ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ নতুন মোৰ

  Рет қаралды 179,232

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ নতুন মোৰ
▶️ ঘটনাৰ আগদিনা সুনীল গগৈ উপস্থিত আছিল গোগামুখত
▶️ ৩০ মে’ৰ সন্ধিয়া সুনীল গগৈ আছিল গোগামুখত
▶️ ৩১ মে’ৰ বিয়লিলৈ গোগামুখতে আছিল সুনীল গগৈ
▶️ ৩০ মে’ত গোগামুখৰ পূৰ্ণিমা লজত নিশা কটাইছিল গগৈয়ে
▶️ লজটোৰ ১০২নং কোঠাত নিশা আছিল সুনীল গগৈ

Пікірлер: 193
@skcreation5550
@skcreation5550 2 ай бұрын
সদায় নতুন মুৰ থাকে শুনি শুনি শুনিব মন নোযোৱা হৈচে একেতা বাতৰি ৷
@hanseali1924
@hanseali1924 2 ай бұрын
পুলিছে ইমাদিনে সুনিল গগৈৰ মবাইল নাম্বাৰত ফোন অহাজোৱাৰ ৰেকৰ্দ বোৰো নাছালে অৰ্থাৎ পুলিছে কৰবাৰ পৰা টকা খাই বহি আছিলে এয়াই অসম আৰক্ষী।
@RosardRoird
@RosardRoird 2 ай бұрын
আমাক এতিয়া ফলাফল লাগে।ইতিহাস নহয়।ঘটনাৰ আজি দুমাহ হ'ল।CBI,CIDৰ ওপৰতো সাধাৰণ জনতাৰ আস্থা হেৰুৱাছে।
@tarubalaboro9307
@tarubalaboro9307 2 ай бұрын
Wq bsSÈÀ
@babulnath1081
@babulnath1081 2 ай бұрын
জোনমনি ৰাভাৰ মৃত্যু আৰু এই ঘটনাটো একেই। পুলিচৰ ষড়যন্ত্ৰ আছে কিজানি !
@biswadevkataki
@biswadevkataki 2 ай бұрын
জোনমনিত কৈ বেলেগ হব।এটা কথা খাটাং চুনিল গগৈ জিৱীত।
@Jbaske67
@Jbaske67 2 ай бұрын
​​@@biswadevkatakiI agree
@CS-jy9ix
@CS-jy9ix 2 ай бұрын
Corruption kora neta, Minister, Officer, Thikadar keita bosabor xetu ei natok.
@keshabphukan4108
@keshabphukan4108 2 ай бұрын
এই মেনেজাৰটোৱে ইমান দিনে কিয় কোৱা নাছিল।
@mahabahu1760
@mahabahu1760 2 ай бұрын
লজৰ লৰাতো(মেনেজাৰ)ৱে মে মাহৰ কথাখিনি ইমান সলসলীয়াকৈ কেনেকৈ ক'ব পাৰিছে,সন্দেহ হয়।
@manjubarman1855
@manjubarman1855 2 ай бұрын
সন্দেহ আছে।এইজনো মেনেজ হ'ল চাগে।
@rafikulali4396
@rafikulali4396 2 ай бұрын
ঘটনাৰ আগদিনা কোনোবা ঠাইত টো থাকিবই,,ভাত টো খাবই,,ঘৰত টো থাকিবই,,ঘটনাৰ পিছত কত আছে সেই টো হে আচল কথা,,, ঘটনা আগৰ বছৰটোত কি কৰিছে জনাৰ দৰকাৰ নাই,,,, বৰ্তমান আছে কত হে
@akashchoudhury8630
@akashchoudhury8630 2 ай бұрын
সুনীল গগৈৰ পত্নীক গৰম ডিম আৰু থাৰ্ট ডিগ্ৰী দিয়ক সব ওলাই যাব।
@mriduldas7259
@mriduldas7259 2 ай бұрын
Best actress r award 2 paboi 👌
@manojinspiresindia9784
@manojinspiresindia9784 2 ай бұрын
😂😂😂😂​@@mriduldas7259
@bhaskarsarma7249
@bhaskarsarma7249 2 ай бұрын
Bhl piton dili olai jbo
@dimbeswarchaliha3758
@dimbeswarchaliha3758 2 ай бұрын
সুন্দৰ নাটক
@dimbeswarchaliha3758
@dimbeswarchaliha3758 2 ай бұрын
Hotel ৰ manager জনে এবাৰ সন্ধ্যা 5-30 PM ত সুনীল হোটেলত আহিছিল বুলি কৈ আকৌ অন্য এটা সাক্ষাৎকাৰত 7-30 PM ত আহিছিল বুলি কৈছিল ! তাৰ মানে সৱ making ??? কাৰণ আজিৰ দিনত সব টকাৰ গোলাম্ । সি সাধাৰণ মানুহেই হওঁক বা ডাঙৰ নেতাই হওঁক বা উচ্চ পৰ্য্যায়ৰ পুলিছেই হওঁক ।
@dimbeswarchaliha3758
@dimbeswarchaliha3758 2 ай бұрын
সাংবাদিকো ইয়াৰ ব্যতিক্ৰম নহয় কিন্তু দেই ??
