ইমানদিনে ৰাইজৰ দলৰ প্ৰতি নৈতিক সমৰ্থন থকা বুলি দাবী কৰি আহিছে বীৰ লাচিত সেনাই

  Рет қаралды 58,747

DY365

DY365

Күн бұрын

ইমানদিনে ৰাইজৰ দলৰ প্ৰতি নৈতিক সমৰ্থন থকা বুলি দাবী কৰি আহিছে বীৰ লাচিত সেনাই। এতিয়াৰে পৰা হেনো সেই সমৰ্থন নাই। আনকি শনিবাৰে নিশা ৰাইজৰ দলৰ নেতা-কৰ্মীৰ সৈতে সমুখ সমৰতো লিপ্ত হ’ল লাচিত সেনাৰ নেতা-কৰ্মীসকল।
#politicalnews
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 218
@pranjalanubhav8133
@pranjalanubhav8133 Ай бұрын
নিজৰ মাজত নিজেই লাগি থাকোঁতে গেলে অসমীয়া, মুগল আহি ঘৰ পালেহি
@PrabhaBhuyan
@PrabhaBhuyan Ай бұрын
Um kela
@Dammcare001
@Dammcare001 Ай бұрын
Aami ratir aandhaarot he lukai lukai siyor eta maribo paru...aah oiiii aah...ulaai aah. Pise kune matise,koloi matise,ai rati khon koloi jabi,ki koribi taar kunu plan nai
@Dulal_Mili
@Dulal_Mili Ай бұрын
আজি কথা টো প্ৰমাণিত হল অসমীয়াই অসমীয়াৰ শত্ৰু
@hemprasadbordoloi2020
@hemprasadbordoloi2020 Ай бұрын
কোনো বহি থাকিব নালাগে, সকলো ঠিয় হৈ থাকক ....কি ঠিক ,কুৰি বছৰৰ পিছত কিজানি আঠুকাঢ়ি থাকিবলৈকো ঠাই নোহোৱা হয় !
@Ranjit2024-o7o
@Ranjit2024-o7o Ай бұрын
BJP a kinile lachit senak.Lachit. Sena 😂😂 Lachite aneke kajiya korisile neki ? Name to change koribo, Gundagiri Sena buli rakhibo name to
@parthagogoi8219
@parthagogoi8219 Ай бұрын
Sivsagar,khan borbaad Kori dili tohote
@user-fb6ji8qi6m
@user-fb6ji8qi6m Ай бұрын
লাচিত সেনাৰ লাহবিলাহত ব্যস্ত থকা নেতা কিছুমানৰ উপাৰ্জনৰ উৎস কি জানিব পাৰিব নে অসমৰ জাতীয়তাবাদী জন সাধাৰনে ? এইটো এই সকলৰ কিছুমানৰ ধন ঘটাৰ নতুন কৌশল……অখিল গগৈ কাৰ শত্ৰু ? এওঁলোক অখিল গগৈৰ শত্ৰুৰ মিত্ৰ হবলৈ হেতা ওপৰা কৰা নাই নে ? অসমীয়া জাতিৰ বাবে বীৰ লাচিত বৰফুকনৰ নাম লৈ এচামে বিলাসী বাহন আৰু লাহ বিলাহৰ জীৱন নিজা উপাৰ্জন নথকা কৈ কেনেকৈ কটাব পাৰে ? ভণ্ডামি কৰি ধন ঘটাৰ নতুন কৌশল।
@Danirojasfc6
@Danirojasfc6 Ай бұрын
চিন্তাৰ কাৰণ!!🤔
@babusaikia7886
@babusaikia7886 Ай бұрын
👍👍👍
@pankajdutta9131
@pankajdutta9131 Ай бұрын
চাকৰি নাই, ব্যৱসায়িক দক্ষতা নাই সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে সংগঠন! তাৰ পাছত নিজে নিজেই নীতি আদৰ্শ বিহীন একো একোটা গুণ্ডা বাহিনীলৈ স্খলন ঘটে। প্ৰথমে নিজকে প্ৰতিষ্ঠিত কৰক, তাৰ পাছতহে সংগঠিত হৈ নিজৰ জাতিৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰক।
@KulenGogoi
@KulenGogoi Ай бұрын
যুদ্ধ কৰি মৰ নিজৰ ভিতৰতেই খাৰখোৱা সকল। ইয়াৰ ফায়দা আন কোনোবাই উঠাব।
@Nanu-ow5mc
@Nanu-ow5mc Ай бұрын
