এগৰাকী ছাত্ৰৰ তেজস্বী ভাষণ ৷৷ AJP ৰ মঞ্চত ছাত্ৰ ত্ৰিদিপ ভাগৱতীৰ গুৰুত্বপূৰ্ণ বক্তব্য ৷৷ AJP

  Рет қаралды 374,713

Assam Infotainment

Assam Infotainment

3 жыл бұрын

#AssamPolitics
#AssamNewPoliticalParty
#AJP
#AASU
#AJYCP
আৰু অধিক News, Information, Entertainment, Vlogging & Motivational ৰ ভিডিঅ'ৰ বাবে আমাৰ KZbin Channel টো SUBSCRIBE কৰাৰ লগতে ভাল লাগিলে LIKE, COMMENT আৰু SHARE কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল।

Пікірлер: 481
@wahidurrahman2375
@wahidurrahman2375 4 ай бұрын
তোমাৰ কথাখিনি এজন অসমীয়া হিচাবে হৃদয়ঙ্গম কৰি জাতিৰ হৈ আগবঢ়া ওচিত।🎉🎉🎉
@user-nj1jf1mf3z
@user-nj1jf1mf3z 4 ай бұрын
সকলো অসমীয়াৰ চিন্তা তোমাৰ দৰে হক তাকে কামনা কৰিলো
@vishwadarpan2622
@vishwadarpan2622 3 ай бұрын
সকলো অসমীয়া বদন নহয়। সকলো অসমীয়া জধা-মূৰ্খ নহয় সকলো অসমীয়া ভৰিত কুঠাৰ মাৰি পাকিস্তান তালিবান ৮৫৫ অসমীয়াৰ তেজ খোৱা কংগ্ৰেছ ৰ গোলামি কৰি বিবেক বিক্ৰী কৰি মুখত জয় আই অসম মাৰি কলাক্ষেত্ৰ ধ্বংস কৰি মোগলক মহান বনোৱা লাচিতক অপমাণ কৰা অসমৰ ১২ জিলাত যুগ ধৰি অবৈধ মুছলমান পুহি হিন্দু সংখ্যা লঘু কৰি অসমক ইছলাম ৰাজ্য কৰাৰ অভিসন্ধি কৰা নকল নামধাৰুি অসুৰ দানব চয়তান কংগ্ৰেছৰ গোলামি কৰা নিলাজ বদন নহয়.. সকলো অসমীয়াই নজনা নহয় যে CAA খন কোনো বিজেপি ৰ আইন নহয় সকলো অসমীয়াই নজনা নহয় যে যাক আপুনি বাংলাদেশী বুলি আজি বিৰোধ কৰি হিন্দুৰ বিৰোধ কৰিছে সেই খিনি ৰাভা বসুমতাৰি ৰাজবংশী উপাধিধাৰি লোক এদিন অসমীয়া আছিল আৰু সিহতক বাংলাদেশী কৰা অসুৰবোৰ হল কংগ্ৰেছ যাৰ গোলামি কৰি আপোনালোকৰ দৰে এচাম বদনে মৌপবাদী পাকিস্তামৰ সহযোগত উপদ্ৰব কৰা সন্ত্ৰাসত সহযোগ কৰি হিন্দু বিৰোধ কৰি লেতেৰা ৰাজনীতি কৰিছে ইয়াত চৰকাৰৰ আজি ভুল আপুনি নিজক সুধক আপুনি কোন সঁচৰ অসমীয়া । সুধক আপুনাৰ ঘৰ বাৰী অসমত আছিল কংগ্ৰেছে টুকুৰা কৰি বাংলাদেসৰ সীমাত পেলালে আপুনি ইছলাম ৰাষ্ট্ৰৰ সীনাত সুমাল তাত প্ৰতাৰিত হৈ থাকিব নোৱাৰি প্ৰাণ লৈ আজি আপোনাৰ নিজৰ অসমত শৰণাৰ্থী হৈ আছে কিন্ত্ত আপোনাৰ দৰে অসমীয়াই চিঞৰ মাৰিছে ...caa আনি নামানো .. CAA আইন আনিছিল কোনে নিলাজ বোৰে জানে নে নাই? কোনে আনিছিল .কিয় আনিছিল কোনে সেইবোৰ মানুহক বাংলদেশী বনাইছিল....কি অধিকাৰ আছিম এইখম কংগ্ৰেছৰ পৈত্তিক সম্পত্তি আছিল নি 😡😡😡😡😡😡
