Himanta Biswa Sarma's wrong Political Decisions : সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফল ভুগিব নেকি BJPয়ে ? N18V

  Рет қаралды 847,762

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Explainer on Himanta Biswa Sarma's wrong Political Decisions | 'মুখ্যমন্ত্ৰীৰ শেষ ৰাজনৈতিক ভুল!'
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফল ভুগিব নেকি বিজেপিয়ে?
ইতিহাসে কি কয়?
#News18AssamNortheast
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#himantabiswasarma #politicaldecision
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 213
@bituponbora7597
@bituponbora7597 Жыл бұрын
হীমন্ত বিশ্ব শৰ্মা যি দলত থাকিব , আমি চিৰদিনলৈ আঁতৰি থাকিম। কাৰণ সকলোৱে জনে আমি অসমক ভাল পাওঁ
@nayankalita12
@nayankalita12 Жыл бұрын
আপুনি হিমন্ত বিশ্ব শৰ্মা valkoi লিখা তাৰ পিছত kowa
@chetia847
@chetia847 Жыл бұрын
সঁচা কথা ।
@bkp9774
@bkp9774 Жыл бұрын
​@@nayankalita12 টাইপিং মিছতেক টো ডাঙৰ কথা নহয়, কি কৰিছে সেইটো হে আচল কথা। বোৰবক।
@BasilLakra-kg1mm
@BasilLakra-kg1mm Жыл бұрын
​@@nayankalita12 Ggiot
@JoytiRavha
@JoytiRavha 4 ай бұрын
Right dada
@mohanandoborgohain1948
@mohanandoborgohain1948 Жыл бұрын
পৃথিৱীত আৰু..কাম..নাছিল..।
@dharmeswarsarmah6298
@dharmeswarsarmah6298 Жыл бұрын
ভাৰতৰ নিৰ্বাচন আয়ুক্ত এতিয়া চৰকাৰী পক্ষৰ পোহনীয়া কুকুৰ। চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়কে যি‌ কয় তাকে আখৰে‌ আখৰে পালন কৰে। নিৰ্বাচন আয়ুক্তৰ‌ ডিঙিৰ‌ ওপৰত ওলমি‌ থকা মুৰটোত‌ একোৱেই‌ নাই।অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী য়ে যি কয় তাকে কৰে।নিজা‌ বিবেচনা‌ একোৱেই নাই।
@nowshadali5389
@nowshadali5389 Жыл бұрын
Your are Right 100%
@bitulkonwar1099
@bitulkonwar1099 Жыл бұрын
Mojaa disa😅😅
@hamedali3043
@hamedali3043 Жыл бұрын
An employee always appointed by a employer , an employee must act as a watch dog not a blood hound, but now a days they are acting as blood hound,
@kakoligayan2065
@kakoligayan2065 8 ай бұрын
কুরু ৰে গু খাই
@kbrshortvideo5194
@kbrshortvideo5194 4 ай бұрын
@kamrulislam7771
@kamrulislam7771 Жыл бұрын
হিমন্ত বিশ্ব শৰ্মা কোনো ভগৱান নহয়,যে তেওঁ যি কৰিব হেয়েই আইন হব।
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
উদাহৰণস্বৰূপে, যদি কোন এজন লোকৰ পুৰণি নামটো বদলি কৰি নতুন নাম এটা দিলো হয়, কিন্তু তাৰ পৰা সেই নীতিৰে লোক জনৰ ভাল বেয়া একো পৰিবৰ্তন সলনি নহয়। গতিকে এই বিলাকৰ মূলতে ৰং ধংৰ চৰিত্ৰ হে।
