শাহু-শহুয়ে দিয়া কষ্ট।।নিজ মাতৃয়ে নিজৰ সন্তানক কেনেকৈ আলৈ আথানি কৰিব পাৰে

  Рет қаралды 62,883

DEBOLOTA & BOLEN  VLOGS

DEBOLOTA & BOLEN VLOGS

Күн бұрын

Пікірлер: 268
@triptihazarikasworld7175
@triptihazarikasworld7175 10 ай бұрын
আৱেগিক হৈ পৰিলোঁ কথাখিনি শুনি। নিজৰ কামৰ মাজেৰে নিজৰ সংসাৰখন চম্ভালি সুখী হৈ থাকা । ঈশ্বৰে তোমালোকক সহায় কৰি আছে আৰু ভাল হʼব তোমালোকৰ । দুখবোৰ পাহৰি যোৱা ❤❤❤
@devalatabolenvlog2395
@devalatabolenvlog2395 10 ай бұрын
বহুত বহুত ধন্যবাদ
@KrishnaDas-d9b6t
@KrishnaDas-d9b6t Жыл бұрын
তোমাৰ কথাবোৰ শুনি বহুত বেয়া লাগিল সময়ে সময়ে মানুহৰ জীৱনলে ভাল বেয়া দিন আহেই সেইবোৰ সাহসেৰে পাৰ কৰি নিজকে সমাজত ভাল ভাবে আগুৱাই যোৱাতোহে ডাঙৰ কথা ❤❤
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
Thank you so much ❤️
@daisydas2810
@daisydas2810 4 күн бұрын
বহুত দুখ লাগিল। ভাল হব দিয়া বাকী দিনবিলাক
@kitchensflavoursbynivedita708
@kitchensflavoursbynivedita708 2 жыл бұрын
কথাখিনি শুনি থাকোতেই দুখ লাগিল, দিন সদায় একে হৈ নাথাকে, সুখ দুখৰ সংমিশ্ৰনেই জীৱন,আগুৱাই গৈ থাকা👍
@prasantakalita7699
@prasantakalita7699 11 ай бұрын
জীৱনত ঘাট-প্ৰতিঘাট থাকেই.. এইবোৰ সকলোঁ আঁওকান কৰি আগুৱাই যোৱাটোহে আচল জীৱন সংগ্ৰাম 🤗😊 বাকি আগুৱাই যাওঁক দুইজন 🙏🏻❤️
@devalatabolenvlog2395
@devalatabolenvlog2395 11 ай бұрын
Thank you so much ❤️
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog 2 жыл бұрын
Tumar kotha bur xuni bohut dukh palu. Tumar kahini mur kahini praye akei oo atia bortoman vl baru kinto agor kotha bur aji tumar video tu sai monot pori gol
@mrrajkumarvlog5530
@mrrajkumarvlog5530 2 жыл бұрын
অঅ নবৌ আপোনাৰ কথা সুনি বৰ দুখ লাগি ,
@purnabodovlogchanel9060
@purnabodovlogchanel9060 2 жыл бұрын
Val lagil video to 👌🌷🌺🌹
@anjanaamsi9631
@anjanaamsi9631 Жыл бұрын
বৰ দুখ লাগিল বা❤😢
@pallobikalita8330
@pallobikalita8330 Жыл бұрын
Bhut bhal lagil
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
Thank you
@GitashreeKitchenAndVlogs
@GitashreeKitchenAndVlogs 2 жыл бұрын
বহুত বেয়া লাগিল জানি সদায় মানুহৰ একে নাথাকে ভাল‌ হব আৰু ভাল হৈছে নিজৰ লগতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গৈ থাকক
@DeniGogoi-by5qp
@DeniGogoi-by5qp 11 ай бұрын
Bohut dukh lagil de baa aguwai jua
@arupabarman2259
@arupabarman2259 2 жыл бұрын
Bohut dookh laagile oo Aapunar kothakhini jaaniboloi paai....GOD BLESS 🙏🙏🙏 YOU A LOT AND YOUR LOVELY FAMILY TOO !!! Keep going 👍👍👍Lot of Love !!