@AnamikaRamchiary-en7gp
@AnamikaRamchiary-en7gp 3 ай бұрын
Tene Assam nagalend problm solution ki apnr modi himu bapekee korisile nki. 😂😂😂😂😂😂😂😂😂 lora jonok utkha dibo lge ne dhmki dibo lge roles nd respons mgojut ni nki apnr
@moviesnation240
@moviesnation240 Ай бұрын
Joi Aai Asom
@KuntiRabha
@KuntiRabha 4 ай бұрын
বহুত ভাল লাগিল বাপা তোমাৰ কথা খিনি শুনি তুমি আগুৱাই যোৱা
@hridyanshugogoi2943
@hridyanshugogoi2943 3 ай бұрын
বৰ ধুনীয়া ভাষন তেওঁ যেন সদায় এনেকৈ অসমৰ হকে কাম কৰি যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
@binodkakati7300
@binodkakati7300 2 жыл бұрын
অতি সুন্দৰ ভাষণ ! বহুত ভাল লাগিছে ! সাৱলীলভাৱে বিশ্লেষণ কৰিছে ! ভৱিষ্যত জীৱন উজ্বল হওঁক ! তাৰেই কামনাৰে ত্ৰিদীপ ভাগৱতী লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ !
@bhabenpegu3338
@bhabenpegu3338 Жыл бұрын
💔Q
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
আপোনাৰ সৈতে মইও একমত ।
@dhirajdohutia4487
@dhirajdohutia4487 3 ай бұрын
সুন্দৰ মন্তব্য।
@vishwadarpan2622
@vishwadarpan2622 3 ай бұрын
জধা-মূৰ্খতাৰ সীমা চেৰাই হিন্দু বিৰোধ কৰি পাকিস্তান তালিবান ISIS PFI কংগ্ৰেছ ৰ দৰে ৮৫৫ অসমীয়া ৰ তেজ খোৱা অসুৰৰ গোলামি কৰা নিলাজ বদন
@user-ge9kz8vi4q
@user-ge9kz8vi4q 4 ай бұрын
ভাইটি, মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল।
@ranamedhi3484
@ranamedhi3484 3 ай бұрын
তোমালোকৰ দৰে নিষ্ঠাবান জাতীয়তাবাদী যুৱকৰ অতি প্ৰয়োজন , সময় কিন্তু সমাগত ।
@koushik21774
@koushik21774 3 ай бұрын
বহুত সুন্দৰ ভাষন। উজ্বল ভবিষ্যত কামনা কৰিলো
@Dibyangana-lk7ov
@Dibyangana-lk7ov 4 ай бұрын
Hundor Jai ai assam
@rofiqulislam1080
@rofiqulislam1080 3 ай бұрын
ত্ৰিদিপ ভাগৱতী, তোমাক অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে তুমি বাস্তৱ সন্মত হৃদয়স্পৰ্শী মন্তব্য আগবঢ়াইছা, আৰু তাৰ বাবে তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল !!!