@muzammilhussain3013
@muzammilhussain3013 Жыл бұрын
😂🎉😢😅😊
@rgrg5472
@rgrg5472 Жыл бұрын
নিৰ্ব্বাচন আয়োগ নামৰ পুতলাসকলৰ কথা কৈ লাভ নাই, হিমন্তই শুনিলে জানো ৰাইজৰ মতামত ? শেষ ভুল নহয়, ভুলেই তেওঁৰ জীৱন আৰু সম্পত্তি-
@tapanyoutubechanel802
@tapanyoutubechanel802 Жыл бұрын
হলেও একো নহয়। সম্পত্তি ৰ পাহাৰ বনাই ললে।
@user-hw6ul5ut2j
@user-hw6ul5ut2j Жыл бұрын
এইবাৰ আমি বিজেপীক ভোট নিদিওঁ ৷ হৈ গ’ল তেওঁলোকৰ ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই ঠিক আছিল ৷ বাংলাদেশী খেদিম বুলি অসমত চৰকাৰ গঠন কৰিলে ৷ এতিয়া যিহেতু নোবাৰিলে সেয়ে কংগ্ৰেছক দিয়াই ভাল ৷ আৰু হিমন্ত হঁত কংগ্ৰেছৰেই আছিল ৷
@jimikantadoley5659
@jimikantadoley5659 Жыл бұрын
Himanta hatau
@user-ly8fl7yo9v
@user-ly8fl7yo9v Жыл бұрын
অসমৰ দল,সংগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে চিঞৰি চিঞৰি প্ৰতিবাদ, নাইবা আন্দোলন কৰে, কিন্ত ফল কিয় নোলাই। নে ইমাঠো আভোৱা নেকী? নে খেতি ?
@Wild_animals8
@Wild_animals8 3 ай бұрын
Whose hand is behind the development of Assam ?
@subhashbanik7226
@subhashbanik7226 3 ай бұрын
অকল সেইয়া নহয়। আৰু বহুতো কাৰণ আছে দিয়ক।
@guneswarnarzary2927
@guneswarnarzary2927 3 ай бұрын
Good, news brather,
@phanindradevagoswami4635
@phanindradevagoswami4635 11 ай бұрын
দস্যু হিমন্তই বেইমান বা অক্ষমনীয় কাম কৰি তাৰ Body language (মুখ বিকৃতকৰন,যিটো চোৰৰ ক্ষেত্ৰত হয়)একাধিকবাৰ দেখুৱাই থাকে নহয়,তাক দেখিও ইয়াক ইমান সুবিধা কোনে দিয়েনো?
@probinsaikia2641
@probinsaikia2641 3 ай бұрын
বাকী বোৰ নাজানো, কাজিৰঙা সমষ্টি কৰি ভুল হলনেকি বুলি ভাবোঁ।
@balendas4259
@balendas4259 9 ай бұрын
সমষ্টি নতুনকৈ নিৰ্ধাৰণ কৰিও বিজেপি এইবাৰ নিস্তাৰ নাই কাৰণ এইবাৰ মানুহ বিজেপিৰ ওপৰত ভীষণ খং উঠিছে । মানুহক বিজেপি কেৱল ঘিণ কৰিবহে শিকালে । শিক্ষা, স্বাস্থ্য , নিবনুৱা সমস্যা, এন আৰু চি, বানপানী, গৰা খহনীয়া, মূল্যবৃদ্ধি, কোনো সমস্যাই সমাধান কৰিব নোৱাৰিলে । বিজেপিয়ে টালি-টোপোলা বান্ধিব পৰা হৈছেই ।
@pradipGogoi-p1m
@pradipGogoi-p1m Жыл бұрын
দেহত ৰাজকীয় তেজ থাকিব লাগিব। 600বছৰ ৰাজত্ব কৰা আহোম স্বৰ্গদেউ সকলৰ যি দেশ শাসন কৰা পদ্ধতি আছিল। পূজা পাতল কৰা সকলৰ দেশ চলোৱা দায়িত্ব হ'ব নোৱাৰে। উৎশূঙ্খল হৈ যাব। দেশখন ভালকৈ চলোৱা আৰু মন্দিৰত বন্তি প্ৰজ্বলন কৰা সমান নহয়। সত্য শুদ্ধ কথা কলে বেয়া পালেও উপায় নাই।
@dulendoley4043
@dulendoley4043 Жыл бұрын
আমি কেতিয়াও নাওবৈচা সমষ্টিৰ লৈ যাব নোৱাৰো আমি ঢকুৱাখনা মানু্হ ঢকুৱাখনা তে থাকিম
@Mridul_Hazarika.
