I am from north Lakhimpur...dada apunar ai food vanr pra Moi bht br fst food khaisu spcly fried rice ultimate tst... Aru ata incident mnt ase Mur... Navaratri soli asil... Ami tetia pure veg khau...mur bht vuk lgisil apunalukor cook ajone muk blg akhon kerahit...veg fried rice bonai dile...Moi kintu napahoru... Mahadev a Val a rakhok ru bht aguwai jauk dada...
@Hirabarman5582 ай бұрын
কামত সৰু ডাঙৰ নাই❤❤❤ কাম কামেই❤❤❤ god bless him❤❤❤
আগুৱাই যোৱা। খোৱা মানুহৰ কেতিয়াও কম নহয়।যদিহে জুতি থাকে।আনত কৈ অকণমান খোৱা বস্তু লগত জুতি লগাই কিবা এটা বেলেগ কৰিবা। সেই বস্তুটো ৩/৪ দিনৰ মূৰত সোৱাদ সলনি নিজৰ চিন্তা ধাৰাই সলনি কৰিবা। যদি গ্ৰাহকৰ পচন্দ হয় বিষেশ দুটা ৰেচিপি সপ্তাহত দিন সলনিৰ কৰি বনাবা। তেতিয়া খাই ভাল পোৱা গ্ৰাহকে কব আজি অমুকৰ তাত অমুক ৰেচিপিটো বনাব অহা কালি বেলেগ কৰিবা বনাব। গতিকে আমি ভাল পোৱা ৰেচিপিটো আজি হে বনাব। তেতিয়া গ্ৰাহকে সেই দিনাই খাবলৈ আহিব। সেই ৰেচিপি দুটা সপ্তাহটোৰ কোন কেইটা বাৰত বনাব সেই টো গ্ৰাহকে জনা ব্যৱস্থা গ্ৰহণ কেনেকৈ কৰিলে ভাল হয় ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হয়। কিন্তু আনতকৈ বিদেশ বেলেগ সোৱাদ লগা কিবা এটা কৰিব লাগিব।❤ সেই বিশেষ ৰে
@ujwal_._chelleng2 ай бұрын
আগবাঢ়ি যোৱা তুমি লগত সদায় আছোঁ ❤️
@user-kk2mv8le2i2 ай бұрын
God bless you baba..Tumi okonu dukh nokoriba..bohut aashirvad thakil tumale
@dipanjalisaikia53012 ай бұрын
ভগৱানে তোমাৰ মঙ্গল কৰক।
@user-zr1rm6yn3yАй бұрын
ভাল লাগিছে আগুৱাই যোৱা
@lakhyajitdeka57182 ай бұрын
Dada apunar vl din adin ahiba blv ase apunar upart..
@seutisonowal75112 ай бұрын
Agbahi juwa Val hbo tmi dukh nokoriba tmi lukor dukanot bason plat dhuwa ni tmi nijor dukanot bason dhobo parisa tmi proud he kribo lage dhoijyo dhori thaka Kam kri juwa life tu Val hok love from arunachal pradesh bordumsa
@muzahidali66392 ай бұрын
তুমি আগুৱাই যোৱা।তুমি নিশ্চিত ভাবে সফল হবা।তোমাৰ সৰলতাই তোমাৰ শক্তি।