Himanta Biswa Sarma Press Meet | নিৰ্বাচনৰ ফলাফলৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন N18ER

  Рет қаралды 185,855

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Himanta Biswa Sarma Press Meet | নিৰ্বাচনৰ ফলাফলৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন N18ER
#CountingDayWithNews18
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#bijulikalitamedhi #lspolls #loksabhaelctionresults #guwahati #rokibul #kokrajhar #gauravgogoi #bijulikalitamedhi #miraborthakur #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 448
@user-ls7gj1zh9p
@user-ls7gj1zh9p 3 ай бұрын
মূখ্যমন্ত্ৰী দেব , যোৰহাটত গৌৰৱ গগৈ জীকিলে পিয়ুজ হাজৰিকাই পদত্যাগ কৰিম বুলি কৈছিল, কিন্তু এতিয়াও পদত্যাগ কৰা নাই কিয়
@aditya2751
@aditya2751 3 ай бұрын
Aeibur koth koi Kam nai 2026 out hobo tatiya gom pabo
@Axomiyagiri-t3o
@Axomiyagiri-t3o 3 ай бұрын
Moiu vabisu kotha tu. Ne uporor mal tue hodai Misa kothai koi ustadi mari.
@mazidulislam5284
@mazidulislam5284 3 ай бұрын
Laj nothoka montri ki no koribo besara pinush
@FittnesswithMridul
@FittnesswithMridul 3 ай бұрын
O kribo lage iman ghamondi manuh amak nalage ki kua dost xokl❤
@NibaranNath-bx4ee
@NibaranNath-bx4ee 3 ай бұрын
মোৰ গৰুটো হেৰাইছে, হেৰ ককাই মোৰ গৰুটো আপোনাৰ চকুত পৰিছে নেকি।হেৰী চকুত গৰু পৰে নেকি। ৰাজনৈতিক নেতাৰ কথা এনেবোৰ
@user-cv6lq7ni1y
@user-cv6lq7ni1y 3 ай бұрын
ৰাজ্যৰ সভাপতিজনৰ অৱস্থিতি দেহৰক্ষীতকৈও পুতৌলগা।
@as02vlog26
@as02vlog26 3 ай бұрын
Hoi diok😂
@trishnakalita4154
@trishnakalita4154 3 ай бұрын
😂😂
@rajibramphookan9034
@rajibramphookan9034 3 ай бұрын
হয় দিয়ক ৷ দেখি তেনেকুৱাই লাগে ৷
@mintubharali952
@mintubharali952 3 ай бұрын
যোৰহাটৰ কথা ক'ব লাগে।লাজ পোৱা নাই নে এতিয়া।
@revivalshine7633
@revivalshine7633 3 ай бұрын
যোৰহাটে মামাক বাহঁ দিলে😊😊
@arotidas6640
@arotidas6640 3 ай бұрын
Jorhat jikile buli laj paba laga ki ase...pure 11 khan akhanat jikise BJP🥰🥰
@MunniBai-ob9qx
@MunniBai-ob9qx 3 ай бұрын
ফিয়ুজ হাজৰিকাই কেতিয়া পদত্যাগ পত্ৰ দিব ।
@hemkantaborah7434
@hemkantaborah7434 3 ай бұрын
ফিয়ুজ নহয়, দম হাজৰিকা। আনক দম দি ফুৰে।