Soboke goru piton de. 😂😂😂😂😂😂😂😂😂😂😂😂
@Danirojasfc6
@Danirojasfc6 Ай бұрын
#বাহ!!!!! #বঢ়িয়া!!!!!!! ইয়াতকৈ আৰু বেছি কি লাগে???। অসমৰ উন্নতি হৈছে।👏👏👏 বীৰ লাচিত সেনাৰ দলে আৰু ৰাইজৰ দলে ভাই ভাই মৰম ভালদৰেই বুজি পাইছে। অনা অসমীয়া আৰু বঙালীয়ে তোমালোকৰ মৰম বুজিবলৈ বাকী নাই 😅😅😅 অসম আজি উন্নতিৰ পথত জয় আই অসম বোল। জয় আই অসম। 😭😭😭😡😡😡
@Danirojasfc6
@Danirojasfc6 Ай бұрын
নিৰ্লজ্জৰ এটা সীমা থাকে। তহঁতে সীমা চেৰাই গৈছ অ' বোপাই অলপতো লাজ কৰ।🙄 তহঁতৰ প্ৰতি থকা ভাল ভাববোৰ নাইকিয়াই হৈছে অ' মোৰ। 😎😎 তহঁতক চাব নাপাই
@jaanmoinavlogs
@jaanmoinavlogs Ай бұрын
শৃংখল চলিহা matha nai কিয়া
@Grbora94953
@Grbora94953 Ай бұрын
শৃংখল চলিহাক গৰুপিটন দিব লাগে ই বেটা বিশৃংখল চলিহাহে।ই পৰেশ বৰুৱাৰ লগত ফোনত বাৰ্তালাপ কৰাৰ কথা কওঁতেও কিয় গ্ৰেপ্তাৰ নকৰিলে??
@hrittikrajpnkonwar6705
@hrittikrajpnkonwar6705 Ай бұрын
Himanta Biswa Sharma ku call kore. Teuk u humai dibo Lage. Bohut reporter r logot kotha pate. Bohut reporter camp t goi ahise. Hihotok u dhoribo lage. Aal baal kotha kua agot bhabi sabi.
@purbakantabarman431
@purbakantabarman431 Ай бұрын
লাচিত সেনা নামটোহে, এতিয়া স্বজাতীৰ বিৰুদ্ধে যুজি কাক সহায় কৰিব?আচলতে বিজেপিৰ পৰা বৃহৎ অংকৰ সহায় পাই বিজেপিৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিলে নেকি! উগ্ৰ জাতীয়তাবাদী সকলেই শেষত সৰ্বভাৰতীয় দলৰ সৈতে যুঁজিবলৈ পাহৰি লেউ -সেউ হৈ পৰা দেখা যায়। শেষলৈ ওভোত গোৰে নাচি নাচি স্বজাতীৰে অমঙ্গল সাধে যেনে অগপ।
@unmanphukan
@unmanphukan Ай бұрын
কংগ্ৰেছ সৰ্বভাৰতীয় দল নহয় নেকি? ৰাইজৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে ভালকৈ যুঁ‌জিছে কিন্তু😂
@tultulbora8932
@tultulbora8932 Ай бұрын
Right
@Danirojasfc6
@Danirojasfc6 Ай бұрын
Absolutely 👏
@Nipendly199
@Nipendly199 Ай бұрын
Toi ejon dhurandar miya Lachit shena Vs RD a khajia korise tate tur ki hol
@devils2765
@devils2765 Ай бұрын
চলিহা যে বিজেপি এজেণ্ট হয় এই কথা সকলোৰে জানে
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
এইখন কাজিয়া পৰিকল্পিত ভাবে হৈছে কাৰবাৰ ইমেজ বেয়া হ'বলৈ মোতা অঙ্কৰ ধন লৈছে।কাৰ পৰা লৈছে,কোনে দিছে, বুজি পোৱালোকে পাইছে।
@PRASANTACHUTIA-ij2gq
@PRASANTACHUTIA-ij2gq Ай бұрын
BJP khel😊
@manashaxomia4202
@manashaxomia4202 Ай бұрын
​@@PRASANTACHUTIA-ij2gqummm...gaor sukat youtube school t pohi anakuai cmnt kriba..gaor buari polai goleo bjp dukh diba..are ehotar mind anakua jot hubidha pabo tate jabo ..ehotar babe public aku nhy..
