ডিমৌ আঠাবাৰী হিলৈদাৰী গাঁও বৰ নামঘৰ|| বিশেষ কেইটিমান প্ৰশ্নৰ ...

  Рет қаралды 250,400

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 444
@BhabeshNath-kq8gd
@BhabeshNath-kq8gd 16 күн бұрын
জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mridulchoudhury2504
@mridulchoudhury2504 2 ай бұрын
অন্য ধৰ্মৰ মানুহক হিংসা কৰাটো আন ধৰ্মক সন্মান কৰিব নাজানা অন্য ধৰ্মৰ মানুহক ঠাট্টা মস্কোৰা কৰাটো ভকত বৈষ্ণৱ হ'ব নোৱাৰে নিজৰ ধৰ্মক ভাল পাই অন্য ধৰ্মক সন্মান কৰিব পৰাটোহে আচল কথা আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰা মানুহবোৰে ও ভগৱানকে প্ৰাৰ্থনা কৰে লক্ষ্য সকলোৰে এটা কিন্তু সেই লক্ষ্যত উপনীত হবলৈ যোৱা ৰাস্তা প্ৰত্যেকৰে বেলেগ বেলেগ
@deepborah4211
@deepborah4211 2 ай бұрын
লক্ষ্যত উপনীত হ'বলৈ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে। সকলোকে সন্মানেৰে কৈছো যে গগৈ বাপজনাই মহাভাগৱতৰ পদৰ পৰা উদ্ধৃতি দিহে কৈ আছে। তেওঁ তেওঁৰখিনি কৈছে বা শুনা সকলেও তেওঁৰ পৰা জানিব বিচাৰিছে। যদি ভুল হৈছে তেতিয়া বিজ্ঞজনে মহাভাগৱতৰ পদক নসাৎ কৰি আমাক বুজাই দিব লাগে , কোনটো প্ৰকৃত পথ? ব্যক্তিজনক সমালোচনা কৰিলে আমাৰ দৰে মূঢ়বোৰ উপকৃত নহ'ব। কিবা অপৰাধ হ'লে ক্ষমা কৰিব🙏।
@rupamsaikia4383
@rupamsaikia4383 2 ай бұрын
তেওঁ ভাগৱত থকা খিনি কৈছে গৰু নেকি toi এটা,toi প্ৰথম ঘোষা খিনি অৰ্থ জানি লওঁ পাগল নেকি toi এটা কলিত কেৱল হৰি নাম তাৰ বাদে বেলেগ নাই একো
@BHADRA-BHUyAN.
@BHADRA-BHUyAN. Ай бұрын
Vall lagi kotha khini❤
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
@@mridulchoudhury2504 কাম বন এৰি হৰি নাম গাই ফুৰিলে খাবলৈ নাপায় । ঘৰত আনে কৰি থোৱা খোৱাটো বেয়া । পৰীক্ষিতে ভাগৱত শুনিও মৃত্যুৰ পৰা নাবাচিল ।
@asomiaasom6008
@asomiaasom6008 Ай бұрын
@@deepborah4211 ভাগৱত আমিও পছিছো কিন্তু এই একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ নিন্দুক দুৰাচাৰীটোৱে ভাটৌৰ দৰে গাই বই থকা বহু পদ ভাগৱতত নাই ।আন দেৱ দেৱী আন গুৰু দেৱ নাম ভকত নিন্দুক দ্ৰোঘি পাষণ্ডটোৱে পঢ়া ভাগৱত খন সি নিজে নিজৰ মতে লিখা ভাগৱত কিজানি সেয়ে তাৰ ভাগৱতত শিৱ দেৱ দেৱী আন গুৰু দেৱ নাম ভকত বেদবিহিত পূজা উপাসনা আৰাধনাৰ নিন্দা ঘৃণা বিৰোধ দোহ আছে কাৰণে সি কৰি আছে ।
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী 27 күн бұрын
মই এটা উদন্ত দুষ্ট লৰা, মদ পানী খোৱা সন্ধিয়া হলেই,আজি প্ৰথম শুনিছোঁ বহুত ভাল লাগিলে ,মনটো কিবা এটা ভাল লাগিছে ❤❤❤❤
@Assameseserial-q6h
@Assameseserial-q6h 25 күн бұрын
Krishna 🙏🙏🙏
@PadumNeog-vx4vr
@PadumNeog-vx4vr 9 күн бұрын
Krishna krishna krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@BhupenBora-o1t
@BhupenBora-o1t 2 ай бұрын
এই বিলাক কৈ কৈ আমাৰ সমাজত, ককায়েক, ভায়েক,বৎস পৰিয়ালৰ মাজত বিভাজন কৰাৰ বাদে আন একো নাই।
@dipikadevi4923
@dipikadevi4923 Ай бұрын
একেবাৰে সত্য কথা। অসমীয়া সমাজখন ভাগ ভাগ কৰি পেলালে।
@JutiPathak
