ডিঙিত সোপা লাগি মৃত্যুমুখত পৰিব ধৰা মানুহক কেনেকৈ বচাব !! Heimlich Maneuver

  Рет қаралды 253,598

Devottom Axom

Devottom Axom

Күн бұрын

#Healthy_Assam #দেৱোত্তম #Devottom #Devottom_অসম #সজাগ_অসমীয়া #AatmanirbharAssam #Health #HealthAwareness #KZbin #JaiHind #BharatMataKiJai #onceasoldieralwaysasoldier #হৰহৰমহাদেৱ
স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Instagram profile: ...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music credit: channel name: @Sanu Sharma Entertainmentlink: • O Mur Apunar Dekh || I...
Photo credit: www.unsplash.com
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app
Animation credit: Pranjal Pratim Gare and his KZbin channel “Rebel Times” / channel

Пікірлер: 1 100
@probinbordoloi874
@probinbordoloi874 3 жыл бұрын
বহুত বহুত ধন্যবাদ ।শাস্ত্ৰত এষাৰ কথা পাইছিলো ,যে জগতৰ সুমংগল তুৱা গুন নাম হৰি জগত জীৱন ৰাম ।নিজেও তৰি আনকো তৰাব ডাকি বোলা ৰাম ৰাম ,কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@mriduladas5527
@mriduladas5527 Жыл бұрын
বেচিকৈ শুলে মাথাৰ কুহুম দুটা কিয়া ফুলি যায়?
@mriduladas5527
@mriduladas5527 Жыл бұрын
কাৰ হয় এনেকুৱা জন্তুৰ নে মানুহৰ?
@pradipdutta2270
@pradipdutta2270 6 ай бұрын
ভাল লাগিল মানুহক সহায় এটা। কৰিব পাৰিম.
@newaccounts3009
@newaccounts3009 6 ай бұрын
বহুত গুৰুত্বপূৰ্ণ উপদেশ খুউব ভাল লাগিল জানিব পাৰি।ভগৱানে কুশলে ৰাখক দীৰ্ঘায়ু কৰক লগতে কৰ্ম্মময় জীৱনটোক আগুৱাই নিয়ক। 🙏🙏
@GuygcDtyc-uf5hm
@GuygcDtyc-uf5hm 6 ай бұрын
বহুত গুৰুত্বপূৰ্ণ দিহা আগবঢ়ালে অশেষ ধন্যবাদ 🙏 বহুতলৈ পঠিয়ালো ......
@newaccounts3009
@newaccounts3009 6 ай бұрын
বহুত গুৰুত্বপূৰ্ণ উপদেশ জানিব পাৰি বহুত ভাল লাগিল।ভগৱানে কুশলে ৰাখক দীৰ্ঘায়ু কৰক লগতে কৰ্ম্মময় জীৱনটোক আগুৱাই নিয়ক। 🙏🙏
@nabanitadevi6943
@nabanitadevi6943 6 ай бұрын
বহুত ভাল লাগিল। যদিও দেৰি কৈ চালো। আমি সৰুৰে পৰা চৰ্চৰনি খালে পিঠিত ঢকিয়াই দিয়ে বুলিহে শিকিছিলো। আপোনাৰ video বোৰ চাই থাকোঁ। বহুত উপযোগী।
@bobykondoli7095
@bobykondoli7095 6 ай бұрын
বৰ গুৰুত্বপূৰ্ণ কথা ছাৰ। ধন্যবাদ।
@tutumonisaikia9634
@tutumonisaikia9634 Жыл бұрын
Xosakoi sai aso sir. Bhut vl lagise.. Bhut drkari vdio dse.. Bhutre upakar hb.
@sayaankumoni7530
@sayaankumoni7530 3 жыл бұрын
Bohut bhl lagil.apuni hoday anedore amak hohai kri jabo.
