আহি পালো The Great Ahom King Sukaphaa ৰ জন্মস্থান MongMao, Yunan , China. by Bhukhan Pathak epsd-29

  Рет қаралды 50,993

Assamese Mixture

Assamese Mixture

Күн бұрын

Пікірлер: 493
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 6 сағат бұрын
চীন দেশৰ ঠাইবোৰ লগতে মানুহবোৰ বৰ উন্নত পৰিপাতি। ভাৰতৰ এনে পৰিবৰ্তন অসম্ভৱ বুলিয়েই কৈছোঁ। যি কি নহওঁক ভূষণৰ বাবে এই ভিডিঅ' চাবলৈ পাই আনন্দিত। 👌🙏🙏
@gamingworld-qf9oh
@gamingworld-qf9oh 4 сағат бұрын
Tenehole China t Jage goi ja
@soneswarray7980
@soneswarray7980 3 сағат бұрын
​@@gamingworld-qf9ohবাঝ
@JantuBaruah-b1n
@JantuBaruah-b1n 4 сағат бұрын
ভূষণ পাঠক আপোনাক শতকৌতি প্ৰণাম জনাইছোঁ, বৰ অসমৰ গৌৰৱউজ্বল ইতিহাসৰ পম খেদি, শিপাৰ সন্ধান দিয়াৰ বাৱে। ❤❤❤❤
@Ranak78
@Ranak78 2 сағат бұрын
অসমৰ বহুকেইটা জনগোষ্ঠীৰ মূল উৎপত্তিস্থল হৈছে চীন দেশ , যি খন দেশ দৈৱদূবিপাকত পৰি ভাৰতৰ প্ৰধান শত্রু হিচাপে পৰিগণিত হৈছে। সেই খন দেশহে সকলো দিশতে উন্নতিৰ শিখৰলৈ আগবাঢ়ি যায় যি খন দেশৰ জনসাধাৰণে প্ৰকৃত অৰ্থত নিজৰ দেশক ভাল পায়। চীন দেশৰ জনসাধাৰণ প্ৰকৃত অৰ্থত দেশপ্ৰেমিক। দূৰ্নীতিৰ সৈতে সহঅৱস্হান প্ৰায় শূণ্য। ধন্যবাদ ভুষন। আৰু ভাল ভিদিও পাম বুলি আশা থাকিল।
@prasannabora7644
@prasannabora7644 Сағат бұрын
@@Ranak78 Asolote manuh buror majot nai......eitu amar sorkare amar majot bhuwa prosar solaise
@Kra-frybtwy-girl
@Kra-frybtwy-girl 8 сағат бұрын
Yunnan province hokolu tai manuhor prothom utpotti sthan🐉 This is the best video of your China trip❤️
@abhisekhborah1825
@abhisekhborah1825 9 сағат бұрын
ম‌ই আহোমৰ ল'ৰা। আপোনাৰ এইকেইটা ভিডিঅ' বাবে ৰৈ আছিলোঁ। ধন্যবাদ আপোনাক। পৰবৰ্তী ভিডিঅ' বাবে অপেক্ষা কৰিছোঁ।
@Regional-i7b
@Regional-i7b 6 сағат бұрын
China t ja kukur , tohote Asomiya nohoi
@barnalisarma7445
@barnalisarma7445 5 сағат бұрын
তুমি প্ৰমাণ কৰি দিলা.....চীনৰ প্ৰতি থকা বেয়া ধাৰণা আঁতৰি গৈছে...! চীন বহুত ওপৰত ❤❤❤❤❤❤❤❤
@rimpihazarika7283
@rimpihazarika7283 25 минут бұрын
sob rajniti r khel
@MegaDevajit
@MegaDevajit 2 сағат бұрын
Wait kori asu...next video tu lagey...though I am not Ahom but proud to be an Assamese(I belong to Chutya community)...and great respect to the Siu-ka-pha the founder of greater Assam and Assamese❤❤❤❤..this is the best video from the China series...hats off bro❤❤❤
@ParagSarma-f2w
@ParagSarma-f2w 9 сағат бұрын
Bhukhan da rocked other youtuber schoked 😲😲😲
@Bdkumar8338
@Bdkumar8338 6 сағат бұрын
Bhukhan daak koi Diya chinar ajoni tiri potai diba buli .
