Documentary on Lachit Borphukan

  Рет қаралды 505,329

Sadananda Gogoi

Sadananda Gogoi

Күн бұрын

Пікірлер: 608
@assamese....statusmacker..8979
@assamese....statusmacker..8979 3 жыл бұрын
অতি সুন্দৰ প্ৰয়াস ,,,সদায় বিছাৰিছিলো এনে দেশপ্ৰেম মূলক কাহিনী চাব লে।।।।।চাই সচাই বহুত ভাল লাগিল ।। ধন্য সেই বীৰ,,ধন্য তেওঁ ৰ জীৱন.......👍
@M_Blowing_shorts
@M_Blowing_shorts 3 жыл бұрын
বহুদিন ধৰি ভাবি আছিলোঁ এনে এখন বোলছবিৰ প্ৰয়োজন ৷ আজি এই ছবিখনে মন আপ্লুত কৰিল ৷ আপোনাৰ প্ৰতি অশেষ ধন্যবাদ দাদা ৷
@nijaraboro7921
@nijaraboro7921 3 жыл бұрын
সঁচাকৈ মইও আজি হে চালোঁ বৰ ভাল লাগিল আকৌ স্কুলৰ কথাবোৰ মনত পৰিছে চাৰে পঢ়োৱা
@hiteshdas514
@hiteshdas514 3 ай бұрын
​@@nijaraboro7921🎉
@varun-jaswal
@varun-jaswal 3 жыл бұрын
Lots of Love and Respect for Great Warrior Lachit Bor Phukan Ji🚩 From Himachal Pradesh, BHARAT🇮🇳
@hiranyatalukdar8001
@hiranyatalukdar8001 Жыл бұрын
প্ৰসংগ ক্ৰমে, প্ৰণাম দাদা, আহোম সকলৰ জাতীয় শ্বাভিমান নিজৰ পৰিয়াল আৰু নিজৰ দেশ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা ত্যাগ আৰু আত্মবলিদানত বীৰ লাচিতৰ বীৰত্বৰ তেজাল কাহিনী প্ৰতি জন অসমীয়াৰ দেহৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহমান। আহোম আৰু মোগলৰ মাজত " শৰাইঘাটৰ ৰণ" এইখিনিতে বীৰ লাচিতে অতি বিচক্ষণতাৰে নৰিয়া গাৰে ৰাতিৰ ভিতৰতে অতি আপোন বিশ্বাসী নিজৰ মোমায়েক লাজুক আমিনগাঁওত গড় নিৰ্মাণ কাৰ্যৰ সমাপন কৰাৰ দায়িত্ব দিছিল। কিন্তু নিজৰ কৰ্তব্যত গাফিলতি কৰি মোমায়েক লাজুই সৈন্য সামন্তৰ লগত শুই থকা দেখি খঙত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েক লাজুক শিৰচ্ছেদ কৰিছিল। তেতিয়াহে ভয়ত প্ৰতিজন অসমীয়া সৈন্যই জীৱনক মৰন দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কাৰ্য সমাপন কৰিছিল। নহলে পিছদিনা শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিব নোৱাৰিলেহেঁতেন সেই কথা লাচিতে বাৰুকৈয়ে উপলদ্ধি কৰিছিল। কিন্তু আমি আজি নিজৰ দোষ ঢাকি লোকৰ দোষ খুচুৰা কামত ব্যস্ত। নিজৰ দোষত উকীল ধৰি লোকৰ বিচাৰ কৰো। সেয়েহে ভূপেন দাই কৈ গাইছিল -- মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধোৰ্য সাহস আৰু দুবাহুত বল। শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি। সকলোৱে কৈছেহি দেশ জাতি সমাজক ঠগ প্রতাৰক বোৰ চিনাকি বুলি। এই জাতি এই দেশ হৈছে সমুলি শেষ চুকে কনে আজি দেখোন বদনৰে দল । বুকুৰে বান্ধৈ মোৰ দিও কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমন । সেৱাৰে -- হিৰণ্য তালুকদাৰ ২৪/০৪/২৩ ৰাতিপৱা:- ৪:৪৭ ফোন :- 8638774895 বি:দ্রঃ সকলোৱে লাচিতৰ কথা কয়। লাচিতৰ মোমায়েক দুজনৰ নাম নাজানে। মোমায়েক দুজন ক্ৰমে লাজু আৰু লাহন আছিল। লাচিতে লা কাটিছিল।
@AnkurjyotiBorah-n1k
@AnkurjyotiBorah-n1k Жыл бұрын
❤❤❤
@dinabandhu9827
@dinabandhu9827 6 ай бұрын
🙏🙏♥️♥️
@metkamurmu4192
@metkamurmu4192 2 ай бұрын
Nice
@monjulahon7712
@monjulahon7712 2 жыл бұрын
আদৰ্শ মুলক নাটক খন চাই বহুত ভাল লাগিল , কোঙা হৈ যোৱা মানসিকতা সাহসৰে ভৰি পৰিল । লাচিত বৰফুকনক আহোম যুগৰ লাচিতৰ দৰে লাগিল ।
@basantaborboruah5719
@basantaborboruah5719 4 жыл бұрын
আহোমে কেতিয়াও অপমান সহ্য নকৰে , এইটো চিৰ সত্য কথা । ভিডিওতো চাই বহুত ভাল লাগিল ।
@jinx_seng
@jinx_seng 3 жыл бұрын
Sorry but অসমে অপমান সহ্য নকৰে।
@chowlengdonahom1105
@chowlengdonahom1105 2 жыл бұрын
Right আহোমে সেও মানিব নোৱাৰে, অপমান সহ্য কৰিব নোৱাৰে।। আহোম স্বাধীন হয়।। জয় আহোম।। তাঈ আহোম পে-অং-লে।। মৌং-দুন-ছুন-খাম অন্-তা-লে।।
@BijoyBoro-xe4om
@BijoyBoro-xe4om 10 ай бұрын
Ahom hokole nijor bhaka sangkrit Ari kiyo axomiya bhakako akuwali lole??? Ahom 600 bosor axom rajotya korar ki ortyo takil . axomiya bhaka Ari nijor ahom bhakatu uddar korak.