@JutiPathak 14 күн бұрын
​বামুনবোৰে এনেকৈ নকৈ কি ক’ব​@@dipikadevi4923
@gmk2677
@gmk2677 5 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kamalbora4500
@kamalbora4500 21 күн бұрын
যি সকলে আন্ধাৰ গুহাৰ ভিতৰত বাস কৰে তেওঁ লোকক পোহৰ দিলেও সেই গহ্বৰৰ দৃশ্যহে দেখা পাব ।
@sanatanchaudhury9109
@sanatanchaudhury9109 18 күн бұрын
হিন্দু ধৰ্মত ৩৩ কৌতি দেৱ-দেৱী আছে, ইয়াক নুই কৰিব নোৱাৰা, গতিকে আমাৰ দায়ীত্ব আমি সকলোকে ভক্তি কৰিবই লাগিব।
@runuchetia1658
@runuchetia1658 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা🙏🙏🙏🙏অতি সুন্দৰ উপস্থাপন🙏🙏অতিকে মুগ্ধ হলোঁ🙏🙏🙏🙏
@RibharaniBharali
@RibharaniBharali Ай бұрын
যি সকলে ভাগৱত ভাগ মানে তেওঁলোকে ভাগৱতৰ মতে মানি চলক আৰু যি সকলে ভাগৱত নামানে তেওঁলোকে দেৱ‌ দেৱী পূজা কৰক , মাথো দুখন নাৱত দুভৰি থব নালাগে।‌
@hemantaborgohain4493
@hemantaborgohain4493 24 күн бұрын
@@RibharaniBharali শূকদেৱৰ মূখে ৰজা পৰীক্ষিতে সমস্ত ভাগৱতখন শুনিও পাপৰ পৰা ৰক্ষা নাপালে , আপোনি এইবোৰ শুনি কি পাব নে আপোনাৰো ক'ৰবাত পাপ আছে ?
@SapunSarma
@SapunSarma Күн бұрын
Om namah shivay
@alakdutta4603
@alakdutta4603 2 ай бұрын
অতি সুন্দৰ ব্যাখ্যা । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।🙏
@PorikhitGogoi-lk4tg
@PorikhitGogoi-lk4tg Ай бұрын
Ami hokoluai Sanatan dharmo manuh ❤❤❤
@prasantachangmai7610
@prasantachangmai7610 Ай бұрын
সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। কৃষ্ণ 🙏
@indrajitbaruah1676
@indrajitbaruah1676 2 ай бұрын
বাপ গগৈ দেৱলৈ প্ৰণিপাত জনাইছোঁ , 🙏
@jogenmedhi5265
@jogenmedhi5265 2 ай бұрын
আপুনি নিস্বাৰ্থ ভাৱে এনে ব্যাখ্যা কৰে নে। আপোনাক বিদায় দিয়া সময়ত অৰিহণা নিদিলে মানি লয় নে?
@JunuChoudhury-x3k
@JunuChoudhury-x3k 10 күн бұрын
Krishna.hori.ram.prabhu
@sanjibbora1789
@sanjibbora1789 2 ай бұрын
যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিব ক্ষমতা নেথাকিলে ভাগৱত বাখ্যা কৰিবলৈ আগবাঢ়ি যাব নেলাগে।
@dulalphukon7938
@dulalphukon7938 2 ай бұрын
সঁচা কথা ।
@Prabhatgogoi692
@Prabhatgogoi692 2 ай бұрын
Right
@mukundadutta7487
@mukundadutta7487 2 ай бұрын
A, Bap, bap ki koi hea😢😢
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
সঁচা কথা ।নাজানিলে পণ্ডিতালী দেখাই ভাগৱত ব্যাখ্যা কৰিব নালাগে ।এইটোৰ ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট আদৰ্শ মহত্ব হৈছে আন গুৰু দেৱ নাম ভকতক আৰু দেৱ দেৱীক পূজাক নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা কৰা ।
@bestcollection2659
@bestcollection2659 Ай бұрын
Jnile prasno kribo nlage tatto bujibo sesta kribo lge bap ishwar
@NumalKhangia
@NumalKhangia 2 ай бұрын
যিয়েই ভাগৱতীয়া তেৱেঁই সমালোচক,,,, বাকী একো নাই
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 2 ай бұрын
হয় নেকি ? আপুনি তাকেহে বুজিলে নে ?