@mrinalmedhi8346
@mrinalmedhi8346 4 ай бұрын
বহুত ভাল লাগিল,অসমী আইৰ সুযোগ্য সন্তান, আমি ভবা অসমখনক বাস্তৱ ছবি দাঙি ধৰাবাবে আন্তৰিক ধন্যবাদ।জয় আই অসম 🙏🙏🙏
@nirugogoi4576
@nirugogoi4576 Жыл бұрын
শক্তি দিয়ক এইদৰে ৰাইজক বুজাবলৈ অহাৰ বাবে
@prabinphukan3865
@prabinphukan3865 Ай бұрын
😊😊😊😊😊😊pppo😊😊😊😊😊😊😊
@prabinphukan3865
@prabinphukan3865 Ай бұрын
😊😊😊😊
@darpandeka5141
@darpandeka5141 2 жыл бұрын
বহুত বহুত সুন্দৰ ভাষণ । ধন্যবাদ
@ranjubhuyan262
@ranjubhuyan262 2 жыл бұрын
বৰ সুন্দৰ ভাষণ দিছে ।তোমাৰ কথাবোৰ বাস্তৱ হওক এনে ত্ৰিদীপ বহুজন হওক ।
@utpalbdas
@utpalbdas 2 жыл бұрын
শক্তিশালী কন্ঠ ! যুক্তি আছে। 🙏🙏🙏
@travelsphere9985
@travelsphere9985 2 жыл бұрын
"প্ৰথমতে আমি অসমীয়া হম তাৰ পিছত ভাল ভাৰতীয় হ'ম তাৰ পিছত আমি বিশ্ব নাগৰিক হম" ❤️❤️
@parthaborah4679
@parthaborah4679 Жыл бұрын
Q In QA Qaqa
@alokdutta5907
@alokdutta5907 2 жыл бұрын
বহুত সুন্দৰ ভাষণ । জয় আই অসম ।
@AijoneePori
@AijoneePori 4 ай бұрын
অতি স্পষ্ট আৰু বাস্তৱ।
@dipagogoi9673
@dipagogoi9673 4 ай бұрын
বহুত ভাল লাগিল জয় আই অসম
@anjusaikia9306
@anjusaikia9306 4 ай бұрын
সুন্দৰ ।বহুত বহুত শুভেচ্ছা থাকিল
@hiranlahkar1534
@hiranlahkar1534 3 ай бұрын
ইমান মননশীল ভাষণ।খুবেই আপ্লুট হ’লো।সুন্দৰৰ পথেৰে বাট বুলি যোৱা ভাইটি।এদিন দেখিবা সাফল্যৰ জয়মাল্যৰে উজলি উঠিবা
@junuborgohain3453
@junuborgohain3453 3 ай бұрын
ভাগৰতী অসমীয়া জাতিৰ বাবে এজন পথ প্ৰদৰ্শক । তেওঁৰ উত্তৰো উত্তৰ উন্নতি কামনা কৰিলোঁ। জাতীয় পৰিষদৰ জয় হওক 🎉
@abdulkader6922
@abdulkader6922 Жыл бұрын
ভাইটি আগুৱাই যোৱা ভাল লাগিছে।
@gakulkalita7918
@gakulkalita7918 2 жыл бұрын
ভাল লাগিল ।আগলৈ শুভেচ্ছা থাকিল ।
@crmusical689
@crmusical689 4 ай бұрын
খুব ভাল লাগিল কথাকেইটা শুনি অনুপ্ৰাণিত হলো ।
@indreswardowari1876
@indreswardowari1876 3 ай бұрын
সুন্দৰ অনুভৱ । বহুত ভাল লাগিল । জয় আই অসম।
@popingogoi2605
@popingogoi2605 Жыл бұрын
সুন্দৰ ভাষণ আগোৱাই জুৱা জাতিক বছাবলৈ সকলোবোৰ এক হব লাগিব
@madanborah9015
@madanborah9015 11 ай бұрын
বৰ সুন্দৰ কথাবোৰ
@jayantahazarika4326
@jayantahazarika4326 3 ай бұрын
সঁচাই বহুত ভাল লাগিল তোমাৰ কথা খিনি আমাৰ অসমৰ মানুহ খিনি তোমাৰ নিচিনা চিন্তা কৰক তেতিয়া হে অসম খন আগ বাঁহী যাব জয় আই অসম
@mohsinahasin8071
@mohsinahasin8071 2 жыл бұрын
সুবেই সুন্দৰ!!!! ভাষণটো সুবেই সুন্দৰ হৈছে। মাথোঁ কথাখিনি কাৰ্য্যত পৰিণত কৰিব পাৰিলে আমাৰ অসমখনৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিব পৰা যাব ।। প্ৰফুল্ল কুমাৰ মহন্ত, হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোনোৱাল, ৰিপুন বৰাৰ দৰে নেতাৰ পুনৰাবৃত্তি হব নালাগে।।
@rajaborah1550
@rajaborah1550 2 жыл бұрын
Kar Nisina hobo lage apuni vote Diya rakibul r party ne baddaruddinr party??