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
EITU AKHIL GOGOI BEA KORIBOR BABE MAL LOI KAM TU KORISE RAIJE BUJE BUJI PAISE VITORI KARBAR HOI KAM KORI THOKA JEN LAGISE
@VlogA2Z
@VlogA2Z Ай бұрын
target 2026...
@kapil912
@kapil912 Ай бұрын
3 rd Perty involve ase 😂😂
@bantidas2403
@bantidas2403 Ай бұрын
ভাৰতীয় জনতা পাৰ্টীৰ অসম হৈছে লাচিতৰ বৎস হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@ujjalkonwar2859
@ujjalkonwar2859 Ай бұрын
লাজ নাইকীয়া বুলি এই সকলক কয় ।
@budhinsaikia6300
@budhinsaikia6300 Ай бұрын
😂😂 এইয়া জাতীয়তাবাদ/আঞ্চলিকতাবাদ !! হায় হায় ! এই স্বৰূপ অসমৰ ৰাইজৰ সকলো জ্ঞাত , আঞ্চলিকতাবাদ/জাতীয়তাবাদক ৰাইজে ধোৱা চাঙত বহু দিনৰ আগতেই তুলি ধোঁৱা দি আছে ৷ অসমৰ ৰাইজৰ হাতত বিজেপি আৰু কংগ্ৰেছৰ বিকল্প আৰু নোলায় কহানিও বোধকৰোঁ ৷ আৰু কিছু দিন , কংগ্ৰেছ আৰু বিজেপি নিদিষ্টকৈ দুটা দলেই হ’ব ৷ সাংগোপাংগো সকলোকে এৰিব ; ব্যক্তিগত ধ্যানধাৰণাৰে অনুমানহে কৰিছোঁ ৷ অৱশ্যে ব্যক্তিগতভাবে আমিও আশা শূন্যতাত উপঙা জাতীয়তাবাদী সংগ্ৰামৰ আংশীদাৰ৷ 🙏জয় আই অসম🙏
@Masteredupoint786M
@Masteredupoint786M Ай бұрын
শৃংখল সেনা BJP ৰ হল চাগে
@asomiaasom6008
@asomiaasom6008 Ай бұрын
লাচিত সেনা যে বিজেপিৰ এজেণ্ট বহতীয়া সুন্দৰকৈ অলাই পৰিছে ।
@VlogA2Z
@VlogA2Z Ай бұрын
moiu takei bhabi asilu....korbt kiba jugr logua jen lagise 2026.r bave
@Rubulgogoi209
@Rubulgogoi209 Ай бұрын
অখিল গগৈৰ ওপৰতো সন্দেহ হয় ।
@Nipendly199
@Nipendly199 Ай бұрын
Det miya napai teneke kobo
@prasantaprasanta4503
@prasantaprasanta4503 Ай бұрын
নিন্দনীয় ।
@dibyaranjangogoi6238
@dibyaranjangogoi6238 Ай бұрын
Best of Luck 🤞🤞
@user-xg6hu8vr7f
@user-xg6hu8vr7f Ай бұрын
মই এজন অসমীয়া মই অসমীয়া বুলি কবলৈ লাজ লাগে কাৰন সৰো কথা বোৰে মিমাংশা লগত বহি নকৰে। এইবোৰে আকৌ অসমীয়া জাতিক বচাবলৈ যায়। ইয়াত যে বিৰোধিৰ কলি সোমাই আছে মাঠাত মাল নাইকিয়া কিতাৰ খবৰে নাই সেই কাৰনে বহিৰাজ মানুহে খাৰখোৱা বুলি কয়।
@aswiniswargiary745
@aswiniswargiary745 Ай бұрын
Bohut neta dekhilu bortoman kintu Gaurav Gogoir dore neta hobo noware
@bhoveshpathak9782
@bhoveshpathak9782 Ай бұрын
অসমীয়া জাতিৰ ঠিকাদাৰ এই দুটা দল
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Bhabesh Pathak Sringkhal Saliha tahat monubadi, brahmonbadi, jatibadi jehadi bilakr agent sliper cell, Ahom birudhi.