@nayanmonipigfarm1777
@nayanmonipigfarm1777 2 ай бұрын
Document যদি হোটেল কৰ্মচাৰীয়ে লোৱাই নাছিল! তেনেহলে সেইজন ল'ৰাই কেনেকৈ গম পালে সেইজনেই সুনীল গগৈ বুলি ? নাটক যেন লগা নাই নে?
@FUNNYVIDEOS-gn8ex
@FUNNYVIDEOS-gn8ex 2 ай бұрын
Naam to hudhi likhibo pare nohoi register t
@UpenKoch-w6s
@UpenKoch-w6s 2 ай бұрын
Akdom
@rupjyotidoley2051
@rupjyotidoley2051 2 ай бұрын
ৰাতি লজত থাকিলে, তথ্য পাতি নোলোৱাটো হাস্যকৰ বিষয়, তাতো কিবা ৰহস্য আছে..... বিশ্বাস নহয়।
@UpenKoch-w6s
@UpenKoch-w6s 2 ай бұрын
💯 %
@pranjalgogoi1138
@pranjalgogoi1138 2 ай бұрын
মে মাহৰ কথা জুলাই মাহত ইমান সলসলীয়াকৈ কৈ আছে 😂😂😂 চব নাটক এইবোৰ, চি চি কেমেৰা, নথি পত্র একো নাই লজত থকা ।😂😂😂😂 এই মেনেজাৰটো চেকেন্দ নালিয়া হৈছে
@UpenKoch-w6s
@UpenKoch-w6s 2 ай бұрын
Story Bonai a asa
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
চৰকাৰী হত্যা কাণ্ডৰ ঘটনাৰ নতুন নতুন মোৰ ওলাবই ।এইবোৰ নতুন মোৰ চৰকাৰ প্ৰশাসনে ৰচনা কৰা এয়া সু পৰিকল্পনা চৰকাৰ প্ৰশাসনৰ ।সুন্দৰ নাটক ৰচিছে চৰকাৰ প্ৰশাসনে ।প্ৰশাসন আৰক্ষী চিআইডি চিবিআই মন্ত্ৰীৰ মন্তব্যই সন্দেহ দুগুণে বঢ়াইছে ।
@CS-jy9ix
@CS-jy9ix 2 ай бұрын
Thik koise. Corruption kora Minister, Officer, Thikadar keita bosabor xetu ei natok.
@mousumiborah-bq2ve
@mousumiborah-bq2ve 2 ай бұрын
ডট ়
@nayonroy6116
@nayonroy6116 2 ай бұрын
ৰাজনীতি যেন লাগে। কাৰণ বেলেগৰ যদি prove লয় তাৰ কিয় লোৱা নাছিল। বহুত অভাৱনীয় ঘটনা
@nayonroy6116
@nayonroy6116 2 ай бұрын
কোনো হোটেল বা loss অত with out prove no entry
@abhijitgogoi-bv5eb
@abhijitgogoi-bv5eb 2 ай бұрын
ইমানদিন এইজন ক`ত আছিল,,,এখেত ইমানদিনে শুই আছিল নেকি???
