আই সকলে শুদ্ধ অন্ন কেনেকৈ ৰান্ধিব||মন্দিৰা ভৰালী বৰা

  Рет қаралды 367,211

Sashi Borah আধ্যাত্মিক

Sashi Borah আধ্যাত্মিক

Күн бұрын

Пікірлер: 345
@BeautiHAZARIKA-x5y
@BeautiHAZARIKA-x5y Жыл бұрын
কৃষ্ণ কৃষ্ণ আই সুন্দৰ বাখ্যা কৰিলে ৷ আমাৰ সেৱা আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব ম
@MoshmiBarman-g9z
@MoshmiBarman-g9z Ай бұрын
প্ৰনাম আই মাতৃ। আপোনাৰ বাখ্যা এক তত্ব গধূৰ বিশ্লেষণ। আপোনাৰ এই আদৰ্শ মুলক কথাই সমাজত প্ৰভাৱ পেলায় যেন। ধন্যবাদ। ।
@nirmalitalukdar8556
@nirmalitalukdar8556 Жыл бұрын
কৃষ্ণ🙏🙏ইমান সুন্দৰকৈ ভাগৱত বাখ্যা কৰিলে আই গৰাকীয়ে।
@JaanSonowal-v6j
@JaanSonowal-v6j 8 ай бұрын
জয় শ্ৰী কৃষ্ণ ❤❤❤❤❤আই গড়াকিক সেৱা জনাইছো ধন্যবাদ জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ❤❤❤❤❤❤❤
@ranjugogoi419
@ranjugogoi419 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই মাতৃ আপোনালৈ অশেষ ধন্যবাদ থাকিল 🙏
@jitenkalita2055
@jitenkalita2055 Жыл бұрын
আইদেউ সেৱা গহন্ কৰিব । মল ত্যাগ আৰু শ্মান নিয়মটো কৃপা কৰি কব নেকি ।
@DimbeswarKochari
@DimbeswarKochari Жыл бұрын
কৃষ্ণ প্ৰভু
@mamanideka4369
@mamanideka4369 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই আপোনাৰ মুখে এই উপদেশ শুনি মোৰ জীৱন ধন্য হল । 🙏জয় গুৰু শঙ্কৰ🙏 জয় শ্ৰীকৃষ্ণ 🙏 2.07.2023.
@nirubordoloi4088
@nirubordoloi4088 Жыл бұрын
বহুত ভাল লাগিল কথা বিলাক শুনি । ধন্যবাদ আই কুশলে থাকক ।
@NirajDas-d5r
@NirajDas-d5r 2 ай бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ
@dipkalita8273
@dipkalita8273 Жыл бұрын
বৰ ভাল লাগিল আই গৰাকী বাখ্যা শুনিবলৈ পায় কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ মন্দিৰা আই গৰাকী লৈ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
@rupadutta3021
@rupadutta3021 Жыл бұрын
আইদেউ সেৱা আগবঢ়ায় ছো।
@mainabordoloi2479
@mainabordoloi2479 Жыл бұрын
কৃষ্ণ আই গৰাকীৰ মুখেৰে ওলোৱা ভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰি বৰ আনন্দিত হলো কৃষ্ণ🙏🙏🙏
@hemkantihazarika9531
@hemkantihazarika9531 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই বহুত বহুত ধন্যবাদ
@sabitakalita7065
@sabitakalita7065 Жыл бұрын
কৃষ্ণ আই। অতি সুন্দৰ বাখ্যান। সেৱা জনালো।
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই আপোনাৰ মেখেৰ মধুৰ ভাগৱত পাঠ আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ
@anjuchaliha1850
@anjuchaliha1850 Жыл бұрын
আই আপোনাৰ ভাগৱত শুনি সুখী হলো
@_Haranga_4x_
@_Haranga_4x_ Жыл бұрын
বহুত ভাল লাগিছে বাইদেউ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@binitakakati1561
@binitakakati1561 Жыл бұрын
বহুত ভাল লাগিছে🙏🙏🙏
@mahanadamili7334
@mahanadamili7334 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। গুৰুদেৱ গুৰু আই মা
@rijuborah7044
