত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ বাঘৰ দৰে গুজৰি থকা গৌৰৱ গগৈ আৰু নিমাতী কইনাৰ দৰে বহি থকা তপন গগৈৰ মাজত যুজঁ হব আৰু যোৰহাট, শিৱসাগৰ, চৰাইদেউ,মাহমৰা,মাজুলীৰ জনতা জনাৰ্দনে গৌৰৱ গগৈক বিপুল ভোটত বিজয়ী কৰাই পঠাব।
@prabinmallabaruah8845
@prabinmallabaruah8845 4 ай бұрын
মাৰাত্মক কমেন্ট কৰিছে দেই। একদম ফাটাফাটি। পেটৰ কেঁচু মাৰি দিছে দেই।
@user-se1vm4xb2q
@user-se1vm4xb2q 3 ай бұрын
আপুনি সচা কথা কৈছে। ফাকিয়ো এটা সীমা আছে এই চৰকাৰে শিষ্ট্ৰাচাৰ নাজােনে।অহংকাৰি।
@izharulhoquebora8251
@izharulhoquebora8251 4 ай бұрын
Gorob gogoi jindabad
@sarbeswar78
@sarbeswar78 4 ай бұрын
গৌৰৱ গগৈদেৱে ৰাস্তা পদূলি চিনি নাপাই কিন্তু ৰাইজেটো তেখেতক চিনি পায়।
@user-sd5vm7sg2m
@user-sd5vm7sg2m 4 ай бұрын
Gourav Gogoi zindabad...Gourav Gogoi jikilei Mama r era ending r baat start hbo...
@jayantapegu1726
@jayantapegu1726 4 ай бұрын
Zindabad Gourav Gogoi
@SharatPhukan-wi4bu
@SharatPhukan-wi4bu 4 ай бұрын
মাৰ্ঘেৰিটাৰ গণভিত্তি জোনবাই vcd হে আছিল
@jitusinghdas7663
@jitusinghdas7663 4 ай бұрын
Hosa kotha.
@zerocreative1568
@zerocreative1568 4 ай бұрын
😅😅
@manabj252
@manabj252 4 ай бұрын
Gourav Gogoi jindabad. 😊
@SharatPhukan-wi4bu
@SharatPhukan-wi4bu 4 ай бұрын
এজন সফল সাংসদৰ কাম কাঠৰ পুতলা হৈ সদনত বহি থকা
@user-qo8vh5hg1j
@user-qo8vh5hg1j 4 ай бұрын
Gaurav Gaugoi ls best and Good Leadar of Assam
@Sivasagar04
@Sivasagar04 4 ай бұрын
বি জে পি বিদায় দিয়ক ৰাইজ 🙏🏻🙏🏻🙏🏻, এইকেইজনে অসমখন ভালকে চিনি পায় নিকি?? কেলা মোৰ ঘৰতোৱে চিনি নাপাই কথা কবলে আহিছে
@sanjayborah818
@sanjayborah818 4 ай бұрын
Gourav Gogoi is Smart and educated politician...
@user-hu3qy9si2o
@user-hu3qy9si2o 4 ай бұрын
দুৰ্নীতি মাষ্টৰ সকল নিকা গৌৰব পিছত লাগিব আহিব।
@izharulhoquebora8251
@izharulhoquebora8251 4 ай бұрын
Congress jindabad
@tanche9085
@tanche9085 4 ай бұрын
BJP go back
@m.g.4289
@m.g.4289 4 ай бұрын
গৌৰৱ গগৈ হাৰিলে অসমীয়া কাম নাইকীয়া হৈ পৰিব নিজৰ ৰাজ্যতে কিয়নো বাকীবোৰ প্ৰভুভক্ত। যোৰহাট সমষ্টিৰ যুজ এইবাৰ অসমীয়া সন্মানৰ কথা আহি পৰিছে।
@bonomalipegu508
@bonomalipegu508 4 ай бұрын
💯 jikibo
@archanabarua4050
@archanabarua4050 4 ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ!!আন্তৰিক সুভাকামনা সদাই থাকিব! অসমৰ হৈ আগলৈও ভাল কাম কৰি যাবলৈ ভগৱানে শক্তি দিয়ক ।
@rajdeeppayengofficial6095
@rajdeeppayengofficial6095 4 ай бұрын
100%jikib
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 4 ай бұрын
Karan BJP dolok Gaurav Gogoi he horuwabo paribo. BJP dolot bhoi humaise.