@bahagirabha8496
@bahagirabha8496 11 ай бұрын
Anekuwa hoi thake mor jibato haisa katiwao biswash koribo noware aji Kali ma bilak Baya hoi goise ,tomar kothakhine val lagil thankyou val koi thakiba❤
@poribora3788
@poribora3788 2 жыл бұрын
Apunar kotha khini xuni dhuk lagil
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Ki koba aru
@rangiarlara5542
@rangiarlara5542 Жыл бұрын
বহুত দুখ লাগিল ভন্টী ৷ দুখ নকৰিবা ধৈৰ্য্য আৰু সহ্যসীমাৰ মাজত থাকি জীৱনটো আগুৱাই লৈ যোৱা ৷মোৰ শুভকামনা সদায়েই তোমালোকৰ মাজত থাকিব ৷
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
বহুত বহুত ধন্যবাদ জনাইছোঁ
@kunalbaruah5223
@kunalbaruah5223 2 жыл бұрын
Val lagil Sai video 2
@barnalisdailylife
@barnalisdailylife Жыл бұрын
এনেকুৱা বহুতৰে জীৱনত হয় আৰু বহুতেই সহ্য আৰু ধৈৰ্য ধৰি থাকে।দুখ লাগিল বহুত
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
Thank you so much ♥️
@rimpigogoi123
@rimpigogoi123 27 күн бұрын
Aru aguwai juwa tumi
@runimaskitchenandvlog9140
@runimaskitchenandvlog9140 2 жыл бұрын
Hosakoi baa kotha khini xuni bohut dukh lagele dee vogovanr usot biswas rakha edin hokolu thik hoi jabo etiya tu apuni bohut happy noo baa
@monditaslife9960
@monditaslife9960 2 жыл бұрын
Bor val lagil kotha khini huni👌
2 жыл бұрын
Good job. Thumb up
@purnaboro7065
@purnaboro7065 2 жыл бұрын
Val lagil 👌🌺❤️
@barshadas3125
@barshadas3125 Жыл бұрын
বহুত দুখ লাগি গৈছে বা
@gitikitchenvlogs8671
@gitikitchenvlogs8671 2 жыл бұрын
তোমাৰ কথাখিনি শুনি বহুত কান্দিলো ভগৱানে সহায় কৰিব 👌
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you so much ♥️♥️
@monalishaboruah331
@monalishaboruah331 2 жыл бұрын
Pratitu rati r pisote ratipua hoi tenekoi dukhor pisot hukh ahei, best wishes thakil anagot dinburoloi
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you happy new year
@monalishaboruah331
@monalishaboruah331 2 жыл бұрын
@@devalatabolenvlog2395 Thanks same to u
@KabitaBoruah-c6n
@KabitaBoruah-c6n 4 күн бұрын
আমাকএনেকৰিচিলবহুতদুখলাগিচিল❤
@gitanjalisvlog771
@gitanjalisvlog771 2 жыл бұрын
হয় দেই বৰ বেয়া লাগিল কথাবোৰ শুনি ।
@Bijoy6544
@Bijoy6544 2 жыл бұрын
বহুত দুখ লাগিল ভিডিঅ'টো চাই বাইদেউ
@aineeskitchen209
@aineeskitchen209 Ай бұрын
Apunar kotha khini xuni dukh lagil..kin2 xomoi roi nathake..aru apuni u bohut dir aaguwai aahil..apunar aaru xukh houk..take kamona korilu..aagote ketiau comment kora nasilu..xodai video bur sai thaku..❤❤❤. Ketiaba log pam baa..😊