@rajaborah1550
@rajaborah1550 2 жыл бұрын
Apunalukor jatir kotha valdore janu eyat dangor dangor comment likhibo kin2 vote dia xomoit mohila deka jyostho hokuluwe kebol either anti Modi party nohole pro Muslim party k Di dibo
@hemantadas2357
@hemantadas2357 4 ай бұрын
Bohut Val lora Tridib,,, Salute tumak
@bittosaikia7009
@bittosaikia7009 Жыл бұрын
ধুনীয়া
@pankajphukan6468
@pankajphukan6468 2 жыл бұрын
সুন্দৰ । অতি সুন্দৰ মন্তব্য ।
@abinashkalita9242
@abinashkalita9242 5 ай бұрын
অতি সাৰুৱা,সাৱলীল বক্তব্যৰ বাবে ধন্যবাদ।
@Spc760
@Spc760 Жыл бұрын
কথাবোৰ একেবাৰেই নুই কৰিব নোৱাৰি , সম্পূৰ্ণ যুক্তিসন্মত
@srigunajitsharma8282
@srigunajitsharma8282 4 ай бұрын
Apunak ❤❤🙏 ,kotha apunar dore hb lage ,apunar dore akhil Gogoi jodi kotha kole hoi rayjor support pale hoi
@RahulDas-rz2bu
@RahulDas-rz2bu 2 жыл бұрын
বাস্তৱক মানি লোৱা আগতে। এনেকুৱা ভাষণ শুনি হে ভাল লাগে। বাস্তৱত ৰূপায়িত কৰা খুব কঠিন।
@auxesis303
@auxesis303 2 жыл бұрын
Hosa
@biswabora1394
@biswabora1394 2 жыл бұрын
সুন্দৰ
@birajbordoloi9647
@birajbordoloi9647 2 жыл бұрын
Right,,..
@basantanath2647
@basantanath2647 2 жыл бұрын
ভাষন আৰু কামৰ মাজত পাৰ্থক্য নেথাকে যানো বন্ধু।
@gauravdutta546
@gauravdutta546 2 жыл бұрын
Xhosa kotha
@pratapkalita8894
@pratapkalita8894 Жыл бұрын
সুন্দৰ ভাষন দিছা ভাইটী, ভাল লাগিছে। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@hemantagogoi9462
@hemantagogoi9462 2 жыл бұрын
বহুত সুন্দৰ।
@mintumonidas2771
@mintumonidas2771 2 жыл бұрын
সুন্দৰ লাগিলে কথাকেইতা শুনি ।
@ashokpuzari6099
@ashokpuzari6099 3 ай бұрын
Very good speech.wish you a bright future.
@sadhanagoswami6256
@sadhanagoswami6256 3 ай бұрын
অতি মননশীল চিন্তা। ভাল লাগিল, তোমাৰ নিচিনা চিন্তা ধাৰাৰে সকলো অসমীয়া মাৰ বান্ধি আগবাঢ়ি গ'লে এখন সুন্দৰ অসম আমাৰ অসম আশা কৰিব পাৰিম। জয় আই অসম। 🙏
@rantuvlogs2257
@rantuvlogs2257 2 жыл бұрын
বহুত সুন্দৰ
@jatindas4577
@jatindas4577 3 ай бұрын
অতি সুন্দৰ ভাষন। তোমাৰ দৰে চিন্তাধাৰা সকলোৰে হওঁক। তাকেই কামনা কৰিলোঁ।
@anilkumarkalita6774
@anilkumarkalita6774 3 ай бұрын
মন চুই যোৱা ভাষন " ভাল লাগিল " অসমৰ সংকতৰ সময় ! তোমাৰ নিচিনা ডেকা শক্তি জাগিব লাগিব " শুভেচ্ছা থাকিল " !