@chandandutta3186
@chandandutta3186 4 ай бұрын
Ansal sini pai ki hab, jadi val MP nahay. Gaurav Gogoi gotei majulir hero
@mineswardutta722
@mineswardutta722 4 ай бұрын
Gaurav is king of Assam.jorhat people vote for congress.mai bjp hoi gauravk vote dim.
@user-to6yi6jk6r
@user-to6yi6jk6r 4 ай бұрын
Right decision.
@lipidutta388
@lipidutta388 4 ай бұрын
Gaurab Gogoi is the best... That's all
@user-Sondesh48
@user-Sondesh48 4 ай бұрын
গৌৰৱ গগৈক লৈ BJP ৰ ইমান ভয় কিয়।
@kasturihazarika6979
@kasturihazarika6979 4 ай бұрын
Gaurav Gogoi jindabad❤
@user-ub7jc2yd2p
@user-ub7jc2yd2p 4 ай бұрын
যোৰহাট বাসী আপোনালোকলৈ আশাবাদী বামুন‌ চৰকাৰ শেষ কৰিবলৈ
@MoonBora-ni1mc
@MoonBora-ni1mc 4 ай бұрын
গৌৰৱ গগৈ ক জিকাও k ৰাইজ তেওঁ এজন Strong person
@indrapatarvlogs9869
@indrapatarvlogs9869 4 ай бұрын
Gourav gogoi zindabad
@panging2003
@panging2003 4 ай бұрын
খোদ মুখ্যমন্ত্ৰী জনেই নাজানে সাংসদ নে সংসদ
@umandailyvlogs5996
@umandailyvlogs5996 4 ай бұрын
Gaura gogai jekibo
@user-pt3en6hl5m
@user-pt3en6hl5m 4 ай бұрын
গৌৰৱ গগৈ জিকিব যোৰহাটৰ পৰা
@user-wg4jt1ee2p
@user-wg4jt1ee2p 4 ай бұрын
Well come to Jorhat ❤❤ 2 Lakh +Vot t jikibo GG❤❤
@pranabgogoi6283
@pranabgogoi6283 4 ай бұрын
Gaurove gogoi jindabad.
@kwrwmdaoboro9792
@kwrwmdaoboro9792 4 ай бұрын
Gaurav gogoi jindabad
@jagamohanbora3301
@jagamohanbora3301 4 ай бұрын
যদি জিকেই তেনেহলে শুই থাকক। খালি গৌৰৱ, গৌৰৱ আৰু গৌৰব এইটোৱে আপোনালোকৰ যে ভয় লাগি আছে সেইটো স্পষ্টকৈ ওলাই পৰিছে।আপোনালোকে আপোনালোকৰ দিশত আগবাঢ়ক গৌৰৱ গগৈ তেওঁৰ লাইনত আগবাঢ়ক ।সেইটোহে হব লাগে ।তাকে নকৰি গোটেই পাৰিযদ গন গৌৰৱ গগৈৰ পিছত কিয়।টনা আজোৰা কৰিছে কিয়।আমি এইবোৰ ভাল পোৱা নাই দে।
@DimpolDeka-tk3ot
@DimpolDeka-tk3ot 4 ай бұрын
Gourav gogoi ❤
@Rongmonstudio
@Rongmonstudio 4 ай бұрын
তক্কৰ হৱ যেন পাইছোঁ, তৰুণ গগৈ lite গৌৰৱে গৌৰৱ কঢ়িয়াৱ নে
@xx-cs4yd
@xx-cs4yd 4 ай бұрын
Gaurav Gogoi zindabad
@manabkalita6192
@manabkalita6192 4 ай бұрын
Gourav Gogoi zindabad
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 4 ай бұрын
গৌৰৱ গৌৰৱৱেই তৰুণ গগৈ ৰ পুত্ৰ ধন্যবাদ
@surenboruah3241
@surenboruah3241 4 ай бұрын
অসমত বৰ্তমান গৌৰৱ গগৈৰ দৰে সৎ, সাহসী নিষ্ঠাবান নেতা এজনো নাই, গৌৰৱ গগৈ জিন্দাবাদ 🙏🙏🙏
@healthworld9935
@healthworld9935 4 ай бұрын
Margherita baba tumi kene jna ase.