@kanchanchetia732
@kanchanchetia732 24 күн бұрын
কৃষ্ণই পৰম ভগৱান
@deepjyotihatimuria5311
@deepjyotihatimuria5311 2 ай бұрын
🙏মনত জাগি উঠা প্ৰশ্ন এটি উপস্থাপন কৰিছো 🙏 আপুনি company এটাত কৰ্মৰত , তাৰ মালিকৰ লগত আপোনাৰ খুওব ভাল সেইবুলিয়েই যদি আপুনি মেনেজাৰ সকলক যদি পাত্তাই নিদিয়ে বা কৰবাত লগ পালেও মাত এষাৰ যদি নলগাই তেতিয়া আপোনাৰ চাকৰিটো থাকিবনে ? 🙏🙏 কিবা ভুল হলে ক্ষমা কৰিব ।🙏🙏কৃষ্ণ🙏🙏
@mahanpuja7915
@mahanpuja7915 2 ай бұрын
Malike bhl.pale kone ki koriba.
@BidyutDutta-cg7uo
@BidyutDutta-cg7uo Ай бұрын
কোনোবা এটা বিশেষ দিনত সকলো দেৱ দেৱীৰ শক্তিশালী হৈছিল। আৰু দেৱ দেৱীক অতিতত ভগৱানেও পুজা কৰিছিল।শিৱ‌ই বিষ্ণুক বিষ্ণুয়ে শিৱক,ৰামে দূৰ্গাক উদাহৰণ আছে। গতিকে সকলো নিজৰ নিজৰ ইচ্ছা ওপৰত কথা এতিয়া ধৰ্ম হৈছে মানৱ ধৰ্ম। ভাগৱত পঢ়ি যদি আনক নিন্দা কৰে তেতিয়া ধৰ্ম কৰা নহয়,নামঘৰত ভাগৱত পাঠ কৰি ওলাই আহি নামঘৰৰ বাতচৰাত শোই থকা কুকুৰটোক ছেই বুলি খেদি দিলে ধৰ্ম কৰা নক‌য়।
@bipulsaikia7915
@bipulsaikia7915 23 күн бұрын
Krishna
@MrIndia-c4x
@MrIndia-c4x 2 ай бұрын
নমঃ পাৰ্বতী পতায়ে হৰ হৰ মহাদেৱ ❤🙏
@netrahandique7724
@netrahandique7724 Ай бұрын
​@@kanchanchetia732😂😂😂😂😂
@rkff3660
@rkff3660 Ай бұрын
Krishna jodi superman hoi krishnai kak aradhona kore jonabosun
@rkff3660
@rkff3660 Ай бұрын
@@kanchanchetia732 Bel gos kenekoi sristi hoisil jonabosun ponditji
@kanchanchetia732
@kanchanchetia732 Ай бұрын
@@rkff3660 apuni a jonai diok sun
@kanchanchetia732
@kanchanchetia732 Ай бұрын
@@rkff3660 you tube ৰ পৰা comment বোৰ delete হৈ গৈছে। আপুনি মোৰ ইনষ্টগ্ৰম ত আহক। Name- kanchan Chetia
@urbashibarman2984
@urbashibarman2984 17 күн бұрын
Krishna Krishna baap xewa jonaisu 🙏🙏, Amrit paan korale , xundor bakhya
@RAJOSHRI_KAKOTI
@RAJOSHRI_KAKOTI 2 ай бұрын
কৃষ্ণ, বাপৰ শ্ৰী চৰণত সেৱা নিবেদিছো,
@dibyajyotiphukon5983
@dibyajyotiphukon5983 2 ай бұрын
কৃষ্ণ প্ৰভু সেৱা তোমালৈ🙏🙏🙏🙏🙏
@apurbasarmah69
@apurbasarmah69 2 ай бұрын
Panjit bap jonai anok hahi khub val pai.