@padmapaninath
@padmapaninath 4 ай бұрын
জাতীয় চেতনা মূল সম্বল । ভাল লাগিল
@pjbhuyan
@pjbhuyan 2 жыл бұрын
ভাগৱতী দা মই কটনত আপোনাৰ তৰ্ক চাইছিলো। মই অভিভূত হৈ পৰিছিলো। আজি আপোনাৰ জাতীয়তাবাদী পন্থাদেখি মোৰ বৰ ভাল লাগিল। এদিন কটনত চিনাকী হ'ম।
@ruprekhahazarika5921
@ruprekhahazarika5921 3 ай бұрын
আজিৰ সকলো নবপ্ৰজন্মৰ চিন্তা ধাৰণাবোৰ তোমাৰ দৰে হলে কোনোৱে আমাৰ নোম এদালো লৰাব নোৱাৰে আমি অসমতে অসমীয়া ভগনীয়া হব লগিয়া পৰিষ্ঠিতি হব লগা নহয় ❤জয় আই অসম 🙏
@budheswarnath6516
@budheswarnath6516 4 ай бұрын
প্ৰকৃত উন্নয়ন কেৱল জাতীয় তা বাদী চৰকাৰত হে সম্ভৱ , ই চিৰন্তন সত্য !!.. এই মৰম লগা ভাইটি জনৰ কথা খিনি বহুত সচাঁ কথা... এওঁ জাতীয় পৰিষদত থাকি দলটিক সহায় কৰিব বুলি আশা কৰিছো ।
@bhaskarborah4254
@bhaskarborah4254 2 жыл бұрын
দীৰ্ঘদজীৱি হোৱা। জয় আই অসম।
@konkon3774
@konkon3774 11 ай бұрын
Majja
@dkvlogs0145
@dkvlogs0145 2 жыл бұрын
ভাষণটো শুনি বহুত বহুত ভাল লাগিল । কিন্তু মানুহে কেৱল ভাষণ দিলেই নহয়। অসমৰ ৰাজনীতিৰ ইতিহাসত বৰ্তমানলৈকে যিমান বিলাক নেতাই জাতিৰ নামত ৰাজনীতি কৰি আহিছে কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ লক্ষ্য আগত ৰাখিয়েই ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰি আহিছে। এই বাবে অসমীয়াত এষাৰ কথা আছে , লংকালৈ যিহে যায় সি ৰাৱণ হয়। লগতে তামিলনাডুৰ কথা ইয়াত বাৰে উল্লেখ কৰা হৈছে, তামিলনাডুৰ জনতাৰ লগত অসমৰ জনতাৰ তুলনা কৰিব নোৱাৰি। কাৰণটো হৈছে তামিলনাডুত শিক্ষাৰ লগত কৰ্ম তুলনা নকৰে। কিন্তু আমাৰ ইয়াত BA pass কৰা লৰাই হাজিৰা নকৰে। কৰে মাথো আন্দোলন, আন্দোলন আৰু আন্দোলন
@pabanboruah6801
@pabanboruah6801 3 ай бұрын
সঁচা কথা, সুন্দৰ চিন্তাধাৰা সুন্দৰ ভাষণ আগুৱাই যাওক আপুনি,
@binudas8708
@binudas8708 4 ай бұрын
তোমাৰ লগত একমত। আমি এটা কথা সদায়েই চিন্তা কৰিব লাগিব। যে আমি জাতী ক ভাল পালেহে আমাৰ জাতীটো জিয়াইয়াই থাকিব ।আমি আমাৰ ভাষাটো ক জিয়াই ৰাখিলেহে আমি জিয়াই থাকিব পাৰিম। আমি আমাৰ সকলো পৰমপৰা জিয়াই ৰাখি আমাৰ সন্তানৰ হাতত থৈ গলেহে আমি যে এটা অসমীয়া জাতি জগতত আছিলো তাক আগলৈ আমাৰ প্ৰজন্ময়ে জানিব । যদি আমি এইবিলাক পাহৰি আছনীৰ লোভত জিয়াই থাকিবলৈ হয় তেন্তে আমি ২৪চৰ পিচত এই আমাৰ জাতিটোক বগা কপোৰ পিন্ধাই চাঙীত তুলিবৰ সময় সমাগত।