@NirmolRay1996
@NirmolRay1996 6 сағат бұрын
​@@Bdkumar8338ঠিক ধৰিছা😂😂😂
@NirmolRay1996
@NirmolRay1996 6 сағат бұрын
Nevy ত চাকৰি কৰাজন নেকি???
@capricorn9186
@capricorn9186 6 сағат бұрын
Dimpu Boruah Shocked 😲
@njsvlog
@njsvlog 5 сағат бұрын
Assam spammer
@luise7143
@luise7143 6 сағат бұрын
ভূষণ দা আপুনি আগতে স্বৰ্গদেউ চাওলুং চুকাফা দেও ৰ কোনোবা বহুত আপোন মানুহ আছিল যেন লাগিছে সেইকাৰণে আপোনাৰ কাৰণে আজি আমিও চাব পাইছোঁ Proud to be Ahom .Keep it up bro ❤🎉
@AssameseMixture
@AssameseMixture Сағат бұрын
Thank you ❤🙏🙏🙏
@Hfdkgx
@Hfdkgx 6 сағат бұрын
অকল আহোম বুলিয়ে নহৈ আমিও গৌৰৱ কৰিছোঁ দাদা ।সমগ্ৰ অসম বাসী তথা অসম ৰাইজে গৌৰৱ কৰিছে আৰু কৰিব। Love from Sivasagar🥰💗
@JintiKalita-l8e
@JintiKalita-l8e 3 сағат бұрын
Aioo,emn dhuniya rasta,,amar yat kokal bikh huwar voiyt olai jaboloi voi lage,,
@juliegharphalia412
@juliegharphalia412 Сағат бұрын
ভূষন,তুমি অশেষ কষ্ট কৰি চীনৰ দেশৰ ভিডিও বনাইছা।সচাঁই চীনাসকলে বহুত সহায় কৰে।মই তিনিবাৰ ফুৰিবলৈ গৈছো।টুৰিষ্ট বুলি কলে খুব সন্মানৰ চকুৰে চায় বিশেষকৈ ভাৰতীয়সকলক।তেঁওলোকৰ প্ৰতি আমাৰ ধাৰনা কেনেকুৱা জানিলে আচৰিত হব
@sunamduwarah8564
@sunamduwarah8564 2 сағат бұрын
বহুত ভাল লাগিল লগতে subscriber IM অতিক্রম কৰাৰ বাবে অলেখ শুভেচ্ছা থাকিল
@monalisagogoi_
@monalisagogoi_ 3 сағат бұрын
Khuub val lagil !! Montut kenekowa ata vaab hoisil bujabo nowarim !! Ki je hundar, poriskar China khon. Aagote dekhai nasilo !!
@assamgyan6850
@assamgyan6850 8 сағат бұрын
সচাকৈয়ে বৰ ভাল লাগিল ভাই ৷ কোনেও explore কৰা নাছিল৷তুমি কৰিছা ৷কোনোবা যেন আপোন মানুহ আছে তাত ৷এন লাগে ৷
@Jayantabaruahvlogs
@Jayantabaruahvlogs 17 минут бұрын
এইটো ভিডিয় চাবলৈ পায় আনন্দিত দাদা ❤
@yokanegaming
@yokanegaming 8 сағат бұрын
Ahomor falor pora kiba bota ase jodi apunak dibo lage ❤Dhanyabd bhukhan da❤
@rsriderplsh4632
@rsriderplsh4632 8 сағат бұрын
👍
@dhoritrygogoi1674
@dhoritrygogoi1674 3 сағат бұрын
@dhoritrygogoi1674
@dhoritrygogoi1674 3 сағат бұрын
Bohut vall lagila video tu ❤ankauwa ata video pam buli Akha kori atchilu,,,, ❤
@arundeori8142
@arundeori8142 8 сағат бұрын
Jai aai axhom........ Assam desh jindabad 💯.......... Assam Top you tube er number 1 dada..... from Tinsukia sadiya ❤ chaina logt oha jua hobone bina passport dada....❤😢
@capricorn9186
@capricorn9186 6 сағат бұрын
Bhukhan daa Rocked..Dimpu Boruah Shocked 😲
@anuphaloi333
@anuphaloi333 Сағат бұрын
বহুতে ভাল লাগিল ❣️❣️🙏❣️ ধন্যবাদ জনালো
@lalitakakati7899
@lalitakakati7899 5 сағат бұрын
Ni hao Bhukhan daa, kitapt phra bostubor apunar videor joriyte dekha pai bhut val lagise, bhut nedekha thai, nedekha bostu kebol apunar videot dekhisu, seibane apunaloi okhekh dhanyabaad🙏🙏 ai xoru lorajne apunak bhut help korise , apuanr logte eytao ahise
@dipjyoti9639
@dipjyoti9639 5 сағат бұрын
চীন দেশত যোৱাৰ সকলোতকৈ ভাল লগা episode এইকেইটা
@dhoritribora9922
@dhoritribora9922 5 сағат бұрын
You are the best youtuber in the assam.apunak loi Ami bohut gourob anuvob korisu.aitu chinar best video.