@mridulnath583
@mridulnath583 13 күн бұрын
কৃষ্ণ কৃষ্ণ বাপজন।
@DSqrtda
@DSqrtda 17 күн бұрын
অ ফুল অ ফুল কবিতাটো পঢ়িলেই সকলো বুজি পাব।
@ArungohainArungohain
@ArungohainArungohain 16 күн бұрын
😂😂😂
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@swapnagogoi8702
@swapnagogoi8702 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@sonjoybonia5468
@sonjoybonia5468 2 ай бұрын
Krishna prabhu🙏🙏🙏🙏
@IlaBuragohain-cg2uc
@IlaBuragohain-cg2uc 22 күн бұрын
কৃষ্ণ কৃষ্ণ ।অপৰাধ মাৰ্জনা কৰিব।
@OlemanVines
@OlemanVines 2 ай бұрын
দাপৰ যুগত কৃষ্ণই পান্দৱক দুৰ্গা পূজা কিয় কৰিব দিছিল , জনাব ছোন , আৰু পাৰে যদি এবাৰ বহিব মোৰ লগত অলপ ধৰ্মৰ বিষয়ে আলোচনা কৰিম ,বিশ্বাস কৰক আপোনাৰ মুত নোলোৱা লৈ কে নেৰো
@akhildeka9431
@akhildeka9431 Ай бұрын
দাপৰ যোগ নিকি,, কলি যুগত নাম ধৰ্মই শ্ৰেস্ঠ
@OlemanVines
@OlemanVines Ай бұрын
@@akhildeka9431 দাপৰ যুগ নহয় নেকি ?
@Bikashunofficial
@Bikashunofficial Ай бұрын
সেইয়া আছিল দ্বাপৰ যুগ। তেতিয়া কথা বেলেগ। এইয়া হৈছে কলি যুগ, কলি যুগত হৰি নামে সাৰ।
@hemantaborgohain4493
@hemantaborgohain4493 24 күн бұрын
@@Bikashunofficial কাম নাইকিয়া এলেহুৱা পাপীবোৰেহে পাপৰ পৰা মুক্তি পাবলৈএইবোৰ কৰি ফুৰে । হাতত পলিথিন এটিত প্ৰসাদ বুলি কৈ নি ল'ৰা-ছোৱালীৰ গালিৰ পৰা বাচিবলৈ তেল মাৰেগৈ ।
@Bikashunofficial
@Bikashunofficial 24 күн бұрын
@@hemantaborgohain4493 apuni ji bujise,
@anadiphukan5778
@anadiphukan5778 Ай бұрын
❤কৃষ্ণ কৰুনাময় ৰাম ৷
@ratuldas1661
@ratuldas1661 Ай бұрын
Jai shree Krishna 🙏 🙏🙏
@mbmusic1777
@mbmusic1777 Ай бұрын
🙏কৃষ্ণ🙏
@hemaprabhasaikia5321
@hemaprabhasaikia5321 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰা সেৱাভাগি নিবেদিলো কৃষ্ণ।
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@SumiBaishya-g6q
@SumiBaishya-g6q 2 ай бұрын
Pronam jonalo bap❤❤❤❤
@dulumoniborah-hu9zk
@dulumoniborah-hu9zk 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 2 ай бұрын
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@MonujmainuNath
@MonujmainuNath Ай бұрын
Krishna ram ❤
@mrinaldutta3632
@mrinaldutta3632 2 ай бұрын
Krishno. 🙏
@upen2328
@upen2328 12 күн бұрын
🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ বাপ
@MomiDeka-dw6mp
@MomiDeka-dw6mp 2 ай бұрын
Krishna 🙏🙏
@amiyakrdeka5255
@amiyakrdeka5255 2 ай бұрын
কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া আদিৰো অধিকাৰি ৷ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰ ৷ সৃষ্টি স্হিতি অন্ত কাৰি দেৱ তান্ত বিনে আন নাই কেৱ ৷ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৷ কৃষ্ণ কৃষ্ণ ৷🙏🙏
@SayamborGohain
@SayamborGohain 23 күн бұрын
কৃষ্ণ কৃষ্ণ ‌ ‌ 🙏
@kumudinisaikia1979
@kumudinisaikia1979 2 ай бұрын
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼
@pabitrakonwar6563
@pabitrakonwar6563 2 ай бұрын
নিজৰ মাক দেউতাক মৰাৰ পিছতো যদি অলপ মনত পেলাব নাপাই বুলি কয় হেইজনৰ নিচিনা পাপি নাই,, গতিকে মই কও আপোনাৰ নিচিনা পাপী নাই
@mridulchoudhury2504
@mridulchoudhury2504 2 ай бұрын
@@pabitrakonwar6563 right
@sumitrapegu1709
@sumitrapegu1709 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@banikalitagayan2569
@banikalitagayan2569 2 ай бұрын
Krishna krishna🙏🙏🙏
@boniabijit3132
@boniabijit3132 2 ай бұрын
কি অনৰথক কথা কৈছে আৰু কোন আন দেৱ দেৱীৰ কথা কৈছে সকলো দেৱ দেৱী ভগৱানৰ পৰম ভকত আৰু পাৰিষদ হয় যদি ভগৱানৰ পৰম ভকত বা পাৰিষদ জনৰ নাম লোৱা হয় তেওঁৰ আশ্ৰয় লোৱা হয় তেনেহলে কাৰ আশ্ৰয় লʼব আপোনাৰ নিচিনা অনৰথক ব্যাখা কৰা জনৰ
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
প্ৰাণজিত গগৈ অসমৰ ধৰ্ম সমাজৰ কলংক ।প্ৰাণজিত গগৈ হৈছে আন গুৰু দেৱ নাম ভকতৰ আৰু দেৱ দেৱীৰ ঘোৰ শত্ৰু ।
@sabitrigogoi9800
@sabitrigogoi9800 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏 অতি সুন্দৰ অ সঁচাই ভাল লাগিল দিয়ক সুন্দৰ নিদৰ্শন প্ৰকাশ।
@kamaljyotimedhi
@kamaljyotimedhi 2 ай бұрын
Krishna is supreme pure consciousness,the parabrahma, paraatma swarup Ishwar..If any one worship other demigods for material benefits he can't attain salvation (mukti)... There is no harm or sin in worshipping demigods as per Bhagwat Gita.. But one to attain Moksha,supreme bliss ,super joy,beyond material happiness, he should try to dissolve his atman in krishna consciousness.. Krishna is the only "mukti Data".. 🙏🙏🙏
@SorumainaBorah
@SorumainaBorah Ай бұрын
Krishna Krishna 🙏 probhu jona bor val lagil🙏🙏
@RamDas-ru6wl
@RamDas-ru6wl 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সহস্ৰৰ কোটি প্ৰনাম জনালো বহুত সুন্দৰ মনোমোহা ভাল লাগিল ।🙏🙏🙏🙏
@DSqrtda
@DSqrtda 17 күн бұрын
কোনোবাই দেৱ- দেবী পূজা অৰ্চনা কৰি ঈশ্বৰ প্ৰাপ্তি হৈছে। তেওঁ লোকক আপুনি বাধা দিয়া সেই পন্থা ভুল বুলি কোৱাতো মই নে ভাবো। মহাপুৰুষ জনাই নিজৰ কাম কৰি গৈছিল, কিন্তু লোকৰ চৰ্চ্চা কৰা নাছিল। আপুনি গুৰু জনাৰ নাম লৈ মাত্ৰ আপোনাৰ টো শুদ্ধ বুলি কিয় কয় বাৰু ????