কাৰন আমাৰ মাজলৈ caa আহি আমাৰ সন্মুখত কালসৰ্প হৈ দিয় দিলেহি। আহক আমি সকলোৱে caa ৰ বিপৰীতে এক লগ হৈ সকলোকে দেখুৱাই দিও যে কনকলতা মুলাগাভৰুৰ তেজ আমাৰ গাত এতিয়াও আছে। আমি নিজৰ দেশক আৰু নিজৰ জাতি আৰু নিজৰ মাতিক কিমান. ভাল পাও তাক হয়টো তেওঁলোকে জানিবলৈ বাকি আছে । দেশৰ আবে মৰিবলৈ অলপো ভয় নকৰো সময এতিয়া সমাগত।❤😂 দেশ বুলিলে নেলাগে আদেশ। সৰুৰে পৰায়েই আন্দোলন কৰি কৰি ডাঙৰ হলো। পুলিচৰ মাৰ খাইছো , জেলত আছো, বাগানীয়া মানুহৰ ঘৰৰ ধানৰ ডোলীটো ৰাতি আছো এই কথা অগপ আৰু BJP ৰ ডাঙৰ নেতাবিলাকে বহুতে জিনে নিশ্চয়। কাৰন সেই সময়ত সোনোৱাল মোৰ মাৰ ঘৰৰ ওচৰত থকা মোৰ ম আমাৰ ঘৰতে থাকেগৈ ।অগপৰ সকলো নেতা মোৰ 2 নম্ৰ বাইদেউ ফুলু দত্তৰ ঘৰত থাকি আন্দোলন কৰে। ৰাতি হলে লোকাই থাকে। সেইবিলাক কথা পাহৰি গৈছে 😂কিয়?????
@jayshreedas2538
@jayshreedas2538 11 ай бұрын
ৱাহ!সুন্দৰ
@pranjithazarika8537
@pranjithazarika8537 3 ай бұрын
সচাঁকৈ বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলা। বহুত ধন্যবাদ।
@manjithregon3831
@manjithregon3831 4 ай бұрын
বহুত বহুত ভাল লাগিল
@user-ey5ie1ei1c
@user-ey5ie1ei1c 10 ай бұрын
Bhal lagil
@nilishaika5262
@nilishaika5262 6 ай бұрын
Hundar.
@lipikabhuyan6979
@lipikabhuyan6979 4 ай бұрын
সুন্দৰ
@pritygogoi1886
@pritygogoi1886 3 ай бұрын
❤❤ তোমাৰ কথাবোৰত মোৰ একমত তোমাৰ কথাবোৰ শুনি মোৰ মন চুই গল । তোমাৰ দৰে সকলো অসমীয়াই বুজি পোৱা উচিত লগতেই তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ঈশ্বৰৰ তোমাক সদায় কুখলে ৰাখক ।
@uttambhuyan6413
@uttambhuyan6413 2 жыл бұрын
হয় সচা কথা সৎ সত্য সনাতন (জয় হিন্দ জয় আই অসম ) অউম শান্তি )
@janulahon9911
@janulahon9911 3 ай бұрын
একেবাৰে সচা কথা।মৰমৰ ছাত্ৰ জনে কোৱা কথাখিনি মানি চলিলেহে অসম বাচিব। 🎉🎉
@minaborahvlogs6348
@minaborahvlogs6348 Жыл бұрын
অতি সুন্দৰ ভাল লাগিল 🥰
@rajuramray4964
@rajuramray4964 2 жыл бұрын
আপুনি ভাষণটো ভালেই দিছে ,সুন্দৰ
@munindradeka5934
@munindradeka5934 2 жыл бұрын
Bhal lagil, moi lagat aaso,, jai aai assam
@user-km6nx1rx1j
@user-km6nx1rx1j 3 ай бұрын
ট্ৰিদিপ ৰ চিন্তা ক অসমৰ জনগণই সহাইৰি জানুৱা উচিত।। জয় আই অসম
@dipenboro7210
@dipenboro7210 3 ай бұрын
VERI. GOOD. BHAI
@sanjitkumarswargiary8092
@sanjitkumarswargiary8092 2 жыл бұрын
Bor xundor bhaxon.