@dipengogoi5076-z3b
@dipengogoi5076-z3b 4 сағат бұрын
বহুত সুন্দৰ ঠাই উন্নতি দেশ । শিক্ষত দেশৰ ভাল মানুহৰ বোৰ। next video দেখাপাম
@BinodPathak-dv9zj
@BinodPathak-dv9zj 5 сағат бұрын
এখন সম্পূৰ্ণ আচহুৱা দেশলৈ গৈ আমাক সেই দেশৰ বিভিন্ন ঠাইবোৰ দেখুওৱা বাবে তোমাক বহুত ধন্যবাদ।
@krishnasaharia1043
@krishnasaharia1043 4 сағат бұрын
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ ভূষণ দা❤❤ আপুনি সদায় ভালে থাকক ❤❤আগলৈ আৰু ভাল ভাল ভীদিঅ পাম বুলি আশা ৰাখীলো। ধন্যবাদ জয় আই অসম ❤️❤️
@NirmolRay1996
@NirmolRay1996 6 сағат бұрын
১২২৮ খৃষ্টাব্দত চীনৰ মুংমাওলুং নামৰ ৰাজ্যৰ ৰাজকোঁৱৰ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত প্ৰৱেশ কৰে।১২২৯ চনত তেখেতে নিজকে অসমৰ ৰজা বুলি ঘোষনা কৰে। ১২৫৩ চনত অবিভক্ত শিৱসাগৰ জিলাৰ চৰাইদেউত চুকাফাই ৰাজধানী পাতে।।।........ আপোনাৰ কষ্টক চেল্যুট জনাইছো।।
@sineswarmoran4006
@sineswarmoran4006 3 сағат бұрын
স্বৰ্গদেউ চাওলুং ৰ পত্নীৰ নাম কি বাৰু?
@Jayantabaruahvlogs
@Jayantabaruahvlogs 8 минут бұрын
​@@sineswarmoran4006Gulaghat
@ManashSaikia-z4r
@ManashSaikia-z4r 8 сағат бұрын
দাদা আপোনাক বহুত বহুত ধন্যৱাদ যাছিলো। ইমান কস্তকৰিকৰি আপোনি আমাক চিনদেশৰ আহোমৰ ৰাজ্য দেখাৱলৈ চেষ্টা কৰিছে।
@axarjonakentertainment1904
@axarjonakentertainment1904 8 сағат бұрын
অসম খন আইনী ভাবে চীন দেশৰ হব ।আমি হয়তো চীনৰ বাসিন্দা হলে বহুত upgrade হলো হয় অসমত যি জালা পাইছোঁ
@utpalbora6445
@utpalbora6445 7 сағат бұрын
৬২চনত লৈ লোৱা হ'লে আজি দিনত কিমান আগবাঢ়ি গলো হয়।
@NirmolRay1996
@NirmolRay1996 6 сағат бұрын
এই কথাটো অসমৰ সকলোৱে হয়টো মনে মনে ভাৱে।কিন্ত দেশদ্ৰোহী বুলিহে চুপেচাপে থাকে।।ময়ো তাকে ভাৱো,ইতিহাস পঢ়ি😂😂😂
@krishnajyotiphukon5497
@krishnajyotiphukon5497 4 сағат бұрын
Right
@theahomboy7653
@theahomboy7653 3 сағат бұрын
Hosa kotha koisa😂😂😂😅😅​@@NirmolRay1996chaina e nejor manuh buli vbi e bule 1962 t loi nolole North East k
@PankajBorah.