@rijuborah7044 Жыл бұрын
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিলে
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম আই গৰাকী। পৰম সুন্দৰ বহুত ভাল লাগিল।
@Ayushmankayshop
@Ayushmankayshop 2 ай бұрын
কৃষ্ণ 🙏 সুন্দৰ ❤❤
@anadiphukan5778
@anadiphukan5778 Жыл бұрын
কৃষ্ণ আই গৰাকীলৈ সেৱা জনালোঁ ৷কবলৈ ভাশা নাই ৷বহুত সুন্দৰ ব্যাখ্যা হৈছে ৷
@lalitabora4044
@lalitabora4044 Жыл бұрын
কৃষ্ণ , কৃষ্ণ । বহু ত ভাল লাগিল শুনি 🙏🙏
@promilabora3998
@promilabora3998 Жыл бұрын
আই গৰাকী লৈ কৌটি কৌটি প্ৰণাম।
@paragbora6814
@paragbora6814 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই গুৰুজনাই কৃপা কৰক ।
@ksnYtGamer.._-12
@ksnYtGamer.._-12 Жыл бұрын
সেৱা হে কৰিছোঁ আই। কৃষ্ণ।
@DipikaDowarah-q4r
@DipikaDowarah-q4r 9 ай бұрын
Krishna Krishna 🙏🙏🙏❤️❤️
@PromudRajput
@PromudRajput 16 күн бұрын
ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
জয় গুৰু শঙ্কৰ 🙏🏿আই গৰাকীৰ মুখ পদ্ম হন্তে ভাগৱত ‌ভাগৰ বাখ্যা, শুনি বৰ ভাল লাগিলে 🙏🏿 কৃষ্ণ 🙏🏿
@amiyabora-tg8ld
@amiyabora-tg8ld Жыл бұрын
আই বৰ ভাল লাগিছে
@aairumidutta3711
@aairumidutta3711 Жыл бұрын
কৃষ্ণ কৃষ্ণ মন্দিৰা আই সেৱা নিবেদিলো কৃষ্ণ ঈশ্বৰে কৃপা কৰক কৃষ্ণ
@animadas8097
@animadas8097 8 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভাল লাগিল
@minatiburagohain4476
@minatiburagohain4476 Жыл бұрын
বৰ ভাল লাগিল
@luijiranigogoi2462
@luijiranigogoi2462 Жыл бұрын
Bohut nojona kotha hikib parisu dhonyobad aiimatri...ata kotha jnibo asil.Jodi abar ga dhuwar pist ako dhub lgiya hoi tetiau aprobitra hoi pore ni..jonabsun aaimatri.🙏🙏🙏🙏
@golapiboruah789
@golapiboruah789 Жыл бұрын
ুকৃষ্ণ অমৃত কথা শ্ৰৱণ কৰি বৰ ভাল লাগিল কৃষ্ণ
@rupalidas1570
@rupalidas1570 Жыл бұрын
Ramkrishna,🙏🙏🙏🙏🌹
@debajanibaruah3105
@debajanibaruah3105 Жыл бұрын
কৃষ্ঞ ।এই কথাষাৰ প্ৰভূক চিন্তা কৰি সদায় মানি চলিব চাম ।ৰাম ৰাম ।
@pranomdeka91
@pranomdeka91 Жыл бұрын
সুন্দৰ আই ধন্যবাদ।
@putalimahanta6878
@putalimahanta6878 Жыл бұрын
অতি সুন্দৰ ব্যাখা । আই সেৱা জনালো ।
@padumitalukdar6621
@padumitalukdar6621 Жыл бұрын
ধন্যবাদ
@padumitalukdar6621
@padumitalukdar6621 Жыл бұрын
ইনচটাগ্ৰাম বন্ধ কৰো আহক
@DipikaMedhi-s8l
@DipikaMedhi-s8l Жыл бұрын
বহুত ভাল কখা কৈছে আই
@renuborah6499
@renuborah6499 24 күн бұрын
কৃষ্ণ সেৱা জনালো
@parthapratimborah5749
@parthapratimborah5749 Жыл бұрын
কৃশষ্ণ বৰসুন্দৰ পালো
@HiteshDeka-mz6pi
@HiteshDeka-mz6pi 8 ай бұрын
আই গরাকিক সেবা জনাইছো ❤কষ্ণ
@kabitadas61
@kabitadas61 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই প্ৰণাম জনালো ।কৃষ্ণ
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ,,আই, বাপসকল,, প্ৰণাম।।।
@rumisaikia772
@rumisaikia772 Жыл бұрын