@saurabhgogoi8744
@saurabhgogoi8744 4 ай бұрын
ভাল লাগিল।
@rajuramray4964
@rajuramray4964 2 жыл бұрын
আপুনি ভাষণটো ভালেই দিছে, সুন্দৰ কথা কৈছা কিন্তু আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী পদটো পায় আপুনি ও একে পথেৰে যাব ১০০% মই লিখি দিম। আজি যিটো পথেৰে গৈ আছে আজিৰ মুখ্য ভূমিকাত থকা মানুহ বোৰ আপুনি ও একেটা পথেই বাছি লবি
@manashjyotiray5648
@manashjyotiray5648 2 жыл бұрын
এক দম সঠিক... মই কোনো ৰাজনৈতীক দলৰ নহয়
@kamaltalukdar8884
@kamaltalukdar8884 4 ай бұрын
Absolutely right
@jahnobibhorali5177
@jahnobibhorali5177 2 жыл бұрын
শুনিয়ে থাকিম যেন।
@LakhyajyotiSaikia-iz3yg
@LakhyajyotiSaikia-iz3yg 4 ай бұрын
Future of Assam has been rise.
@biswajitnath4703
@biswajitnath4703 4 ай бұрын
Bohut val lagil kotha khini xuni.xokolo axom basiye xuna usit ei kotha khini.
@puspadhar6239
@puspadhar6239 4 ай бұрын
Best expression, I hope new generation follow you
@farhasuhana9646
@farhasuhana9646 2 жыл бұрын
আগুৱাই যাওঁক দাদা ❤
@mrinaligogoi5823
@mrinaligogoi5823 4 ай бұрын
Oti hundor ❤❤❤
@padumibaruah2798
@padumibaruah2798 11 ай бұрын
Dhunia Boktobyo uposthapon korisa vaiti sotyor Sodai joi hoboii
@uttambhuyan6413
@uttambhuyan6413 2 жыл бұрын
অতি সুন্দৰ শুৱলা ভাষণ সকলোৱে বুজিব পৰাকৈ কৈছে )
@iliasali-kq1ut
@iliasali-kq1ut 3 ай бұрын
Every Assamese should try to think like you for his native land. Thaks to you for your patriotic speech.
@user-gp4nn5sf2z
@user-gp4nn5sf2z 5 ай бұрын
শুভ কামনাৰে,জয় আই অসম।🌷👌
@musficali6843
@musficali6843 3 ай бұрын
বহুত বহুত ধন্যবাদ
@bitulsaikia6055
@bitulsaikia6055 2 жыл бұрын
Val kotha koise . So very good 👍
@dipikakonwar8315
@dipikakonwar8315 3 ай бұрын
বৰ ভাল লাগে তোমাৰ কথাবোৰ। এনেকৈয়ে থাকিবা । আশীৰ্বাদ থাকিল।
@user-ul8si7dc6t
@user-ul8si7dc6t 4 ай бұрын
অতি সুন্দৰ
@hemolotasonowal9146
@hemolotasonowal9146 2 жыл бұрын
ইমান ধুনীয়া ভাষন শুনীয়ে থকিব মন যায়
@ramendrasarmah9040
@ramendrasarmah9040 4 ай бұрын
দাদা সুন্দৰ
@bhanimaborgohain-xy1he
@bhanimaborgohain-xy1he 2 ай бұрын
অতি সুন্দৰ,ভাল লাগিল , ধৈনয়বাদ আপুনালৈ
@mukutborah4081
@mukutborah4081 3 ай бұрын
অতি সুন্দৰ বক্তব্য। ভাল লাগিব।
@anjugogoi2390
@anjugogoi2390 3 ай бұрын
Bohut. Val. Kotha. Ajp. Zindabad
@nagendas9671
@nagendas9671 2 ай бұрын
ভাল লাগিল অসমীয়া জাতিৰ হৈ সকলো ওলাই আহক ।
@monojdehingia3394