@basantaborboruah5719
@basantaborboruah5719 10 ай бұрын
@@BijoyBoro-xe4om আহোমে সদায় অন্য জাতি জনগোষ্ঠীৰ পৰস্পৰা , ভাষা , কলা সংস্কৃতি সন্মান কৰি আহিছে আৰু কৰে । নিজৰ ভাষা পৰম্পৰা জোৰ জৱৰদছ বা হেঁচা প্ৰয়োগ কৰি অন্য জাতি জনগোষ্ঠী ওপৰত জাপি দিয়াতো আহোম সকলে কোনো দিনে কৰা নাই , সকলো মিলি এক লগ হৈ থকা আৰু নিজৰ উদাৰতা বাবে আহোমে 600 বছৰ শাসন কৰিব পাৰিছিল । বাকী থাকি ভাষা , অসমত অকল আহোম সকলৰ নিজৰ ভাষা, লিপি আছে আৰু তাৰ পূৰ্ণ উদ্ধাৰ বাবে কাম কৰি থকা হৈছে ।
@topongogoi9953
@topongogoi9953 5 ай бұрын
​@@BijoyBoro-xe4omthik koisa ......Tai ahom language 2 akou ghurai anibo lagibo amar ahom hklr majoloi...
@binodbora9551
@binodbora9551 3 жыл бұрын
আচল ডায়েলগটো "দেশতকৈ মোমাই ডাঙৰনহয়" ভালদৰে উপস্থাপন হোৱা দেখা নগ'ল । যিয়েই নহওক কিয় চাই খুব ভাল লাগিল । অলপ আবেগিক হৈ গৈছিলো । এইখন ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত "বাহুবলী"ৰ দৰে মেগা চিনেমা বনাব নোৱাৰিনে ? বৰ্তমান সময়ত ৰাইজ আৰু ৰজাঘৰীয়াৰ বাবে এটা নিদৰ্শন হ'ব । সুধী আৰু বিজ্ঞ সমাজে চিন্তা কৰকচোন ।
@oft1396
@oft1396 2 жыл бұрын
লাচিত বৰফুকনৰ মোমায়েকৰ নাম কি কোনোবাই জানে নি :
@tankswargohain6701
@tankswargohain6701 2 жыл бұрын
বৰ নিম্ন মানৰ হৈছে ।বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইয়াতকৈ বহু উন্নত মানদণ্ডৰ হব লাগিব। বাহুু বলীৰ দৰে উচ্চ প্ৰযুক্তিৰ প্রয়োজন আছে।
@aakashboom
@aakashboom Ай бұрын
main issue poisa money
@rajgeetjoshi3401
@rajgeetjoshi3401 3 жыл бұрын
Respect to Lachit from Uttarakhand. He inspires a lot of Indians to fight for protecting our land. Hope the present generation will be able to save and protect Assam as soon as possible. Jai Maa Kamakhya.
@aptaggi9514
@aptaggi9514 3 жыл бұрын
জয় আই অসম
@hamringdaokemprai2518
@hamringdaokemprai2518 3 жыл бұрын
P
@lightningboy906
@lightningboy906 3 жыл бұрын
Even after being out of syllabus in education system history 🤣
@bimalbora4814
@bimalbora4814 3 жыл бұрын
Joi ai Assam
@mayaenterprisevlogs6422
@mayaenterprisevlogs6422 3 жыл бұрын
বাঘ হাজৰিকাক চিনি পোৱা নাই কিন্তু.....