@MunniBai-ob9qx
@MunniBai-ob9qx 3 ай бұрын
মামাৰ অৱস্থা বৰ বেয়া হ’বলৈ গৈ আছে ।
@assa516
@assa516 3 ай бұрын
AIUDF ৰ যবনিকা হোৱা মানে বিজেপিৰ যবনিকা পৰিল৷26 ৰ পিছত ক’লৈ যাব ঠিক কৰি থোৱা ভাল৷
@sankargoswami4570
@sankargoswami4570 3 ай бұрын
অসমত বিজেপি দলৰ ৯ খন আসন আৰু বিজেপি অক্সিজেন ২ খন আসন। মোদী কিদৰে প্ৰধানমন্ত্ৰী হব মুখ্যমন্ত্ৰীয়ে অংক বুজায় দিলে ভাল হয়।বাহিৰা অক্সিজেন নহ'লে মামা আৰু মোদী জীয়াই নেথাকে।
@nupurandtwosistersvlogs723
@nupurandtwosistersvlogs723 3 ай бұрын
গৌৰৱ গগৈ❤❤❤❤
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
মূখ্য মন্ত্ৰী ডাঙৰীয়া আপোনাৰ কোলাত উথীথকা পিজূষ (ফিউজ ) হাজৰিকা বোলাজনক ৰাজনৈতিক জীৱন এৰিব কোৱাৰ কামনা কৰিলো। কাৰণ তেওঁ মাইকী বা নপুংস নহয় যদি নিজৰ কথা ৰাখিব । এই কথা তেওঁৰ নিজৰ মুখেৰে কোৱা।
@ujjalneog7055
@ujjalneog7055 3 ай бұрын
পাছফালৰ গৰু কেইটা মন কৰক 🤣
@Purbi887
@Purbi887 3 ай бұрын
😂😂😂😂😂😂
@mehmudabbas5382
@mehmudabbas5382 3 ай бұрын
Camerar karone pose dise
@joynalahmed3235
@joynalahmed3235 3 ай бұрын
দুফালে দুজন নেতা নে security
@mehmudabbas5382
@mehmudabbas5382 3 ай бұрын
Bhija mekurir dore obosta
@sankarkalita5467
@sankarkalita5467 3 ай бұрын
Piyazz hazarika ketia resign dbo
@dr.lakshmikalita8857
@dr.lakshmikalita8857 3 ай бұрын
সৰ্বানন্দদেৱক আন্তৰিক অভিনন্দন জনালোঁ ❤❤❤।
@user-cv6lq7ni1y
@user-cv6lq7ni1y 3 ай бұрын
এজিপিকে আদি কৰি অন্যান্য আঞ্চলিক দলসমূহে চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ পৰা শিক্ষা লোৱা উচিত।
@chandangohain4898
@chandangohain4898 3 ай бұрын
Next Haribole ready 😅
@CZYROWDY
@CZYROWDY 3 ай бұрын
Hindu Hoke hindu birudh😂 Waise bhi Assam mai 3sit he Mila CONGRESS KO😂☕
@mkmk9949
@mkmk9949 3 ай бұрын
আপুনি যিয়েই নকওঁক , Next CM গৌৰৱ গগৈ । এইবাৰ সভাপতি upper Assam diyok
@chittaranjanboruah93
@chittaranjanboruah93 3 ай бұрын
Eibarei last mama... Tuli tupula bandhibo hol... Uporor maal2 kot.... Padotyag nkore neki... Fatuawa2 e
@user-tu2sw4ob5h
@user-tu2sw4ob5h 3 ай бұрын
হলেও যোৰহাটক লৈ আপোনাৰ ভিতৰি দূষ এটা লাগিছে দিয়ক কাৰণ আপোনালোকে গোটেই ৰাজধানী খনকে বহুৱাই লৈছিল তাৰ পিছতো....
