ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত সংঘাত! Shrinkhal Chalihaৰ কেইবাটাও বিস্ফোৰক ভাষ্য । N18V

  Рет қаралды 56,524

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 210
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
ঘৰতে ঘৰতে লাগ আৰু ভাল হ'ব
@hiteshkalita9067
@hiteshkalita9067 3 ай бұрын
নিজকে জাতীয়তাবাদী বুলি চিনাকী।তাৰপিছৰ পৰিচয় বিক্ৰী যোৱা নেতা
@chandrakantachetiachandra369
@chandrakantachetiachandra369 3 ай бұрын
এইজন নিজৰ পকেট গৰম কৰা ব্যক্তি
@BiplobhatiBaruah
@BiplobhatiBaruah 3 ай бұрын
ঘেন্টা সেনাৰ দ'ল মেঘালয়ত কি হৈছে দেখা নাই ।ভাই ভাই কাজিয়া‌ বিদেশীয়ে ভৰি পৰিল অসমত।তহতক ভোট দিলে অসমীয়া ভগনীয়া হ'ব। শিৱসাগৰত কিমান বিদেশী সোমাল হিচাব আছে অসমীয়া জাতিৰ মুধাফুটা কেইটাৰ।
@ankurray4841
@ankurray4841 3 ай бұрын
100%
@anshumanboruah-c4q
@anshumanboruah-c4q 3 ай бұрын
Oii Bhai maaksudu aitu kotha shringkhal da mukho agt kobi aruh moiu bir lachit hena manuh ha hoi ko atiya mukho agt kobi hee
@reehaokip9417
@reehaokip9417 2 ай бұрын
Thik koise, nijor maajote lagi Axomia hekh hol adin and tar hudidha bohiragotoi lom
@jadabkalita5697
@jadabkalita5697 3 ай бұрын
ঘৰতে ঘৰতে লাগ তহঁতে এই গেলা গৰমত।
@boruahmouchumi264
@boruahmouchumi264 3 ай бұрын
😅😅😅
@jituborah5788
@jituborah5788 3 ай бұрын
বেছি হ'ল অলপ দেই অকলে জয়ী কৰা নাই কোনেও মানি নলয়
@KUSUNGTRADERS
@KUSUNGTRADERS 3 ай бұрын
এয়াই অসমীয়াৰ বৈশিষ্ট্য,, এইবোৰ কাৰণতেই অসমীয়া এদিন ভগনীয়া হ'ব।লাগি থাক।।
@anjanasom-t4z
@anjanasom-t4z 3 ай бұрын
অসমৰ বিভিন্ন দল সংগঠন সমূহ একগোট হৈ কথা ,কাম, লক্ষ্য এক হ'ব লাগে। নিজৰ লগত লগা, ভগা তাহানিতেই এৰিবলৈ সময়ে ক'লে।
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 3 ай бұрын
বান্দৰ আৰু শিয়ালৰ মাজত কাজিয়া লাগিছে 😂
@ayanjyotidewri
@ayanjyotidewri 3 ай бұрын
জহৰা হত তহঁতে বিজেপি লগত কিয় লা 😡😡😡 বিজেপিয়ে যে দুখীয়া দুখীয়া চাকৰি দি আছে ঘুছ নোলোৱাকৈ । আৰু তহতে কব আহিছা বিজেপি বেয়া বুলি। কংগ্ৰেছক জিকোৱা তহঁতে তাৰ পিছত চাবি মিয়া বিলাকে চাকৰি লৈ ৰখি থাকিব টকা ঘুচ্ দি আৰু অসমত মিয়া জনসংখ্যা বাহিব ।
@abhijitthapa1228
@abhijitthapa1228 3 ай бұрын
Correct
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
Yes
@pinkugoswami7448
@pinkugoswami7448 3 ай бұрын
Tumi jimn nkowa kio upper axomiya bure kaitiya o buji npai ..Miya kimn besi manuh e illegally sakori lole Congress r dinot
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
@@pinkugoswami7448 gom pa🥺
@JagannathTemple-v2v
@JagannathTemple-v2v Ай бұрын
BJP jindabad Modi jindabad
@KulenGogoi
@KulenGogoi 3 ай бұрын
