Рет қаралды 138,740
#NewsLive #AssamNews #Congress #AssamAssemblyElection
কোন হ'ব মুখ্যমন্ত্ৰী, ক'ত হ'ব শপতগ্ৰহণ, তাক লৈ ব্যস্ত এতিয়া কংগ্ৰেছ দল।
বিধানসভা নিৰ্বাচন শেষ হ'ল। ফলাফল ওলাব ২ মেত। কিন্তু তাৰ পূৰ্বেই নিজেই চৰকাৰ কৰিলে কংগ্ৰেছে।
১০১খন আসনেৰে মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কংগ্ৰেছৰ। ৰাইজৰ দল-AJPকো চৰকাৰত চামিল হবলৈ আহ্বান।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/