@jaanslifestyle
@jaanslifestyle 2 жыл бұрын
বহুত দুখ লাগিল
@Rajuchutia-rd6jj
@Rajuchutia-rd6jj Жыл бұрын
Apuna video bur Sai Val lage
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
Thank you
@jusnagogoi2508
@jusnagogoi2508 11 ай бұрын
মানুহৰ‌ জিবনত‌‌ এনেকুৱা‌ হইয়ে‌ ।মুৰু‌ জিবনত‌ এনেকুৱা‌ দুখ‌ আহিছিল‌ বিয়াৰ‌ পাছত।মইও‌ বহুত‌ কস্ত‌ পালু‌ জিবনত‌ সময়ৰ‌ লগতে‌ কস্ত‌ কৰি‌ লে‌ সকলু‌ দুখ‌ সেখ‌ হৈ‌ জাই‌ ।মাথু‌ সময়‌ লাগে।
@devalatabolenvlog2395
@devalatabolenvlog2395 11 ай бұрын
❤️❤️❤️❤️
@anuragvlog570
@anuragvlog570 2 жыл бұрын
আচৰিত লাগিল
@mitalimoran
@mitalimoran 2 жыл бұрын
Vonti Huni Dukh lagil but valu lagise karon Tumi atia Happy asa Aru val din ahibo bhogowanok bissakh Kori ag bahi juwa♥️♥️♥️♥️
@monjulagogoi6480
@monjulagogoi6480 2 жыл бұрын
ভাষা নাই ।মৰম দিলোঁ।
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you
@parivlogs.
@parivlogs. 2 жыл бұрын
Dhunia sharing
@jyotimonidutta7205
@jyotimonidutta7205 Ай бұрын
কষ্ট পালা কাৰনে আজি কষ্ট কৰি সোখৰ মূখ দেখা পাইছা মৰম কৰা হলে আজি শহ শাহৰ যেনে দৰে আছে তোমালোকৰ তেনেকুৱা হলে হয়। তথাপিও মোৰ ফালৰ পৰা তেওঁ লোকক শত কুতি প্ৰনাম। কাৰণ ল'ৰাক ইমান কষ্টৰ মূৰত এজনী ছোৱালীক স্বামী প্ৰদান কৰাৰ বাবে। কথা এষাৰ আছে মই মৰাৰ পাছত মোৰ পু ৰজা হৈ কি লাভ। ‌বলেনৰ মাক দেউতাক এতিয়া গৌৰৱান্বিত কাৰণ গাঁৱৰ ৰাইজে কয় এয়া বলেনৰ মাক দেউতাক।
@rakhidaimaryb3481
@rakhidaimaryb3481 2 жыл бұрын
Bohut dukh lagil honi homoi holoni hoi jai aguai goi thaka 👍❤️
@kamalsonowal7167
@kamalsonowal7167 Ай бұрын
আগবাঢ়ি যোৱা ❤
@sanjoysaikia5453
@sanjoysaikia5453 11 ай бұрын
bhut dukh lagil 😢
@pinkykalita3548
@pinkykalita3548 Жыл бұрын
বৰ দুখ লাগিল
@nkdhunu1004
@nkdhunu1004 2 жыл бұрын
কৰ্মই ধৰ্ম... এদিন বহুত ভাল দিন আহিব চাব।
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you
@96noborpatragaurisagar82
@96noborpatragaurisagar82 Ай бұрын
Bor Dukhe lagil tumr Kotha khini Huni Vogoban. Kukhole❤❤ Rakhok
@debashmitagogoi3236
@debashmitagogoi3236 Жыл бұрын
Kisuman kotha pahoru buliu pahoribo nuwari baa😊😊...jiman bhal obosta holeu aagot kosto diya kotha bur pahoribo nuwari
@daijeedeorisonowal2669
@daijeedeorisonowal2669 2 жыл бұрын
Dukh lagil huni ...kotha bur koi thakuteu tumi kandi asila ,kiman aaghat paisila anuvab koribo parisu .