দুটা হৰিণাই যেতিয়া পৰস্পৰে যুজ লাগে তেতিয়া বাঘটোৰ বাবে হৈপৰে সান্দহতে মহৰ খুটি । খাৰখোৱা সকল গমিব পাৰিছা নে তোমালোকক যে ইতিমধ্যে ১৪/১৫ বছৰীয়া নাবালিকাকে ধৰি ৭০ বছৰীয়া বৃদ্ধা পৰ্যন্ত এৰি নিদিয়া প্ৰকাণ্ড অজগৰটো কাষত পালেহি। আৰু বেছি দিন নাই তোমালোকক গোটেই খাৰখোৱা সকলক সহজে গিলিপেলাব এই অজগৰটোৱে । কেৱল তোমালোকে নিজৰ মাজতে যুদ্ধ কৰি থকা।
@binodsaikia1882
@binodsaikia1882 Ай бұрын
মিয়া প্ৰেমিক সকলক ২০২৬ চনত সন্মানেৰে বিদায় দিয়ক। বাই বাই , টা টা
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t 3 ай бұрын
অখিল গগৈৰ ব্যৱহাৰ ভাল নহয়। অখিলক এইবাৰ তাক হেৰুৱাব লাগিব।
@JagannathTemple-v2v
@JagannathTemple-v2v Ай бұрын
Akhil Uddin Ahmed Bangladeshi usko jail mein dalna sahi hai
@BubuBorgohain-u2c
@BubuBorgohain-u2c 3 ай бұрын
দুয়োপক্ষ সংযম হোৱা উচিত।
@ujjalchaliha2793
@ujjalchaliha2793 3 ай бұрын
অখিল গগৈ কেনেকুৱা ধৰণৰ মানুহ এতিয়া বুজি পাইছেটো।
@RitagogoiHazarika
@RitagogoiHazarika 3 ай бұрын
এয়া জাতীয় তা বাদ নেকি নিজৰ মাজত খুৱা কামুৰা
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 3 ай бұрын
Good newas
@rameshdas6141
@rameshdas6141 3 ай бұрын
নিজৰ ভিতৰতে দল খুলি থাক। ২০২৬ ত তহত কোনেও জিকিব নোৱাৰ।
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 3 ай бұрын
Nogaon dhing ot kio mat matibo juwa nai tohote
@arifahmed6115
@arifahmed6115 3 ай бұрын
আপোনালোকে নিজৰ মাজত লাগি নাথাকিব।
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
Miya😂
@Rubulgogoi209
@Rubulgogoi209 3 ай бұрын
মই বিজেপিৰ এজন সৈনিক । মোক আপোনালোকৰ খেলৰ ৰেফাৰী হবলৈ দিব নেকি ?😅😊😮😢😂
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
😂moi cameraman
@kaushikdeka3430
@kaushikdeka3430 3 ай бұрын
বৰ শান্তি পালো ইহতৰ কাজিয়া দেখি ৰাইজৰ দল ধ্বংস হওক ।
@rupamnath3961
@rupamnath3961 3 ай бұрын
অখিল গগৈ আলি বৰভূঞা 😂
@saidulislam8730
@saidulislam8730 3 ай бұрын
তই কেলা বিক্ৰী হোৱা পেদা
@NishantaNayan
@NishantaNayan 3 ай бұрын
Congress🎉❤
@pgoswami5378
@pgoswami5378 3 ай бұрын
লাচিত সেনাতো ৰাজনৈতিক দল নহয়,সকলোৱে জানে।
@NripenThakuria
@NripenThakuria 3 ай бұрын
অখিলক চিনি পালি এতিয়া ৷
@MuhiBoruah
@MuhiBoruah 3 ай бұрын
কি মিছা কথাটো কৈছিলে নো অখিল গগৈয়ে।
@JagannathTemple-v2v
@JagannathTemple-v2v Ай бұрын
Akhil Uddin Ahmed Bangladeshi usko jail mein dalna sahi hai
@digu8453
@digu8453 3 ай бұрын
Dui cong r.....moja lagise sai, jatiyabadi koi koi axomiya k lute,emotional nohoba bondhu, no politics only Assomiya giri in Assam
@never_backdown8611
@never_backdown8611 3 ай бұрын
অখিল গগৈ কেনেকুৱা মানুহ আমি বহু আগৰে পৰা জানো। তোমাৰ বুজিপোৱাত দেৰি হল বোপাই!!!