@maramisaikiapatowary7298
@maramisaikiapatowary7298 3 жыл бұрын
অত্যন্ত গুৰুত্বপূৰ্ণ message.ধন্যবাদ
@anamikadutta8912
@anamikadutta8912 4 ай бұрын
বহুত ধন্যবাদ চাৰ ,আপোনাক ভগৱানে সকলো ফালৰ পৰা কুশলে ৰাখক .....🙏
@nayanmanibarman5040
@nayanmanibarman5040 3 жыл бұрын
অত্যন্ত গুৰুত্বপূৰ্ণ, সকলোৱে জনা উচিত✔️✔️✔️
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil...
@rinakalita2820
@rinakalita2820 3 жыл бұрын
প্ৰয়োজনীয় পষ্ট।
@bibekchoudhury7736
@bibekchoudhury7736 3 жыл бұрын
Bohut bhal kotha sekhale dada apuni..bohut bohut dhanyawad
@ankurkalita4075
@ankurkalita4075 3 жыл бұрын
সুন্দৰ ছাৰ আপোনাক ভগবানে মংগল কাৰক সদায় ভালে ৰাখক ইয়াৰ পৰা সেৱা ৰাখিছোঁ মই । বহুত ভাল লাগে আপোনাৰ সৰু সৰু পৰামৰ্শ বোৰ । বেলেগ ৰ মুখত নুশুনা কথাবোৰ পৰামৰ্শ বোৰ আপোনাৰ মুখত শুনা পাওঁ । এদিন আপোনাক ওচৰত ৰ পৰা লগ পোৱাৰ বহুত আশা আছে বহুত কথা কব লগা আছে আপোনাক জীৱনত এবাৰ ওচৰত পৰা লগ পালে নিজকে ধন্য মানিম ।
@hiradas2234
@hiradas2234 3 жыл бұрын
Thanks sir...apunar saklo video bhut mon di suni thko ..
@sikhaswarnakar6916
@sikhaswarnakar6916 Жыл бұрын
Thank you sir 🙏. Today , because of this video of yours , I was able to cure my Mother . Thank you very much sir 🙏
@neepjyotigoswami.6744
@neepjyotigoswami.6744 3 жыл бұрын
Khub val ktha kyse apuni.. oti drkari ktha tu kle.. thank you sir..
@nitumonipathak1739
@nitumonipathak1739 3 жыл бұрын
আপোনাৰ পৰামৰ্শ বোৰে মনত বহুত সাহস দিয়ে। ধন্যবাদ দাদা।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@kakalidas4805
@kakalidas4805 3 жыл бұрын
Thank u sir....mor maar o praiyai anakuwa hoi...apunak osakh dhoinybad..🙏
@123abc23no
@123abc23no 6 ай бұрын
Very much useful information... Thank you sir🙏
@EnajoriMultimedia
@EnajoriMultimedia 3 жыл бұрын
বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ, ভিডিঅ'টো ভাগ-বতৰা কৰিছোঁ।
@rinaroy6124
@rinaroy6124 4 ай бұрын
বহুত ভাল লাগিছে কথা ভাল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক
@optimusprimerakesh7265
@optimusprimerakesh7265 3 жыл бұрын
Very helpful information.thank you so much🙏👍
@babudutta3508
@babudutta3508 3 жыл бұрын
Bohut Bhal Kotha aji Janilu Sir Apunaloi Bohut Dhoiniobad Thakil
@riponchakroborty9646
@riponchakroborty9646 3 жыл бұрын
Lot of respect n love to you sir, i am praying to god for your long n healthy life. Many many thanks.