@nikhilgogoi8233
@nikhilgogoi8233 2 жыл бұрын
Same..mur jibontu akei.adin amaru vl din ahibo..😊
@nomitarvlogs8761
@nomitarvlogs8761 2 жыл бұрын
বহুত বেয়া লাগিলে বা ,
@chimpeemixed
@chimpeemixed 2 жыл бұрын
Janu dost mur lifeet o paiso anakua bea monoh pesa mur dewta ha val great
@Colouroflife2
@Colouroflife2 Жыл бұрын
বাইদেউ আপোনাক সন্মান কৰো শ্ৰদ্ধা জনাও আপোনাৰ ভিডিঅ বিলাক চাওঁ।আপোনাৰ জীৱনৰ দুখৰ দিন আহিছিল কিন্তু আপোনাৰ একাগ্ৰ নিষ্ঠ কষ্টৰ বাবেই আজি আপোনাৰ সুখৰ দিন আহিছে আপুনি বৰ্তমান এই সুখক লৈ সন্তুষ্ট থাকক।আপুনি আপোনাৰ নিজৰ কথাবোৰ ক'লে কিন্তু এবাৰ আপোনাৰ শাহু শহুৰৰ কথা বিলাকো অনুভব কৰকছোন?আপুনি যিদৰে সন্তানটো ডাঙৰ কৰিবলৈ যিমান চেষ্টা কৰিছে ভবিষ্যত তাক সু ব্যক্তি গঢ়াৰ ক্ষেত্ৰত কিজানি আপোনাৰ শাহু শহুৰেও সপোন দেখিছিল ল'ৰা ডাঙৰ হ'লে ভাল মানুহ কৰি যোগ্যতাৰ অধিকাৰি কৰিব।কিন্তু তেওঁলোকৰ সপোন পূৰ্ণ কৰিব নোৱাৰি সৰুতেই বিয়া কৰাইছিল নিজৰ ভৰিত নিজেই ঠিয় নহওঁতেই তেওঁলোকৰ খং বা অভিমান হোৱাটো স্বাভাৱিক কথা।এটা কথা মনত ৰাখিব তেওঁলোকে সন্তানটো জন্ম দিয়াৰ বাবেই আজি আপুনি তেওঁলোকৰ সন্তানক স্বামী ৰূপে পাইছে।তেওঁলোকে আপোনালোকক কষ্ট দিয়া নাছিল সেইয়া আপোনালোকৰ দিয়া এটা শিক্ষাহে আছিল, তেওঁলোকে শিক্ষা দিয়াৰ বাবেই আজি আপুনি এই স্থানত থাকিব পাৰিছে।হাজাৰ হ'লেও পিতৃ মাতৃয়ে সন্তানৰ অহিত চিন্তা নকৰে বুলি মই ভাবো।তেওঁলোকক আপুনি মৰম দিয়ক নিশ্চিত ৰূপত আপোনাক মৰম দিব ।সেই সময়ত কিজানি তেওঁলোক পৰিস্থিতিৰ বাধ্য আছিল তেনেকুৱা সিদ্ধান্ত ল'বলৈ।সংস্কৃতত এষাৰ কথা আছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰীয়ন্তে স্বৰ্ব দেৱতাঃ।ঠিক তেনেদৰেই যং মাতাপিতৰৌ ক্লেশং সহেতে সম্ভৱে নৃনাম্ ন তস্য নিস্কৃতিঃ শক্যা কৰ্ত্তুং বৰ্যশতৈঃ অপি। অৰ্থাৎ দেউতাই স্বৰ্গ দেউতাই ধৰ্ম দেউতাই সকলো তপস্যা দেউতাকৰ সন্তূষ্ট কৰিব পাৰিলে সকলো দেবতাই সন্তূষ্ট হয় আৰু যি পিতৃ মাতৃয়ে মানুহৰ জন্মৰ সময়ত অশেষ কষ্ট সহ্য কৰে তেওঁলোকৰ ঋণ শ শ বছৰেও পূৰ্ণ কৰিব নোৱাৰে।এটা কথা তেওঁলোক কিজনি গাঁৱৰ সহজ সৰল মানুহ শিক্ষাৰ অভাৱত তেওঁলোকে তেনেদৰে আচৰণ কৰিছিল বৰ্তমান আপুনিতু নিৰক্ষৰ নহয় আপোনাক যিমান অত্যাচাৰ কৰাৰ কথা কলে আপোনাৰ আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্য নাই নিচিনাই পৰিলক্ষিত হৈছে।
@deepshikha3017
@deepshikha3017 Жыл бұрын
💯 right
@molinadas9009
@molinadas9009 29 күн бұрын
Jeevan t khosa kostotu sukh thake... Vale thaka val din aahibo .. Mathu bemar Aajar nuhuakoi Jodi aasa tat koi dangor sukh nai bulie vabu. Nirugi hoi Emuthi khai boi jeevan jabo kori huatue sukh vonti..❤
@basubhaivillagevlogs1503
@basubhaivillagevlogs1503 2 жыл бұрын
বহুত বেয়া লাগিল কথাটো জানি
@Rupalikalindi006
@Rupalikalindi006 2 жыл бұрын
Bohut dukh loga kotha.