@pabinsarma2989
@pabinsarma2989 3 ай бұрын
নৱ নিৰ্বাচিত মাননীয় সকলো সাঙ্গসদ লৈ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ,,
@Bongalkaton
@Bongalkaton 3 ай бұрын
Mama toi u jbi edin
@tapandas1040
@tapandas1040 3 ай бұрын
400 par kot gol, next time goirav gogoi cm assam
@user-rm3fz9xm7c
@user-rm3fz9xm7c 3 ай бұрын
পিয়ুচ হাজৰিকাই পদত্যাগ কেতিয়া কৰিব ? বাদ চাই আছো পদত্যাগ অনুষ্ঠানটি চাবলৈ 😅😅😅😅
@kamalchandradeka1474
@kamalchandradeka1474 3 ай бұрын
নিলাজ হাজৰিকাই পদত্যাগ নকৰে অ।
@mylmy3901
@mylmy3901 3 ай бұрын
Himanto biswas sharma jinda bad🙏🙏🙏
@jayjyotisarma3222
@jayjyotisarma3222 3 ай бұрын
Ab ki bar 400 par ? কি হ'ল 😅😅
@trishnakalita4154
@trishnakalita4154 3 ай бұрын
আপোনাক দেখি কিবা এটা দুখ দুখ লাগিছে ও 😂😂😂😂। কম খন কষ্ট কৰিছিল নে যোৰহাটত। আপুনি বেয়া কৈ চখ খালে নহয় নে বাৰু। জৰা পানী অলপ খাওক আজমলৰ পৰা। এজন মানুহ জিকা বাবেই আপুনি বলিয়াৰ আচৰণ কৰিছে।২০২৬ ত কেনেকৈ চাই থাকিব আপোনাৰ নিশ্চিত পতন
@NibaranNath-bx4ee
@NibaranNath-bx4ee 3 ай бұрын
মুখ্য মন্ত্ৰীৰ লৰা যিয়ে হব, তেওঁ নিৰ্বাচনত সাধাৰণতে হাৰিব নোৱাৰে। বিশেষ কৰি অসমত হাৰি যোৱা মই দেখা নাই।
@shaktidevibrahma476
@shaktidevibrahma476 3 ай бұрын
হস্তিৰো পিছলে পাও ।
@user-lz6re8ki5d
@user-lz6re8ki5d 3 ай бұрын
Mesa kotha
@user-lz6re8ki5d
@user-lz6re8ki5d 3 ай бұрын
2026.amar bjp
@basantahira8645
@basantahira8645 3 ай бұрын
পিযুজ হাজৰীকা কত গেল মেমা😂
@revivalshine7633
@revivalshine7633 3 ай бұрын
মামাই কৈছিল যোৰহাটত গৌৰব নিজিকে.... আকৌ এতিয়া কৈছে যোৰহাটক বোলে ধৰাই নাছিলে...
@mehmudabbas5382
@mehmudabbas5382 3 ай бұрын
Laj paise j
@maina5060
@maina5060 3 ай бұрын
হাঁহি নাইকিয়া হৈ গ'ল। 😂
@dhrubajyotibora8547
@dhrubajyotibora8547 3 ай бұрын
Jorhat jindabad
@user-or2ts1lh3h
@user-or2ts1lh3h 3 ай бұрын
Most welcome Modi ji🙏🌹🌹🌹🙏
@ranjitborah6917
@ranjitborah6917 3 ай бұрын
আপুনি ৰাইজৰ কাম কৰক চৱ ঠিক হৈ যাব
@SanjayDas-qk3wh
@SanjayDas-qk3wh 3 ай бұрын
Thank you.mama
@stephenhawking7992
@stephenhawking7992 3 ай бұрын
মামা আমি অসমবাসীয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ , বিজেপি এই কামটো সহজ কৰি পেলালে। এতিয়া ৰাইজৰ কাম কৰক।এইয়ে অনুৰোধ।
@basisthaacharya6590
@basisthaacharya6590 3 ай бұрын
সেয়েহে এতিয়া ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে জনগণৰ বাবে যিবোৰ আঁচনি গ্ৰহণ কৰে সেই বোৰ অনতি বিলম্বে অসমৰ ৰাইজৰ মঙ্গলাৰ্থে কাৰ্যকৰী কৰিবলৈ যত্নপৰ হ‌ওক। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হব পাৰিব।
@mintusarmah1617
@mintusarmah1617 3 ай бұрын
Bor nilaj prani tht...