কৃষ্ণ আই গৰাকীৰ কথা খিনি শুণি বৰ ষন্তুস পালো মানি চলিবলে চেচ্টা কৰিম সেৱা জনালো
@chittaranjansaikia9840
@chittaranjansaikia9840 Жыл бұрын
বহুত ভাল লাগিল 😃
@atulboruah4025
@atulboruah4025 Жыл бұрын
কৃষ্ণ আই সেৱা জনালোঁ‌ ।🙏🙏
@PranabDeka-kt5gi
@PranabDeka-kt5gi Жыл бұрын
Ai apunar ki buli dhoinybad dim bhakha bisari pua ni bohut val lagil agoloi hunim buli akha thaki ai krishna 21:25
@__Tridip_Hazarika__
@__Tridip_Hazarika__ Жыл бұрын
Bohut bohut dhoinyobad aai matro,nomoskar
@rupalihazarikaborah5917
@rupalihazarikaborah5917 Жыл бұрын
কৃষ্ণ, সেৱা জনালোঁ আই ।
@rumibora1051
@rumibora1051 Жыл бұрын
কৃষ্ণ আই ভক্তিত ডুব গৈছো। সানৰ নিয়ম সমুহ জনাব।
@chaomanash1666
@chaomanash1666 Жыл бұрын
সুন্দৰ
@MamoniGohain-dk4cc
@MamoniGohain-dk4cc Жыл бұрын
ৰাম ৰাম অতি সুন্দৰ
@seutibhuyan7531
@seutibhuyan7531 Жыл бұрын
আই আপোনাৰ ভাষণ শুনি বহুত ভালপালো আৰু আগুৱাই যাওঁক।।। কৃষ্ণকৃষ্ণ কৃষ্ণ
@pradipkumarborah1506
@pradipkumarborah1506 Жыл бұрын
ভাগৱত ভাগ শ্ৰৱন কৰি বৰ ভাল লাগিল
@alokkumarbaruah8194
@alokkumarbaruah8194 Жыл бұрын
Aponali dhynabad.aponi sasakaia bahut dhunia katha kaisa.katha khini soni bahut sukhi haiso.agalio anukua kahinir bikhya agbarhabo.
@rekhadas5058
@rekhadas5058 Жыл бұрын
আই গৰাকীলৈ কৌটি কৌটিবাৰ প্ৰণাম জনালো 🙏🙏🙏
@DGogoi-k2s
@DGogoi-k2s Жыл бұрын
আই‌‌্গৰাকিৰ্‌‌্কথাবোৰ্‌ পালন্্কৰা্্সকল্্নিশয়্্উপকাৰ্।হব
@dipikagogoi-n1v
@dipikagogoi-n1v Жыл бұрын
কৃষ্ণ কৃষ্ণ ।আপোনাৰ ভাষণে মন মুহিলে ।
@DhontiSaikia-qx3jy
@DhontiSaikia-qx3jy Жыл бұрын
Krishno krishno ai...bor vl lgil ai..
@GulapiDutta-y9m
@GulapiDutta-y9m 8 ай бұрын
Krishna parbhu
@krishnakantanazira1390
@krishnakantanazira1390 Жыл бұрын
কৃষ্ণ কৃষ্ণ আই ৷সেৱা জনালোঁ৷বৰ সুন্দৰ লাগিল শ্ৰৱণ কৰি৷কৃষ্ণ বিষ্ণু হৰি ৰাম
@sanahigogoi381
@sanahigogoi381 Жыл бұрын
কৃষ্ণ ভগৱানে আপোনাক কুশলে ৰাখক
@UtpalMedhi-uf5sd
@UtpalMedhi-uf5sd Жыл бұрын
ব্ৰহ্মমুহুৰ্তৰ জলধাৰা আৰু বায়ু খিনি বৈকুণ্ঠৰ পৰা অহা বুলি কয়. ব্ৰহ্মমুহুৰ্ত হৈছে ৰাতিপুৱা বেলি উঠাৰ আগৰ ২ ঘণ্টাৰ সময়খিনিক কয় . মানে ৩ বজাৰ পৰা প্ৰাত ৫ বজাৰ সময়খিনিকেই ব্ৰহ্মমুহুৰ্ত বোলে. ১/ প্ৰাত ৩ বজাৰ পৰা ৪ বজালৈ যিবোৰে স্নান কৰে সেইস্নানকে " অমৃত স্হান" বোলে . সেই সময়ত স্নান কৰি যিজনে বাহিৰত ওলাই খোজ কাঢ়ে সেইবোৰৰ প্ৰায়েই নিৰোগী হৈ থাকে. ২/ ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত কৰা স্নানটোক " দুগ্ধ স্নান" বোলে. এইখিনি সময়ত সময়ত স্নান কৰি বাহিৰত ঘুৰা ফুৰা কৰিলে অমৃত স্নানৰ আধা ফল পায়. ৩/ বেলি উঠাৰ পিচত কৰা স্নানক " জলস্নান" বোলে. এইসময়ত স্নান কৰি বাহিৰত ঘুৰা ফুৰা কৰে অমৃত স্নানৰ ফলৰ শুন্য ফল পায়. ৪/ ৰাতিপুৱা ৯ বজাৰ পিচত কৰা স্নানক " ৰক্তস্নান" বোলে. এই স্নান কৰি বাহিৰত ঘুৰা ফুৰা কৰিলে অমৃত স্নানৰ ওলোটা ফল পায়.