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Umm ayai jibon asil o
@kalyanikanwar3818
@kalyanikanwar3818 26 күн бұрын
তোমাৰ দুখৰ দিন বোৰৰ কথা শুনি মোৰ দুচকুৰ বৈয় গৈছে , শাহুআই , নিজৰ মা দৰে কেতিয়াও নহয় । ভগৱান আছে , ভগৱানক ধন্যবাদ দিবা ।
@DipankarDeori-j7o
@DipankarDeori-j7o Жыл бұрын
Hosa deb tumi Amar sodiya suwali moi yu sodiya re hoi muk bohut bhal lagose tum aguwai juwa
@Gourichoudhury3
@Gourichoudhury3 Жыл бұрын
❤bor dukh lagel
@RivamoniChintey
@RivamoniChintey 3 ай бұрын
বৰ দুখ লাগিছে। মোৰ একে কাহিনী। হৈ যোৱা ঘটনা বোৰ মনত পেলালে বৰ দুখ লাগে 😢😢
@dhanjitbaruah46
@dhanjitbaruah46 28 күн бұрын
পঢ়িবলৈ দিয়া ল'ৰাই মেট্ৰিক পাছ কৰিয়েই ঘৰত ছোৱালী সোমোৱালে কোন জনী মাকে আদৰ কৰিব হয়😮😮 ধন্যবাদ দিয়ক তেওঁক... যি শিক্ষাৰ প্ৰয়োজন আছিল সেই শিক্ষাই তেওঁ আপোনালোকক দিলে। নহ'লে কিজানি আপোনালোকৰ আজিৰ দিনবোৰ ইমান সুখৰেই নহ'ল হেঁতেন!!!!!
@robitadaimari8163
@robitadaimari8163 2 жыл бұрын
Nice ❤️❤️
@xunsikhavlogs4145
@xunsikhavlogs4145 2 жыл бұрын
Ba moi aji prothom tumar video saisu,gutei keita video saisu,tumar otit tu jani bohut dukh lagil, aguwai jua vogobane tumalukor val koribo,moi tumar bandhobi holu dei
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Bohut besi thank you
@RinjuKalita-l5y
@RinjuKalita-l5y 20 күн бұрын
ভগৱান আছে টো
@zmfoodvlogs3510
@zmfoodvlogs3510 Жыл бұрын
দুখ লাগি গল কথা খিনি শুনি 😢
@binjumonideka.4028
@binjumonideka.4028 2 жыл бұрын
dukh lagi gol😭jiyae thaka laeke khukh dukh xoklu thakib sinta nokrib aguwae jawk.