@rajibramphookan9034
@rajibramphookan9034 3 ай бұрын
বন্ধু জনেই নায়ক হৈছে ৷ গতিকে মনটো ভাল লগাৰে কথা ৷
@tafajulali1451
@tafajulali1451 3 ай бұрын
Mama pijush bula jnk prodttog krib diak aru cm hisape kharbanand sark dib lage apuni alp res lowa mama
@dr.lakshmikalita8857
@dr.lakshmikalita8857 3 ай бұрын
মাননীয় মূখ্যমন্ত্ৰী আৰু সভাপতিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। যোৰহাটত তপন গগৈয়ে বহুত ভোট পাইছে। হাৰিব পাৰে, তাত কোনো কথা নাই। BJP Jay Jay Jay ❤❤❤
@aditya2751
@aditya2751 3 ай бұрын
😂😂😂😂
@hemkantaborah7434
@hemkantaborah7434 3 ай бұрын
বিকশিত ৰাজ্যত খাবলৈ নাপাই অসমৰ যুৱক যুৱতী সকলে বাহিৰৰ ৰাজ্যত হাজিৰা কৰিবলৈ গৈছে।
@jaanrtkvlogs6558
@jaanrtkvlogs6558 3 ай бұрын
Toi misa koixo kio 13 pam buli kua nasil nike laj nai 😂😂😂😂😂
@r.b.villager2906
@r.b.villager2906 3 ай бұрын
মিচলিয়া কথা দিয়া এৰক আৰু। কাম কৰি যুৱক
@neone4759
@neone4759 3 ай бұрын
চৰকাৰ ইণ্ডিয়া এলায়েন্সৰে হ'ব ...১০০%
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 3 ай бұрын
Cm. Sir. Assam khon congres muktto ketiya koribo,?
@hassanahmedbarbhuiya3603
@hassanahmedbarbhuiya3603 3 ай бұрын
After The end of the earth
@trishnakalita4154
@trishnakalita4154 3 ай бұрын
আৰু ডেৰ বছৰত ইণ্ডিয়া bjp আৰু RSS মুক্ত হব গৈ আছে ❤
@CZYROWDY
@CZYROWDY 3 ай бұрын
​@@trishnakalita4154mullo ke patni banne ke liye taiyar raho😂
@Hirok879
@Hirok879 3 ай бұрын
​@@trishnakalita4154😂
@kailashboro5744
@kailashboro5744 3 ай бұрын
Busa khawa​@@hassanahmedbarbhuiya3603
@assa516
@assa516 3 ай бұрын
কি দিন পৰিল ও বিজেপি ৰ সভাপতিৰ😂😂
@arotidas6640
@arotidas6640 3 ай бұрын
👏👏👏👏👏👏👏
@ramchandragoswami3255
@ramchandragoswami3255 3 ай бұрын
২০২৬ চন ।
@FittnesswithMridul
@FittnesswithMridul 3 ай бұрын
Impact player Nitish kumar😂😂😂
@bipulgayan2887
@bipulgayan2887 3 ай бұрын
2026, লৈ সাৱধান হোৱাৰ প্ৰয়োজন
@khagendas5012
@khagendas5012 3 ай бұрын
CONGRATULATIONS TO ALL
@kamalchandradeka1474
@kamalchandradeka1474 3 ай бұрын
এতিয়া দেখিছো নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত অস্কিজেন লৈ জীয়াই থাকিব। এতিয়ালৈকে ৰাজহুৱা পার্টী হোৱাই নাই দেখোন।
@dhiru_pubgaxomgaming5731
@dhiru_pubgaxomgaming5731 3 ай бұрын
ৰব ছাৰ ।। ধয্য ধৰক ।। "নিতীশ কুমাৰ" PM হব পাৰে I.N.D.I.A. আহিলে ।
@rishicutevlogs7255
@rishicutevlogs7255 3 ай бұрын
272 lage india 234 Nitesh Kumaror jdu 16 234+16=250 govt koribole 272 lage tente nitish kumar keneke pm hbo gadha😂😂😂😂😂
@rishicutevlogs7255
@rishicutevlogs7255 3 ай бұрын
NDA a govt bonaba pm modi hbo olop calculation koriba😂😂😂
@parthasarathi1142
@parthasarathi1142 3 ай бұрын
চিকিউৰিটি গাৰ্ড্ কেইজনক দেখি ভাল লাগিল। Keep it up.