@GautamkumarDas-h1i
@GautamkumarDas-h1i Ай бұрын
❤right
@Bhumiputramoi
@Bhumiputramoi Ай бұрын
There is a long way to go for us to be civilized in a to be civilized country like ours...
@Rubulgogoi209
@Rubulgogoi209 Ай бұрын
ঘেণ্টা আৰু কাম নাই । ফটুৱা জাতীয়তাবাদী ( সকলো নহয় ) আৰু ভুৱা আঞ্চলিকতাবাদীৰ মাজৰ যুদ্ধ ।😂😢😮😅😊
@noresultfound5524
@noresultfound5524 Ай бұрын
Mojjaa
@hehehaaa9945
@hehehaaa9945 Ай бұрын
Sudur vaii hupak goru pitin diba laga maksudai hupak
@shivamdas3959
@shivamdas3959 Ай бұрын
Hey mojaa 😂😂😂
@BharaliBharali4090
@BharaliBharali4090 Ай бұрын
Support Lachit sena🤘
@kaushikdas2376
@kaushikdas2376 Ай бұрын
Mamai kiman poisa dise lasit xanak mara mari lagibaloi
@user-zv8sv4hp4y
@user-zv8sv4hp4y Ай бұрын
তহতৰ চৰম লগা নাই হা ??? বেলেগ কাম নাই আৰু. ..??? মোৰ লগত আহ - অৰুণাচলত বেলচা মাৰিম আহ.....
@birajkumardas4230
@birajkumardas4230 Ай бұрын
তেইত....কি বোৰ যে দেখিছো
@wenomsangma6195
@wenomsangma6195 Ай бұрын
জই আই অসম অসমীয়া ভাই সকল আমাৰ নিজৰ ভুল বুজা বুজি কাৰনেই আমৰ অসমীয়া জাতি বিপদত পৰিব লগা হৈচে।নিজৰ মাজত কাজিয়া বিদেশিয়ে ৰং মনে হাহি আছে অসমিয়া ভাইহত এনেকৈ বিদেশক নিদিব ছ্ল
@techassam3121
@techassam3121 Ай бұрын
Ihotorr unnoti nai....baki district bur salei gom pai sivsagar kot thaki gol. Atea tiok koonor homan u nohoy sivsagar 😂😂😂
@khunsengaxom3797
@khunsengaxom3797 Ай бұрын
Mjaaaa
@Rajivaxom
@Rajivaxom Ай бұрын
Lachit Sena k goru pitan de
@RupjyotiBordoloi-vk1qf
@RupjyotiBordoloi-vk1qf Ай бұрын
😂😂😂😂
@user-gi7dg4pm4m
@user-gi7dg4pm4m Ай бұрын
Good ❤❤❤
@junuchamua1648
@junuchamua1648 Ай бұрын
শৃংখল বোলাটোৰ উৎপাত বহুত বেছি হৈছে সাধাৰণ কথাতে কিয় ইমান গৰম হয় খং নামেই চনদাল অলপতে খংকৰিলে কোনো কাম সিদ্ধি নহয় বৰং অশান্তি বেছি বাঢ়িব সদায় বুজাবুজিৰ মাজেৰে কাম কৰিব লাগে সৰু লৰা ছোৱালীৰ নিচিনা সাধাৰণ কথাতেই কাজিয়াৰ সৄষটি কৰে তেওঁ ভাবিছে মই য়েই অসমৰ বীৰ
@KulenGogoi
@KulenGogoi Ай бұрын
বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত বিবাদ হোৱাত কোনে লাভ উঠালে ? মান আৰু বৃটিছ সকলে । তাৰ ফল স্বৰূপে অসমীয়াৰ যি বিস্তৰ ক্ষতি হʼল আজিও গʼমিব পৰা নাই। বৃটিছে অসমৰ ৫০% মাটি চাহ বাগিচা পাতিলে ( গোটেই উজনি অসম ) । সেই বাগিচা আজি কাৰ কবলত ( শ্ৰমিকৰ পৰা স্বত্বাধিকাৰীলৈ )
@aftabahmed-cx5qp
@aftabahmed-cx5qp Ай бұрын
We always standing with lachit sena💪
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Axomr raije mon t rakhiba Lachit khenar khenapatijon Ahom birudhi. Ahom khenar khenapati kunu din Anaa Ahom nasil.