@bubuldeka8138
@bubuldeka8138 2 ай бұрын
সাংবাদিক ককাই আপুনি কোৱা আৰু দেখুৱা এই আটাইবোৰ এখন নতুনকৈ পৰিছালনা কৰা নাটক নহয় নে? তহত সাংবাদিক বোৰে ঢৌতোকে ৰৌতো বুলি ভাব নেকী ? ফাইনেল বুলি কোৱাৰ পাছত ছুনিলৰ খৰা হেৰিদালো দেখাব পৰা নাই cid য়ে কিয়?
@dimbeswarchaliha3758
@dimbeswarchaliha3758 2 ай бұрын
ইও টকা খালে যেন লাগিছে ??
@debabrattiwari7928
@debabrattiwari7928 2 ай бұрын
Manuh ki goru sagoli no gaonlia murkha. He goi arunachal ba beleg korbar gain t lukai thakile tak ulai anibo paribi nk. Tur nisina gaonlia but r comment dekhiye matha bea hoi jai. Ji dina tak dhori loi ahibo tetia toi kela ki koribi mukh khon kot lukabi
@jomeruddin1602
@jomeruddin1602 2 ай бұрын
লৰাজনৰ ভাষ্য মতে সুনীল গগৈৰ কোনো তথ্য পাতি লোৱা নাছিল। তথ্য নোহোৱাকৈ কেনেকৈ কব পাৰিলে সেইজন সুনীল গগৈ। ইয়াত কিবা ৰহস্য লুকাই আছে। অসম আৰক্ষী নিষ্কৰ্মা প্ৰমাণ দিলে।
@SwapnaDevi-i5s
@SwapnaDevi-i5s 2 ай бұрын
লাইডিটেক্টৰ যে ব্যৱহাৰ কৰিছিল ধৰা নপৰিল সুনীলৰ পত্নীয়ে কোৱা কথাবোৰ?এতিয়া আকৌ নতুন নাটক ।নাজানো দেই কাৰ ৰ্নিদেশত চলিছে এই নাটকখন ।সুনীলক কিয় উলাই নিদিয়ে ?বাৰেবাৰে সেই ঘৰখনক আঙুলিয়াই আছে ।বাকী কাকো নুদুখে ।আচৰিত কথা ।সুনীল গগৈয়ে কাৰোবাক ধৰাই দিয়াৰ বাবেহে এইবোৰ ঘটনা ঘটিল সেইবোৰ একো নুলাই ।কৰবাৰ কথা কৰবাত সানিপিতিকি বাতৰি কৰি আছে ।হোটেলৰ সেইটোক যদি মেনেজ কৰিছে?আমি এইবোৰ বিশ্বাস নকৰো ।জোনমনি ৰাভাৰ ঘটনাৰ পৰা কাকো বিশ্বাস নকৰো ।
@ManjuBorah-p8i
@ManjuBorah-p8i 2 ай бұрын
💯 right
@ArupDas-gx7vu
@ArupDas-gx7vu 2 ай бұрын
Dhuniya koisa tumi
@debabrattiwari7928
@debabrattiwari7928 2 ай бұрын
Manuh ki goru sagoli no rastat pai jai. Kor gaon t goi kun state t lukai ase tur nisina brainless but r comment but dekhiye matha bea hoi jai
@MoonBora-ni1mc
@MoonBora-ni1mc 2 ай бұрын
Ki প্ৰমাণ আছে হোটেল খনট কি তথ্য আছে
@nayonroy6116
@nayonroy6116 2 ай бұрын
সুনীল গগৈ arrest nohowa loi eku nohoi karon ৰাজনীতি আহি গল হোটেল খনৰ cc tv নাই with identy prove অত এই খন হোটেল চলে nki
@anowara.begum23
@anowara.begum23 2 ай бұрын
জয়মতীয়ে গদাপানিৰ বাতৰি নিদিয়াৰ দৰে পুস্পাগগৈয়েউ তেনে কৰিছে
@UtpalBorah-hp2ro
@UtpalBorah-hp2ro 2 ай бұрын
প্ৰকাশনে দিয়া নিয়ম নতুন হ'ল ।
@torunbez9196
@torunbez9196 2 ай бұрын
কি নাতক কৰি বাতৰি দিছে ! পইচা লয় নাতক কৰিছে যেন লাগিছে ! ইমান দিন কিয় মনে মনে আছিল ! সেইবোৰ মেনেজ বাতৰি !