@PankajBorah. 3 сағат бұрын
Ai2 kotha moi u Babu but kobo Nuri .. kin2 china e Assam khon lua hole ajir date t Assam bohut update hol hoi.
@manjudaschoudhury2224
@manjudaschoudhury2224 3 сағат бұрын
সুন্দৰ ঠাই। বহুত ধুনীয়া লাগিছে। সদায় কুশলে থকা ❤❤
@KamalaBaishya-w4x
@KamalaBaishya-w4x 3 сағат бұрын
ঠাইবোৰ লগতে তাৰ ৰাস্তাবোৰ বৰ সুন্দৰ তোমালৈ আশীৰ্বাদ থাকিল আৰু আগবঢ়ি যোৱা পৰবৰ্তী vdoৰ ৱাবে ৰৈ থাকিম ধন্যবাদ ❤❤❤❤❤🎉🎉🎉🎉❤❤❤❤😮😮😮😮😮
@evabaruah7459
@evabaruah7459 4 сағат бұрын
ঠাইবোৰ লগতে তাৰ ৰাস্তাবোৰ বৰ সুন্দৰ ৷তোমালৈ আৰ্শীবাদ থাকিল আৰু আগবাঢ়ি যোৱা ৷পৰবৰ্তী Vdo ৰ ৱাবে ৰৈ আছো ৷
@champadaimary6309
@champadaimary6309 2 сағат бұрын
Very nice vlogs brother👍👌. Keep it up. God bless you.
@MonamiBora-ct3fv
@MonamiBora-ct3fv 2 сағат бұрын
Proude of you bhukhon daa❤❤
@bijoypanikavlog
@bijoypanikavlog 2 сағат бұрын
Apuni iman durat hoi video bonai dekhuwai se bahut bahut thanks
@-ankur_ankit.
@-ankur_ankit. 9 сағат бұрын
টাই আহোম ❤
@ParagSarma-f2w
@ParagSarma-f2w 9 сағат бұрын
Awesome Content bhukhan da ❤❤
@mmhjkjj
@mmhjkjj 8 сағат бұрын
ইমান ধুনীয়া গাওঁত মিয়া কেইঘৰ মান বহাই দিলে ইয়াৰ পৰিৱেশ নোহোৱা কৰি দিব
@ChittaranjanGam
@ChittaranjanGam 8 сағат бұрын
Blg disa 😂
@mannanassam5249
@mannanassam5249 8 сағат бұрын
Fali dise comment
@DebojitGogoi-k9w
@DebojitGogoi-k9w 6 сағат бұрын
Are bhai tat Miyai ulta palta korilei katibo
@upendrajit_143
@upendrajit_143 6 сағат бұрын
😂😂😂
@gautamgogoi2253
@gautamgogoi2253 6 сағат бұрын
😂😂😂😂😂
@binandahazarika156
@binandahazarika156 Сағат бұрын
Vl lagil dey tumi je goi pala goi চাওলুং চুকাফা ঠাই মোৰ বেয়াই লাগি আছিল ফ্লাইট 2 বাৰ cansel hua dekhi so etiya val lagil
@gogoisway
@gogoisway 5 сағат бұрын
Awesome bhukhan da .bhal lgil sai❤
@trailukyadihingia4555
@trailukyadihingia4555 4 сағат бұрын
" best of the best hobo goi ase...👌👌👌❤❤❤👌👌👌"
@dhruba29
@dhruba29 5 сағат бұрын
বহুত ভাল লাগিল দাদা ভিদিও টোৰ চাই।সঁচাই আবেগিক হৈ গৈছো ।
@simantabailung2865
@simantabailung2865 9 сағат бұрын
সঁচাকৈ মোংমাও চহৰখন দেখি চকু পানী উলাই গ'ল, চুকাফাই এৰি অহা নাতি- নাতিনী সকল কেনেকৈ আছে আৰু আমি অসমত থকা চুকাফাৰ নাতি - নাতিনী আৰু বংশধৰ সকল কি কৰি আছোঁ।
@ashimphukan4847
@ashimphukan4847 8 сағат бұрын
ইয়ালৈ অহাটো স্বৰ্গদেউ ভুল সিদ্ধান্ত আছিল যেন লাগে ,
@Ratna-wk9ht
@Ratna-wk9ht 7 сағат бұрын
​@@ashimphukan4847 umm hosakoi o 😢
@TupuluChangmai
@TupuluChangmai 6 сағат бұрын
​@@ashimphukan4847 hidhantotu thikei asil kamu valei korile..kintu kisumn aborjona bilakok logot loi luar babei aji eitu obostha hoitu amar axomor 🥹😣
@jyotsnaborgohain659
@jyotsnaborgohain659 6 сағат бұрын
Mon sui jua video xosai bahut bahut dhonyobad.