@pabitrakumarcreativeblog9738
@pabitrakumarcreativeblog9738 Жыл бұрын
তিনি চাৰি বজাত উঠি গা ধোব লাগিলে সি এটা ধোদ হ'ব। কোনো কৰ্মশীল ব্যক্তি তিনি চাৰি বজাত উঠি গা ধোৱা সম্ভব নহয়। প্ৰাচীন কালৰ কথা বেলেগ আছিল। গধূলি হ'ল মানে বিচনা গমন। এতিয়া পঢ়া শুনা, কাম বন বহুত থাকে। ভাল ছাত্ৰ ছাত্ৰী ৰাতি বহুদেৰিলৈ পঢ়া শুনা কৰে। গতিকে সেয়া সম্ভৱ নহয়। অকল কাম বন নথকা বুঢ়া ভকতৰ বাবে সম্ভৱ। কৃষ্ণ
@hemendranath8470
@hemendranath8470 3 ай бұрын
কৃষ্ণ❤🙏🏻🙏🏻🙏🏻
@daisyrabha2343
@daisyrabha2343 Жыл бұрын
Krishna Krishna🙏🙏 aai bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@dippanjalideori7499
@dippanjalideori7499 2 ай бұрын
Krishna Radhe Radhe.
@panjaldas.5930
@panjaldas.5930 Жыл бұрын
Ai.mati.apunak.bohut.val.lgise.pranam.krishna
@purnandadas1898
@purnandadas1898 Жыл бұрын
Krishna prabhu🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@দিগন্তবৰদলৈ
@দিগন্তবৰদলৈ Жыл бұрын
কৃষ্ণ কৃষ্ণ আই বহুত ভাল লাগিছে ।
@binitadeka3903
@binitadeka3903 Жыл бұрын
সুন্দৰ আই
@hemalatadutta6360
@hemalatadutta6360 Жыл бұрын
Bahut bhal lagil dhanyabad
@jyotidas4479
@jyotidas4479 Жыл бұрын
বহুত ভাল লাগে আই আপোনাৰ ভগৱানৰ বণ'না
@NijaraSaikia-d5s
@NijaraSaikia-d5s Жыл бұрын
বৰ ভাল লাগিছে🙏🙏
@rajibsaikia1278
@rajibsaikia1278 6 ай бұрын
Joi sri krishna ram bohut val lagile huni krisna krisna krishna
@dipshikhaborah3082
@dipshikhaborah3082 24 күн бұрын
জয় কৃষ্ণ ❤❤❤❤
@rubigogoi5227
@rubigogoi5227 Жыл бұрын
কৃষ্ণ বৰ ভাল লাগিল আই🙏
@bedantadasofficial
@bedantadasofficial Жыл бұрын
যদি আপুনি প্ৰকৃত অসমীয়া হয় তেন্তে মোৰ channel টো subscribe কৰি দিয়ক /আশীৰ্বাদ পাব🙏youtube.com/@bedantadasofficial
@Gitumoni1993
@Gitumoni1993 Жыл бұрын
খুব ভাল লাগিল দেই 😊😊😊😊
@jitengogoi981
@jitengogoi981 Жыл бұрын
Krishna krishna hari hari.