@nabanika.nature9471
@nabanika.nature9471 2 жыл бұрын
ধন্যবাদ, বোলছবি খনৰ জৰিয়তে অসমীয়াক পুনৰ গৌৰৱময় ইতিহাস মনত পেলাই দিবলৈ বিচৰা বাবে ৷ আমাৰ এই মহান ইতিহাসৰ কাহিনীৰ সকলোকে আকৰ্ষণ কৰিব পৰা বাহুবলীৰ নিচিনা চিনেমা বনাবো পাৰি যাৰ দ্বাৰা সকলো দেশবাসী অসমৰ বিষয়ে জানিব পাৰিব৷ 🤗😇
@kanyakumarisaikai2388
@kanyakumarisaikai2388 4 жыл бұрын
অতি সুন্দৰ ৷ পুনৰবাৰ উপভোগ কৰিব পাৰি ভাল লাগিল ৷ কাৰুকাৰ্য সুন্দৰ
@animabarik5134
@animabarik5134 3 жыл бұрын
From Odisha , watching one of the greatest warriors of maa Bharati
@gajahmada9539
@gajahmada9539 2 жыл бұрын
I am also from kalinga
@Yodha3.0
@Yodha3.0 2 жыл бұрын
Thank you for visiting our assames warrior
@Padmanabham.
@Padmanabham. 2 жыл бұрын
Jai Jagannath 🕉️🙏🏼☺️
@DipakBose-bq1vv
@DipakBose-bq1vv 9 ай бұрын
He was a Chinese.
@kushalgogoi8806
@kushalgogoi8806 3 жыл бұрын
এজন অসমীয়া হিচাপে সচাই গর্বিত অনুভব হয়। জয় আই অসম। জয় লাচিত বরফুকন।🙏🙏🙏
@deepakshah1997
@deepakshah1997 3 жыл бұрын
Lachit borphukan Maharana pratap Shivaji maharaj Pritiviraj chauhan Great warriors of great motherland jai Aai axom
@sunking4129
@sunking4129 2 ай бұрын
And also Bir Chilarai from koch bihar
@mriduldutta8000
@mriduldutta8000 10 ай бұрын
সঁচাকৈ লাচিত বৰফুকন আমাৰ অসমীয়াৰ স্বভিমান এই ছবি খন ছাই আকৌ হাজাৰ বাৰ আমাৰ পূৰ্ব পুৰুষক সকলক আৰু তেওঁ লোকৰ ত্যাগ আৰু বীৰত্বক হাজাৰ কোটি প্ৰণাম। সঁচাকৈ শৰীৰত তেজ গৰম হৈ যায় এই সমূহ দিশ্য দেখিলে।
@jugalbaishya5482
@jugalbaishya5482 3 жыл бұрын
২০২১ অক্টোবৰ মাহত ২৭ তাৰিখে চাই আছোঁ আৰু কোনে কোন চাই আছা.. 🙏🙏🙏 জয় আই অসম 🥰🥰🙏🙏
@aptaggi9514
@aptaggi9514 3 жыл бұрын
আমি অসমীয়া, লাচিতৰ তেজ আমাৰ ওচৰত আছে ,দেশৰ কাৰণে আমিও আগবাঢি যাম
@borgohainkrishna277
@borgohainkrishna277 3 жыл бұрын
Jai ai axom
@manajitmajumder7092
@manajitmajumder7092 Жыл бұрын
Excellent depiction of Ahom Empire and great narrations about Lachit Borphukan whose resoluteness and valour remained legendary. Invader Moghuls had to bite dust in the Battle of Saraighat and run away. Lachit symbolises National Inspiration of Bharatvarsh.
@dipankarbanerjee608
@dipankarbanerjee608 3 жыл бұрын
Lion , Great Fighter and Military General , His life should be taught to every student of our country ,
@bastavcharaimuria8853
@bastavcharaimuria8853 2 жыл бұрын
Diamond Lachit Borphukan ❤️‍🔥 Love from Sivasagar, Assam ❤️
@oneclick_art
@oneclick_art 3 жыл бұрын
The king who protected north east culture from radical islamist mughal..... Jai ahom love from maharashtra
@zordanssmith1635
@zordanssmith1635 Жыл бұрын
And we love Maharashtra too! We share a history of warriors and their legends will forever be lived.
