No video

ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ প্ৰকৃত সত্য পোহৰলৈ আহিল, কিয় নিখোজ ৰমেনদা?

  Рет қаралды 88,172

News Live

News Live

Күн бұрын

📌ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ প্ৰকৃত সত্য পোহৰলৈ আহিল। পৰিয়ালকেন্দ্ৰিক কাৰণত প্ৰচণ্ড মানসিক অশান্তিত ঘৰ এৰিছিল সংগীত পৰিচালক ৰমেন বৰুৱাই। নিকট আত্মীয়ৰ কথা আৰু কামৰ বাবে প্ৰচণ্ড আঘাত পাইছিল সংগীত পৰিচালক ৰমেন বৰুৱাই। ইফালে পৰিয়ালকেন্দ্ৰিক সংঘাত স্পষ্ট কৰি দ্বীপেন বৰুৱাক প্ৰত্যাহ্বান ভতিজীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 64
@ashokhatibaruah7535
@ashokhatibaruah7535 Ай бұрын
অসমৰ ৰাইজে এতিয়া শ্ৰদ্ধাৰ দ্বিপেন দাক নিৰাপত্তা দিয়াৰ চিন্তা কৰিব লাগে ৷ পৰিয়ালৰ পৰা দ্বিপেন দাই নিৰাপত্তা যে নাপায় এইটো এক প্ৰকাৰ নিশ্চিত ৷ ইমান শান্ত শিষ্ট এজন মানুহ দ্বিপেন দা তেওঁক যে নিজৰ পৰিয়ালৰ মানুহে যি দৰেহে কৈছে আচৰিত ৷ ৰমেন দাকো এই ব্যৱহাৰেই কৰিছিল এইটো একেবাৰে খাতাং ৷
@ssarma5755
@ssarma5755 Ай бұрын
!! Mm D H
@hiragoswami4191
@hiragoswami4191 Ай бұрын
ভতিজীয়ে দেখুৱাই দিলে তেওঁলোকৰ পৰিয়ালৰ মাজত সম্পৰ্ক বোৰ বেয়া , সন্মান কৰিব নাজানে। দ্বিপেন বৰুৱা গায়ক তেওঁৰ দেউতাক পৰিচালক আৰু ৰমেন বৰুৱা সুৰাকাৰ কিন্তু গায়ক গতিকে তেওঁৰ মূল্য নাই তেওঁৰ দেউতাক,খুৰাকেহে আনিলে। প্ৰথম কথা দ্বিপেন বৰুৱাক ককায়েক হঁতেই হাতৰ ক্ৰিকেট বেটখন পেলাই তেওঁৰ কণ্ঠত সৰস্বতী থকা গম পাই গাব দিলে , এটা কথা চিনেমা হিট,গান হিট হোৱাত দ্বিপেন বৰুৱাৰো সমানে অৰিহণা। ইমান প্ৰখ্যাত পৰিয়াল নিজৰ মাজত মিলাপ্ৰতি সন্মান কৰিব শিকক। হয়তো তেওঁৰ হাতৰ ক্ৰিকেট বেটখন এৰিব নিদিলে তেতিয়াতে ভাৰতীয় ক্ৰিকেট দলৰ এজন খেলুৱৈয়ে হল হেঁতেন। গতিকে দ্বিপেন বৰুৱা জন্মলগ্নতে লৈ আহিছে নিজৰ পৰিচয় । হে বেজবৰুৱানী ডাঙৰীয়াণী বাইদেউ নুশুৱাই আপোনাৰ মুখত নিজৰ খুৰাকক তেনেকৈ কৱলৈ।
@kabitaduarah5495
@kabitaduarah5495 Ай бұрын
এই জনীয়েই মূল নায়িকা যেন লাগিছে ।তাইৰ মনত অকণো দুখ নাই ।
@k.deka.4789
@k.deka.4789 Ай бұрын
ঘটনাৰ মূল এই পাখৰীজনী যেন লাগে | এইজনীৰ মুখখন বৰ চোকা | ঘটনাৰ গুৰি মাটি-সম্পত্তিয়ে হ'ব !
@bhuban738
@bhuban738 Ай бұрын
Take 😂
@anowara.begum23
@anowara.begum23 Ай бұрын
হয় দেই
@bharatibarkataki7592
@bharatibarkataki7592 Ай бұрын
কথাবিলাক শুনি ইমান যে দুখ লাগি আছে সহ্যই নহয় ৷
@binoykalita7597
@binoykalita7597 Ай бұрын
এই জনিয়ে ঘটনাৰ নেপথ্যৰ শিল্পি এই জনিয়ে যতকতৰ ঘাই।
@binoykalita7597
@binoykalita7597 Ай бұрын
সেই ঘৰখনৰ মান মৰ্য্যদা নজনা . . উপলব্ধি নোহোৱা কেইজনিৰ কাৰণে এই ঘটনা হোৱা বুলি কব পাৰি।
@bharatibarkataki7592
@bharatibarkataki7592 Ай бұрын