@deboofficheal
@deboofficheal 3 ай бұрын
লিদাৰ হব খুজ নিজৰ জাতি ভাই লগত কাজিয়া কৰ নিজে নিজে কাজিয়া কৰি শ্মশান যাত্ৰা কৰিছ
@jyotish5022
@jyotish5022 3 ай бұрын
Md akhil gogoi ok namaste porhibo di
@bitupandas8667
@bitupandas8667 3 ай бұрын
অসমীয়া ই অসমীয়া লাগি থাক,বিহাৰৰ বিহাৰী এ সকলো লৈ গৈ আছে।
@MehbubAli-x5k
@MehbubAli-x5k 3 ай бұрын
ঐ পাগল সব ৰাজনীতিৰ বলীয়া হৈছা ।ৰাইজে এদীন লেংতা কৰি কুবাব ।
@sarbeswargogoi2781
@sarbeswargogoi2781 3 ай бұрын
চলিহাদেব, এটা দল খুলি কিডাল কৰিব কোবতে তিনিটামান দল খুলি লওক।তেতিয়াহে যুদ্ধখন খেলিবলৈ মজা হব।যুদ্ধ লৈ শুভেচ্ছা থাকিল।
@SanjayBorahkumar
@SanjayBorahkumar 3 ай бұрын
সকলো এক হবৰ সময় হল।
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 3 ай бұрын
নিজৰ মাজত সংঘাত নানিব। জয় আই অসম, জয় আই অসম।
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 3 ай бұрын
Akhil gogoi ❣️💪🙏
@PronabDeori-xt1wc
@PronabDeori-xt1wc 3 ай бұрын
Mama bahini ahi party koribo,khub bhal kaam korise
@imdatulislam9059
@imdatulislam9059 Ай бұрын
পাৰে যদি কা আইন খন উথাই দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া হে কম আপুনি প্ৰকিত বিৰ।
@rajusarkar5842
@rajusarkar5842 3 ай бұрын
A Kam nai eyar
@DoleyMising
@DoleyMising 3 ай бұрын
Apunio dol bonab 1000 vote pabi
@manafact
@manafact 3 ай бұрын
তহতৰঁ শিং ডাঙৰ হল যুদ্ধ লাগ লাগ ।
@pankajkumardutta2689
@pankajkumardutta2689 3 ай бұрын
অহ কথা সেইটো
@satyajitkumargogoi358
@satyajitkumargogoi358 17 күн бұрын
শৃঙ্খলে প্ৰকৃত ৰূপ উদঙাই দেখোৱাইছে,কাক নো বুলিবা ককা সকলোৰে চুলি-বাল পকা। মধ্যবিত্ত ঘৰত জন্মহোৱা লিডাৰে নেট্ৰিত্ব দিয়া সংগঠন সদায় শাষক পক্ষৰ ওচৰত পণ্যৰ দৰে বিক্ৰী হয়।বিশ্বৰ ইতিহাসেই কয়।অসমৰ ১৯৭৯ চনৰ পৰা সংগঠন বোৰৰ লীদাৰবোৰ অসমৰ মানুহে দেখি আহিছে,যি সংগঠনেই নহওক লাগে ধানখেৰৰ দৰে হে উৰ্তাপ এচলো পানী পৰিলেই শেষ।গতিকে এই লীদাৰ বোৰক বিস্বাস কৰি অসমৰ মানুহে হাতৰ কুঠাৰ ভৰীত নামাৰে। ঘৰে-ঘৰে যূজী থাকা অসমীয়া মান আহি এই বাৰ অসমীয়াক নিপাত দিৱ।দেখিলা ছোন অসমতেই অসমীয়াই অসমীয়া গাণ গাৱ নোৱাৰা হ'ল,গিৰমিতিয়াৰ উত্তৰ পুৰুষে অসমীয়া গীত কেনেদৰে বন্ধ কৰিলে নাহৰকটিয়াত,অসমীয়াই কেতিয়াও শিক্ষা লব নোৱাৰে,সকলোবোৰ বদন।
@NayemHasan-uz7db
@NayemHasan-uz7db Ай бұрын