@eloraborah4643
@eloraborah4643 Жыл бұрын
ওঁম নমঃ ভগৱতে বাসুদেবায় নমঃ।বৰ ভাল লাগিছে শুনি ।কৃষ্ণ কৃষ্ণ🙏🙏🙏
@bidyutkakati6724
@bidyutkakati6724 Жыл бұрын
আই , হে ৰাম নাৰায়ণ বুলি যদি মুখেৰে ওলায় তেতিয়া ও ভুল হ'ব নেকি বাৰু । অনুগ্ৰহ কৰি জনাব ।
@sharuprava543
@sharuprava543 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@gautamdas5705
@gautamdas5705 Жыл бұрын
কৃষ্ণ 🙏 শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ বাপ আই সকল
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ ৰাম।
@ManjuDevi-ly4jx
@ManjuDevi-ly4jx Жыл бұрын
জয় শ্রী কৃষ্ণ🙏🙏🙏
@hiranmayeedeka5040
@hiranmayeedeka5040 Жыл бұрын
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে।
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
Vidio VERY2 nice krishna আইKrishna 🙏🙏
@kalpanadas4409
@kalpanadas4409 8 ай бұрын
Kirshna kirshna I,🙏🙏
@PradipGogoi-i7b
@PradipGogoi-i7b 7 ай бұрын
শাস্ত্ৰ ভাগৱত গীতা বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত বহুতো ধৰ্মীয় পুথি অধ্যয়ন মুখেৰে পঢ়িলেই নহ'ব মানুহৰ মুখেৰে পঢ়িলে এখন কানেৰে সোমাই আনখন কানেৰে উলাই গুছি যাব। হ্নদয়য়েৰে পঢ়িব লাগিব ্ কিন্তু হ্নদয়ঙ্গম কৰিব কেনেকৈ হ্নদয়ত ভৰপূৰ হৈ আছে কামনা বাসনাৰ মায়াৰে আবদ্ধ লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক আদি অসৎ ভাৱনাৰে। যিদৰে বাৰিষা কালত নদীৰ বুকুত জলেৰে উফন্দি নানান গেলা পচা লেতেৰা জাবৰ জোঠৰ সোঁতত উতি আহে ঘোলা পানী লৈ সেই দৰে হ্নদয় পৰিপূৰ্ণ হৈ থাকে ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আৰু সামাজিক বৈষম্যতা ছয় ৰিপু পাঁচ ৰস তিনি গুন উন্মুক্ত মন্। হিঙসা দুৰ্নীতি অত্যাচাৰ অবিচাৰ অমানুষিক বেভ্যিচাৰ শোষণ নিস্পেষন কুৎনীতি কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য তামসিকতা ভাৱধাৰাই। শৰৎকালৰ নদীৰ পানী পৰিস্কাৰ হৈ পৰে আপোনাৰ আপুনি নিজৰ নিৰ্মল স্বভাৱৰ সলনি। সেই দৰে হ্নদয়ত থকা অগনন বিকাৰ শূণ্য কৰি তাত সত্য শুদ্ধ পৱিত্ৰ আৰু নিত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী ভাৱনাৰে পৰিপুষ্ট কৰিব লাগিব মন আৰু হ্নদয়। সদাচাৰ লাগিব। আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণাৰে পৰিপুষ্ট হিয়া মন। তেতিয়া সাৰ্থক হ'ব ভাগৱত গীতা বেদান্ত দৰ্শন আদি শাস্ত্ৰ সমূহৰ অধ্যয়ন। প্ৰদীপ গগৈ। গুৱাহাটী।
@subheswarisonowal5159
@subheswarisonowal5159 Жыл бұрын
Bahut hundar lagil🙏🙏
@Request_motivation
@Request_motivation Жыл бұрын
কৃষ্ণ 🪔🪔🪔🙏🙏🙏 ৰাম।। ৰাম।। ৰাম অতি সুন্দৰ আই মাতৃ
@damayantisaikia2177
@damayantisaikia2177 Жыл бұрын
krishna krishna Aaigorakik pranam janaisu
@harenbarman7105
@harenbarman7105 Жыл бұрын
Krishna 🙏🙏🙏
@lohithajong3746
@lohithajong3746 Жыл бұрын
কৃষ্ণ কৃষ্ণ মাতাজী অতি সুন্দর 💐💐🌷🌹🌼🌻🌺
@dimpolgogoi6719
@dimpolgogoi6719 4 ай бұрын
Krishna Krishna ❤❤❤❤
@minaramsaikia3737
@minaramsaikia3737 Жыл бұрын
কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিল 🙏🙏🙏🙏🙏
@birinchiborgohain1224
@birinchiborgohain1224 Жыл бұрын
Krishna. Krishna. Krishna Ganeshguri
@ritumonidas3136
@ritumonidas3136 Жыл бұрын
Krishna Krishna Aai goraki.
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 115 МЛН
How Many Balloons To Make A Store Fly?
00:22
MrBeast
Рет қаралды 189 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 97 МЛН
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 115 МЛН