@porinitaburagohain8163
@porinitaburagohain8163 3 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল ছাৰ । ইমান এটা গুৰুত্বপূৰ্ণ কথা সকলোকে জানিবলৈ দিয়াৰ কাৰণে । ভাল লাগে আপোনাৰ ভিদিঅ বোৰ চাই । বহুত নজনা কথা জানিব পাৰি পুনৰবাৰ ধন্যবাদ ছাৰ সদায় আমাৰ দৰে সাধাৰণ মানুহবোৰক এনেকৈ সহায় কৰি যাবলৈ ঈশ্বৰে ‌আপোনাক আশীৰ্বাদ কৰক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাক সদায় ঈশ্বৰে কুশলে ৰাখক । ধন্যবাদ
@nilamaniyoutube4964
@nilamaniyoutube4964 3 жыл бұрын
দাদা এটা সুন্দৰ পৰাৰ্মশ দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@mallikadevi9692
@mallikadevi9692 2 күн бұрын
Kesuar gakhir khale bukut dhorile ki koribo lge sir
@rijuborah1933
@rijuborah1933 3 жыл бұрын
Bhut val lagil.
@swastikadas545
@swastikadas545 3 жыл бұрын
Thank you sooo much sir ❤️you gave a great advice ..it happens with my father ..n this video is very very helpful for me n actually I'm searching for this topic that wht we should do at that time... God bless you sir .. you're doing a great job❤️
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@damayanti.baruah1840
@damayanti.baruah1840 Жыл бұрын
Good advice sir
@kangkanparashar1885
@kangkanparashar1885 3 жыл бұрын
সুন্দৰ video ছাৰ।
@uniqueguru9756
@uniqueguru9756 3 жыл бұрын
Oh my God বহুত বহুত সন্মান আপোনালৈ আৰু জন্ম পালে মোৰ অন্তৰত thank you sir
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil...bhale thakok
@resmearakhanam5295
@resmearakhanam5295 3 жыл бұрын
@@DevottomAxom thank you very very
@mustafakamal3886
@mustafakamal3886 3 жыл бұрын
Thank you,For saving life
@mayamahanta5908
@mayamahanta5908 Жыл бұрын
বহুত সুন্দৰ ভিডিঅ’টো।ধন্যবাদ
@DevottomAxom
@DevottomAxom Жыл бұрын
Comment tu pai xukhi holu. Kindly share kori dibo. Apunalukor morom aaxirvad bure muk kosto kori jaboloi xaahox aru utxaah jugai..
@ElysianVisions17
@ElysianVisions17 3 жыл бұрын
Very useful information .. thank you dada for your efforts 🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@banikantabasumatary6088
@banikantabasumatary6088 6 ай бұрын
Bhal gyanar babe bahut bahut thanks.
@kuladeepdas9883
@kuladeepdas9883 3 жыл бұрын
Thank you sir for sharing this great information...🙏🙏🙏
@babulbora4953
@babulbora4953 3 жыл бұрын
বহুত ভাল লাগিল ছাৰ।অতি গুৰুত্বপূৰ্ণ জানিব লগিয়া কথা। আপোনাক বহু ধন্যবাদ জনাইছো।
@monikasaikia4561
@monikasaikia4561 3 жыл бұрын
Thank you so much sir for your very important advice..
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@HIROK325
@HIROK325 3 жыл бұрын
Sir, Dingi r hir dal tan hoi dingi to beka hoi jai aru vul boka aromvo hoi, aru hat vori kus khuai nia aru kotha but lena hoi jai aitu ki bemar aru eyar precautions ki asa jonabo
@rubydas4257
@rubydas4257 3 жыл бұрын
অতি সুন্দৰ
@NilkamalNath
@NilkamalNath 3 жыл бұрын
First view first like first cmnt good information sir 🙏 Love from nagaon 🙏 aru aguwai juwa tare kamonare full watch kori sai asu aru muku support koriba buli axa thakil 🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much...best wishes to you too 🙏
@Manik1234-oe1zm
@Manik1234-oe1zm 4 ай бұрын
Oti Gurutta Purno Kotha Kole Apuni Bahut Bhut Dhonyobat
@kishordeka7469
@kishordeka7469 3 жыл бұрын
Thank you for the valuable knowledge.
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@binitatalukdar6853
@binitatalukdar6853 3 жыл бұрын
Khub hundor bohut besi janibo loga ktha kole .