এই ভিক্ষা খোৱা নেতা তহততো বিজেপিৰ এজেণ্ট এইবিলাক ৰাইজে জানে।পিছে কথা হল তহতৰ কৰবাত বোলে অভাৰ বীজত কাম কৰিবলৈ লেবাৰ নাই সেই বিষয়ে কি চিন্তা কৰিছ।তাত গৈ কামৰ যুদ্ধ কৰচোন। খালি যুদ্ধ যুদ্ধ বুলি কৈ থাক কাম কৰি দেখুৱা তুৰ যুদ্ধ কৰাৰ কিমান ক্ষমতা আছে তেতিয়া হে বুজিম
@jituborah5788
@jituborah5788 3 ай бұрын
দল গঠন কৰা কথাটো 😂😂😂
@mainulalam5524
@mainulalam5524 Ай бұрын
কি। ‌হনা‌। হইনীক ‌ ও সোহনিক। তেও। যদি। আছে। ইমান। টকা। খৰছ। কৰি। কাম। নাই।
@dinanathrabha8261
@dinanathrabha8261 2 ай бұрын
শৃংখলা তুমি টো বি জে পিৰ এজেণ্ট হয়।
@xurordeolkalabithika1129
@xurordeolkalabithika1129 3 ай бұрын
কোনোবাই পকেট গৰম কৰিলে চাগে।
@jogenkalita4268
@jogenkalita4268 3 ай бұрын
ৰাইজৰ দল নহয় কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ মতামত বিছাৰি সভাপাতি ৰাইজৰ দল নামকৰণ জনতাই দিয়া নাচিল ।এইজনে নিজে নমাকৰন কৰি সভাপতি হৈছিল।
@trinayansaikia5449
@trinayansaikia5449 3 ай бұрын
আপুনি হে কৈচিলে অখিল গগৈ শিংহ পূৰুস বুলি 2021 ত জিকাৰ পাছত
@swapanmallik983
@swapanmallik983 3 ай бұрын
This is called devide and rule.
@DEENTT
@DEENTT 3 ай бұрын
Lagea raho munna bhai
@dipankorsarmah5276
@dipankorsarmah5276 3 ай бұрын
এখেত ৰজা।
@RonujDoley-lv8ge
@RonujDoley-lv8ge 3 ай бұрын
Horu horu kotha কিয় lagi থাকিব lage himan jona buja মানুহ হৈ
@bhaskarsarma688
@bhaskarsarma688 Ай бұрын
Very good speech dada
@WhatsthehellXyz
@WhatsthehellXyz 3 ай бұрын
অখিল গগৈয়ে সেনাৰ দুজন মানক টকা দিলে সকলো ঠিক থাক নহব নে ?😂😂😂 সেনাৰ কেইজনমান নেতাই কাৰ ধনেৰে বিলাসী বাহন কিনি লাহ বিলাহৰ জীৱন উপভোগ কৰি আছে ? তেওঁলোকৰ উপাৰ্জনৰ উৎস কি ? সাহস হব নে ৰাজহুৱা কৰিবলৈ ?
@LAWRENCE-f5t
@LAWRENCE-f5t 3 ай бұрын
নিজৰ নিজৰ মাজত (ককাই-ভাই)
@AnantaBorah-q6j
@AnantaBorah-q6j 3 ай бұрын
বিজেপিৰ বজাৰ খন ডাউন দেখি ভোট বিভাজন কৰিম বুলি ই ২০লাখ মান ললে মামুৰ পৰা
@mainudavi9510
@mainudavi9510 3 ай бұрын
অসমৰ মানুহে বেয়া পাইছে।বিপক্ষ ই ভাল পাইছে
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 3 ай бұрын
অসমৰ ইছলাম ধৰ্মীয় সেই বিশেষ সম্পদায়ৰ লোকে আৰু বদনবোৰে বেয়া পাইছে কিন্তু অসমৰ জনসাধাৰণে ভাল পাইছে
@bikramburagohain8591
@bikramburagohain8591 3 ай бұрын
Eku koribo niwari.