@prabhatkumargogoi2717
@prabhatkumargogoi2717 2 ай бұрын
ফোনটোৰ কল ৰেকৰ্ড পৰীক্ষা আৰু ৰোমৰ বিভিন্ন স্থান ফৰেনছিক টেষ্ট কৰি উপস্থিতিৰ সম্ভেদ পাব পাৰে ৷
@ManjuBorah-p8i
@ManjuBorah-p8i 2 ай бұрын
2nd Nalia😂😂😂
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 2 ай бұрын
এইবোৰ নাটক যদি CCTV নাই একো আইদি জমা লোৱা নাই sunil gogoi বুলি কেনেকৈ জানিলে এইজনক চৰকাৰে পাঠ পঢ়াইছে জেন পাও
@kp23456
@kp23456 2 ай бұрын
জীয়াই আছে যদি এৰেষ্ট কৰি আনি লেহে
@Danirojasfc6
@Danirojasfc6 2 ай бұрын
ঘৈণীয়েকে A 2 Z সকলোবোৰ কথাই জানে। নজনাৰ ভাও ধৰি কেৱল মাত্ৰ নাটক কৰি আছে। Political matter জৰিত হৈ আছে যেন অনুভৱ হয়। #লজৰ লৰা জনে কথাটো কিয় লুকুৱাই ৰাখিছিল? দিনে ৰাতি টিভিত দেখা নাছিল নেকি লগাটোৱে। লৰাটোক ভালদৰেই জেৰা কৰিলে হয়তু কিছুমান কথা গম পোৱা যাব। 😔 😟
@SahilKhan-u8h1t
@SahilKhan-u8h1t 2 ай бұрын
Right koisa apuni sunil r wife ru lora 2 sob jane aibur political game aje labour👷family k kune chb?
@MigomTawa
@MigomTawa 2 ай бұрын
সকলোৰে বিশ্বাস আছে যে সি জীয়াই আছে
@basantahira8645
@basantahira8645 2 ай бұрын
কিবা ফটৌৱা যেন হে লাগিছে
@NitulKrboruah
@NitulKrboruah 2 ай бұрын
সুনীল গগৈক ধৰ্ৰীফাচী দিব লাগে
@padmadharboruah8589
@padmadharboruah8589 2 ай бұрын
জোনমনি আৰু সুনিল ৰ কেছ একেই, নাটক যেন লাগে।
@CS-jy9ix
@CS-jy9ix 2 ай бұрын
Thik koise. Corruption kora Minister, Officer, Thikadar keita bosabor xetu ei natok.
@sandhyalikhanikar6884
@sandhyalikhanikar6884 2 ай бұрын
মেনেজাৰ ইমান দিন ক'ত আছিল
@UpenKoch-w6s
@UpenKoch-w6s 2 ай бұрын
Gatot gutai prithibi manuha ha gom pai ai news only E ha gom powa nasil gatot humai asel
@jyotichetiabaruah9015
@jyotichetiabaruah9015 2 ай бұрын
ধিক অসম আৰক্ষী
@joligogoi3363
@joligogoi3363 2 ай бұрын
সুনীল গগৈ পত্নী আৰু পুত্ৰৰ নাটক ৰচনা কৰিছে চবজানো
@madanchandrakarjee2283
@madanchandrakarjee2283 2 ай бұрын
কাম ফেৰা ইয়াতেই হোৱা যেন লাগে। পিছৰ বোৰ দেখাব লৈ । পাবলৈ থকা টকা খোজাৰ ওপৰিও অন্য কিবা থাকিব পাৰে ,যিটো বাবে মৰা হ'ল ।
@Prafullachutia-xe2nl
@Prafullachutia-xe2nl 2 ай бұрын
@dipankarhazarika5213
@dipankarhazarika5213 2 ай бұрын
ইমান নিচিঞৰিব পাইলচ হ্ব। গোটেই কাহিনীটো কৈ দিয়কনা। CID, CBI য়ে ইমান কষ্ট কৰিবই নালাগে। ৰমেন বৰুৱা হেৰাল, দীপেন বৰুৱাক ইম্মান কামুৰি আছে কেলা। আৰু বেয়া মাত নামাতো।
@PrakashHaloi-od5ck
@PrakashHaloi-od5ck 2 ай бұрын
Sob Misa jn loga hol.......