@diptilahon4936
@diptilahon4936 Ай бұрын
Vogoban ase o❤
@TinaBania-g6f
@TinaBania-g6f Ай бұрын
Ba tumr dora hoitu bohut buwari logt hoise kisumana har mani loi kintu tumi khikai dila j ajoni suwali kunu bae mon loi biya akhnt noboha jodi tumi najana tumi nejor suwali dora bujai lobo patila hoi kintu tankuwa nohol kintu aji tumi dakhuwai dila hosa morom hosa vl puwa honmanr agot aibur ankuwa nohoi tumr aru tumr poriwaltu hodai khukhitu thakok vogobana tumalukr dukhr dinbur par kori vl din anok I wish❤❤❤❤❤❤ bhout bohut morom frm nagaon
@bipingogoi8145
@bipingogoi8145 2 жыл бұрын
সেই বিলাক আশীর্বাদ দূখ নকৰিবা।মোৰ জীৱনটো তেনে বহুত কাহিনী আছে। বতমান আমি ভালকৈ চলি আছে। তোমাৰলোকৰো ভাল হব।
@MadhurimaDreamvlogs
@MadhurimaDreamvlogs 2 жыл бұрын
Nijor ma deuta iman beya thakene.vogobane sabo o.tumalukor vl din ahib o.
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Ki kobo aru bohut kosta
@tribeni.s.diary.3690
@tribeni.s.diary.3690 2 жыл бұрын
Hoi diya, nijor mak deotakeo j dukh dibo pare heya moi buju😢😢
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Um hoi আমাক বহুত কষ্ট দিলে
@parulborgohain7960
@parulborgohain7960 2 жыл бұрын
Apunar otitor kotha huni dukh lgil.. agoloi aru huniboi roi thakim apunr kahini.
@Bivaassameserecipevlogs1195
@Bivaassameserecipevlogs1195 2 жыл бұрын
Ktha bur xuni bhut dukh lagil.. frnd hoi asu moru video saba dei💕
@sanjayloshali
@sanjayloshali 2 жыл бұрын
Very nice vlog 👍❤️ New subscriber from Nainital Uttarakhand 🙏
@jibanrabha9871
@jibanrabha9871 29 күн бұрын
ইতো আর কব লগা কথা নেকি এনেকোবা আমারু বহুত দুখ লগা কাহিনী আছে ও দেববা ,সজ্য ধজ্য কখরন সকলোয়ে নিজর আপোন,
@aristasvlog
@aristasvlog 2 жыл бұрын
God bless you always sister🥰🥰🥰🙏🏻🙏🏻🙏🏻
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you
@minubasumatary7246
@minubasumatary7246 2 жыл бұрын
Nice👍👍👍❣️❣️❣️
@SOLOMANVLOGS
@SOLOMANVLOGS 2 жыл бұрын
Hei suali mon nemariba...dukh hoise jibonor xhonjiboni...dukh nethakile xhuxh r anondo ki keneke janim nohoine...bhal hobo diya ahibo logiya din bur
@Bharativloge
@Bharativloge Ай бұрын
দুখ লাগিছে দে
@dupitorakhaklari
@dupitorakhaklari 2 жыл бұрын
সময় গতিশীল, সময় বৰ নিষ্ঠুৰ, সময়ে সকলোকে শিকায়,সময়েই সকলো সমস্যাৰ সমাধান।
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you so much ♥️
@PoriBora-w7r
@PoriBora-w7r Ай бұрын
Bhut dukho lagil
@hirakhasaikia5231
@hirakhasaikia5231 Ай бұрын
তোমাৰ কথাবোৰ শুনি বহুত বেয়া লাগিছে বা
@monikaboruahvlogs9211
@monikaboruahvlogs9211 2 жыл бұрын
Never give up.
