Рет қаралды 756,527
ৰাজনৈতিক নেতাৰ বাকযুদ্ধৰে উত্তপ্ত নিৰ্বাচনী প্ৰেক্ষাপট। হিমন্ত বিশ্ব শৰ্মা এসময়ত মোৰ বৰপুত্ৰ আছিল, এতিয়া মোদীৰ বুলি মন্ত্ৰী শৰ্মাক টাৰ্গেট প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী ডঃ শৰ্মাৰ। মুখ্যমন্ত্ৰী সোণোৱালৰ কামিহাঁৰ নাই বুলি গগৈয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া সোণোৱালৰ। গগৈৰহে কামিহাঁৰ নাই, সেইবাবেই তেওঁ আজমলৰ শৰণাপন্ন বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/