@phatikchandragogoi7633
@phatikchandragogoi7633 2 ай бұрын
পৰিচয়ফত্ৰ নোহোৱাকৈ লজত🎉😢 কেনেকৈ ৰাখিব পাৰিলে ??
@pranabbaruah3795
@pranabbaruah3795 2 ай бұрын
ফুটোৱা পৰিবেশক
@lakshmipriyadutta1091
@lakshmipriyadutta1091 2 ай бұрын
ৰহস্য হৈ গৈ আছে.....???
@satyadas1230
@satyadas1230 2 ай бұрын
পুষ্পাই সকলো যানে,puspa nam sunke flawar samjha hai Kiya,
@bhaskarjthakuria5538
@bhaskarjthakuria5538 2 ай бұрын
চুনীলৰ তিৰি টোক গৰু কোব দিয়ক
@JunPadun
@JunPadun 2 ай бұрын
Sudurr bai news hene like pabor karone video bonai asol karon tooo koie dibo nuhare moi dese like
@nayonroy6116
@nayonroy6116 2 ай бұрын
কিবা অলপ আছে nishoi
@princigogoi5322
@princigogoi5322 2 ай бұрын
এইটো কাহিনী সামৰিব হল আৰু
@jadumonigogoi403
@jadumonigogoi403 2 ай бұрын
Hey hey.
@ajoydoley7280
@ajoydoley7280 2 ай бұрын
CCTV বেয়া আছিল বুলি কবনেকী।
@hkddigitalmedia106
@hkddigitalmedia106 2 ай бұрын
Jiye nohouk...ei ghatana tu val lagi ase ... Ami iyat mat matibo laga eko ni.... Thriller di ase...sai thaka...ending tu val hb
@missmystical6605
@missmystical6605 2 ай бұрын
সুনীল গগৈ জীয়াই যে আছে সেইয়া পত্নী আৰু পুত্ৰ ই জানে ।নিজৰ স্বামী মৃত্যু হ'লে পত্নীয়ে মৃতদেহ নেদেখা লৈকে বিশ্বাস নকৰে । কিন্তু সুনীল গগৈৰ পত্নী ইয়াৰ বিপৰীত । ভাবিছিল আন ঘটনাৰ দৰে এই ঘটনাটোও সকলোৱে পাহৰি যাব আৰু পৰিস্থিতি স্বাভাৱিক হ'ব।
@hanseali1924
@hanseali1924 2 ай бұрын
ৰাইট
@KhanjanGogoi-ip2bb
@KhanjanGogoi-ip2bb 2 ай бұрын
Thik koise hihotok gurula gurul pitib lage ulai jbo kotha
@Mridula-pathak
@Mridula-pathak 2 ай бұрын
Hoi moi o vabo,ghoinieke sab jane.
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 2 ай бұрын
কি বাতৰি পৰিৱেশন কৰিছে অনুপম দা । পদ্য পঢ়া নিচিনাকৈ বাতৰি পঢ়িছে যে
@zamba313
@zamba313 2 ай бұрын
A to Z sub manat kenekoi thakil.
@maryborah584
@maryborah584 2 ай бұрын
Aei news tu kiman di thake
@nayonroy6116
@nayonroy6116 2 ай бұрын
তাই কোনোবাই টকা দিছে বাকী নাজানো দে
@JyotikaKuli
@JyotikaKuli 2 ай бұрын
পইছাই মেনেজ কৰিছে। নাটকখন দেই।ইমান সৰু ল'ৰাটো মেনেজাৰ হ'বই নোৱাৰে। আমি চপ কথা বুজি পায়ছো। আৰু নকঙ্গ।
@prashantakakoty2379
@prashantakakoty2379 2 ай бұрын
সুনিল গগৈ নামৰ আন কোনোবাও হ'ব পাৰে যিহেতু তাত কোনো পৰিচয় পত্ৰ নাই ।
@montuboro6512
@montuboro6512 2 ай бұрын
Junmoni style hoese
@binoykalita7597
@binoykalita7597 2 ай бұрын
পূস্পা গগৈয়ে এক তাৰিখে সন্ধিয়া ঘৰত ভাতখোৱা কথা কৈছিল নৈকি?