@LakhyaKalita-dt3xi
@LakhyaKalita-dt3xi 3 ай бұрын
So thank you very much sir
@tanmaysarmaunique5344
@tanmaysarmaunique5344 3 ай бұрын
Mama comes congress next election long jump 🦘
@ramenbarman9532
@ramenbarman9532 3 ай бұрын
Lurin bule harile😂😂😂 besera2r jeevan2 harutei jabo😂😂😂
@nilimakalita7018
@nilimakalita7018 3 ай бұрын
CM sir aponaloi aro aponar jariote PM saraloi hubha kamana janalo 🎉🎉🎉🎉
@user-qi5dy1cw8j
@user-qi5dy1cw8j 3 ай бұрын
বয় বস্তু দান কমাৱ লাগে, বিজেপি জিন্দাবাদ
@himanibanikya8168
@himanibanikya8168 3 ай бұрын
আমাৰ মনক আনন্দ ১১ আসন পালো❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@purnendugogoi844
@purnendugogoi844 3 ай бұрын
13 khon koisile bupai
@JyotiBorah-xu9ri
@JyotiBorah-xu9ri 3 ай бұрын
Nitish Kumar next P M
@rishicutevlogs7255
@rishicutevlogs7255 3 ай бұрын
Keneke 😂😂😂😂
@nirupoma5935
@nirupoma5935 2 ай бұрын
আমাক দলৰ নহয়, সমাজৰ, দেশৰ উন্নতি লাগে।
@doffermon
@doffermon 3 ай бұрын
The fact that you compared yourself with Sir Tarun Gogoi shows really how much you are thriving hard. However good days won’t last long for you. The youth might be unemployed but educated enough to understand what is right and what we need for Assam.
@juntirabidas2521
@juntirabidas2521 3 ай бұрын
Thank you mama ♥️♥️🙏♥️
@officalvivekshardukpen8129
@officalvivekshardukpen8129 3 ай бұрын
Congratulations 👏🎉
@SumpiDumpingburagohain
@SumpiDumpingburagohain 3 ай бұрын
BJP hariboi lagib
@ajoydevnath3047
@ajoydevnath3047 3 ай бұрын
400 পাৰ ki hol
@greenearth6207
@greenearth6207 3 ай бұрын
Birudhi strong hal
@abdulhekim5770
@abdulhekim5770 3 ай бұрын
পিযুছ হাজৰিকাৰ একো মন্তব্য নাই যে , মুখ্যমন্ত্ৰী মহোদয় চেলেপু মন্ত্ৰী জনক মনত পেলাই দিয়কচোন, যোৰহাট ত কোৱা কথা বিলাকৰ উত্তৰ দিবলৈ । এই সময়ত অসমৰ জনগনে চেলেপু মন্ত্ৰী জনৰ উত্তৰৰ বাবে আশাৰে অপেক্ষা কৰি আছে ।
@jayamoniborah3928
@jayamoniborah3928 3 ай бұрын
Mamar sun montu akebare mora...ki hol domvo ohongkar..
@rajkumaridevi7302
@rajkumaridevi7302 3 ай бұрын
Great sir 🙏
@forhanalaskar-bz4go
@forhanalaskar-bz4go 3 ай бұрын
Anwar Hussain Laskar ❤❤❤ Hailakandi ❤❤❤❤Assam
@DebojitkrboraBora
@DebojitkrboraBora 3 ай бұрын
।।মুদি এইবাৰ প্ৰধান মন্ত্ৰী হব পৰিব জানো।। মিত্ৰ গোটে আলোচনা কৰি আছে।।
@rajassam1822
@rajassam1822 3 ай бұрын
Aapunar katha batara bilak anedore ahankari dharane a koi thakok..2026-t congress-r Val habo
@user-vq4re8xw8p
@user-vq4re8xw8p 3 ай бұрын
Cm mama apunar o besi din nay bgp t
@ranasjyotirabha6540
@ranasjyotirabha6540 3 ай бұрын
Congratulations mama
@ishantechnicalmature
@ishantechnicalmature 3 ай бұрын
Instead of paying more attention to the comments of such types of leaders ,who do not want to show respect for their own party, the Hon'blCM Assam should resolve to win 100 seats in the upcoming Assembly elections in 2026. Congratulations .