@eusufahmed9564
@eusufahmed9564 Ай бұрын
Tohot sivsagorote thak, alop olai ah guwahatir fale ,sa dispur khonot ki soli ase
@jyotishpanging1371
@jyotishpanging1371 Ай бұрын
Actualy ai etu lachit sena bhul.karon lachitsena akonman gomondi asae.
@BiswajitKhatriyaofficial
@BiswajitKhatriyaofficial Ай бұрын
Jai shree Ram
@user-nb8in6gx4z
@user-nb8in6gx4z Ай бұрын
সমস্যা সমাধান কৰিব লাগে নে যুদ্ধ কৰিব লাগে..?? নেতৃত্ব ইয়াকে কয় নেকি...!!! আৰে ককাই ভাইহঁত, চাকৰি কৰি থকা ককাই ভাইহঁতৰ তাত গৈ সুধিছা অসমীয়া বুলি কলে বহুতে কি ভাবে...!!! সৰহ সংখ্যকেই নিজক অসমীয়া নকয়। অসমীয়া কাক কয় নাজানে। এতিয়া নিজৰ মাজতে খোৱা কামোৰা কৰি কিবা লাভ আছে নে...!!
@ashimsakia2527
@ashimsakia2527 Ай бұрын
Very Good news moi agor porai koi ahisu Akhil gogoi ata adha pagol mukhot koi ahum kintu akhil ata muzlim hoi aya atia ulai porise
@bantidas2403
@bantidas2403 Ай бұрын
বিৰ লাচিতৰ বৎসৰ হয় কিন্তু হাতৰ আঙুলি সমান নহয় কিছুমান চোৰ বদমাচ আৰু কিছুমান দকাইট থাকে এই দিন দকাইত কিছুমান আকৌ দিনতে পলাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ত সাৱধান আকৌ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কিন্তু বিজেপি ই ক্ষেত্ৰত কৰ্ম কৰ্তা সকল আকৌ অসম্ভৱ হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল এই ক্ষেত্ৰত এই কৰ্ম কৰ্তা সকললৈই এই শুযোগতে কৰ্ম কৰ্তা সকললৈই ধন্যবাদ জ্ঞাপন কৰিলোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল আমি লাচিতৰ বৎস হয় ভয় নকৰোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কাৰণ আমি চোৰ নহয় দকাইট নহয় আমাৰ ভয়ো নাই আমি নপলাও আমি ৰাইজৰ মাজত সমাজৰ মাজত থাকো ও শুষত আৰু দূখত কাৰণ ঘৰ নিজৰ গুৱাহাটী মহানগৰৰে হয় লোকেল এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@TridipSaikia-od3ko
@TridipSaikia-od3ko Ай бұрын
লাচীত সেনাই টকা ললে নকি বিজেপিপৰা ..ছলিহাই টকা ললে
@pankajdutta9131
@pankajdutta9131 Ай бұрын
চাকৰি নাই, ব্যৱসায়িক দক্ষতা নাই সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে সংগঠন! তাৰ পাছত নিজে নিজেই নীতি আদৰ্শ বিহীন একো একোটা গুণ্ডা বাহিনীলৈ স্খলন ঘটে। প্ৰথমে নিজকে প্ৰতিষ্ঠিত কৰক, তাৰ পাছতহে সংগঠিত হৈ নিজৰ জাতিৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰক।
@chittaranjansaikia2636
@chittaranjansaikia2636 Ай бұрын
Jikunu Jatyo Nayak xokl alop jona xuna hole val.nijor majote khua kamura lagi Nijoke Jatyo Nayak buli koi xadharon Raijor usorot domvali mari aku luv ni.
@NRJ19888
@NRJ19888 Ай бұрын
Nijor nijor majot mori thak kela....