@AssameseAdda2.0
@AssameseAdda2.0 3 сағат бұрын
Thank you brother ❤😊 being a Ahom very emotional after seeing this video
@PRANJALBORUAH
@PRANJALBORUAH Сағат бұрын
বহুত ধুনীয়া বনাই ছা দেই
@parthanagogoi5997
@parthanagogoi5997 9 сағат бұрын
Bohut val lagil amar ahom xokol thai khini dekhi
@thapaboro5734
@thapaboro5734 5 сағат бұрын
Tumi o ahom chinese hoi 😂😂
@parthanagogoi5997
@parthanagogoi5997 5 сағат бұрын
@thapaboro5734 moi ahom hoi dada ami tai ahom jitu ami fuwalung buli kou
@gitimonimohan6677
@gitimonimohan6677 19 минут бұрын
বহুত বহুত বেছি ভাল লাগিল ভিডিঅ টো চাই.... ঠাইবোৰ যেন নিজৰ নিজৰ লাগি গ'ল |
@arundeori8142
@arundeori8142 8 сағат бұрын
Next video.....❤ Jai aai axhom .... from Assam chaina
@bipul-w1d
@bipul-w1d 4 сағат бұрын
Dada moja Video. Bohut vl lage China Video sai ❤❤❤❤❤
@aoomusicofficial2124
@aoomusicofficial2124 3 сағат бұрын
We r waiting bhukan da❤
@amarendradeka5253
@amarendradeka5253 8 сағат бұрын
ভূখন দা মই আপোনাৰ ভিডিও বিলাগ চায় থাকো কমেন্ট কৰি থাকো কিন্তু চাছকেৰাইব কৰা নাচিলো আজী কৰীলো আপোনা ভিডিও বোৰ চায় বহুত ভাল লাগে❤❤❤❤❤❤
@TarunGogoi-ri1ox
@TarunGogoi-ri1ox 4 сағат бұрын
বৰ সুন্দৰ । পৰিশ্ৰমৰ সাৰ্থক হৈছে।
@DeBoJiTChutia-007
@DeBoJiTChutia-007 4 сағат бұрын
Bhukhan da apuna video sai bohut val lage love for assam duliajan
@localboysbongaigaon3908
@localboysbongaigaon3908 3 сағат бұрын
Nedekha jaga dekhibo parisu nojona kotha janibo parisu apuni okole goise China hahokh ase bhut apunar..... Baki nkou aru Love you Bhukhan Da❤
@dhrupadkalita7246
@dhrupadkalita7246 7 сағат бұрын
সচাকৈ বহুত ভাল লাগিল❤ নতুন চিন্তা❤
@pranabdas1422
@pranabdas1422 3 сағат бұрын
Bhut val lagile
@marlyaxom818
@marlyaxom818 4 сағат бұрын
The number one youtuber in Assam❤
@rajrupking2363
@rajrupking2363 7 сағат бұрын
Proud to be ahom bhht bhl lgila tmr video sai ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ u r the best youtuber
@NorenKardong
@NorenKardong 6 сағат бұрын
চাইনাত চাফ-চিকুন বহুত বজাই ৰাখে যেন লাগিছে। তাত আমাৰ দৰে তামোল -পান নাখাই নে কি; কতো তামোল -পানৰ পিক তোমাৰ বিডিয়ত দেখা নাই। ৰাষ্টাবিলাক বৰ সুন্দৰ।বৰ ভাল লাগিল বিডিয়বোৰ চায় ।ধন্যবাদ ভূষন।❤❤❤
@RatulGogoi-n8k
@RatulGogoi-n8k 6 сағат бұрын
Thank you so much for sharing this wonderful land of our forefathers.