@Mridul_Hazarika. Жыл бұрын
ভোটাৰটকৈ হিতাধিকাৰীৰ সঙখ্যা বেছি। কেনেকৈ হাৰিব???
@mintusaikia8875
@mintusaikia8875 Жыл бұрын
ইমান মিছা কথা কিয় আপোনালোকে পৰিবেযণ কৰে?আপোনালোকৰ চেনেলটো নচলে নেকি? অসমীয়া মানুহ হিছাপে অলপো বেয়া নালাগে নে? এইটো কি হিমন্তই কৰিছে? মিছা কথা কৈ ভাল লাগে নহয়? লুৰিন, ৰকি অসমৰ অভিভাৱক নেকি? অসমতে অসমীয়াই বহু দিনৰ মূৰত জীয়াই থকাৰ অধিকাৰ এটা পালে বুলি মই এজন অসমীয়া হিচাপে গৌৰৱ কৰো ।
@gupalsonowal6452
@gupalsonowal6452 Жыл бұрын
Ki bal bokiso
@BabaGohain-wm3db
@BabaGohain-wm3db Жыл бұрын
সমষ্টি যিয়েই নহওক চবতে শিয়ালৰ ৰাজত্ব।জনসাধাৰণৰ স্বাৰ্থ কোনেও পূৰণ নকৰে।
@rajbaba2432
@rajbaba2432 Жыл бұрын
অসমত আৰু কিবা দেখিম নেকি, International investment, business houses like Tata, Birla, Jindal, Vedanta উদ্যোগৰ বিনিয়োগ। ৰাজ্যত Software IT park Infosys, IBM, Wipro আদিৰ বিনিয়োগ। উচ্চ বিদ্যা লাভ কৰা ছাত্ৰ ছাত্ৰী সকল চাকৰিৰ বহিঃৰাজ্য ধপলিয়াই যাব নলগা হোৱা। অসমীয়া সকলে 70% ক্ষুদ্ৰ আৰূ উচ্চ পৰ্য্যায়ৰ ব্যবসায়ত অধিকাৰ। এক কৰ্মমূখী জীৱনধাৰা। World class sports infrastructure বিনিয়োগ। এইবোৰ কেতিয়াও নহব নেকি।!
@rahinathRabha-cv7lz
@rahinathRabha-cv7lz Жыл бұрын
গুৰু গোসাই নমনা মানুহৰ অৱস্থা ইয়াতকৈ আৰু কি ভাল হব ।
@mostofahussain8287
@mostofahussain8287 Жыл бұрын
অসমৰ ৰাইজে জানে নিজৰ গাদি সুৰক্ষিত কৰি ৰখা ৰাজনীতি! মূখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইবাৰ অসমীয়া মানুহৰ কিমানটা ঘৰত বুলডোজাৰ চলালে
@EPIC_GMERZ_PROMAN
@EPIC_GMERZ_PROMAN Жыл бұрын
কিছুমান ক মদ চাউল খোৱা বাতি পানিত উটি গোল ।❤
@jaihind8229
@jaihind8229 Жыл бұрын
100% right
@allassamnewsbyniranjan2262
@allassamnewsbyniranjan2262 Жыл бұрын
ৰকিবুল নামৰ গড হতাকাৰিৰ কথা কিয় শুনিম
@nomikonwar6739
@nomikonwar6739 Жыл бұрын
Aito hola val hoba
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Жыл бұрын
হিমন্ত যাক বিজেপি থাকক
@Manishnishad007
@Manishnishad007 Жыл бұрын
Hindu seats increased and Muslims eat decreased that’s it
@mukulbaruah1833
@mukulbaruah1833 Жыл бұрын
Sarm karo, Pandit ka moila dhote dhote tum manasik gulam ban gaya. Tum mulnieashioke nam par ak dhabba.