@Arabindasonowal-b5h
@Arabindasonowal-b5h 3 ай бұрын
আহোম লগত যুদ্ধ হ'ব ফাণ্ডন মাহত 100%মিছ হ'লে মই পৃথিৱী খনত জিয়াই নাথাকো।
@banjitchangmai4047
@banjitchangmai4047 3 ай бұрын
আহিবি লাগিম,,
@sahinhussainhazarika
@sahinhussainhazarika 3 ай бұрын
So Indisciplined by nature...
@NilutpolKhound
@NilutpolKhound 3 ай бұрын
বিজেপিক জয় কৰিবৰ বাবে দল নেকি?
@gogoi2499
@gogoi2499 3 ай бұрын
Politics kajiya
@nripenborgohain201
@nripenborgohain201 3 ай бұрын
বীৰ লাচিত সেনাৰ সেনাপতি মহোদয় অখিল গগৈ কথাত লাগি নাথাকিব জাতিমাটিভেটি আমি মানুহেই কৌশলগত ৰাজনীতি এৰি স্বাভিমানী পক্ষত থাকিহে অসম গঢ়ক - জয়আইঅসম
@bharatboruah9578
@bharatboruah9578 2 ай бұрын
Joi ai axom
@sajidzamal3206
@sajidzamal3206 3 ай бұрын
নিজৰ মানুহ খিনিয়েই লাগি থাকা। অখিল গগৈয়ে কিন্তু এইবোৰ বেয়া কৰিছে। এনেদৰে ক'ব নালাগে।মিলি থাকি জুজ কৰিলে ভাল
@munuali5423
@munuali5423 22 күн бұрын
Srinkhal da moi aapunar logot xodhai asu
@ujjalkonwar2859
@ujjalkonwar2859 3 ай бұрын
কিহৰ সৈনিক ....
@user-nk2fi6db7z
@user-nk2fi6db7z 2 ай бұрын
Aapunar. Bujathe Bhul Hoise Okhomia Manuh Prai. Anekuai
@shweta4538
@shweta4538 3 ай бұрын
নিজৰ মাজত লাগি থাকক।
@amu536
@amu536 3 ай бұрын
অসমীয়াবোৰ নিজৰ মাজত লাগি মৰে, বিদেশী আহি বৰঘৰত বহে।কি যে হ'ব।মুখ সকলোৱে সংযত হ'লে জাতিটোৰ বাবে ভাল।
@BikramBorah-e5p
@BikramBorah-e5p 3 ай бұрын
Congratulations Shrinkhal all the best for your future endeavors I was wonder a day before that you should form a party and here is your statement.'অসমিয়াট একু নকৌ'
@bimalbora4971
@bimalbora4971 3 ай бұрын
এইবিলাক-ভালনহয়-দাদা-।
@সংস্থাপন-ঠ৮য
@সংস্থাপন-ঠ৮য 3 ай бұрын
বৰ লজ্জাজনক নিজৰ মাজতে কাজিয়া। ভাত্ৰিঘাতি নহবা,আলোচনা ৰ মাজেৰে সমাধান কৰা।
@rajusaikia2328
@rajusaikia2328 3 ай бұрын
ঘৰে ঘৰে লাগি থাক টোৰ কাম নাই cm ক কৈ চাবি পুনে পুনে জেলত
@jayantabaruahofficial3756
@jayantabaruahofficial3756 3 ай бұрын
বৰ লাজৰ কথা এনেদৰে নিজৰ মাজতে লাগি থকাটো।
@DharniLalung
@DharniLalung 3 ай бұрын
Moja
@jupango460
@jupango460 3 ай бұрын
Mojaaa
@nibransonowal9182
@nibransonowal9182 Ай бұрын
আপোনালোকৰ নাটক চাই আমোৱালে
@kailyangohain7880
@kailyangohain7880 3 ай бұрын
Moja dise
@mainudavi9510
@mainudavi9510 3 ай бұрын
আপোনালোকে নিজৰ ভিতৰত লাগি Bjp ক দেখাই থাকক
@jyoshreegogoi7958
@jyoshreegogoi7958 3 ай бұрын
Good 👍
@DragonAssam-y9e
@DragonAssam-y9e 3 ай бұрын
Gogoi eta logot lagebo...gute Gogoi lage jabooo 😂😂😂😂
@abhijeetkalita7333
@abhijeetkalita7333 2 ай бұрын
Axomiya.....Gogoi sonowal kalita Koch sob ekei.....jetia Mia e katibo tetia Gogoi....Gohain....buragohain....borphukon eibilak nasabo...