@barnojwaldeka6784
@barnojwaldeka6784 Жыл бұрын
Lachit was not a king he was the chief commander or senapati
@bollywoodscenesandudayansh5947
@bollywoodscenesandudayansh5947 Жыл бұрын
But originally they are form china
@Archana20387
@Archana20387 Жыл бұрын
​@@bollywoodscenesandudayansh5947they were from Thailand,fool
@bhargabborah4194
@bhargabborah4194 Жыл бұрын
​@@Archana20387 mongmao is in south china
@hemantasaikia8383
@hemantasaikia8383 3 жыл бұрын
অতি সুন্দৰ, বৰ ভাল লাগিল । আগলৈও এনে চবি চাবলৈ পাম বুলি আশা কৰিলো।
@mamilabhuuyan6391
@mamilabhuuyan6391 3 жыл бұрын
সুন্দৰ হৈছে ,ধন্যবাদ জ্ঞাপন কৰিছোঁ
@burulinavideos
@burulinavideos 3 жыл бұрын
ৰামসিংহই সেই আফুগুটিৰ টোপোলাটোত ক'লা যাদু কৰি দিছিল সেইবাবে তেওঁ নৰিয়াত পৰিছিল, কিন্তু তেওঁৰ দেশপ্ৰেম, সাহস আৰু দৃঢ় প্ৰতিগ্যৰ ওচৰত সকলোৱে সেৱ মানিলে।
@devendrakumarshrivastava1397
@devendrakumarshrivastava1397 3 жыл бұрын
MERE BHARAT KE MAHAVEER JINHONE APNE MOTHER INDIA KE LIYE APNA SARVOCH BALIDAAN DIYA JAI LACHIT BORPHUKAN JAI MAHARANA PRATAP JAI SHIVAJI MAHARAJ JAI GURU GOVIND SINGH 🇮🇳💪💪💪
@priyanshshrivastava7006
@priyanshshrivastava7006 3 жыл бұрын
Jai HIND🇮🇳🙏🏻💪
@bikirabha4372
@bikirabha4372 2 жыл бұрын
এই ভিদিও টি দিয়াৰ বাবে ধন্যবাদ। জয় বীৰ লাচিত । জয় আই অসম
@rituraj1135N
@rituraj1135N 3 жыл бұрын
The #Ahoms defeated the mughals 17 times. Hatts off to Lachit. জয় আই অসম 🙏
@vinodjoshi676
@vinodjoshi676 3 жыл бұрын
Hamari indian army mein BEST CADET ko *LACHIT BORFUKAN TROPHY* kargil war ke baad 1999 ke bad dena start huee Jai LACHIT
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 2 жыл бұрын
Bro BorPhukan not Fukon
@localentertainment2730
@localentertainment2730 3 жыл бұрын
Proud to be an Assamese people and Ahom 😍❤️❤️
@rodtang2598
@rodtang2598 2 жыл бұрын
Ahoms are mongoloid race right?
@ME10111
@ME10111 2 жыл бұрын
@@rodtang2598 yes
@user-xm6tp6ys4y
@user-xm6tp6ys4y 2 жыл бұрын
@@rodtang2598 Ahoms are Kra-Dai people.
@user-xm6tp6ys4y
@user-xm6tp6ys4y 2 жыл бұрын
@Ans Dash umm yes Odia is closer to Assamese ❤️. Do you know we have our own language which known as Tai Ahom language.
@rodtang2598
@rodtang2598 2 жыл бұрын
@@user-xm6tp6ys4y what is kra-dai..?
@prasantaborah5229
@prasantaborah5229 3 жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ
@Vishal-mt3zf
@Vishal-mt3zf 3 жыл бұрын
এনে বীৰ লাচিতক মই বাৰ বাৰ প্ৰণাম কৰিছোঁ। লাচিত আহিল মোগল পলাল জয় লাচিত জই আই অসম।।।
@kabirdahal5362
@kabirdahal5362 2 жыл бұрын
Jai I am Jay I am Jay I am
@subhasishchakraborty5175
@subhasishchakraborty5175 4 жыл бұрын
Jai aai axom.... Jai Lachit Borphukan.... 🙏🙏
@ImperialIndic
@ImperialIndic 3 жыл бұрын
Tumi west Bengal theke ?
@utpaldas3148
@utpaldas3148 3 жыл бұрын
Very very useful information for Assamese people,becoz they have to know about our own Lacit Borphukan! Everyone should know about him, again thanks for your valuable information!
@Gamingzone-nt2hb
@Gamingzone-nt2hb 3 жыл бұрын
Assamese people know about their own history...we get these history from our childhood...but I think you don't about this... first time you get to know about this.
@abhijitsatpathy7777
@abhijitsatpathy7777 Жыл бұрын
Jai Jagannath I'm From KALINGA, JAI LACHIT BORPOKAN the greatest warrior of world.
@peetychetia9519
@peetychetia9519 3 жыл бұрын
সুন্দৰ নিদৰ্শন হৈছে অসমৰ জাতীয় গৌৰৱ
@dpparihar123
@dpparihar123 4 жыл бұрын
Love from Rajasthan jai maa mahakali
@kundansand111
@kundansand111 3 жыл бұрын
Jay Maa Mahakali.