@jayantagogoi9219
@jayantagogoi9219 3 жыл бұрын
Sir apuni great 👏👏👏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
@sumkiborah195
@sumkiborah195 3 жыл бұрын
Bht vl video DSE...bht nojona kotha janilu..aru bht interesting
@ashokpathak8880
@ashokpathak8880 3 жыл бұрын
আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো চাৰ্
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil...
@lakheswarborah3046
@lakheswarborah3046 6 ай бұрын
বৰ সুন্দৰ দৰকাৰী উপদেশ এটা আগবঢ়ালে তাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ । 🙏🙏🙏
@uddiptatg
@uddiptatg 3 жыл бұрын
Upper abdominal thrust is the life saver for choking. Thank you sir its will help a lot. THANKS ☺️.
@ruptrishna3325
@ruptrishna3325 3 жыл бұрын
Thanks.. it's will help a lot
@labaram566
@labaram566 3 жыл бұрын
মানুহৰ সকলো কামেই নিয়ন্ত্ৰণ হয় মগজুৰ দ্বাৰা ।আৰু মগজু পৰিচালিত হয় কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ দ্বাৰা ।গতিকে মই ভাবোঁ, মানুহ জনক যি কোনো উপায়ে কৃত্ৰিম ভাৱে অন্য মনস্ক diverted কৰিব পাৰিলে বাকী আনবোৰ চেষ্টাত অতি সহজে কৃতকাৰ্য্যতা লাভ কৰিব পৰা যাব ।-এইটো মোৰ নিজস্ব ধাৰণা ।কিমান দূৰ সত্য বা কিমান শুদ্ধ মই সঠিককৈ ক'ব নোৱাৰিম । তথাপি মোৰ ব্যক্তিগত ধাৰণাটো প্ৰকাশ কৰিলো ।ধন্যবাদ ।
@mainadeka314
@mainadeka314 3 жыл бұрын
Thank you very much for your valuable information..🙏🙏🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@gitarthakashyap2515
@gitarthakashyap2515 6 ай бұрын
বহুত বহুত ধন্যবাদ ছাৰ।ভগৱানে আপোনাক কুশলে ৰাখক ।🙏
@dipsikhadevikalita4318
@dipsikhadevikalita4318 3 жыл бұрын
Your voice is so sweet.thank you sir for you advise
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much 🙏🏻
@deepshikhadas567
@deepshikhadas567 3 жыл бұрын
Bohut dhonyobad apunaloi. Ru janibologiya kathabur amak jonai jabo buli akha korilu.
@champagogoi3085
@champagogoi3085 Жыл бұрын
মই আপোনাৰ ভিদিঅ চাই বহুত অভিগতা পাইছোঁ চাৰ। মই বহুত সুখী
@firemansanjoy634
@firemansanjoy634 Ай бұрын
দাদা অকলে থকা অৱস্থাত যদি গাঁঠি লাগে তেতিয়া কি কৰিম। Pls জনাব দাদা । বহুত বহুত শুভ কামনা থাকিল আপোনালৈ আপোনাৰ মংগল হওঁক।
@dhirajboruah3630
@dhirajboruah3630 3 жыл бұрын
Sir, যদি পানী হয়, তেতিয়াও একে প্রণালীৰ সহায় লব পাৰিনে?
@NajrulIslam-vu9cc
@NajrulIslam-vu9cc 3 жыл бұрын
Moi o janibo besaru
@mayeenuddin1654
@mayeenuddin1654 3 жыл бұрын
Precaution is better than cure. পাণী পান কৰোতে প্রথমে তিনি বাৰ নিশাহ পেলাই তিনি বা ততোধিক ঢোকত পানি পান কৰিলে কেতিয়াও পাণী গাঠী নালাগে। একে বাৰে গটগট কৰি পান কৰিব নালাগে। পাণী থিও হৈ না খাই বহি পান কৰিব লাগে।
@mamuhandique2771
@mamuhandique2771 3 жыл бұрын
Bahut vl lagil videotu sai
@dikhitanath4059
@dikhitanath4059 3 жыл бұрын
Thank you so much sir ❤️❤️❤️
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@debasreeborah8225
@debasreeborah8225 3 жыл бұрын
Apunar protitu vedioe bohot helpful..