@hariprasadgowala5282
@hariprasadgowala5282 Ай бұрын
কৃষ্ণ কৃষ্ণ
@SuronjonPator
@SuronjonPator Ай бұрын
কৃষ্ণ😬😚😬☺️
@ProtimaDehingia
@ProtimaDehingia 27 күн бұрын
কৃষ্ণ প্ৰভু বাপ জনাবলৈ সেৱা আগবঢ়ালো
@SenuHira-rd4mh
@SenuHira-rd4mh Ай бұрын
Krishna bap 🙏🙏 eiman dhuniyakoi bujai dese
@japanidas6859
@japanidas6859 2 ай бұрын
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ।
@rajibsaikia7973
@rajibsaikia7973 Ай бұрын
Way of earning money
@SwarnapravaBaishya
@SwarnapravaBaishya Ай бұрын
Krishna Krishna baap sundar byakhya sewa nibedan kara hol joy guru sangkar
@simantadutta2030
@simantadutta2030 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা নীবেদিছো কৃষ্ণ 🙏
@PapariTalukdarKalita
@PapariTalukdarKalita 2 ай бұрын
Krishna bap. Om nomo bhagabota. Krishna
@dipakhazarika5395
@dipakhazarika5395 20 күн бұрын
কৃষ্ণ 🙏🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ
@KarnaBasumatary-ge1bc
@KarnaBasumatary-ge1bc Ай бұрын
Hori krishna❤
@amiyabaruah3534
@amiyabaruah3534 13 күн бұрын
গগৈবাপ আন ধম’ক নিন্‌দা কৰিবলৈ কীৰ্তনত আছেনে ? নিজৰ ভিতৰতে থাকক ৷
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা কৃষ্ণ 🙏🙏🙏
@madhurjyagogoi6085
@madhurjyagogoi6085 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@SuneswarGogoi-q3l
@SuneswarGogoi-q3l Ай бұрын
Krishna Krishna Krishna Krishna bap.
@lota340
@lota340 2 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏 শাস্ত্ৰ সন্মত সুন্দৰ সমিধান বাপ।ভাল লাগিল।❤
@Bireswar1967
@Bireswar1967 4 күн бұрын
@Bireswar1967
@Bireswar1967 4 күн бұрын
God help you prabhu
@srimantadas6451
@srimantadas6451 Ай бұрын
কৃষ্ণ,,,,,👏
@preranagogoi7750
@preranagogoi7750 2 ай бұрын
Krishno provu❤
@PallabimohanBoruah
@PallabimohanBoruah Ай бұрын
আমি সকলোকেই পূজা কৰোঁ। আপোনাৰ কথা বিলাক শুনি কিবা অপমান কৰা দৰে লাগিছে। যি খন সমাজে আপোনাক প্ৰগ্ৰেম কৰিব matise তেওঁ লোকে চাগে দেৱ দেৱীক পূজা কৰা মানুহ।
@manojvlog719
@manojvlog719 Ай бұрын
Prabhu ,, Iswar krishnoi tenekoi kenekoi kobo pare je mur baade beleg devi devok pujibo malage buli... Teo a tu Gubordhan Parvat'k o pujibo disil. Iswar sarbogyani teo anekuwa mantvya kenekoi koribo pare.
@hopunmorisika8180
@hopunmorisika8180 Ай бұрын
সুন্দৰ
@DorsanaRobidas
@DorsanaRobidas 2 ай бұрын
Krishno krishno bap
@debanandamissong4938
@debanandamissong4938 Ай бұрын
Krishna krishna krishna
@girishbaishya1176
@girishbaishya1176 2 ай бұрын
Joy guru🙏🙏🙏
@PulenDeka-nq4ri
@PulenDeka-nq4ri 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@budheswarhiloidhari3449
@budheswarhiloidhari3449 2 ай бұрын
কৃষ্ণ কৃষ্ণ
@RanuBoro-ph8hd
@RanuBoro-ph8hd Ай бұрын
Krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna
@sanjibsaikia-op5uv
@sanjibsaikia-op5uv Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