@dipkhikhadas5613
@dipkhikhadas5613 4 жыл бұрын
Bhot val lagil sai ☺️🙂🙂
@utpaldasmusic2285
@utpaldasmusic2285 3 жыл бұрын
বৰ ভাল লাগিল Thank you too all actors actress
@symphony1625
@symphony1625 3 жыл бұрын
Sabhiko Lachit Divas ki Hardik Subhkamnaye💐Jai Lachit Borphukon...Jai Aai Axom🙏
@chaoankurchetia5898
@chaoankurchetia5898 4 жыл бұрын
সুন্দৰ হৈছে৷ কিন্তু সাজ পোচাক বিলাকহে টাই আহোমৰ নহয়৷
@souvikmukherjee1013
@souvikmukherjee1013 2 жыл бұрын
great sir, thanks for this video, its our real histrory, great king & warrior lachit borphukan, joy hind from an indian bengali christian paris, france.
@Shortsindia40
@Shortsindia40 4 жыл бұрын
Bohut val lagil sai
@PKrNeogAssameseculture
@PKrNeogAssameseculture 2 жыл бұрын
great creation. All are true basis of History.
@Xgamershorts252
@Xgamershorts252 4 жыл бұрын
Oti Khundor ❤Jai aai Axom❤
@BabiSiram-q6q
@BabiSiram-q6q 5 ай бұрын
Eketi tharite duti phool---Pahar aru bhoyam.Asomiya amar kokai...Moi Arunachalor.
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 3 жыл бұрын
A lot of thankfulness presentation this Assam(Ahom) historical documentory and good wishing to All actor , for ahead,,,
@malabikasaikia8068
@malabikasaikia8068 11 ай бұрын
মই ভাবো আৰু মই ইয়াত এটা কথা কও যে লাচিত বৰফুকন আছিল অসমৰ এগৰাকী ৰজাৰ দৰে কাম কৰিছিল । 😢😢😢❤❤❤❤😢😢😢❤❤😢😢❤
@MultimediaTr.
@MultimediaTr. 9 ай бұрын
Yes ❤
@alankar378
@alankar378 3 жыл бұрын
True patriot of Hindustan... A great warrior.. can anyone add subtitles please.. it is a story to be told to every indian...
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar 2 жыл бұрын
he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch💯
@deepdeka9959
@deepdeka9959 2 жыл бұрын
@@Rajaulmahammadtalukdar chup thak mughol
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar 2 жыл бұрын
@@deepdeka9959 chal be nalle🦶
@Archana20387
@Archana20387 Жыл бұрын
​​@@RajaulmahammadtalukdarChuslim tere baap ko 17 baar haraya hai Lachit Borphukone
@rememberwhen7271
@rememberwhen7271 Жыл бұрын
​@@deepdeka9959wtf are you saying he's right Lasit fought for Assam Not India You should call yourself mughal instead of him because the other guy is the true lover of Assam not you
@subhadeepkarmakarBengal
@subhadeepkarmakarBengal 3 жыл бұрын
Respect from West Bengal. India need Lachit Borphukan type Worrior who fought for mother land also save our India’s Culture. Assam Now Approx than 40% Muslim (Unofficially/ as per Wikipedia) but Assamese select a Proper Govt to save culture & identity. Unfortunately We the people of West Bengal(Some of them vote just because of govt subsidy & here 30% Muslim also exist) don’t know what will be happen in our future.Please Pray for us 🙏
@andaaregaan.5466
@andaaregaan.5466 3 жыл бұрын
Next bar bjp.. jetatei hobe.. information war ee lege poro
@HistoryEditsChannel
@HistoryEditsChannel 3 жыл бұрын
kzbin.info/www/bejne/mZy2nox-arWfnck Lachit barphukan hindi whatsapp status
@randomshits1594
@randomshits1594 2 жыл бұрын
Muslim is never a problem for us 🤣 and for your kind information ismail siddiqui was lachits assistant against war on mughal dude . We ahoms never do such shits dude
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar 2 жыл бұрын
he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch
@blusterbuilder4654
@blusterbuilder4654 2 жыл бұрын
@@Rajaulmahammadtalukdar after all Delhi was under Mughal so basically he fought against the invaders
@sirannjvkheng5644
@sirannjvkheng5644 2 жыл бұрын
nice documentary ❤️❤️❤️❤️val lagil sai
@Padmogogoi-e3b
@Padmogogoi-e3b 23 күн бұрын
নমস্কাৰ ভাল লাগিল আন্তৰিক শ্ৰদ্ধা নিবেদিছো
@nabaranjannath4688
@nabaranjannath4688 3 жыл бұрын
Ati uttam prayas, dhanyabad amar Ajay veer Lachit Barphukanar veeratwa darkhan karowar babe
@debrajburagohain2763
@debrajburagohain2763 3 жыл бұрын
আমি অসমীয়া ই সদায় বীৰ লাচিতৰ বীৰত্বৰে আৰু আতন বুঢ়াগোহাঁইৰ বিচক্ষণতাৰ দৰে এক হৈ থাকিব লাগিব...জয় আই অসম 🙏🙏🙏
@ankurjyoticreation3126