@zubilbordoloi5673
@zubilbordoloi5673 3 жыл бұрын
Thank u ❤ sir
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@junugogoi4458
@junugogoi4458 6 ай бұрын
গুৰুত্বপূৰ্ণ কথা জনালে আপোনালৈ ধন্যবাদ
@chandansaikia6068
@chandansaikia6068 3 жыл бұрын
বহুত ভাল পাইছো কিন্তু ময়ো এটা টেকনিক জানো ঈশ্বৰৰ কৃপাত। মোৰ এই ঘটনাটো প্ৰায় এ হয় ই চাগে ৰোগ আহাৰ খালে ১মে হয় এইটো।
@monikasaikia4561
@monikasaikia4561 3 жыл бұрын
Ki technique jane jonabosun plzz
@bandanaphukan2646
@bandanaphukan2646 3 жыл бұрын
Sir apuni dia horu horu information bure bohut important.thank you Sir
@Monjai2.0
@Monjai2.0 3 жыл бұрын
শিৱসাগৰ পৰা যাচিলোঁ❤️mur video sab guys😍😊😊😊@
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil...
@pinkydas6790
@pinkydas6790 Жыл бұрын
Thank you sir. Apuni anedore aibur kotha loi plzz video bonai thakibo. Bht positive feel koru apunar kotha bur xuni 🙏
@bandanatalukdar8558
@bandanatalukdar8558 3 жыл бұрын
Bohut dorkari kotha janilu. Thank you
@nilimatamuly7488
@nilimatamuly7488 4 ай бұрын
বৰ ভাল লাগিল আগলৈ এনে ভিদীয় দিব উ্ গুৱাহাটী।
@bitusaikia8056
@bitusaikia8056 6 ай бұрын
বহুত- বহুত ধন্যবাদ🙏
@bipulburagohain8510
@bipulburagohain8510 3 жыл бұрын
Bohut bohut val lagila
@rrb8645
@rrb8645 3 жыл бұрын
Good advice bhal lagil thanks
@achintyakumarpathak1897
@achintyakumarpathak1897 3 жыл бұрын
Bahut val lagil sir. Apuni sasai mahan.
@AnjuBhuyan-hq6hi
@AnjuBhuyan-hq6hi 6 ай бұрын
Apunar video bure bhut sahas Diea. Pramors bur aidare pale vl lage. Apunak bhu bhu dhanyabad.
@rupjyotikhanikor2236
@rupjyotikhanikor2236 6 ай бұрын
ধন্যবাদ sir. মোৰ দেউতাৰ প্ৰাইয়েই এইটো problem হয়। আজি আপোনাৰ video Search কৰি কৰি চাই আছো শেষত পালোগৈ। পোনৰ বহুত বহুত ধন্যবাদ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।
@nilimagogoi276
@nilimagogoi276 6 ай бұрын
Bahut bhal Advice 🙏
@puspadhardeka5665
@puspadhardeka5665 6 ай бұрын
Bahut barhia katha kale. Thanks sir.
@hamantakumardeka4843
@hamantakumardeka4843 3 жыл бұрын
ভাল লাগিল ।
@bkdimpi
@bkdimpi 3 жыл бұрын
বহূত দৰকাৰী কথা কৈছে ৷ অশেষ ধন্যবাদ ৷­
@bmazumder9654
@bmazumder9654 3 жыл бұрын
Dr. Sahab eitur eta best technique moi janu 30 sec o nelagey bhal hoi jai, ku no mauhar help o nelagey
@animadas9703
@animadas9703 Жыл бұрын
Thanks......SIR... Bahut.bhal lagil..
@A.B.Hazarika
@A.B.Hazarika 4 ай бұрын
বহুত বহুত ধন্যবাদ
@swapnaburagohain5583
@swapnaburagohain5583 Ай бұрын
Bohut dhainabad sir . Val paramarkha palu.