@mujiburrahman4944
@mujiburrahman4944 2 ай бұрын
Yes
@amitdutta6570
@amitdutta6570 Жыл бұрын
একো নাই ভোট আহিলে চব পাহৰি যাব আচণিৰ বন্ৰা আহিলে চব ঠিক হৈ যাব.
@nuartddinahmed6380
@nuartddinahmed6380 Жыл бұрын
100/Caret,
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
Most important question🙋. Important important?
@sarbanandarajkumar6356
@sarbanandarajkumar6356 Жыл бұрын
CM Mamai bahut bhull kam karile. Upper oxomot. Tar parinam upuni nuvuge amihe vugim.. Apuni Pabot goja Apunar dalor Ashok Sighalok xamosti Nidharanor dayitto dib nalagicil.
@lkhajuwari8418
@lkhajuwari8418 Жыл бұрын
Nilaj cm rajyor sani
@NasirLaskar-rk4mr
@NasirLaskar-rk4mr 3 ай бұрын
Nice👍
@ruhitdihingia8210
@ruhitdihingia8210 Жыл бұрын
ৰকিবুল হুছেইনৰ বক্তব্য ইতিহাস ভিত্তিক। নহবও পাৰে। আমি কব বিছিৰো যে সকলোতকৈ সমষ্টিৰ ভৌগলিক সমস্যা, জনতাৰ তিক্ততাৰে ভৰা সমস্যা,জনতাৰ মাজত হোৱা বিশৃঙ্খলতাক ছিজিল কৰিব নোৱাৰাৰ সমস্যা আদিয়ে ধনৰ খৰচ মাত্ৰাধিক কৰিও সফৱ নাপাব। ঠায়ে ঠায়ে জনৰোষতো পৰিব কৰ্ম ফলৰ বাবে। ইত্যাদি। নিশাটোৰ ভিতৰতে ধন খৰচ কৰি কেইজনমানক হাতলৈ আনিলেও কাম নিসিজিব।, 12:07
@kkkt7193
@kkkt7193 3 ай бұрын
Right 100/
@user-bh1pt1rw8f
@user-bh1pt1rw8f Жыл бұрын
CM jinda Baad HBS Jinda Baad
@gojongapol4448
@gojongapol4448 Жыл бұрын
Good
@JonaiBazar-mq2js
@JonaiBazar-mq2js Жыл бұрын
ধন্যবাদ জনাইছো
@abulkalamlaskar5027
@abulkalamlaskar5027 3 ай бұрын
Imandar patrakarita ko salute ❤❤❤
@SarsingKathar-rg6xy
@SarsingKathar-rg6xy Жыл бұрын
Right Sir👍
@pranjalpegu6706
@pranjalpegu6706 Жыл бұрын
বাপা নিৰপেকহ নিউজ কৰিবা নহলে তোমাৰ চেনেল নাচাও আমি
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
It is not a improvement solutions for increasing development of Assam in India🇮🇳.
@pkvlogs1406
@pkvlogs1406 3 ай бұрын
Good news🎉🎉🎉🎉
@haladharkalita9820
@haladharkalita9820 Жыл бұрын
Most falto Expose
@nomikonwar6739
@nomikonwar6739 Жыл бұрын
Kam ni aikhon sorkar
@premsagenhoro617
@premsagenhoro617 Жыл бұрын
History repeats itself....
@BukilBorgoyary
@BukilBorgoyary 11 ай бұрын
Pl
@pgoswami5378
@pgoswami5378 Жыл бұрын
২০২৬ চনৰ সৰ্ব ভাৰতীয় স্তৰত হব লগা সমষ্টি পুণৰ্নিধাৰণত সমষ্টি বৃদ্ধিৰ লগতে বৰ্তমানৰ আসোঁৱাহ সমূহ দূৰ কৰাত চৰকাৰ পক্ষ সচেতন হলে ৰাইজৰ ওজৰ আপত্তি সমূহ দৃৰ হব বুলি সকলোৱে অপেক্ষা কৰি আছে।
@probinboruah2830
@probinboruah2830 Жыл бұрын
Cm kebol nijor jalukbari mahok sini pai
@manavk4088
@manavk4088 Жыл бұрын
Ejon manuhei Akolei Assam solabo nuarei...