@@binoykalita7597 এইকেইগৰাকীয়েই ইমান ভাল পৰিয়ালটোক কলঙ্কিত কৰিছে ৷
@RitamoniGogoi-cv4dl
@RitamoniGogoi-cv4dl 10 күн бұрын
ইমান ভাল মানুহ এজনক ইমান মানসিকভাৱে কষ্ট দিলে যে মানুহজন নিৰুদ্দেশ হৈ যাব লগা হ'ল। 😢 তেওঁ য'তে আছে ভালকৈ থাকিলে হয়।😢
@mamonisaikia39
@mamonisaikia39 Ай бұрын
দম দি কথা কৈ লাভ নাই দেউতা আৰু খুৰাক বিছাৰ দু জনিয়ে।
@fakaruddinahmed3785
@fakaruddinahmed3785 Ай бұрын
মানসিক আঘাত পোৱা নিশ্চিত।
@withabdulwadudsk.1395
@withabdulwadudsk.1395 Ай бұрын
দুখজনক।
@kalpanaboruah3516
@kalpanaboruah3516 Ай бұрын
জীয়েক জনী বৰ সাংঘাটিক দেই। কথা - বতৰা অশালীন।
@khaninsarma5522
@khaninsarma5522 Ай бұрын
Iss bahut dukh lagil... Ramenda dwipenda bahut bhadro manuh.... Love you dwipenda❤
@molinadas9009
@molinadas9009 Ай бұрын
Kukuroni ei dujoni..nijor khurayek deutakok sini nepai.. Belegor ki sanman koribo.. Bhogobaneu tahator sewa grohon nokore...❤
@anukulrabha5766
@anukulrabha5766 Ай бұрын
সেইজনী নাৰী নহয় , জুই হে যেন । দেউতাক ৰমেন বৰুৱা ভষ্ম হলেই , খুড়াক দ্বীপেন বৰুৱাও ভষ্মীভূত হব যেন পাও ।
@AnupamBara-be9pu
@AnupamBara-be9pu Ай бұрын
ব্ৰজেন বৰুৱাৰ জীয়ৰীৰ ভাষ্য আওপকীয়া কিয়?
@prichnycreations5369
@prichnycreations5369 Ай бұрын
Aii joniye jiyek jonik reporter r prosno hudhar pora aatoraai raakhise. Duijoni gondogul aase.
@user-vc9hu7sh9i
@user-vc9hu7sh9i Ай бұрын
Beleg kotha nai ai bonori dujoni jelot voraithobo lage .
@Ulludin
@Ulludin Ай бұрын
Jiyega konda acting krise. Property babei enekua krise..
@Rohitff-qr3mv
@Rohitff-qr3mv Ай бұрын
Get well soon
@kangkanmedhi
@kangkanmedhi Ай бұрын
Besi avadra jen lagise
@user-gc1wq3qw2n
@user-gc1wq3qw2n Ай бұрын
Dangerous 😮
@user-fy6oq6uu7s
@user-fy6oq6uu7s Ай бұрын
Property tention
@mamonisaikia39
@mamonisaikia39 Ай бұрын
মাত ভাগিছে লাহে লাহে কথা বোৰ ক সচাঁ কথা বোৰ কোৱা দৰকাৰ
@indianpanorama303
@indianpanorama303 Ай бұрын
Okol Ramen Barua i nohoi..bohu manuh mentally harrasmemt hoi ase,family problem ..bohu dangor problem😢😢
@gaganborah8907
@gaganborah8907 Ай бұрын
🙄🙄🙄 oooo big big building lage
@vandyavlogs
@vandyavlogs Ай бұрын
ইমান অভদ্ৰ আচৰণ এইজনিৰ।বায়েকৰ এনে আচৰণ যদি নিশ্চয় ভনীয়েক জনীৰো হব। তদন্ত হ'ব লাগে ।
@DipanditaTalukdar
@DipanditaTalukdar Ай бұрын
ছোৱালী জনীয়ে সন্দেহ হয়
@Bhanupriya424
@Bhanupriya424 Ай бұрын
চিঞৰি লাভ নাই আইতা আপোনাৰ ব্যৱহাৰতে গম পোৱা গৈছে কি মানুহ🤬
@raunakabbas6183
@raunakabbas6183 Ай бұрын
Ye bhotijonik soriyabo lage
@SankarDeka58