@ankurjyoticreation3126 2 жыл бұрын
হে জাতীয় মহাবীৰ লাচিত আজি ৪০০ সংখ্যক পৱিত্ৰ ওপজা তিথিত প্ৰণামো তোমাক। জয় আই অসম।।
@subhadeepkarmakarBengal
@subhadeepkarmakarBengal 3 жыл бұрын
Patriots like Lachit Borfukan should be respected by all Assamese as well as all Indians. Bollywood should be made a movies about him.Govt Should be teach us about him in the syllabus.(40% Muslims also exist in Assam although it is not official information obtained from Wikipedia). You the people voted to won a nationalist government. I hope under Himant ji govt will take positive steps. But it’s very unfortunate that some of our people in West Bengal are greedy for government subsidy with 30% Muslim vote.Our future is in the dark. Plese Pray for Bengali Hindu 🙏
@mrblack7218
@mrblack7218 3 жыл бұрын
জয় শ্ৰী ৰাম
@randomshits1594
@randomshits1594 2 жыл бұрын
Lachit borphukan was himself not a hindu 🤣 what the fuck do you know about ahoms asshole!! Gaanduo humlog hindu muslim nai karte. We believe in humanity
@randomshits1594
@randomshits1594 2 жыл бұрын
We respect every religion as well as hindu that doesn't mean we belong to that religion
@Mrigang_k
@Mrigang_k 3 жыл бұрын
সামৰণী গীতটো কি বুলি নাম কি? ভাল লাগিছে জয় আই অসম।
@AntarikshRajkonwar
@AntarikshRajkonwar 3 жыл бұрын
Great documentary. But please change the thumbnail and put photo of some better scene where Swaargadeo Chakradhwaj Singha and Lachit Borphukan is there
@biswajitboruah3716
@biswajitboruah3716 2 жыл бұрын
Jotin Bara, Ravi Sharma, Nayan neelim tewlukor hero bilake jodi Aag bhag lole hoi aru vl lagile hoi😢😢😢
@1mikon
@1mikon 3 жыл бұрын
Assamese people will always be indebted to Lachit Borphukan.. Too bad Assamese people have lost their self respect.They forgot their wonderful history.
@Abinash1234
@Abinash1234 2 жыл бұрын
Video টো চাই ভাল লাগিল।
@insanegaming7939
@insanegaming7939 2 жыл бұрын
😒😒Happy lachit borphukan day
@zordanssmith1635
@zordanssmith1635 Жыл бұрын
Yeh comment section main asli India chupa hua hai! Love to all! Your comments makes me happy and it is a relief to know that people outside of Assam also know about the Ahom kingdom. Which is less really because even in schools it was not taught properly.
@JagatChMudoi
@JagatChMudoi 2 жыл бұрын
Lachitborphukanhasgivenusmuchstrength. Energyandloveforourbelovedassamfromtheclutchofmughal. Iamproudoflachitborphukan. Thanks.
@madhurjyagogoi6085
@madhurjyagogoi6085 3 жыл бұрын
Bhal lagil
@AT-fw9zc
@AT-fw9zc 3 жыл бұрын
I did not understand the starting music but loved it ♥♥♥
@jadumonigogoi403
@jadumonigogoi403 3 жыл бұрын
song praises the king ,his kingdom who had great general lachit.
@pameswarnarah1040
@pameswarnarah1040 3 жыл бұрын
I got to know from axom buranjee,in this war miri(mising,) naga boro kalita were majority in axom army.love to my brave captain miri handique,who strong fight from north side,
@sujitbaruah8688
@sujitbaruah8688 3 жыл бұрын
Exactly. Heibabe olop Bea u lage. Kalita, miri, eulukor naam Iman k nulale.
@puspanganabaruah8024
@puspanganabaruah8024 3 жыл бұрын
Actually hakolubilak jati janagusthiye ahomr netrittat mughalr biruddhe judha krisil.hakolure haman arihona asil.
@randomshits1594
@randomshits1594 2 жыл бұрын
Hoi de bhai sob tohotie koriso naga boro kalita manisu bohut orihona ase but miri je amak ketyau support kora nasil. Amak ki nijor adi logote thogrami kori ahisil burinji amiu pohisu
@randomshits1594
@randomshits1594 2 жыл бұрын
Miri handique was cocktail of handique and mising
@stynershiner1854
@stynershiner1854 2 жыл бұрын
@@randomshits1594 Kintu buranji pohiso? Miri and Adis were living together for a long time before clan wars etc made some leave for Assam. The Misings gave shelter to many Ahoms during Burmese invasion of Assam. Miri-Handique, Miri-Sutiya etc formed an important part of Ahom army. We all were Assamese under the banner of the dragon. Iman k divisions bisari nethakibi.