গোবৰুৱা আৰু ভোমৰা দেখাত একে কিন্তু ভোমৰাই ফুলৰ মাজত মৌ পান কৰি গুণগুণাই গুঞ্জৰি পৰিবেশ মহোময়ী কৰে লোকক শান্তি দিয়ে তাৰ বিপৰীতে গোবৰুৱাই গোবৰৰ মাজত থাকি গোৱৰ খাই দুৰ্গন্ধ বিয়পায় অশান্তি দিয়ে প্ৰাণজিত গগৈও গোবৰুৱাৰ তুল্য ,গোবৰুৱাৰ দৰে প্ৰাণজিত গগৈয়ে ধৰ্ম সমাজ কলুখিত কৰি পুতিগন্ধময় কৰিছে কৃষ্ণ শংকৰ মাধৱ ভক্তি ধৰ্ম কৰাৰ নামত ।গোবৰুৱা আৰু ভোমৰা নিচিনি গোবৰুৱাৰ দুৰ্গন্ধৰে কলুষিত কৰাৰ দৰে প্ৰাণজিত গগৈকো নিচিনি প্ৰাণজিত গগৈৰ দ্বাৰা ঊক্তি ধৰ্ম সমাজ কলুষিত কৰি আছে ।
@ramenbaruah8357
@ramenbaruah8357 28 күн бұрын
ধুৰন্ধৰহাত আজিলৈকে গুৰুজনাক চিনি নাপালি গগৈ বাপজনাক চিনি পোৱা নোপোৱা বেলেগ কথা অন্তত গুৰুজনাক চিনিবৰ চেষ্টা কৰ ।
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
@@ramenbaruah8357 তোতকৈ তোৰ গুৰু জনাক ভালকৈ বুজিছো তইহে তোৰ গুৰু জনাক ভালকৈ চিনি বুজি লোৱা ।
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
​​@@ramenbaruah8357তই নিজে শংকৰদেৱক চিনিছানে ? প্ৰকৃত শংকৰদেৱক নভজি তই কাল্পনিক মনেসজা শংকৰদেৱক ভজি আনক কৈ লাভ নাই ।তোৰ কাৰণে গগৈ বাপ হব পাৰে সনাতন বেদধৰ্মৰ বাবে কলংক আবৰ্জনা।
@hemantaborgohain4493
@hemantaborgohain4493 24 күн бұрын
@@ramenbaruah8357 আপোনি কি ধৰ্ম কৰে হে ? গাহৰি খাইনে ? মদ খাইনে মদৰ ব্যৱসায় কৰে ? গাহৰি ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম , লোকেল মূৰ্গী আছেনে ? মূগা বা এৰী বস্ত্ৰ পিন্ধেনে ? গৰুহাল জুতি এচাৰিৰে কোবাই হাল বাইনে ? হাঁহ পাৰ মাছ বধ কৰেনে ? দামুৰিটোক পিয়াহ লগাৰ পাছতো বান্ধিথৈ গাখীৰকন নাখাইনে ? আকৌ কয় ধৰ্ম কৰোঁ । 🤣🤣🤣
@MinakhiGogoi-q6m
@MinakhiGogoi-q6m 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@pranabjyotisarmah896
@pranabjyotisarmah896 Ай бұрын
আপুনি বাপ মূৰ্তি পূজা কৰেনে,,,উত্তৰটো দিলে ভাল পাম । যদি কৰে আকাৰ মূৰ্তিৰ পূজা কৰেনে নিৰাকাৰ মূৰ্তিৰ পূজা কৰে ।
@sasadharrajbangshi35454
@sasadharrajbangshi35454 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 কৃষ্ণ
@MonikaChhngmai-zx6gr
@MonikaChhngmai-zx6gr Ай бұрын
🙏🙏🙏🙏
@binabora5025
@binabora5025 2 ай бұрын
Krishna Krishna xundor path anusthan xewa jonaisu🙏🙏
@kanakswargiary4528
@kanakswargiary4528 2 ай бұрын
Krishna ati sundar samidhan bapjanar
@umanandamili6624
@umanandamili6624 Ай бұрын
কৃষ্ণ কৃষ কৃষ্ণ বাপ
@karunakantadas6223
@karunakantadas6223 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম
@rajibsharma8163
@rajibsharma8163 2 ай бұрын
হৰ হৰ মহাদেৱ 🙏🙏🙏🙏🙏🙏🙏🙏
@arunavmahanta6275
@arunavmahanta6275 24 күн бұрын
Apuni bhagwan.... Kripa Kori shristir rohosyo tu kobo neki!!!????
@RanuBuragohain-h2z
@RanuBuragohain-h2z Ай бұрын
বুজালে ও বুজি নোপোৱা সকলক নুবুজুৱাই ভাল। আপোনাৰ বহু মোলিয়া সময় নষ্ট মাএ।
Mom had to stand up for the whole family!❤️😍😁
00:39
the balloon deflated while it was flying #tiktok
00:19
Анастасия Тарасова
Рет қаралды 35 МЛН
Yay, My Dad Is a Vending Machine! 🛍️😆 #funny #prank #comedy
00:17
Seja Gentil com os Pequenos Animais 😿
00:20
Los Wagners
Рет қаралды 87 МЛН
নাৰী ধৰ্ষণৰ বলি কিয় হয় @জ্যোতিময়Jyotimoy
56:19
Mom had to stand up for the whole family!❤️😍😁
00:39