@SankarDeka58 Ай бұрын
ইচ ৰাম কি যে হব নিজৰ মানুহেই এনেকুৱা কৰেনে ।😢
@PinkuLoing-jy5iv
@PinkuLoing-jy5iv Ай бұрын
Axom dexr bixm ktha, poisa lage buja gl.
@priyalove3310
@priyalove3310 25 күн бұрын
lic .
@MoniGogoi-qb2tv
@MoniGogoi-qb2tv Ай бұрын
অতি দুখ লগা কথা
@rinagogoi8731
@rinagogoi8731 Ай бұрын
এইদূজননী মুখ ছা ককায়েক লিখে ভায়েকে গাই এইদুজনী সিশা ছা পাৰ যদি আপুনি গাওক যদি দম আছে আপোনালোক পৰিচয় নিজে দি আছে
@sikhasarma1389
@sikhasarma1389 Ай бұрын
Silpi xkoloro olop koribo loga. asil
@pompydevi769
@pompydevi769 Ай бұрын
নিজৰ দেউতাকক ইমান কষ্ট দিব পাৰেনে এই হাৰামি ছোৱালী
@munubhuyan2590
@munubhuyan2590 Ай бұрын
সম্পত্তিৰ হয় কাজিয়া সকলোৰে মাজত হয় জীয়েকক ধৰিলে কি হ'ব কিবা মাজত আছে চাগে বেলেগ
@BinaBaruah-jo4lr
@BinaBaruah-jo4lr Ай бұрын
Jaelat.diak
@molinadas9009
@molinadas9009 Ай бұрын
Dipen da Aapuni vale thakok..
@jyotiprasadsarma8257
@jyotiprasadsarma8257 Ай бұрын
ঘোৰ কলি কাল ।
@molinadas9009
@molinadas9009 Ай бұрын
Dipen Dar nijor protiva nethakile kuneu gayok bonak nuàre..
@user-vc9hu7sh9i
@user-vc9hu7sh9i Ай бұрын
Val amor Puli hoi bokoranit gojili taik aridibo nalage.
@ajantabaruah2975
@ajantabaruah2975 Ай бұрын
তাৰ মানে ঘৰটো Builden k দিব লাগে
@autovive4605
@autovive4605 Ай бұрын
kun hei জখিনি😂
@handwork5438
@handwork5438 Ай бұрын
Aijoni besi ovodro kun hoi
@user-zp7ck4bl9p
@user-zp7ck4bl9p Ай бұрын
Swali duyujoni culprit.... Byobohare koise hokolu
@amu536
@amu536 Ай бұрын
এইজনী কোন ৰচকী। দ্বিপেন বৰুৱা দাক যি দৰে কৈছে ,জনা গৈছে ৰমেন বৰুৱাৰ কিয় নিৰুদ্দেশ হ'ল।ফকটীয়া জনী কথা কোৱা ভঙ্গী দেখা😠এইজনী বাবেই হৈছে যেন লাগে।তদন্ত কৰক।চাল্লা কুলাংগাৰ সন্তান
@pompibaishya2399
@pompibaishya2399 Ай бұрын
Jiyak mati khaba asi kukurnu tou
@ManashSarma
@ManashSarma Ай бұрын
Useless topic
@bhuban738
@bhuban738 Ай бұрын
Bandori joni mukh khon sa kla laupat kosupat kla😂😂
@huzzatul9509
@huzzatul9509 Ай бұрын
Ai baaleri dujoni e Mati lalsat bohut otyasar solai jn paisu...bebohare koi eijonir....dipen baruak o otyasar kore jn paisu motakatini joniye
@ajitkumarphukan9736
@ajitkumarphukan9736 Ай бұрын
Yes, Sir দুই জনীক জেলত ভৰাই দিয়ক আৰু গৰু পিতন দিয়ক sob গাই দিব
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 16 МЛН
小丑和白天使的比试。#天使 #小丑 #超人不会飞
00:51
超人不会飞
Рет қаралды 33 МЛН
Unbelievable journey of USTM - বলক আমি USTM যাম
20:56
ETWLF 2024 | Fireside Chat with Manu Bhaker, India's Double Olympic Medalist
18:56