@abdulsahad8615
@abdulsahad8615 Жыл бұрын
His all decisions are incorrect.
@bhobenjyotiphukan91
@bhobenjyotiphukan91 9 ай бұрын
অতি পুৰণি আৰু অতি নতুন দললৈ ভাল আশীৰ্বাদ দান ।
@AbudulaAli
@AbudulaAli 3 ай бұрын
Too much is very either good or bad.
@jamilahmedmozumder9560
@jamilahmedmozumder9560 9 ай бұрын
good
@user-jq7mm9fw5l
@user-jq7mm9fw5l 3 ай бұрын
Hood 1:15 goodnews
@hazaratali771
@hazaratali771 3 ай бұрын
ৰাইজৰ কাৰণে কোনেও চিন্তা নকৰে,যিয়ে ৰজা হয় তেৱেই সম্পত্তি গৰে।
@HelenNarzary
@HelenNarzary Жыл бұрын
Oh bhogoban Agor, khomosthiye, bhal,Asil,.
@ganeshdeka1648
@ganeshdeka1648 3 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
It is not a important matter changing constitutions namely in the election commission's?
@anantamazumdar133
@anantamazumdar133 Жыл бұрын
"LIKE LEADER, LIKE CHAMSA". Dr. Himanta Viswa Sarma, Hon'ble CM, Assam has been always seen as a leader taking lots of decisions on lots of "BASELESS TOPICS" LIKE HIS GREAT GUDU - Narendra Mody, PM, India. Inspired by re-naming of different names of places/cities by BJP at da Centre, our CM has also been busy in Re-naming of different things, such as colleges, universities, roads etc. Now, he has re-named Assembly constituencies of Assam with a view to getting maximum benefits out of that.
@bhogeswarsaikia1520
@bhogeswarsaikia1520 3 ай бұрын
Ujoni Aru uttor asomor manuhok Himanta biswa sarmai upolunga korile
@rakashdas9087
@rakashdas9087 11 ай бұрын
সচা কথা
@umeshchetiya1340
@umeshchetiya1340 Жыл бұрын
Himanta ata dalal
@SriDibyaJyotikonwarKonwa-ju3yp
@SriDibyaJyotikonwarKonwa-ju3yp 3 ай бұрын
Congress
@nehanahid8326
@nehanahid8326 Жыл бұрын
সবার অন্ত আছে ।
@osomarrekrok2592
@osomarrekrok2592 Жыл бұрын
@
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
Namaste from Assam Tulshi Gogoi at Sivasagar district.
@DEEP_SIR
@DEEP_SIR Жыл бұрын
Ahomland
@bhupenbaruah6205
@bhupenbaruah6205 3 ай бұрын
No nred
@satyabaruah5400
@satyabaruah5400 3 ай бұрын
আচলতে দোপে প্ৰতি শেলুক নহয় বুলি পুৰ্বৰ পৰাই এটা যোজনা চলি আহিছে , গতিকে বি, জে, পি ৰ বাহিৰে অন্য চৰকাৰ ভাৰতবৰ্ষত কেতিয়াও নহয় ,জয় শ্ৰী ৰাম , জয় শ্ৰী নৰেন্দ্ৰ মোদীৰ ,জয় ভাৰত মাতাৰ জয়,, জয়হিন্দ ।
@hareswarkalita9071
@hareswarkalita9071 Жыл бұрын
BJP জিন্দাবাদ কিন্তু হেমন্তক নালাগে
@aibethbasumatary3259
@aibethbasumatary3259 Жыл бұрын
HBS go back
@dilipnath4871
@dilipnath4871 3 ай бұрын
ৰকীবুলে কোৱা কথা কি শুদ্ধ হব নেকি, politics
@ayeshabegum1270
@ayeshabegum1270 Жыл бұрын
A good leader never neglect people's voice not the voice of their representatives
@user-ys6wg7tq5b
@user-ys6wg7tq5b Жыл бұрын
Rongol BITANG nwngtanga jwbsrang naikwo lubwidwng nama ,nwngtanga Koro dongbla bokiya balance dic,cover kalam , nwngtanga. Korodongo bla n d f b pwrkwo bokojwb kibroma rongol ,
@princeborboruah1322
@princeborboruah1322 9 ай бұрын
​@@user-ys6wg7tq5b❤❤97
@SurnaPatgiri-cx3zg
@SurnaPatgiri-cx3zg 3 ай бұрын
Kin.To...
