No video

শিলচৰ APDCL কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ৪ চকীয়া বাহন আৰু ই-অটোৰ মাজত মুখামুখি সংঘৰ্ষ

  Рет қаралды 232

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#SILCHAR | শিলচৰ হাইলাকান্দি পথৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত সৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন ৪ চকীয়া বাহন আৰু এখন ই-অটোৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাত মেডিকেল ৰোডৰ পৰা AS 11Z 9093 নম্বৰৰ এখন চাৰিচকীয়া বাহন ৬ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে শিলচৰ চহৰ অভিমুখে গৈ আছিল। আনপিনে AS11EC6668 নম্বৰৰ ই-অটো এখনে তীব্ৰ বেগত অভাৰটেক কৰি থকা অৱস্থাত চাৰিচকীয়া বাহন খনৰ সন্মূখত আহি পৰে ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
এই ঘটনাত ই-অটো আৰু ৪ চকীয়া বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও গাড়ীত থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰী কেইজনৰ প্ৰাণ ৰক্ষা পৰে। ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ গাড়ী দুখন জব্দ কৰে।
উল্লেখ্য যে স্থানীয় ৰাইজে জনোৱা মতে প্ৰতিদিনেই কম বয়সৰ(নাবালক) লৰা বোৰে এইদৰে বিপদজনক ভাৱে ই-ৰিক্সা আৰু অটো চলোৱা পৰিলক্ষিত হয়।
#bongaigaontimes #silcharnews #silcharcity #cachar #BarakValley #news #breakingnews #NewsUpdate

Пікірлер
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 51 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 5 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 51 МЛН