@devalatabaruah6215
@devalatabaruah6215 2 жыл бұрын
Nixe
@mousumibora98
@mousumibora98 2 жыл бұрын
Moy valdore buji paysu ba.... Amar jibonor logot hokolu khini kothay mili porise tatke aru ki kom, ji holew jeniba etia apunar dore amiu hukhi, eta homy ahisil jetia moy eta hoptah vat khuwa nasilu horir tue kam nokora hoysil 😭 ! Apunar video TU say muru kotha bur kiba monot ahi goyse baru ji ki nhowk hukhi howk ❤️
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you
@DersanaVlogs
@DersanaVlogs 2 жыл бұрын
Nice video
@Manju_sharma_117
@Manju_sharma_117 2 жыл бұрын
Heart touching video
@Gitu888
@Gitu888 2 жыл бұрын
Dhuk lagil deii kotha khini huni.
@gitanjolivlog4810
@gitanjolivlog4810 2 жыл бұрын
আচৰিত।।
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
❤️❤️
@tongamerop2539
@tongamerop2539 2 жыл бұрын
Dukh lagil
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Thank you
@JonmoniRabha-z2f
@JonmoniRabha-z2f 10 ай бұрын
Same tu u baa ..akdom mili goise mur lifet..😢
@bandanahazarika4137
@bandanahazarika4137 Ай бұрын
মোৰো একে অৱস্থা❤কিন্তু এও ও নুবুজে🎉🎉
@arabindadipanjaliofficial798
@arabindadipanjaliofficial798 2 жыл бұрын
Apunar kotha bur huni dukh lagil new friend holu muru friend hobo buli asha korilu 👍🙏👍👍🙏
@daiziranibrahma1445
@daiziranibrahma1445 Жыл бұрын
Bor dukh lagil vonti
@devalatabolenvlog2395
@devalatabolenvlog2395 Жыл бұрын
Thank you
@achintyagogoivlogs
@achintyagogoivlogs 2 жыл бұрын
Jibonot dukh aru hukh thakibo I aru upainai 👌
@nimasrandhanihal
@nimasrandhanihal 2 жыл бұрын
bor dukh lgil 😔😔
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Ki kobo aru
@gawalialoradiganta969
@gawalialoradiganta969 2 жыл бұрын
Bohut beya lagile
@mousumigogoi5048
@mousumigogoi5048 Ай бұрын
Mur hahu ma bbe mur hnkhar vagil hosa kb gle. Emn kstra dle muk. Mnt prl a bht dukh lge bht dukh Mr jibntu. Kuneu buji npai😢 m nije dhonkho hoi golu
@monilife944
@monilife944 2 жыл бұрын
Bor dukh lagil ba apunar ktha khini khuni.mur lgt o enekua ghotona ghoti ase.apunar ktha khini khuni soku Pani ulai gol.ignore kri jaba aibur manuhk jiman pare edin khoklu thik hbo tetia ako apunak e bisaribo kebol dhorjjo dhora ba
@devalatabolenvlog2395
@devalatabolenvlog2395 2 жыл бұрын
Ki koba aru bohut kosto par কৰিলো
@SaratDekaraja
@SaratDekaraja Ай бұрын
তেনেকুৱা মানুহ থাকেই নেকি বাৰু আমাৰো তেনেকুৱা অবস্থা লোকৰ ঘৰে ঘৰে থাকীব লগা হইছীল ৷
@goureethakuria225
@goureethakuria225 Жыл бұрын
seme to you ba
@Indrajit-sy5ze
@Indrajit-sy5ze Ай бұрын
Ba apunar kotha khuni mur bhut dukh lagise
@RanjitaAssamvlog
@RanjitaAssamvlog 10 ай бұрын
Ba apunar khota khuni bohut dukh lagil
How to treat Acne💉
00:31
ISSEI / いっせい
Рет қаралды 108 МЛН
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
দেউতাৰ মৰম জীয়েকৰ প্ৰতি
3:26
DEVALATA & BOLEN VLOG
Рет қаралды 21 М.
মোৰ জীৱনত হঠাৎ কি হল 🥲🥲
3:32
Geetawali Rajkumari ৰ বহু নজনা কথা || Assamese Podcast Geetawali Rajkumari In Kotha Studio
1:05:16
How to treat Acne💉
00:31
ISSEI / いっせい
Рет қаралды 108 МЛН