@rihanmohanty2843
@rihanmohanty2843 2 жыл бұрын
Lachit Borphukan kae naam par bhi ek film aani chahiye.
@BadBoy-wy1il
@BadBoy-wy1il 4 жыл бұрын
Okol ahom raijok mughal e lobo nuwarile... Jai ai axom Joi ahom Joi axomiya
@VOICEOFRADIO
@VOICEOFRADIO 3 жыл бұрын
সুন্দৰ।।ভাল লাগিল।।আপোনাৰ চেনেলটো চাবক্ৰাইব কৰিলোঁ দেই।।
@TutuMoran-i1x
@TutuMoran-i1x 2 ай бұрын
Bohut.bohut.dhoinyobad.vidiotu.chai.bohut.val.lagil.chao.bishwanath.bura.gohain
@purobipatowary4239
@purobipatowary4239 3 жыл бұрын
Proud to be Axomiya. ❤️ Needs to be subtitled in English.
@Bishalbaruah7889
@Bishalbaruah7889 3 жыл бұрын
Very good, but needed english subtitles, because some people do not understand Assamese.. So, it would have been much better if added english subtitles..
@shajurohman6334
@shajurohman6334 3 жыл бұрын
আমাৰ দেশতে ইমান ভাল এখন ইতিহাস আছে কিন্তু ভাল director -ৰ অভাৱত আমি আমাৰ নিজা পৰিচয় আন্তৰ্জাতিক পৰ্য্যায়ত স্হান দিব পৰা নাই কিয় ? আজি দক্ষিণ ভাৰতৰ ছবিবোৰৰ বহুত আগবাঢ়ি গল আমিবোৰ কেল্লা বাংলাদেশীৰ সৈতেই যুজি আছো । চাওক দক্ষিণ ভাৰতৰ ছবি bahuboli2 তকৈ ভাল এখন ছবি আমাৰ অসমতেই গঢ়িতোলা যাব ।
@mbcartoons4016
@mbcartoons4016 3 жыл бұрын
Oti hundar tumar sintadhara
@BhagirathTanti-jq7ed
@BhagirathTanti-jq7ed Жыл бұрын
I am giving a million of strong salute from my bottom of heart to our respecting great hero Maha mahim " Lachit Borphukan devok for dedicating for his life to our motherland of Assam
@bobitadutta9362
@bobitadutta9362 3 жыл бұрын
Bhut val lagile 👌
@TheSwap2000
@TheSwap2000 3 жыл бұрын
Jai Hind Chatrapati Lachit Maharaj ki jai , Chatttrapati Shivaji Maharaj ki jai. Jai Bhavani
@jblover8658
@jblover8658 2 жыл бұрын
Lachit Barphukan is not maharaja, he is the general of Ahom kingdom.
@prasanta-t5w
@prasanta-t5w 2 жыл бұрын
aru lage anekua documentry
@প্ৰয়াসএকজাগৰণ
@প্ৰয়াসএকজাগৰণ 4 жыл бұрын
অতি আনন্দিত হ'লো
@nabinr7361
@nabinr7361 4 жыл бұрын
It would have been "BETTER" if there was a SUBTITLE IN ENGLISH. LET, the WORLD KNOW WHO HE WAS. MANY IN INDIA ITSELF DO NOT THE GREAT GENERAL WE HAD. Proud of Oxom + Oxomiya.
@ImperialIndic
@ImperialIndic 3 жыл бұрын
if u know Bengali also then u can understand approx 90% of the documentry
@nabinr7361
@nabinr7361 3 жыл бұрын
@@ImperialIndic Yes, I do understand Bengali. However, though being Assamese by birth... I haven't been much to Assam..
@ImperialIndic
@ImperialIndic 3 жыл бұрын
@@nabinr7361 i also dont know assamese but as a Bengali i have understood approx 60% of the documentory
@sudam9014
@sudam9014 5 ай бұрын
Love from Odisha. I can understand
@dimbeswarbora873
@dimbeswarbora873 3 жыл бұрын
Jai aii axom.. ❤️❤️❤️Lashit barfukon dngoria apunak dhoniyo
@riyabhuyan2315
@riyabhuyan2315 2 жыл бұрын
Proud to be an Assamese It should have english subtitles so that every indian should know this story...
@bunditrod2994
@bunditrod2994 Жыл бұрын
ผมคนไตฟังที่เขาพูดไม่รู้เรื่องเลย
@mrigendragogoi4728
@mrigendragogoi4728 Жыл бұрын
Ll see
@ChandanKumar-k6s9n
@ChandanKumar-k6s9n Жыл бұрын
Certainly yes! Lachit Borpukhan is one of great Indian warrior's who defeated foreign islamic barbaric invaders and stop the spread of Islamic mughal empire to Northeast kingdom's and protected it. Lachit Borpukhan is a National Hero belongs to whole country not only for Assam.