@anjanabora1795
@anjanabora1795 3 жыл бұрын
ধন্যবাদ ছাৰ ।ইমান লাগতিয়াল কথাখিনি আপুনি জনোৱাৰ বাবে ভাল লাগিল ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Oxex dhonyobaad 🙏
@chamsulhussain444
@chamsulhussain444 4 ай бұрын
Good job.thanks.
@nayakinfo4613
@nayakinfo4613 Жыл бұрын
বহুত ভাল কথা কৈছে আপুনি নজনা কথা জানিব পাৰিলোঁ। চেয়াৰ কৰিলো।
@madhurjyagogoi2211
@madhurjyagogoi2211 4 ай бұрын
বহুত বহুত ধন্যবাদ আপোনাৰ পৰামৰ্শৰ বাবে৷
@ridipbora6946
@ridipbora6946 3 жыл бұрын
Bohut bhaal laagil Sir. Hosakoie jaanibilogia kotha...khub bhaal presentation.
@dhaneswarkalita5854
@dhaneswarkalita5854 Жыл бұрын
Bahut bhal advice dise Sir apuni, God bless you.
@jayantakumarborah
@jayantakumarborah 3 жыл бұрын
Kokaideur oxom prem Dekhi bhal lage .. very informative video
@brajagopalsharma469
@brajagopalsharma469 6 ай бұрын
Very important advice sir ❤️🙏🙏
@dhb1204
@dhb1204 3 жыл бұрын
বহুত ভাল লাগিল।
@jitudas4702
@jitudas4702 3 жыл бұрын
sir apunar video jidinar pora video saisu xidinar pora bout val val kotha janibo parisu sir thnx
@bapandass6151
@bapandass6151 Жыл бұрын
Thank you sir apunar video chai bohut val pau Bohut nojona Kotha janibo pau
@nandadulaldasmathsnityanan4457
@nandadulaldasmathsnityanan4457 3 жыл бұрын
Very useful video.
@M.______M.C.---r5k
@M.______M.C.---r5k 2 жыл бұрын
বহু ত সুন্দৰ কথা ক'লে আপুনি ।।।🙏🙏🙏🙏🙏
@ancientassam1856
@ancientassam1856 3 жыл бұрын
Bahut guruttya purno bihoi.bhal lagil.thanku.
@jitudeka4673
@jitudeka4673 3 жыл бұрын
Bhut bhut dhanyabad apunak.
@crazypranz2961
@crazypranz2961 3 жыл бұрын
Very nice tips Dada..i will share because it is very common problem of day to day life..👍
@rinkubayan2819
@rinkubayan2819 3 жыл бұрын
Njona ktha janilu bhut val lagil
@panchamisaikia26
@panchamisaikia26 3 жыл бұрын
আপোনাৰ video বহুত ভাল লাগে,আপোনাৰ প্ৰতিটো video পৰা এটা নতুন নতুন কথা শিকিব পাৰো,ধন্যবাদ ছাৰ
@rupanengti1884
@rupanengti1884 Жыл бұрын
Khundor video sir ,,apunar video praye saau ,,Dev + uttam ,,,Jai ai axom,,
@barnalideka.7994
@barnalideka.7994 2 жыл бұрын
ভাল লাগিল আপোনাৰ ভিডিওটো চাই...বহুত গুৰুত্বপূৰ্ন দৰকাৰী টপিকৰ ওপৰত বনাইছে...ভাল হইছে টপিকটো...টিপচ বিলাক ফলো কৰিলে সকলো লোক উপকৃত হব...
@alakasaikia
@alakasaikia Жыл бұрын
Bohut.bhal.lagil
@sirajuddinahmed1013
@sirajuddinahmed1013 6 ай бұрын
বহুত দৰকাৰী video. Sir ক বহুত বহুত ধন্যবাদ।
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
How I Turned a Lolipop Into A New One 🤯🍭
00:19
Wian
Рет қаралды 11 МЛН
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 21 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 29 МЛН
Telu das t is live
Telu das t
Рет қаралды 3
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47