@Parishmita_deka15
@Parishmita_deka15 8 сағат бұрын
এনেকৈ অসমৰ মানুহে বিদেশত যায় ভিদেও বনালে ভাল লাগে ...proud of u dada❤ .. সকলোৰে মন থাকে এনেকৈ যোৱা ...jiki Nhok class 9 t porhi asu মোৱমৰীয়া, মান এইবোৰ ৰ কথা মনত পৰি গল চাই ভাল লাগিল
@AssameseMixture
@AssameseMixture Сағат бұрын
❤❤❤❤❤
@MajaniBaruah-fl4jx
@MajaniBaruah-fl4jx 6 сағат бұрын
Thank you bhukhan....Eman khundor koi dekhuar karone bohut val lagise sai
@KartikBorpatra
@KartikBorpatra 6 сағат бұрын
Bahut bhal lagil videotu sai, dhoinobad apunaloi Sukaphaar dekh dekhuar babe❤
@DilipDutta-f1c
@DilipDutta-f1c 5 сағат бұрын
Mr. Bhukanyou are great as a famous You tuber .Thanks alot .
@chetiahaflong3511
@chetiahaflong3511 5 сағат бұрын
Í thanks to you for show our forefathers original place. chetia haflong.
@miligaming6063
@miligaming6063 5 сағат бұрын
❤❤❤wow Bhukhan dada so beautiful place ...aru Bahut duniya lagise sai❤❤
@dipjyotigogoi2781
@dipjyotigogoi2781 6 сағат бұрын
Bahut Val Lagil Aju Koka Chargadeo Chaolung Sukafa r Birth Place Mung Mau State . Proud Koru Bahut Ahom Hisape😊. Thank You so Much Bro Exploring You Chargadeo Chaolung Sukafa Birth Place 👐. Waiting to Next Vlog.
@thapaboro5734
@thapaboro5734 5 сағат бұрын
Tumi o chinese or para jonmo hoisa 😂😂
@dipjyotigogoi2781
@dipjyotigogoi2781 4 сағат бұрын
@thapaboro5734 Kun be toi bodos bolktu Mongolia r Chinese hoi n.tetia akl Ahom ey nhoi tohoti u Chinese r porai jonmaa hoiso
@thapaboro5734
@thapaboro5734 2 сағат бұрын
@@dipjyotigogoi2781 Toi oxomiya buli ki proman dibo bisarisa be tuhator rojah a chinese hoi bujisa ki al bal bhul kori reply diye asa be 🙄
@ChayankHazarika
@ChayankHazarika 45 минут бұрын
@@thapaboro5734 Hoi ja ami Chinese holeu rule korisilu Axom 600 bosor🗿😎
@renulahon3253
@renulahon3253 26 минут бұрын
Bhukhan tumak bahut bhanyabad assamak dunat parisay karua babe
@ModhusmitaGogoi
@ModhusmitaGogoi 5 сағат бұрын
Bohut val lagile dada...antorr pora dhoinobad....
@HariRaj2451
@HariRaj2451 4 сағат бұрын
Bhukhan dai chainnat khai khai শকত হৈ গৈছে❤❤❤❤❤
@pranjalbezbaruah3932
@pranjalbezbaruah3932 7 сағат бұрын
Most great work bhukhan da So beautiful video ❤
@sanjibrajkonwar1777
@sanjibrajkonwar1777 6 сағат бұрын
ৰুইলি চহৰ। কেতিয়াবা গুগলত চাৰ্চ কৰি চাওঁ। কিবা আপোন আপোন লাগে। কিয়নো নালাগিব। চিনি নোপোৱা, ভাষা বুজি নোপোৱা অথচ তেজৰ আপোন বহু মানুহ আছে তাত। কেনে আছে তেওঁলোক, জানিবৰ মন যায়। তাহানিৰ সেই মুঙ মাও (Mung Mao or Möng Mao), উপৰিপুৰুষ, বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চুকাফা (চ্যু-কা-ফা)ই এৰি অহা জন্মভূমি। আপোনালৈ অশেষ ধন্যবাদ। পিছৰ ভিডিঅলৈ বাট চাই ৰলো।
@AssameseMixture
@AssameseMixture Сағат бұрын
Thank you ❤❤❤
@purabidas2186
@purabidas2186 5 сағат бұрын
Thank you Bhukhan...it is worth watching .... 👌👌👍👍😊... Love from Duliajan
@rimpisaikia1294
@rimpisaikia1294 6 сағат бұрын
Aguai jua dada love you bhukhan da ❤aru anekua vidio di jaba
@mridulsaikia2253
@mridulsaikia2253 7 сағат бұрын
Bohut dhunia deiii..... Video bur vl lgise
@ratulcreation9822
@ratulcreation9822 3 сағат бұрын
Excellent 👍🏾
@PriyanshuProbalGoswami
@PriyanshuProbalGoswami 7 сағат бұрын
Bhukhan ভাই thanks for making such video
@BinaGohain-un2ot
@BinaGohain-un2ot 7 сағат бұрын
Bhukhon tmk bht bht dhonyobad jonalu
@daimalubrahma2497
@daimalubrahma2497 8 сағат бұрын
Bhukan......one of the best creator of Assam. Tq bro
@pallavirajkumari92
@pallavirajkumari92 6 сағат бұрын
Thanks alot for this content...no words to you and your works.god bless you.
