Рет қаралды 311
NE TALKS
ঠিকাদাৰক হিমন্ত চৰকাৰে দিবলৈ বাকী আছে ১২হাজাৰ কোটি টকা।ঠিকাদাৰক দিবলৈ ধন নাই হিমন্ত চৰকাৰৰ কিন্তু হিতাধিকাৰীৰ নামত হিমন্ত চৰকাৰে খৰছ কৰি আছে হাজাৰ হাজাৰ কোটি টকা।হিমন্ত চৰকাৰে হিতাধিকাৰীৰ নামত চলিত বছৰতে ব্যয় কৰিছে ১১হাজাৰ ৭৫কোটি টকা