@manash.bhaabu213
@manash.bhaabu213 3 ай бұрын
Mama k kothai di bole napa kai o😂 mama uporor mal😂 kor pra knk point kate 😱 mama a roasting channel at khulile India top most roaster hola hoi😅
@sbvlogs521
@sbvlogs521 3 ай бұрын
আপোনাৰ বেছি দিন নাই আৰু
@rohimuddin3655
@rohimuddin3655 3 ай бұрын
মিছা কথার এটা সীমা থকা দরকার
@khagenbhuyan6727
@khagenbhuyan6727 3 ай бұрын
BJP jiñdàbad
@achitrapegu107
@achitrapegu107 3 ай бұрын
Right sir
@iamislamicboy7865
@iamislamicboy7865 3 ай бұрын
Great cm in assam
@angarajgautam759
@angarajgautam759 3 ай бұрын
Himanta, piyush and jayanta should be sent to tihar jail! Jai shree ram
@jahirulislam4311
@jahirulislam4311 3 ай бұрын
দেশত বিজয় উৎসব অনুষ্ঠান পাতিব হলে নীতিশ জী আৰু নাইডু জীৰ নামত উৎসব অনুষ্ঠান পাতিম।
@naranarayankakati442
@naranarayankakati442 3 ай бұрын
Thanks a lot sir go ahead
@desiboys1887
@desiboys1887 3 ай бұрын
Khatarnak mama
@anukuldebnath3262
@anukuldebnath3262 3 ай бұрын
আসাম প্রদেশের মধ্যপ্রদেশ ও উড়িষ্যার এই তিন রাজ্যের জনগণকে অনেক অনেক ধন্যবাদ জানাই সঠিক সিদ্ধান্ত এই তিন রাজ্যের মানুষ সচেতনতা বৃদ্ধি করেছে।
@tazuddinchowdhury1123
@tazuddinchowdhury1123 3 ай бұрын
Thank you very 🙏 mach Assam cm dangoriea gie pm Modi dangoriea gie 🙏 long live ❤
@pranjal.borahpranjalborah7445
@pranjal.borahpranjalborah7445 3 ай бұрын
জোৱা খেলত মামা আকৈ জিকিল ।
@PriyanokPegu
@PriyanokPegu 3 ай бұрын
Thank you sir
@junumahussain2300
@junumahussain2300 3 ай бұрын
sir apuni tarun gogoi nokoi respected tarun gogoi kole val khunile hoi, xkluye xnman puwa tu ami bisaru,
@dhrubaborah3741
@dhrubaborah3741 3 ай бұрын
Job jiya 10 laks..... Next 20 yeears tumi jikiba. My lines ❤
@geetanath2378
@geetanath2378 3 ай бұрын
Congratulations to CM for a grand victory in Assam & Most well deserved return of PM Modiji for consecutive 3rd time ..hope the country goes further ahead ..Congratulations to entire team for hard work ..Need serious speculation who let down most efficient Yogiji
@ZakirMazumder-qq6gv
@ZakirMazumder-qq6gv 3 ай бұрын
Congratulations
@bapasmood1381
@bapasmood1381 3 ай бұрын
2026t BJP r down fall hobo Asomot .
@jayantaswargiary2799
@jayantaswargiary2799 3 ай бұрын
Sir apunar usorot thio hua kisuman netak next ot tiket nidibo notun notun mukh bisaribo raije please ❤
@nabajit9398
@nabajit9398 3 ай бұрын
আগন্তক বিধান সভাত লোকসভাৰ দৰে হব । আপোনালোকে বহুত ভূল কৰিছে OPS বন্ধ কৰি । আচনি বন্ধ কৰক ।
@anukalita705
@anukalita705 2 ай бұрын
Welcome to 26 ❤
@KTombiSingha
@KTombiSingha 3 ай бұрын
Jai ho Modiji Jai Jai Shri Ram Jai Hind ❤❤❤
@rajassam1822
@rajassam1822 3 ай бұрын
Hindu musalman-r rajniti aarambho holei aapunar
@pgoswami5378
@pgoswami5378 2 ай бұрын
অসমত এঘাৰ খন( বিজেপি+) আসন পালেও কেন্দ্ৰত হোৱা চৰকাৰ খনে নিৰংকূশ সংখ্যাগৰীষ্ঠতা নোপোৱাত দীৰ্ঘস্হায়ী হলেহে কামত আহিব,নহলে আশাকৰামতে সফলতা নাহিব যেন লগা হৈছে।
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 118 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 6 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 34 МЛН
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 47 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 118 МЛН