@riponmech4440
@riponmech4440 2 ай бұрын
Nalia part 2
@devkantobora9247
@devkantobora9247 2 ай бұрын
Junmoni Rabha Sunil Gogoi Jahangir loi Assam police bor dhuniya Natok koribo pariise moi kobo gole Assam police uthai tar jegat kiba ARMY CRP Rakhile public basibo
@SanjibDas-yd5nu
@SanjibDas-yd5nu 2 ай бұрын
CBI lagibo
@Ridip498
@Ridip498 2 ай бұрын
Aibor lodge bndha kri din lge.kno documnt jdi nrakhe
@AnimaBaching-q6h
@AnimaBaching-q6h 2 ай бұрын
কোনোবাই ক'বলৈ দিয়া যেনে লাগে। সুনীল গগৈ তেনেকোৱা মানুহ নহয় মিছা কথা। আমি চপ কথা বুজি পায়ছো। নাটক ৰচনা কৰি কৰি ওলাই আছে কথাবোৰ। হ'ব হ'ব।
@RamkrPegu-jf9mx
@RamkrPegu-jf9mx 2 ай бұрын
Main jonok dhorilehe urohir ur ulai jabo...
@bipuldoley1906
@bipuldoley1906 2 ай бұрын
Sunil. Gogi. Keita. Ase. Sngkarath
@asomiyasuali5721
@asomiyasuali5721 2 ай бұрын
Junmoni rabha r case r nisina,aijonu naliya nki baru😅
@papugogoi1824
@papugogoi1824 2 ай бұрын
কি এবাৰ ১০২ আৰু এবাৰ ১১২ ????
@MaheshpeguMaheswarpegu
@MaheshpeguMaheswarpegu 2 ай бұрын
Gugamukt asi hy kintu aji kt ase cbi ki kri ase ajiloke dorib pora nai,aru apunio kuwa kotake koy asa
@RajibdoleyRajibdoley
@RajibdoleyRajibdoley 2 ай бұрын
এখন লজত প্ৰমাণপত্ৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰিলে কথাবোৰ বুজিব পৰা নাই আৰু ওচৰৰ cc tv পুতেক চাব লাগে
@nilikantorayAnimegamez
@nilikantorayAnimegamez 2 ай бұрын
অনিচ্ছা লগিছে এনেকুৱা নিউজ
@dipankarhazarika6976
@dipankarhazarika6976 2 ай бұрын
আৰু এটা কথা ৩০তাৰিখৰ ৰাতি হে আছে কৈছে ৩১r ৰাতি টো কথা কোৱা নাই নেকি বাৰু।।ভাল কৈ কৌক সুন।
@BipulBoruah-q9q
@BipulBoruah-q9q 2 ай бұрын
Naliya part2
@jdas4150
@jdas4150 2 ай бұрын
এইবো সকলো নাটত
@BNENTERPRISE-o8d
@BNENTERPRISE-o8d 2 ай бұрын
Tai sab jane
@user-yhghhkjkkhb
@user-yhghhkjkkhb 2 ай бұрын
Ji ai nohok ai case tut emn lage ase kintu junmoni rabha case tu kio emn din loga nsil jonabo sun
@anuradhadas5494
@anuradhadas5494 2 ай бұрын
Menejar. Jone iman dine news suwa nasil neki ? Ghotona tu 2month hobo hol....Joonmoni Rava r dore lahe lahe sab pahoroni r gorvot .....
@purnimadeori3661
@purnimadeori3661 2 ай бұрын
Aji otodin kot asil ai hotel khobor manuh bur... tatea j mukh khula nasila kiba hondeh hoisa kotha bur
@Pslv3kb
@Pslv3kb 2 ай бұрын
Hotel burot manuh thakibo hole documents luwa hoi. Hei hotel khonot kiyo documents nolole. Aituhe xondeh jonok.