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 3 ай бұрын
Congress zindabad Gaurav Gogoi zindabad 💯💪
@UmairaBegom-sf2gy
@UmairaBegom-sf2gy Жыл бұрын
UGC
@shyamolikabora2924
@shyamolikabora2924 Жыл бұрын
Thaans lurin
@kidsplay4890
@kidsplay4890 Жыл бұрын
Bjp tata
@jhiskelmosahary8318
@jhiskelmosahary8318 Жыл бұрын
So funny for CM DR. HBS to say S to d logic chrome
@karabiduwarah8254
@karabiduwarah8254 Жыл бұрын
We are not deenchar , about the police
@nayankalita12
@nayankalita12 Жыл бұрын
মামা ata ৰাতিত xakalu xalani kari dib sai thok bjp sarkar hab
@nirmalrongphar
@nirmalrongphar 3 ай бұрын
Jiman potani korok bjp ebar Haribo Congress party jindabad 3 himottwo moradabad
@R.Sgiyan
@R.Sgiyan Жыл бұрын
Chief minister going to change
@dilipnath4871
@dilipnath4871 3 ай бұрын
বৰা টো বৰাৰ ফাল ই টানি ব ,ই সঁচ আ
@MonuranjanDoley-lx8iu
@MonuranjanDoley-lx8iu 3 ай бұрын
3:53 3:53 3:53 3:54 3: 3:57
@bitulkonwar1099
@bitulkonwar1099 Жыл бұрын
Hosa koi eaibar BJP NESEL hol
@pradipkumarbrahma8349
@pradipkumarbrahma8349 10 ай бұрын
The CM is now suffering from severe nemesis,
@hridayanandarabha1235
@hridayanandarabha1235 Жыл бұрын
You can't run this channel with this type of fool discussion
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
It is called meaning less working for election's commission's.
@pradipkumarbrahma8349
@pradipkumarbrahma8349 10 ай бұрын
In absence of BPF the BJP is fused like a globe fish,
@mainudavi9510
@mainudavi9510 3 ай бұрын
News 18 আকৌ পলটি হ'ল, Bjp ৰ বেয়া দিন চাই। কালিলৈকে Bjp ৰ ভাল গুণ গাই আছিল
@maneswarboro9390
@maneswarboro9390 Жыл бұрын
Bhul koto howanai. Khilongiyar dob dopuni baaribo.
@surajitpaul-gk8qy
@surajitpaul-gk8qy 3 ай бұрын
Existing 20 MLA seats against 25 Lakhs in Boroland. Where as 13 MLA seats against 45 Lakhs Barak vally(Kachar,Karimganj & Hailakandi) Peoples. What a surprise !
@user-ux7gk1lb6b
@user-ux7gk1lb6b Жыл бұрын
BJP go back BJP dalal modi dalal
@nripenborgohain201
@nripenborgohain201 2 ай бұрын
অমি বুজি পালোঁ - ৰাইজে বিজেপি শাসনত অসমৰ কোনো জাতিয়েই নাথাকে ৷
@rubilaskar8874
@rubilaskar8874 3 ай бұрын
হিমন্ত মুৰ্দাবাদ । কাৰন হিমন্ত অসমৰ কলঙ্ক ।
@munindranathdas9617
@munindranathdas9617 Жыл бұрын
😊
@BhumidharNath-im7ml
@BhumidharNath-im7ml Жыл бұрын
অহংকাৰীৰ কল্যাণ নাই বুলি কোৱা কথাষাৰ সচাঁ।
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 41 МЛН
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,1 МЛН