@dhirasrigogoi5709
@dhirasrigogoi5709 7 сағат бұрын
Thank you bhukhan🎉🙏
@utpalgog
@utpalgog 8 сағат бұрын
One of the best video for Assamese people 👏 🙌 👌 ❤️
@chandiramkhatowal9632
@chandiramkhatowal9632 7 сағат бұрын
Tumer sundor video Sai kub bhal lagil Love from bordolai Nagar Tinsukia
@SatyaSarmah-s9p
@SatyaSarmah-s9p 9 сағат бұрын
Bhukhan xasai dei tumar chinar pratitu videoi Sai asu great vale thaka God bless you
@pankajbarman314
@pankajbarman314 Сағат бұрын
Mane ki kom aru tumak, tumar level ot kunu youtuber Axom ot nai e. Altimate bro altimate, ai vedio tu China trip tur tumar sobot ke best video hoise etia logi.. keepit up bro..
@AssameseMixture
@AssameseMixture Сағат бұрын
Thank you so much 🙏🙏🙏🙏🙏🙏
@BiplabBiswas-d4f
@BiplabBiswas-d4f 9 сағат бұрын
Duniya hoise video টো bhukhan দা
@ParagSarma-f2w
@ParagSarma-f2w 9 сағат бұрын
Come on North East United FC 🔥🔥
@BidyutChetia-rc6qq
@BidyutChetia-rc6qq 6 сағат бұрын
Very nice Bhukhon da
@RajumoniRajumonidas
@RajumoniRajumonidas 8 сағат бұрын
সুন্দৰ ভিডিঅ' । ❤🎉🎉
@crbculturalresearchinstitu4710
@crbculturalresearchinstitu4710 8 сағат бұрын
Excellent video bhukhan, God bless you,🎉❤❤❤
@basantigoswami8659
@basantigoswami8659 6 сағат бұрын
বহুত বহুত ভাল লাগিল । আগুৱাই যোৱা ।
@BhupenRabha-bc1fu
@BhupenRabha-bc1fu Сағат бұрын
❤ dhuniya lagil from udalguri tangla
@RajibYein-w3n
@RajibYein-w3n 2 сағат бұрын
Righteous
@palashduarah3119
@palashduarah3119 Сағат бұрын
Nice content 🔥... virtually jodi u bohut val lagil sai . thank you so much for your efforts to show these to us.
@Eyarul-p7z2w
@Eyarul-p7z2w 6 сағат бұрын
Best youtuber in present time in Assam 🎉🎉🎉❤❤
@rimpychutia
@rimpychutia 5 сағат бұрын
waiting for ur nxt vedio...so exited
@Pinkuroy09
@Pinkuroy09 Сағат бұрын
1M congratulations ❤️❤️❤️
@riturajbaruahbaruah8324
@riturajbaruahbaruah8324 5 сағат бұрын
Xundor video bonai goi ase anekua video bonai goi thakok...aji Kali tuuu video bur beya goi ase vl vl axomor YouTubbar buur ...apuni olp beleg Ane dore video bonai goi thakok best of luck
When u fight over the armrest
00:41
Adam W
Рет қаралды 30 МЛН
Amazing remote control#devil  #lilith #funny #shorts
00:30
Devil Lilith
Рет қаралды 16 МЛН
The Ultimate Sausage Prank! Watch Their Reactions 😂🌭 #Unexpected
00:17
La La Life Shorts
Рет қаралды 8 МЛН
When u fight over the armrest
00:41
Adam W
Рет қаралды 30 МЛН