@monojdehingia3394 2 жыл бұрын
ৰাইজৰ দলৰ লগত লগ লাগি আগবাঢ়িব লাগে। সময়ৰ আহবান।
@rajaborah1550
@rajaborah1550 2 жыл бұрын
Apuni abr vabi sabo sun akhil Gogoi r kam bur teu Mamata Banerjee support kore June Ki kiman hindu marile Ba rape korile 2021 r electionr pssot ,congress k support kore June Ki aji loike Assam accord rupainyonole Nanile teu eviction kora jega burot Sahaijiyo Dibo koi hoijanu teu xosake jatiotabadi
@lachitdas7038
@lachitdas7038 5 ай бұрын
সুন্দৰ বক্তব্য ❤
@sambarukumardas1357
@sambarukumardas1357 4 ай бұрын
ধন্যবাদ।
@basantanath2647
@basantanath2647 2 жыл бұрын
" কাকনো বুলিম ককা, সকলোৰে দাৰি-চুলি পকা " - বিগত সময়ত এই ধৰণৰ ভাষণৰ দ্বাৰাই অসমত বহু মন্ত্ৰী বিধায়কৰ জন্ম হ'ল, আৰু তাৰ পিছত সেই সকলেও ভাষণটোত কোৱাৰ দৰেই...... 😁 😁 😁 ।এতিয়া সেয়েহে এই লেখিয়া ভাষণ বোৰৰ প্ৰতি বহুতৰে সন্দেহৰ অৱকাশ থকাতো নিতান্তই স্বাভাৱিক। 🙏 🙏
@alokdutta5907
@alokdutta5907 2 жыл бұрын
যেনেকৈ বিজেপি আৰু বিজেপিৰ নেগুৰত ধৰা অগপ দলৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য আছে ঠিক তেনেকুৱা কথা কিন্তু সকলো মানুহ একেই নহয় ।
@BJBUTTRADING
@BJBUTTRADING 2 жыл бұрын
কি কৰিব তেন্তে, সন্দেহ কৰিব নে পথ এটা দিব ? যদি পথ দিয়ে ভুল হলে আঙুলিৰ ক্ষমতা আছে ।
@dhirendeka2690
@dhirendeka2690 2 жыл бұрын
ল'ৰা জনৰ ভাষণটো ভাল লাগিছে । ননী গোপাল মহন্ত দেৱৰ টাইপৰ ভাষণ ।
@parishmitayoutubebar5671
@parishmitayoutubebar5671 Жыл бұрын
ময়ুৰ বৰাৰ ভাষণৰ দৰে
@pratimasarma1737
@pratimasarma1737 4 ай бұрын
ননী গোপাল মহন্তৰ লগত তুলনা কৰিব পৰা নাযায়।
@prasantadas2828
@prasantadas2828 3 ай бұрын
তোমাৰ দৰে যেন আৰু সহস্ৰ জন নসুৰুজ উদয় হওঁক তাৰে কামনা কৰিলোঁ ।
@gariyoshi1253
@gariyoshi1253 2 ай бұрын
তোমাৰ ভাষন শুনি ভাল লাগিল👍, জাতি মাটি তোমালোকে ৰক্ষা কৰিব লাগিব।
@PrasantaChangmai-lx6wd
@PrasantaChangmai-lx6wd 4 ай бұрын
নাইচ ভাষণ নাইচ 💐💐💐💐
@pradipbasumatary4080
@pradipbasumatary4080 Жыл бұрын
Very best speach. I hope AJP follow his speach.
Dr Shashi Tharoor - Looking Back at the British Raj in India
1:12:35
The University of Edinburgh
Рет қаралды 5 МЛН
HOW DID HE WIN? 😱
00:33
Topper Guild
Рет қаралды 48 МЛН
When You Get Ran Over By A Car...
00:15
Jojo Sim
Рет қаралды 33 МЛН
It’S So Fun To Wash My Son’S Hair! #funny #baby#cute  #funnybaby
00:14
Amazing Children Toys
Рет қаралды 6 МЛН
HOW DID HE WIN? 😱
00:33
Topper Guild
Рет қаралды 48 МЛН