@riyabhuyan2315
@riyabhuyan2315 Жыл бұрын
@@ChandanKumar-k6s9n Yeah😊.....
@adityasharma3228
@adityasharma3228 3 жыл бұрын
It's #shannnnnnn👌👌👌 But my personal request.... Plz. Dub it in hindi....
@lsd4889
@lsd4889 6 ай бұрын
Bht dhunia hoise ...
@lucky_the_racer888
@lucky_the_racer888 2 жыл бұрын
Respect from Maharashtra. ⛳⛳⛳
@handcraftingsurajitgogoi4866
@handcraftingsurajitgogoi4866 Жыл бұрын
সুন্দৰ ভিডিঅ'👍🥰
@narengogoi1887
@narengogoi1887 2 жыл бұрын
আমাৰ সোণৰ অসম ৰূপহী দেশৰ মহান যোদ্ধা বিৰ লাচিত বৰফুকন দেৱৰ প্ৰৰাক্ৰমি চাই বুজি কোটি কোটি শ্ৰদ্ধাৰে প্ৰণামৌঁ জনাওঁ ।
@anitasaikia4245
@anitasaikia4245 2 жыл бұрын
Lachit Barphukan : the greatest warrior of Assam.🙏🙏🙏 He is the Victory of Assam and Pride of Assam.🙏🙏🙏🙏🙏🙏
@Unmoy
@Unmoy 2 жыл бұрын
Respect for Lachit borphukan ❤❤❤❤❤🔥🔥🇮🇳🇮🇳
@BinodKumar-lo9yp
@BinodKumar-lo9yp 2 жыл бұрын
Patliputra ki dharti se parnam aise veer yodha ko jai Assam from Bihar
@gautamphukan5079
@gautamphukan5079 3 жыл бұрын
Xundor ati xundor
@ranugogoi9561
@ranugogoi9561 Жыл бұрын
Het...eikhon ..lachit borphumhonr documentary dre nailoga....
@someswarbrahma2406
@someswarbrahma2406 3 жыл бұрын
Bhal. ,bhal lagiche ...
@harensaikia204
@harensaikia204 2 жыл бұрын
Ajir asom hantit ase kewal haijona bir purush Lachit Borphikan dangariar babe.teor hahakh agar mugaleo tabadh mani polai goisil.hatakouti pranam jonaisu haijona bir Lachit Borphikan loi🙏🙏🙏🙏.
@gautamphadnis7629
@gautamphadnis7629 3 жыл бұрын
YAAR HAMEIN VEER AHOM KE BARE MEIN PADHAYA JANA CHAHIYE THA
@kingrava-k5f
@kingrava-k5f 5 күн бұрын
bhut val lagil
@nikhildotasara1189
@nikhildotasara1189 2 жыл бұрын
Respect from Rajasthan
@rajusaikia9238
@rajusaikia9238 2 жыл бұрын
অসমীয়া হিচাবে গৌৰান্বিত । উপস্থাপন সুন্দৰ ।
@daspranabdas3464
@daspranabdas3464 2 жыл бұрын
Vl lagil si🥰😘😘😘😘
@MikealPran
@MikealPran Ай бұрын
300 cr কোনোবাই লগাওক আৰু এই প্ৰজেক্টটো SUV সুব্ৰত কাকতিক দিয়ক। যিয়ে ৰঘুপতি আৰু বিদূৰ ভাই পৰিচালনা কৰিছিল। তেওঁক ৩০০ কোড়ৰৰ প্ৰয়োজনে নাই। ৫০ কোড়ৰতে কৰি দিব। কিন্তু ইন্টাৰনেছনেল লেভেলৰ টেকনিচিয়ানৰ প্ৰয়োজন হ'ব। তেতিয়াহে RRR দৰে‌।golbal recognised পাৱলে সক্ষম হম আমি।
@Biswajitdas-gz8tq
@Biswajitdas-gz8tq 2 жыл бұрын
লাচিত বৰফুকন আমাৰ অসমৰ অসমীয়াৰ গৌৰৱ তেওঁৰ স্মৃতি যুগমীয়া হয় জীয়াই থাকক
@Pro9pix
@Pro9pix 2 жыл бұрын
These historic events should be adapt into flims and series... So that the young generation gets to know about it in a simpler form and carry on the great legacy left behind by our forefathers
Lachit Barphukan
1:00:01
HISTORY TV18
Рет қаралды 213 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
The Ahom Kingdom: How Thai Migrants Built a Northeast Indian Superpower
18:54
Reality of Narendra Modi | How Indians were Fooled! | Dhruv Rathee
27:51
His Majesty The Ahoms
52:21
Films Division
Рет қаралды 43 М.