@suklenmung.Borgohain
@suklenmung.Borgohain 2 ай бұрын
3:36 .ke proman bhetrit ..koi asa he ..
@DevojitDoley-t1x
@DevojitDoley-t1x 2 ай бұрын
Jiyai aseneki😂😂
@rewatrewatchutia3604
@rewatrewatchutia3604 2 ай бұрын
অকৰা মিঢিংটোক কোনোবাই মেনেজ কৰিচে নেকি
@ArunBorah-je1ws
@ArunBorah-je1ws 2 ай бұрын
Aibur news koribo anupam chakraborty laz pabo lage
@AnamikaSakai-ss1ro
@AnamikaSakai-ss1ro 2 ай бұрын
Gi,hak,bhalakarane,hak
@zamba313
@zamba313 2 ай бұрын
Khadharan ajan byaktik police a bisari nupuatu hasyakar.🤣🤗
@hanseali1924
@hanseali1924 2 ай бұрын
এটিয়া হয়তো জাহাংগিৰৰ আইকাৰদ লৈ বাহিৰৰ কোনোৱা লজত আছে।যিহেতুকে দুয়োজনৰ মুখৰ আকৃতি প্ৰাএ একেই।
@NabiyurRahman-o9f
@NabiyurRahman-o9f 2 ай бұрын
Wife kom bustu nohoi de😂😂😂
@urmilaborgohain7992
@urmilaborgohain7992 2 ай бұрын
নতুন মোৰ নে মূৰ? ইমান ভুল বানান নিজৰ মাতৃভাষাৰ।
@ApoloGogoi-wc4wx
@ApoloGogoi-wc4wx 2 ай бұрын
2nd nalia😂😂😂😂
@BinudPatar-b2w
@BinudPatar-b2w 2 ай бұрын
😂😅😅
@junaligoswami7343
@junaligoswami7343 2 ай бұрын
Ki gai thake eibur ebar 102 ebar 112 no room....valke suni lobo lage ki koi ase
@kangkandeka2328
@kangkandeka2328 2 ай бұрын
Eai menezer jon gaor salpati dekha garir driver jon jen lage karan gari drive kara lorajon kom age r asil eaijoneai hoba black gari drive kara lorajon
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
মেনেজাৰ ল'ৰাটোৰ কথা বোৰে ভুল ।কাৰণ সাজি কাচি কোৱা কথা ভুল আসৱা যুক্ত।মেনেজাৰৰ কথাবোৰ যে মিছা তাৰ কথা ভালকৈ লক্ষ কৰিলেই ধৰিব পাৰি আটিগুৰি বিচাল কৰিলেই ধৰিব পাৰি ।সত্যৰ সদায় জয় ।এদিন
@khagenkakati6380
@khagenkakati6380 2 ай бұрын
এইটোৱে চিনি এই নাপায় পলাপ বলকিছে
@KabitaBordoloi-r2i
@KabitaBordoloi-r2i 2 ай бұрын
Eman dine kot asili
@NayanDoley-y7j
@NayanDoley-y7j 2 ай бұрын
বাৰে বাৰে একেটা কথাকে কয় কিয় ?
@kangkandeka2328
@kangkandeka2328 2 ай бұрын
Most interesting Sunil r wife k police r jera vayanok hob lage wife a sakolo jane karan misa matile kiya aru interesting je eai menezer jon pratakha vabe jarita hoi ase,karon Sunil r lora janeo vlkoi jane ghatanato Sunil a ghatanato howar pisat hotel powar pisat lorak kai dele je papak konobai haita kara jalai dise CC TV sowa poiojon nai uparat jijone sai ase teo din rati boli katha nai dekha pai CID parasar mem dhanabud jonaiso karon wife k teo baga dress salai lowa katha koise..
@GitaMoni-gh1yz
@GitaMoni-gh1yz 2 ай бұрын
Emandine kot asil menejare ? Nie posi jabo loratu .
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2,9 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 112 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 9 МЛН
Youth Icon 2024 Top 3 Backstage
16:21
Westend Studio(Tluanga Hnamte Music Channel)
Рет қаралды 7 М.
Série : Éducation épisode complète 12 ( théâtre malien)
2:16:40