@DragonAssam-y9e
@DragonAssam-y9e 2 ай бұрын
@@abhijeetkalita7333 hueee tohote voi kora sage ..heto tohotor blood ase sage voi too...Miya katibo buli...kot sun ame to aje loike tenoka Miya dekhaa eh puwa nai.. amr manuhe Kati khai debo so What is the defferent between Miya vs ahom.. Miya eh Kasi loi jujebo ahebo ame 4 ft 3 ft deghol n...3 anguli n 5 anguli bohol amr traditional hengdang loi jam jujeboloi.... Teteya sam kaar taat kiman power ase ..🤣🤣🤣🤣🤣🤣 Ahom sobor ghorot gai poti hengdang ase....Miya eh eman dangor toruwal dekha eh nai sage 🤣🤣🤣
@abhijeetkalita7333
@abhijeetkalita7333 2 ай бұрын
@@DragonAssam-y9e tmi eneke koisa
@abhijeetkalita7333
@abhijeetkalita7333 2 ай бұрын
Tmi Jana nai ahom naha agr pra kalita Koch sonowal bodo karbi axom t asil....aru ami ahom hokolok nijor bli vabu krn teuluke axom r culture language sob akuali loisil....aru aji ami ekeloge hoi Mia juj dibo lagibo.....tmi kothakhar eneke koisa Mia e jdi muk Kate tmr soku agt tmi eku maat namatiba.....kotha heitue kola
@MINE_Craze_81
@MINE_Craze_81 3 ай бұрын
Nijor vitorate nijor manuhor logot kajia nokoriba. Ami sob kokai vai
@ShahadullaBhai
@ShahadullaBhai Ай бұрын
Srigkhol.nohoi.1.cm.tar.kothate.mama.hagise
@saidulislam8730
@saidulislam8730 3 ай бұрын
মাজে মাজে খাই আছে দেখোন
@jblover8658
@jblover8658 Ай бұрын
Apunaloke nijor majot kajiya karibo nalage. Be cool. Kebol Akhil Gogoik ayna dekhuaok. Akhil Gogoi atiya aru jatiyatabadi neta hoi thaka nai. Teo vote or swarthot Miyar side loise. Gatike Sibhasagaror pora ajon jen jatiyatabadi, prakritote Asomok bhalpoa manuh jayi hoi ahe tar bsbe saju hauk. Jai Aai Asom.
@pinkuboruah6680
@pinkuboruah6680 3 ай бұрын
At first who build Gold Asom.
@bharlina1276
@bharlina1276 3 ай бұрын
Aidal BJP lgt mili gol ..... confirm
@ashishdas9636
@ashishdas9636 3 ай бұрын
Kot raijor dal aru kot Bir Lachit Sena, Raijor dolor homan hobo nuare.
@AnkhumaanChutia
@AnkhumaanChutia 3 ай бұрын
দল খুলিব 😂😂😂
@Jun_Photography
@Jun_Photography 3 ай бұрын
nijor nijor vitorot kaijiar logatu val nohoi
@nayan_konwarrr
@nayan_konwarrr 3 ай бұрын
Stick with your brothers.
@DipaPegu-t2o
@DipaPegu-t2o 3 ай бұрын
Heiya ki kota aako 🙏🙏🇮🇳
@sunmonihunmoni7958
@sunmonihunmoni7958 3 ай бұрын
Akhil ata dalal
@hairprasaddeori2325
@hairprasaddeori2325 3 ай бұрын
Aijonk mor question hoinik kak bule ?
@alleverything.-1997
@alleverything.-1997 3 ай бұрын
Okhil Dak bht Val paisilo ,kintu bir lashit sena axom boy aku nkb krn lashit sena jinda bad
@rinabharali454
@rinabharali454 3 ай бұрын
Lag lag lagi ja. Bhai Bhai logote. Nepat jauk axomiya
@PPagagPagag
@PPagagPagag 3 ай бұрын
Oh
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 94 МЛН
Mom had to stand up for the whole family!❤️😍😁
00:39
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 8 МЛН
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 94 МЛН