@jiliengti883
@jiliengti883 Ай бұрын
Xoni lagise
@noyanmonibora6866
@noyanmonibora6866 Ай бұрын
Sobke goru piton dib lage
@user-lp2tw3kj5e
@user-lp2tw3kj5e Ай бұрын
টোত চালা মূৰ্খ সৱ,, নিজৰ ভাই ভাই ৰ মাজতেই লাগিবৰ লাজ জে নালগিল।
@bantidas2403
@bantidas2403 Ай бұрын
হয় হয় কথাটোও কিন্তু সচা কথা হয় এই আৰু অণুৰোধ থাকিল এই আৰু কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল আমি ও ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰ হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@Bhumiputro
@Bhumiputro Ай бұрын
এটা হৈছে ধূৰ্ত আৰু আন এটা হৈছে নিজেই নিজক স্বীকৃতি দিয়া অসমৰ।নামত আদৰ্শ আৰক্ষী । নিজৰ মাজত লাগি লাগি মৰ তহঁত 😂😂😂
@gogoihemanta7521
@gogoihemanta7521 Ай бұрын
Sivsagar khn bor bad dele ru
@bhaskarjyotidehingia9250
@bhaskarjyotidehingia9250 Ай бұрын
Lachit sena
@fakaruddinahmed3785
@fakaruddinahmed3785 Ай бұрын
কাৰ মুখ কত পেটো কত ধৰিবই নোৱাৰি ।
@janapriyasatula
@janapriyasatula Ай бұрын
akhil gogoi jindabad
@JintoGogoi-tv4ux
@JintoGogoi-tv4ux Ай бұрын
কাম নাই আৰু মোৰ লগত পথাৰলে আহিবি কুৰ মাৰিবলে
@user-lc4sn1mf9d
@user-lc4sn1mf9d Ай бұрын
Mojja mura nijor nijor major kela hot
@KAUSTOV94
@KAUSTOV94 Ай бұрын
Spot the difference between GANG war and this..
@mixxup8075
@mixxup8075 Ай бұрын
Ai a amar jatiyta bad powerr khuwa kamora..
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
লাচিত সেনাই ব্যক্তিগত সুবিধাৰ বাবেও কাৰোবাৰ পক্ষত কাম কৰেনেকি ?
@riturajgogoi218
@riturajgogoi218 Ай бұрын
👍
@KempraiArijit
@KempraiArijit Ай бұрын
Dimahasao n karbi anglong saport
@akashkashyap6589
@akashkashyap6589 Ай бұрын
Bir lachit sena zindabad
@amritgogoi3991
@amritgogoi3991 Ай бұрын
দুটা মান মৰি নগলে বিশ্বাস কৰিবলৈ টান হয় । 😅😅😅
@w22w2wwwwww
@w22w2wwwwww Ай бұрын
Akhil gagoi jindabaad 🙏🙏
@rimirabha7181
@rimirabha7181 Ай бұрын
মৰা মৰি হ তহত
@bipulboruah3353
@bipulboruah3353 Ай бұрын
Sanda party laj loga nai
@biswajyoti9982
@biswajyoti9982 Ай бұрын
nijor lgt lgi thakute bahiror bur khubdha pb....😢😢😢
@birajsaikia8671
@birajsaikia8671 Ай бұрын
Raijor dal ba Lachit Hena Sivasagar r Gurdian nohoi.
@rajadutta8635
@rajadutta8635 Ай бұрын
Correct ...Axomia people should not support these Goonda Parties and Tyrants ...we have seen ASSU ,AGP ,ETC ,ETC ...they are actually parasites living LUXURIOUS LIFE on the labour and toil of our innocent Assamese youths by attracting them with the call to SAVE ASSAM .THESE SENA ,ASSU ,AGP ,are not actually interested to SAVE ASSAM BUT TO SAVE MONEY & POWER FOR THEMSELVES .THESE ORGANISATION ARE actually spoiling our young generation by bringing the youth in their fold ...when young generation should study and work hard to make their career and make a better life for themselves .
@ratulbaruah4598
@ratulbaruah4598 Ай бұрын
Letera Rajniti porihar korok.