@thereality6307
@thereality6307 4 ай бұрын
Gourav gogoi himanta r against t khelileu jikibo buli bhabu, young generation r favourite ❤
@debasishborah7566
@debasishborah7566 4 ай бұрын
Gaurav gogoi ❤
@ranamedak7233
@ranamedak7233 4 ай бұрын
Gaurav Gogoi zindabad kun zikega gaurav jikega
@chandanphukan8318
@chandanphukan8318 4 ай бұрын
বদৰুদ্দিনক পাহৰিলে ? নে ধুবুৰীত মুখামুখি হ’বলৈ সাহস নাই বিজেপিৰ ৷এতিয়া গৌৰৱ গগৈ হাৰিলেহে বিজেপিৰ ৰামবিজয় নাটখন হ’ব ?
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
Many BJP supporters will vote for Gaurav Gogoi this time.
@monjulahon7712
@monjulahon7712 4 ай бұрын
মহাসয় , সফল সঙসদ নহয় , সফল সাঙসদ ।
@chandandutta3186
@chandandutta3186 4 ай бұрын
Gaurav gogoi is the best
@user-xg9ug5pn7x
@user-xg9ug5pn7x 4 ай бұрын
Gourav gogoi jikibo jorhator pora
@user-ul8si7dc6t
@user-ul8si7dc6t 4 ай бұрын
তিনিগগৈ গৌৰৱ গগৈ লুৰিণ জ্যোতি অখিল গগৈ জিন্দাবাদ
@arunimakalita968
@arunimakalita968 4 ай бұрын
O bopa gourav gagoi eng nhoi asomia o valke koi.. Voi khaise BJP gourav gogoik..upor maal eiblk eko patta napai..
@bishalsarma5306
@bishalsarma5306 4 ай бұрын
কংগ্ৰেছ ৰ গৌৰৱ জিকিব আৰু কৰিমগঞ্জ জিকিব বাকী হাৰিব
@ParthapratimHazarika-rb3gv
@ParthapratimHazarika-rb3gv 4 ай бұрын
Guwahati. Nagaon.. Jurhat. Korimgangh.. Dhunuri... Jikibo
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
Jorhat,Nagaon, Guwahati, Barpeta,Dhubri, Karimganj Congress jikibo.Dibrugarh t Lurin r lgt Sarbar tough competition hobo
@m.g.4289
@m.g.4289 4 ай бұрын
​​@@ParthapratimHazarika-rb3gvগুৱাহাটী খেলটো অলপ বেলেগ ইয়াত হিন্দীভাষী আৰু বাংলাভাষী লোকৰ একচেটিয়া ভোট যায় বিজেপিলৈ। লগতে খা খোৱা কিছুমানৰ অংকৰ আছেই নহয়। লাহে লাহে গুৱাহাটী পৰা অসমীয়া আধিপত্য কমি আহিছে।
@indrajitdas5677
@indrajitdas5677 4 ай бұрын
Guwahatit Congress ketiao jikibo nuare ktha dilu 100%
@MizanurRahman-zm2gh
@MizanurRahman-zm2gh 4 ай бұрын
এজন গৌৰৱ গগৈ লৈ হঠাৎ গোটেই শাসক পক্ষ উঠি পৰি লাগিছে। ইমান ভয় কিহৰ??
@barunbarman4965
@barunbarman4965 4 ай бұрын
ভালেহে পাই ভালক জাবৰ যথৰে পাই খালত এতিয়াও চাগে নিমখৰ জাৰে যোৱাই নাই চুৱা চেলেকা বিলাক
@rock5697
@rock5697 4 ай бұрын
Gourav gogoi jindabad go back bjp
@ajitboruah588
@ajitboruah588 4 ай бұрын
Bjp gadder
@ImranHussain-er6oq
@ImranHussain-er6oq 4 ай бұрын
Gaurav gogoi Jindabad
@utpalgoswami1990
@utpalgoswami1990 4 ай бұрын
সাবধান আকৌ আহিআছে গৌৰৱ গগৈ। তোমালোক সকলোৰে ভয় হৈছে নহয় ? ভয়তে চোৰ , দকাইট , মিছলিয়া সকলৰ ভিতৰত ভয় ,যদি CM. হৈ ঘূৰি আহে আমাৰ কি হ'ব?
@tarunchdeka1464
@tarunchdeka1464 4 ай бұрын
Constitution vanish not means Gourav Gagai finish now people's of jorhat will be proved the lokasava election.BJP must realise.
@bikashgahatraj6070
@bikashgahatraj6070 4 ай бұрын
Vote for Gaurav gogoi zindabad ❤❤❤
@nilimnayangautam2382
@nilimnayangautam2382 4 ай бұрын
Jodiu Bjp r xodosyo hoi tothapi Eiber Gaurav Gogoi r hoi kam korim buli Ami Protigya korisu Jorhat বাসিৰ হৈ কাৰণ তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা কৰোঁ আমি
@user-zh1qd2oo8n
@user-zh1qd2oo8n 4 ай бұрын
Gaurav Gogoi jikiba sushanta borgohain suya seleka hoi
@chintumoniborah3564
@chintumoniborah3564 4 ай бұрын
Pabitra Margherita apuni Jonbai VCD r he manuh
@mofidrohman6393
@mofidrohman6393 24 күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ 👍👍👍👍 এতিয়া লাজ পাইছে।
@user-vc9hu7sh9i
@user-vc9hu7sh9i 4 ай бұрын
gourobh jikibo.❤❤❤
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 4 ай бұрын
BJP কম্পমান।9,8 ডিগ্ৰি ত
@JINTUMONIBORGOHAIN-pv8ed
@JINTUMONIBORGOHAIN-pv8ed 4 ай бұрын
E v m to nijor kori rakhiso je he karone iman bhute pam buli bhabiso gogoi sir okole jujibo karon taur kantha ase ashibad ase
@ipgneutral
@ipgneutral 4 ай бұрын
Gaurav zindabad
@rajumonihazarika3282
@rajumonihazarika3282 4 ай бұрын
GOURAV GOGOI❤❤❤❤
@pranjalpdeka6111
@pranjalpdeka6111 4 ай бұрын
Gourav Gogoi নিশ্চয় জয়ী হ'ব, জয়ী হোৱাটো গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয়।
@user-zw9gz5dg2g
@user-zw9gz5dg2g 3 ай бұрын
Young energetic smart leader... Gourav gogoi
@kangkanadasdas2320
@kangkanadasdas2320 3 ай бұрын
Hero hero jai aai axom. Gogoi
@xzaxe
@xzaxe 4 ай бұрын
Gourav Gogoi zindabad!
@user-rm9nu3jm6x
@user-rm9nu3jm6x 3 ай бұрын
Gourav Assam Gourav ❤❤❤
@boikunthogogoi4843
@boikunthogogoi4843 4 ай бұрын
গৌৱ গগৈ
@user-eh1pg2zv5h
@user-eh1pg2zv5h 4 ай бұрын
Gawrav tumi aaguai juwa hosa manuh ase,aru thakiba.
@user-jn3tt3dh6r
@user-jn3tt3dh6r 2 ай бұрын
Knowledge person of Gaurav.❤❤❤❤❤ Zindabad
@regamajon
@regamajon 3 ай бұрын
Gourab gogoi zindabad
@user-dz6tc3uo4v
@user-dz6tc3uo4v 2 ай бұрын
Gaurov jindabad ,,, ❤❤❤❤❤❤
atanu bhuyan"s  video
6:33
atanubhuyan"s news video
Рет қаралды 94 М.
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 104 МЛН
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 37 МЛН
Best father #shorts by Secret Vlog
00:18
Secret Vlog
Рет қаралды 21 МЛН
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 104 МЛН