@digantaborah9330
@digantaborah9330 Ай бұрын
নিজৰ মাজতে কাজিয়া লাগি থাকোতে আনে দুৰ্বলতাৰ সুযোগ লব ।
@RitopanRajbongshi4
@RitopanRajbongshi4 Ай бұрын
বিজেপি চৰকাৰ জিন্দাবাদ।।
@chinmoyb11
@chinmoyb11 Ай бұрын
Nijor majot nalagibo o kokai xokol..bahira manuhe sol pabo🙏
@hridoyxeujia4414
@hridoyxeujia4414 Ай бұрын
এনেকৈয়ে অসম বচাব😅
@Xrong355
@Xrong355 Ай бұрын
Akhil gogoi k horuabo lga aibr sivsagar t kotha himna
@gogoiready6853
@gogoiready6853 Ай бұрын
Akhil Tu ata hopeless
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Axomr raije Fetikhap(King Cobrak biswakh karile u ) Monubadi,Brahmonbadi,Jatibadi jehadik tilman u biswakh nakoriba. Lachit khenar khenapatijon Ahom niki? Ahom r 600 Basoria khatraj mari ekraj kora Bor Axomt Ahom k matra 5/6 ta Monubadi, Brahmonbadi,jatibadi jehadi virus a Gaddari kari Britsh k Borpira pari bohuaisil. Ai 5/6 ta monubadi, brahmonbadi, jatibadi jehadir gaddarir babe Axom t Ahomr sason r beli maar goisil.
@VlogA2Z
@VlogA2Z Ай бұрын
TARGET 2026
@rupamnath3961
@rupamnath3961 Ай бұрын
Akhil Ali Borbhuya 🟩🟥
@rajadutta8635
@rajadutta8635 Ай бұрын
Hoi ! Yier Muslim supporter Basi ...Ie kabol Muslimor loghot thake .
@KempraiArijit
@KempraiArijit Ай бұрын
Dimasa aru karbi saport ase ani time
@indrajitgogoi5448
@indrajitgogoi5448 Ай бұрын
Aiyai axomiya...
@karanrajkhowa5084
@karanrajkhowa5084 Ай бұрын
Raizor dolor gaat dukh ase eyat..
@puukulu7103
@puukulu7103 Ай бұрын
Keep them 24 hour in police station
@babusaikia7886
@babusaikia7886 Ай бұрын
এবোৰ চাবলৈ বাকি আছিল🙏
@aliciadawns8535
@aliciadawns8535 Ай бұрын
Badonor ako arbibhab hol eibar axom dhongho huatu nissit .
@rajadutta8635
@rajadutta8635 Ай бұрын
Nisschit Axom dhongho hobo ..bro ..take my.word .
@PureReview5
@PureReview5 Ай бұрын
Khudra sartho r babe jatiyota badi hokti homuha nijor majote vivajon naniba, hoklu jatyotia badi hokti axom aru axomia r bihotor sarthot ektrito hoi thakib lageb, ektrito vabe juj diba lageb kandhot kandh milai, karon amar honmukhot bhut honkot ahi ase, ami axomia hodai akha kru, aru anurdh kru hoklu jatiyota bade ektrito hoi thakok, ekedal enajori bandh khai,
@jugal6372
@jugal6372 Ай бұрын
HaHaHa
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv Ай бұрын
Kune kar pora poisa loisa hei2 kua
@rajadutta8635
@rajadutta8635 Ай бұрын
Sob kebol Poisaer khel
@kabitabhuyan545
@kabitabhuyan545 Ай бұрын
BJP ৰ ভক্ত
@dipjyotidas2039
@dipjyotidas2039 Ай бұрын
Raijor dalr kaam nai
@bikramburagohain8591
@bikramburagohain8591 Ай бұрын
Toi poisa loli.
@bidyutgogoi2538
@bidyutgogoi2538 Ай бұрын
Amar assamar kishoa manuh murkha karane aji Ane bilai
@rajadutta8635
@rajadutta8635 Ай бұрын
Ami ja hodai Murkhok support koru ..etu amar nature
@rideepgogoi1720
@rideepgogoi1720 Ай бұрын
Hongothonor kormi ami sini pabo nai gunda hupa humuwai. Loi aru akhomiyake dom diye ehot.asolote ehot sob nij nij area burot eta eta local Gunda nijor sarthot hongothon nam loi ehoti nijor sartho puron kore .jodi eman jatir dol asili kio hokoluway kotha pati mimangkha nokorili eybur natok rajpothot kori kio akhomiyake Ane hahibo logiya kam korili.
@rajadutta8635
@rajadutta8635 Ай бұрын
Thik koisa ....
@anupdeka5004
@anupdeka5004 Ай бұрын
Amar amar majte kajiya
The FASTEST way to PASS SNACKS! #shorts #mingweirocks
00:36
mingweirocks
Рет қаралды 13 МЛН
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 52 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 99 МЛН
🦈 মাছ ধৰিলো আজি । Binod Basumatari vlogs
3:25
Binod Basumatari Vlogs
Рет қаралды 12